দুই যুৱতীৰ আচৰিত প্ৰতিভা চাওঁক সকলোৱেই❤️

Поділитися
Вставка
  • Опубліковано 22 жов 2024

КОМЕНТАРІ • 328

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому +51

    শান্তিছায়া এগৰাকী বহু মুখী প্ৰতিভা সম্পন্ন যুৱতী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক সকলো। তোমালোক আমাৰ কাৰণে একো পৰাকী গৌৰৱী অসমীয়া হৈ জগত সভালৈ যাত্ৰা আৰম্ভ কৰা তাকেই আন্তৰিক শুভ কামনাৰে। ভগৱানে দলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু কুশল কৰক। ধন্যবাদ।❤❤❤

  • @rejiabegum2355
    @rejiabegum2355 4 місяці тому +21

    এওঁলোক আমাৰ আদৰ্শ । সুন্দৰ পদক্ষেপ , আগলৈ আগবাঢ়ি যোৱা আশীৰ্বাদ দিছো ।

  • @rekhagogoi322
    @rekhagogoi322 4 місяці тому +6

    Bahut bahut dhanyabad bhanti keijaniloi aru agbarhi juwa ,bihur lagate bakibilakatu agbarhi juwa tumalukaloi mur huvesya thakil 👍👍👍🎉🎉🎉

  • @bipulkalita8915
    @bipulkalita8915 4 місяці тому +16

    বহুত ভাল লাগিছে ।এওঁলোকৰ দৰে আৰু দল ওলাই আহক তাকেই কামনা কৰিলোঁ বিপুল কলিতা

  • @runuchetia1658
    @runuchetia1658 4 місяці тому +4

    অতিকে প্ৰশংসনীয় অনুস্থান ❤️❤️অতিকে মন্তমূগ্ধ হৈ গ'লো!!অসমীয়া জাতীৰ হিয়া-মুকুতা❤️মনৰ হেপাহেৰে আগুৱাই যোৱা আইজনীহঁত!!কোনো কাৰণতে যাতে থমকি ৰৈ নোযোৱা তাৰে কামনা আৰু আৰ্শীবাদ জনাইছো ।তোমালোক আসমী আইৰ সমল❤️❤️

  • @bibharaninath8242
    @bibharaninath8242 4 місяці тому +3

    Bhut bhut Dhanybad thakil tomalokly aru Val kribly Asirbad dilo

  • @krishnagogoi1657
    @krishnagogoi1657 4 місяці тому +2

    অভিনন্দন জনালোঁ | তোমালোকৰ বিহু দল টিৰ প্রতি গৰাকীলৈ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ | নামৰুপৰ পৰা মৰম যাচিলো |

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому +7

    অতি প্ৰশঙ্শনীয় পদক্ষেপ। আগুৱাই যোৱা সকলো। অসমৰ বাৰে বনৰীয়া কৃষ্টি সঙ্কৃতি পৰিশীলিত পৰিবেশনেৰে ৰক্ষা কৰাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে। ইয়াত পুৰস মহিলা বা ল'ৰা ছোৱালী বুলি কথা নাই। বিহুৰ মৌলিকতা আৰু পৰম্পৰা খিনি সুন্দৰ ভাৱে ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। এইসকল ছোৱালী সৎ সাহস হৈ আগুৱাই যাওক। অন্তত ৰাতিৰ বিহুৰ সাঙ্কৃতিক অনুষ্ঠানত এটুপি টেটুলৈকে গিলি লৈ বোকা নৃত্য কৰা পুৰুষ/ ল'ৰা বোৰতকৈ অন্তত বহুত ভাল কাম কৰিছে। অসমৰ কৃষ্টিৰ পথাৰত সৃষ্টিৰ অজ্ঞলি সিঁচি আগুৱাই যোৱা। ভগৱানে সকলোকে কুশলে ৰাখক। ধন্যবাদ।❤❤❤❤❤

  • @JyotiBuraguhain
    @JyotiBuraguhain 4 місяці тому +10

    ইমান প্ৰতিভা আছে ,দেখি শুনি বহুত বহুত মন ভৰি গল।সকলোলৈকে শুভেচ্ছা থাকিল।

  • @subhashsut2215
    @subhashsut2215 4 місяці тому +9

    Best ধুনীয়া বহুত ধুনীয়া। শুভেচ্ছা থাকিল ।

  • @PronotiMohon
    @PronotiMohon 4 місяці тому +8

    মজ্জা ।কণ্ঠও সুন্দৰ ।তোমালোকৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো !

