।।Barpeta Satra।। Puwar prasang ।। Gunindra Nath Ojah ।।

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • চৈধ্য প্ৰসংগ : পুৱাৰ পাঁচ , আবেলিৰ তিনি আৰু ৰাতিৰ ছয় প্ৰসংগ মিলি চৈধ্য প্ৰসংগ। "চৈধ্য প্ৰসংগৰ নিয়ম প্ৰৱৰ্তন মথুৰাদাস বুঢ়া আতাৰ আধ্যাত্মিক দৰ্শনৰ কীৰ্তিস্তম্ভস্বৰূপ"। মই আজি আপোনালোকৰ ওচৰত বৰপেটা সত্ৰত নিয়মিতভাবে চলি থকা চৈধ্য প্ৰসংগৰ পুৱাৰ প্ৰসংগ( পাঁচটা) অংশ আগবঢ়ালো। ৰাইজে যাতে গ্ৰহণ কৰি মোক উৎসাহিত কৰে।

КОМЕНТАРІ • 585

  • @jadabkalita4155
    @jadabkalita4155 3 роки тому +21

    নামেই সচা, নামেই পৰম ধন। বহু জন্মৰ কৰ্মৰ ফলত হে নাম ধন আয়ত্ত কৰিব পাৰি। যি গুণে আপোনাৰ জীৱন সাৰ্থক কৰি তুলিছে। আপোনাৰ কণ্ঠত বৰপেটা সত্ৰখন মোৰ চকুৰ আগত ভাহি উঠিছে । ধন্যবাদ গুনিন ওজা দেৱ। 🙏🙏🙏

    • @guninojah7483
      @guninojah7483  3 роки тому +1

      ছাৰ বহুত বহুত ধন্যবাদ।

  • @rupanjalidas158
    @rupanjalidas158 3 роки тому +26

    শ্ৰদ্ধাৰ খুৰা আপোনাক সেৱা জনালো ৷ সুমধুৰ কন্ঠেৰে ভক্তিৰ ৰস পান কৰিলো""এই ৰস অমৃতৰ সমান ৷ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো""""""

  • @LowerAssamYt
    @LowerAssamYt Рік тому +7

    এনে লাগিছে মোৰ জীবনত কৰি অহা পাপ বোৰ সকলো সমাপ্ত হৈ গল!! জীবনত সদায় যাতে এনেকৈ শুদ্ধ মন লৈ আগ বাঢ়িব পাৰো!! আপোনাৰ শুমধূৰ কন্ঠ সদায় শুনিব পাম বুলি আশা ৰাখিছো!! ধন্য বৰপেটা

    • @guninojah7483
      @guninojah7483  Рік тому +1

      ধন্যবাদ। ভাইটি

  • @dibyavlogs_07
    @dibyavlogs_07 2 роки тому +12

    বাপ তোমাক প্ৰথমে প্ৰণাম জনালোঁ।🙏
    ধুনীয়া লাগিলে আপোনাৰ প্ৰসংগ টো শুনি,এনেকৈ আৰু শুনিব পাৰো যাতে পিছলৈ তাৰেই মনোকামনা কৰিলোঁ🙏❣️

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      ধন্যবাদ

    • @dasnipul69
      @dasnipul69 2 роки тому +1

      সুন্দৰ।

    • @dasnipul69
      @dasnipul69 2 роки тому +1

      @@guninojah7483
      সুন্দৰ চিন্তা

  • @gunadhardas1551
    @gunadhardas1551 2 роки тому +15

    গুৰু দুজনাৰ অনুপম সৃষ্টিক সুন্দৰকৈ পৰিবেশন কৰি,আমাক শুনোৱাৰ বাবে, আপোনাক অশেষ ধন্যবাদ।

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      ধন্যবাদ

    • @pradunyagogoi2222
      @pradunyagogoi2222 Рік тому

      অতি সুন্দৰ শুনিলে শুনি থাকিব মন যায় 🙏❤️

  • @SukumarBaishya
    @SukumarBaishya 2 роки тому +15

    কৃষ্ণ ! অতি মহান প্ৰয়াস! ভৱিষ্যত প্ৰজন্মৰ উপযোগীকৈ আমাৰ ঐতিহ্যক সংৰক্ষনৰ এই মহৎ কৰ্মৰাজী আৰু আগুৱাই নিবলৈ আপোনালোকক পৰম কৰুণাময় ঈশ্বৰে শকতি দিয়ে যেন, এই প্ৰাৰ্থনা কৰিলোঁ।

