পাগল প্ৰেমিক ৰিশি এতিয়া কি অৱস্থাত আছে?🤔🤔 | Rishi Barman

Поділитися
Вставка
  • Опубліковано 3 лют 2024
  • Subscribe Rishi's Channel:
    • Rishi love story
    Instagram:
    ritub131?ig...
  • Розваги

КОМЕНТАРІ • 1 тис.

  • @kanghonrongchihonpi4293
    @kanghonrongchihonpi4293 5 місяців тому +316

    ঋষি তুমি বহুত বেয়া কৰিছা । তুমি যেনেকৈ কথা বোৰ কৈছা যে জোনে যিমান বুজালেও মই তাইক পাহৰিব নোৱাৰিম । তুমি পিছৰ কথা টো এবাৰ ভাবি চোৱা । এদিন হলেও তোমাৰ জীৱনত কোনোবা নহয় কোনোবা এগৰাকী আহিবই যদি তেওঁ এই video টো চাই তেতিয়া তাই তোমাৰ লগত সুখী হব পাৰিবনে ? যদি তাই ভাবি লয় যে আগৰ জনীক এতিয়াও পাহৰিব পৰা নাই ভিতৰি তাইক মনত পেলাই থাকে নেকি ? এইবোৰ কথা যদি মনত সুমুৱাই লয় তেনেহলে জীৱনটো তুমি অকলেই পাৰ কৰিব লাগিব । চবেই ভয় খাব আৰু সন্দেহ কৰিব কিজানি তুমি আগৰ জনীক পাহৰিব পৰাই নাই । কাৰণ কোনো এগৰাকী নাৰীয়েই নিবিচাৰে যে নিজৰ মানুহ জনে আন কাৰোবাক মনৰ মাজত ৰখাটো। সন্দেহ টো কিন্তু বহুত বেয়া বস্তু। পিছৰ জীৱনটো আগুৱাই নিবলৈ হলে তুমি এইবোৰ কথা পাহৰি আন কাৰোবাক আপোন কৰি লবই লাগিব । নহলে অকলেই থাকিব লাগিব।

    • @481nahortolil.p.school8
      @481nahortolil.p.school8 5 місяців тому +2

      ঋষি তুমি তোমাৰ মা দেউতা বাবেই জীয়াই থাকিব লাগিব।কেতিয়াও আত্মহত্যা নকৰিবা।তুমি যিমান কষ্ট পাইছা তোমাৰ মা দেউতাই তাটোকৈ বেছি কষ্ট পাইছে তোমাক লৈ।

    • @Eassy_game-yt
      @Eassy_game-yt 5 місяців тому

      June hosa antote val pai, jar montu ake bare safa hi he bujib fake manuhe tu aku anubho nohoi. Muru ake hoise

    • @swapnaskitchenlifevlog7798
      @swapnaskitchenlifevlog7798 5 місяців тому +5

      এতিয়া তেখেতৰ লগত ইমান খিনি হৈ গৈছে কাৰণে তেখেতে এতিয়া তেনকৈ কৈছে সেইটো সকলোৰে লগত হব বা হৈ জেনেকৈ আমাৰ ছোৱালী ৰো লগত ঘটে বহুত তেনেকুৱা হৈ মিছা সপোন দেখাই ছোৱালীৰ মনটো বহুত বেছি আঘাত দিয়ে তেতিয়া আমাৰো এইবোৰ ভাৱ হৈ কিন্তু যাৰ লগত ঘটিছে তখেত সকলক যদি বহুত বেছি মৰম কৰা মানু্হ এজন বা এজনি পাই এদিন নহয় এদিন মন সলনি হবয়... আৰু তেখেতে সকলো কথা নিজৰ মনত যি আহিছে বা ভাবিছে সেয়েহে প্ৰকাশ কৰিছে আৰু বহুত ভাল কাম কৰিছে এতিয়া তেখেতৰ কথা আৰু মনতো জানি বুজি এজনী ছোৱালী আহিব আৰু জিজনি ছোৱালী পাব তেখেতক বহুত ভাল পোৱা মৰম কৰা বুজি পোৱা ছোৱালী পাব আৰু তেখেতে এদিন নিজে পাহৰি যাব জিজনিৰ কাৰণে তেখেতে ইমান পাগল আছিল হিজনি তেখেতৰ লগত ইমান কৰিলে আৰু আজি মই এনেকোৱা এজনী পালো জাক মই ইমান ভাল পাইছিলো তাতকৈও বেছি ভাল পোৱা এজনী পাইছোঁ তেতিয়া তেখেতে নিজে ঠিক হব...

    • @dipaliborah3726
      @dipaliborah3726 5 місяців тому +1

      মানুহৰ জীৱনত হাত প্ৰতি হাত থাকেই, গতিকে দুখৰ মাজতে সুখ বিচাৰি জীয়াই থাকা এই অন্যায়ৰ ফল তুমি নিজে ই দেখিবা, বিপদত ধৈর্য হৈছে মহান গুন তুমি জীৱন যুদ্ধত জয়ী হবাই পে্মৰ বাবে পাগল নহবা জেদ লোৱা আগবাঢ়ি যোৱা জীৱনে নিশ্চয় এদিন সুখ দিবি তাই আছিল তোমাৰ জীৱনৰ কাল নাগিনী, ভাগ্য ভাল আছিল বাবে বাচিলা, সত্যৰ সদায় জয় দুষ্ট ৰ দিন বাৰিয়া ৰ বান পানীৰ দৰে খন্তে কুয়াংচৌ সদায়ে সুখত থাকা, কামত মনোযোগ দিয়া,

    • @saikiatrishna
      @saikiatrishna 5 місяців тому

      Sob kotha aneke nokoba Mr Rishi suwali aneke kua adhikar kune dise ha.. prithibi t ki lora kimm beya ase najana nki kotha vlke koba suali r uprt aneke kotha kua right ni .apat taal okle nabaje bujisa

  • @sitaranibarua5363
    @sitaranibarua5363 5 місяців тому +57

    Rishi , তোমাক এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া তুমি এনে এটা কাম কৰা যিটো দেখি বা শুনি তাই দহি দহি নিজকে শেষ কৰি দিয়ে। আৰু সেইটোৱেই তোমাৰ জীৱনৰ সফলতা হওঁক। ভালে থাকা সদায়।

    • @gitanjalidas2282
      @gitanjalidas2282 5 місяців тому

      Yes thik ktha koise taik vl kri dekhai diok jate tai vbe je mi tar lgt nthki bht bea krilu buli onuvob hy ...ru rishi dada aapuni bht vl songi pbo sinta nkribo ...

