Golden Collection of Holigeets
Golden Collection of Holigeets
  • 9
  • 19 521
KUNJA KANON | Barpeta Holigeet Lyrics
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "KUNJA KANON"
Lyrics below-
কুঞ্জ কানন ছানি বাজিলে মুৰলী ।
উন্‌মনা গোপবালা ৰঙ্গে খেলে হোলী।।
কুসুমিত বৃন্দাবন উচাতন তনুমন।
উলাহ ভৰে খহি পৰে মণিময় আভৰণ।।
ঝন ঝন কঙ্কন বাজে ঘনে অনুক্ষণ।
উছব মগন মন প্রাণে প্রাণে শিহৰণ।।
কুঙ্কুম ৰঞ্জিত চাৰু মুখ সুশোভন।
অঞ্জন অঙ্কিত চঞ্চল দুনয়ন।।
আকাশৰে পূৰ্ণশশী ৰূপে মনোহৰ ।
ৰূপালি কিৰণে কৰে ভূৱন উজ্বল।।
Переглядів: 702

Відео

PRAKRITI PURUKHO | Barpeta Holigeet Lyrics
Переглядів 6 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Prakriti Purukho" Lyrics below- প্রকৃতি পুৰষ দুইৰো নিয়ন্তা মাধৱ । সমস্তৰে আত্মাহৰি পৰম বান্ধৱ ।। হে কৃষ্ণ তযু পাৱে পশিলো শৰণ ৷ মই অনাথৰ নাথ তুমি নাৰায়ণ ।। নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ । ভজোহো তোমাৰ দুই পদ অৰবিন্দ ।।
AHA AMI KHELO HOLI | Barpeta Holigeet Lyrics
Переглядів 2,4 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Aha Ami Khelo Holi" Lyrics below- আহা আমি খেলো হোলী মহাৰঙ্গে বাহু তুলি ফাণ্ড উৰায় গগনে পবনে। আনন্দ দিয়াহে শ্যাম কানু নিৰানন্দ দূৰ কৰি আনন্দ দিয়াহে শ্যাম কানু। মনে প্রাণে হৰি নাম হোলী খেলো অবিৰাম উতলা ফাগুনে নাচে বৰপেটা বৰধাম। আহা আমি.... বসন্ত জাগেহে মধুক্ষণে বৃন্দাবনে মাজে আজি বসন...
BRAJAPOTI KHELE HOLI | Barpeta Holigeet Lyrics
Переглядів 508Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Brajapoti khele holi" Lyrics below- ব্রজপতি খেলে হোলী মনৰ হৰষে। শত গোপী বেঢ়ি ধৰি আবিৰ বৰষে ।। আকুলিত মন মাজে প্রেম ভাব জাগে। কামিনী গোপীনী পৰশ মাগে।। চতুৰ কলিয়া কানাই নাহে কৰো কাষে। গোপীৰ দেখিয়া ভাব মুচকি হাসে।। নাপায়া পৰশ গোপী কান্দে মন দুখে। মেঘে যেন ঢাকি ধৰে তাৰ চন্দ্ৰ মুখে ।। ...
SHYAMOLO ABORONI | Barpeta Holigeet Lyrics
Переглядів 1,9 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Shyamolo Aboroni" Lyrics below- শ্যামল আৱৰণি ললে আঁকি ধৰণীয়ে প্রজাপতি আহি আজি ফুলে ফুলে মৌ পিয়ে আহিল ফাগুন বুলি কোনে ক'লে কাণে কাণে সেই বতৰাতে আমি প্রেম বিলাওঁ জনে জনে বনে বনে শোভে আজি পুস্প পৰিমল হৃদয়ে বিচাৰে প্রেমাবেশ কেৱল উতলা সুৰভিয়ে মনৰ দুৱাৰ খুলি দিযে ৰঙে ৰঙে ৰঙীন হ'ব ফাগুনৰ...
ANUWA BASANTE | Barpeta Holigeet Lyrics
Переглядів 471Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Anuwa Basante" Lyrics below- এনুৱা বসন্তে প্ৰাণ ক’লৈ উৰি যোৱা ক'লৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে। হাঁহিছে প্ৰকৃতি চোৱা কি প্রেমে মতলীয়া যৌৱনৰ প্ৰেম উন্মাদে মাতোৱাল পৰাণ ৷
AJI FAGUNORE MELA | Barpeta Holigeet Lyrics
Переглядів 3,5 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Aji fagunore mela" LYRICS BELOW- আজি ফাল্গুনবে মেলা খেলে হোলী গোপবালা ব্ৰজবাসী সংগে হৰি হোলী খেলে বঙ্গে আনন্দে আকুল চিত্তে ফাল্গু মাৰে জনে জনে হোলী খেলায় মহানন্দে। প্রেমময় জগতপতি অধৰে মুৰুলী ধৰি মধুৰ পঞ্চম সুৰে বাবে গোকুলৰ জীৱগনে নাচে আজি মহোৎসরে হৰিগুণ অমিয়া ৰসে দেখো ভাই বনমালী দৌ...
KANAI AHILO HE | Barpeta Holigeet Lyrics
Переглядів 1,6 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Kanai Ahilo he" Lyrics below- কানাই আহিলো হে, কানাই আহিলো হে। ঘুনুটাক চাড়ি কৃষ্ণ আহিলো হে।। সঙ্গে আহে নৰনাৰী শতেক হাজাৰ হে। কেহো কৰে লম্ফালম্ফি কেহো গায় হোলী হে।। প্রেম-বসন্ত নাচে দশোদিশ জুৰি হে। কলিয়া ঠাকুৰে আহে নিজ গৃহ বুলি হে।। দোলাৰ ওপৰে হৰি চিন্তে মনে মনে হে। ভকতেহে প্রাণ মোৰ ...
KOKILE KUHORE | Barpeta Holigeet Lyrics
Переглядів 2,1 тис.Рік тому
The credit for this beautiful holigeet goes to the original creator of the song. Enjoy this beautiful holigeet "Kokile kuhore" Lyrics below- কোকিলে কুহৰে মধুপীয়া সখি, তৰুণী ফাগুনে নাচে, যাচে অমিয়া। দুগালে ঘঁহিছে, নবীন ফুল ৰেণু, আচল আবৰি মলয়াই বায় বেণু, ওৰণি উৰোঁ উৰোঁ আকুল হিয়া ! আনা অনুৰাগ ফাকু কুক্কুম ঘন, কুঁহিপাতে পাতে জ্বলা লাজুকী ৰহন মাধুৰীতে হালিজালি বিয়াকুল প্রিয়া ।

КОМЕНТАРІ