জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল
Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish
Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.
Heart touching story 🥺🥺bohut dukh lagil dadar story tu xuni..apuni har namanibo bhogobanr uport vishakh rakhok ji hoi vlr krnei hoi to jar life ot apunar aku value a ni tair krne kandi aku lv ni...aapuni bohu gune vl suwali pabo...ghoror ekmatro hontan to jonmo diya maa deutar ktha vaba...tmi nhle hehote kenekoi thakibo tmr lgte maa deutaiu dukhot ase krn nijr hontanok dukhot thokatu kunu maak deutake nibisare... bhogobane tumar mongol korok 🙌 love from Guwahati noonmati ❤❤❤
@@sumayaDM চাওক লৰাই কান্দিব লাগে বুলি কোৱাৰ কাৰণ আছে কাৰণ ছোৱালী এজনীয়ে পতককৈ move on koribo pare but লৰা এজনৰ move on কৰিবলৈ গোটেই জীৱন লাগে নহলেও তেওঁ বেয়া বস্তুত মূখ দিয়ে আৰু sob suwali akai nhoi dei হয় ছোৱালী জীৱনটো দুখ থাকে but সেইদুখ চিৰস্থায়ী নহয়
ৰিচি দা , আপোনাৰ অশ্ৰু দেখি সচাকৈ নিলিখি নোৱাৰিলো । আপোনাৰ জীৱনত ঘটি যোৱা ঘটনাখিনি শুনি বেয়া লাগিল , বাৰু যিকি নহওক জীৱনটো তেনেকুৱাই । মানুহ জীৱনত দুখ সুখ থাকেই, আশাকৰোঁ আপুনি আপোনাৰ অতীতৰ কথা পাহৰি আগন্তুক জীৱনটো এটা নতুন ৰূপত সজাই আগুৱাই যাব বুলি।।।
তোমাৰ কথা বিলাকে মনত বৰ দুখ দিলে। তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক বহুত মঙ্গল কৰিব ।
ল’ৰা মানুহৰ চকুত চকুপানী দেখিলে খুব দুখ লাগে ৷ঈশ্বৰে আপোনাৰ সুখৰ দিন ঘুৰাই আনক৷আপোনাৰ কাহিনী শুনি নিজৰ এৰি অহা দিনবোৰৰ কথা মনত পৰিল৷সচা ভালপোৱা মানেই যেন এক অভিশাপ!😢
Hosake
Khosakoi 😢😢😢😢
Right
Tai dore ajonir babe nakandibo dada 😢
Really
আপুনি সদায় ভালে থাকক,আপোনাৰ কথা বোৰ শুনি আপোনাক বহুত ভাল যেন লাগিছে.
আপুনি সদায় ভালেথাকক.আপোনাৰ..কথাবোৰশুনিবহুত..বেয়া..লাগিল
তুমি সাহসী হোৱা ঋষি,তাইৰ পৰা ইমানতে তোমাক ভগৱানে আঁতৰাই আনিছে। দুখ নকৰি ভগৱানক ধন্যবাদ দিয়া।
কোনে কয় লৰা'ই সঁচা ভাল নাপায় বুলি? চাওঁক এই দাদাজনক।
সঁচাই হৃদয় চুই গ'ল!!😭♥️
Asariyaarsalmankhankaajadabgankahindiphilim
Apuner storyto shoni bohut Bea lagil
@@dipanjalisharma1929🎉 hmm uuh🎉h🎉 u uhh u trr 🎉🎉 trr and Mohan da r 🎉🎉
Llokkmmkm
Jm
আপোনাৰ কথা কেইটা শুনি বহুত বেয়া লাগিল
তুমি সেইজনীৰ বাবে মৰিবলৈ কাপুৰুষ নেকি, সত্যৰ মুখামুখি হোৱা আগবাঢ়ি যোৱা
Rishi bro never give up ❤😊 মা দেউতাৰ কথা ভাৱি নতনত্ব বিছাৰি জীৱনটো আৰম্ভ কৰা
এনেকুৱা জহৰী বনৰী ছোৱালীক ভগৱানে সোনকালে পৃথিৱীৰ পৰা উঠাই লৈ যাওঁক
Hoi da bl bahut axa kri aso bee
Nai vhai lge enekwa swali kisuman ...nohole keneke korim 😂😂😂
বহুত বেছি বেয়া লাগিল ভাইটি তোমাৰ কথাবোৰ শুনি । তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। ভগৱানে মংগল কৰক তোমাক । এনেকুৱা যেন কাৰো জীৱনত নহওক.❤
তোমাৰ কথা শুনি নিলিখি নোৱাৰিলোঁ,বাদ দিয়া তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী ভগৱানে কেতিয়াও ক্ষমা নকৰে তাইক ।কোনো ছোৱালী বা লৰাই হওঁক এনেকৈ এখন সচা হৃদয় লগত নেখেলিবা । হৃদয় ভঙা জনেহে জানে কিমান বেদনা দায়ক ।ভাল পুৱা অভিসাপ বৰ ভয়ানক
Hosakoi dei nokoba aru😢😢😢😢
Akdom xsa khta xihot a poisa he saisil mon tu nhoi
নতুনক আদরি লোৱা অতীতক পাহৰি পলোৱা সময়ে বেয়াবোর মচি পেলাব।
😊😊😊😊😊😊😊
তাইৰ ভাল নহব
পুৰুষ হৈ ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব ঈশ্বৰে যি কৰে মঙ্গল কৰে ৷সত্যৰ সদায় জয় ৷
1st time ইমান দীঘল ভিডেও সম্পূৰ্ণ চালোঁ -anekuwa লাগিছে যেন মোৰ শুনি a mon tu beya লাগি গল -
এই পৃথিৱীত অকল মা দেউতা মৰম হে স্বাৰ্থ বিহীন বাকী সকলো মিছা😢😢😢
Hoii 🥲 bki vl pua bur misa
Hxa kotha au
Mio
Jiye hosa hridayar morom lage,he napay,Jak nalage,teuhe pay
Ekdom xosa Bhai
আপোনি কেতিয়াও চিন্তা নকৰিব তাইৰ কাৰণে।কাৰণ সচা মানুহৰ কেতিয়াও বিপদ নহয়। আপোনাৰ ভবিষ্যত আছে। আপোনি নিজৰ পথত আগুৱাই যাওক। প্ৰেম চিনি নোপোৱা মানুহক কোনোবা প্ৰেমত পৰে নেকি। কঠিন হ'বলৈ শিকক।
ৰিছি তুমি তেনেকোৱা ছোৱালীৰ কাৰণে কোনোদিন দুখ নকৰিবা তুমি তোমাৰ মনটো ডাঠ কৰি সকোলো পাহৰি নতুন জীবন গঢ়িবলৈ চেষ্টা কৰিবা দেই.তুমি চুইচাটৰ কথা নাভাবিবা তোমাৰ মা-দেউতাক দুখ-ক’ষ্ট নিদিবা দেই ৰিছি.