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      বহুত বহুত ধন্যবাদ বাপ

  • @RijuPathakSatradhikar
    @RijuPathakSatradhikar 3 роки тому +104

    বৰ সুন্দৰকৈ উপস্থাপন কৰা হৈছে । এনেদৰে গোটেই ১৪ প্ৰসংগ আগবঢ়োৱাৰ বাবে অনুৰোধ জনালোঁ 🙏

    • @guninojah7483
      @guninojah7483  3 роки тому +22

      ধন্যবাদ পাঠক প্ৰভু ঈশ্ৱৰ।ভবিষ্যতে সময় সুবিধা পালে গোটেই চৈধ্য প্ৰসঙ্গৰ কাম কৰিম।

    • @dulumanitalukdar3534
      @dulumanitalukdar3534 Рік тому

      .
      Nam

    • @dulumanitalukdar3534
      @dulumanitalukdar3534 Рік тому

      M
      Pm If

    • @dulumanitalukdar3534
      @dulumanitalukdar3534 Рік тому

      @@guninojah7483
      🐒🐯(๑ↀᆺↀ๑)ʕ ͡° ʖ̯ ͡°ʔʕ ͡° ʖ̯ ͡°ʔヽ(`д´;)/

    • @Jitumoni77
      @Jitumoni77 Рік тому +2

      বাপ যুগল প্ৰসঙ্গ মানে কি ? ক'ৱনে

  • @babulchandradas421
    @babulchandradas421 3 роки тому +10

    অতি সুন্দৰ। বুঢ়া আতাৰ জন্ম তিথিৰ দিনটোত শুনাৰ সৌভাগ্য নহ'লেও মহাপুৰুষ মাধৱদেৱৰ জন্ম তিথিৰ দিনাখন অন্তত শুনিব পাৰিলো।
    কি অপূৰ্ব!

    • @guninojah7483
      @guninojah7483  3 роки тому +1

      বহুত বহুত ধন্যবাদ ছাৰ

  • @ashimhazarika2798
    @ashimhazarika2798 Рік тому +5

    কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ পুৱাৰ যুগল প্ৰসঙ্গ ভাগ শুনি সুন্দৰ লাগিল।🙏🙏🙏

  • @uddiptatalukdar7459
    @uddiptatalukdar7459 3 роки тому +12

    ডেউলত বৰপেটা লৈ গৈছিলো। তাতেই থাকি যাবলৈ মন গৈছিলো সত্ৰতেই।মায়াই আকৌ মনক বন্দী কৰাত ঘৰ উভতিলো । আপোনাৰ শুৱলা কন্ঠই মোক মোৰ মনটোক পুনৰ বৰপেটালৈ লৈ গ'ল

  • @rubulchandradas7043
    @rubulchandradas7043 2 роки тому +6

    অতি উত্তম। দেহমন জুৰোৱা কন্ঠ। চিৰস্মৰণীয় পৰিবেশন। ৰুবুল। বিষ্ণুপুৰ সত্ৰ

  • @akhomiyasanskritrivaunanat6510

    কৃষ্ণ কৃষ্ণ বাপ। চৈধ্য প্ৰসংগৰ বিষয়ে আৰু অলপ কবলৈ সেৱা ধৰিলো।

  • @junumech653
    @junumech653 2 роки тому +4

    কৃষ্ণ প্ৰভূ সেৱা জনাইছো কৃষ্ণ অতি সুন্দ 🙏🙏🙏🙏কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ প্ৰণাম প্ৰভূ গুৰুজনাৰ সেৱা জনাইছো

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      কৃষ্ণ কৃষ্ণ বাপ

  • @manabjyotideka4719
    @manabjyotideka4719 22 години тому

    ওজা বাপ প্ৰভু ভগৱন্তই আপোনাক আগলৈকে এনেদৰে প্ৰভুৰ নামগুন গাই যাবলৈ আশীর্বাদ কৰক।

  • @PurabiBaishya-zx7iw
    @PurabiBaishya-zx7iw 11 днів тому

    হে বাপ আপোনাৰ সুমধুৰ কণ্ঠেৰে ৰাতিপুৱাৰ যুগল প্ৰসঙ্গ শুনি জীৱন ধন্য হোৱা যেন লাগিছে

  • @ratneswardas4648
    @ratneswardas4648 2 роки тому +4

    অতি সুন্দৰ কণ্ঠ, এনেকৈ সুন্দৰ আপুৰুগীয়া সুৰ সমূহ চিৰস্থায়ী কৈ ভৱিষ্যত প্ৰজন্মলৈ সং ৰক্ষিতকৈ থৈ যাবলৈ সেৱা ধৰিলো বাপ কৃষ্ণ !

