Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । ভাগৱত ভাগ পৰম হৰিষে শ্ৰৱণ কৰিলো । কৃষ্ণ কৃষ্ণ ।।
হে প্রভু ঈশ্বৰ আপোনাৰ চৰণ কমলত এই অভাগিনীৰ কৌটি কৌটি প্রণাম । আজি ভগৱন্ত তিনি জনৰ অৱতাৰৰ ব্যাখ্যা শুনি বহুত নজনা কথা জানিব পাৰিছো। আপোনী গুণৰ সাগৰ প্রভু ভাগৱতৰ অমৃতময় ৰস অনায়াসে বোৱাই থাকিব ঈশ্বৰে আপোনাক কোশলে ৰাখক তাৰ বাবে কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। 🙏🙏🙏🙏🙏
Krishna dhany halo Bap ............khub bhal lagil Apunar kripa .......
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 bishno 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।
Krishna bap 🙏🙏🙏apunak hewa dhorilu🙏🙏apuni kukhle thakok Krishna Krishna 🙏
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু মইআপোনাৰ পৰা কৃষ্ণ কথা শুনি ভাল লাগিছে
কৃষ্ণ ,হে বাপ ঈশ্বৰ ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব ।বৈকুণ্ঠৰ পৰম ধন নাম অমৃতপান কৰা সকলো ভকত বৈষ্ণৱৰ প্ৰতি ভগৱন্ত প্ৰভূৱে কৃপা দৃষ্টি দান কৰক ।পৰম আনন্দৰে মন প্ৰাণ ভৰি পৰিছে কিয়নো আমাৰ অসমত শতসহস্ৰসহস্ৰ জনে আপোনাৰ ভাগৱত কথা শুনি কৃষ্ণপ্ৰেমত মগ্ন হৈ গৈছে ।আমাৰ ইয়াত ৰাতিপুৱা প্ৰায়বোৰ মানুহৰ ঘৰতে আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰে ।কিমান যে ভাল লাগে তাক বুজাব নোৱাৰি, কেতিয়াবা আনন্দত চকুলো নিগৰি আহে ।ঈশ্বৰৰ এই পৰম অমৃত বাণী নিৰবধি শুনাই যাওক বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভূৱে আপোনাৰ সৎসঙগ আৰু বৃদ্ধি কৰক,তাৰে কামনা কৰি আমিও সেৱা নিবেদিলো ।ভগৱন্তৰ ৩২ অলঙ্কাৰ ছজন ভকত বাৰজন বৈষ্ণৱ আৰু চৈধ্য জন পাৰীষদ নহয় জানো জনাবচোন প্ৰভু ।কৃষ্ণ
কৃষ্ণ
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
Krishna pravu 🙏 bohut vl lagil aru Santi palu
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 মই এতিয়াহে serially শুনি আছো প্ৰভূ... এদিনতে গোটেইখিনি শুনিবলৈ মন যায়..... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏 🙏 🙏 🙏
Krishna 🙏 bap🙏brohma ,bisnu, mohesorr pisot akow porom purukh vogobonto kun bap🙏olp bujai kobsun Krishna 🙏.
হে চিৰপূজ্য মহাত্মা বাপ ,কোটি কোটি সেৱা নিবেদিছোঁ ।ঈশ্বৰ কৃষ্ণৰ ৰূপ বণৰ্না শুনি মোহিত হৈ গৈছো ।সবৰ্দা ভাগৱত শুনাৰ সৌভাগ্য আপোনাৰ দ্বাৰাহে হৈছে । তাৰবাবে আপোনাক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো ।আপোনাৰ কুশলাঁৰ্থে কৃষ্ণ কৃষ্ণ ।
চাৰি সিদ্ধ কথা শুনি ভাল লাগিল। কৃষ্ণ
He bap krisna krisna apunalo koti koti hewa jamalu krisna
Krisno krisno Bap pronam kusholeThakk krisno
Pranam pitaji........val lagil.....bahut.....
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa laba baap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna Ram Ram 🙏🙏🙏🙏
কৃষ্ণ প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Prabhu ati hukhi .halu bhagawat sraban kari pranam prabhu
Joi guru Sankar 🙏🙏🙏🙏🙏
Jai shri krishna 🙏🙏🙏
🙏 কৃষ্ণ ,শঙ্কৰ গুৰু হৰি ৰাম ৰাম।
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।ধন্যবাদ
হে কৃষ্ণ প্ৰভূ প্ৰথমে আপোনাৰ চৰনত সেৱা জনালো।ভাপ আপোনাৰ এই মহান ভাগৱত শ্ৰৱণ কৰি ধন্য হৈছো । আপোনাক ভগৱানে কুশলে ৰাখক। প্ৰভূ মোৰ গাটো অলপ অখুস আপুনি আশিবাদ কৰিবছোন আপোনাৰ অমৃত বানী পালে ধন্য হ'ম। কৃষ্ণ প্ৰভূ পুনৰ সেৱা জনালো
কৃষ্ণ কৃষ্ণ প্ৰভুজন মহাভাগবতৰ চৰণ পংকজ ত কোটি কোটি প্ৰণিপাত জনালোঁ।আপোনাৰ প্ৰমুখ্যে সমস্ত ভক্ত বৃন্দ ক সশ্ৰদ্ধ সেৱা আগবঢ়ালো প্ৰভু । কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ পভু চৰণত সেয়া নিবেদিলো ।
Krishna krishna krishna bap
Krishna Krishna Krishna prabhudev pronam to you.
