তেজৰে কমলাপতি | Tezore Komolapoti | Mayurponkhi Dutta | Borgeet | Sri Sri Madhavdeva

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • বৰগীত: তেজৰে কমলাপতি (মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত)
    ৰাগ: শ্যাম
    তাল ক্ৰমে: পৰিতাল, দোমানি, ধৰমজ্যোতি
    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱপূৰ্ণ নিদিষ্ট ৰাগবিশিষ্ট এক বিশেষ শৈলীৰে গোৱা গীতসমূহেই হৈছে "বৰগীত"।
    পঞ্চদশ শতিকাৰ শেষৰভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত গুৰুজনাৰ সৃষ্ট অঙ্কীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা নৃত্যৰ ধাৰাটিয়ে হৈছে "সত্ৰীয়া নৃত্য" ।
    ভাবানুবাদ: হেৰা মোৰ সমস্ত ধনৰ অধিকাৰী (কমলাপতি) কৃষ্ণ, ৰাতিপুৱাৰ টোপনি এৰাঁ। তোমাৰ জোন যেন সুন্দৰ মুখখনি চাওঁ, গোৱিন্দ, উঠাঁ। ৰাতিৰ আন্ধাৰ আঁতৰিল, দিশসমূহ পোহৰ হʼল । আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলিল, ভোমোৰা উৰি ফুৰিছেহি, ব্ৰজৰ বোৱাৰীসকলে তোমাৰ গুণ বখানি দধি মথিছে। দাম - সুদামহঁতে তোমাৰ নাম ধৰি মাতিব লাগিছে। সৌৱা চোৱাঁ , বলৰামো উঠি আহিল। পিতাৰা নন্দ খুটিলৈ গʼলেই । গোৱালবোৰেও নিজৰ পালৰ কাম কৰিবলৈ গʼল। তুমিও গৰু চৰাবলৈ যাব লাগে। গোপাল উঠাঁ। ক্ষীৰ, লৱণু,শিঙা,বেত, বেণু লওৱআঁ আৰু ৰাতিপুৱাই গৰুপোৱালীবোৰ মেলি দিয়া গাইবোৰে হেম্বেলিয়াই আছে। মাধৱে কৈছে - আই যশোদা, তুমি কি তপস্যা কৰিছিলা নো, ত্ৰিজগতৰ স্বামী হৰিক তুমি গৰখীয়া কৰি পাইছিল যে ?
    গুৰুজনাৰ অমূল্য সৃষ্টিৰাজীক এক বিশেষ শৈলীৰে প্ৰদৰ্শন কৰি আগুৱাই নিয়াৰ আমাৰ এইয়া মাথোঁ এক ক্ষুদ্ৰ প্ৰয়াস। এইখিনি কৰিবলৈ যাওঁতে আমাৰ ফালৰ পৰা হয়তো অনেক ভুল ত্ৰুটি ৰৈ গৈছে। ভুল খিনি আমাক আঙুলিয়াই দি ভিডিঅ'টি সহৃদয়তাৰে আকোঁৱালি লব বুলি আশা ৰাখিলোঁ।
    ধন্যবাদ।
    Borgeets are musical compositions composed by the Vasnavite Saint Srimanta Shankardeva and Sri Sri Madhavdeva around five hundred years back. Both the Guru's are the pioneers of the Vasnavite moments in Assam, India.
    Sattriya dance is a genre of dance created by the Guru in the late fifteenth or early sixteenth century through the Ankiya Bhaona.
    A borgeet, the creation of Sri Sri Madhavdeva , presented by the students of Sankari Sangeet Vidyalaya
    Translation : O Krishna, possessor of all my wealth (Kamalapati), give up your morning sleep. Let me see your beautiful face like the moon, Govind, get up. The darkness of the night is gone, the directions are bright. The sun's rays are rising through the darkness. The lotus flowers are blooming, the butterflies are flying, the daughters-in-law of Braj are beating your praises. Dam - The Sudams are calling your name. Here you go , Balaram got up. Pitara Nanda went to the pole. The shepherds also went to their flocks. You should go graze the cows too. Let's get up, Gopal. Bring milk, salt, horns, cane, and flutes, and the cows that let their calves go in the morning are swarming. Madhav asks , “ Mother Yashoda, what prayers did you chant, what was your penances to have the Lord of three universes as a mere cowherd?”
    This is just a small attempt to promote the precious works of the Guru in a special style. There may have been many mistakes on our part in doing this. Please point out the mistakes and enjoy the video.
    Thank you.
    #assamesesong
    #borgeet
    #sattriya
    #সত্ৰীয়ানৃত্য
    #culture
    🔽 Follow Us On Instagram
    ☑️ Mayurponkhi Dutta
    ...
    🔽 Follow Us On Facebook
    ☑️ Sankori sangeet vidyalaya, Missamora, Dergaon,Golaghat, Assam
    www.facebook.c...
    ☑️ Lotika Hazarika Dutta
    www.facebook.c...
    ☑️ Akhil Kumar Dutta
    www.facebook.c...
    Directed by ~
    Lotika Hazarika Dutta
    Singer ~
    Mayurponkhi Dutta
    Choreography ~
    Mayurponkhi Dutta
    Planning and management ~
    Lotika Hazarika Dutta
    Khol ~
    Shashanka Jyoti Dutta
    Bahi~
    Bhupen Dutta
    Tal~
    Mayurponkhi Dutta
    Cast -
    Mayurponkhi Dutta
    Hrishikesh Saikia
    Anuranan Dutta
    Priyanuj Bora
    Artists ~
    Rituparna Bora (yashoda)
    Aradhya Baroua (Krishna)
    Baridhi Hazarika (Krishna)
    Ayushpran Dutta (Balram)
    Hrishikesh Shaikia (Nanda)
    Dancer~
    Aradhya Baroua
    Baridhi Hazarika
    Ayushpran Dutta
    Hrishikesh Shaikia
    Priyanuj Bora
    Ankita Dutta
    Ritusmita Bora
    Sudiksha Baroua
    Gariyasi Shaikia
    Denitpala Bora
    Akrishti Mahant
    Kasturi Devi
    Pahi Baroua
    Mridusmita Bora
    Babli Hazarika
    Pragya Sri Dutta
    Jyotisma Dutta
    Dipshikha Bora
    Lonismita Dutta
    Mayuri Gogoi
    Annesha phukan
    Uttam Bora
    Pragyasmita Bora
    Aklant Jyoti Bora
    Supratim Parashar
    Swapnilraj Hazarika.
    Cinematography~
    Abinash Bora, Piyush Pratim Hazarika , pranjal Bora and Ankur Bora
    Video editor ~
    Abinash Bora
    Recording ~
    Jhankar studio
    Special thanks to ~
    The glorious Khanik Puthi Namghar
    Numaligarh township
    Shiromani Clothing Store
    Sri Ajit Kumar Bora
    Sri Ranjit Bora
    Sri.Ujjwalnay Sandiky.
    Sri. Akhil Kumar Dutta
    Sri. Amulya Dutta
    Sri. Bhavesh Baroua
    Srmti. Rekhamani Baroua Bora
    Srmti. Pratisha Hazarika
    Sri. Jayantjin phukan
    Sri. Sourav Jyoti Shaikia
    Parents of the sankari sangeet vidyalaya,Missamora