  • @kuladadutta5838
    @kuladadutta5838 Рік тому +2

    সুন্দৰ হৈছে প্ৰসঙ্গ ভাগ। শুনিলে ভক্তিত মন ভৰি পৰে ।এনেকৈ সত্ৰৰ পৰমপৰা ৰক্ষা কৰি যাওক ।🙏

  • @jayantachetia4488
    @jayantachetia4488 5 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ঢৰণ কমলত শত কৌতি প্ৰনাম গুৰু জনাৰ অমূল্য সম্পদ ৰাজি ধৰি ৰখা বাবে কৃষ্ণ ধণবাদ

    • @guninojah7483
      @guninojah7483  4 місяці тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @pradiptalukdar7798
    @pradiptalukdar7798 2 роки тому +5

    বাপ-প্ৰনাম ৷ চৈধ্য প্ৰসঙ্গ আপোনাৰ কণ্ঠত শুনাৰ আশা ৰাখিলো ৷ কি যে সুমধুৰ কণ্ঠ ৷

    • @guninojah7483
      @guninojah7483  2 роки тому

      চেষ্টা কৰি চাম বাৰু

  • @bhupeshchnath8713
    @bhupeshchnath8713 Рік тому +2

    পৰম ভক্তি ৰসেৰে প্ৰসঙ্গ গোৱা হৈছে । মন প্ৰফুল্লিত কৰিছে বৰ সন্তোষ পালো ।। কৰুণাময়ৰ ওচৰত প্ৰণিপাত জনালো সকলোকে কুশলে ৰাখক 🙏🙏🙏

    • @guninojah7483
      @guninojah7483  Рік тому

      বহুত ধন্যবাদ। বাপ

  • @arindamcreation6571
    @arindamcreation6571 Рік тому +5

    কি অপূৰ্ব কন্ঠ আপোনাৰ বাপ, জয় গুৰু শংকৰ, জয় বৰপেটা।

  • @rajbongshigaming7245
    @rajbongshigaming7245 2 роки тому +3

    কৃষ্ণ🙏
    জয় শুৰু শংকৰ
    শ্রীমন্ত শংকৰদেৱ সংঘ🙏
    অতি সুন্দৰ হৈছে বাপ কৃষ্ণ🙏

  • @pranjalkishoresharmah4942
    @pranjalkishoresharmah4942 3 роки тому +6

    ঐশ্বৰিক কন্ঠ ৷ স্বৰ্গীয় সুখানুভূতি ৷ আপোনাক প্ৰণাম 🙏 ৷

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h 2 роки тому +3

    কৃষ্ণ বাপ অতি সুন্দৰ মধুৰ কন্ঠ‌ বহুত ভাল লাগিল নাম অমৃত শুনিবলৈ পায় আমি ধন্য হলো আপোনাসৱৰ শ্ৰীচৰনত ভক্তি ভৰা সেৱা জনালোঁ

    • @guninojah7483
      @guninojah7483  2 роки тому +2

      কৃষ্ণ কৃষ্ণ ,সেৱাহে

  • @dharmanarayannath7842
    @dharmanarayannath7842 Рік тому +2

    বৰ সুন্দৰ কন্ঠ। ভক্তি ভাৱ যোগাই তলাত এই সুমধুৰ অতি প্ৰয়োজন। পাঠক দেৱৰ পৰা আটাই খিনিকে পালো । তেখেতক শত শত প্ৰনাম জনাইছো । জয় গুৰু শংকৰ।

    • @guninojah7483
      @guninojah7483  Рік тому

      বহুত ধন্যবাদ প্ৰভু

  • @himangshudeka8873
    @himangshudeka8873 3 роки тому +3

    কৃষ্ণ
    জয় গুৰু শংকৰ
    অামি অতি আগ্রহৰে দুপৰীয়াৰ প্ৰসংগ খিনি শুনিব পাৰিম বুলি আশা কৰিছো। 🙏

