КОМЕНТАРІ •

  • @bangshidhardas8102
    @bangshidhardas8102 День тому +2

    Krishna Krishna Krishna, prabu aponar bhagawat pathor rakhjukta bakhya khuni aponak kouti kouti pranam Krishna..................................,

  • @manasdeka6801
    @manasdeka6801 22 дні тому +3

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @pranabborah2718
    @pranabborah2718 День тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kimtaehyung6428
    @kimtaehyung6428 День тому +1

    কৃষ্ণ প্ৰভূ জন।এই অধমৰ সেৱা গ্ৰহন কৰিব।আপোনাৰ অমৃত ময় মুখেৰে ভাগৱত ব্যাখ্যা শুনিলে গোতেই দিনতো কৃষ্ণমই আনন্দ লাগি থাকে।প্ৰভূজন ভগবানৰ শৰণত এটাই প্ৰৰ্থনা আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰা আৰু আপোনাৰ অমৃত ময় মোখেৰে ভাগৱত ব্যাখ্যা শুণা।প্ৰভূএ কৃপা কৰে যেন এই অধমক।কৃষ্ণ🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 27 днів тому +1

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @sumitradeka3599
    @sumitradeka3599 26 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @pddas6427
    @pddas6427 Місяць тому +1

    Krishna Baap Aapunak Pronam 🙏🙏🙏 Jai Guru Sankar 🙏🙏🙏

  • @ankurbaishya8809
    @ankurbaishya8809 24 дні тому +1

    Krishna Gurujona aaponer Sharanot Pronam

  • @juntiborah3548
    @juntiborah3548 Місяць тому +2

    কৃষ্ণ কৃষ্ণ 🙏 🙏 সুন্দৰ ব্যাখ্যা,বাপজনা গভীৰ ভাবে বুজায় দিয়াৰ বাবে জীৱনটো উপলব্ধি কৰিব পাৰি। বলিষ্ঠ কণ্ঠ সুন্দৰ উপস্হাপন। সদায় শুনো ভাল লাগিল। সুস্বাস্থ্য কামনা কৰিলো।🙏🙏

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏💓

  • @daisyrabha2343
    @daisyrabha2343 13 днів тому +1

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @babuldas7072
    @babuldas7072 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @chinukataki4419
    @chinukataki4419 Місяць тому +27

    কৃষ্ণ ।বাপ জনৰ ভাগৱত বাখ্যা শুনিলে শুনি থাকিব মন যায় ।ইমান গভীৰ ভাবে বুজাই কয় যে জীৱন টো উপলব্ধি কৰিব পাৰি ।সচাকৈয়ে তেখেতে বহুত অধ্যয়ন কৰিছে ।মই সদায় এবাৰ নুশুনিলে নহব ।মধুৰ কন্ঠ বলিষ্ঠ কন্ঠ সুন্দৰ উপস্থাপন বৰ ভাল লাগে দেই ।কিন্চিত শিকিবলৈ ঈশ্বৰে শক্তি দিছে আমাকো ।তেখেতৰ সু স্বাস্থ্যৰ কামনা কৰিলো ।এবাৰ সো শৰীৰে শুনিবলৈ হেঁপাহ আছে কত পাম নাজানো ।কৃষ্ণ ।

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l 21 день тому +3

    কৃষ্ণ বাপ ভাগৱতহে ভাগৱত বিশ্লেষন কৰিব পাৰে আৰু বিশ্লেষন হৃদয়স্পৰ্শী।কৃষ্ণ 🙏🙏🙏

  • @deepabora1865
    @deepabora1865 Місяць тому +4

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ পদকমলত ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ 🙏 লগতে সমস্ত বাপ আইলৈ সেৱা জনাইছোঁ 🙏🙏🙏🙏

  • @rimjimhazarika4904
    @rimjimhazarika4904 Місяць тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই সেৱা নিবেদিছো ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-kb3dm5gh1i
    @user-kb3dm5gh1i Місяць тому +3