КОМЕНТАРІ • 120

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +6

    ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত ৰ পৰিৱেশন চাবলৈ পালে নথৈ সুখী হম, ভগৱানে কুশলে ৰাখক আৰু সঙদি বাধিত কৰক ইমানেই

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 місяців тому +4

    সুন্দৰ আৰু শুনিও আনন্দ পালো এই গীতটি শুনি মই খুবেই ভাল পালোঁ, পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে ভৱিষ্যতে এনে ধৰণৰ গীত শুনিবলৈ ইচ্ছা কৰিলো,,,,,,,

  • @nizarasaikia2117
    @nizarasaikia2117 8 місяців тому +6

    Hundor khontho hune val lagese.Happy New Year.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 місяців тому +4

    সুন্দৰ আৰু সুমধুৰ বৰগীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যতেও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি বাধিত কৰক ইমানেই,,,,

  • @supratimparasar4360
    @supratimparasar4360 11 місяців тому +14

    Bohut val lagisa

  • @user-er3rj1gr1l
    @user-er3rj1gr1l 2 місяці тому +4

    Bohut val lagisa

  • @dilipsaikia3860
    @dilipsaikia3860 11 місяців тому +4

    বহুত সুন্দৰ হৈছে।

  • @mousumidevi9884
    @mousumidevi9884 10 місяців тому +4

    Bor dhuniya hoise

  • @user-er3rj1gr1l
    @user-er3rj1gr1l 2 місяці тому +2

    অতি সুন্দৰ ❤❤

  • @sunitadutta9012
    @sunitadutta9012 Місяць тому +1

    Krishno

  • @user-it2qo5zz8m
    @user-it2qo5zz8m 3 місяці тому +4

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @binitachetia7327
    @binitachetia7327 7 днів тому +1

