মানুহে মুখতে বেয়াকৈ কৈ দিয়ে😭😭

Поділитися
Вставка

КОМЕНТАРІ • 867

  • @pujamaina
    @pujamaina 4 місяці тому +1411

    Aji oo video tu sai bohut kandisu😭😭Monor xokolu kotha khuli koisu kiba vul hoise jodi nijor buli khyoma koribo🥹❤️

    • @RakhiBorah-i5g
      @RakhiBorah-i5g 4 місяці тому +35

      ❤❤❤❤❤❤

    • @sachindrasonowal
      @sachindrasonowal 4 місяці тому +29

      Vll lagil pujamaina tumar video sai❤❤❤❤❤ moi dibrugarh parah moram jasilu

    • @jitumanikalita4637
      @jitumanikalita4637 4 місяці тому +8

      Vl lgila dikha pai

    • @MonishaSonowal-o7w
      @MonishaSonowal-o7w 4 місяці тому +7

      Puja ba tmr ai video tu sam sam buli bhut agrohe rokhi asilu finally aji pluu ❤sabo 😊❤

    • @sanamsuman4672
      @sanamsuman4672 4 місяці тому +8

      সফল হোৱা।

  • @SweetyNath-b5m
    @SweetyNath-b5m 4 місяці тому +111

    Puja baar দেউতাকৰ কষ্টৰ কথা শুনি
    চকু পানী ওলাই গল
    কাৰণ মোৰ দেউতাইও বহুত কষ্ট কৰে 😢❤
    আগুৱাই যোৱা বা তোমাৰ ভৱিষ্যত টো পূহৰাই তোলা ❤

  • @puspadas9235
    @puspadas9235 4 місяці тому +200

    কেঁচা পাকঘৰ আমাৰো ভাল লাগে, আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে,চকুচৰহা এইবোৰ।❤❤❤❤😊😊😊

  • @senzingsenzing1693
    @senzingsenzing1693 4 місяці тому +65

    এনে প্ৰেৰণাৰ অভিভাৱকৰ বাবে,,
    পূজা তুমি ভগ্যৱতী,, তোমাৰ ভবিষ্যত উজ্জ্বল হওক 🎉

  • @Assampolicepori
    @Assampolicepori 4 місяці тому +76

    জীৱনৰ প্ৰতিটো খোজতেই দুখবোৰ থাকিবই দুখৰ অবিহনে সুখৰ সংজ্ঞা আধৰুৱা তেনেকৈ বিফলতাৰ অবিহনে সফলতা আধৰুৱা .. সফলতাৰ সম্মুখীন হ'বলৈ আমি হাৰিবই লাগিব আৰু জীৱনৰ ৰণক্ষেত্ৰখনত এবাৰ দুবাৰ হাৰি যাব লাগে কাৰণ হাৰি হাৰি যিজন জয়ী হয় তেওহে প্ৰকৃত জয়ী .. তোমাৰ কথাবোৰে বহুত আৱেগিক কৰিলে কাৰণ সেইখিনি মইও জীৱনটোত পাই আহিছো .. কিন্তু কেতিয়াও মই ধৈয এৰা নাই গতিকে আপোনালোকেও জীৱনৰ প্ৰতিটো খোজত নিজকে ইমান বেছি আৱেগিক কৰি নিদিব সদায় হয় কম আৰু সৎ চিন্তা তথা সাহসেৰে যুঁজ দিয়ক এদিন সফলতাই আপোনাকো লগত দিব .. যদিহে বিফলতাৰ সম্মুখীন হবলৈ ভয় খাইছা তেনে তুমি কেতিয়াও সফলতাৰ সম্মুখীন নহবা গতিকে দুখবোৰ আমি ইতিবাচক মনোভাবেৰে গ্ৰহণ কৰিব লাগে ❤️