    হে প্রভু ঈশ্বৰ আপুনিও আমাক দাসৰ দাসক পৰম জ্ঞান সাগৰত অৱগাহন কৰালা ধন্য হে গুৰু ধন্য কোটি কোটি প্ৰণিপাত জনাইছো ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mainabordoloi2479
    @mainabordoloi2479 5 днів тому +1

    কৃষ্ণ প্ৰভু,ভক্তিভৰা সেৱা জনালো আপোনাৰ চৰণত🙏

  • @dhireswarray8159
    @dhireswarray8159 Місяць тому +64

    Ram Ram Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo 🙏🙏 dhyono dhyono probhu aponer aadhyatmik gyanor pora bohut upokrit hoicho dhyono dhyono probhu

    • @user-dh8fr2uk2d
      @user-dh8fr2uk2d Місяць тому +8

      Krishna, Krishna, Krishna Ram,Ram Ram Prabhu ,Sewa ,Nebedisu,

    • @lohitdas63
      @lohitdas63 19 днів тому +1

      Krisna vagawat sraban kkorilu val lagil.apunak moi 13 sonor Sankar sangar adhibesonot log paisilu. Bahut kotha patisilu apuni Diya card khon atiaw Mur logot ase.lohit Das tsk.

    • @KarunaKalita-en6gh
      @KarunaKalita-en6gh 12 днів тому +1

      Krishna krishna bap

    • @sumonphukan7341
      @sumonphukan7341 5 днів тому

      ❤😂​@@user-dh8fr2uk2d

  • @manjulanath2645
    @manjulanath2645 Місяць тому +1

    কৃষ্ণ বাপজনা ,কোটি কোটি সেৱা জনালোঁ ,মাধৱ

  • @RatulDeka-ve8ih
    @RatulDeka-ve8ih Місяць тому +1

    Krishno Prabhu Gurujona

  • @himangshuvlogs470
    @himangshuvlogs470 Місяць тому +1

    Krishna krishna bap eswar.. ram krishna hari narayan 🙏🏿🙏🏿🙏🏿🙏🏿👌🏽👌🏽🙏🏿🙏🏿🙏🏿

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe Місяць тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত আপোনাৰ চৰনত ভক্তি ভৰা সেৱা নিবেদিচো 🙏🙏🙏

  • @dipteerajkhowahazarika669
    @dipteerajkhowahazarika669 2 дні тому +1

    Ram Ram Ram Krishna Krishna

  • @Rantisaharia
    @Rantisaharia Місяць тому +1

    Om nano bhagawate basudebai namah

  • @Rantisaharia
    @Rantisaharia Місяць тому +1

    On nano bhagawate basudebai namah

  • @pallabikagohain5720
    @pallabikagohain5720 Місяць тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 Місяць тому +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো দুৰৰপৰা হলেও গ্ৰহন কৰিব প্ৰভু ।

  • @sabitalahkar6351
    @sabitalahkar6351 Місяць тому +1

    Dhayanbad pravu apunak dhanyabad. Apuni mok jibanat pratham emane gyan dile mor jiban jen mukti pabo. Jibanant apunar gyan e dhaniy koribo sage jodi moi mukti pabo paru apunar karane mukti pam pravu apunak bahut dhyanbad. Hewa jonalu apunak pravu

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr Місяць тому +1

    Krishna krishna krishna krishna ❤bap janar charane pranam🙏🙏🙏🙏👍👍👍👍🙏🙏👍👍👍👍👍👍

  • @binapanidas6368
    @binapanidas6368 Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ কৌটি কৌটি প্ৰনাম জনালোঁ ৷ সুন্দৰ ভাগৱত বাখ্যাই হিয়া মন জুৰ পৰি গ’ল ৷