বহুত দুখ লাগিল কথাখিনি শুনি। এনেকুৱা চৰিত্ৰহীন ছোৱালীক ত্যাগ কৰিব লাগে। ভগৱানে যি কৰিছে আপোনাৰ ভবিষ্যতৰ কল্যাণৰ কাৰনে কৰিছে।মা দেউতাৰ মুখলৈ চাই নতুন জীৱন সজাওক। আগবাঢ়ি যাওক জীৱন বৰ মূল্যবান।দূখবোৰ পাহৰিবলৈ চেষ্টা কৰক। ভবিষ্যতে সুখী হোৱাৰ কামনা কৰিছো।
ৰিচি তোমাক ভগৱানে সহায় কৰিলে সেই জনী অনা হলে গোটেই জীৱনটো ভুগীব লগিয়া হল হেতেন । তুমি মা দেউতা মুখলৈ চাই শান্তনা লোৱা ভগৱানে সহায় কৰিব । এদিন বশুত সুখী হবা । 😊😊❤❤❤❤😊❤❤❤❤
Right 😊
ল'ৰা জনক কৈছোঁ তুমি কান্দি নাথাকিবা আগলৈ তোমাৰ ভাল হ'ব ভগৱানে তোমাক পৰীক্ষা কৰিছে আশীৰ্বাদ কামনা কৰিছোঁ জয় গুৰু শংকৰ।
জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল
এনেকৈ কোনো মানুহৰ জীৱনক লৈ হেতালি খেলিব নালাগে। আপুনি ভাগৰি নপৰিব জীৱনত, এটা বেয়া সপোন দেখিছিল বুলি ভাবি পাহৰি পেলাওক সেই অতীতৰ সেই সময়বোৰ। এতিয়া সকলোবোৰ পাহৰি জীৱনত বহুত বেছি আগুৱাই যাওক আপুনি।.......
ৰিছি তুমি যদি সঁচাই ভাল পাইছিলা এদিন ভগৱানে তোমাক সঁচা ভালপোৱায়ে দিব কিন্তু তাই নহয় । তুমি বেয়া ছোৱালী কাৰণে জীৱন টো ধ্বংস নকৰিবা । মা দেউতা মুখলৈ চোৱা এবাৰ তেওলোকে তোমাৰ জীৱন দিছে তেওঁলোকৰ বাবে জীৱন টো নতুন কৈ সজাই লোৱা ।
ৰিচি আপোনাৰ জীৱন টো নতুন কৈ আৰম্ভ কৰক। পৃথিৱীত যদি ভগৱান আছে তাই নিশ্চয় ইয়াৰ পৰিণাম পাব। আপুনি মা দেউতা ক সুখী কৰি ৰাখোক
😢😢😢
Humm.. Thik koise
Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish
যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু
যি হোৱা নাই সি অতি ভালৰ কাৰণেই হোৱা নাই।
আগুৱাই যোৱা, শুভেচ্ছা জনালোঁ।
ইন্টাৰনেটৰ যুগত হৃদয় নহয় নেটপেকৰ প্ৰয়োজন হয় মনত ৰাখিৱা !! নেট পেক থকালৈকে চলি থাকিৱ শিষ হলেই আকৌ ৰিচাৰ্জ ,এয়াই প্ৰেমৰ সংজ্ঞা এতিয়া.🙏
ৰিচি,তুমি দুখ কৰিছা ।দুখ নকৰিবা ।ধৈয্য ধৰা ।বুকুত সাহস বান্ধা। প্ৰথমে নিজকে বনাই লোৱা। পাছত বহুত হৃদয়বান ছোৱালীৰ লগত তোমাৰ বিবাহ হব ।নবৈ দশকত কলেজত পঢ়ি থাকোতে মোৰো অৱস্থা তোমাৰ দৰেই হৈছিল।ধনৱান হাতীৰ মালিক এজন পাই তিনি বছৰিয়া মোৰ ভালপোৱাক প্ৰতাৰনা কৰি আতঁৰি গৈছিল ।গম পাইছিলো শেষত গৈ সেই টোৱেও খাই বৈ আতঁৰি গল ।সেই সময়ত মইও পগলাৰ দৰে হৈ গৈছিলো । পাছত দেখিলো ,নিজক বনাই লোৱাটোহে আচল কথা। শেষত এখন এম ই স্কুলত চাকৰিত সোমাই এগৰাকী শিক্ষয়িত্ৰীৰ লগত বিয়া বাৰু কৰি ,টাউনত ঘৰ দুৱাৰ সাজি, নাতিনীৰ লগত খেলা ধুলা কৰি ,শান্তিৰে দিনবোৰ পাৰ কৰি আছো ।গতিকে কওঁ,ধৈয্যৰ ফল সদায়ে মিঠা ।
অতীতক সুঁৱৰি ভৱিষ্যত নষ্ট নকৰিবা দাদা 😊❤👍
You are great
এজন পুৰুসে তেতিয়া হে এজনী ছোৱালীৰ বাবে কান্দে যেতিয়া এজনী ছোৱালীক মাকৰ ঠাইত থৈ নিজৰ কৈ বেছি ভাল পোৱা আৰু সন্মান দিয়ে,,,,,,,,,,,,,,,,,,আপোনাৰ জীৱনত ঘটা ঘটনাটিৰ লগত হয়টো কোনোবা খিনিত মোৰ লগত ও মিল আছে ,,,,,,,
তাইৰ নিচিনা চৰিত্ৰ হিনৰ দৰে আপোনাৰ জীৱনটো শেষ নকৰিব দাদা | মা দেউতাক ভালকে চাওঁক আৰু জীৱনত ভালকে আগ বাঢি যাওঁক | এদিন আপোনাৰ জীৱনত ভাল হ'ৱ আৰু তাই পাপৰ শাস্তি পাব |
Ai duniat pap puinno ako ni ,baya bilakore vl hoi dekho sesot
ৰিচি দাদা তোমাৰ ভাল দিন অহিব
খৃষি তোমাৰ দূখৰ কথাবোৰ শুনি মোৰ সচাই চকুপানী ওলাই গৈছে ।এনেকুৱা এজনী বনৰীয়া ছোৱালীৰ কাৰণে নিজৰ জীৱন ধংস নকৰিবা ।তুমি মৰিম বুলি কৈছা তেনেকুৱা কেতিয়াও নকৰিবা । এজনী অসভ্য,ব্যভিচাৰী ছোৱালীৰ কাৰণে তুমি নমৰিবা ভাই । তাতেই তুমি ঘৰখনৰ একমাত্ৰ লৰা সন্তান । তুমি মৰি গলে সেই অসভ্য ছোৱলীজনীৰ সতি একো নহয় ।খতি হব তোমাৰ মা দেউতাৰ । সেই অসভ্য ছোৱালী জনীৰ কথা যেনেদৰে কল্পনা কৰি তুমি কষ্ট পাই আছা ঠিক তেনেদৰে তুমি নহলে বা তুমি মৰি গলে তোমাৰ মা দেউতাৰ কি আলাই আথানি হব এবাৰ কল্পনা কৰাছোন । আল্লাই যি কৰে ভালেই কৰে ।অলপ কষ্টতে তোমাক তাইৰ পৰা আতৰাই আনিছে ভালেই হৈছে । নহলে বিয়া পাতি অনাৰ পিছত গোটেই জীৱন কষ্টত ভুগিব লাগিলহেতেন ।এতিয়া অলপ দিন কষ্ট পাবা । পিছত লাহে লাহে ঠিক হৈ যাব । শেষত আকৌ কৈছোঁ মৰাৰ কথা নাভাবিবা । সকলোবোৰ পাহৰি সুখী হোৱা শান্তিত থাকা । মা দেউতাৰ কথা ভাবি সকলোবোৰ পাহৰি যোৱা ।