  • @tinumaisaikia1694
    @tinumaisaikia1694 2 місяці тому +3

    ধন্যবাদ ঋষি তোমাৰ মুখৰ হাঁহি দেখি ভাল লাগিছে।তুমি যে মা দেউতাক নিঠাৰুৱা নকৰিলা ভগৱানে তোমাক ভালে ৰাখক ❤❤❤🥰🥰🥰

  • @Alpi938
    @Alpi938 5 місяців тому +183

    এজনী ছোৱালীৰ কাৰণে গোটেই ছোৱালী জাতিক বদনাম কৰাটো ভাল নহয়। যদি সকলো ল'ৰাৰ গাত ৰাৱণৰ গুণ থাকিলে হেঁতেন আজি ধৰ্ষণৰ সংখ্যা বাঢ়ি নগ'ল হেঁতেন। সকলো ল'ৰা বেয়া নহয় কিন্তু বহুত ল'ৰাই বহুত ছোৱালীৰ জীৱন ধ্বংস কৰে। আৰু সকলো ছোৱালী একে নহয় কিন্তু বহুত ছোৱালীয়ে বহুত ল'ৰা জীৱন ধ্বংস কৰে। গতিকে কিছুমানৰ বাবে সকলোকে দোষ নিদিব। অলপ practically কথাবোৰ ভাৱিব। ইমান আৱেগিক হ'লে নহ'ব কিন্তু।‌ আপোলোক একমত হয় নে ? মই ছোৱালীক সন্মান কৰোঁ কাৰণ মোৰ মা ও ছোৱালী হয়।

    • @mamonisvlogsandother9132
      @mamonisvlogsandother9132 5 місяців тому

      Right 🙏

    • @pryka4
      @pryka4 5 місяців тому +4

      Thik kotha koise, manuh mantally strong hbo lge ,prem dhkha khaisu buli tu nijok hekh krile nhbo no, krn maa deutatkoi swali jonir Prem dangr hbo nware, swali ba lora krne Mori juatu Prem buli nkoi eitu apuni zid loisile , vale thkk nijor life enjoy korok 👍👍nijok loi happy thkibloi try kribo 🙏🙏

    • @garc9192
      @garc9192 5 місяців тому

      Hosa ktha❤

    • @nishitabharali5368
      @nishitabharali5368 5 місяців тому +2

      লৰা হিচাপে বহুত আবেগিক ঋষি ।এনেকে হলে নহব,,,,যোৱা মানুহ যাব দিয়ক। পৃথিৱীত ছোৱালী কমি আছে নেকি? আৰু এজনীৰ কাৰনেই গোটেই ছোৱালী জাতিক এনেকৈ কিয় কব ?

    • @rupaschannel5856
      @rupaschannel5856 4 місяці тому

      @@nishitabharali5368 taro mentality val nhoi. Hoito suali jonir pora dhoka khai, tar mentality anekua hol

  • @joutisankarpatowary2836
    @joutisankarpatowary2836 5 місяців тому +8

    তাই কৰা পাপৰ ফল দেখা পোৱাৰ বাবে ভগৱানে তোমাক জীয়াই ৰাখিছে মা দেউতাৰ কাৰণে নতুন কে আগবাঢ়ি যোৱা

  • @JayashreeTalukdar-mj6fn
    @JayashreeTalukdar-mj6fn 5 місяців тому +20

    কাৰোবাক সচাঁ অন্তৰেৰে ভাল পালে কাকো পাহৰিব নোৱাৰি , মইয়ো এজন মানুহক বহুত ভাল পাইছিলোঁ নিজতকৈও বেছি ...অকল ছোৱালী বুলি নহয় কিছুমান লৰাও থাকে ভাল পাও বুলি জানিলে সেই ভালপোৱাত আঘাত কৰে আহি..হাজাৰ জনে বুজালেও বুজি নাপায় মনটোৱে ... যিজনে ভাল পায় তেওঁহে অনুভৱ কৰিব পাৰে কিমান কষ্ট,কিমান যন্ত্ৰণা,কেনেকৈ পাৰ কৰিবলগীয়া হয় প্রতিটো দিন প্ৰতিটো পল,প্রতিটো ৰাতি তেওঁ কি অনুভৱ কৰিব বাৰু?পাহৰি যোৱা তুমি কবলৈ সহজ কিন্তু যিজনে ভাল পায় তেওঁহে জানে ,তেওঁ কেতিয়াও বুজি নাপালে মোৰ ভালপোৱাক তেওঁ জানি বুজি মোৰ ভালপোৱাত আঘাত কৰিছে...সচা ভালপোৱাজনে কেতিয়াও কাকো পাহৰিব নোৱাৰে হাজাৰ চেষ্টা কৰিলেও..মোৰ এটাই অনুৰোধ কাকো মিচা আশা নিদিব ,সপোন নেদেখুৱাব যদি পূৰণ কৰিব নোৱাৰে কাৰণ এজন মানুহে সেই সপোন,আশাৰে জীয়াই থাকে ভাঙি নেপেলাব,যদি ভাল পাব নোৱাৰে মিচা ভালপোৱা নেদেখুৱাব কাৰণ কোনোৱাই সচা অন্তৰেৰে ভাল পায় থাকে আপোনাৰ লগত সপোন ৰচে সেই সপোনক ভাঙি নেপেলাব কাৰণ বহুত কষ্ট হয়,হাজাৰ ঠিক হলেও কেতিয়াবা বহুত বেয়াকৈ ভাঙি পৰা যায়..ভাষাই নাই বুজাবলৈ কি কম মই যিজনে সচা ভাল পায় তেওঁহে বুজিব...