কৃষ্ণ প্রভু |প্রণাম গ্রহন কৰিব| আপোনাৰ পাঠ আমি শ্ৰৱণ কৰি আহিছো| পিছে আজি এটি কথা মনলৈ আহিল |বিতৰ্ক বুলি নাভাবিব | প্রথম কথা সৃষ্টিৰ আগতেই বাঘৰ ছাল ৰুদ্রই ক'ৰ পৰা পালে? বিষ্ণুৰ সৃষ্টি আগতে হৈছিল আৰু বিষ্ণুৰ নাভিকমলৰ পৰা ব্রম্মাৰ সৃষ্টি বুলি জানি আছিলো| আজি আকৌ খেলি মেলি লাগি গল| অনুগ্ৰহ কৰি আমাৰ এই সংশয় দুৰ কৰিবনে প্রভু | পুনৰ প্রনিপাত গ্রহন কৰিব|🙏🙏🙏🙏
বাৰু
ৰাম কৃষ্ণ হৰি
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো।
Krishna Krishna Sewa jonaisu 🙏🙏 🙏🙏
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏
কৃষ্ণ বাপ আনন্দ ব্ৰহ্ময়ে আপোনাৰ চৌপাশ আনন্দ ময় কৰি তুলিছে। আনন্দ ব্ৰহ্মক যিটো কৰে সেৱ তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ ৰাম
Krishna Ram Krishna Ram mone sumoroy kripa karile Gurudev onek kouti jonome Pranam jonabo paai bhut2 I am happy SirRiju dada
প্ৰনাম প্ৰভু 🙏🙏🙏
🙏🌺krishna Baap Prnam🌺🙏
কৃষ্ণ প্ৰভু আমি আপোনাৰ দ্বাৰা পৰিচালিত ভাৰ্গৱত পাঠ শুনি পাৰমাথিক ভাব হৃদয়ত অনুৰণনিত হৈছে সেয়েহে আপোনাৰ চৰনেসেৱা নিবেদিছোঁ
Krishna baap...apunak pranam jonalo....Krishna.....
Ram Ram Ram Krishna Krishna Krishna.
কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনি মনটো বহুত ভাল লাগিল নজনা কথা শুনি পৰম শান্তি পালো প্ৰভু পবিত্ৰ শাওণ মাহৰ ৰুদ্ৰ দেৱৰ বৃত্তানত শুনি লো প্ৰভু শাওণ মাহৰ ৪ তাৰিখে নাতিনীতোৰ জন্ম দিনত আশিৰবাদ কৰক ৬বছৰ পূৰ্ণ হ'ল আপোনাৰ কল্যাণৰ বাবে সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ
ঈশ্বৰৰ কৃপা হওঁক
,,,, কৃষ্ণ প্ৰভু বাপ সেৱাহে আপোনাৰ কুশল কামনা কৰিলো ।
কৃষ্ণ প্ৰভূ । ভাগৱতৰ এই সৃষ্টিবৰ্ণন কথা খিনি আপুনি ইমানসুন্দৰ ভাবে ব্যাখ্যা কৰিছে আমাৰ মন প্ৰাণ জুৰ পৰি গৈছে আজি যদি আমি " গৃহবন্দী " হৈ নাথাকিলো হেতেন তেন্তেআপোনাৰ এই মহান ভাগৱতৰঅমৃত বাণী বিলাক কেতিয়াওশুনিবলৈ নাপালোঁ হেতেন । কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণকৰিব ।
বাপ শতকৌটি প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। ভক্তি ৰসেৰে মন প্রাণ আনন্দিত হৈছোঁ। এনেকৈ যেন ভাগৱত শ্রৱণ কৰিবলৈ পাই থাকো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
হে প্ৰভু বাপজনা, কি যে সুমধুৰ আপোনাৰ বাখ্যা । কি বুলি আপোনাক ধন্যবাদ জনাম । যিমানে ধন্যবাদ দিও সিমানে কম হয় । শতকোটি প্ৰনাম প্ৰভু🙏🏻🙏🏻🙏🏻 ধন্য আমি 🙏🏻🙏🏻🙏🏻
7ùnnnñaaaaaa\aaäwtww25wwwwtwwwtwwwwwwwwtwtwwwwwwwtwwtwwwwwtwwwwwwwwwwwwwwur ur uurrrreeewrwywy
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপা কৰিব।
প্ৰভু,সেৱা জনালোঁ।মনোৰম পাঠ,বাখ্যা শ্ৰৱণ কৰি ধন্য হলো।প্ৰভু আদি নিৰঞ্জনৰ নাভিৰ পৰা উৎপন্ন ব্ৰহ্মা,সত্যলোকত সু তল বা হিমা লয় ত স্থাপিত ভগবান শিৱ আৰু বৈকুণ্ঠৰ ঈশ্বৰ আনহাতে আজি পাঠত শুনা ঈশ্বৰৰ তিনি ভাগ হৈ ব্ৰহ্মা,শিৱ,বিষ্ণু তিনি অংশে অৱতাৰ ৰ মাজত কিবা প্ৰভেদ আছে নেকি,প্ৰভুজনে বুজাই দিলে ধন্য হম ।দোষ হলে মাৰ্জনা কৰে যেন।প্ৰভুজনাৰলগতে সকলো শ্ৰোতা বাপ,আই মাতৃ সকলক ঈশ্বৰে যেন কুশলে ৰাখে কামনা কৰিলোঁ ।কৃষ্ণ...