  • @tarungogoi8841
    @tarungogoi8841 4 місяці тому +2

    সুৰুয মুখী যুৱতী দলটিলৈ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।তোমালোক আগবাঢ়ি যোৱা ।আমাৰ আৰ্শীবাদ সদায় আছে ।লগতে অনুপম দাদালৈ ও শ্ৰদ্ধা আগবঢ়াইছোঁ ।

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 4 місяці тому +2

    সুন্দৰ অতি সুন্দৰ পদক্ষেপ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ।

    • @techtipssupported8958
      @techtipssupported8958  4 місяці тому +1

      ধন্যবাদ দাদা,মইও গোলাঘাট মেৰাপানীৰ পৰা দাদা🙏❤️❤️❤️🙏

  • @pranabbharali8521
    @pranabbharali8521 4 місяці тому +7

    ভাল লাগিল। আৰু আগুৱাই যোৱা।

  • @indiramnathmusical3996
    @indiramnathmusical3996 4 місяці тому +21

    শান্তিপ্ৰীয়াৰ প্ৰমুখ্যে আটাইকেইজনীলৈকে হিয়াভৰা আশীৰ্বাদ আৰু উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।বিশেষকৈ শান্তিপ্ৰীয়া নাৰীসমাজৰ আদৰ্শ।

  • @monikabaruah5576
    @monikabaruah5576 4 місяці тому +3

    সুৰুজমুখী বিহুৱা দললৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আগুৱাই যোৱাৰ আশীৰ্বাদ থাকিল

  • @diptisaikia1823
    @diptisaikia1823 4 місяці тому +1

    বহুত ভাল লাগিলে। আটাইকেইগৰাকীলৈকে হিয়াভৰা আশীৰ্বাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому

    শান্তিপ্ৰিয়া এগৰাকী সুদক্ষ, সাহসী আৰু শক্তিশালী আৰু যথেষ্ঠ বহুমুখী প্ৰতিভাসম্পন্ন যুৱতী। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তাকেই আন্তৰিক শুভ কামনাৰে। শান্তিপ্ৰিয়াৰ লগতে বিহুদলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। সকলো সুখী হৈ থাকক। তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।❤❤❤❤❤❤

  • @muninoza4944
    @muninoza4944 4 місяці тому +1

    তোমালোকলৈ হিয়া ভৰা শুভেচ্ছা আগবঢ়ালোঁ দেই, আৰু আগবাঢ়ি যোৱা। ভগৱান সহায় হওক তোমালোকৰ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому +1

    অতি সুন্দৰ প্ৰদৰ্শন আৰু সকলো লৈকে বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।

  • @ranjanborah8190
    @ranjanborah8190 4 місяці тому +8

    তোমালোকৰ অনাগত দিনত আৰূ কৃপা কৰক ভগবানে... অতি সুন্দৰ

  • @brojenkhargharia15
    @brojenkhargharia15 4 місяці тому +1

    Val lagel god bless you moeo behuya acelo 80 dosokor

  • @banalatadas1824
    @banalatadas1824 4 місяці тому

    বহুত ভাল অতি সুন্দৰ এই শান্তিপ্ৰিয়া জনী কি কম ইমান ধুনীয়া কন্ঠ তোমালো আটাই কেই জনী লৈ মোৰ মৰম আৰু শুভেচ্ছা জনালো ইশছৰে তোমালোকক সুস্থ সবল শক্তিশালী কৰি ৰখাক তেওৰ ওচৰত প্ৰাথনা জনাইছো

  • @SubhankarkalitaKalita
    @SubhankarkalitaKalita 4 місяці тому +8

    Love from golaghat,singorajan gaon .... ❤️🫶 Agbahi juwa 🔥

  • @dibyagogoi1473
    @dibyagogoi1473 4 місяці тому +1

    Bohut val lagil aguai jua.