  • @rahulburagohain7714
    @rahulburagohain7714 5 місяців тому +45

    Phto sabo mon goise suwali joni

  • @mallikasarmah5303
    @mallikasarmah5303 5 місяців тому +6

    ঈশ্চৰে যি কৰে ভাললৈ কৰে জীৱনতো সুুন্দৰকৈ সজাই তোলক তাকে কামনা কৰিলোঁ ।

  • @BijumoniGogoi-dz3pb
    @BijumoniGogoi-dz3pb 5 місяців тому +6

    তুমি সচাই বহুত ভাল লৰা, তোমাক মোৰ নিজৰ আপোন ভাইটিৰ দৰে লাগে ,তুমি সচাই এজন সচাই অন্তৰ লৰা ,কিন্ত তোমাক মই এটা কথাই কব বিচাৰো তোমাৰ গোটেই জীৱন টো আগত ৰৈ আছে , তুমি কেতিয়াও ভুল নকৰিবা জীয়াই থাকিব লাগিব ঘাট প্ৰতিঘাটৰ মাজেৰেই, এদিন তুমি সুখী হবা আৰু আৰু আন দহজনক সুখী কৰিব লাগিব।

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 5 місяців тому +22

    Rishi tumar vaal houk ____ Hodaai hukhot thaka ❤

  • @riyanmunudas7780
    @riyanmunudas7780 5 місяців тому +20

    আজী দাদাৰ হাঁহি তু দেখি ভাল লাগিছে,,,, ও দাদা তুমি এজনী ছোৱালীৰ বাবে নিজৰ জীৱনটো ধ্বংস কৰিব খুজিচিলা 😢, সেই ছোৱালীৰ বাবে এই পৃথিৱী খন দেখা নাই দাদা মা, দেউতাৰ বাবে হে দেখিচা দাদা

    • @pryka4
      @pryka4 5 місяців тому

      Thikei, suwalik pai kisumne mak dewtak pahori jai,thik tnkoiye dada Jone vbile ,Tai nhle moi jiyai nthku Mori jam but gharr mnhr ktha ebaru nvbile 😱😱😱

  • @NiyorOfficial
    @NiyorOfficial 5 місяців тому +5

    ভালে থাকক দাদা, ভাল দিন আহিব। জীৱন এবাৰেই পাইছে, শেষ কৰাৰ কথা নাভাৱিব। নিজক ভাল পাবলৈ শিকক। ভাল ভাল motivational book পঢ়াৰ অভ্যাস কৰক। জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিকক। হাৰি নাযাব, সমস্যাৰ সৈতে যুঁজি যুঁজি আগবাঢ়িব পৰাটোৱেই জীৱন।

  • @bindassbintu
    @bindassbintu 5 місяців тому +58

    বন্ধু @ Rishi Barman ৰ কথাত দুখ লাগিছে সঁচা কিন্তু সমান্তৰালভাৱে তেওঁৰ প্ৰতি পুতৌও জন্মিছে ৷ এজনী প্ৰেমত অভিনয় কৰিব পৰা ছোৱালী , এজনী চৰিত্ৰহীনা ছোৱালী যিজনী ছোৱালীৰ প্ৰেমিকৰ সংখ্যা অগণন , যিজনী ছোৱালীয়ে নিজৰ পিতৃতুল্য এজন মানুহৰ মানুহৰ লগত শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰিব পাৰে সেইজনী ছোৱালীক নিজৰ পৱিত্ৰ অন্তৰখনত ঠাই দি ৰাখিছে এতিয়াও ৷ বন্ধু ঋষিয়ে তাইক ভাল পাইছিল সঁচা অন্তৰেৰে কিন্তু তাই কেৱল আৰু কেৱল অভিনয় কৰিব জানিছিল ৷ সেইখিনি জনাৰ পাছতো এতিয়াও মন-মগজুত ঠাই দি থকাটোও এক প্ৰকাৰৰ পাপ বুলিয়ে ভাবোঁ ৷ বন্ধু ঋষি এবাৰ আমাক ফোন কৰিবা তোমাৰ সকলো দু:চিন্তা দূৰ কৰিবলৈ চেষ্টা কৰিম Good luck for your future life

  • @smitabhuyan2556
    @smitabhuyan2556 5 місяців тому +29

    যি প্ৰেমত সন্মান নাই যি প্ৰেমত মৰমৰ নাই বিশ্বাস নাই সেইবাবে প্ৰেম নহয় আপুনি হে প্ৰেম কৰিলে তাই প্ৰেম কৰা নাছিল..... পাহৰিবলৈ যত্ন কৰক জীৱনত আগুৱাই হওঁক

    • @flamingsaber5938
      @flamingsaber5938 5 місяців тому +2

      💯 right dae

    • @sudishnarabha7820
      @sudishnarabha7820 5 місяців тому

      আপুনি হে সচাঁ প্রেম কৰিলে, তাই কৰা নাছিল। তাই আপোনাৰ মৰম ভালপোৱাৰ যোগ্যই নাছিল। ভগবানে যি কৰে , ভালে কৰে। আগুৱাই যোৱা,,,,,,, সুখী থাকা।

    • @user-wh3in9mu6i
      @user-wh3in9mu6i 5 місяців тому

      Ami Sai biya patim tension nai

  • @abinashdas7174
    @abinashdas7174 5 місяців тому +5

    Specially thanks baa apunak aku Richi dak apunar showt matar babe 💗😊

  • @thaneswarboruahthaneswarbo3477
    @thaneswarboruahthaneswarbo3477 4 місяці тому +2

    ঋষি দা আপোনাৰ কাহিনী টো আজিৰ লৈকে মই দহ বাৰ মান চাই বহুত বেয়া লাগিছে। আপোনাৰ প্ৰতিটো কথা কান্দি উঠিছো

