Nam Prasang | নতুন বছৰত এক হেজাৰ অধিক ভকতৰ নাম প্ৰসঙ্গ | নামাচাৰ্য্য - প্ৰবিত্ৰপ্ৰাণ বৰা বাপ

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • Nam Prasang | এক হেজাৰ অধিক ভকতৰ নাম প্ৰসঙ্গ নামাচাৰ্য্য - প্ৰবিত্ৰপ্ৰাণ বৰা বাপ

КОМЕНТАРІ • 347

  • @manasdeka6801
    @manasdeka6801 8 днів тому

    Joy guru Shanker 🙏🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna Ram Krishna Hari

  • @mridulbharali7130
    @mridulbharali7130 11 місяців тому +10

    কৃষ্ণ কৃষ্ণ বৈকুণ্ঠত থকা যেন অনুভৱ হৈছে

  • @niranjanbawru4486
    @niranjanbawru4486 Рік тому +14

    জয় জয়তে দ্বিতীয় বৈকূণ্ঠপূৰিত সমৱেত হোৱা ভকত ভগৱন্ত সমস্তৰ চৰন পঙ্কজত এই অভাজনে শত সহশ্ৰ সেৱানিৱেদন কৰিলো I
    লগতে আপোনাৰ চেনেলৰ মঙ্গল কামনা কৰিলো I
    অনাগত দিনবোৰত এনেদৰে বৈকূণ্ঠ দৰ্শণৰ অভিলাষেৰে সেৱা নিৱেদন কৰিলো
    KRISHNA

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু ভাল লাগিলে 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @maheswaridas3037
    @maheswaridas3037 День тому

    Krishna Krishna omrit barashise Jen dhany dhany❤❤❤❤❤❤❤

  • @rubulsaikia8656
    @rubulsaikia8656 26 днів тому

    ❤অতি সুন্দৰ অনুষ্ঠান টি লৈ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ। সুন্দৰ পৰিৱেশ ভাল লাগিল দেখি এয়াই ভক্তি সাগৰৰ কৃষ্ণ সকলো ভকত বৈষ্ণৱ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ।

  • @harakantatamuli1053
    @harakantatamuli1053 Рік тому +4

    Krishna Krishna Hewa Jonalu 🙏🙏🙏 Bor hundar lagil .

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @rubulsaikia8656
    @rubulsaikia8656 26 днів тому

    নামৰ আগ ধৰা জন ইমান সুন্দৰ কে পৰিৱেশন কৰিছে ভাল লাগিল চাই সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো সকলোৱে আশীৰ্বাদ সদায়েই থাকিব ।কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ ।

  • @mamonipathak2431
    @mamonipathak2431 Рік тому +6

    জয় গুৰু শঙ্কৰ। অনুস্থান ভাগি অতি মনোগ্ৰাহী হৈছে। সেৱা গ্ৰহণ কৰিব। কৃষ্ণ।

  • @bhaskarjyabaruah1090
    @bhaskarjyabaruah1090 9 місяців тому +3

    Krishna Hori Ram, Hori Ramo Ram Ram! 😍

  • @muhiladevi3664
    @muhiladevi3664 Рік тому +3

    Joy guru sree songkora.boikunthar bhakat bhagabontor sree saranat xatakuti pranipat .joy guru sangkara. Om namu bhagabote basudebayo.🚩🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️

  • @akonchandrasaikia732
    @akonchandrasaikia732 Рік тому +1

    Krishna krishna 🙏🙏🙏 bap samosta . Amar sewa labo. Krishna krishna 🙏🙏🙏

  • @Hidayanand_Arandhara
    @Hidayanand_Arandhara Рік тому +3

    কৃষ্ণ কৃষ্ণ আপোনালোকৰ শ্ৰীচৰণে সেৱা নিবেদন জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kumudgayan1664
    @kumudgayan1664 Рік тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভগৱন্ত কৃষ্ণৰ নাম কীৰ্তন শুনিবলৈ পোৱাটো ভগৱন্তৰ কৃপা অবিহনে সম্ভৱ নহয়, সেয়ে একান্ত ভক্তিৰে নাম-কীতনত অংশগ্ৰহণ কৰা সকলো ভক্ত বৈষ্ণৱলৈ আমাৰ অন্তৰৰ শতকোতি প্ৰণাম জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @lokeswargogoi1878
    @lokeswargogoi1878 Рік тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 । বৈকুণ্ঠৰ সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏 আৰু
      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @user-wm1hn6ie1r
    @user-wm1hn6ie1r 24 дні тому +1

