Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
তেওঁৰ কথা ব্যৱহাৰ মাৰ্জিত ভাষাৰে যি কলে সচাকৈয়ে আমাৰ মন ভৰি গল। সম্ৰাজ্ঞী হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছে। বহুত বহুত শুভেচ্ছা জনালোঁ
তেখেতৰ কথা কোৱাৰ কৌশল বহুত ভাল লাগিল। তেখেত প্ৰকৃত জীৱনৰো সম্ৰাজ্ঞী। বহু আগুৱাই যাওক তেখেত, তাৰেই কামনা কৰিছো।
এতিয়াও কিছুমান মানুহ জিনছৰ পেণ্ট পিন্ধি বিহুক বিকৃত কৰাৰ প্ৰয়াস কৰি আছে ,,,আনফালে এনেকুৱাই ছোৱালী লৰাবোৰে বিহুক যাউতিযুগীয়া কৰাৰ সাধনাত ৰতি হৈ অসমীয়াৰ সন্মান ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে,,ধন্যবাদ
জিনছ শতাব্দীয়েও পিন্ধে৷মাত্ৰ পিন্ধনতে সংস্কৃতি বা সাফল্য নাথাকে থাকে অনুভৱত,অন্তৰত,চেষ্টাত,কৰ্মত৷
@@minakshigogoi9054 আপুনি বিহু নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শতাব্দীক কেতিয়া দেখিলে ,,? মিছাতে বদনাম নকৰিব
luku das আপোনাক নমস্কাৰ জনালো। আজি মনত বৰ দুখ পালো আপোনালোকৰ দৰে মানসিকতা লৈ এতিয়াও যে মানুহ জীয়াই আছে😅😅 Jeans সেইজনী ছোৱালীয়েও পিন্ধে। jeans পিন্ধিলেই বুলি জাতি সংস্কৃতি ধংশ নহয় । এই যে আপুনি কথাসাৰ ক'লে তেনেকুৱা মানসিকতাৰ বাবেহে আচলতে অসমীয়া জাতিৰ উন্নতি হোৱা নাই।
@@ankitasarma3517 আমি জিনছৰ পেণ্ট পিন্ধা বিৰোধী নহয়,,কথাবোৰ হৈছে এনেকুৱা জিনছৰ পেণ্ট পিন্ধি বিহু নিত্য পৰিবেশন কৰি ছচিয়েল মিডিয়াত সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰাৰ বাবেই এই অপ্ৰিয় সত্য কথা ভাগি লিখিছিলো
@@lukudas1209 বাৰু। কথাসাৰ হজম কৰিবলৈ অলপ টান পালো। jeans পৰিধান কৰি বিহু নৃত্য পৰিবেশণ কৰাও নায় আৰু আগে পিছে দেখা নাই যে। ভাল বেয়াৰ মাজত সদায়েই ভাল খিনিতেই চকু যায় যে। পিচে সমালোচকৰো প্ৰয়োজন নোহোৱা নহয় অপ্ৰিয় হ'লেও সত্য।
কথাবোৰ ইমান ধুনীয়াকৈ কৈছে শুনিলে শুনিব মন গৈ আছে ❤️❤️❤️
শিৱসাগৰ মেইন👍👍👍
মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍
Emn dhuniake kothabur koise..🥰🥰🥰
আমাৰ শিৱসাগৰ ৰ নাচনী মেইন ❤🥰
Bhohut sundar bhal lagil
My heartiest congratulations to you and best wishes , be happy and healthy always. ✌️✌️
বহুত বহুত শুভ কামনা জনালোঁ।শতাব্দী বাইদেউ ক।❤️❤️
আছলতে মাটিৰ মানুহ আৰু মাটিৰ গোন্ধ থকা বিহুৰ লগত বিহু সম্ৰাজ্ঞী শব্দটো কিমান পয্যোৰ্য সেয়াহে বিশ্লেষণৰ বিষয়।গতিকে অসমীয়াই অসমীয়াক শুদ্ধ কৈ কলেহে অসমীয়াৰ অস্তিত্ব থাকিব।
বহুত বহুত শুভকামনা থাকিল ।💖💖
শিৱসাগৰ ৰ জীয়াৰী হয় শতাব্দী ❤️🔥
Women's university t poha buli Huni Birat vl lgil... Moiu Haikhn university re students. Keep it up Satabdoi
ৰংপুৰৰ মান ৰাখিলা 😊🙏
Congratulations agole agbari juwa.bohut dhuniyake kothakhini koisa val lagil.
তাইৰ মাক - দেউতাক, অঞ্চলবাসীৰ লগতে তাইৰ বয়ফ্ৰেইণ্ড জনো কৃতজ্ঞ হৈ ৰব । 💐💐💐
Boyfriend aase neki?
🤣🤣
Bihu samragyee Satabdi.....congratulations from Karbi Anglong
আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো
সকলোলৈকে ধন্যবাদ জনাইছোঁ🙏😊
Sivasagar main 🥰🥰🥰🥰
Congratulations to you Miss S Kalita.