  • @raceartist4700
    @raceartist4700 5 місяців тому +21

    সচাকৈ তাই এজনী দুৰ্ভগীয়া ছোৱালী কাৰোবাৰ পৰা ইমান মৰম ভাল পোৱা পোৱাটো ভাগ্য লাগিব। তুমি সুখী হোৱা সকলো দেখিবা এদিন

    • @bonolatavlog5580
      @bonolatavlog5580 5 місяців тому +2

      সছাকৈ তাই দুৰ্ভগীয়া ছোৱালী আজি কালি সছা ভালপোৱা পাবলে নাই তাই যেতিয়া এনেকুৱা প্ৰেম বুজি নাপালে এদিন তাই প্ৰস্থাব লাগিব তাই কেতিয়াওঁ সুখ নহয় কৈ থলো।

  • @manishabaro9109
    @manishabaro9109 5 місяців тому +7

    প্ৰেম কৰাজনেহে বুজি পায় প্ৰেমৰ মূল্য কি হুবহু কিছু কিছু কথা মোৰ লগত মিলি গৈছে l সঁচাকৈ মৰি মৰি জীয়াই থকা যায় স্মৃতিবোৰ মনত সদায় জীয়াই থাকে দিন ৰাতি সমান যেন লাগে l সঁচাকৈ বুজালেও সেই সময় খিনিত হে বুজি পোৱা যায় আৰু পিছত একেই হয় কাৰণ মইও এজনী ভুক্তভোগী ছোৱালী l কাৰোবাৰ সুখৰ বাবে মই নিজেই আঁতৰি আহিছো ভালেই থাকক সুখী হক l মোৰ নিচিনা যেন আৰু কাৰো জীৱনৰ লগত খেলা নকৰে কাকো যেন ইমান কষ্টত মৰি মৰি জীয়াই থাকিব নিদিয়ে ভালে থাকা সদায় সুখী হোৱা l

  • @nirmalipathak3571
    @nirmalipathak3571 5 місяців тому +8

    Akal suwali tenekuwa nahay larao ase.Apunar lagat beya hol buliye anar lagat nahabo pare, please agal suwalik dukh nidiba. All the best and go-ahead your life.

  • @user-ku1jp6qp6v
    @user-ku1jp6qp6v 5 місяців тому +2

    Rishi da apuni bohut bohut vl suwali pabo apuni dukh Kori nathakibo ❤😢

  • @riyahiya3182
    @riyahiya3182 5 місяців тому +5

    Be strong Rishi da....❤

  • @mainudowarah287
    @mainudowarah287 5 місяців тому +5

    আগৰ ভিডিঅটো মই বহুত বাৰ চালো। আজি হৰ্থাৎ আকৌ একে কলা ৰংৰ চোলা দেখি আচৰিত হৈ ভিডিঅ চাইছো। কি বা হল আজি,,,
    নিজৰ জীৱনৰ কথা ভাৱক দাদা😘😘 মা-দেউতা আছে। ভাল ৰ্কম কৰি যাওঁক। 🙏🙏

  • @tutumanibarman5384
    @tutumanibarman5384 5 місяців тому +12

    ইমান বেয়া চৰিত্ৰ বুলি জানিও যে তাইৰ পিচত লাগি আছে পৃথিৱীত আৰু বেলেগ ছোৱালী নাপাব নেকি যি হয় ভালৰ কাৰণে হয় বুলি কই তাইটকৈ কিজানি বহুত ভাল ছোৱালী আপোনাৰ ভাগ্যত আছে তাইৰ কথা পাহৰিব নোৱাৰিলে আহিব লগা জনিও কিন্তু সুখ নাপাব তাইৰ নিচিনা চৰিত্ৰ হিনা এজনীৰ কথা ভাবি থাকি কি লাভ ভাল এজনী চাই সুখী হওক তাকে কব বিছাৰিলো আহিব লগা জনিক সুখ দিব বিচাৰক আহিব লগা জনিক দুখ নিদিব আৰু এটা কথা কও সকলো ছোৱালী একে নহয় মইও ভাল পায়ে বিয়া হৈছোঁ তাই আচলতে আপোনাক ভাল পোৱা নাছিল আপোনাৰ টকাক হে ভাল পাইছিল তাই টকা লুভিয়া

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 5 місяців тому +5

    আপোনাক বিপৰীতজনে কিমান ভাল পাই সেইজনক ভাল পাওক, আপুনি বহুত ভাল ছোৱালী পাব চিন্টা নকৰিব,আগলৈ আগুৱাই যাওক,তাইক অনাৰ পিছত কিজানি ভবিষ্যতে আপোনাৰ বেয়াই হ'ল হয়, নিজকে ভুল নকৰিব,তাই এসময়ত ফল পাব ধৈৰ্য আৰু সাহস ধৰক ☝️👍

  • @user-ot8tl4vm7n
    @user-ot8tl4vm7n 5 місяців тому +3

    আপোানা কাহিনীটো শুনি পথম হুনিচিলো আৰু সাহস হৈছিল যে মইও কম এদিন মই ও কৈছিলো tq দাদা

  • @dipamanidas444
    @dipamanidas444 5 місяців тому +3

    Dada apunar vall houk . Hodai hukhot thaka ❤❤ love from bajali❤❤

  • @RanuDas-rp7ct
    @RanuDas-rp7ct 5 місяців тому +1

    True love napahriba Karn pahrib nowari positive blessings vabi dream hicapelio happy hoi taklio jiya thaka long life Rishi Ture love

  • @user-gd6vf4qi1n
    @user-gd6vf4qi1n 5 місяців тому +3

    Dada aponi sosake ajon val lora ....ajon val lorai hoi Maa deotar Jibont sukh aro santi diyok ....ajoni sadharn sowalir karne jibon dan diya Maa deotak mont dukh nidib .... Aponak vgbane jibonto sukh aro santit thakibor karne taik aponar pora atorai nise....aponar interview agte saiso ...aibar dekhi val lagil ...vgbane vale rakhk aponak ... Maa deotak aagt rakhi ntonkoi jibon2 aguwai niba ...god bless you🙏🙏🙏