    কৃষ্ণ কৃষ্ণ নমো নাৰায়ণ। প্ৰভু ভগৱন্তই কৃপা কৰক

  • @munmihazarika779
    @munmihazarika779 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ আই। আজি বহুত বছৰৰ পাছত শইকীয়া বাপ জনাৰ নাম পৰিবেশন উপভোগ কৰিলো। হে বাপজনা আপোনাৰ ওচৰত আমি বৰগীতৰ প্রশিক্ষণ গ্রহণ কৰিছিলো। আপোনাৰ লগতে সমস্ত আই বাপৰ দীর্ঘায়ু কামনা কৰিলো কৃষ্ণ কৃষ্ণ।

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 25 днів тому

    কৃষ্ণ হৰি ৰাম নাৰায়ন মাধৱ গোবিন্দ কেশৱ

  • @Niraladeka-fn5if
    @Niraladeka-fn5if 5 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

    • @assamsanskritideepak
      @assamsanskritideepak  5 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @rubulsaikia8656
    @rubulsaikia8656 26 днів тому

    এই ভাগিঅনুষ্ঠান পাবলৈ ভাগৱত কৃপা হব লাগিব। কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ

  • @sumitradeka3599
    @sumitradeka3599 26 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @gunadharsaikia2818
    @gunadharsaikia2818 29 днів тому +2

    Nam. Khari. Sravan. Kari. Bahut. Bhal. Lagil❤😊

  • @robinborah9828
    @robinborah9828 Рік тому +5

    কৃষ্ণ কৃষ্ণ,বৈকুণ্ঠৰ দশন পাই নৰ জীৱন ধয়ন মানিলো। বাপ সমস্তক ভগৱন্তই মংগল কৰক।
    সেৱাৰ।
    ৰবিন বৰা( মাজুলী

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @deokanrajkhowa8167
    @deokanrajkhowa8167 Рік тому +4

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 বাপ সুন্দৰ 🙏🙏 ধন্য হলো, একান্ত ভকত বৈষ্ণৱসকলক সেৱা জনালোঁ 🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @user-pv4cv2ye5t
    @user-pv4cv2ye5t Рік тому +2

    Krishna Krishna prabhu

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏 আৰু লগতে আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @arnabraz
    @arnabraz Місяць тому +2

    Ram Krishna Ram Krishna Ram Krishna Ram Krishna

  • @user-ds4zd9kk2k
    @user-ds4zd9kk2k 10 місяців тому +2

    Krishna Krishna 🙏🙏

  • @charudas947
    @charudas947 22 дні тому

    Krishna krishna eyar parai koti koti sewa karicho baikunthapuri hoiche frm kahilipara ghy

  • @jitendrapanging1638
    @jitendrapanging1638 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ হরে রাম কৃষ্ণ কৃষ্ণ হরে রাম

  • @dipakkumarray3864
    @dipakkumarray3864 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শঙ্কৰদেৱ সঙ্ঘৰ 🙏🙏🙏🙏

  • @tarinimohankalita8206
    @tarinimohankalita8206 Рік тому +2

    Krishna krishna baap,sewa dharisoo.

  • @mukulkolita5959
    @mukulkolita5959 Рік тому +2

    এনে অনুস্ত্ৰান দেখা আৰু শ্ৰবনকৰি ধন্য হলো।সমস্ত জনৰ চৰনলৈ সেৱা জনালোঁ।কৃষ্ণ।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏 লগতে আমি অলপ সকলৰ চৰনত সেৱা জনাইছো

  • @sunilbaishya5512
    @sunilbaishya5512 10 місяців тому +2

    কৃষ্ণ বাপ আই মাতৃৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা ভাগ জনালোঁ। আজি পুৱা ভাগ মিজোৰামত এয়া প্ৰসংগ ভাগীৰ জৰিয়তে আমি অধমেও কৰিলো।

  • @monishasonowal6754
    @monishasonowal6754 6 місяців тому +2

    Krisna krisna krisna krisna

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Рік тому +4

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому

      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @gajenborah-ee8yl
    @gajenborah-ee8yl 3 місяці тому +1

    Krishna bap Nam Bhaug borval Val lageel ❤

  • @tarunchandrabaruah485
    @tarunchandrabaruah485 Рік тому +2

    Krishna ,prabhur kripa bine aakhambhab,param Amrit pan kariboloi hadai Jen Pam. Hewa janalu ami adhame.