দাদা দুুখ কৰি লাভ নাই, হৃদয়টো শিলৰ দৰে কঠিন কৰি আগবাঢ়িব,
এজনী ছোৱালীয়ে মোকো বহুত বেয়াকৈ ঠোগিছে, নিজৰ জীৱনটোকে শেষ কৰিব মন যায় 😢😢😢
হৃদয়টো শিলৰ দৰে কঠিন কৰি কিছুমান সিদ্ধান্ত Challenge লৈছিলো এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱন পৰিয়াল শেষ নকৰো, এদিন সেই ছোৱালীজনীক দেখুৱাই দিম 👍, এতিয়া লৈকে মই তাইতকৈ বহুত আগবাঢ়ি গৈছো দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Competition game খেলি Silver and Bronze 🥉 medal আনিব সক্ষম হৈছো, আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত,
1
All time happy...
Good job bro
Sabas❤
Same
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিলএকো চিন্তা নকৰিবা সকলোখিনি ভগবানৰ ওপৰত এৰি দিয়া।,
ভাই এইটো তোমাৰ জীৱন ..তুমি সাহসী হোৱা..তোমাৰ কাৰণে তাই নাছিল,সেই কাৰণে তোমাৰ নহল..তুমি বাছি গলা..জীৱনটো নতুনকৈ উদযাপন কৰা.ভাল হওঁক তোমাৰ..এজনী ভাল জীৱন সঙ্গী পোৱা তাৰে কামনাৰে
Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.
তোমাৰ কাহিনী টো শুনি আৰু তোমাৰ হিয়া ভঙা কান্দন দেখি
সচাকৈ বহুট দুখ পাইছো ।
তুমি শুনা ভাইটি তুমি আৰু নাকানদি বা তুমি তাইৰ লগত চেলেঞ্জ কৰা
আন এজনী জীৱন লগৰী লৈ সুন্দৰ ঘৰ এখন পাট আৰু মা ,দেউতাক সুক্ষি কৰা। আমাৰ আখীৰবাদ থাকিল তোমাৰ জীৱনলৈ এজনী খুবেই ভাল ছোৱালী আহিব।
তুমি আজিৰ পৰাই তাইক গান কৰিবলৈ লোৱা ।
তাই যেতিয়া তাইৰ দেহৰ জৌৱন শেষ হ'ব তেতিয়া তুমাৰ সুন্দৰ সংসাৰ দেখি নিজকে ঘিন কৰিব।
😢
তুমি কিয় কান্দিচা , তুমি এজন বুকুত সাহক থকা দেকা লৰা তুমি কিয় মানুহৰ হাৰিত নথকা এজনিৰ কৰনে মৰিবা। তুমি strong হোৱা আৰু আগলে আগবাঢ়ি যোৱা ।
🙏🙏 লৰাজনৰ ভালপোৱা বিলাক সচঁা আছিল বাবেই দুখ হয্য কৰিবলৈ টাণ হৈছে । তেওলৈ ধন্যবা দ জাছিছো।কাৰন পুৰুষৰ অন্তৰ ও ইমান মৰমিয়াল হোৱাৰ বাবে ।এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালেই কৰে !ৰ্নটকী ৰ হাতৰ পৰা বছাই দিলে ।ভগৱানৰ ওপৰত সকলো এৰি জিৱন টো সন্দৰ কৈ পৰিচালনা কৰিবা বোলি আশা ৰাখিলো ভাইটি ।সুখি হোৱ ভৱিষ্যতলৈ ।ধন্যবাদ ।
প্ৰতাৰণাৰ ফল এদিন তাই পাবই। তুমি কান্দিব নেলাগে তেনেকুৱা এগৰাকী অসভ্য ছোৱালীৰ বাবে। এটা কথাত সুখী হৈছোঁ তোমাৰ জীৱনটো বাচি গ'ল।তাইৰ লগত নৰক যান্ত্ৰণা ভুগিলা হেতেন। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া মন বান্ধি নিজৰ কামত আগুৱাই যোৱা ।
Hoi ktha tu .. dada basi gl 🥺👍
Tumi maiki neki ajani Diwali karane kandisa
@@binusaikia2749 Diwali mane
'"সত্য সদায় জয় "'
বহুত দুখ লাগিল সঁচাকৈ তোমাৰ কথা খিনি শুনি ,তোমাৰ কথাতেই বুজি পোৱা গৈছে তুমি বহুত সৰল ,,,নিজক চম্ভালি লৈ জীৱনটো থিৰ কৰি আগুৱাই যোৱা ,, হয় ইমান সহজ নহয় তথাপি পাহৰি যোৱা এনেকুৱা ছোৱালী ক তোমাক দুখ হে দিলে হয় বিয়া হলেও
youtube.com/@asomiyabuwaripuja4537?feature=shared
পাপে চুব হেই জনিক । বন্ধু জীৱনটো গঢ়া কিবা এটা কৰা এনেকোৱাকে কৰা পৃথিৱী এ মনত থব তোমাক । মানুহৰ জীৱনত সূখ দুখ থাকেই দুখ থাকিলেহে সূখ কাক কৈ চিনিবা । প্ৰকৃতিকো লাগে দেখুন ৰদ বৰষুণ ।
নিজৰ মা দেউতা ৰ কাৰণে জীয়াই থাকক। এনেকুৱা চৰিত্ৰ হীন ছোৱালীৰ কাৰণে নিজৰ জীৱন টো শেষ নকৰিব। ভাল হওঁক আপোনাৰ। ভাল আৰু সঁচা জীৱন সংগী বিচাৰি পাওক।
no need to repeat suuch type of character give up yu dear fromjht
😢😢😢😢