  • @Xandilyacration
    @Xandilyacration 5 місяців тому +12

    ভাল হওঁক আপোনাৰ , ভগৱানে যিকৰে ভালৰ বাবেই কৰে কিছুমান ❤

  • @durbaphukan2170
    @durbaphukan2170 5 місяців тому +36

    ৰিশিক ভগৱানে কিয় জীয়াই ৰাখিছে জানা ছোৱালী জনীৰ পিছৰ বেয়া হোৱাটো দেখা পাবলৈ ।তাই কৰা পাপ ৰিশিয়ে দেখা পাবই

  • @SatyajitSaikia-rx9fl
    @SatyajitSaikia-rx9fl 5 місяців тому

    Apuni vaale thakok dada,love from jorhat❤

  • @purabirabha5696
    @purabirabha5696 5 місяців тому

    Aji video tu sai bohut val lagise karon apunar jogedi Rishi dai manuhor morom akhribad pai hahokhi hoi jibontu agbari jowat bohut val kam korise apuni . Agoloi anekoi aru val val kam korok.❤

  • @user-oy6qe4qp5m
    @user-oy6qe4qp5m 5 місяців тому +3

    Rishi,tumi swaliaru bowari bhal koi paba diyaoh.ok.❤❤❤❤❤❤

  • @anuboruah4928
    @anuboruah4928 5 місяців тому +10

    ৰ্ৰিশি তুমি নতুন চিন্তাধাৰা কৰা চোন । ভাগি নপৰিবা

  • @chayanikaroy7818
    @chayanikaroy7818 5 місяців тому +2

    Rishi Dak Dekhi bohut vl lagil.akha korisu tekhet hodai vale thakok.

  • @GitanjaliDas-ob1en
    @GitanjaliDas-ob1en 5 місяців тому +1

    Apunar vdo bur Sai vl lge..aru apunai bohut cute hoi.....baa❤❤❤❤

  • @bishnupriyagogoi50
    @bishnupriyagogoi50 5 місяців тому +23

    ঋষি মানুহৰ জীৱনত দুখ থাকেই ।আমিও পাৰ কৰি আগবাঢ়ি আহিছো।ধনাত্মক কথা পতা লোকৰ লগত থাকা।

  • @tulikabaishya8659
    @tulikabaishya8659 5 місяців тому +20

    সকলো ছোৱালী একে নহয় আৰু সকলো লৰাও একে নহয়

    • @ajmal_ali_a
      @ajmal_ali_a 5 місяців тому +1

      90% suyali a anekuya.... 10% suyali he val

    • @partha60005
      @partha60005 5 місяців тому

      You are right ​@@ajmal_ali_a

  • @alinapatgiri4441
    @alinapatgiri4441 5 місяців тому +2

    Aru dada jon 😊 vl lgil

  • @junumanichoudhury3636
    @junumanichoudhury3636 5 місяців тому

    Apunk anek dekhi bohut besi vl lgise dada❤

  • @nazirabegum1637
    @nazirabegum1637 5 місяців тому +5

    Anjoli . Anjoli me tomhe bhul jao a hone nehi dunga . Or Tom mujhe bhul jao a hone nehi donga .😂 (Dharkan )

  • @parhanabegum9534
    @parhanabegum9534 5 місяців тому +6

    চৰিত্ৰহীনা এজনীৰ কাৰণে নিজৰ জীৱনটো কিয় শেষ কৰিব লাগে।যিদিনা তোমাক ঘৰত থাকিব মাতিছিল সেইদিনাই তুমি বুজিব লাগিছিল কেনেকুৱা ছোৱালী।তুমি ভুল কৰিলা।

  • @pampisaharia2449
    @pampisaharia2449 5 місяців тому +2

    ছোৱালী জনীক চাব মন গৈছে,, কেনেকুৱা আছিল দেখিবলৈ।।দাদা আপোনাক যাতে ভগৱানে সদায় ভালে ৰাখে।। ভগৱানৰ কৃপাদৃষ্টি সদায় তোমাৰ ওপৰত থাকক 😊

    • @karabihazarika6071
      @karabihazarika6071 5 місяців тому

      সঁচা মোৰো বহুত বেছি মন গৈ আছে

  • @ankitadas11896
    @ankitadas11896 5 місяців тому +2

    Love from Guwahati ❤❤

  • @gitimabarman1272
    @gitimabarman1272 5 місяців тому +7

    ঋষি এতিয়া তুমি সুখী বুলি ভাবা।

  • @karishmasaikia5279
    @karishmasaikia5279 5 місяців тому +25

    বিয়া নপতা আগত যি প্রেম হয় সেই প্রেম বিভেচাৰ ......শুনিৱলৈ অলপ বেয়া লাগিব পাৰে কিন্তু এয়াই সত্য.... প্রেম কৰক বিয়া পতা পাচত প্রেম কৰক .......(সমগ্ৰ পৃথিৱী বিভেচাৰত ডুব গৈ আছে)

  • @rupadas3253
    @rupadas3253 5 місяців тому

    Dada apuni aguai jauk apunar mukht hahi dekhi val lagise❤❤❤

  • @gunajitbarman2066
    @gunajitbarman2066 5 місяців тому +1

    Rishi agor kotha bilak pahori tmi aguwai juwa ❤❤❤

  • @jyotishnadas9113
    @jyotishnadas9113 5 місяців тому +3

    Love from jorhat❤❤

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 5 місяців тому +11

    Comming soon 300k subscribers🎉❤️🔥

  • @RanuDas-rp7ct
    @RanuDas-rp7ct 5 місяців тому +1

    Tumak thanks Tumi jiya thaki lifeto happy hle bhut true love kri nopowa shkl mri mri kenekoe hahi hahi jibn jiyablie perna pab gtike bhutr perna Risi perna Risi hie happy thaka Life tobhut shundr hab

