Project "BORGEET" ( Udhaba Solohu ) by Suprotim Mahanta in Collaboration With BLOKSENG
Вставка
- Опубліковано 25 вер 2021
- Project "BORGEET" by Suprotim Mahanta in collaboration with BLOKSENG
বৰগীত: "উদ্ধৱ চলহু"(মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত)
ৰাগ: "শ্ৰী"
তাল: "ধৰমজ্যোতি"
অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ অমূল্য সৃষ্টিৰাজিৰ ভিতৰত বৰগীত,সত্ৰীয়ানৃত্য আৰু মুখাশিল্প হৈছে এক অন্যতম উল্লেখযোগ্য অৱদান। মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱপূর্ণ নিৰ্দিষ্ট ৰাগবিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহেই হৈছে "বৰগীত"।
পঞ্চদশ শতিকাৰ শেষৰভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত গুৰুজনাৰ সৃষ্ট অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা নৃত্য ধাৰাটিয়ে হৈছে "সত্ৰীয়া নৃত্য" ।
গুৰু জনাৰ অপূৰ্ব সৃষ্টিৰাজী বৰগীত,সত্ৰীয়ানৃত্য আৰু মুখা শিল্পৰ লগত চিত্ৰ কলাৰ সমাহাৰ ঘটাই এই নতুন প্ৰজেক্টটি আপোনালোকলৈ আগবঢ়ালো ।
গুৰু জনাৰ অমূল্য সৃষ্টিৰাজীক এক বিশেষ শৈলীৰে প্ৰদৰ্শন কৰি আগুৱাই নিয়াৰ আমাৰ এইয়া মাথোঁ এক ক্ষুদ্ৰ প্ৰয়াস । এইখিনি কৰিবলৈ যাওঁতে আমাৰ ফালৰ পৰা হয়তো অনেক ভুল ত্ৰুটি ৰৈ গৈছে। ভুল খিনি আমাক আঙুলিয়াই দি ভিডিঅ'টি সহৃদয়ৰে আকোঁৱালি লব বুলি আশা ৰাখিলো । ধন্যবাদ ।
So here goes the most awaited collaboration with the "Bargeet", Satriya nritya, "mukha silpa" and "art".With this collaboration we are trying to show our rich culture created by our great saint Mahapurush Srimanta Sankardeva.
The objective of our channel is to showcase our art knowledge to the world and in the process elevate our own knowledge about the subject matter. What we hope from this channel is to connect to people with similar aspirations, share our knowledge with each other and learn from each other. We'll be posting videos on wall painting, portrait making, oil painting, crafting, etc. The videos will be of tutorial nature as well as a showcase of our own creativity.
🔽Follow Us On Instagram
✅Suprotim Mahanta / suprotim_mahanta
✅Gouranga _ gouranga_dutta....
✅Prastuti _ prastuti_phukon...
#borgeet , #বৰগীত #Artistic_Axom #Assamese_song #Zubeen_garg #ভাওনা
#সত্ৰীয়া_নৃত্য #project_borgeet #sankardev
ART BY~
Suprotim Mahanta.
