1st Assamese Naam Prasanga VCD

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 294

  • @ramnathborah7356
    @ramnathborah7356 8 місяців тому

    জয় গুৰু শঙ্কৰ ডলী দাস আই গৰাকীৰ কন্ঠ অসমৰ কন্ঠ,অতিসুৱনী।

  • @hiranyadas3255
    @hiranyadas3255 Місяць тому +2

    অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা নাম প্ৰখগ জয় শ্ৰী ৰাম কৃষ্ণ হৰি 🔥🌹🌷😍🥰💐🙏

  • @bodhendas9273
    @bodhendas9273 9 місяців тому +1

    আপোনা লোকলৈ শতকোতি
    নমস্কাৰ ।

  • @junumech653
    @junumech653 2 роки тому +2

    কৃষ্ণ 🙏🙏🙏🙏কৃষ্ণ বৰ সুন্দৰ আইৰ মাতি প্ৰণাম সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @bonitapawe-ii6nc
    @bonitapawe-ii6nc Рік тому

    কৃষ্ণ কৃষ্ণ আই আপোনাৰ বৰগীত বৰ ধুনীয়া।

  • @pritomsaikia729
    @pritomsaikia729 3 місяці тому +2

    নাম ভাগ সুন্দৰ হৈছে। নামতি গৰাকিৰ‌ লগতে সক্ষি‌‌ সকলেও‌‌ লৱ লাগে । যিহেতু নিবিৰ কিওন ।

  • @ilimalahon8502
    @ilimalahon8502 Рік тому

    বহুত ভাল লাগিল, কৃষ্ণ ৰাম

  • @garimachakraborty2144
    @garimachakraborty2144 Рік тому

    আই. বহুত. ভাল হৈছে আই. কৃষঞ. কৃষঞ. 🙏🙏🙏🙏

  • @user-tc1qc8mv9d
    @user-tc1qc8mv9d День тому

    জয় গুৰু শঙ্কৰ কৃষ্ণ🙏🙏

  • @kalpanarajkumari9335
    @kalpanarajkumari9335 3 роки тому +4

    ইমান ধুনীয়া আৰু ইমান ধুনীয়াকৈ গাই শুনিলে শুনি থাকিবলৈ মণ যাই।

  • @aparajitasaikia7061
    @aparajitasaikia7061 3 роки тому +3

    কৃষ্ণ!আজি আমাৰ গৃহতেই নাম প্ৰসঙ্গ ভাগ হোৱাৰ নিচিনা অনুভৱ হ'ল !সমস্ত ঘৰ খনেই বৈকুণ্ঠপুৰীৰ নিচিনা লাগিল ! নামতি আইকে প্ৰমূখ্য কৰি দলটিৰ সকলোকে সেৱা নিৱেদিলোঁ ।

    • @hemaprabhasaikia5321
      @hemaprabhasaikia5321 3 роки тому

      কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ হৈছে

  • @JugasmritaMnjitDasPMkDasDas
    @JugasmritaMnjitDasPMkDasDas 3 роки тому +8

    ইমান ভাল লাগিছে শুনি,যেন গোটেই ৰাতি শুনি থাকিম ,এনেকুৱা লাগিছে.|মোৰো বহূূূত মন যায় এনেকুৱাকৈ নাম গাবলৈ.

  • @sabitrimedhi6564
    @sabitrimedhi6564 Рік тому

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🎉 আইসমস্তলৈ সুহৃদ সেৱাঞ্জলী নিৱেদন কৰিলোঁ 🙏 🙏 🙏 🙏 মাধৱ

  • @dharjensaikia9367
    @dharjensaikia9367 2 роки тому

    খুউব ভাল লাগিল। ভক্তিৰ সমান শক্তি নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @manojsaikia5402
    @manojsaikia5402 2 роки тому

    আই গৰাকীয়ে সুন্দৰ ক্ৰমেৰে বৈকুণ্ঠৰ নামষাৰ পৰিবেশন কৰি আমাক শুনালে,,
    আই গৰাকীৰ লগতে সংগী আই সকলৰো ঈশ্বৰে মংগল কৰক ।
    কৃষ্ণ