  • @SurenBordoloi-vn6hx
    @SurenBordoloi-vn6hx 4 місяці тому +1

    Very nice God bless you

  • @nironburagohain
    @nironburagohain 4 місяці тому +2

    Very good party n may God bless the whole members to make more well progress.

  • @dayarambharali7710
    @dayarambharali7710 4 місяці тому

    সূৰুযমুখী দলটো সঁচাই মনভুতহৈছে। আগলৈও অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ সমৰ্থ হৈছে বুলি জনা গৈছে। ধন্যবাদ দেশৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু হেঁপাহৰ ৰঙালী বিহুৰ ওলগ জনালোঁ।

  • @kunjalatakalita4174
    @kunjalatakalita4174 4 місяці тому +8

    সুন্দৰ পদক্ষেপ আন্তৰিক শুভেচ্ছা জনালোঁ । ❤❤🎉🎉

  • @jayantachetia4488
    @jayantachetia4488 18 днів тому

    সূন্দৰ অতি সুন্দৰ সকলো লৈকে আন্তৰিক শুভেচ্ছা থাকিল লগতে উজ্জল ভবিষ্যত কামনা কৰিলো ধন্যবাদ

  • @junumoninath9521
    @junumoninath9521 4 місяці тому

    আগুৱাই যোৱা ৷আশীৰ্বাদ থাকিল ৷

  • @ghanashyamgogoi4712
    @ghanashyamgogoi4712 4 місяці тому +1

    Hsai eiuluk amar dekhot vobishot be proud to be our Assamese girl 👍 ru aguwai jwa tumaluk tumalukor vobishot ase 🤞

  • @bhaktisagargroup
    @bhaktisagargroup 4 місяці тому +1

    Bht vl lgse...agowai jowa..

  • @alpanakonwar3499
    @alpanakonwar3499 4 місяці тому +1

    বহুত বহুত ভাল লাগিল।প্ৰতিগৰাকী শিল্পীলৈ মোৰ অকৃত্ৰিম মৰম ও শুভাৰ্শীষ যাঁচিলোঁ।আশা কৰোঁ পঢ়া-শুনাৰ লগতে তোমালোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰি যাবা।কুশলে থাকা আটাইয়ে।

  • @RinkiChoudhury-b7q
    @RinkiChoudhury-b7q 4 місяці тому +1

    বহুত ধুনীয়া ভন্টী বুকুত সাহস বান্ধী আগুৱাই যৱা।

  • @kamalsaikia9196
    @kamalsaikia9196 4 місяці тому +1

    ভাল লাগিছে আৰু আগুৱাই যোৱা

  • @PankajDas-xw5hw
    @PankajDas-xw5hw 4 місяці тому +1

    বহুত ভাল লাগিছে আগবাঢ়ি জোৱা

  • @polakhigogoi4558
    @polakhigogoi4558 4 місяці тому +1

    Ati hundor vonti hokol,bhabisyate aru aguwai juwa,hokolu dikhe pargot hokolu goraki..

  • @ShashiprovaShasiprova
    @ShashiprovaShasiprova 4 місяці тому +3

    Go ahead.God bless you.

  • @Venom-ir9iq
    @Venom-ir9iq 4 місяці тому +2

    Bohut bohut val lagil .dolteloi morom aru akhirbad thakil.

  • @mayasaikia291
    @mayasaikia291 4 місяці тому +1

    বহুত ভাল লাগিছে। তোমালোক মহান হোৱা

  • @RunjunDas-di8fm
    @RunjunDas-di8fm 4 місяці тому +1

    Thanks... very nice.

  • @pradipgogoi3182
    @pradipgogoi3182 4 місяці тому

    অতি সুন্দৰ, সকলোলৈকে শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @x__6591
    @x__6591 4 місяці тому

    কবলৈ গলে বহুখিনি কথা মনলৈ আহে। মাথো এয়াই কম তোমালোক আৰু আগুৱাই যোৱা । বহুত ভাল লাগিল । ❤

  • @tapanbaruah1006
    @tapanbaruah1006 4 місяці тому +7

    Ajikali lora aru suwali buli kunu kotha nai.pratibha thakile sokolue koribo pare.Bohut dhunia hoise.