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      চেষ্টা কৰি চাম

  • @kalpanahazarika7631
    @kalpanahazarika7631 Рік тому +1

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ট।ভক্তি নিগৰাই দিছে।জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @dhanjitdas6694
    @dhanjitdas6694 2 роки тому +5

    কি যে সুন্দৰ কন্ঠ কবলৈ ভাষা নাই মোৰ । ১৪ পতল আপোনাৰ কন্ঠৰে শুনিবলৈ পাম বুলি আশা কৰিলো মামা ।

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      চেষ্টা কৰি চাম

  • @RJHMvideoblogs
    @RJHMvideoblogs Рік тому +2

    অতি অনুপম। সৰুৰে পৰাই আপোনাৰ কণ্ঠত এনেধৰনে শুনিবলৈ পাইছিলোঁ গুৰুজনাৰ অপৰূপ সৃষ্টিৰ বহুখিনিয়েই। আজি শুনিবলৈ পাই আপ্লুত হ'লো। জয় গুৰু শংকৰ। জয় বৰপেটা।

  • @madanborah8890
    @madanborah8890 3 роки тому +2

    🙏💐🙏 কৃষ্ণ কৃষ্ণ বাপ,অধমৰ ,সেৱা জনাইছো।নাম ‌ভাগ অতি জনপ্ৰিয় হৈছে । শুনি ধন্য হলো। কৃষ্ণ কৃষ্ণ। শুনি থকাৰ হেপাহ থাকিল।

  • @kanitapathak2660
    @kanitapathak2660 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ইশ্চৰ সেৱা আগবঢ়ালোঁ। ।

  • @pampidas9998
    @pampidas9998 3 роки тому +5

    অতি সুন্দৰ হৈছে Sir... আপোনালৈ মোৰ এটা বিনম্ৰ অনুৰোধ, এনেদৰেই যেন গোটেই ২৪ যুগল পতল আপুনি আমালৈ আগবঢ়ায়. আমি নথৈ আনন্দিত হম. আপোনালৈ মোৰ এয়াই অনুৰোধ. ভগৱানে আপোনাৰ মংগল কৰক, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো

  • @rajbongshigaming7245
    @rajbongshigaming7245 2 роки тому +4

    আহ!
    বৈকুণ্ঠৰ পৰশ পোৱা গুৰু জোনাৰ এই অনুপম সৃষ্টি কি সুন্দৰ
    কৃষ্ণ 🙏🙏

    • @guninojah7483
      @guninojah7483  2 роки тому

      কৃষ্ণ কৃষ্ণ বাপ জনা

  • @pabandas9072
    @pabandas9072 2 роки тому +3

    Gunin daa you R too good.We are speech less.

  • @pranjitdas5641
    @pranjitdas5641 2 роки тому +7

    Excellent presentation of Praxanga. Listening the great lyrics and tunes with your excellent voice make me feeling divine. You have done a great job. Thank you. God bless you.

  • @bhanitadas8668
    @bhanitadas8668 2 роки тому +1

    2 no ghosa to aapunar kanthat sunib Mon aasil aag borai dinloi anurodh jonalo bap 🙏🙏🙏🙏🙏🙏

  • @hargobindabharali7990
    @hargobindabharali7990 3 роки тому +5

    মন আপ্লুত হৈ গ'ল। 🙏🙏🙏

    • @guninojah7483
      @guninojah7483  3 роки тому +1

      ধন্যবাদ ভড়ালী

  • @jyotimultimedia9407
    @jyotimultimedia9407 2 роки тому +7

    অতি সুন্দৰ খুড়া শুনি ভাল লাগিল|জয় গুৰু শংকৰ|কৃষ্ণ🙏

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      কৃষ্ণ কৃষ্ণ

    • @amritkakati6972
      @amritkakati6972 6 місяців тому

      কৃষ্ণ, চৈধ্য প্ৰসংগ টিও পৰিবেশন কৰিবচোন,বাপ !