  • @gunadachangmai2113
    @gunadachangmai2113 2 місяці тому +1

    ❤🎉Krishna;pranamu matri sakal

  • @barbiesaikia7081
    @barbiesaikia7081 4 роки тому +11

    কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুছুক মূখে তুৱা গুণ নাম 🙏🙏🙏হে আই সমস্ত আপোনা সবলৈ শতকোঢি প্ৰণিপাত 🙏কৃষ্ণ

  • @debendas1413
    @debendas1413 Рік тому +1

    Joi.guru.shankar.ati.hundar.ai.matri.krishna.from.nalbari

  • @Niraladeka-fn5if
    @Niraladeka-fn5if 2 місяці тому

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @debajanikalita1461
    @debajanikalita1461 Рік тому

    নাম ভাগ অতি সুৰীয়া আৰু গাম্ভীৰ্যপূৰ্ণ হৈছে।শিকাৰুৰ বাবে অতি সুবিধা হৈছে আই।কৃষ্ণ কৃষ্ণ এনেদৰে আগলৈও পাম বুলিবলৈ ৰাখিলোঁ।পুনৰ বাৰ সেৱা জনালো।

  • @gobindadeka6204
    @gobindadeka6204 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷

  • @dipikagogoi-n1v
    @dipikagogoi-n1v Рік тому

    কৃষ্ণ কৃষ্ণ ।আপোনাৰ প্ৰসংগ প্ৰণালী শুনি মন ভৰি গল ।শ্ৰদ্ধা থাকিল ।

    • @AlakaChutia
      @AlakaChutia Рік тому

      😅😮😮😅😮😅😮😅😅😅😅😅😅😅

  • @nirubora3660
    @nirubora3660 2 роки тому

    কৃষ্ণ আইসকল আপোনাহবৰ পৰা শিকিব লগা আছে। ভগবানৰ ওচৰত সুস্বাস্থ্য কামনা কৰিলো।

  • @nijubaruah882
    @nijubaruah882 Рік тому

    Krishno Krishno aai hokol 🙇🙇🙇

  • @kalpanaborborah9077
    @kalpanaborborah9077 3 роки тому +4

    Bahut bhal lagise

  • @manjulabora8219
    @manjulabora8219 Рік тому

    Krishna Krishna Krishna Krishna

  • @TarunKoch-w4q
    @TarunKoch-w4q 2 місяці тому

    Pranam jagat janane mata ❤❤❤❤❤❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 3 роки тому +3

    Krishna krishina hari hari ram ram ram ram 🙏🙏🙏🙏🙏

  • @munmihazarika779
    @munmihazarika779 2 роки тому

    Krishan krishan. Bhut mja lagise. Aa

  • @atulokalita4134
    @atulokalita4134 4 роки тому +4

    Aai sakal Ati sunder Nam. Jài Guru Sankar.

  • @PriyankiDas-oh8zz
    @PriyankiDas-oh8zz 3 місяці тому +1

    Bhut valla lagil❤❤❤❤❤

  • @rumibaishya2374
    @rumibaishya2374 Рік тому

    ভাল লাগিল বহুত সুন্দৰ 🙏🙏🙏🙏

  • @sarbeswardoley2388
    @sarbeswardoley2388 2 роки тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌹🌹

  • @dkbhakat3040
    @dkbhakat3040 Рік тому +1

    কৃষ্ণ
    জয় গুৰু শঙ্কৰ

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 Рік тому

    Krishna krishna 🙏🙏🙏🙏🙏🙏🙏🕉🕉🕉

  • @kitchenngarden6011
    @kitchenngarden6011 4 роки тому +5

    কৃষ্ণ আই সমস্ত আমিও দূৰৰ পৰাই সেৱা নিবেদিছোঁ!!শ্ৰৱ্ন কৰি পৰম আনন্দ লভিলো।
    কৃষ্ণ! কৃষ্ণ!!