DIRECTED BY~
Suprotim Mahanta
SINGER~
Gouranga Dutta
Prastuti Phukon
MUSIC ARRANGER~
Himangshu Dihingia
BAHI~
Kashyap Buragohain
KHOL~
Jintu Mahanta
TAL~
Dipankar Tamuly
DANCER~
Juktamukhi Mahanta
Kabyashree Mahanta
Nayanika katyayan Borah
Mukha~
শিল্পগুৰু ৰেৱকান্ত মহন্ত(Silpaguru Reba Kanta Mahanta)
VIDEOGRAPHER~
Agniv Mahanta
VIDEO EDITOR~
Abhigyan Mahanta
Agniv Mahanta
VISUAL EFFECTS AND ANIMATION~
Abhigyan Mahanta
BLOKSENG,MUSICAL BAND FROM SIVASAGAR
contact for live shows
8133002585
/ -
RECORDING~
R.K. Digital,Balighat,Sivasagar
MIXED AND MASTERED BY~
Nayan moni Boruah
SPECIAL THANKS TO~
শ্রী শংকৰদেৱ নামঘৰৰ সমূহ কৰ্মকৰ্তা আৰু গোমোঠাবাসী ৰাইজ
শিল্পগুৰু ৰেৱকান্ত মহন্ত
Jyotishman Mahanta
Dharma Phukon
Gauranga Hazarika
Mrinal Mahanta
Raktim Gogoi
Ujjal Mahanta
মোৰ অশান্ত মনক শান্তি কৰাৰ মহৌষধ হৈ পৰিছে এই বৰগীত,কিবা এক ঐশ্বৰিক শক্তি আছে❤️❤️
কি কম মানে ভাষা নাই আৰু😊🤩🤩 ইমান ধুনীয়া লাগিলে.....block seng এনে দৰেই আগুৱাই যাওক আৰু সকলো লৈকে বহুত বহুত শুভ কামনা থাকিল দেই
thank you so much😍😍keep supporting❤
❤❤@@ArtisticAxom
বহুত বেছি ভাল লাগিল গৌৰাংগ ......যাত্ৰা অব্যাহত ৰাখা ,আৰু ভাল ভাল বৰগীত আশা কৰিলোঁ
এইয়াই আমাৰ সংস্কৃতি... ❤❤ সুন্দৰ❤ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ🙏🙏❤
thank you so much😍❤️ keep supporting ❤️
Feeling proud to be a part of 'PROJECT বৰগীত' 🙏
thank you so much😍😍keep supporting❤ you did a great job sister.. keep dancing 😍
Roger sir!🤗😊
Congratulations to the whole team and so happy to be part of this soulful work 🎉 thank you everyone ❣️❣️❣️🙏
thank you so much kashyap..you did a great job..❤lucky to have you😍
👌👌👌👌👌👌👌👌👌❤
ৰাগ_
কৃষ্ণ.. শংকৰ. গুৰু হৰি ৰাম
হৰি.. ৰাম... হৰি ৰাম...
হৰি ৰাম ৰাম ৰাম
ধ্ৰুং।। উদ্ধৱ চলহু গোকুলে লাই।
হামো বিনে গোপীৰ তিলেকে যুগযায়।
পদ।।
হামো চিত্ত বিত্ত নিত, হামাকু ধিয়ানা।
ধৰল বিয়োগে গোপী কথমিপ প্ৰাণা।।
হামাকেসে আশে গোপী জীয়ে সমুদায়।
বাহুৰি আৱৰ কৃষ্ণ ভেটবো দুনাই।।
কহ কৃষ্ণ কিঙ্কৰ হৰিক ভজ লোই।
হৰি বিনে সুহৃদ বান্ধৱ নাহি কোই।।
Great concept.👏
Amazing performance.🎊
Congratulations to the whole team. Keep it up. 🎉💐
thank you so much😍 keep supporting❤
গুৰুজনাৰ সংস্কৃতি এইদৰেই আগুৱাই নিয়া। ❤️🙏 সকলোলৈ শুভেচ্ছা থাকিল❤️
thank you so much😍 keep supporting❤
🥲 I'm aslo belong from Assam but now a days it is too hard to see or listen a Borgeet in front of us , whenever i listen a borgeet it touches my heart ❤️ and it flows in my mind for some days 🤧
But now being a Assamese son we are missing those beautiful treditional songs 😢 wish we will able to hold our tredition for our future society
Our mohapurukh creates what a devotional song no one in the world to have such kind of knowledge to create this kind of devotional songs ,Krishna🙏
অতি সুন্দৰ ভাৱে পৰিবেশন কৰিছে গুৰুজনাৰ বৰগীত ভাগ। আপোনালোক আৰু আগুৱাই যাওঁক।। জয় গুৰু শংকৰ 🙏❣️❤️🥰
আজি 10/05/2024 তাৰিখে বৰগীতটি শুনিছোঁ, সুন্দৰ হৈছে, ভাষা নাই কবলৈ।
Top class content... It's very rare now a days to find such an amazing concept and it's perfect execution which connects people of Assam with their cultural roots...