  • @tokimegu2398
    @tokimegu2398 5 місяців тому

    Interesting videoe❤from Arunachal pradesh, Pasighat

  • @priyankasaikia5302
    @priyankasaikia5302 5 місяців тому +5

    বহুতে কৈ আছে তেওঁক যে তাই ইমান বেয়া ছোৱালী তথাপি আজীৱন তাইকে ভাল পাওঁ,, বহুত ভাল পাওঁ,,,, আচলতে এয়াই প্ৰেম,,,,তাই যিয়েই নহওক,,, তেওঁৰ প্ৰেম নিভাঁজ আৰু সছা আছিল,,, ভাল পাই ন,,, ভাল পোৱা শব্দ টো সাধাৰণ যেন লাগে কিন্তু বহুত কিবা কিবি আছে জানা এই শব্দটো ৰ ভিতৰত,,,,,,,বাকী সকলো ভালে থাকক,,, আনক ঠগি কোনেও ডাঙৰ মানুহ নহয়,,, ভগৱান আছে ন,, বিশ্বাস ৰাখক,,, অভিশাপ বোলা শব্দ এটা আছে ন,,, গতিকে 😊,,,,,,😢😭

  • @earinhazarika5407
    @earinhazarika5407 5 місяців тому +14

    Suali jnir name tu lge ru insta id lge amiu sau tair mukhkhon😂😂

  • @MallikaDas-wi8wp
    @MallikaDas-wi8wp 25 днів тому

    Ji hoise pahori aguwai jaok jibonot taitkoi bhut val suwali pabo

  • @CheniramHazarika-ib4dr
    @CheniramHazarika-ib4dr 4 місяці тому

    ৰৃচি, ভাল পোৱা দুজনৰ মাজত হে হয় ।আগলৈ চোৱা ।হৈ জোৱাবোৰ পাহৰি জোৱা।

  • @nilamd676
    @nilamd676 5 місяців тому +3

    Being a girl or a lady, moi okonman beya palu j hokolu suwalik hanguri apuni suwali hokolok xaap buli kole… hokolu suwali beya nohoi Dada, don’t judge everyone for a single lady… Hoi,apunar logot beya hoise bohut aru suwali gorakir vul hoise aru beya Kintu don’t use the word ‘hokolu’… bohut val suwali ase june example set korise true love’r… lorau ase val tenekoiye… Thik tenedore beya lora- suwali duyuta thake…. Kintu hokolu nohoi… correct your words and choose word wisely. Sob lora val buli example dise teu kintu 98% percent beya buli koise, statement dise which is wrong.Aru Himashree, don’t accept such statement and correct that…Its your duty and responsibility as a host. By the way,Wish you a good life ahead❤

  • @malabikamunu7437
    @malabikamunu7437 5 місяців тому +49

    Ketiyaba jdi Rishi dadai biya pate o tenehole baa Abar interview loba sn para jdi❤

  • @jinturajbongshi7004
    @jinturajbongshi7004 5 місяців тому

    Vall lagil dadar katha bor xuni god bless you

  • @sankardas6943
    @sankardas6943 9 днів тому

    সঁচাই বহুত দুখ লাগিল।তাই কিন্তু উচিত শাস্ত্ৰী পাব।চাই থাকক

  • @hemalatasarma291
    @hemalatasarma291 5 місяців тому +5

    আগুৱাই যোৱা।

  • @minto_choudhury
    @minto_choudhury 5 місяців тому +3

    Aponake lag pab bhut essa ase ba I from Mangaldai ❤❤

  • @lukumonirani5917
    @lukumonirani5917 4 місяці тому

    Rishi da tmi bht strong hoi thakiba, saba edin tmr life taitke khub besi goon thoka swali paba apni nibisarileyu vogobane edin apnak ei khukh diboye.. First video2 sai kandilu bht bsi beya lagil kin2 heibli tai bbey life2 new k start nokorakoi nathakibo taii ejoni bht dangor bighini asil apunar life t.. Ji hoi valor babey hoi time thakute vogobane apnak bosai dile rishi da.. You are save... Val loga kam kori jaok bg kri rakhok nijok, enekoi lahelahe hokolu patol hoi jabo...

  • @KarishmaMajumdar-zn8pn
    @KarishmaMajumdar-zn8pn 5 місяців тому

    Agr story tu saisilu vl lagisil😢😢..but vbi asilu Ako abar matile.dada jnk.. finally palu Ako abar ❤😊 ... love from baihata ❤❤

  • @PriyankaChetia-xc6fm
    @PriyankaChetia-xc6fm 5 місяців тому +5

    Jar jibnt hoi ase ....hei a buji pai...kene kua lge....kimn kosto jiyai thkibo lge😢....

  • @chayanika198
    @chayanika198 5 місяців тому +4

    Jak bht besi val pua jai,,,teok ketiao pahoribo nuari...

  • @jonalibarman3246
    @jonalibarman3246 5 місяців тому +2

    Right, Apounar kotha khini ji hoise sage val r babe hoise

  • @sourabhbhattacharyya5786
    @sourabhbhattacharyya5786 5 місяців тому +2

    Rishi daa r video tot atiya 1.1M views xoklotkoi popular video ❤

  • @manjii5025
    @manjii5025 5 місяців тому +3

    Moy vabi asilu fash video tur pist dada kt ase ki kari ase ? Aji tomr video t dadak dekha pai vl lagile.. life tu ajani R......r karane nahoy nijar ma deutar babe jiai thakibo lagibo❤❤ so xokolo bor bad di life tu notun ke start kora👍👍 Happy New life 💐

  • @NirmolRay118
    @NirmolRay118 5 місяців тому +3

    Rishi dar love story sowar pisot aponar chanel2 r proittek video sai asu...aji rishi dar video pai bohut val lagil..

  • @user-oy6qe4qp5m
    @user-oy6qe4qp5m 5 місяців тому +1

    God bless you. Rishi.❤

  • @user-oy6qe4qp5m
    @user-oy6qe4qp5m 5 місяців тому +2

    Love from Ghuwahati "Assam ".

