SHYAMOLO ABORONI | Barpeta Holigeet Lyrics

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Shyamolo Aboroni"
    Lyrics below-
    শ্যামল আৱৰণি ললে আঁকি ধৰণীয়ে
    প্রজাপতি আহি আজি ফুলে ফুলে মৌ পিয়ে
    আহিল ফাগুন বুলি কোনে ক'লে কাণে কাণে
    সেই বতৰাতে আমি প্রেম বিলাওঁ জনে জনে
    বনে বনে শোভে আজি পুস্প পৰিমল
    হৃদয়ে বিচাৰে প্রেমাবেশ কেৱল
    উতলা সুৰভিয়ে মনৰ দুৱাৰ খুলি দিযে
    ৰঙে ৰঙে ৰঙীন হ'ব ফাগুনৰ আকাশ
    মনোলোভা মানসীয়ে বিলাব মিঠা সুবাস। উতলা সুৰভিয়ে....
    আহা আমি গাওঁ মিলি পুলকিত সুৰ তুলি
    মন আমাৰ অধীৰ হায় ফাগুন আহি গুচি যায়
    গাই আজি বৃন্দগান সাত কৰো আহা মন প্ৰাণ।
    উতলা সুৰভিয়ে............................ । ।

КОМЕНТАРІ •