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @SimantaDeka-sf3ny
    @SimantaDeka-sf3ny Рік тому +2

    Jay Jagat Guru srimonta Sankar, Jay Sankar songha.

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @putulgayan648
    @putulgayan648 Рік тому +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @akhilgogoi1869
    @akhilgogoi1869 Рік тому +2

    Krishna Krishna Krishna bhal bhal Krishna Krishna.

  • @protikhyadutta.6398
    @protikhyadutta.6398 Рік тому +2

    কৃষ্ণ কৃষ্ণ ।

  • @user-en6he6bt8m
    @user-en6he6bt8m Рік тому +2

    Krishna krishna

  • @krishnakantadeka6936
    @krishnakantadeka6936 Рік тому +2

    নাম প্ৰসঙ্গ শ্ৰৱনে মনত আনন্দ লভিলো। নামাচাৰ্য পবিত্ৰ প্ৰান বৰা আৰু ভকত সকলোলৈ আমাৰ ভক্তি ভৰা সেৱা থাকিল।

  • @minakshideka1470
    @minakshideka1470 7 місяців тому +1

    Krishna krishna ram ram

  • @himanibanikya8168
    @himanibanikya8168 9 місяців тому +2

    সচাকৈ খুব ভাল লাগিল সেৱা ভাগী লব পাৰিলো বৰ ভাল লাগিল krishna 🙏🙏🙏👌❤❤❤❤❤❤❤❤❤❤

  • @manjulabhuyan5676
    @manjulabhuyan5676 10 місяців тому +3

    Krishno krishno

    • @assamsanskritideepak
      @assamsanskritideepak  10 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

    • @Sarusaikiabora
      @Sarusaikiabora 7 місяців тому +2

      ❤❤good​@@assamsanskritideepak

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Рік тому +9

    অনুষ্ঠান টি বহুত ভাল লাগিল, কৃষ্ণ।।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 আপোনি গৈ ছিল নেকি ?

  • @kumudinisaikia1979
    @kumudinisaikia1979 Рік тому +3

    কৃষ্ণ🙏🙏🙏 জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শংকৰ কৃষ্ণ 🙏

  • @bulbuligogoi7889
    @bulbuligogoi7889 Рік тому +2

    কৃষ্ণ , কৃষ্ণ , 🙏🙏💐🙏🌹🌹 .

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @GanashKalita
    @GanashKalita День тому

    Krisana 🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Рік тому +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ট।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @purnanandatamuli6364
    @purnanandatamuli6364 Рік тому +3

    কৃষ্ণ জয় গুৰু শঙ্কৰ।

  • @renuborah232
    @renuborah232 6 місяців тому +1

    🙏🙏🙏🙏😗 কৃষ্ণ
    নাম প্ৰসংগ শৃংখলা বদ্ধতাৰে সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে সছাই মনতো বহুত পৱিত্ৰ লাগিল। আমাক মনতো নামৰ প্ৰতি অৰিহণা যোগায় প্ৰেৰনা দিয়াৰ বাবে আয়োজক সকলক ধন্যবাদ আৰু অভিনন্দন জনালো লগতে চেনেলটো লৈও ধন্যবাদ থাকিল ভৱিষ্যতে এনে নাম প্ৰসংগৰে উৎসাহিত কৰে যেন।

    • @assamsanskritideepak
      @assamsanskritideepak  6 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @bhabanibhuyan3443
    @bhabanibhuyan3443 10 місяців тому +2

    কৃষ্ণ 🙏🙏🙏🙏

  • @kabitadas61
    @kabitadas61 Рік тому +2

    কৃষ্ণ কৃষ্ণ সবাৰো চৰণত কোটি কোটি প্ৰণাম জনালো আমি অধমে ।কৃষ্ণ ৰাম

  • @RahulSonowao
    @RahulSonowao 9 місяців тому +2

    কৃষ্ণ বাপ ❤

  • @manujkrhazarika102
    @manujkrhazarika102 Рік тому +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏
    অনুপম!