  • @rupalichutia9534
    @rupalichutia9534 2 роки тому

    মূল আইগৰাকীৰ লগতে সকলো আই বাপলৈ মোৰ সেৱা আগবঢ়ালোঁ ।কৃষ্ণ কৃষ্ণ ।

  • @nobajyotinath3265
    @nobajyotinath3265 4 роки тому +3

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম

  • @hridaymedhi7002
    @hridaymedhi7002 3 роки тому +1

    অতি সুন্দৰ বৰ ভাল লাগিল মন ভৰি গল কৃষ্ণ কৃষ্ণ

  • @anilch.barman961
    @anilch.barman961 3 роки тому +3

    সুৰৰ মাধুৰ্যৰ অভাৱ হৈছে। আইসকলে অভিজ্ঞ প্ৰশিক্ষকৰ পৰা ভালকৈ শিকি ল'লে নিশ্চয় ভাল হ'ব। কৃষ্ণ।

  • @tulika6842
    @tulika6842 3 роки тому +1

    Khub hundor Baideu krishno provu

  • @prasantabhatta3428
    @prasantabhatta3428 3 роки тому

    krishna sundor oti sundor . Bhobane sokoluke mongol korok .

  • @bijurajkhowa7114
    @bijurajkhowa7114 10 місяців тому

    ইমান সুন্দৰ

  • @nipensaikia3763
    @nipensaikia3763 3 роки тому +2

    কৃষ্ণ কৃষ্ণ সেৱাহে।

  • @GitanjaliBorah-oi5km
    @GitanjaliBorah-oi5km Рік тому +2

    Krisno stkuti pranam

  • @KanakChandraBorah-gi2jj
    @KanakChandraBorah-gi2jj Рік тому

    সুন্দৰ ।

  • @alpanadoloi2579
    @alpanadoloi2579 3 роки тому +4

    সুন্দৰ হৈছে আই সকল ।কৃষ্ণ 🙏🙏🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 4 роки тому +2

    Krishna Krishna aaisakal sewa janaiso Krishna 🙏🙏🙏🙏💜

  • @Animeloveyt777
    @Animeloveyt777 5 місяців тому

    Krishna Krishna Krishna

  • @jinukakati1589
    @jinukakati1589 4 роки тому +2

    aimatri kowti pranam krishna krishna sankar guru

  • @parthapratimmadahi5599
    @parthapratimmadahi5599 Рік тому

    Vokti vab bor xundrkoi prokha paise Val lagil bohut

  • @techtodate4986
    @techtodate4986 4 роки тому +1

    মঙ্গলময় হৰিনামষাৰ প্ৰদৰ্শন কৰা মহিলাসকললৈ আন্তৰিক অভিনন্দন
    যাঁচিলো ।শ্ৰৱণ কৰি আনন্দ লভিলো।

  • @sangitaborahrangpur
    @sangitaborahrangpur 4 роки тому +2

    কৃষ্ণ কৃষ্ণ আই সেৱা নিবেদিলো

  • @sum123dutta2
    @sum123dutta2 3 роки тому +1

    Bohut val lagil Sai u waru huniu

  • @reshmagogoi5282
    @reshmagogoi5282 2 роки тому

    কৃষ্ণ 🙏 ইমান ভাল লাগিল ভাষাৰে‌ বুজাব নোৱাৰি কৃষ্ণ 🙏 কৃষ্ণ 🙏 এনে দৰেই ‌শুনি‌ থাকিবলৈ পাওঁ যেন কৃষ্ণ 🙏

  • @numolisaikia4826
    @numolisaikia4826 2 місяці тому

    কৃষ্ণ কৃষ্ণ আই,সকলৰ,চৰনত, শতকুতি প্ৰনাম জনালোঁ কৃষ্ণ নামেৰে আমাক ধণ্যকৰিলে কৃষ্ণ ধ্ণ্যবাদ।