Bohut val lagil provu
কৃষ্ণ বাপ,আপোনাৰ শ্ৰীমূখে ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিছো । 🙏🙏
কৃষ্ণ বাপ !প্ৰণিপাত নিবেদিলোঁ চৰণত, স্বীকাৰ কৰিব প্ৰভূ | ভাল লাগিছে ভাগৱতৰ মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ ঈশ্বৰমুখী হ'বলৈ অনুপ্ৰাণিত কৰি কৃতাৰ্থ কৰা বাবে | অতি মনোৰম আৰু মনোগ্ৰাহী হৈছে ভিডিঅ ভাগ |ধন্যবাদ বাপ | কৃষ্ণ বাপ, কৃষ্ণ.......
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ মহাভাগৱত কেতিয়া শুনিব পাও বাট চাই থাকো যেতিয়া শুনিব পাও তেতিয়াহে ভাল লাগে কোনদিনা আপোনাক দেখা পাম সেইটো ভগৱন্ত প্ৰভুজনাই হে জানে ।আপোনাক ধন্যবাদ কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ প্ৰভু 🙏 সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছো।কুশলে ৰাখক আপোনাক ভগৱন্তই।প্ৰভু, ভগৱানৰ যি ২১টা লক্ষণ আছিল সেই কেইটা পাৰে যদি জনাব চোন ।
Krisna he prom kripalu bap jon apunak kuti kuti pronam, 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ । কৌটি কৌটি প্ৰণাম জনাইছোঁ । বাপ ঈশ্বৰ আপোনাৰ চৰণতো দাসীয়ে সেৱা নিবেদিছো ।সেৱা ভাগ গ্ৰহণ কৰিব ।আৰু আশিবাদ কৰিব যাতে এনেকৈয়ে আপোনাৰ ভাগৱত শ্ৰৱণ কৰি ধন্য হ'ব পাৰো ।
Ram Krishna
হে কৃষ্ণ কৃপাময় কি লিলা ৱৰ্ণাছে তোমাৰ। তোমাৰ মহিমা শুণি আছৰিত হলো প্ৰভূ। কৃষ্ণ সেৱাভাগ গ্ৰহণ কৰিবা প্ৰভূ। কৃষ্ণ কৃষ্ণ
সেৱা আগবঢ়োলো 🙏🙏🙏🙏🙏🙏🙏
Krishna probhu, porom akhare batsai thaku, dintur prothom aru prodhan bhagowotkotha srobon kora, apunak probhue kukhole rakhok, krishna krishna.
কৃষ্ণ শঙ্কৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো কৃষ্ণ।
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️
কৃষ্ণ, আপোনাৰ চৰণত সেৱা থাকিল ।আপোনাৰ চৰণৰ পদধুলি ঈশ্বৰে কেতিয়া মিলাব তকে বাত চাই আছো ।
বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগে
Krishna krishna bapjana sewa janaisu krishna
কৃষ্ণ কৃষ্ণ বাপ ।
Was introduced to spirituality when I was 17. Listened to the audiobook version of the Bhagawat Gita. The feeling is absolutely divine and life changing. Little now I realize why Hinduism is a way of life and salvation.