    জয় শ্রী কৃষ্ণ🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 3 місяці тому +2

    সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,, সেয়ে তোমালোকে গাই যোৱা, সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, ধন্যবাদ থাকিল সকলোলৈ আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে তোমালোকক এই মানসেৰে ই,,,

  • @padmeshwardeka7740
    @padmeshwardeka7740 Місяць тому +1

    কৃষ্ণ কৃষ্ণ।।
    অতি সুন্দৰ হৈছে।।

  • @MamoniBoruah-pp3fg
    @MamoniBoruah-pp3fg 7 місяців тому +3

    সুন্দৰ কণ্ঠ ❤👌👌

  • @user-rp6em8fi1q
    @user-rp6em8fi1q 5 місяців тому +2

    Val lagil xuni bohute ❤❤

  • @akshoyanandsingh3861
    @akshoyanandsingh3861 5 місяців тому +2

    Marvelous,Bahut bhal lagil

  • @user-ky3vr4iw9r
    @user-ky3vr4iw9r 2 місяці тому +2

    Bhal Lagise bohut xundar

  • @InnocentColourfulShirt-mc3nb
    @InnocentColourfulShirt-mc3nb 5 місяців тому +1

    Bohut val lagil

  • @abjithazarika5126
    @abjithazarika5126 11 місяців тому +3

    বহুত ধুনীয়া হৈছে।

  • @amiyabora-tg8ld
    @amiyabora-tg8ld 8 місяців тому +1

    Xunder Oti xunder kontha

  • @ushasaikia1553
    @ushasaikia1553 3 місяці тому +1

    Sundor 🙏🙏

  • @nilakshidutta2429
    @nilakshidutta2429 11 місяців тому +2

    বহুত বহুত ভাল লাগিল

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 18 днів тому

    xuni khub vl.lagil dei puwai puwai....❤🙏🏻

  • @hypergamingyt8575
    @hypergamingyt8575 3 місяці тому +2

    Very
    Sweet.barageet.of.mafhabdeva

  • @user-nd8kd3jd5m
    @user-nd8kd3jd5m 6 місяців тому +2

    Moiu borgeet gau, xuni bohut val lagil❤

  • @karobibora773
    @karobibora773 11 місяців тому +3

    সুন্দৰ♥️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +1

    সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল ভৱিষ্যতে ও এনে ধৰনৰ গীতেৰে শুনিবলৈ পালে খুবেই ভাল পালোহেঁতেন, সেয়ে তোমালোকে গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমালোকক জনাবলৈ,,

  • @minotidutta8536
    @minotidutta8536 11 місяців тому +2

    ❤❤ 😊

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +1

    সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক এই মানসেৰে ই মোৰ মন টো হে প্রভু জনাৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে আপোনালোকে গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক ক জনাবলৈ সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে আৰু শুনিও ভাল পালোঁ

  • @DilipGoswami-xc3wo
    @DilipGoswami-xc3wo 2 місяці тому +8

    Mor priay bhakti geet clas. 9/ 10 shool pahi thakute puwa bela xuni val paisilo ( nai & ase )৫&৬ 😂😊

  • @anitaboruah3738
    @anitaboruah3738 8 місяців тому +1

    Dhunia hoise

  • @user-sp7ec1fb4s
    @user-sp7ec1fb4s 4 місяці тому +2

    সুন্দৰ ৰাগিনী আইগৰাকী কৃষ্ণ

  • @Ratuldutta1234
    @Ratuldutta1234 11 місяців тому +1

    ❤❤

  • @prostutisarmahassam2705
    @prostutisarmahassam2705 11 місяців тому +2

    ভাল লাগিল‌

  • @urboshibora2545
    @urboshibora2545 11 місяців тому +3

    বৰ ভাল লাগিল❤️

  • @rittikasofficial4127
    @rittikasofficial4127 11 місяців тому +4

    Hundor hoise ❤

  • @golapchetia2728
    @golapchetia2728 3 місяці тому +3

    তেজৰেৰ ঠাইত ত্যজৰে হব লাগে।

  • @MoniHazarika-v7i
    @MoniHazarika-v7i 11 днів тому

    Happy❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +1

    নমস্কাৰ গ্ৰহণ কৰিবা, গুৰু দুজনাৰ নামেৰে জনাজাত এই গীতটো শুনিবলৈ পাই অতিকৈ আনন্দ পাইছো, আৰু শুনিও ভাল লাগিছে সেয়ে ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে তোমালোকে গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ তোমালোকক দিবলৈ ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 4 місяці тому