  • @munindragogoi2586
    @munindragogoi2586 Місяць тому +1

    OM Namah Bhagavate Basudevay Jay

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n Місяць тому +3

    Krishna Krishna amitmoi Bani apunar

  • @gunamaidevi4570
    @gunamaidevi4570 Місяць тому +1

    Krishna Krishna Krishna 🙏🙏🙏 Prabhu sotkowti pranam

  • @shibosaloi8549
    @shibosaloi8549 Місяць тому +1

    বৈষ্ণৱ পাঠক, ভকত প্রভূ বৃন্দক চৰণত প্রনিপাত। শুনি বহুত আনন্দিত হলো। সেৱা হে।

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 Місяць тому +1

    শতকোটি প্রণাম শুপ্রভাত কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।

  • @chinugogoi8928
    @chinugogoi8928 Місяць тому +1

    Krishna Krishna oti hundor bap🙏🙏🙏🙏

  • @saraswatikalita7301
    @saraswatikalita7301 15 днів тому +1

    Auniati bhagwat eman bhal laga moi sadai suni prabhu sawa janau bhala thakok krishna

  • @UdayBhaskar__
    @UdayBhaskar__ Місяць тому

    Jai Sri Krishna, Jai Sri Krishna

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @pradipgogoi3182
    @pradipgogoi3182 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম 🙏🙏🙏।

  • @jatingogoi5721
    @jatingogoi5721 Місяць тому +1

    কৃষ্ণ কৃষ্ণ, বাপজনাৰ ভাগৱত বাখ্যা অতি সুন্দৰ আৰু মন চিত্ত শান্তিময় কৰি তুলে ।কৃপালো পৰম ঈশ্বৰে বাপজনাক আৰু কৃপা কৰক ,হৰি ৰাম ৰাম ৰাম।

  • @user-ye1oq3en1f
    @user-ye1oq3en1f Місяць тому +3

    Pronam probhu Krishna Krishna

  • @mnath7444
    @mnath7444 Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, বাপৰ অমৃত কণ্ঠ নিগৰিত ৰস পান কৰি সৌভাগ্যশালী বুলি মনতে স্থিৰকৃত হৈছো। সেৱা যাচিছো।

  • @alinadeori8889
    @alinadeori8889 2 дні тому +1

    Krishna Krishna Krishna Prabhu

  • @anjalidas4572
    @anjalidas4572 Місяць тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @ranudas4561
    @ranudas4561 Місяць тому +1

    কৃষ্ণ প্ৰভু 🙏 আপোনাৰ দৰে গুৰু কণ্ঠেৰে আধ্যাত্মিক মহৎ তত্ত্বৰ আমাৰ দৰে মূঢ়মতি সকলক শ্ৰৱণ কৰিবলৈ সুবিধা কণ দিয়া বাবে ধন্য প্ৰভু 🙏🙏🙏

  • @bharatikalita898
    @bharatikalita898 Місяць тому

    Krishna krishna krishna bap❤❤❤🙏🙏🙏

  • @phirodarabha9647
    @phirodarabha9647 Місяць тому +2

    Krishna Krishna bap koti koti pranam 🙏🙏🙏🙏❤️❤️❤️🪔🪔🪔🙏🌺🌺🌺

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n Місяць тому +3

    Prabhu apunar shree mukhe kritan huni amar hidayat antaragam hoi Krishna Krishna

  • @AnantokumarRay
    @AnantokumarRay 20 днів тому +1

    Krishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @RiniThakuria
    @RiniThakuria 22 дні тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 😊