  • @dipaksaikia6248
    @dipaksaikia6248 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ সমষ্ট ।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏
      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @arabindrabora1930
    @arabindrabora1930 Рік тому +2

    কৃষ্ণ সেৱা জনালো

  • @anantabhuyan
    @anantabhuyan Рік тому +2

    কৃষ্ণ বাপ

  • @umanandabezbaruah5287
    @umanandabezbaruah5287 Рік тому +4

    কৃষ্ণ কৃষ্ণ শিৰ নত কৰি সেৱা জনালোঁ।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @user-yj2dw3ls5w
    @user-yj2dw3ls5w 6 місяців тому +1

    জয় গুৰু শংকৰ

    • @assamsanskritideepak
      @assamsanskritideepak  6 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @arunpathak2120
    @arunpathak2120 8 місяців тому +2

    কৃষ্ণ। জয় গুৰু শঙ্কৰ। বৈকুণ্ঠ সদৃশ অনুস্থানৰ সকলো আই-বাপ সমস্তলৈ শতকোটি সেৱা নিবেদন জনালো। কৃষ্ণ।

  • @nirusaikia7631
    @nirusaikia7631 Рік тому +2

    কৃষ্ণ কৃষ্ণ 🙏 🙏 পাঠকীৰ লগতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏

  • @tinamonidevibora4460
    @tinamonidevibora4460 Рік тому +2

    Krishna Krishna, bor Val lagil.

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ 🙏 আৰু লগতে আমি আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @dhurbajyotikalita1094
    @dhurbajyotikalita1094 Рік тому +2

    Krishno

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @buluborah4646
    @buluborah4646 Рік тому +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ। সুন্দৰ। পদক্ষেপ।

  • @khagenbhuyan6727
    @khagenbhuyan6727 Рік тому +2

    Krishna,Krishna🙏🙏🙏🙏🙏🙏🙏🙏

  • @acassamculture2219
    @acassamculture2219 Рік тому +2

    দেৱ চেতিয়া
    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @pronabsaikia9125
    @pronabsaikia9125 Рік тому +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @robinathurang923
    @robinathurang923 8 місяців тому +2

    কৃষ্ণ সুন্দৰ ইংৰাজী নতুন বছৰ শুভ হক

    • @assamsanskritideepak
      @assamsanskritideepak  8 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @jitassam3135
    @jitassam3135 Рік тому +2

    জয় গুৰু শঙ্কৰ 🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏 লগতে আমি চৰনত সেৱা জনাইছো কৃষ্ণ🙏

  • @tarinimohankalita8206
    @tarinimohankalita8206 Рік тому +2

    Krishna krishna, baap.

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @BholaDas-qw3ll
    @BholaDas-qw3ll 4 місяці тому +1

    Krishna.bap.bor sundarhaissee

  • @durnakantamech4027
    @durnakantamech4027 Рік тому +2

    Krishna kub val lagile

  • @bijugogoi6095
    @bijugogoi6095 5 днів тому

    কৃষ্ণ

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 Рік тому +3

    Krishna Krishna বাপ🙏🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
      নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @himanibanikya8168
    @himanibanikya8168 9 місяців тому +2

    krishna সকলো ভকত সকলোক সেৱা জনালো🙏🙏🙏🙏🙏🙏🙏 শ্ৰীমন্ত শংৰ হৰি ভকতৰ

  • @bedantaborah2548
    @bedantaborah2548 Рік тому +3

    কৃষ্ণ।নিজে এই অনুষ্ঠানত উপস্থিত আছিলো। এই অনুষ্ঠানত উপস্থিত থকা সকলো পিতৃ সম বৈষ্ণৱ বাপ সমস্তৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালো। লগতে আয়োজক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +2

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @poreshkoch7943
    @poreshkoch7943 Рік тому +5

