PRAKRITI PURUKHO | Barpeta Holigeet Lyrics

Поділитися
Вставка
  • Опубліковано 25 лют 2023
  • The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Prakriti Purukho"
    Lyrics below-
    প্রকৃতি পুৰষ দুইৰো নিয়ন্তা মাধৱ ।
    সমস্তৰে আত্মাহৰি পৰম বান্ধৱ ।।
    হে কৃষ্ণ তযু পাৱে পশিলো শৰণ ৷
    মই অনাথৰ নাথ তুমি নাৰায়ণ ।।
    নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ ।
    ভজোহো তোমাৰ দুই পদ অৰবিন্দ ।।

КОМЕНТАРІ • 7

  • @mridushagoswami3491
    @mridushagoswami3491 29 днів тому +1

    Good song

  • @user-qx4go2kg2u
    @user-qx4go2kg2u 3 місяці тому

    খুব ভাল লাগিল, বাৰে বাৰে শুনি থাকিবৰ মন যায়। 🙏

  • @jyotimalabordoloi8745
    @jyotimalabordoloi8745 Місяць тому

    বৰ ভাল লাগিল শুনি

  • @priyangshuX
    @priyangshuX 3 місяці тому +1

    Where is lyrics