thank you so much❤😍keep supporting❤
Borat
সুন্দৰ হৈছে। সকলো শিল্পীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ...🙏🙏
Moja
thank you so much😍😍keep supporting❤
বহুত বেছি মনোগ্ৰাহী হৈছে..congratulations team বৰগীত ❤️
thank you so much❤😍keep supporting❤
❤❤finally out now...glad to be a part of this project..artistic axom❤❤
thank you so much❤😍you did a great job😍 lucky to have you❤
বহূত ভাল লাগিল , দাদা আৰু বা গৰাকীৰ কণ্ঠৰ লগতে শংকৰী নৃত্য ভাগো বহূত ভাল লাগিল , জয় আই অসম
thank you so much 😍keep supporting ❤️
আমাৰ সংস্কৃতিক জীয়াই তোলাৰ বাবে ধন্যবাদ ❤
সচাই বৰ সুন্দৰ হৈছে । শুনিলে শুনি থাকিবৰ মন যায় । আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
It helped my son to perform Satriya Nritya and to showcase our Assamese culture in an IB (International Baccalaureate) school cultural event. Thank you very much to all team members and wish a good fortune.
thank you so much 😍❤️keep blessing keep supporting us❤️
সুন্দৰ পৰিবেশন ভাল লাগিল । সকলোলৈকে মোৰ ভালৰ পৰা বহুত মৰম আৰু শুভকামনা ❤️
thank you so much😍😍keep supporting❤
বৰ সুন্দৰ লাগিল,,মন পুলকিত হৈ গল,, আগুৱাই যোৱা❤
You people are real hero of our greater assamese society..keep good work and carry forward it..Congratulations and best wishes.
thank you so much ❤️❤️keep blessing keep supporting us😍
Our culture is our identity ..khub bhal lagise bhaiti .... Congratulations to you and your team 💞💞
thank you so much❤😍keep supporting❤
ভাল লাগিল project borgeet..সকলো শিল্পীয়ে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে। সকলোলৈ আন্তৰিক শুভেচ্ছা যাচিলো।
thank you so much❤😍keep supporting❤
ইমান সুৱলা কণ্ঠ, বহুত বেছি ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা থাকিল।
It's so overwhelming to see you guys carry forward our cultural heritage in such an exquisite way🤩
thank you so much😍😍keep supporting❤
Proud to be a part of "Project Borgeet" ❤❤ Thank you so much "Artistic Axom" for giving this opportunity. ❤❤
thank you so much 😍you did a great job❤️lucky to have you ❤️
অতি সুন্দৰ। মনটোত কিবা শান্তি অনুভৱ কৰিছো। আৰু আগবাঢ়ি যোৱা
thank you so much😍 keep supporting❤
বহুত বাৰ শুনিলো সদায় শুনি থাকো। অতি সুন্দৰ ❤❤❤ আগলৈ আৰু যাতে এনেকৈ আৰু সুন্দৰ কণ্ঠৰ বৰগীত শুনিবলৈ পা ও তাৰে আশা থাকিল। শুভেচ্ছা থাকিল প্ৰতিজন সদস্য লৈ।
ইমান সুন্দৰ কণ্ঠ। আগুৱাই যোৱা। মহা পভূ গোপালদেৱে কৃপা কৰক। 🤍🤍🙏🙏
Literally I have goosbumps... I can't express how I am feeling now.... Wow wow wow.... Great great job by the whole team... Hats off to you... Keep up these good work guys ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
thank you so much😍😍keep supporting❤
Wow very nice, congrats to the whole team and a salute to all your hard works, nice thinking, execution of your plan resulting an awesome video. Our cultures are surely safe in the hands of you all wanderful people like you. Proud to be many of you once my students. Thnx and hope getting such good things ahead guys. Sir GB.