তাইৰ বাবে কিয় কান্দিছা,বদমাচি তাই,তুমি চিনি পোৱা দেৰি হ'ল তোমাৰ,ভাল ছোৱালী পাবা ,তোমাৰ সচাঁ মৰম ভাল লাগিল। আজিকালি পাবলৈ নাই এনেকুৱা মৰম।
তুমিও টো অন্যায় কৰিছা তোমাৰ মা দেউতাৰ ওচৰত।এই সুদীৰ্ঘ সময়ছোৱাত তোমাক লৈ তোমাৰ মা দেউতাই কিমান কষ্ট পাইছিল।আজি তুমি মৰাৰ কথা কৈচা কিন্তু সেইটো কৰিলে তোমাৰ মা দেউতাই পোৱা কষ্ট ক তুমি আজি অনুভৱ কৰা আৰু কি কৰিব লাগিব তাক তুমি নিজে বিবেচনা কৰা।বাকী মা কামাখ্যা সদায় তোমাৰ লগত থাকিব।
You need not cry for her, you are lucky because you have saved your self,may God bless you.
আপোনাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । আপুনি এজনী ছোৱালীৰ কাৰণে জীৱনটো শেষ কৰি নিদিব।তাইতকৈ আৰু বহুত ভাল ছোৱালী পাব।
তেনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ পৰা আতৰি আহি নিজৰ জীৱন ৰক্ষা কৰক ৷ জীৱনটো ভালদৰে আগুৱাই লৈ যাওক , সুখী হওক
অতি দুঃখ জনক ঘটনা । আশা কৰো ভৱিষ্যতে দুই নম্বৰ জন ৰিচি বলিপথা নহওঁক তাৰেই কামনা কৰিলোঁ । কাৰণ এজন লৰা তেনেই সৰু কথাত চকুপানী নোলাই । কিমান দুখত কান্দি কান্দি কৈছে কথাখিনি শুনিয়েই অনুভৱ কৰিব পাৰিছো । শেষত এটাই কওঁ দোষী জীৱন অন্ধকাৰ হওঁক তাৰে কামনা কৰিলোঁ 🙏🙏🙏
ঋষি তোমাৰ কাহিনী শুনি বৰ দুখ লাগিলে । এতিয়া তুমি এনেদৰে ভাঙি পৰিলে নহব তুমি ভাল লৰা হৈ দেখুৱাই দিয়া তাই কাৰ লগত কিমান সুখী হয় তুমি চাই থাকা হীলী নাযাবা । এনেদৰে এটা সময়ত প্ৰৱঞ্চনাৰ বলি ময়ো হৈছিলো । মই কিন্তু হাৰি যোৱা নাই ।মোক যথেষ্ট সহায় কৰিলে। একমাত্ৰ ভগৱানে কিন্তু লাগিব কেৱল বিশ্বাস আৰু ধয্য কথা বোৰ পাহৰিব নোৱাৰি ঘৰত কোন কোন আছে ।আমি একে পথৰ পথিক কিবাকৈ জীয়াই আছো।
সচাকৈ বাস্তৱিক কাহিনী এটা শুনি পালোঁ। এইখন অসমত ছোৱালীয়ে ল'ৰাক ৰেপ কৰি আছে কিন্তু কোনোৱে মাণি লব পৰা নাছিল। এতিয়া কি চলি আছে সকলোৱে গম পাইছে চাগৈ। ভাইটি যি কৰিছে ভগৱানে তোমাক ভালেই কৰিছে। নতুন জীৱন এটা আৰম্ভ কৰা চাবা জীৱন টো কিমান ৰঙীন হ'ব। সচা মনৰ মানুহ হোৱাৰ কাৰণে ভগৱানে তোমাক বচালে। ধৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ তোমাৰ। বহুত বেছি দুখ লাগিল।
পৰমা গগৈৰ নিচিনা একেই দেখিব।
যি কি নহওঁক, তোমাৰ জীৱন সুখৰ হওঁক।
যিখিনি শুনিলো বৰ দুখ লাগিল ম ই এগৰাকী মা হ ও সকলোবোৰ বাদ দি তোমাৰ মা দেউতা আছে তেওঁলোকৰ আশীৰ্বাদ আজীৱন থাকিব নতুন কৈ জীৱন তো সজোৱা ইমানতে তুমি বাচি গলা তোমাৰ আগলৈ বহু ভাল হোৱাৰ কামনাৰে,::::::;;;;;;;;;;মা হিচাপে
নতুন জীৱনৰ আৰম্ভনি কৰা । তুমাৰ কাৰণে তাই সচা নহয় । তুমাৰ কাৰণে এটা সচা চৰিত্ৰ ওলাই গ'ল। এয়াই ঈশ্বৰৰ আশীৰ্বাদ । 👍👍👍
আকৌ কৈ ভাল লৰা পালে হল..... বিশ্বাস অকল মা দেউতাক কৰিবা ❤
মানুহৰ জীৱনত এইবোৰ থাকেই। আজিকালি এচামৰ বাবে প্ৰেম বস্তুটো একেবাৰে সাধাৰণ । প্ৰেম বুলি একোৱেই নাই, সকলো টকাৰ খেল। জীৱনটো নিজেই স্বাভাৱিক কৰি লোৱা তাৰ বাহিৰে উপায় একো নাই। বহুতৰে জীৱনত এইবোৰ হয়। কেৱল নিজক ভাল পাবলৈ শিকা, আগবাঢ়ি যোৱা। তোমাৰ মুখখন দেখিয়েই অনুভৱ কৰিছো তোমাৰ কথাত সত্যতা আছে। তেনেকুৱা টকা লোভীয়া ছোৱালীক বাদ দি আগবাঢ়া। জীৱনলৈ ভাল দিন আহিব, অতীত পাহৰি আগবাঢ়া।
Right
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢 ছোৱালীৰ বোৰে কিয় মিচাঁ প্ৰতাৰনা কৰিৱ লাগে 😌
❤from Dhemaji 💖
ছোৱালী ও কান্দিব লগা হৈ দাদা , পাগলৰ দৰে হৈ পাইছোঁ , ভৰিত ও ধৰিচিলো 😔😭
@@rohitchetry4372 mrm vl puwa hbo lge ata relationshipot
তুমি সাহস গোটোৱা যাতে শক্তিশালী হ'ব পাৰা আৰু এনেকুৱা সৰু সৰু কথা উৰাই দিব পাৰা ।
শনিদেৱায় নমহ 🙏
শনিদেৱে আপোনাৰ মংগল কৰক ।🙏
😢😢😢 বহূত দুখ পালো। কালনাগিনীজনী প্স্তাই প্স্তাই মৰিব।