      আৰু নাচটো চাই ভাল লাগিল সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,,, ইমানেই বেছি গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,,,

  • @NarayanSaikia-go1hb
    @NarayanSaikia-go1hb 17 днів тому

    Krishma,kripa korok

  • @sudikshavlogs633
    @sudikshavlogs633 11 місяців тому +1

    bohut vl lagil ❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 місяців тому +1

    সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল সেয়ে একে সুৰতে ক ও আপুনি গাই যাওক চোন বিশেষ কৈ কবলৈ ভাষা নাই, ইমানেই,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 5 місяців тому

      নৃত্যৰ লগত আৰু অনেক কিছু পৰিৱেশন চাইও ভাল লাগিল গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনি খুবেই ভাল লাগিল,,,,

    • @sankorisangeetvidyalayamis9680
      @sankorisangeetvidyalayamis9680  5 місяців тому

      অশেষ ধন্যবাদ জনালোঁ

  • @LizaDutta840
    @LizaDutta840 11 місяців тому +2

    Dhuniya👌👌

  • @abhinaytunes7145
    @abhinaytunes7145 10 місяців тому +1

    সুন্দৰ হৈছে।। ভাল লাগিল

  • @aklantavlogs465
    @aklantavlogs465 11 місяців тому +4

    Very beautiful 💙💙💙

  • @sumansonowalofficial6736
    @sumansonowalofficial6736 11 місяців тому +2

    সুন্দৰ হৈছে

  • @bituponborah3352
    @bituponborah3352 11 місяців тому +2

    Hundor

  • @jitulrajkhowa8129
    @jitulrajkhowa8129 5 місяців тому +1

    সুন্দৰ প্ৰয়াস।আপ্লুত হলো।❤

  • @jugenburagohain8034
    @jugenburagohain8034 27 днів тому

    ময়ুৰপংখী

  • @bhadrakantadas6101
    @bhadrakantadas6101 5 місяців тому +1

    কনমইনা হতৰ নৃত্য বৰ ভাল সুন্দৰ হৈছে।

  • @chandramadeuri6554
    @chandramadeuri6554 6 місяців тому +1

    Natun hur 😢

  • @richipriyaborah6262
    @richipriyaborah6262 11 місяців тому +3

    বহুত ধুনীয়া ♥️

  • @sugatamukherjee852
    @sugatamukherjee852 13 днів тому

    😊😊😊😊😊😊

  • @kamalbora95
    @kamalbora95 8 місяців тому +1

    কৃষ্ণ বহুত ভাল লাগিল

  • @aklantajyotiborah3036
    @aklantajyotiborah3036 11 місяців тому +2

    সুন্দৰ হৈছে।🙏🏻🙏🏻🙏🏻

  • @ytentertainment1465
    @ytentertainment1465 8 місяців тому +1

    Otee hundar🎉 Krishna 🌞 🌻

  • @mahendranath4681
    @mahendranath4681 8 місяців тому +1

    🙏হে কৰুণাময়।

  • @RANJITGogoi-ry9wl
    @RANJITGogoi-ry9wl 5 місяців тому +1

    Best best.

  • @manishkashyap9989
    @manishkashyap9989 11 місяців тому +1

    Bohut dhunia lagishe

  • @hypergamingyt8575
    @hypergamingyt8575 3 місяці тому

    Very.sw

  • @nilimasaikiabora
    @nilimasaikiabora 11 місяців тому +1

    বহুত ভাল লাগিল ❤️

  • @ananyashrawansaptami3828
    @ananyashrawansaptami3828 11 місяців тому +1

    Dhuniya hoise 💕

  • @sreemoyeeborahsjhumkakalak2672
    @sreemoyeeborahsjhumkakalak2672 11 місяців тому +1