thank you so much😍😍keep blessing us sir❤
নৱবর্ষ ৰ শুভেচ্ছা জনালো সকলোলৈ লগতে,,, এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক চোন অতি সুন্দৰ পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন,,,,
কৃষ্ণ কৃষ্ণ ❤️❤️❤️ মনটো শান্তি লাগি গ'ল অ' 🙏🙏 জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏🙏🙏
বহুত ধুনীয়া হৈছে 💙💙 সকলো কলা কুশলীক ধন্যবাদ জনালো ইমান ধুনীয়াকৈ বৰগীতটি পৰিবেশন কৰি আমাক শুনাৰ সুবিধা দিয়া বাবে, গুৰু দুজনাৰ সৃষ্টি আপোনালোকৰ কণ্ঠত আৰু আশা কৰিলো
thank you so much❤😍keep supporting❤
এই ধৰণৰ বৰগীতবোৰ শুনিলে দেহ মন সকলো ভাল লাগি যাই ❣️🥰
সুন্দৰ বৰ গীত জনা শুনি বৰ ভাল লাগিল শুনি থাকিব মন যায় কি যে অপৰূপ হৃদয় চুই যায় ।🙏🙏🙏
Heart touching ❤️❤️
I m glad that it's our own❤️ congratulations to the entire team of #projectborgeet❤️nd
@suprotim da ...thanks for all❤️
Hello
Moi akash
thank you so much❤😍You did a great job😍 lucky to have you❤
Goosebumps ❤️ it's really beautiful ❤️
Ktha to hoi
thank you so much😍😍keep supporting❤
মই একেৰাহে কেইবাৰ শুনিলো হিচাবে নোহোৱা হৈ গৈছে... ইমান সুন্দৰভাৱে পৰিৱেশন কৰিছে, কি ক'ম ভাষা নাই... মনটো সঁচাই শাঁত পৰি গ'ল... বহুত বহুত ধন্যবাদ বৰগীতটি এনেদৰে উপস্থাপন কৰি আমাক উপহাৰ দিয়াৰ বাবে 🙏
সুন্দৰ বৰগীত আৰু সুন্দৰ সুমধুৰ কণ্ঠ
বহুত বহুত ধন্যবাদ থাকিল।
No words to express and appreciate the beauty of this endeover! just a huge round of applause .Best wishes artistic axom
thank you so much😍😍keep supporting❤
I really appreciate everything that you people are doing. 🔥🔥🔥
Amazinggggg ❤️❤️❤️
thank you so much😍😍keep supporting❤
মন প্ৰাণ শান্ত হৈ গ'ল। ধন্য ভক্ত বিন্দ ধন্য 🙏🙏🙏🙏🙏
এইবোৰ গীত ৰাতিপুৱা শুনিলে শুনি থাকিবলৈ মন যায় ❤️.. ধুনীয়া.. সুপ্ৰভাত সকলোকে 🌺
শুনি ভাল লাগিল ♥️✨🌻 । অসমীয়া সত্ৰীয়া সংস্কৃতি এনেদৰেই আগবাঢ়ি যাওঁক । সকলো শিল্পীলৈ অলেখ শুভ কামনা আৰু মৰম ♥️✨🌻
thank you so much❤😍keep supporting❤
সুন্দৰ হৈছে গৌৰাংগ । আৰু আগবাঢ়ি যোৱা ।
thank you so much❤😍keep supporting❤
গায়ক গায়িকা বাদ্য যন্ত্ৰ ৰ লগতে উপস্থাপন টো আটকধুনীয়া। মন চুই গৈছে ❤
সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই
I really got goosebumps... Suprotim, nicely conceptualised, Gauranga and Prastuti, both of you nailed it... Himangshu tumi jui... Entire team, you guys really rocked.... Best wishes and congratulations.... ❤️❤️❤️ Keep up good works...