  • @Basudoley
    @Basudoley 4 місяці тому +36

    My favourite famel UA-camr...পূজা সহজ সৰল ছোৱালী,তাই কোনো দিনে কেতিয়াও বেয়া হ'ব নোৱাৰে। পূজা তুমি আগুৱাই যোৱা,তোমাৰ লগত সদায় আমাৰ মৰম থাকিব। Puja We want Next year 1milion subscribers.❤❤

  • @monishatamuly791
    @monishatamuly791 4 місяці тому +26

    তুমি বহুত সহজ সৰল, ভাল লাগিল। আগবাঢ়ি যোৱা, আনৰ কথা গুৰুত্ব নিদিবা। কিছুমান মানুহৰ মানসিকতা ইমান বেয়া। কোনো টো সংসাৰলৈ চিৰদিনৰ কাৰণে অহা নাই যি কেইদিন থাকো অন্ততঃ হাঁহি ধেমালিৰ মাজেৰে দিন বিলাক পাৰ কৰো চোন । কেঁচা ,পকা এই বিলাক কি? কেঁচা পাকঘৰতহে কিন্তু আচল মানে জুইত আচল সোৱাদ পোৱা যায়।

  • @dancestudio8920
    @dancestudio8920 4 місяці тому +17

    কথা কোৱাৰ ধৰণ ইমান মৰমলগা, আজলী💐💐 বহুত ভাল লাগিল 💐💐

  • @madhuridevi5107
    @madhuridevi5107 4 місяці тому +137

    ছোৱালী হলে সদায় কামিলা আৰু হাঁহিমুখে থাকিব লাগে আগবাঢ়ি যোৱা

  • @bharashamedhi
    @bharashamedhi 4 місяці тому +255

    কেঁচা পাকঘৰ থকাটো লাজৰ কথা নহয়, গৌৰৱৰ কথা। আগৰ দিনৰ কিছুমান বস্তু এতিয়া বিচাৰিলেও নাপায়। আগুৱাই যোৱা তুমি।

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209 4 місяці тому +44

    ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা বহুত বেছি মৰম তোমালৈ বা ❤
    পূজা বা video চাই থাকো বৰ ভাল লাগে❤

  • @priyankahaloipinky1404
    @priyankahaloipinky1404 4 місяці тому +26

    Pujar pora bht hikibo Loga Ase ..hosa k gaon r saulir pora bht hikibo pari...emn Santo ,,vodro suali,,,real heroin ❤❤bht bsi agbarha Tumi...tmr ktha khinit mrm lagi log pabo Mon gyse...

  • @banjitrabha69016
    @banjitrabha69016 19 днів тому +2

    Mukhot ata positive smile loi salu first to last.... Lots of love... God bless ❤...

  • @JoydeepKonwar-tt4bp
    @JoydeepKonwar-tt4bp 4 місяці тому +6

    পূজা তুমি নিজে জী খিধান্ত লৈছা টাকৈ কৰিবা বেলেগৰ কথা খুনি লাভ নাই তোমাক কোৱা কথা খিনি খুনী বহুত দুখ লাগিছে তুমি যাতে আকো আগুৱাই যোৱা ,মোৰ ফালৰ পৰা তুমালৈ বহুত মৰম জাচিলো ❤🎉

  • @mridulkalita2976
    @mridulkalita2976 4 місяці тому +8

    ভাল বেয়া জীৱনৰ এক অংশ,
    ভাল বোৰক অাকোৱালি লৈ বেয়া বোৰক পাহৰি ,
    জীৱনত অাগুৱাই যাব লাগিব,
    এয়াই জীৱন ❤
    তুমি অাগুৱাই যোৱা।
    ধুনীয়া ধুনীয়া ভিডিঅ বোৰ অামাক উপহাৰ দি যোৱা❤️❤️❤️

  • @NibeditaDas-uf3zd
    @NibeditaDas-uf3zd 4 місяці тому +19

    মানুহে মানুহৰ ভাল হোৱাটো দেখিব নোৱাৰে। তেনে কুৱা মানুহৰ কথাত গুৰুত্ব নিদিবা বা আগুৱাই যোৱা তুমি ❤🥺

  • @tosaveerbasumatary2600
    @tosaveerbasumatary2600 4 місяці тому +10

    Congratulations Puja kitiaba masor tenga juledi jutulogakwi kuaba tumak beaapooa osoror manubirok tehe tumak bujibo Pujar morom pakgoror jaduk. Pujak birath birath Val lage bohut besike.