  • @nitishdoley9288
    @nitishdoley9288 5 місяців тому +6

    জীৱন টো এবাৰ ,বয়স বহুত বেছি আছে। যি কৰে ভগৱানে ভালেই কৰে। জীৱন টো সুন্দৰকৈ ৰঙীন হ'ব। জীয়াই থাকক , ছোৱালী জনী চৰিত্ৰ কৈছে । বুজিবলৈ কি

  • @Koushikdeka11
    @Koushikdeka11 5 місяців тому +22

    Times heal everything Rishi....

    • @kamakhyadas3713
      @kamakhyadas3713 5 місяців тому +2

      এনেকুৱা ছোৱালীৰ কথা কিয় ভাবি আছা মই বুজি পোৱা নাই

    • @tanviahmed9773
      @tanviahmed9773 5 місяців тому

      তাকে টো পৃথিৱীত ছোৱালী অকল তাই এ আছে নেকি বাৰু কোনো কম নহয় দুয়োটা সমান​@@kamakhyadas3713

  • @punagogoi3671
    @punagogoi3671 5 місяців тому +2

    Anekuwa beya suwali kotha vabi nathakib apuni vale thakok dada ❤❤❤❤

  • @ranjugoswami8810
    @ranjugoswami8810 5 місяців тому +1

    😢 ভগৱানে যি কৰে ভালৰ কাৰণে কৰে।তোমাৰ ভবিষ্যত ভাল হ'ব।

  • @manibankalitanath3648
    @manibankalitanath3648 5 місяців тому +6

    তুমি যিমানেই হৃদয়ৰ পৰা ভাল নোপোৱা কিয় , ছোৱালী জনীয়েই যদি বদমাছ হয় , পৰপুৰুষৰ পৰা পইচাৰ বাবেই তোমাক লাঠ মাৰিব পাৰে । তেন্তে তোমাৰ প্ৰকৃত ভালপোৱা তেনে ছোৱালীৰ বাবে নহয়য়েই । ভগবানে যোৰ বনাই থৈছে তোমাৰ বাবে । ফালটু ছোৱালী এজনীৰ বাবে এবাৰ লাভ কৰা মানুহৰ জীৱনটো ধংস নকৰিবা ।তুমি এতিয়া তাইৰ কথা বা তোমাৰ প্ৰেমৰ চিন্তা কৰি অবাবত সময় নষ্ট নকৰিবা । ডেকা জীৱনটো আগুৱাই নিয়া । ভাল কৰ্ম কৰা। সময় নষ্ট কৰাৰ সময় নাই ডেকা লৰা । 👍

  • @DF1111DM
    @DF1111DM 5 місяців тому +7

    Eyaak bujai ekku labh nai.... nije jetia loike bujibo nukhuje kuneu bujabo nuware.... ejoni suwalir karone pagol hua burok moi bhal napau... prithivi t okol bhal puai sb nohoi... bohut kaam aase kori jaboloi...

    • @garc9192
      @garc9192 5 місяців тому +2

      Hokolu manuh apunar nisina practical nhoi ru hokolu Rishi r nisina imman emotional u nhoi. Sob blg blg ami. Bya pabo logia tat aku nai. Ami accept koribole hikibo lge individual difference❤

    • @chandangogoi4164
      @chandangogoi4164 4 місяці тому

      Jar logt hoi se hi gom pai

    • @DF1111DM
      @DF1111DM 4 місяці тому

      @@garc9192 bhulor pora jodi nihike tente tar logot xodai eke ghotonai hobo... besi practical jenekoi beya thik heidore besi emotional u beya... balance thakibo lage... but eyaar khetrot emotional tu besi... aaru eyaar baabe he nijei jogoriya jodi emman manuh r support r pisotu jodi he ekekhini kotha loiye dukh kori aase... eibur Karmic cycle ... lesson hikaboloi aahi lesson hikai gusi jaai... accept kori aag barhibo lage... soul growth tetia heh hobo... eyaat over emotional manuh k jaar jenekua nature buli excuses di taak aakow bhul buli jani moi respect dibo nuwaru dei... practically kom jate aakow heikhini nubhugok... olp practical manuh buror porau hikibo lage..
      Practical manuh yeu kande... but eketa kotha ke haboti bohi nathake...

    • @DF1111DM
      @DF1111DM 4 місяці тому

      @@chandangogoi4164 aamar protyek r logotei kom besi porimane ene ghotona kiba nohoi kiba etaa hoise... taar karone prothome bhukto bhugi jonoloi onukompa jage... but eketa ghotona ke haboti bohi thakile hobo ne ??? Soul growth kenekoi hobo ??? Aan manuh buror support pautei teulukor pora advice bur loi aagbarhibo laage... karon advice diya protyek manuh r life te tene ghotona ghoti goise etimodhye... aaru teuluke taak overcome koribo parise... so eke kotha ke haboti bohi nathaki practically tene manuh r advice lobo lage...

  • @JasmineKonwar
    @JasmineKonwar 5 місяців тому

    Dada aji apunak akou dekhi bohut besi Val lagil, bat sai asilu akou apunak sabole, hukhi hok agbahi jaou tare akha koru,😊

  • @kankanabarman4320
    @kankanabarman4320 5 місяців тому

    Dada kotha bur val lage aji ako dadak dekhi mon khush hoi gl❤

  • @chandanburagohain276
    @chandanburagohain276 5 місяців тому +6

    The heart of a woman is not united; it is divided.
    While she is talking with one man, she looks lustfully at
    another and thinks fondly of a third in her heart.
    😂😂😂Pubali botah he utuwai loi nodid pelai thoi gol 😢😢😅😅😅

  • @rashmidas8922
    @rashmidas8922 5 місяців тому +3

    Emn vl puwa mnh amr life t he nahe 😢

  • @sapnadas9196
    @sapnadas9196 5 місяців тому +1

    Aponar vdo 2 ta sai bya lagise ,kintu valo lagise aponar val houk God bless you ..