    কৃষ্ণ বহুত সুন্দৰ হৈছে

  • @NibeditadasPodumoni
    @NibeditadasPodumoni 8 місяців тому +2

    Krishna

  • @gajenborah-ee8yl
    @gajenborah-ee8yl Рік тому +2

    Krishna bap NaM bhag bor Val lageel

  • @jintidas6948
    @jintidas6948 Рік тому +2

    কৃষ্ণ কৃৃষ্ণ।

  • @bhabenbharali4838
    @bhabenbharali4838 10 місяців тому +2

    🙏🙏🙏🙏

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h Рік тому +2

    কৃষ্ণ জয় গুৰু শঙ্কৰ পৰম শ্ৰদ্ধাৰ পৱিত্ৰ প্ৰাণ প্ৰভু জনাৰ মধুৰ নাম অমৃত শ্ৰৱণ কৰিবলৈ পায় আমি ধন্য হলো কৃষ্ণ আমি অধমে আপোনাসৱৰ শ্ৰীচৰনত ভক্তি ভৰা সেৱা জনালোঁ

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @babudutta3508
    @babudutta3508 Рік тому +2

    🙏

  • @budhindutta4901
    @budhindutta4901 Рік тому +2

    কৃষ্ণ, কৃষ্ণ সেৱাহে আগবঢ়ালো।

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Рік тому +2

    সবাকো সেৱা জনাছো 🙏🙏🙏🙏🙏🙏

  • @ashimhazarika2798
    @ashimhazarika2798 Рік тому +2

    কৃষ্ণ কৃষ্ণ ৰাম 🙏🙏🙏 ।

  • @prahladhazarika9956
    @prahladhazarika9956 8 місяців тому +2

    . এই মহান অনুষ্ঠানত।অংশ গ্ৰহণ কৰা সকলো মহান বৈষ্ণৱ সমস্ত লৈ এই অধমে সেৱা নিবেদিলো।কৃষ্ণকৃষ্ণ ।হে ৰাম। প্ৰহ্লাদ হাজৰিকা ।প্ৰাক্তন সভাপতি।জামুগুৰি আঞ্চলিক ।জামুগুৰিহাট ।

    • @assamsanskritideepak
      @assamsanskritideepak  8 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @monishasonowal6754
    @monishasonowal6754 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম 🙏

  • @poragboruah4156
    @poragboruah4156 11 місяців тому +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @assamsanskritideepak
      @assamsanskritideepak  11 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏 লগতে আমি আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @rubiborah3436
    @rubiborah3436 Рік тому +2

    নাম প্ৰসঙ্গত থকা বাপ,আই সকললৈ চৰণ যুগলত ভক্তি ভৰা সেৱা জনালোঁ।🙏🙏🙏

  • @prabinchabukdhara5129
    @prabinchabukdhara5129 10 місяців тому +2

    আমি অভাগিনী নাম ভাগত আছিলোঁ বহু ত সুখ অনুভৱ কৰিব পাৰি লোKrishna Bap ❤

  • @Niraladeka-fn5if
    @Niraladeka-fn5if 5 місяців тому +1

    🙏✨️✨️🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  5 місяців тому +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @bubulbora1426
    @bubulbora1426 Рік тому +4

    কৃষ্ণ সুন্দৰ প্ৰচেষ্টা ।অগ্ৰগতিমান হওক ।

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 Рік тому +2

    বৰা।বপজনাৰ।প্ৰসঙ্গ।ভাগ।ভাললাগিল।কৃষ্ণ।বাপআমাৰভাগু।চিয়াৰকৰিব।কৃষ্ণ

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ🙏 কৰিম বাৰু কৃষ্ণ🙏

  • @user-ky3vr4iw9r
    @user-ky3vr4iw9r 4 місяці тому +1

    Bapjanar saranat xewahe janalo krishna

  • @dulumonidutta6933
    @dulumonidutta6933 Рік тому +2

    ৰাম ৰাম পভু

    • @assamsanskritideepak
      @assamsanskritideepak  Рік тому +1

      কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ 🙏 নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @jyotikalitajyotikalita605
    @jyotikalitajyotikalita605 Рік тому +2

    কৃষ্ণ কৃষ্ণ 🙏 একেলগে ইমান সৰহসংখ্যক ভক্ত বৃন্দই নাম প্ৰসংগ কৰা দেখি অভিভূত হলো কৃষ্ণ 🙏।বৰা বাপ জনাক সেৱা জনালোঁ কৃষ্ণ 🙏।

  • @rubulgogoi3599
    @rubulgogoi3599 Рік тому +1

    Krisno krisno Bap hokol