  • @PranjalKakati-kr1jd
    @PranjalKakati-kr1jd 4 місяці тому +1

    Very nice .aru aagurai juwa

  • @Dchetia77
    @Dchetia77 4 місяці тому

    বহুত ভাল লাগিল দলটি লৈ অভিনন্দন জনালো ৷ দ'লৰ সকলো সদস্যাৰ সুস্বাস্থ্য কামনা কৰিলো
    । আৰু অগুবাই যোৱা ৷

  • @rupalipegu6409
    @rupalipegu6409 4 місяці тому +1

    বহুত বহুত ভাল লাগিল 👌 শুভ কামনা জনাইছোঁ ❤

  • @triptihazarika9185
    @triptihazarika9185 4 місяці тому

    বহুত মৰম লাগি আগবাঢ়ি যায় যেন ভগৱানে কুশলেৰাখক

  • @bipulbitu1680
    @bipulbitu1680 4 місяці тому +1

    Bohut val lagil ❤❤❤❤❤❤

  • @urbashidevi6614
    @urbashidevi6614 4 місяці тому +1

    আৰু উন্নতি হ ওক, আশীৰ্বাদ কৰিছোঁ

  • @binasaikia-xc9dr
    @binasaikia-xc9dr 4 місяці тому +2

    ধুনীয়া। হৈছে

  • @dipankadas3870
    @dipankadas3870 4 місяці тому +5

    Bohut val lagil

  • @ramadas5839
    @ramadas5839 4 місяці тому +1

    Nice very very nice.go ahead like this God bless you all.

  • @amritkotoky9383
    @amritkotoky9383 4 місяці тому +2

    বহুত ভাল লাগিছে তোমালোক আগবাঢ়ি যোৱা

  • @lambodarnath7923
    @lambodarnath7923 3 місяці тому +1

    বহুত ভাল লাগিল❤

  • @manitahbildar5162
    @manitahbildar5162 4 місяці тому +1

    Oti xundor bohut vl lagise aaijonihot aru aguai joa ashirwad korisu❤❤❤❤❤❤❤

  • @JigoyaMahali
    @JigoyaMahali 3 місяці тому +1

    Nice ❤aru vl vl bhui kore ja

  • @chandanbordoloi4452
    @chandanbordoloi4452 4 місяці тому +5

    বহুতো ধুনীয়া লাগিছে

  • @madhabiadhikary7403
    @madhabiadhikary7403 4 місяці тому +1

    Ati sundar❤

  • @junugogoi4458
    @junugogoi4458 4 місяці тому +3

    বৰ সুন্দৰ চাই থাকিবৰ মন যায়

  • @rumivlog1
    @rumivlog1 4 місяці тому +1

    Congratulations 🎊

  • @sonowalkachari6218
    @sonowalkachari6218 4 місяці тому +1

    Bht bht vl lagil di very nice

  • @koushik21774
    @koushik21774 4 місяці тому +1

    Congratulations.God bless you

  • @MainaKhonikor
    @MainaKhonikor 3 місяці тому +1

    Hoxa kotha ji khini kotha koixa bhl lagexa moja very nice

  • @abhijitborgohain350
    @abhijitborgohain350 4 місяці тому +1

    অতি সুন্দৰ ৷

  • @satyabatidas2756
    @satyabatidas2756 4 місяці тому +1

    গোটেই কেইজনী ছোৱালী লৈ মোৰ বহুত শুভেচ্ছা আৰু মৰম থাকিল , আজিকালি ল'ৰা -ছোৱালী বুলি কোনো কথা নাই ,আগুৱাই যোৱা তোমালোক

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 4 місяці тому +2

    Mojja mojja❤❤❤❤❤❤❤

  • @SukuramPegu-r4n
    @SukuramPegu-r4n 4 місяці тому +2

    Nice. Bihu. Dance and song team

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +1

    সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল, ভৱিষ্যতে ও এনে পৰিৱেশন চাবলৈ আশা কৰিলোঁ খুবেই কৈ,,

  • @DipenSaikia-z7c
    @DipenSaikia-z7c 4 місяці тому +1

    Bhout hundor hoise welcome to Bihu dance party

  • @sabitritalukdar3696
    @sabitritalukdar3696 4 місяці тому +4

    বহুত ভাল লাগিল !