কৃষ্ণ প্ৰভুজনা সেৱা জনালোঁ 🙏🙏🙏যি সকলে বিশ্বাস কৰা নাই তেও লুকে সৃষ্টিৰ পুৰাণ পঢা নাই ।তেও লুকে পঢি লেহে বিশ্বাস কৰিব ।ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিৱেদিলো। 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম সেৱা গ্ৰহণ কৰিব বাপ
প্ৰণাম জনালো প্ৰভু..ক়্ষ্ণ.🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 বাপ মহাভাৰতৰ চৰনকমলত কৌতি কৌতি প্ৰণাম জনালোঁ ঈশ্বৰে আপোনাসবক কোশলে ৰাখক আমি এইদৰে প্ৰায় ভাগৱতৰ অমৃত ৰখশুনাৰসোভাগ পাম
কৃষ্ণ কৃষ্ণ মধুৰ বাক্ষ্যাই আমাৰ কলোষিত মনক পোহৰৰ ৰাট দেখুৱাই দিছে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ । সেৱা ধৰিলো গ্ৰহন কৰিব ।
কৃষ্ণ বাপ আপোনাক কৌতি কৌতি বাৰ প্ৰণাম।
ধন্য প্ৰভু জন । শ্ৰৱণৰ শেষৰ ফালে নিচিন্তি নোৱাৰিলো । ভাগৱতৰ ব্যক্তব্য এবাৰ ভাষণ শুনা অথবা গ্ৰন্হ এখন এবাৰ পঢ়িলে বুজি পোৱাৰ দৰে হোৱা হলে নিশ্চয় অামি কিমান দুৰলৈ সু-শৃংখলিতহৈএটা জীৱনশৈলীৰ অসমীয়া জাতিটো অাগবাঢ়ি যাব পাৰিলোহেতেন কল্পনা কৰিবলৈকও অাচৰিত লাগে । ভাগৱত সুখ পাঠ্য অথচ গভীৰ বিষয় বস্ত সম্পন্ন । বহু উচ্চ শিক্ষিত লোকে ভাগৱতৰ কথা অবিস্বাষ্য বুলি ভাৱে তেনে ষ্থলত সৰ্ব্বসাধাৰণে বিস্বাস নকৰাটো ডাঙৰ কথা নহয়। ভগৱন্ত প্ৰভুৰ কৃপা বৰিষণ হব লাগিব তেতিয়া ভক্তি ভাৱ জাগৃত হব অাৰু অমৃত্তোপম ভগৱত কথা বিস্বাস কৰিব পাৰিব। অপৰাধ ভঞ্জনৰ হেতু প্ৰাথৰ্ণা থাকিল ।
কৃষ্ণ বাপ আপোনাৰ কন্থে নিগৰিত অমৃত ৰস মহা ভাগৱত শ্ৰৱণ কৰিছোঁ প্ৰথমৰ পৰা নাপালোঁ যদিও একাদিক্ৰমে আপোনাৰ অমৃত ৰস পাম বুলি আপোনাৰ চৰনত সেৱা জনালো কৃষ্ণ
Krishna prabhu vhagawan apunak vala rokhah
কৃষ্ণ কৃষ্ণশতকৌটি প্ৰণাম।আপোনাৰ ৰসময় ভাগৱত শ্ৰৱণ কৰি দুৰ্দিন' আপদ 'বিপদ পাহৰি গৈছোঁ ।গুৰু দুজনাৰমতে বিপদ তাকেহে কয়-"সেহিসে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নোহয় দুৰ্দিন ।হৰি-কথা-অমৃতৰ সম্যকে - আলাপ - ৰসে যিটো দিন হয় বিহীন " ।।নাঃ ঘোঃ ।"সম্পদকো জানা নুহি সম্পদ । জানা আপদকো নুহি আপদ ।।পৰম সম্পদ হৰি ভকতি। আপদ জানা হৰি বিৰকতি" ।।কীঃ । পুনৰ সেৱাৰে°°°° কৃষ্ণ ।
কৃষ্ণ বাপ,সেৱা জনালোঁ।
হেপ্রভু জন অপোনালৈ শত কৌটি প্রণাম
"কৃষ্ণ প্ৰভু সুপ্ৰভাত, গুৰুৰ কৃপাত আপোনাৰ শ্ৰীমুখে পোৱা আশীৰ্বাদত পৰিয়ালসহ কুশলে আছো। আপোনাৰ সবাৰো দীঘায়ু কামনাৰে জয় জগত গুৰু।''
কৃষ্ণ কৃষ্ণ প্ৰভু জগত পিতা কৃষ্ণ
কৃষ্ণ বাপ বহুত নজনা কথা শুনিবলৈ পালো আগলৈ আৰু আশা থাকিল প্ৰভু জনা কৃষ্ণ শংকৰ গুৰু
🙏🙏 কৃষ্ণ কৃষ্ণ
Krishna, bap sewa lab 🙏🙏🙏Krishna.
কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাপ। ভাগৱত পাঠ শুনি বহুতো ভাল লাগিছে ।আগলৈ শুনাৰ আশাৰে বাট ঢাই ৰলো । মোৰ সেৱা ল'ব।
বহুত বহুত ধন্যবাদ পাাঠকদেৱ।
প্ৰণাম প্ৰভূ.....কৃষ্ণ
নমঃ জগন্নাথ প্ৰভূ অগতিৰ গতি,দিও দৰিশন আমাক ত্ৰিজগৰ প্ৰতি ,, । অমৃত বানী ৰে, আনন্দ ময় কৰিছে বাপ সেৱক সকলৰ মন ধন্য ধন্য আপোনাৰ প্ৰচেষ্টা পুনৰ সেৱা ধৰিছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏
Krishna Baap Parnam 🙏🙏🙏🙏
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব । আপোনাৰ এই ভাগৱতৰ অমৃত বানীয়ে আমাৰ মন প্ৰফুল্ল কৰিবলৈ আশীৰ্বাদ কৰিব ।
সুপ্ৰভাত বাপ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । ভাগৱত ভাগ পৰম হৰিষে শ্ৰৱণ কৰিলো । কৃষ্ণ কৃষ্ণ ।।
হে প্রভু ঈশ্বৰ আপোনাৰ চৰণ কমলত এই অভাগিনীৰ কৌটি কৌটি প্রণাম । আজি ভগৱন্ত তিনি জনৰ অৱতাৰৰ ব্যাখ্যা শুনি বহুত নজনা কথা জানিব পাৰিছো। আপোনী গুণৰ সাগৰ প্রভু ভাগৱতৰ অমৃতময় ৰস অনায়াসে বোৱাই থাকিব ঈশ্বৰে আপোনাক কোশলে ৰাখক তাৰ বাবে কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏
কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। 🙏🙏🙏🙏🙏
Krishna dhany halo Bap ............khub bhal lagil Apunar kripa .......
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 bishno 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।
Krishna bap 🙏🙏🙏apunak hewa dhorilu🙏🙏apuni kukhle thakok Krishna Krishna 🙏
Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ প্ৰভু মইআপোনাৰ পৰা কৃষ্ণ কথা শুনি ভাল লাগিছে
কৃষ্ণ ,হে বাপ ঈশ্বৰ ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব ।বৈকুণ্ঠৰ পৰম ধন নাম অমৃতপান কৰা সকলো ভকত বৈষ্ণৱৰ প্ৰতি ভগৱন্ত প্ৰভূৱে কৃপা দৃষ্টি দান কৰক ।পৰম আনন্দৰে মন প্ৰাণ ভৰি পৰিছে কিয়নো আমাৰ অসমত শতসহস্ৰসহস্ৰ জনে আপোনাৰ ভাগৱত কথা শুনি কৃষ্ণপ্ৰেমত মগ্ন হৈ গৈছে ।আমাৰ ইয়াত ৰাতিপুৱা প্ৰায়বোৰ মানুহৰ ঘৰতে আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰে ।কিমান যে ভাল লাগে তাক বুজাব নোৱাৰি, কেতিয়াবা আনন্দত চকুলো নিগৰি আহে ।ঈশ্বৰৰ এই পৰম অমৃত বাণী নিৰবধি শুনাই যাওক বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভূৱে আপোনাৰ সৎসঙগ আৰু বৃদ্ধি কৰক,তাৰে কামনা কৰি আমিও সেৱা নিবেদিলো ।ভগৱন্তৰ ৩২ অলঙ্কাৰ ছজন ভকত বাৰজন বৈষ্ণৱ আৰু চৈধ্য জন পাৰীষদ নহয় জানো জনাবচোন প্ৰভু ।কৃষ্ণ
কৃষ্ণ
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
Krishna pravu 🙏 bohut vl lagil aru Santi palu
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
মই এতিয়াহে serially শুনি আছো প্ৰভূ... এদিনতে গোটেইখিনি শুনিবলৈ মন যায়..... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏 🙏 🙏 🙏
Krishna 🙏 bap🙏brohma ,bisnu, mohesorr pisot akow porom purukh vogobonto kun bap🙏olp bujai kobsun Krishna 🙏.
হে চিৰপূজ্য মহাত্মা বাপ ,কোটি কোটি সেৱা নিবেদিছোঁ ।ঈশ্বৰ কৃষ্ণৰ ৰূপ বণৰ্না শুনি মোহিত হৈ গৈছো ।সবৰ্দা ভাগৱত শুনাৰ সৌভাগ্য আপোনাৰ দ্বাৰাহে হৈছে । তাৰবাবে আপোনাক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো ।আপোনাৰ কুশলাঁৰ্থে কৃষ্ণ কৃষ্ণ ।
চাৰি সিদ্ধ কথা শুনি ভাল লাগিল। কৃষ্ণ
He bap krisna krisna apunalo koti koti hewa jamalu krisna
Krisno krisno Bap pronam kusholeThakk krisno
Pranam pitaji........val lagil.....bahut.....
Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa laba baap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Krishna Krishna Ram Ram 🙏🙏🙏🙏
কৃষ্ণ প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Prabhu ati hukhi .halu bhagawat sraban kari pranam prabhu
Joi guru Sankar 🙏🙏🙏🙏🙏
Jai shri krishna 🙏🙏🙏
🙏 কৃষ্ণ ,শঙ্কৰ গুৰু হৰি ৰাম ৰাম।
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ।সদায় বাপ জনাৰ মূখনিসৃত ভাগৱতৰ অমৃত কথা আমি শ্রবন কৰি কৃত কৃত হৈছো ।ধন্যবাদ
হে কৃষ্ণ প্ৰভূ প্ৰথমে আপোনাৰ চৰনত সেৱা জনালো।ভাপ আপোনাৰ এই মহান ভাগৱত শ্ৰৱণ কৰি ধন্য হৈছো । আপোনাক ভগৱানে কুশলে ৰাখক। প্ৰভূ মোৰ গাটো অলপ অখুস আপুনি আশিবাদ কৰিবছোন আপোনাৰ অমৃত বানী পালে ধন্য হ'ম। কৃষ্ণ প্ৰভূ পুনৰ সেৱা জনালো
কৃষ্ণ কৃষ্ণ প্ৰভুজন মহাভাগবতৰ চৰণ পংকজ ত কোটি কোটি প্ৰণিপাত জনালোঁ।আপোনাৰ প্ৰমুখ্যে সমস্ত ভক্ত বৃন্দ ক সশ্ৰদ্ধ সেৱা আগবঢ়ালো প্ৰভু । কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ পভু চৰণত সেয়া নিবেদিলো ।
Krishna krishna krishna bap
Krishna Krishna Krishna prabhudev pronam to you.
কৃষ্ণ প্রভু |প্রণাম গ্রহন কৰিব| আপোনাৰ পাঠ আমি শ্ৰৱণ কৰি আহিছো| পিছে আজি এটি কথা মনলৈ আহিল |বিতৰ্ক বুলি নাভাবিব | প্রথম কথা সৃষ্টিৰ আগতেই বাঘৰ ছাল ৰুদ্রই ক'ৰ পৰা পালে? বিষ্ণুৰ সৃষ্টি আগতে হৈছিল আৰু বিষ্ণুৰ নাভিকমলৰ পৰা ব্রম্মাৰ সৃষ্টি বুলি জানি আছিলো| আজি আকৌ খেলি মেলি লাগি গল| অনুগ্ৰহ কৰি আমাৰ এই সংশয় দুৰ কৰিবনে প্রভু | পুনৰ প্রনিপাত গ্রহন কৰিব|🙏🙏🙏🙏
বাৰু
ৰাম কৃষ্ণ হৰি
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো।
Krishna Krishna Sewa jonaisu 🙏🙏 🙏🙏
কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏
কৃষ্ণ বাপ আনন্দ ব্ৰহ্ময়ে আপোনাৰ চৌপাশ আনন্দ ময় কৰি তুলিছে। আনন্দ ব্ৰহ্মক যিটো কৰে সেৱ তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কৃষ্ণ ৰাম
Krishna Ram Krishna Ram mone sumoroy kripa karile Gurudev onek kouti jonome Pranam jonabo paai bhut2 I am happy SirRiju dada
প্ৰনাম প্ৰভু 🙏🙏🙏
🙏🌺krishna Baap Prnam🌺🙏
কৃষ্ণ প্ৰভু আমি আপোনাৰ দ্বাৰা পৰিচালিত ভাৰ্গৱত পাঠ শুনি পাৰমাথিক ভাব হৃদয়ত অনুৰণনিত হৈছে সেয়েহে আপোনাৰ চৰনেসেৱা নিবেদিছোঁ
Krishna baap...apunak pranam jonalo
....Krishna.....
Ram Ram Ram Krishna Krishna Krishna.
কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনি মনটো বহুত ভাল লাগিল নজনা কথা শুনি পৰম শান্তি পালো প্ৰভু পবিত্ৰ শাওণ মাহৰ ৰুদ্ৰ দেৱৰ বৃত্তানত শুনি লো প্ৰভু শাওণ মাহৰ ৪ তাৰিখে নাতিনীতোৰ জন্ম দিনত আশিৰবাদ কৰক ৬বছৰ পূৰ্ণ হ'ল আপোনাৰ কল্যাণৰ বাবে সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ
ঈশ্বৰৰ কৃপা হওঁক
,,,, কৃষ্ণ প্ৰভু বাপ সেৱাহে আপোনাৰ কুশল কামনা কৰিলো ।
কৃষ্ণ প্ৰভূ । ভাগৱতৰ এই সৃষ্টি
বৰ্ণন কথা খিনি আপুনি ইমান
সুন্দৰ ভাবে ব্যাখ্যা কৰিছে আমাৰ মন প্ৰাণ জুৰ পৰি গৈছে
আজি যদি আমি " গৃহবন্দী "
হৈ নাথাকিলো হেতেন তেন্তে
আপোনাৰ এই মহান ভাগৱতৰ
অমৃত বাণী বিলাক কেতিয়াও
শুনিবলৈ নাপালোঁ হেতেন । কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণ
কৰিব ।
বাপ শতকৌটি প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। ভক্তি ৰসেৰে মন প্রাণ আনন্দিত হৈছোঁ। এনেকৈ যেন ভাগৱত শ্রৱণ কৰিবলৈ পাই থাকো। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ।
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
হে প্ৰভু বাপজনা, কি যে সুমধুৰ আপোনাৰ বাখ্যা । কি বুলি আপোনাক ধন্যবাদ জনাম । যিমানে ধন্যবাদ দিও সিমানে কম হয় । শতকোটি প্ৰনাম প্ৰভু🙏🏻🙏🏻🙏🏻 ধন্য আমি 🙏🏻🙏🏻🙏🏻
7ùnnnñaaaaaa\aaäwtww25wwwwtwwwtwwwwwwwwtwtwwwwwwwtwwtwwwwwtwwwwwwwwwwwwwwur ur uurrrreeewrwywy
কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপা কৰিব।
প্ৰভু,সেৱা জনালোঁ।মনোৰম পাঠ,বাখ্যা শ্ৰৱণ কৰি ধন্য হলো।প্ৰভু আদি নিৰঞ্জনৰ নাভিৰ পৰা উৎপন্ন ব্ৰহ্মা,সত্যলোকত সু তল বা হিমা লয় ত স্থাপিত ভগবান শিৱ আৰু বৈকুণ্ঠৰ ঈশ্বৰ আনহাতে আজি পাঠত শুনা ঈশ্বৰৰ তিনি ভাগ হৈ ব্ৰহ্মা,শিৱ,বিষ্ণু তিনি অংশে অৱতাৰ ৰ মাজত কিবা প্ৰভেদ আছে নেকি,প্ৰভুজনে বুজাই দিলে ধন্য হম ।দোষ হলে মাৰ্জনা কৰে যেন।প্ৰভুজনাৰলগতে সকলো শ্ৰোতা বাপ,আই মাতৃ সকলক ঈশ্বৰে যেন কুশলে ৰাখে কামনা কৰিলোঁ ।কৃষ্ণ...
Bohut val lagil provu
কৃষ্ণ বাপ,আপোনাৰ শ্ৰীমূখে ভাগৱত বাখ্যা শুনি নিজকে ধন্য মানিছো । 🙏🙏
কৃষ্ণ বাপ !
প্ৰণিপাত নিবেদিলোঁ চৰণত, স্বীকাৰ কৰিব প্ৰভূ | ভাল লাগিছে ভাগৱতৰ মধুময় ব্যাখ্যাৰে আমাৰ মন প্ৰাণ ঈশ্বৰমুখী হ'বলৈ অনুপ্ৰাণিত কৰি কৃতাৰ্থ কৰা বাবে | অতি মনোৰম আৰু মনোগ্ৰাহী হৈছে ভিডিঅ ভাগ |
ধন্যবাদ বাপ | কৃষ্ণ বাপ, কৃষ্ণ.......
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ মহাভাগৱত কেতিয়া শুনিব পাও বাট চাই থাকো যেতিয়া শুনিব পাও তেতিয়াহে ভাল লাগে কোনদিনা আপোনাক দেখা পাম সেইটো ভগৱন্ত প্ৰভুজনাই হে জানে ।আপোনাক ধন্যবাদ কৃষ্ণ কৃষ্ণ।।
কৃষ্ণ প্ৰভু 🙏 সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছো।কুশলে ৰাখক আপোনাক ভগৱন্তই।
প্ৰভু, ভগৱানৰ যি ২১টা লক্ষণ আছিল সেই কেইটা পাৰে যদি জনাব চোন ।
Krisna he prom kripalu bap jon apunak kuti kuti pronam, 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ । কৌটি কৌটি প্ৰণাম জনাইছোঁ । বাপ ঈশ্বৰ আপোনাৰ চৰণতো দাসীয়ে সেৱা নিবেদিছো ।সেৱা ভাগ গ্ৰহণ কৰিব ।আৰু আশিবাদ কৰিব যাতে এনেকৈয়ে আপোনাৰ ভাগৱত শ্ৰৱণ কৰি ধন্য হ'ব পাৰো ।
Ram Krishna
হে কৃষ্ণ কৃপাময় কি লিলা ৱৰ্ণাছে তোমাৰ। তোমাৰ মহিমা শুণি আছৰিত হলো প্ৰভূ। কৃষ্ণ সেৱাভাগ গ্ৰহণ কৰিবা প্ৰভূ। কৃষ্ণ কৃষ্ণ
সেৱা আগবঢ়োলো 🙏🙏🙏🙏🙏🙏🙏
Krishna probhu, porom akhare batsai thaku, dintur prothom aru prodhan bhagowotkotha srobon kora, apunak probhue kukhole rakhok, krishna krishna.