  • @mridultalukdar7913
    @mridultalukdar7913 2 роки тому +5

    প্ৰসংগ আগবঢ়াব অনুৰোধ জনালো # বাপ জনালৈ সেয়া হে 💚 কৃষ্ণ 🙏🙏

    • @guninojah7483
      @guninojah7483  2 роки тому

      কৃষ্ণ কৃষ্ণ বাপ

  • @bhanudas5987
    @bhanudas5987 3 роки тому +4

    অতিকৈ সুন্দৰ ।মন ভাল লাগি গ'ল।

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому +2

    সুন্দৰ কন্ঠ বহুত ভাল লাগিল নাম ভাগ শুনি কৃষ্ণ

  • @bdas5703
    @bdas5703 2 роки тому +1

    অতি সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @guninojah7483
      @guninojah7483  2 роки тому

      কৃষ্ণ কৃষ্ণ বাপ

  • @achyuttamuli6879
    @achyuttamuli6879 2 роки тому +2

    খুউব সুন্দৰ উপস্থাপন । কৃষ্ণ 🙏

    • @guninojah7483
      @guninojah7483  2 роки тому

      কৃষ্ণ কৃষ্ণ বাপ

  • @jyotishdeka6761
    @jyotishdeka6761 2 роки тому +2

    বহুত ভাল লাগিল বাপ কৃষ্ণ এনেকৈ আৰু বাকী যুগলখিনি পোৱাৰ আশা থাকিল

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      ধন্যবাদ বাপ আগলৈ চেষ্টা কৰি চাম

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 Рік тому +1

    দূপৰীয়াৰ প্ৰসংগ, আবেলিৰ প্ৰসংগ আদি জীবনতো শুণিবলৈ পোৱা নাই ,অনুগ্ৰহ কৰি গৰমৰ বন্ধত শুণাব বুলি আশাৰে বাট চাই ৰলো।নামঘোষাৰ কৃষ্ণ এক দেব দুখ হাৰী, কিমতে ভকতি কৰিবো তোমাত এ,পাৱে পৰিহৰি ইত্যাদি আপোনাৰ শ্ৰী মুখৰ পৰা শুণিবলৈ বহুত বহুত আশা কৰিলো।আপোনাৰ সুস্বাস্হ্য কামণা কৰিলো।অলপ কষ্ট কৰি প্ৰসংগ বোৰ শুণাব নিশ্চয়।

    • @guninojah7483
      @guninojah7483  Рік тому

      চেষ্টা কৰি চাম

    • @ranjanatalukdar3319
      @ranjanatalukdar3319 Рік тому +1

      চৈধ্য প্ৰসংগ শুণিবলৈ বৰ আশাৰে বাট চাই ৰলো,যদি তাৰ আগতেই মৰি যাও মনৰ আশা মনতেই যাব ,অনুগ্ৰহ কৰি শুণাব কিন্ত। অন্য সত্ৰ ত আপোনালোকৰ দৰে নহয় ,আমাৰ বৰপেটাক কোনেও নোৱাৰে।মই কাকলি আৰু মিন্টুৰ জেঠীয়েকৰ ছোৱালী হও ,আপুনি কাকলিৰ ভিনীয়েক হয় বুলি তাইৰ মুখত শুণিছো। সদায়েই কুশলে থাকক।

  • @user-gj8qt7nf1b
    @user-gj8qt7nf1b 6 місяців тому

    Great expression & thinking parom kipalu bapjon great.god have you very very long life krishna krishna,

  • @dwipenbaruah8704
    @dwipenbaruah8704 2 роки тому +7

    কৃষ্ণ কৃষ্ণ 🙏🙏 বাপ সেৱা আগবঢ়ালোঁ।
    খুব সুন্দৰ হৈছে 🙏🙏🙏🙏 কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ।

  • @kaustavm.goswami7337
    @kaustavm.goswami7337 3 роки тому +2

    বৰ সুন্দৰ 🙏 হৰি ৰাম
    জয় শ্ৰীকৃষ্ণ

    • @guninojah7483
      @guninojah7483  3 роки тому +1

      ধন্যবাদ কৃষ্ণ

  • @PabitrakrDas-qo6ok
    @PabitrakrDas-qo6ok 2 роки тому +2

    শুনি বৰ ভাল পালো!আগলৈ আৰু শুনাৰ মানসেৰে বাট চাই ৰলো ।কৃষ্ণ!!

