কিয়? || Kiyo || Why || New Assamese Short Film 2024 || Astha Production
Вставка
- Опубліковано 27 чер 2024
- বহু আশা,অতি উৎসাহেৰে আমি "Astha Production" আহিছো আপোনালোকৰ মাজলৈ এখন নতুন সুন্দৰ,ব্যতিক্ৰমী তথা বাস্তৱধৰ্মী কাহিনীৰ ছুটি ছবি "কিয়?" লৈ। আপোনালোকে এই ছুটি ছবি খন চাই কেনে পালে জনাব,ভাল পালে আনলৈও লিংক যোগে পঠিয়াব,Like কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব।🙏 আগন্তুক দিনবোৰতো এনেধৰনৰ বিভিন্ন ছুটি ছবি আপোনাকলৈ আগবঢ়াই যাবলৈ আমি অপ্ৰান চেষ্টা কৰিম।🙏
আপোনালোকৰ মৰম,সহাৰি, আশীৰ্বাদ আমাৰ কাম্য।।❤️
Casting:
Bijay krishna sarmah, Banalata nath, Popi kalita, pranjal nath, Mahesh deka, kalpajit sahariah, Raju senapati ,Mr. Vashu, puja deka, shilpishikha Nath, Purabi Deka
Written by:
Manash jyoti Borah(MNS)
Produced by:
Maram jyoti konwar
Directed by:
Pranjal Nath
Asst. Director:
Raju senapati , Kalpajit sahariah
DOP:
jr. Bijay
Editing & Colour grading:
Malay deka
Studio:
Bright spot Studio
Background score & Mix Master by:
Gunjan kumar
Male Humming:
Gunjan Kumar
Female Humming:
Barasha Bharatee
Background Voice:
Rj Bitupan Baro
Dubbing:
Rj Bitupan Baro & Gunjan Kumar
Makeup by:
Joya Deka, Trishnapriya
Song
Title: Xopun Bur Hol Adhorua
Lyrics: Rj Bitupan Baro
Vocals & composition: Gunjan Kumar
Music & mix master : Gunjan Kumar
Special thanks to:
Gautam kumar, Chanakya rabha, Ankur Bora, Pulak Hazarika, Mrigen Deka, Hitesh Nath, Barnali rabha, Tafik, Ainul, Naren Sahariah, Vijit, Mridul Deka, Nandita, Mrinmay Deka, Umesh Ch. Bora, Abhinash, Bikash Saharia , Sourav , Prokash Sahariah, Mahesh Deka, Jyotishman sahariah, khira saikia Deka
Other social platforms:
Facebook/Instagram: Astha production
Media partner :
Kalaigaon live, The Newshour Axom, Times of Accuracy , EN News, MD News, M.H 24live, ISHA 24×7, News 24 Axom, Report Daily News, Suhana live News,
#kiyo
#asthaproduction
#BestAssameseWebFilm
#WebFilmAssam
#AssameseWebFilm
#WebFilm20232024
#WebFilm
#NewWebFilm
#Assameseshortfilm
#AssameseRomantic #Shortfilm
#Assameseshortfilm2023
#NewShortFilm
#Assameseshortfilm
#AssameseshortmovieAssam
#Assamesesong
#Assamesewebseries
#Assameseromanticsong
#Assameseromanticmovie
#sadstory
#romanticstory
#newromantic
#Assamesestory
#NewShortMovie
#AsthaProduction
#AProduction
#Music
#AsthaProductionshortfilm
#AProduction2024
#newshortmovie
#awardwinningShortfilm
#bestAssameseshort
#film
#awardwinningmovie
#newshortfilm
#newshortfilm2023
#BestAssameseShortFilm
#RomanticFilm
#ShortFilmNew
#chupachupi
#mrvashu
#kola
#khatidarrangia
#pujamaina
#medam
© Copyright deserved to ASTHA PRODUCTION
Associate with :
Astha Diagnostic center, Khati Darrangiya , Kola, Bright Spot Studio , Entertainment with Raju, Cake Zone ,Mr.vashu, Puja Maina.