  • @diptimahanta5900
    @diptimahanta5900 4 місяці тому +3

    Doltiloi subhesha thakil❤❤

  • @anjudadhora7839
    @anjudadhora7839 4 місяці тому +1

    Bhut vaal.Asami bkut sadai jilike thakak

  • @JustPlant45
    @JustPlant45 4 місяці тому +1

    Val lagil

  • @DigantaHazarika-ud8dd
    @DigantaHazarika-ud8dd 4 місяці тому +1

    Hoi hosokoi bor val lagise, aru adhik ujjol bhobishote kamona korilu, dhonyobad

  • @AtulDas-d2g
    @AtulDas-d2g 4 місяці тому +3

    Bohut dhuniya❤❤🎉

  • @BhabenDeka-oi5hg
    @BhabenDeka-oi5hg 4 місяці тому +1

    Proceed yourselves all the best

  • @DuluKrDas
    @DuluKrDas 24 дні тому

    বহুতো ধুনীয়া হৈছে। আৰু আগুৱাই যোৱা।

  • @rabindeka1185
    @rabindeka1185 4 місяці тому +1

    Very very nice

  • @nikunjasarma2549
    @nikunjasarma2549 4 місяці тому +3

    Val. Lagil. Thanks🙏

  • @DulumoniDoley-bl8lp
    @DulumoniDoley-bl8lp 4 місяці тому

    Bohut bohut val lagil

  • @BonditaDas-y2v
    @BonditaDas-y2v 3 місяці тому +1

    Mojaa

  • @kandarpadas8365
    @kandarpadas8365 3 місяці тому

    Bahut bahut val lagise ai _!!I I wish your great success in hole country. God bless you of all

  • @ghanashyamsaikia3292
    @ghanashyamsaikia3292 4 місяці тому +1

    সুন্দৰ ভৱিষ্যত আছে

  • @96noborpatragaurisagar82
    @96noborpatragaurisagar82 4 місяці тому +1

    Bhout Val lagil good

  • @Junmonii
    @Junmonii 4 місяці тому +5

    ভাল লাগিল

  • @digantanath148
    @digantanath148 4 місяці тому +1

    সুন্দৰ লাগিল ❤

  • @PunaHandiqui
    @PunaHandiqui 4 місяці тому

    Best ধুনীয়া হৈছে আগলৈকে এনেকৈয়ে আগুৱাই যোৱা❤❤❤

  • @AtulChbora-x7d
    @AtulChbora-x7d 4 місяці тому +1

    Best.bihuwadal.of.assamthanks for all.

  • @pdchannel8869
    @pdchannel8869 4 місяці тому +1

    ❤❤❤❤ very nice sharing

  • @gitabaruah8112
    @gitabaruah8112 4 місяці тому +1

    বহুত বহুত ধন্যবাদ

  • @MadhavDas-rr2pk
    @MadhavDas-rr2pk 4 місяці тому +1

    Bhot val ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @hunali12345
    @hunali12345 4 місяці тому +1

    বহুত ভাল লাগিলে ❤

  • @PallbiBorah-o5g
    @PallbiBorah-o5g 4 місяці тому +2

    Hundor ❤ba 🥰

  • @panchamirabhadas23
    @panchamirabhadas23 4 місяці тому +4

    Bht val lagil,

  • @TamuliTamuli-iz7cv
    @TamuliTamuli-iz7cv 3 місяці тому +1

    ❤❤Bohot bohot bohot val lagil

  • @narenhazarika2975
    @narenhazarika2975 4 місяці тому +1

    Bahut Bhal Lagisa Aru Aguy Jua

  • @parajitasaikia
    @parajitasaikia 4 місяці тому

    কৃষ্ণ কৃষ্ণ।। মোৰ দেখোন ভাষাই হেৰাই গৈছে তোমালোকৰ অতুলনীয় কাৰ্য্য প্ৰতিভাক কিদৰে ধন্যবাদ জনাম ।। মাথোন ঈশ্বৰ কৃষ্ণৰ চৰণত ইয়াকে প্ৰাৰ্থনা জনাইছোঁ তোমালোকৰ সকলোৰে সৰ্বতো প্ৰকাৰৰ মঙ্গল হওঁক।। কৃষ্ণ ।।

  • @BoloramDas-g3p
    @BoloramDas-g3p 4 місяці тому +1

    Bohut. Xundor. Lagile. Bihu. Sai