iman dhuniya comment tur reply keneke thaki jabo pare..😣 I'm so sorry panchanan da..kiba technical glitch or something else don't know.😔😔. bohut bohut dhonyobaad❤️ tumalukor support hodai lagibo
@@suprotimmahanta575 aarey reply is okay.. just xuvokamona bur main... 👍👍❤️❤️
diha poramorkho d thakiba dei dada❤️😍
সুন্দৰ ♥️👍👍👍👍👍👍👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌👌👌
thank you so much 😍😍
Gurujonar apurba shristy 🎉joi guru Sankar madhob 🙏🙏🙏
সুন্দৰ, অপূৰ্ব।অভিনন্দন জনাইছো সকলো কে।আমাৰ গুৰুজনাৰ সৃষ্টিসমূহক সুন্দৰ ভাবে উপস্থাপন কৰাৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ।
thank you so much❤😍keep supporting❤
বৰ সুন্দৰ কণ্ঠ দেই ভাল লাগিলে। সকলোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছাঁ থাকিলে।
thank you so much❤😍keep supporting❤
Ati sundar voice 🔥👍🙏🙏🙏
আমাৰ গুৰু জনাই দিয়া বৰগীত ❤❤❤
বহুত বহুত ভাল লাগিল । এনেদৰে আৰু ভাল ভাল কাম কৰি যোৱা । কৃষ্ণ প্ৰভু !
thank you so much😍 keep supporting❤
It's a masterpiece.🌿
thank you so much❤😍keep supporting❤
great team work...❤keep Shining guys 🔥
thank you so much😍😍keep supporting❤
Ratipua ga tu dhui a borgeet faki xunu .... Gutei dintu probitro lagi thake ... Thank you blockseng for this precious one ❤️
সুন্দৰ❤️গুৰুজনাৰ সংস্কৃতিবোৰ সদায়েই এনেদৰেই উজ্বলি ৰওক প্ৰতিজন অসমীয়াৰ হৃদয়ত 🙏
🙏জয় গুৰু শংকৰ🙏
Keep up d good works brothers. Now we can say tht our culture is really in d safe hands. New generation should come forward to practice our rich culture like u . All d best
thank you so much 😍❤️
Seriously it's amazing ❣️❣️❣️keep going brother 😍
thank you so much😍😍keep supporting❤
Mon Baya lagi thakila ai borgeet tu khunila mon2 patol hoi jai.... Wow 2mr khure hidoi sui jai❤
অতি সুন্দৰ হৈছে,সুন্দৰ প্ৰচেষ্টা,,, সকলো শিল্পী কলা কৌশলীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো,,, এনেকৈয়ে সকলো আগবাঢ়ি যোৱা,,,,💐💐💐
thank you so much😍😍keep supporting❤
Great work .🙏🙏🙏 Best wishes to all the artists.. 💐💐💐👍
thank you so much😍😍keep supporting❤
বহুত ভাল লাগিল❤️ গীতটিয়ে যেন সাফল্য লাভ কৰক তাৰ বাবে মোৰ ফালৰ পৰা থাকিল অশেষ শুভকামনা😘🌹
thank you so much😍😍keep supporting❤
বহুত বহুত বহুত ধুনীয়া লাগিছে চাই আৰু শুনি। এতিয়ালৈ 10 বাৰ চালোঁ। আৰু চাই থাকিম।
thank you so much😍😍keep supporting ❤️
সুন্দৰ পৰিকল্পনাৰ এক সুন্দৰ উপস্থাপন❤️ অাগুৱাই যোৱা সকলো। প্ৰতিজন শিল্পী কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা অান্তৰিক শুভকামনা যাচিঁলো🙏
thank you so much😍😍keep supporting❤
Vaiti ki dhunia mane ❤️🔥
thank you so much😍😍keep supporting❤
OUT OF WORDS....MUCH LOVE TO YOU ALL ❤️