  • @lachitgogoi5082
    @lachitgogoi5082 4 місяці тому +17

    Kesa pakghor aamiu bohut bhal paw. juhal khont alupura, maspuri khuwar mojai beleg. Maina jonik bor morom lagise, tumar bhal hobo ,aguwai juwa.

  • @ansumwiboro7240
    @ansumwiboro7240 4 місяці тому +8

    Pure gaowolia suwali. Kune Kune tangla r pora Sai asa ❤❤❤ bohut morom thakil Puja tuma loi.

    • @dancestudio8920
      @dancestudio8920 4 місяці тому

      হয়, বহুত মৰমলগা💐💐

  • @Likhan_Xnwl...999
    @Likhan_Xnwl...999 4 місяці тому +6

    বৰ থুনুকা হৃদয়ৰ গৰাকী দেই আপোনি... আগুৱাই যাওঁক👍👍

  • @AnimaC19
    @AnimaC19 4 місяці тому +41

    পুজা মাইনালৈ বহুত বহুত মৰম ❤️❤️❤️

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 4 місяці тому +9

    সুন্দৰ প্ৰচেষ্টা ,পূজা।নেগেতিভ ছাইদে পিঠিদি আগুৱাই যোৱা।

  • @rajkumarrabha8167
    @rajkumarrabha8167 3 місяці тому +2

    ছোৱালী হলে এনেকা হব লাগে simple.. love from Goalpara ❤️❤️❤️

  • @SansumaBasumatary-gl7zq
    @SansumaBasumatary-gl7zq 10 годин тому +1

    Pujamaina baa buhut vll lage tumk moi sai thaku a tumar video bur eman dhuniya video bunuwa❤🎉

  • @dipshikhabaruah9658
    @dipshikhabaruah9658 4 місяці тому +11

    Puja baaa video tu dakhi ai video tur babe apakha Kori asilung. Bohut val lagil video tu Sai

  • @bhagyadhardas1150
    @bhagyadhardas1150 4 місяці тому +4

    She is soo simple and decent ♥️♥️Mur fave youtuber♥️

  • @Dimpi_chutia
    @Dimpi_chutia 4 місяці тому +30

    Puja bak dhuniya lage😍🥰

  • @RoshmiBorah
    @RoshmiBorah 4 місяці тому +5

    ইমান মৰম লগা কৈ কথাবোৰ কৈছে তাই❤️❤️😍😍

  • @Phoenix_mAyB
    @Phoenix_mAyB 4 місяці тому +7

    তোমাৰ মা-দেউতা প্ৰকৃততে দুয়োৰে মানসিকতা অতিকৈ আগবঢ়া যিটো আমাৰ সমাজত ছোৱালীসকল স্বাৱলম্বী হ'বৰ বাবে নিতান্তই প্ৰয়োজনীয়।

  • @AnuwarAnuwar-ry6fp
    @AnuwarAnuwar-ry6fp 4 місяці тому +9

    কথা‌খিনি সোনি মনটো বহুত দূখ লাগিল দেই😢

  • @Anamika-choudhury--munu
    @Anamika-choudhury--munu 4 місяці тому +2

    Buhu dinr pora rokhi asilu.. Fanily pai golu 😍😍😍.. Puja baa sdy aguwai juwa.. Mnhur km ki kune ki krise kune ki kora nai take mnhue khusuri thke.. Blgr kotha bad diya.. Life Tu tmr gotike tumi tmr mote sola... Sdy video bnai thkiba 😘😘 love you puja baa... ❤ love from bongaigaon❤