  • @LakhimiGohain
    @LakhimiGohain Місяць тому +1

    Krishna Krishna Ram Ram

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq 7 днів тому +1

    Very. Nice❤ 🙏🙏🙏🙏🙏🙏🙏

  • @jayabhuyan640
    @jayabhuyan640 Місяць тому +1

    Ha,prabhu,kreepa,karib,🙏🙏🙏

  • @tarundas3132
    @tarundas3132 Місяць тому +2

    Krishna Krishna Krishna

  • @kabitakk5245
    @kabitakk5245 Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏
    প্রভু আপোনাৰ চৰণত কোটি কোটি প্রণাম জনাইছো🙏🙏 আমি যেতিয়া সংসাৰৰ মায়াত সোমাই থাকো তেতিয়া নিজকে বহুত পাপী বুলি ভবো আৰু যেতিয়া এই ভাগৱতৰ সুন্দৰ কথাবোৰ আপোনালোকৰ মাধ্যমেৰে শুনিব পাও তেতিয়া ভাবো আমি বহুত পুণ্যৰ ফলতেহে আপোনাসবৰ এই সুন্দৰ কথাবোৰ শুনিবলৈ পাইছো।

  • @ushahazarika137
    @ushahazarika137 Місяць тому +1

    কৃষ্ণ কৃষ্ণ বাপ । আপোনাৰ শ্ৰীচৰণত সেৱা জনাইছো।

  • @jitannjali
    @jitannjali 24 дні тому

    আপোনাৰ বাখ্যা য়ে জীৱন ধন্য কৰিছে.. ভাগৱতৰ ইমান সাৰমৰ্মৰ কথা শুনা য়ে নাছিলোঁ.. জীৱন ধন্য হল প্ৰভু... 🙏

  • @DeepikaChangmai
    @DeepikaChangmai Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভুজী প্ৰণাম কৰো আপোনাৰ কৰকমলত❤❤❤❤

  • @PragHira-vj2ex
    @PragHira-vj2ex Місяць тому

    Krishna Krishna pobhu ❤

  • @themedicobrain9399
    @themedicobrain9399 11 днів тому +1

    কৃষ্ণ কৃষ্ণ প্ৰ্ভু জনা সশ্ৰদ্ধ প্ৰ্ণাম জনালো 🙏🙏🙏🙏

  • @NiruDas-qe5nf
    @NiruDas-qe5nf Місяць тому

    Krishna Krishna Krishna...

  • @rupalichetia1747
    @rupalichetia1747 Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏

  • @debitadeori7133
    @debitadeori7133 Місяць тому

    Krishna Krishna Krishna 🙏🙏🙏

  • @jamunasaikia340
    @jamunasaikia340 Місяць тому

    🙏🙏🙏probhu

  • @jamunadeka5494
    @jamunadeka5494 Місяць тому +1

    কৃষ্ণ কৃষ্ণ হে প্ৰভু সেৱা গ্ৰহণ কৰিব
    🙏🙏🙏

  • @lipikasaikia1259
    @lipikasaikia1259 Місяць тому

    Pranam Prabhu🙏🙏🙏

  • @PriyangshuBezborah
    @PriyangshuBezborah Місяць тому

    জয় কৃষ্ণ

  • @irenicc223
    @irenicc223 Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা আপোনাৰ জ্ঞানৰ কথা শুনি সুখী হ'লো। আপোনাক সেৱা জনালোঁ 🙏

  • @bhumitabora2496
    @bhumitabora2496 Місяць тому +1

    কৃষ্ণ কৃষ্ণ বাপ ইশ্বৰ শেৱা হে জনাইছোঁ কৃষ্ণ কৃষ্ণ

  • @mamoninath5845
    @mamoninath5845 Місяць тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাক শত কৌটি প্ৰনাম

  • @sunitatamuli8042
    @sunitatamuli8042 27 днів тому

    কৃষ্ণ কৃষ্ণ

  • @binodbaishya7261
    @binodbaishya7261 8 днів тому

    KRISHNA KRISHNA 🙏🙏🙏
    SANGKAR GURU 🙏🙏🙏

  • @chandramalakar6177
    @chandramalakar6177 Місяць тому

    Krishna krishna baap aaponor saranat khewa jonaloo. ❤❤

  • @munmikachari6189
    @munmikachari6189 28 днів тому

    Satradhikar pravu gurujonaloi koutri koutri sewa nibedilu Krishna Ram Krishna Ram❤❤🎉🎉