  • @bhargavgame8445
    @bhargavgame8445 3 роки тому +1

    কৃষ্ণ সেৱা আগবঢ়াইছো দূৰৰ পৰাই

  • @basudevborah1139
    @basudevborah1139 2 роки тому

    Krishna Krishna Ram Ram

  • @manjulabora8219
    @manjulabora8219 Рік тому

    Krishna Krishna Ram Ram🙏🙏🙏🙏✋✋👍👍

  • @varotidutta5584
    @varotidutta5584 4 роки тому +10

    কৃষ্ণ আই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংগী হিচাপে মই প্ৰাঞ্জল দত্ত ই জনালোঁ শত কোটি সেৱা🙏কৃষ্ণ🙏

  • @joychandrarajkhowa9835
    @joychandrarajkhowa9835 4 роки тому +1

    কৃষ্ণ ৰাম কৃষ্ণ হৰি ।

  • @sabitadutta1520
    @sabitadutta1520 4 роки тому +2

    বৰগীত ভাগ ৰাম পৰম ধন্যবাদ হব লাগিছিল

  • @dipokgogoi202
    @dipokgogoi202 2 роки тому +1

    খুউৱ ভাল লাগিল আই। আপোনালোকর দীৰ্ঘায়ু কামনা কৰিলো। কৃষ্ণ কৃষ্ণ। এনেকুৱা প্ৰসঙ্গ ভবিষ্যতেও কামনা কৰিলো

  • @jayachiringphukan8954
    @jayachiringphukan8954 2 роки тому +6

    কৃষ্ণ 🙏 খুব সুন্দৰ হৈছে, ভক্তিৰ সুতত মন পুলকিত হৈ পৰিল 🙏

    • @durgeswarphukan8498
      @durgeswarphukan8498 Рік тому +1

      অতি সুন্দৰ ।আই সকলৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

    • @anjunabaruah617
      @anjunabaruah617 Рік тому

      ¹q❤❤
      67.
      6😅

    • @yunagogoi6012
      @yunagogoi6012 Рік тому

      Krishna Krishna bor hundar hoise aaimatri .bhakti rakhere pulokita hoi poril hiya mon

  • @SH12174
    @SH12174 2 місяці тому +1

    ❤❤❤

  • @bhakatibhandar-6378
    @bhakatibhandar-6378 4 роки тому +3

    মোৰে জীৱ ধন গোপীনাথ
    প্ৰাণ গোপীনাথ পশিলো শৰণে।
    মোৰ প্ৰাণ মন মজিয়া ৰহোক
    তোমাৰ চৰণে।।

  • @MatuBoro-y1i
    @MatuBoro-y1i Рік тому

    কৃষ্ণ কৃষ্ণ

  • @GolapBorah-bf5wk
    @GolapBorah-bf5wk 9 днів тому

    Bahot bhal lagil ai thanks

  • @pranjoldutta7038
    @pranjoldutta7038 4 роки тому +4

    আই আপোনাৰ চৰণ পদ ধূলা পোৱাৰ মানসেৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ আই আৰু ‌বাপ সকল

  • @renusaikia7604
    @renusaikia7604 4 роки тому +2

    Sewa jonalo.Atiba Sundar.

  • @tanumaigohaingohaintanumai8649

    আইসকললৈ ভক্তি ভৰাসেৱা জনাইছোঁ ভাল লাগিল অলপ হ'লেও জানিব পাৰিছো

  • @KrishnaKalita-o5x
    @KrishnaKalita-o5x 4 місяці тому

    Sadai sunithakileo amani nalage sankarar. Amulla dan. Aru madhabar shikani. Krishna kalita.

  • @hemopravatalukdar408
    @hemopravatalukdar408 2 роки тому

    আইসব চৰনত শতকৌটি সেৱা ধৰিছো ৰাম ৰাম .