  • @jyotishmitadevi7920
    @jyotishmitadevi7920 3 дні тому

    ছোৱালী জনি সঁচাই বহুত মৰমলগা আৰু emotional ❤❤

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wd 4 місяці тому +8

    এইবোৰ মানুহৰ বাবে আমাৰ ছোৱালীবোৰ আগবাঢ়ি যাব নোৱাৰে। বা তুমি আন মানুহৰ কথা নুশুনিবা তুমি ভাল দৰে আগবাঢ়ি যোৱা , ভাল দৰে নিজৰ কাম কৰি যোৱা তোমাক সকলোৱে ভাল পাব। ❤❤❤❤❤ আমাৰ অসমৰ মানুহবোৰ তেনেকুৱাই ।❤❤❤❤❤😢😢

  • @budhindoley96
    @budhindoley96 4 місяці тому +5

    Puja baak hodai support. Love from gohpur❤❤❤.

  • @arunimas_world
    @arunimas_world 4 місяці тому +9

    পূজা তোমালৈ আন্তৰিক শুভেচ্ছা থাকিল❤🎉

  • @porishmitaborah5726
    @porishmitaborah5726 4 місяці тому +15

    Himaashri ba tumi hokot hoisa kintu dai,
    Bhut glow kori ase vedio tu saute ...vl lgise episode tu❤😢

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 4 місяці тому +18

    ধৈৰ্য্য সাহস চেষ্টা গোটাই লব ।ধন্যবাদ ।

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 4 місяці тому +5

    পুজা তোমাৰ সৰল কথা খিনি বহুত ভাল লাগিল ❤❤❤

  • @dancestudio8920
    @dancestudio8920 4 місяці тому +3

    কেঁচা পাকঘৰ সবাতোকৈ ভাল। জুইত ৰন্ধা সোৱাদে সৰগীয় 💐💐💐

  • @maladeka4433
    @maladeka4433 3 дні тому

    Puja baar কথা সুনি ভাল লাগিচে❤❤ আৰো সুনি দুখো লাগিচে😢

  • @RashmiSharmaThakur
    @RashmiSharmaThakur 4 місяці тому +45

    কেঁচা পাকঘৰৰ মদকতা ই বেলেগ ❤❤❤❤❤

  • @PriYam_0321
    @PriYam_0321 4 місяці тому +16

    Puja ba best cooking vedio bonai kintu dey moi Ataw vedio skip nkru SB vedio a saw ❤Agbahi juwa Puja ba tmi 😊

  • @junaligogoi9387
    @junaligogoi9387 4 місяці тому +31

    কেচা পাকঘৰ আমাৰো আছে ।ভাল লাগে ।

  • @surajitboro7056
    @surajitboro7056 4 місяці тому +6

    কেচা পাকঘৰ হৈছে এক বিশেষ পৰম্পৰা👍

  • @babysaikia8380
    @babysaikia8380 4 місяці тому +9

    Bor mrm loga dei tumi puja eman dhuniya kotha bur huni khub bhal lagil

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 4 місяці тому +25

    পূজা তুমি আগবাহি য়োৱা আনৰ কথা নোসোনিবা মানুবোৰ এনেকোৱাই❤❤❤❤

  • @krishnashreehandique6668
    @krishnashreehandique6668 4 місяці тому +16

    Sualijoni eman hohoj horol aru khula monor..hodai enedore thaka.bohut bohut huvokamona tumaloi.❤

  • @comedymasterab6962
    @comedymasterab6962 4 місяці тому +25

    অসমৰ মানুহবোৰ এনে কোৱাই ।কাৰো ভাল হোৱা নিবিচাৰে। এনেকোৱ মানুহবোৰক পাগল বোলিব পাৰি।

  • @Manchi-_E.M
    @Manchi-_E.M 10 днів тому

    ইমান ধুনীয়াকৈ কৈচা কথাবোৰ ❤

  • @dipaliburagohain5996
    @dipaliburagohain5996 4 місяці тому +10

    Puja nakandiba be happy God bless u

  • @bhairabideka2023
    @bhairabideka2023 4 місяці тому +37

    গাঁৱত কিছুমান চকু চৰহা মানুহ আছে বহুত একো নাই তুমি আগুৱাই যোৱা সেইবোৰক দেখি বেছি ভাল কাম কৰি যাবা❤