  • @lakhimidas9870
    @lakhimidas9870 13 днів тому

    Hare Krishna Prabhu

  • @JonaliGoswami-qe6rd
    @JonaliGoswami-qe6rd Місяць тому

    Emn dhunia bhagwabt phat kare xuni thakile xuni thakibo mn jai , pranam janaisu

  • @AmusedBakedCustard-nk7ci
    @AmusedBakedCustard-nk7ci Місяць тому

    Pranam prabhu.

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 12 днів тому

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @user-pk6yv8im1p
    @user-pk6yv8im1p Місяць тому

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @ritatalukdar7264
    @ritatalukdar7264 Місяць тому

    Krishna Krishna 🙏🙏🙏💐🌺

  • @rupaliphukon7111
    @rupaliphukon7111 Місяць тому

    কৃষ্ণ কৃষ্ণ🙏🙏।

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 17 днів тому

    প্রনাম প্রভূ সেৱা নিৱে দিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @arpanarabha9426
    @arpanarabha9426 Місяць тому

    কৃষ্ণ কৃষ্ণ 🙏

  • @mayushdeka9256
    @mayushdeka9256 Місяць тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pradiptalukdar7798
    @pradiptalukdar7798 Місяць тому +2

    মুক্তিৰ সময়ত পৰীক্ষিতে গুৰুৰ সঙ্গও এৰি গঙ্গাৰ পাৰ পালে ৷ কাৰণ জীৱৰ মুক্তিত জীৱ সদায় অকলশৰীয়া ৷ এতিয়া বাপ সন্দেহ হয়-কোন এই সেনাই পৰীক্ষিতক আগুৰি ৰাখিলে? তাৰোপৰি পৰীক্ষিতে ৰাজ্য,ধন,পুত্ৰ- পৰিয়াল সকলো ত্যাগ কৰিহে গুৰুত আশ্ৰয় লৈছিল ৷

  • @dolidhekialphukan6194
    @dolidhekialphukan6194 Місяць тому +8

    হে প্ৰভুআপোনাক কোটি কোটি বাৰ সেৱা জনাইছো।

  • @madhurjyakashyap2296
    @madhurjyakashyap2296 Місяць тому

    🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @saratkalita4808
    @saratkalita4808 Місяць тому

    কৃষ্ণ কৃষ্ণ।

  • @Request_motivation
    @Request_motivation Місяць тому +1

    কৃষ্ণ বাপ অতি সুন্দৰ কৃষ্ণ কথা 🪔🪔🪔🙏🙏🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 Місяць тому +1

    ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৌটি কৌটি প্ৰণাম

  • @archanasaikiadas9058
    @archanasaikiadas9058 Місяць тому +1

    কৃষ্ণ 🙏 ঈশ্বৰ।বাপ ঈশ্বৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @sarajonisardar429
    @sarajonisardar429 Місяць тому

    Krishna Krishna🙏🙏🙏

  • @user-rw4bb6iy5h
    @user-rw4bb6iy5h Місяць тому

    Krishna krishna 🙏🙏🙏🙏🙏

  • @bubulbangthai917
    @bubulbangthai917 Місяць тому

    কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু,🙏🙏🙏🙏

  • @promilagogoi9665
    @promilagogoi9665 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সবাৰো শ্ৰীচৰণত শতকৌটি ভক্তিভৰা সেৱা জনালো গ্ৰহণ কৰিব ।কৃষ্ণ ।

  • @RajkumarNath-wl2im
    @RajkumarNath-wl2im Місяць тому

    Krishna Krishna Bap❤❤❤👏👏👏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Місяць тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো 🙏

  • @bharatiborah1690
    @bharatiborah1690 Місяць тому

    আপ্লুত হলো প্ৰভূ 🙏🙏🙏