  • @ranubora3083
    @ranubora3083 9 місяців тому

    ভাল লাগিল🙏🙏🙏

  • @deepaborah3013
    @deepaborah3013 3 роки тому +1

    আই সকললৈ প্ৰণাম জনালো ।প্ৰসঙ্গ ভাগি বৰ ভাল লাগিল।

  • @shyamoliphukan8626
    @shyamoliphukan8626 4 роки тому +2

    🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @NBMotivational628
    @NBMotivational628 4 роки тому +1

    Krishna Krishna ai mata... jai ai akhom

  • @jaryumkuli8603
    @jaryumkuli8603 Рік тому

    Krishna Doling Ai Sundor Prosong hoise from HKuli Jonai

  • @rajatboro3720
    @rajatboro3720 3 роки тому +1

    Naam praghanga kenokoi Kara janibapari bhal lagil . nice . thanks

  • @nirugogoi4576
    @nirugogoi4576 Рік тому

    Krishna krishna ram ram provu

  • @tridipsonowal3000
    @tridipsonowal3000 4 роки тому +8

    Krishna Krishna

  • @lopamudrabora4283
    @lopamudrabora4283 3 роки тому +2

    ঠাই বিশেষে পাঠৰ সুৰ,সুকীয়া, কিন্তু পাঠেকীআইমাতৃৰ মনোবলক সেৱাহে,,কৃষ্ণ কৃষ্ণ

  • @nibirentertainment8672
    @nibirentertainment8672 4 роки тому

    Krishno Krishno krishno krishno

  • @shyammahanta7317
    @shyammahanta7317 4 роки тому +5

    বৰ সুন্দৰ আৰু পৰিপাতি হৈছে |তালযোৰ ব্যৱহাৰ নকৰিলে গোপিনী নাম ৰ পৰম্পৰা অটুট থাকিলে হেতেন|🙏🙏🙏🙏

    • @Basa125
      @Basa125 3 роки тому

      ঢ়
      এঘ ,

  • @runudeka5540
    @runudeka5540 3 роки тому

    Krishna 2 aai suni borr sontuk palo. Aru aaguwai jok.

  • @sasankaburagohain9917
    @sasankaburagohain9917 4 роки тому +3

    কৃষ্ণ বাপ আই সমন্ত সুন্দৰ লাগিছে ।

  • @susiladeka7154
    @susiladeka7154 2 роки тому

    Dhuniya.hose

  • @bharatchandranath3211
    @bharatchandranath3211 4 роки тому +28

    ধুনীয়া ভক্তিমূলক গীত শুনি মন ভৰি গ'ল।

  • @barbiesaikia7081
    @barbiesaikia7081 4 роки тому +4

    Krisna bap aii goraki bor Vl lagile. 🙏🙏🙏🙏🙏

  • @kalpanaborah5499
    @kalpanaborah5499 Рік тому

    কৃষ্ণ কৃষ্ণ আই

  • @anujkrbishaya2194
    @anujkrbishaya2194 4 роки тому +2

    Oooti sundar ..🙏🙏🙏

  • @kalyanichamuah-r7p
    @kalyanichamuah-r7p 2 місяці тому

    Krisna

  • @hemkantaborah7434
    @hemkantaborah7434 3 роки тому +1

    হে চিৰসুন্দৰ! তোমাৰ মহিমা অপাৰ।

  • @pradipranjanofficial3337
    @pradipranjanofficial3337 4 роки тому +3

    সুন্দৰ ৷ 🙏🙏 ৷ কৃষ্ণ

  • @jadunathborah8891
    @jadunathborah8891 3 роки тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 সুন্দৰ

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 2 роки тому

    KRISHNA KRISHNA KRISHNA 🙏🙏🙏

  • @bichitrabhuyan1745
    @bichitrabhuyan1745 3 роки тому +1

    মনোমোহা । ভাল লাগিল ।

  • @naliniadhikary6791
    @naliniadhikary6791 3 роки тому +3

    অতি সুমধুৰ হৈছে,আই সমস্ত। কৃষ্ণ কৃষ্ণ

  • @basudevborah1139
    @basudevborah1139 2 роки тому

    Krishna krishna ram ram

  • @BitulKonwar-f6g
    @BitulKonwar-f6g 11 місяців тому

    Aai apunar prokhongo pronali huni alputo holu...🙏🙏🙏
    Kin2 eta kotha hee mur mone dhora nai..guru jonai tu aai totha mohilak horon aru vojon diya nasil.
    Apunak nu kun jona gurue horon dile take janibor mon juwat evagi likhilu vool hole khyoma hee bisarilu🙏🙏🙏