  • @bibiranisaikia3378
    @bibiranisaikia3378 3 роки тому +3

    পূৱাৰ প্ৰসঙ্গ শুনি বৰ ভাল লাগিল সেৱা জনালো 🙏🙏

  • @user-km3wz6uj6x
    @user-km3wz6uj6x 5 місяців тому +2

    🙏🙏🙏🙏. Jibn jen dhoin hoi gol ,,,apunar dirghaiu kamna korilu ,krishna

    • @guninojah7483
      @guninojah7483  4 місяці тому

      কৃষ্ণ কৃষ্ণ বাপ

  • @bhargabdas8351
    @bhargabdas8351 2 роки тому +4

    এনেদৰে গোটেই ১৪ প্ৰসংগ আগবঢ়োৱাৰ বাবে অনুৰোধ জনালোঁ 🙏

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      দিবৰ কাৰণে চেষ্টা কৰি আছোঁ, অলপ টকাৰ সমস্যা আছে।

  • @ranjeetchaudhury743
    @ranjeetchaudhury743 2 роки тому +2

    অন্তৰ জুৰ পৰি গল। ইমান সুন্দৰ

  • @harenchandradas9329
    @harenchandradas9329 4 дні тому

    Om nomo narayan. Joy jagotguru srimonta sankar.

  • @bhumitabora2496
    @bhumitabora2496 7 місяців тому

    কৃষ্ণ কৃষ্ণ বাপ জনা কোটি কোটি প্ৰণাম জনালোঁ 🙏🙏 আপোনাৰ শ্ৰী চৰণত আমি যোৱা বছৰৰ পৰা সদাই শ্ৰৱণ কৰি আহিছোঁ বহুত ভাল লাগিছে কৃষ্ণ কৃষ্ণ

    • @guninojah7483
      @guninojah7483  4 місяці тому

      কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ

  • @Minakakati-nu5hp
    @Minakakati-nu5hp 2 роки тому +3

    কৃষ্ণ অতি সুন্দৰ হৈছে ।

    • @guninojah7483
      @guninojah7483  2 роки тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @harakantatamuli1053
    @harakantatamuli1053 Рік тому

    KRISHNA KRISHNA Prabhu Hewa grahon karibo 🙏🙏🙏 Huni bor bhal lagil .

  • @bayangunajit6506
    @bayangunajit6506 Рік тому +1

    প্ৰতিদিন আপোনাৰ এই প্ৰসংগ ভাগিৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰো ৷ কৃষ্ণ ৷

    • @guninojah7483
      @guninojah7483  Рік тому +1

      ভগবানে আপোনাৰ মন কামনা পুৰ্ণ কৰিব ।

  • @pranitadas648
    @pranitadas648 Рік тому +1

    অতি সুন্দৰ,মন ভৰি গৈছে

  • @sanjibsarma6705
    @sanjibsarma6705 2 роки тому +2

    বৰ ভাল লাগিল।কৃষ্ণ🙏🙏🙏

  • @dipjyotiborah8409
    @dipjyotiborah8409 2 роки тому +3

    কৃষ্ণ 🌸

  • @rajibdas2961
    @rajibdas2961 2 роки тому +3

    অতি সুন্দৰ পৰিবেশন

  • @suagmonimahanta4970
    @suagmonimahanta4970 Рік тому +1

    ভাষা নাই দাদা❤️পৰম আনন্দ লভিছোঁ🤗🤗আপোনালৈ সেৱা জনালোঁ🙏

  • @KrishnasDiary-
    @KrishnasDiary- Рік тому +1

    Hori gopalo govinda 🙏🙏🙏

  • @sanjaysarma9624
    @sanjaysarma9624 2 роки тому +1

    সুন্দৰ,,মন প্ৰাণ একাকাৰ হৈ যায় সুললিত কণ্ঠত

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 5 місяців тому +1

    অনুগ্ৰহ কৰি চৈধ্য শুনাব বুলি সদায়েই আশা পালি ৰৈ থাকো ,আৰু নামঘোষাও শুণাব কিন্ত।

    • @guninojah7483
      @guninojah7483  4 місяці тому

      ইয়াত আছে নাম ঘোষা,কীৰ্ত্তন ঘোষাৰ সুৰ আছে ভাল দৰে চাব

  • @lachitdas-dk4tq
    @lachitdas-dk4tq Рік тому

    বৰ সুন্দৰকৈ কৈছে দিওক কৃষ্ণ কৃষ্ণ

  • @drjagatchandrakalita5403
    @drjagatchandrakalita5403 2 роки тому

    ওজাদেৱলৈ অশেষ কৃতজ্ঞতা জনালোঁ। বেটুপাতত নামছন্দ আৰু শৰণছন্দ শব্দদুটা ভুলকৈ ছপা হোৱাটোেৱে গোটেই প্ৰচেষ্টাৰ ক্ষতি সাধন কৰিছে। প্ৰযোজকে এইবোৰ লক্ষ্য় কৰাটো বৰ দৰকাৰী। ভৱিষ্য়তে এনে নহব বুলি আশা থাকিল। কৃষ্ণ। জয় গুৰু শঙ্কৰ।