বহুত দুখ লাগিল, তাই তোমাৰ মৰমৰ যোগ্য নহয়। তোমাৰ অৱস্থা দেখি কবলৈ একো ভাষা নাইকিয়া হৈ গৈছে, কিন্তু তোমাৰ জীৱনটো বাছিল এগৰাকী অসৎ যুৱতীৰ পৰা। ইমান মৰম দিয়াৰ পাছত তাই তোমাৰ জীৱনক লৈ যি খেল খেলিলে তাৰ ফল তাই এদিন ভালকৈ পাব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তুমি সুখী হোৱা।
Thanks for a big reality jss ba.....
এটি কলংকিত অধ্যায়.........
ৰিচি তোমাৰ ভাল হোৱাৰ কামনা কৰিলো.... সত্য কেতিয়াও ধাকিব নোৱাৰি তাৰ প্ৰমাণ দিলা।
Teneka suali pahori jua bhut vl suali paba vlke nijor Kam kra apunar val pua khosa asil jetia tar fol tai pabo
Sabe Rishi Rishi koi asa Kun hoi
Apuni brohut vl manur apuni brohut vl suwali paba
God bless u rieci .don t worry .
Taiku mata tair story tu dekhuwa. Yat gome puwa goise khi taik pabo nuwara babe bodnam korise.
তাই সঁচা মৰম হেৰুৱালে.... তাইৰ জীৱনত কেতিয়াও সুখ নহয় ....সঁচা ভালপোৱা পাবলৈ ভাগ্য লাগিব...আমি যাক বেছিকৈ ভাল পাওঁ তেওঁ সদায় এনেকুৱা কৰে কিন্তু আমি হাজাৰ কষ্ট দিলেও সেই মানুহ জনক ভাল পাওঁ সেইটোৱে আমাৰ জীৱনৰ ভুল...ভালপোৱাই মানুহক শেষ কৰি দিয়ে...
Write
Hsa kotha
Xasa katha mor lagat o sem hal mor lagat rilestion t thakar Pisat o an ajonir lagat rilestion t asil mor lagat khelile
অতীতক সুঁৱৰি ভৱীষ্যত নষ্ট নকৰিবা দাদা
দাদা তুমি জীয়াই থাকিব লাগিব
দাদা তুমি যুঁজিবলৈ লাগিব
এজনী ছোৱালীৰ বাবে তুমি তোমাৰ ৰঙীন জীৱনটো কষ্ট নিদিবা দাদা
ঋষীতুমি এজন সৰল মনৰ লৰা অতিত লৈ জীয়াই নাথাকিবা । বৰ্তমান তোমাৰ সুন্দৰ হব। মা দেউতাৰ কথা ঢিন্তা কৰি আগুয়াই যোৱা ।ভাল বাছিলা সেইজনীৰ পৰা।ৰাজযোগ মেডিতেচন কৰা সকলো চিন্তা দূৰ হব ।God bless u
আজি যি পৰিস্থিতি লৈ কান্দিছা বা দুখ কৰিছা এটা সময়ত গৈ এইবোৰ মনত পৰিলে হাহিঁ উঠিব তোমাৰ এদিন চাই থাকা ভাই। ইমান দুৰ্বল নহবা ভাই আজিৰ দিনত গিলি পেলাব এচাম মানুহে। আৰু এটা কথা এইবোৰ কথা ৰাইজৰ মাজত কৈ নিজৰ দুৰ্বলতা খিনি হে দেখাইছা নিজৰ। karma ত বিশ্বাস ৰাখা ভাই। ভগৱানৰ ছাগে ভাল plan এটা আছে তোমাৰ কাৰণে।
Akdm right koise apuni
ৰিচি তোমাক ভগৱানে সহায় কৰিছে । তুমিও দেখাই দিয়া এজন ভাল লৰা হৈ । আৰু সেই বুঢ়া তো সদাই তাইক সহায় কৰিব ?? তাই তোমাক হেৰুৱাৰ বেদনাত চতফতাই মৰিব তুমি ছাই থাকা । তুমি তাইক মনৰ পৰা মচি পেলোৱা । ভগৱানে তোমাক সহাই কৰিব । আৰু দুখ নকৰিবা ।
Rishi তুমি বৰ ভাল ল'ৰা, এতিয়াও তোমাৰ সুন্দৰ জীৱনটো আছে। হয়তো তোমাৰ ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছিল বুলি ভাবা। আজিৰ পৰা সেই বেয়া প্ৰভাৱ বোৰৰ পৰা আতৰি আহিলা। তুমি কেলৈই তাইৰ কাৰণে অমূল্য জীৱন ধ্বংস কৰিবা। ভাবি ছোৱা , তোমাৰ মৰমৰ মা দেউতা ,ভাই ভণী আৰু বহুতো উজ্জ্বল জীৱনৰ সপোন আছে। গতিকে তাইৰ কথা পাহৰি বেলেগ এজনী কথা চিন্তা কৰা। তুমি জীৱনত এতিয়াৰ পৰা কেৱল সুফলেই পাই থাকিবা। পিতৃ মাতৃ ও পৰিয়াল বৰ্গ লৈ সুখ ও সুখ্যাতি আনিব পাৰিবা। ধন্যবাদ। তোমাৰ সফলতা কামনাৰে।
তোমালৈ মোৰ এটাই অনুৰোধ , সেই পৰিয়াল তোৰ পৰা সম্পুৰ্ণ ভাবে অাতৰি অাহা । মৰাৰ কথা ভুলতো নাভাবিবা । তোমাৰ পৰিয়ালৰ কথা , মা - দেউতাৰ কথা ভাবা । তোমালৈ মোৰ আশীৰ্বাদ থাকিল 🙏🙏
মন চুই গ'ল ,হুবহু কিছু মোৰ জীৱনৰ লগত মিলি গ'ল ,সাহস পালো কিছু মোৰোএনেকৈ কব মন গৈছে 😢😢
তুমি শ্ৰীহনুমান বাবাৰ মন্দিৰত গৈ আছিলা। বাবাই তোমাৰ লগত অন্যায় হোৱাতো কেতিয়াওঁ বিচৰা নাছিল বাবে এনেকুৱা ছোৱালীৰ পৰা আতৰাই আনিছে। গতিকে তুমি সাহসী হোৱা।
তাই যদি তোমাক ঠগাই আছে, তেতিয়াহলে তুমি কিয় আঁতৰি অহা নাই। মা-দেউতাক লৈ সুখী হব চেষ্টা কৰা ভাইটি।
ছোৱালী জনীয়ে তোমাক একো কৰিব নোৱাৰে।
জয় শ্ৰীৰাম, জয় শ্ৰীহনুমান বাবা ।🕉️🕉️
Right
Jai Shree Ram ♥️🤞
Jai Shree Ram ♥️🤞
Jai Shree Ram ♥️🤞
Prabhu shree ram, laxman, sita mata ki jai.