Congratulations 👏 To Miss S Kalita ❤ 👏
Congrats. Looking so lovely
Great👍👍
Congratulations🎉🥳
Proud to Jorhatiyan ❤️
বহুত ভাল লাগিছে। অসমীয়া সংস্কৃতি বচাই ৰখাৰ বাবে
Congratulations 💚❤️💚
Congratulations ♥️
Val lagil
Keep going ahead always.it has just begun.you have a long journey to go.our best wishes and warm felicitation to you for your stupendous success.
Keep shining always ❤️
All the best 👍
ভাল সদায়ে ভাল ।
Congratulation's
Nice jorhatian
Best off luck.......!!!
Congratulations 🎉🎉
Good beautiful
Very very Congratulations satabdi.
👍❤
❤️❤️❤️❤️👍👍
very good sister🇮🇷
👍👍👍👍
মজা
Satabdi kalita toomer sesta maanisu jorhator lichubarit log paaba noowarilo. Bhabisat toomak log paam buli assa asse
Congratulations
Val suwali,hubheisa thakil agoloi
Joysagar college nohoi Sivsagar college
👍👍💞
Atia sorkar a DSP bonai dibo sage no 🤣🤣🤣
ধে্ত বস্তু বাহানীৰ যি দাম , এইবোৰ চাবলে , শুনিবলে মন নাযায়....
Bor dhunu kotha koise
👌🤟❤️❤️❤️
Congratulation!!!
Lakhimpur pora mrm jasilu
Shatabdi tumi poha.
Dimakuchir pora morom jasisu
Sibasagar r Satabdeee
Vaal satabdi bhagabane log diyaba
Tai Prokit Jorhatore hoi..
😇😇🥰🥰💥
Cngrst
Congratulations ❤
Congratulations 🎉👏🎉
Congratulations....
Congratulations...
Congratulations.
Congratulations🎉🎊🎁
তেওঁৰ কথা ব্যৱহাৰ মাৰ্জিত ভাষাৰে যি কলে সচাকৈয়ে আমাৰ মন ভৰি গল। সম্ৰাজ্ঞী হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছে। বহুত বহুত শুভেচ্ছা জনালোঁ
তেখেতৰ কথা কোৱাৰ কৌশল বহুত ভাল লাগিল। তেখেত প্ৰকৃত জীৱনৰো সম্ৰাজ্ঞী। বহু আগুৱাই যাওক তেখেত, তাৰেই কামনা কৰিছো।
এতিয়াও কিছুমান মানুহ জিনছৰ পেণ্ট পিন্ধি বিহুক বিকৃত কৰাৰ প্ৰয়াস কৰি আছে ,,,আনফালে এনেকুৱাই ছোৱালী লৰাবোৰে বিহুক যাউতিযুগীয়া কৰাৰ সাধনাত ৰতি হৈ অসমীয়াৰ সন্মান ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে,,ধন্যবাদ
জিনছ শতাব্দীয়েও পিন্ধে৷মাত্ৰ পিন্ধনতে সংস্কৃতি বা সাফল্য নাথাকে থাকে
অনুভৱত,অন্তৰত,চেষ্টাত,কৰ্মত৷
@@minakshigogoi9054 আপুনি বিহু নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শতাব্দীক কেতিয়া দেখিলে ,,? মিছাতে বদনাম নকৰিব
luku das আপোনাক নমস্কাৰ জনালো। আজি মনত বৰ দুখ পালো আপোনালোকৰ দৰে মানসিকতা লৈ এতিয়াও যে মানুহ জীয়াই আছে😅😅 Jeans সেইজনী ছোৱালীয়েও পিন্ধে। jeans পিন্ধিলেই বুলি জাতি সংস্কৃতি ধংশ নহয় । এই যে আপুনি কথাসাৰ ক'লে তেনেকুৱা মানসিকতাৰ বাবেহে আচলতে অসমীয়া জাতিৰ উন্নতি হোৱা নাই।
@@ankitasarma3517 আমি জিনছৰ পেণ্ট পিন্ধা বিৰোধী নহয়,,কথাবোৰ হৈছে এনেকুৱা জিনছৰ পেণ্ট পিন্ধি বিহু নিত্য পৰিবেশন কৰি ছচিয়েল মিডিয়াত সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰাৰ বাবেই এই অপ্ৰিয় সত্য কথা ভাগি লিখিছিলো
@@lukudas1209 বাৰু। কথাসাৰ হজম কৰিবলৈ অলপ টান পালো। jeans পৰিধান কৰি বিহু নৃত্য পৰিবেশণ কৰাও নায় আৰু আগে পিছে দেখা নাই যে। ভাল বেয়াৰ মাজত সদায়েই ভাল খিনিতেই চকু যায় যে। পিচে সমালোচকৰো প্ৰয়োজন নোহোৱা নহয় অপ্ৰিয় হ'লেও সত্য।
কথাবোৰ ইমান ধুনীয়াকৈ কৈছে শুনিলে শুনিব মন গৈ আছে ❤️❤️❤️
শিৱসাগৰ মেইন👍👍👍
মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍
Emn dhuniake kothabur koise..🥰🥰🥰
আমাৰ শিৱসাগৰ ৰ নাচনী মেইন ❤🥰
Bhohut sundar bhal lagil
My heartiest congratulations to you and best wishes , be happy and healthy always. ✌️✌️
বহুত বহুত শুভ কামনা জনালোঁ।
শতাব্দী বাইদেউ ক।❤️❤️