    • @guninojah7483
      @guninojah7483  2 роки тому

      ছাৰ ভূলটো শুদ্ধকৈ দেখুৱাই দিয়া বাবে আপোনালৈ বহুত বহুত ধন্যবাদ

  • @prafullachdas3897
    @prafullachdas3897 2 роки тому +1

    গুণীণ বাপক ভগৱানে ভক্তিৰ ৰস প্ৰদান কৰিবলৈ শক্তি দিয়ক

  • @dipubailung5822
    @dipubailung5822 7 днів тому

    এই নামফাকি শুনিলেই বৰ দুখ লাগে 😢 মোৰ আইতাই 1 মাহ এইফাকি নাম শুনি শুনিয়েই পৃথিৱী এৰিলে 😭

  • @tinkulsadharan1434
    @tinkulsadharan1434 3 роки тому +3

    বহুত বহুত ভাল লাগিল চাৰ...🙏🙏🙏🙏

  • @digantadas100
    @digantadas100 3 роки тому +3

    পুৱাই মন-মগজু প্ৰফুল্লিত হৈ পৰিল

  • @khargeswarkalita3502
    @khargeswarkalita3502 2 роки тому +2

    বাপ ঈশ্বৰ সেৱা আগবঢ়ালোঁ আশীৰ্বাদ কৰিব।বৰ আনন্দ পালোঁ।

    • @guninojah7483
      @guninojah7483  2 роки тому

      ধন্যবাদ জনালোঁ বাপ

  • @krishnabhakti995
    @krishnabhakti995 3 роки тому +2

    কৃষ্ণ হৰি ৰাম নাৰায়ণ🙏🙏 সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ বাপজনাঁ🙏🙏

    • @guninojah7483
      @guninojah7483  3 роки тому

      ধন্যবাদ কৃষ্ণ কৃষ্ণ

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 Рік тому

    যেন সত্ৰৰ সৈতে সংগতি ৰাখি বৈকুণ্ঠৰ পৰা নমাই অনা হৈছে এই হৰি নাম।কিযে সুৰ,লয়,তাল। শ্ৰদ্ধা ভাজন নামাচাৰ্যৰ লগতে সহযোগী ভকত সকললৈ শ্ৰদ্ধা ও ভক্তি নিবেদন কৰিলো।

    • @guninojah7483
      @guninojah7483  Рік тому

      কৃষ্ণ কৃষ্ণ বাপ,অলপ গাবলৈ চেষ্টা কৰা হৈছে।

  • @archanadas9300
    @archanadas9300 2 роки тому +1

    So very nice God bless you thanks baap

  • @rinidas9124
    @rinidas9124 3 роки тому +2

    Moi daily Xunu bhut Val lge.. I am 20 years old.. Mor xikihbo Mon jai

    • @guninojah7483
      @guninojah7483  3 роки тому

      মই সুখী হৈছো ২০ বছৰিয়া লৰা জনে শুনাবুলি কোৱা কাৰনে।ধন্যবাদ

    • @jintudas9274
      @jintudas9274 2 роки тому

      মোৰ ২২ বছৰ..মোৰো শিকিব মন যাই ... মানসিক শান্তি লভিছো প্ৰভু আপোনাৰ যুগল পাঠ শুনি..

