Mahapurush Madhabdevar Bhakti Tatta.... A Discussion

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • Participants : Dr. Pradip Jyoti Mahanta ; professor, Royal Global University,Ghy
    Basistha Sarma; Burha Satriya, Barpeta Satra
    Anchor: Mon Moromi Mahanta

КОМЕНТАРІ • 60

  • @nityanandamahanta5499
    @nityanandamahanta5499 2 місяці тому

    🙏🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 Рік тому +4

    Krishna. Krishna. Provu. Xundor. Kotha. Xuni boloi. Palu. Val. Lagil. Kola. Aru. Ajior. Xomuh. Raijoloi. Xewahe. Ago. Bohalu. Krishna.

  • @dandadhardeka8300
    @dandadhardeka8300 6 місяців тому

    বহুত বহুত ধন্যবাদ এনেকুৱা অৱস্থাৰ বাবে

  • @Tate618
    @Tate618 24 дні тому

    🎉দুয়ো জনালোঁ বাপ লৈ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @memewaalah
    @memewaalah Місяць тому

    জয় কৃষ্ণগুৰু

  • @pranjoldutta7038
    @pranjoldutta7038 3 роки тому +5

    বৰ সুন্দৰ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 শৰ্মা ককা 🙏🏿 আৰু মহন্ত বাপ আপোনাক আমি আমাৰ ‌গৃহৰ পৰাই সেৱা আগবঢ়ালোঁ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿🙏🏿🙏🏿

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 роки тому +1

    🙏 Krishna Hori Ram Oum santi 🙏

  • @chandanmedhi7910
    @chandanmedhi7910 3 роки тому +3

    আলোচ্য বিষয়টো শুনি আপ্লুত হ'লো । দুয়োজনা আলোচক মহোদয়লৈ আন্তৰিক অভিনন্দন তথা সেৱা জনালোঁ ।

  • @dhrubanath5416
    @dhrubanath5416 2 роки тому +2

    গুৱাহাটী দূৰদৰ্শনক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে দুয়োজন বাপ শৰ্মা ডাঙৰীয়া আৰু মহন্ত ডাঙৰীয়াৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ।

  • @prasantabhatta3428
    @prasantabhatta3428 2 роки тому

    dhonyabad . Guru dujonar lagote apunalukkoku soshardha pronam jonalu . bohutu nojona kotha janilu . guru dujonar shristi raji totha adorsha aru kormorajir bishoyot.

  • @gbarman8350
    @gbarman8350 4 роки тому +9

    এনেদৰে আমাৰ অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত আলোচনা আৰু প্ৰচাৰ-প্ৰসাৰৰ সুপ্ৰচেষ্টা কৰা DD NE লৈ আমাৰ ফালৰ পৰা শলাগিছো আৰু ধন্যৱাদ জনাইছো ৷শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু..........l জয় গুৰু শঙ্কৰ , জয় গুৰু মাধৱ ৷

  • @narayanmixtureyoutube9996
    @narayanmixtureyoutube9996 Рік тому +1

    কৃষ্ণ

  • @manabkalita2660
    @manabkalita2660 Рік тому +1

    Bor sundor alochonaa

  • @ajitdutta5588
    @ajitdutta5588 Рік тому +1

    কৃষ্ণ, কৃষ্ণ, কৃষ্ণ আপোনালোকৰ আলোচনাই ভবিষ্যত প্ৰজন্মক আৰু আমাকো বহুতো জৃ্।

  • @surathroy4933
    @surathroy4933 3 роки тому +4

    Barpeta namghar satridhaker
    Bassists Sharma
    Holi song all the best I like you ,
    I love you thanking.

  • @AnilDas-ku7kv
    @AnilDas-ku7kv 3 роки тому +1

    বহুত নজনা কথা শুনিবলৈ পালো দুয়োজন বাপলৈ আন্তুৰিক সেৱা জনালোঁ কৃষ্ণ শংকৰ মাধৱ

  • @imBhitashreesaikia
    @imBhitashreesaikia Рік тому

    বহুত ভাল লাগিল।নামঘৰৰ বক্ষ,উদৰ আৰু নাভিৰ অন্তৰ্নিহিত অৰ্থ বুজি পালোঁ। তদুপৰি শিশু শ্ৰমিকৰ সমাধান যে তাহানিতেই ওলাইছিল....

  • @ranjanling5566
    @ranjanling5566 2 роки тому +2

    অতি উত্তম প্ৰচাৰ

  • @biradattadas9216
    @biradattadas9216 4 роки тому +4

    বর্তমান সময়ত আপোনাৰ নিচিনা
    পদাধিকাৰ বুঢ়াআতা ইমান উদাৰ ভাৱ
    ধারা মই আন কাকো দেখা নাই।।
    হিন্দু মুছলমানৰ মাজত হোৱআ ঘৃণা,
    আরু প্রতিশোধৰ দাবাগ্নি আপুনি নুমাব
    পারিব।।জয় গুরু শঙ্কৰদেৱ,জয় গুরু
    মাধবদেৱ।।জয় বৰপেটা কীর্তনঘৰ,
    জয় বৰদোৱআ নামঘৰ,জয় মধুপুৰ
    সত্র,জয় পবিত্র স্হান মাজুলী নদীদ্বীপ।।

    • @NEBOY7
      @NEBOY7 3 роки тому

      সঁচাকৈ

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 роки тому +2

    ৰাম কৃষ্ণ হৰি

  • @atulokalita4134
    @atulokalita4134 3 роки тому

    Ati sunder paribeshan. Jai guru Sankar.