  • @Polakhi_Dowari
    @Polakhi_Dowari 4 місяці тому +3

    Bohut morom puja Ba Tumarloi🥺❤️aguwai juwa Tumi Hodai🫶

  • @surajitboro7056
    @surajitboro7056 4 місяці тому +2

    Podcast tu sai bohut besi val lagile...From Boko, Kamrup❤❤

  • @upasanadevi2561
    @upasanadevi2561 4 місяці тому +2

    Suwalijoni buhut xohoj xorol eman amaiyik val lage agbahri juwa maina 🥰

  • @H....Mahanta
    @H....Mahanta 4 місяці тому +1

    বিৰাত সহজ সৰল লাগিল কথা খিনি আৰু আগুৱাই যোৱা তাৰে কামনাৰে ❤❤❤❤❤

  • @user-purnima462
    @user-purnima462 4 місяці тому +2

    Mur kesa pakghr bht val lge ba.ata kotha kou ai pletfrom khn dia babe bht bht thank you..

  • @kameswarnarzari
    @kameswarnarzari 15 днів тому

    ❤❤❤❤❤❤❤bohut val lagil sai baa kandibow ulai gol sai sai kotha bur khuni

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pn 4 місяці тому +196

    Age tu khunilo 23😂😂😂 aru kuna kuna khunisa 😅😅

    • @munniiiiiiiiii
      @munniiiiiiiiii 4 місяці тому +3

      Moi xuniisu 😂😂😂😂😂 moi kanot mbl tu loi xuniisu 😂😂😂❤❤❤❤ moi bar video saii bht vl paw ❤❤❤

    • @Niharika-Doley
      @Niharika-Doley 4 місяці тому +4

      𝗠𝗼𝗶𝗶 😂

    • @MadhusmitaDeka-vp4pn
      @MadhusmitaDeka-vp4pn 4 місяці тому +1

      @@munniiiiiiiiii moi o 3 br mn kant loi khuniso

    • @munniiiiiiiiii
      @munniiiiiiiiii 4 місяці тому +1

      @@MadhusmitaDeka-vp4pn hihihihi 😁

    • @rintusubadar2130
      @rintusubadar2130 4 місяці тому +2

      Moi u hunilu 😂

  • @ratuldas4335
    @ratuldas4335 4 місяці тому +6

    ভালেথাকিব সদায় আপোনাৰ ভলহক❤

  • @JintuDeka-o4z
    @JintuDeka-o4z 3 місяці тому +3

    সদায় মনটো ডাঙৰ হব লাগে সিহতে তুমাৰ ভাল হোৱাটো কামনা নকৰে বা

  • @hirakjkalita4158
    @hirakjkalita4158 4 місяці тому

    June tenekoi koi hihote najane je gaor poribekh tu kimn ji vl lge Puja baak bohut vl lge ❤❤❤ bohut bohut mrm tumaloi Puja baa

  • @blackboy8201
    @blackboy8201 4 місяці тому +3

    কেঁচা পাঁকঘৰ আমাৰো ভাল লাগে | আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে চকুচৰহা এইবোৰ | ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @RiyaRajkhowa-h8c
    @RiyaRajkhowa-h8c 14 днів тому

    Kuwai koi thakibo tumi mathu aguai juwa❤love from❤tinsukiya

  • @dikshitakayastha5149
    @dikshitakayastha5149 4 місяці тому

    Puja bar vdo sai bhut vl paw ru himashree baa k aji dhunia lgise❤

  • @Triggu353
    @Triggu353 4 місяці тому +10

    Baa prabin borah daak matiba na please teur interview bohute luwai nai matiba sun please ❤😭