  • @DeepaDevi-pf1de
    @DeepaDevi-pf1de 5 місяців тому

    Be strong ,be positive ,god bless you

  • @user-ht1sj6ch7u
    @user-ht1sj6ch7u 5 місяців тому +3

    Moi ata 16th year or lora hoi moi nijei kandisu

  • @RahulRabha-gr1cx
    @RahulRabha-gr1cx 5 місяців тому +4

    বা তুমি ঠিক কথা কে কৈছা.....! এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱনটো শেষ কৰাটো ময়ো ভাল বুলি নাভাবো.....! কাৰণ মাক - দেউতাকে মনত বহুত দুখ পাব.......! 😢😢😢

  • @manishadeka5319
    @manishadeka5319 24 дні тому

    সঁচা ভাল পালে এনেকুৱা এ হয় মোৰো হৈছে এনেকুৱা ঘূৰি আহিছে কিন্তু বিশ্বাস নাই আগৰ দৰে ।। অপেক্ষা মাথোঁ ভগৱানক আঁধি আছোঁ আৰু।।

  • @Krishnakoch174
    @Krishnakoch174 5 місяців тому

    Apunar video bur sai val lagil aru apuni bohut cute hoi...baa❤❤❤❤❤❤❤❤❤

  • @bikiraj7246
    @bikiraj7246 5 місяців тому +3

    Swalik xonman korba lage kintu bishak nohe 😢

  • @ParvesAlom-ln9dt
    @ParvesAlom-ln9dt 5 місяців тому +128

    Sowali borok bishash kori love nai

    • @user-ye9cu7nn7r
      @user-ye9cu7nn7r 5 місяців тому +72

      Sob suwali ake nhoi.ae karone sob suwali buli nkoba😠

    • @arjumabegum4876
      @arjumabegum4876 5 місяців тому +37

      Xokolu suwali ake nhoi😢😢😢

    • @sangitakalita7667
      @sangitakalita7667 5 місяців тому +21

      Sob sowali ake nahoi kin2

    • @pujarajbangshi6455
      @pujarajbangshi6455 5 місяців тому

      Sob swali ake nhoi kintu murtu loraburk biswakh nhoi.... Karn jibont bor beakoi abar thog khlu🙂jitu kahini hoitu xokoluye xunile mnuhk blv krib nuwarib🙂

    • @rijuthakuria991
      @rijuthakuria991 5 місяців тому +12

      Sob swali a ake , amar maa hator generation tuh bht vl asil but atiyar generation or sob fl2

  • @ganeshdeka2380
    @ganeshdeka2380 5 місяців тому

    Sai vl lgil..suwali kisumn hoi tenkua but lora bur hoi kisuman...

  • @manalishadas2421
    @manalishadas2421 5 місяців тому +1

    Congratulations for 300k🎊😍☺

  • @axomiya558
    @axomiya558 5 місяців тому +7

    pagol ata ei. emn dangr mesiurd lora atar kotha xunk sn raij.

    • @mrsame6871
      @mrsame6871 5 місяців тому +9

      Blgk pagol kuar agt spelling to correct kri lua(matured)

    • @alinapatgiri4441
      @alinapatgiri4441 5 місяців тому

      ​@@mrsame6871tke

    • @user-pr5tc6vm2m
      @user-pr5tc6vm2m 5 місяців тому

      Toi bor hoiso j matured...njk abr sailo gm paiso toi lukok kua k...tur life t ki hoiase blg a knke jnibo njk abr bhbi sbi stupid

  • @rbrinki1898
    @rbrinki1898 5 місяців тому

    Jibonot ketiaw xukhi nohobo tai...xokolu thkiu tair eku nathakibo .....vgbn ase nhy ...🙏apuni vale thakok ...xahoxi houk ❤

  • @Heydosto123
    @Heydosto123 5 місяців тому +2

    Ahi gol ❤

  • @rajibbora2075
    @rajibbora2075 5 місяців тому

    Dada aru baidau moi ai vidio2 agor 2bar salu ...aji ako pai bhut bohut dhoinobad.aru dada taik apuniu jolauk sun kio eman durbol

  • @sumandeka7568
    @sumandeka7568 5 місяців тому +1

    আগৰ ভিদিওটো চাই কৈছো নহয় কিমান দিনলে যে মনত পৰি আছে মই বুজাব নোৱাৰো সছাই 😔 আৰু কিমান দিন যে বিছাৰিছিলো fb t বিছাৰি নাপালো । বাকি যিয়ে নহক তোমাক আজি এই অৱস্থাত দেখি ভাল লাগিছে । আগুৱাই যোৱা 😍🥰👍

  • @nalinisaharia8078
    @nalinisaharia8078 4 місяці тому

    Tumi maditetion +counceling kara .God is All.dhajya param bandhu .God bleass you Rishi .

  • @SPKmasti
    @SPKmasti 5 місяців тому +1

    দাদা তুমি তোমাৰ জীৱনটো আৰু তোমাৰ মা দেউতাৰ কথা ভাবি ধুনীয়াকৈ থাকা। জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰা। তুমি তাইৰ কথা যিমান খিনি কলা টো তাইক মই এজনী বেচ্ছা বুলি কলো। তাইৰ সংসাৰ কেতিয়াও সুখী নহয়। সেইটো ফাইনেল আৰু যিজন লৰাই বিয়া কৰাইছে তাইক, টো সিও পস্টাব কিছুদিন পিছত। কাৰণ কুকুৰৰ নেজ কেতিয়াও চিধা নহয়, টো কাইলৈ আৰু কাৰোবাৰ লগত পলাই যাওতেও ভৰষা নাই। টো তাইৰ কথা ভাবি নাথাকিব।আপোনি আপোনাৰ মা দেউতাৰ কথা ভাবি ভবিষ্যত আগুৱাই যাওক।।

  • @MadhurimaGogoi-s2h
    @MadhurimaGogoi-s2h 6 днів тому

    Rishi dada love you ❤