কৃষ্ণ শঙ্কৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো কৃষ্ণ।
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️
কৃষ্ণ, আপোনাৰ চৰণত সেৱা থাকিল ।আপোনাৰ চৰণৰ পদধুলি ঈশ্বৰে কেতিয়া মিলাব তকে বাত চাই আছো ।
বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগে
Krishna krishna bapjana sewa janaisu krishna
কৃষ্ণ কৃষ্ণ বাপ ।
Was introduced to spirituality when I was 17. Listened to the audiobook version of the Bhagawat Gita. The feeling is absolutely divine and life changing. Little now I realize why Hinduism is a way of life and salvation.
কৃষ্ণ প্ৰভুজনা সেৱা জনালোঁ 🙏🙏🙏
যি সকলে বিশ্বাস কৰা নাই তেও লুকে সৃষ্টিৰ পুৰাণ পঢা নাই ।তেও লুকে পঢি লেহে বিশ্বাস কৰিব ।ৰাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱা নিৱেদিলো। 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম সেৱা গ্ৰহণ কৰিব বাপ
প্ৰণাম জনালো প্ৰভু..ক়্ষ্ণ.🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 বাপ মহাভাৰতৰ চৰনকমলত কৌতি কৌতি প্ৰণাম জনালোঁ ঈশ্বৰে আপোনাসবক কোশলে ৰাখক আমি এইদৰে প্ৰায় ভাগৱতৰ অমৃত ৰখশুনাৰসোভাগ পাম
কৃষ্ণ কৃষ্ণ মধুৰ বাক্ষ্যাই আমাৰ কলোষিত মনক পোহৰৰ ৰাট দেখুৱাই দিছে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ । সেৱা ধৰিলো গ্ৰহন কৰিব ।
কৃষ্ণ বাপ আপোনাক কৌতি কৌতি বাৰ প্ৰণাম।
ধন্য প্ৰভু জন । শ্ৰৱণৰ শেষৰ ফালে নিচিন্তি নোৱাৰিলো । ভাগৱতৰ ব্যক্তব্য এবাৰ ভাষণ শুনা অথবা গ্ৰন্হ এখন এবাৰ পঢ়িলে বুজি পোৱাৰ দৰে হোৱা হলে নিশ্চয় অামি কিমান দুৰলৈ সু-শৃংখলিতহৈএটা জীৱনশৈলীৰ অসমীয়া জাতিটো অাগবাঢ়ি যাব পাৰিলোহেতেন কল্পনা কৰিবলৈকও অাচৰিত লাগে । ভাগৱত সুখ পাঠ্য অথচ গভীৰ বিষয় বস্ত সম্পন্ন । বহু উচ্চ শিক্ষিত লোকে ভাগৱতৰ কথা অবিস্বাষ্য বুলি ভাৱে তেনে ষ্থলত সৰ্ব্বসাধাৰণে বিস্বাস নকৰাটো ডাঙৰ কথা নহয়। ভগৱন্ত প্ৰভুৰ কৃপা বৰিষণ হব লাগিব তেতিয়া ভক্তি ভাৱ জাগৃত হব অাৰু অমৃত্তোপম ভগৱত কথা বিস্বাস কৰিব পাৰিব। অপৰাধ ভঞ্জনৰ হেতু প্ৰাথৰ্ণা থাকিল ।
কৃষ্ণ বাপ আপোনাৰ কন্থে নিগৰিত অমৃত ৰস মহা ভাগৱত শ্ৰৱণ কৰিছোঁ প্ৰথমৰ পৰা নাপালোঁ যদিও একাদিক্ৰমে আপোনাৰ অমৃত ৰস পাম বুলি আপোনাৰ চৰনত সেৱা জনালো কৃষ্ণ
Krishna prabhu vhagawan apunak vala rokhah
কৃষ্ণ কৃষ্ণশতকৌটি প্ৰণাম।আপোনাৰ ৰসময় ভাগৱত শ্ৰৱণ কৰি দুৰ্দিন' আপদ 'বিপদ পাহৰি গৈছোঁ ।গুৰু দুজনাৰমতে বিপদ তাকেহে কয়-
"সেহিসে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নোহয় দুৰ্দিন ।
হৰি-কথা-অমৃতৰ সম্যকে - আলাপ - ৰসে যিটো দিন হয় বিহীন " ।।নাঃ ঘোঃ ।
"সম্পদকো জানা নুহি সম্পদ । জানা আপদকো নুহি আপদ ।।পৰম সম্পদ হৰি ভকতি। আপদ জানা হৰি বিৰকতি" ।।কীঃ । পুনৰ সেৱাৰে°°°° কৃষ্ণ ।