  • @DuluBora-pq3to
    @DuluBora-pq3to 4 місяці тому +17

    মাটি পাকঘৰ বহত ভাল লাগে,🙏🙏🙏

  • @krishnaBorah-d3u
    @krishnaBorah-d3u 3 місяці тому +2

    Puja ba Tumi anekoi hodai agbahi juya♥️♥️♥️🥰🥰🥰🔥🔥🔥🌹

  • @BorakhaGogoi-e1s
    @BorakhaGogoi-e1s 4 місяці тому +5

    Bht mrm Puja ba loi aru agbahi juwa ❤️

  • @priyankanath1347
    @priyankanath1347 4 місяці тому +5

    বহুত ভাল পাওঁ pujaa baa❤

  • @rekhagogoi9098
    @rekhagogoi9098 4 місяці тому +3

    Kesa pakghor bohut dhunia eyar madokotai balage👌👌👌🙏

  • @pratikrshyam1888
    @pratikrshyam1888 4 місяці тому +1

    Kesa pakghor bohut bhal lage. Aamar gaon r ghorot etiya u aase. Khorit bonuwa khabole u bohut tasty hoi

  • @RanjidaBegum-f9d
    @RanjidaBegum-f9d Місяць тому

    Bhut vl lagil beya o lagil puja bar ktha xini xuni❤

  • @RimuTapan
    @RimuTapan 3 місяці тому

    Puja baa r kotha bur Jani khub beya lagil. Tumi aru aguwai juwa. Tumaloi bohut bohut morom. Aru video tu Sai val lagil.😊

  • @DipsikhakalitaPihu-mu6gp
    @DipsikhakalitaPihu-mu6gp 4 місяці тому +3

    Puja bak bht val lge😊❤

  • @pinakimahanta11
    @pinakimahanta11 4 місяці тому +6

    Pujai hahi thake seikarane val lage..eman morom loga

  • @alinapatgiri4441
    @alinapatgiri4441 4 місяці тому +9

    @puja maina dukh lgil starting t ee rpy ata diba sun baki agbarhi juwa........maa deuta aru raij asee tmlkr lgt 100k hoise congratulations 💐👏

  • @ChitaSaikia
    @ChitaSaikia 2 місяці тому

    Puja bar kotha bur huni xosakoi soku pani ulai gol😭tumi xodai hahi thakiba😊aru tumi lukor kotha huni nakandi ba karon aji kle manuh bur karubar hua tu dekhibo nuare tumi hodai agbahi jua Puja ba tumar video bur sai mur bohut val lage😊tumak log pabo bohut mon ase ba😊😊

  • @lanasmitarabha230
    @lanasmitarabha230 4 місяці тому +5

    Bhut dhuniya 🤗 himashri ba puja ba bhut besi dhuniya lagil tmalkr episode tu saiii 😢😢😢😢moiyu aitu bikhyot bhut besi ke mori mori jiyai asu njanu.mur o akha puron hb ne ni😢

  • @Trisha-ym5dk
    @Trisha-ym5dk 4 місяці тому +1

    Kone ki koi bad diya,Khomajot negative aru positive dui dharanor manuh ase. Tumak beya poa manuh ot koi bhal poa manuh besi ase any way agowai joa.. Goodluck ❤❤

  • @Jyotismita550
    @Jyotismita550 3 місяці тому

    2mi xdai ankeii thakiba deii ba anekei tumk bhut vl lge xoloni nohoba dei manuhr kotha bur bd diya jibur a nijeii aku kribo nuare xeibur a blgr kotha a koi fure....tumi ru aguai jua bhut besi ank sohoj sorol puja ba jni hoi❤

  • @jeemonigogoi3455
    @jeemonigogoi3455 4 місяці тому +2

    Bohut val lagile interview tu sai baa❤❤

  • @DibjyotiTaid
    @DibjyotiTaid 4 місяці тому +3

    Pujar video ami sai taku.pujar video bur sai bohut val lage.