thank you so much😍😍keep supporting❤
আশীৰ্বাদ থাকিল । আগুৱাই যোৱা
বহুত বহুত ধন্যবাদ😍❤️
Gouranga, Kabyasri, Prastuti Ba, Juktamukhi,Supratim da......❤️.... শুভেচ্ছা থাকিল সকলোলৈকে।।
thank you so much❤😍keep supporting❤
I am very happy and feeling very proud to be a part of project borgeet ❤️. Special thanks to suprotim da . And many many congratulations to our team
thank you so much❤😍you did a great job 😍lucky to have you❤
Butterfly and son is
Thanks for your
Nupur Talwar
Nayanika. Jagrit joyti katayan
It's wonderful guys 🥺❤️🔥
thank you so much❤😍keep supporting❤
গুৰু জনাৰ অনুপম সৃষ্টি বৰগীত পৰিবেশনে অন্তৰত ভক্তিৰ উন্মেষ ঘটায় । শিল্পীসকললৈ ধন্যবাদ থাকিল।
তোমালোক আতাইলৈ আন্তৰিক শুভেচ্ছা জনালোঁ । খুব সুন্দৰ হৈছে । ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
thank you so much❤😍keep supporting❤
সকলো শিল্পীলৈ থাকিল আন্তৰিক মৰম আৰু শুভ কামনা🥰🎤✌✌
thank you so much😍 keep supporting❤
Keep it up Gaurango✨✨and team
thank you so much😍😍keep supporting❤
ইমান সুন্দৰ ❤️❤️ শুনি থাকিলেও হেপাহ নপৰে 🙏 আগুৱাই যাওক, ঈশ্বৰে মঙ্গল কৰক।
Imn dhuniya hoise kbole vakha nai😍😍❤❤🙏aguai jwa
thank you so much😍❤ keep supporting❤
Just wow🔥🔥🔥
thank you so much❤😍keep supporting❤
Proud of you bhai.... Kudos to Blockseng and the whole team ❤❤
thank you so much😍😍keep supporting❤
অতি সুন্দৰ কন্ঠ দুয়োজনৰ৷ আৰু বৰগীতৰ আশা কৰিম৷
ভালৰো এটা সীমা থাকে। পিছে সেই সীমা অতিক্রম কৰিছে এই অনুষ্ঠান ভাগে। কি ক'ম আৰু? সকলোটি কলা-কুশলীলৈ আন্তৰিক মৰম ও শুভেচ্ছা জনালো।
Like tu di loisu..
Let me edit and say,
Everything is so perfect. Everything..
I’m super impressed and proud of you guys..
Kudos to the team..
Much much ❤️
thank you so much😍😍keep supporting❤
Really speechless 😳🔥
thank you so much😍😍keep supporting❤
ধন্যবাদ গুৰু জনাৰ সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ আগত ডাঙি ধৰাৰ বাবে ❤
ধন্যবাদ❤️ আশীৰ্বাদ কৰিব
From Satriya to borgeet sokolu bohut xundor hoise 👍👍
thank you so much😍😍keep supporting❤
Its beautiful 💖💖💖💖💖💖💖
thank you so much😍😍keep supporting❤
Beautiful Composition ... Best Wishes ❤️
thank you so much😍😍keep supporting❤
বহুত সুন্দৰ পৰিবেশন।
Very creative and innovative video....my best wishes to all the artists
thank you so much😍 keep supporting❤
Everything was so well done! The result is so immaculate and mesmerising!!!!
thank you so much❤😍keep supporting❤
A treat to the eyes. So much of hard work going in one such work. Keep growing ❣️
thank you so much❤😍keep supporting❤
200বাৰত কৈও বেছি শুনিছোঁ। আগলৈ আৰু বৰগীত আঁশা কৰিলোঁ।
Dhunia hoise 🥰
thank you so much😍😍keep supporting❤