  • @diptibora9355
    @diptibora9355 4 роки тому +2

    Joi joi sankoro joi joi madhobo

  • @monjulaterangpi2411
    @monjulaterangpi2411 3 роки тому

    Boronya mohan biyakti dujonaloi hotakoti nomoskar🙏🙏🙏🙏🙏

  • @bijithazarika7363
    @bijithazarika7363 2 роки тому +1

    অতি সুন্দৰ লাগিল

  • @manjulabora8219
    @manjulabora8219 Рік тому

    Krishna Krishna 👋👋👋👋❤❤❤💙💛💟

  • @pranabnath3362
    @pranabnath3362 Рік тому

    বুঢ়া সত্ৰীয়া প্ৰভু ঈশ্বৰ আকৌ পুণৰ ধৰালৈ নামি আহি আগৰ আসন গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰিলোঁ।

  • @monjulaterangpi2411
    @monjulaterangpi2411 3 роки тому +1

    Shri shri Gurujona shriti mohimar
    Kotha janibo pari sirokritogo

  • @ritupanhazarika4055
    @ritupanhazarika4055 4 роки тому +2

    Krishna♥️

  • @bedantachakrabortty3564
    @bedantachakrabortty3564 Рік тому

    ইমান দুজন বিৰল প্ৰতিভাধৰ ব্যক্তিৰ অমৰ সৃষ্টি ক আমি অসমীয়া য়ে বিশ্বৰ আগত চিনাকি কৰি দিব নোৱাৰিলোঁ ..! বিশ্ব বাদেই ভাৰত বৰ্ষৰ মানুহেই আজি গুৰু দুজনা ক চিনি নাপাই (কিছু সংখ্যক ক বাদ দি) ..! ইয়াত কৈ আমাৰ বাবে দুঃখৰ কথা কি আছে ..!

  • @dipalidas8073
    @dipalidas8073 4 роки тому +9

    শঙ্কৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰ দুহান নামক কীৰ্ত্তন কৰিয়া কৃত্য কৃত্য হুৱে নৰ ....কৃষ্ণ

  • @gautamdas2933
    @gautamdas2933 2 роки тому

    Khub atmo santushti anubhabh korilu.

  • @lohitadas5270
    @lohitadas5270 3 роки тому +2

    Bhal lagil

  • @dipakkumarray3864
    @dipakkumarray3864 3 роки тому +2

    Jai guru Sankar Dev Madhab Dev 🙏🙏👍👍🙏❤️👍❤️🙏👍👍🙏❤️🙏👍👍❤️🙏

  • @nilimarabha7373
    @nilimarabha7373 2 роки тому

    Krishna ATI atum prosar

  • @nilimadas1784
    @nilimadas1784 2 роки тому +2

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏 কৃষ্ণ কৃষ্ণ🙏

  • @dipikakonwar8315
    @dipikakonwar8315 3 роки тому +2

    বহুত নজনা কথা জানিলোঁ৷ভাল লাগিল

  • @nirudevideka4375
    @nirudevideka4375 Рік тому +2

    কৃষ্ণ কৃষ্ণ। এনে আলোচনা হেজাৰ বাৰ শুনিলেই ও মন নভৰে।

  • @sarojinipatgiri7950
    @sarojinipatgiri7950 2 роки тому

    কৃষ্ণ 🙏🙏

  • @dipakborah1152
    @dipakborah1152 2 роки тому

    Hoi Bap Bind apunalukor kothat muru ak mot🙏🌺Krishna🌺🙏

  • @dilipbarman2291
    @dilipbarman2291 3 роки тому +1

    ভাল লাগিল

  • @bantidutta3857
    @bantidutta3857 4 роки тому +5

    নতুন প্ৰজন্মৰ বাবে অতি শিক্খনীয় আলোচনা । ধন্যবাদ ।

    • @gopeshdeka3611
      @gopeshdeka3611 10 місяців тому

      সুন্দৰ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ

  • @jadumonigogoi1605
    @jadumonigogoi1605 5 років тому +2

    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা আৰু অধিক এনেধৰণৰ আলোচনা আশা কৰিছোঁ।এনেধৰণৰ অধ্যয়ন তথা আলোচনাৰ পৰা আমি সমৃদ্ধ আৰু উপকৃত হও‍ঁ।

    • @alponagogoi3377
      @alponagogoi3377 4 роки тому

      আগলৈ আপোনাৰ লোকৰপৰা আৰু এনে ধৰণৰ বাখ্য শুনিবলৈ পাম বুলি আশা কৰিলো...

    • @prabhawatinath714
      @prabhawatinath714 2 роки тому

      , GC

  • @Tate618
    @Tate618 2 роки тому +1

    বহুত নজনা কথা জানিব পাৰিলো আপোনালোক সেবা কৰিছো কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @kuldeepdas533
    @kuldeepdas533 3 роки тому +1

    Please Take care of Haridev

    • @NEBOY7
      @NEBOY7 2 роки тому

      কোন হয় ?

  • @manabkalita2660
    @manabkalita2660 Рік тому

    Voishnob dhormo South t arambho hoi shil..

  • @harendradoley7220
    @harendradoley7220 3 роки тому +1

    Khub huni Bhal palm

  • @pranjaldeka3434
    @pranjaldeka3434 Рік тому

    Ki pandit bulie kolo he hori satrar baapeo gurujonak aneke koi thei seikarone amar asamiya jaati talat goi ase

  • @kuldeepdas533
    @kuldeepdas533 3 роки тому

    I want to know Haridev

    • @NEBOY7
      @NEBOY7 2 роки тому

      কোন আছিল সেইজন ?

  • @anupadhikary9548
    @anupadhikary9548 Рік тому +1

    কৃষ্ণ