  • @trailokyatalukdar9695
    @trailokyatalukdar9695 4 місяці тому +7

    পুজা আগবাঢ়ি যোৱা ।নিগেটিভ চিন্তা অকণো মনলৈ নানিবা।

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr 4 місяці тому

    বহুত ভাল লাগিল অনুস্থানতো চাই জীবনত সংগ্ৰাম থাকিবই আগবাঢ়ি যোৱা সফল সবা ।সিমাশ্রিলৈও বহুত বহুত মৰম থাকিল লগতে কেমেৰাৰ পিছ ফালে থকা বিযক্তি জনলৈও বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিলজীবনত আগবাঢ়ি যোৱা সকলো ❤❤😘😘💖💝

  • @parinaborah5981
    @parinaborah5981 2 місяці тому

    সহজ-সৰল খুউব এজনী মৰমলগা ছোৱালী।❤

  • @gargidevi3119
    @gargidevi3119 3 місяці тому

    পুজা আগুৱাই জোৱা আনৰ কথাত গুৰুত্ব নিদিবা❤❤❤

  • @AnupamSutradhar-sp8we
    @AnupamSutradhar-sp8we Місяць тому

    ইমান নকো ,,কিন্তু বহুত অনুৰাগী ৰ মাজত মইও এজন আপোনাৰ অনুৰাগী হৱ.মাত্ৰ ভালে থকা আপুনি.❤

  • @Abhijit-i1z
    @Abhijit-i1z 3 місяці тому +3

    কাৰ কাৰ ঘৰত কেচা পাকঘৰ আছে like কৰা।।

  • @DipamonisaikiaDipamini-ib4vx
    @DipamonisaikiaDipamini-ib4vx 4 місяці тому +2

    Puja ba r vidoe moi bhut saw 💓 khub besi vl lge tumk 💓hdai aguai jua 💓aru notun notun video de thkiba blge nsle u moi sm 😌

  • @jagannath...deka..65
    @jagannath...deka..65 2 місяці тому +1

    সহজ সৰল আমাৰ দৰঙৰ ছোৱালী ❤️
    আগুৱাই যোৱা পূজা 🙏

  • @LizaRk.5002
    @LizaRk.5002 4 місяці тому +2

    Puja ba bohut moromor❤🥺

  • @anjanagogoi6105
    @anjanagogoi6105 4 місяці тому +2

    বহুত ভাল লাগিল ,আগুৱাই যোৱা শুভেচ্ছা থাকিল ❤️❤️।

  • @nurisonowal7021
    @nurisonowal7021 4 місяці тому +1

    Bohut val lagil dei aru dukhu lagil Puja baa next utpol4x da k anibo baa

  • @joborzong8707
    @joborzong8707 4 місяці тому

    Mur dada kio nai tak e bhabi asu ......thakile tmk bou bonai anilu hoi....❤️❤️.kam kora dekhi kua nai,but emn hohoj horol,bht bhal lage.......prithibir hokolu dhoronor e hukh jen tmr hoi ❤️.......

  • @ArupBora-rw6lj
    @ArupBora-rw6lj Місяць тому

    Tumi aguwai juwa puja.pisoloi ghuri najaba

  • @_Debashri_
    @_Debashri_ 4 місяці тому +6

    Puja ba tumi strong huaa❤😊

  • @TapashyaBorah101
    @TapashyaBorah101 Місяць тому

    Bohut bohut morom tumaloi pujaa baa❤❤❤❤❤

  • @RishaBhuyan-c8w
    @RishaBhuyan-c8w Місяць тому

    Lage lage kesa pakghor vl lage
    Tatkoyo vl lage puja bak aru puja bar ma ❤❤❤

  • @aparajitaphukan1371
    @aparajitaphukan1371 2 місяці тому

    Puja maina tumi aagbarhi goi thaka pasoloi ghuri nasaba ❤

  • @sushilkonwar7012
    @sushilkonwar7012 2 місяці тому

    তোমাৰ ঘৰ -- তোমাৰ ঘৰৰ চৌ পাশে থকা পৰিৱেশ -- যি পৰিৱেশ চাই চাই -- কন্তেন্ত বনুৱা -- বেচ সুন্দৰ