Mahabir ki jai ho
Jai shree ram
এনেকুৱা এজন সঁচা প্ৰেমিক পোৱাটো সকলো ছোৱালীৰে সপোন ❤
দাদা একো নহয় দিয়া তাই কৰা পাপৰ পৰিণত ভগৱানে তাইক দিব । তুমি জীৱনত আকুৱাই যোৱা । জীৱনত বহুত কষ্ট পাব লাগে কিন্তু তাৰ সন্মুখীন হব লাগে । সেইকাৰণে নিজৰ কাম কৰি যোৱা । ভগৱানে সহায় কৰিব তোমাক .... 👍👍
ঋষি, দুখ নকৰিবা তোমাৰ বেয়া দিনৰ আঁৰত তোমালৈ ভাল কোনোবাই অপেক্ষ্যা কৰি আছে। জীৱনটো নতুনকৈ সজোৱা এতিয়াও বহু দুৰ বাট আছে।
তেওঁ
দাদাৰ কথা বোৰ শুনি সঁচাই চকুৰ পানী ওলাই গল😢,,, বহুত কথা পাতিব মন গৈছে দাদাৰ লগত
কিমান নীচ হলে এনে কৰিব পাৰে 🥺 দাদা আপুনি চিন্তা নকৰিব চাই থাকক আপুনি move on কৰিব পাৰিব কিন্তু তাই চাওক জীৱনত কেতিয়াও নোৱাৰে শান্তি কেতিয়াও নেপাই ।। একনম্বৰ বেশ্যা আছিলে তাই ।। আৰু সম্পূৰ্ণ পৰিয়ালতো
জীৱনত কিছু ঘটনা এনেদৰে ঘটি যায় । যিটো খুবেই বেদনা দায়ক। সত্যত তুমি আছা ভগবান তোমাৰ সহায় হব । হয়তো মানসিক যন্ত্ৰণা কিছু পাবা। এটাই সত্য ভগবানে যি কৰে ভালৰ কাৰণেই কৰে। যিটো বেয়া বস্তু সেইটো তোমাৰ পৰা আতৰাই নিয়া হৈছে এয়াও হয়তো নেদেখা জনৰ দ্বাৰাই হৈছে । সেয়ে এই ঘটনাটো জীৱনৰ এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। তোমাৰ জীৱনলৈ শতগুণে ভাল এজনী জীৱন সংগী আহিব। তুমি প্ৰথমে অন্তৰৰ পৰা ছোৱালীজনীৰ প্ৰতি থকা ভালপোৱা ত্যাগ কৰা । তোমাৰ লগত মা দেউতা আছে ।
সঁচাকৈয়ে বৰ দুখ লাগিল 😢 তুমি এনেকোৱা এজনী ছোৱালী কাৰণে দুখ নকৰিবা এনেকোৱা এজনী ছোৱালী তোমাৰ যোগ্য নহয়। আগবাঢ়ি যোৱা সদায় তাইকো দেখাই দিয়া তাই নহ'লেও যে তুমিওঁ থাকিব পাৰা, নতুনকৈ জীৱনটো আগবাঢ়ি যোৱা।।
মাক চাই জীয়েক, মাকৰ স্বভাৱ বেয়া কাৰণে, জীয়েকৰ বেয়া , দাদা তুমি নিজৰ ঘৰৰ কথা ভাৱি একো বেয়া কাম নকৰিবা......