    Sundar

  • @lashyamoyee
    @lashyamoyee 11 місяців тому +1

    Bohut dhunia

  • @sanjayagarwala1382
    @sanjayagarwala1382 11 місяців тому +1

    Khub hundor ❤

  • @sasangkaboruah903
    @sasangkaboruah903 11 місяців тому +1

    ভাল লাগিল💖

  • @bitupondutta19
    @bitupondutta19 11 місяців тому +2

    ❤ really awesome

  • @runumiborbora4641
    @runumiborbora4641 11 місяців тому +1

    Sundar hoise

  • @bonjurisaikia802
    @bonjurisaikia802 11 місяців тому +1

    Mojaa❤

  • @mou-porivlogs
    @mou-porivlogs 11 місяців тому +1

    বৰ ভাল লগিল

  • @user-wn5ce1jp7n
    @user-wn5ce1jp7n 11 місяців тому +1

    সুন্দৰ😮

  • @nimishadutta2317
    @nimishadutta2317 11 місяців тому +1

    Dhunuya❤

  • @sandiphazarika1645
    @sandiphazarika1645 11 місяців тому +1

    Bhal lagil

  • @ansumankalita5549
    @ansumankalita5549 11 місяців тому

    সুন্দৰ ভাল লাগিল সঁচাই

  • @anuhazarika8423
    @anuhazarika8423 11 місяців тому +1

    ❤❤❤❤❤❤

  • @dhrubajyotimahanta6704
    @dhrubajyotimahanta6704 11 місяців тому +1

  • @user-er3rj1gr1l
    @user-er3rj1gr1l 2 місяці тому +3

    তেজৰেৰ ঠাইত ট্যজৰে হব লাগে।

  • @ramyatapriyamborah
    @ramyatapriyamborah 11 місяців тому

    Dhunia ♥️

  • @user-bb7go3yd4h
    @user-bb7go3yd4h 8 місяців тому +1

    Krishna Krishna a I garaki

  • @RajenborahRajenborah-el5cy
    @RajenborahRajenborah-el5cy Місяць тому +1

    আপোনাৰ প্ৰথম সেৱা কৰা হোৱা নাই যেন লাগিছে

  • @DharmeswarDuwarah
    @DharmeswarDuwarah 6 місяців тому

    Bahutbhal

  • @sutkamydi9997
    @sutkamydi9997 10 місяців тому +1

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @akshoyanandsingh3861
    @akshoyanandsingh3861 5 місяців тому

    Geet music diyu ucha manar hoise

  • @naagarjun4660
    @naagarjun4660 2 місяці тому +1

    Khubei xundor..... kintu Raag vag u poribexon koribo lagisil .... Video tur aromvonit egoraki aaii aru dujon baap e poribexon kora dekhaise jetia voktire raag vag gua hoy .................,..mur vul u hobopare kuar babe .....
    khyoma bisarisu 🙏

  • @rasmibaruah6024
    @rasmibaruah6024 11 місяців тому

    Very nice

  • @user-uv8yq2su3l
    @user-uv8yq2su3l 6 місяців тому +2

    Sunbor hosy kntu ragt bibo gabo lagisil

  • @tapan17028
    @tapan17028 13 днів тому

    borgeet r xur change korile Besura lage...valke siki gabo

  • @khagendutta3527
    @khagendutta3527 8 місяців тому

    আচল সুৰ হোৱা নাই

  • @bijubordoloi3315
    @bijubordoloi3315 2 місяці тому +1

    জয় শ্রী কৃষ্ণ 🙏🙏🙏🙏🙏

  • @Mylifeexperienceor
    @Mylifeexperienceor 11 місяців тому +3

    সুন্দৰ ❤

  • @pallobiboruahmainu1289
    @pallobiboruahmainu1289 11 місяців тому +2

    ❤❤❤❤

  • @kunwalidutta4351
    @kunwalidutta4351 11 місяців тому +1

    ভাল লাগিল ❤

  • @runjunsaikia2010
    @runjunsaikia2010 11 місяців тому +1

    বৰ ভাল লাগিল

  • @ankitasonowal2095
    @ankitasonowal2095 11 місяців тому +1

    Dhunia hoise❤

  • @bituponborah3352
    @bituponborah3352 11 місяців тому +1

    Hundor

  • @snehaborthakur6000
    @snehaborthakur6000 11 місяців тому +1

    Xundor ❤

  • @Nabajit-pm8ew
    @Nabajit-pm8ew Місяць тому

    🦚🦚🦚🥀Beautiful🥀🦚🦚🦚💥Assam💥💥💥JaySriRam💥🥀💥💥

  • @mrigenboruah6209
    @mrigenboruah6209 11 місяців тому +2

    সুন্দৰ❤️

  • @niharboranbscreation2374
    @niharboranbscreation2374 11 місяців тому +3

    সুন্দৰ ❤