  • @nobonitadas8193
    @nobonitadas8193 Рік тому +1

    अति सुन्दर खुरा सुनी भल लगील। जय गुरु संकर। कृष्ण

  • @jinukakati1589
    @jinukakati1589 2 роки тому +1

    Bap bandhan krishan sewa lab, 🙏🙏🙏🙏🙏🙏👏👏👏👏

  • @pranashwardas3574
    @pranashwardas3574 Місяць тому

    বৰ সুণ্ডৰ পুৱা প‌ৰখঙ্গ বৰ ভালো লাগিল । ধন্যবাদ।

  • @rodalibhaskarshandilya4856
    @rodalibhaskarshandilya4856 3 роки тому +3

    অতি সুন্দৰ🙏🙏🙏🙏 হৃদয় ভৰিল👌👌👌👌👌

    • @somnathtalukdar7653
      @somnathtalukdar7653 3 роки тому

      ❤️🙏🙏❤️

    • @somnathtalukdar7653
      @somnathtalukdar7653 3 роки тому

      আহ্বান-
      যিমান পাৰে- এনেবোৰ কাম কৰি যাওক,
      এনেবোৰ কাম কৰি থওক......

  • @nityanandamusicmaster1363
    @nityanandamusicmaster1363 3 роки тому +5

    Your vocal is sweet. Thanks Baap.

  • @user-qb8jh6ry3i
    @user-qb8jh6ry3i Місяць тому

    Joi guru sankar.apunar konthot bor geet khuni baikunth powa jen anubhav hoise.krishna.

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 Рік тому

    Bohut bhal lagil,Krishna 1🙏🙏🙏

  • @hemantamazumder6724
    @hemantamazumder6724 Рік тому

    কৃষ্ণ বৰ সুন্দৰ হৈছে প্ৰভু

  • @dhrubajyotidas613
    @dhrubajyotidas613 2 роки тому +3

    বহুত সুন্দৰ কন্ঠ

  • @rathinborahthengal4383
    @rathinborahthengal4383 2 роки тому +1

    কৃষ্ণ কৃষ্ণ অ’ হৰি অ’ ৰাম

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      কৃষ্ণ কৃষ্ণ বাপ

  • @animeshdas2911
    @animeshdas2911 2 роки тому +1

    অতিশয় সুন্দৰ দাদা। আগলৈ অমৃত পাম বুলি আশা কৰিলো।

    • @guninojah7483
      @guninojah7483  2 роки тому

      ধন্যবাদ অনিমেশ

  • @dhanjitojah9545
    @dhanjitojah9545 3 роки тому +5

    অতি সুন্দৰ

  • @lachitdas-dk4tq
    @lachitdas-dk4tq Рік тому

    God bless you sir very very goid prasang

  • @gamingwithitzlegendyt.1814
    @gamingwithitzlegendyt.1814 2 роки тому +1

    Bohut val lage apunak prabhu

  • @jayantadutta7259
    @jayantadutta7259 3 роки тому +5

    মানুহৰ আয়ুষ দান কৰিব পৰা হলে মই আপোনাক দিলো হেতেন। আপোনাৰ কন্ঠত যাদু আছে। আপুনি এনেকৈ গাই যাওক।

  • @pranjaldas3018
    @pranjaldas3018 3 роки тому +3

    মামা আপোনাৰ কণ্ঠ বহুত সুমধুৰ।

  • @gamingwithitzlegendyt.1814
    @gamingwithitzlegendyt.1814 2 роки тому +1

    God bless you Prabhu 🙏🙏🙏

  • @jondasvlogs6536
    @jondasvlogs6536 3 роки тому +2

    বহুত ধুনীয়া হৈছে।। 🙏কৃষ্ণ
    আপোনাৰ পৰা ৰাতিৰ প্ৰসঙ্গখিনিও পাম বুলি আশা কৰিলোঁ। 🙏🙏🙏

    • @guninojah7483
      @guninojah7483  2 роки тому +1

      চেষ্টা কৰি চাম

    • @jondasvlogs6536
      @jondasvlogs6536 2 роки тому

      @@guninojah7483🙏🙏🙏কৃষ্ণ

  • @dndeb3576
    @dndeb3576 8 місяців тому

    প্ৰভু তোমাক প্ৰনাম জনাইছো 🙏🙏🙏

  • @pampidas9998
    @pampidas9998 3 роки тому +5

    Too good sir🙏.

  • @olitalukdar2831
    @olitalukdar2831 6 місяців тому

    কি অপূৰ্ব
    শতকৌটি প্ৰণাম কৰো‌🙏🏼🙏🏼🙏🏼

  • @paparidas2569
    @paparidas2569 3 роки тому +3

    বহুত ভাল লাগিল🙏🙏

  • @lachitdas-dk4tq
    @lachitdas-dk4tq Рік тому

    বৰ সুন্দৰকৈ উপষ্টন কৰা হৈছে