মোৰ লগত ও এনেকুৱা হৈছিল 75% একে। বহুত কষ্ট পোৱা যায় আপোনাৰ দুখ বুজি পাইছোঁ মইও ভুক্তভোগী
প্ৰেমৰ জালত যাতে আন বেলেগ কোনো নপৰে এবাৰ পৰিলে ওলায় অহা টো টান আৰু এই জাল ত জোন পৰিব দুৰ্বল মানুহে জীৱন ধ্বংস kori dib মই ভগৱান ৰ কৃপাত বাছি গলোঁ
এতিয়া মই সাপ ক বিশ্বাস কৰিলে ও ছোৱালী ক বিশ্বাস নকোৰো
আৰু প্ৰেম ভাল পোৱা ৰ পৰা বিশ্বাস বোলা বস্তু টো নাই আৰু
সকলোৱে হাজাৰ বাৰ ভাবিব।
যি জনি ছোৱালী য়ে বাৰে বাৰে দুখ দিয়ে ঢৌকা দিছে আকৌ বিশ্বাস লৈ লোৱা টো আমাৰ ভুল কিন্ত্ত আমি প্ৰেমত অন্ধ হৈ যাও যে
আৰু এনেকুৱা ধৰণৰ ছোৱালী এ বহুত নিপুণ খেলয়ৈ কেনেকৈ খেলিব লাগে জানে মানে আপুনি ধৰিব e নোৱাৰিব
আপোনাৰ এই ঘটনা আমাৰ আগত অৱগত kori বহুত ভাল কৰিলে বহুত তে সাৱধান হব পাৰিব আৰু বহুত লৰা অনেকে সম্পৰ্ক ত থাকিলে ওলাই আহিব পাৰিব আৰু সাৱধান হব পাৰিব আৰু বহুত কব বিচাৰোঁ কিন্তু নকওঁ আৰু
দাদা আপুনি আগুৱাই যাওক যি হল বাদ diok আপুনি সঁচা ভাল পোৱা k ভগৱান e বচাই দিলে হনুমান মন্দিৰ ত গৈ বহি থাকে যে ইমান দুখ বোৰ লৈ গতিকে ভগৱানে ও আপোনাৰ বেয়া হব কেতিয়া ও নিদিয়ে আৰু নিদিলে ভগৱান ৰ স্বৰণ ত গৈ ঈশ্বৰ প্ৰতি থকা শ্ৰদ্ধা e আপুনি প্ৰেমৰ জাল ৰ পৰা উদ্ধাৰ কৰিলে ।দুখ লাগিল লাহে লাহে ঠিক হব সকলোবোৰ মনত পৰিব কথা বোৰ এটা সময় t sab ঠিক হৈ যাব ভগৱান r usrt pratharna কৰিছোঁ। ।
Muk lora ajon korile aneka same condition 😭😭😭
হেৰৌ বুৰ্বক গুবৰত ভৰি এটা সোমালে মানুহে ধুই পেলাই। তই অকৌ মূৰটো ভৰাব বিছাৰিছ।বৰ লেতেৰা গোন্ধাব। পলা তাৰ পৰা। পৃথিৱীখন বহুত ডাঙৰ। তোৰ শিকিবলৈ বহুত বাকী আছে। এইবোৰ জীৱনৰ অ আ ক খ ,মহাভাৰত পঢ়িবলৈ বহু বাকী।
Bor dhuniya kotha ekhar koly
দুখ লাগিল ভাই। ভালে থাকা । বিশ্বাসৰ অপমৃত্যু হ'লে কষ্ট পায় ।
তুমি বহুত ভাল ৰিচি তোমাৰ অনন্ত খন সচাঁই মৰমীয়াল ।এজনি সাধাৰণ ছোৱালীৰ লগত তোমাৰ জীৱনটো এনেই পাৰ হবলৈ নিদিবা ।আগুৱাই যোৱা ভগৱানে তোমাক সহায কৰিব ।লগত আমিবোৰ তোমাৰ লগত আছো ।
চকু পানী ওলায় গল ওঁ মোৰ 🥺, শুনি দুখ লাগিল দাদা🥲 , এনেকুৱা কৰিব নেপায় কিন্তু ছোৱালী জনি , পাপ লাগিব তাইৰ , কেতিয়াও ভগৱান মাফ নকৰিব😣
ইশ্বৰৰ বাহিৰে কতো শান্তি নাপাবা ৷তোমাৰ দৰে মোৰো একেই হৈছিল কৃষ্ণৰ চৰনত যোৱা সকলো ঠিক হৈ যাব ৷মইও তোমাৰ দৰে চকুপানী ৰাখিব নোৱাৰিছিলো আৰু এতিয়া মোক কোনো দুখেই পৰাস্ত কৰিব নোৱাৰে ❤ৰাধে ৰাধে❤
Radhe radhe
@@sangitasaikia2927 ৰাধে ৰাধে
Bbsgaming 5156 shree krishna putekor nam ki asil ko son😂😂😂😂
@@nashekiduniya1007চাম
@@nashekiduniya1007 ইশ্বৰ কৃষ্ণৰ পুত্ৰৰ নামে তোমাক কি সহায় কৰিব ?
আপোনাৰ লগত সদাই ভগৱান থাকিব কাৰণ আপুনি এজন বহুত চিধা লৰা আৰু এজন সৎ মনৰ বেক্তি,,,সদাই ভগৱান ক পাৰ্থনা কৰক আৰু মা দেউতা যতন লওক
সেই ছোৱালীজনীৰ কাৰনে তুমি নিজৰ জীৱন ধংস নকৰিবা । তুমি আগুৱাই যোৱা দাদা সময়ে তোমাক কৈই দিব তুমি কাৰ হবা আৰু কোন তোমাৰ হব।❤ From jorhat
লৰা হৈ সাহস নেহেৰুৱাব দাদা। নিজৰ কথা ভাবক। কথা খিনি শুনি চিনেমা ৰ কাহিনী যেন
লগিলে। বহুত দুখ লগিলে।
তুমি বাচি গলা বেভচাৰিনিৰ পৰা তুমি হাহাবহে লাগে তুমি কিয় কান্দিছে চি চি চি এনেকুৱা বেভিচাৰিনিৰ জগতত জন্ম নহওক❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ৰিছি তোমাক ভগৱানে ভাল বছাইছে,তেনেকুৱা স্বভাৱৰ ছোৱালী এজনী যদি তোমাৰ জীবন সঙ্গী হালেহেতেন গোটেই জীৱন নৰকৰ যতনা ভুগিব লগীয়া হলেহেতেন, থাতাপি তোমাৰ কথা খিনি খুনী চকুলো ধৰি ৰাখিব নোৱাৰিলো।
এনেকুৱা ছোৱালীৰ লগত সম্পর্ক নাৰাখাই ভাল। তুমি নতুন জীৱন আৰম্ভ কৰা। চিন্তা নকৰিবা। কান্দি নাথাকিবা । বহুত বেয়া লাগিল। আৰু মৰাৰ কথা নকবা তুমাৰ কি নাই এবাৰ মা দেউতাৰ কথা চিন্তা কৰিবা। ইমান খিনি জনাৰ পিছতো তাইক তুমি অন্তৰেৰে ভাল পাইছিল৷ । তুমি এজন সুস্থ সবল ডেকা লৰা। মৰাৰ কথা নকবা। তাইক ভাল কাম কৰি দেখুৱাই দিয়া।
rishi da apunar maa dewtar kotha alop vabibo ❤
হৃদয় চুই গল দাদা ।কিমান আৰু কান্দিম।বাদ দিয়ক সেইবিলাক।জোৰ কৰি কাৰো মৰম পাব নোৱাৰিম
ৰিচি ভাইটি মন ভাঙি নিদিবা। তুমি বহুত ভাল অন্তৰৰ ল'ৰা।ভগবানে যি কৰে ভালেই কৰে। বিয়াৰ পাছত বেয়া হোৱাত কৈ আগতেই আতৰি গ'ল। ভাল হবলৈ যোৱাৰ আগতে বেয়া বোৰ আতৰাই দিছে ভগবানে ।
সেই ৰেনদীজনিক লৈ কিহৰ দুশ কৰিব লাগে
বৰ দুখ লাগিল কথাবৰ শুনি 😢
বহুত বেছি দুখ লাগিল তোমাৰ কথাবোৰ শুনি। জীৱন তু নতুনকৈ সজোৱা।
Heart touching story 🥺🥺bohut dukh lagil dadar story tu xuni..apuni har namanibo bhogobanr uport vishakh rakhok ji hoi vlr krnei hoi to jar life ot apunar aku value a ni tair krne kandi aku lv ni...aapuni bohu gune vl suwali pabo...ghoror ekmatro hontan to jonmo diya maa deutar ktha vaba...tmi nhle hehote kenekoi thakibo tmr lgte maa deutaiu dukhot ase krn nijr hontanok dukhot thokatu kunu maak deutake nibisare... bhogobane tumar mongol korok 🙌 love from Guwahati noonmati ❤❤❤
ল'ৰা বোৰে সহজে নাকাণ্ডে কিন্তু যেতিয়া কান্দে গম পাব তেওঁ নিচিনা দুখত আৰু কোনো নাই,, বৰ দুখ লাগিল বাদ দিয়ক তাই আপোনাৰ যোগ্য নহয় গতিকে ভগৱানে আপোনাৰ জীৱনত আহিব নিদিলে আপুনি পবিত্ৰ বহুত ভাল হব আগলৈ আপোনাৰ জীৱন
দুখ লাগিল কথাবোৰ শুনি । ....
সঁচা কৈছোঁ তোমাৰ কথা বোৰ শুনি মই কান্দি দিছোঁ উফ ভগবান কিমান যে দুখত কৈ আছে কথা খিনি সহিব টান হৈছে সেই মানুহজন আৰু ছোৱালী টোক ঈশ্বৰে কেতিয়াও ক্ষমা কৰি নিদিয়ে চাবা
😢😢
❤
ভগৱানে তাইক কেতিয়াও ক্ষমা নকৰে। এনেকুৱা নীচ চৰিত্ৰৰ ছোৱালী বাদ দিয়া ।তাইক বিয়া কৰালে তোমাৰ জীৱন অশান্তি হ'ব । তুমি নতুনকৈ জীৱনটো আৰম্ভ কৰা । তোমাৰ ভৱিষ্যত জীৱন সুখৰ হ'ব। ইমান মানসিক কষ্ট দিয়াৰ বাবে তাই শান্তি নাপাব । তোমাৰ চকুপানী দেখি নিলিখি নোৱাৰিলোঁ।
right🙏
Right
Right
Ekhet kon hoi rumi baideu... Korobat dekha dekha jen lagil
Right 👍
তুমি এজন লৰা হয় তুমি ছোৱালী জনী কাৰনে নাকান্দিবা তুমি বহুত ভাল ছোৱালী পাবা । তোমাৰ মা দেউতাৰ অন্ত ৰথ আৰু দুখ নিদিবা। কাৰন তোমাৰ দুখ মা দেউতা দেখিব ওঁ. নোৱাৰে আৰু মুখ খুলি তোমাক একো কবও নোৱাৰে.। সেইটো এটা সপোন বুলি পাহৰি নতুন এটা জীৱন আৰম্ভ কৰা তাৰে কামনা কৰিলোঁ। মোৰ নিজৰ ভাইটি বুলি বেয়া নাপাবা.।
সচাঁকৈ বৰ দুখ লাগিল কথাবোৰ শুনি😢😢
দাদা আপুনি দুখ নকৰিব,, আপুনি এজন ভাল মনৰ ব্যক্তি বিশ্বাস ৰাখক নেদেখাজনৰ ওপৰত ,, চাব আপোনাৰ এদিন ভাল দিন আহিব আপোনাৰ ভালপোৱা সঁচা আছিল কিন্তু তাই সেই ভালপোৱাৰ মূল্য দিব নাজানিলে , ভগৱানে তাইক যেন কেতিয়াও ক্ষমা নকৰক 😌🙏🙏,,, আপুনি এজন সৎ সাহসী আৰু প্ৰকৃতবান পুৰুষ সেইয়ে আপুনি তাইৰ দৰে কেতিয়াও পলাই ফুৰা নাই,, আনক কষ্ট দি তাই কেতিয়াও সুখী হব নোৱাৰে,, সেই ফল তাই এদিন ভুগিব ই,, আপুনি ভাগি নপৰিব ,,, সদাই সৎ সাহসেৰে ভাল কাম কৰি যাঁওক এদিন আপুনি এদিন সফল হবই,, আগৰ কথাবোৰ পাহৰি জীৱন টো নতুন কৈ সজাওক,,,, আপোনাৰ ভবিষ্যত জীৱন উৎজল হওঁক আৰু আগুৱাই যাওক 🙏🙏
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢
Right
Xosakoi o ...
Right
বহুত ছোৱালীয়ে এতিয়াও কান্দি আছে, কেৱল ৰাজহুৱাকৈ প্ৰকাশ নকৰে
@@sumayaDM চাওক লৰাই কান্দিব লাগে বুলি কোৱাৰ কাৰণ আছে কাৰণ ছোৱালী এজনীয়ে পতককৈ move on koribo pare but লৰা এজনৰ move on কৰিবলৈ গোটেই জীৱন লাগে নহলেও তেওঁ বেয়া বস্তুত মূখ দিয়ে আৰু sob suwali akai nhoi dei হয় ছোৱালী জীৱনটো দুখ থাকে but সেইদুখ চিৰস্থায়ী নহয়
বৰ ভাল লাগিল তোমাৰ কথাখিনি শুনি জীৱনত এনে এজন ব্যক্তি পাবলৈ কপাল লাগিব। তুমি বহুত ভাল লৰা চিন্তা নকৰিবা ভাল দিন আহিব।
নিজৰ জীৱনটোক আগতে ভাল পাবা তেতিয়াহে জীৱন সাৰ্থক হ’ব