*****THANK YOU****** - Фільми й анімація
বৰ হেঁপাহেৰে লিখা এটি কাহিনী। "প্ৰাঞ্জল"ৰ পৰিচালনাৰে আৰু বন্ধু "মৰমজ্যোতি"ৰ প্ৰযোজনাৰে আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো "কিয়"।
ছবিখন আপোনালোকে আকোঁৱালি ল'ব বুলি যথেষ্ট আশাবাদী ❤
বহুত ভাল লাগিল manash. 👍👍👍
Val lagise 🎉
প্ৰাঞ্জল দাৰ এটা শব্দৰ উচ্ছাৰণ অলপ ভুল হোৱা যেন লাগিল মোৰ।কিমান কৰিম আৰু, মই ইয়াত লাগি থাকিলে কামলৈ কোন যাৱ, ঘৰ খন চলিৱ কেনেকৈ। কিন্ত্ত উচ্চাৰণটো চলিৱ ঠাইত থলিৱ শুনা গৈছে।
Good concept
Khub dhuniya ❤
Puja mainak sai kune kune sab ahise like kora❤
Moi
Dislike krisu de
❤ধন্যবাদ❤
বহুত বেছি মৰম দেই❤
@@pujamaina ❤️❤️
Moii ahisu
আশা কৰো বহুত বেছি মৰম দিব, বহুত বেছি কষ্ট কৰিছো,Filmখন শেষলৈ চোৱা বাবে বহুত বেছি ধন্যবাদ❤
Xeibuli tenek Kiyo kanda,,Moi kiman kandisu sai Moi he janu.. aru jodi kanda saba kin2
@@pujamaina tmr voice , tmr acting sab prfct 😘
@@marjinabegum3399 ❤️
বহুত দিনৰ কষ্টৰ ফলত এই ছুটি ছবি খন আজি সম্পূৰ্ণ হৈ উঠিছে, গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ❤ আৰু ভাল বেয়া কমেন্ট কৰি জনাব 🙏
Bhut dhuniya hoise ❤️ bro 🥰
❤️❤️💓
Chaliya hoisi
বহু অপেক্ষাৰ অন্তত আপোনালোকলৈ আগবঢ়ালোঁ আমাৰ চুটি ছবি খন।
কেনেকুৱা পালে জনাব নাপাহৰিব।
লগতে share এটা কৰি দিব বুলি আশা ৰাখিলোঁ।❤❤❤❤❤
Puja baa Val powa mnuh bor like kora ❤❤
❤❤❤❤
ৰাজ বহুত ভাল লাগিল সচাকৈ তোক কন্দা দেখি বুকুখন বিষাই গল ....বাকী তোৰ অভিনয় বহুত বহুত ধুনীয়া আগলৈ আৰু ভাল ভাল কাম কৰি যোৱা শুভকামনা সদায় আছে❤❤
Bhut dhuniya hoise , Raju ❤❤ keep it up
Thank you so much vai 🥰
ধন্যবাদ ❤️🙏
Excellent❤❤❤
Jr bijay is 🔥 in this videography ❤🎉
সম্পূৰ্ণ কৈ চালো চিনেমা খন । বহুত ভাল হৈছে সকলোৰে অভিনয় । বহুত বহুত শুভাশিছ থাকিল । গুঞ্জন (বাবু) ৰ গোটেই খিনি কাম ধুনীয়া হৈছে । বিশেষ ভাৱে ধন্যবাদ মৰম , বিতপান, আৰু গুঞ্জন লৈ ।
Wowww dhuia,As a new production A+ performance
Raju da , Bahut dhuniwa acting karisa dei aru anedre Kam Kari jowa
বহুত ধুনীয়া লাগিল দেই।
কাহিনী, পৰিচালনা, ভিডিঅগ্ৰাফী, মিউজিক খুব ধুনীয়া হৈছে।
সঁচাকৈ চুপা- চুপীৰ পাছত এখন ধুনীয়া ছবি আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে "Astha Production" ক বহুত বহুত ধন্যবাদ।
বহুত সোনকালেই আমাক 2য় খণ্ডও লাগে।
মোৰ ভাল বন্ধু ৰাজুৰ লগতে সকলোৱে আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলো।
ধন্যবাদ.....🙏
বহুত বহুত ধন্যবাদ ❤️🙏
সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ
অতি সুন্দৰ প্ৰদৰ্শন ❤😊 মন চুই যোৱা এখন চুটি ছবি ❤
Bitupan da dhuniya lagil Sai next part lage ❤❤
সুন্দৰ নিভাজ। Videography 🙏🙏🙏 যথেষ্ট অধ্যয়ন কৰিছে। শিকাৰ মানসিকতা এৰি নিদিলে industry দখল কৰিব গৈ আছে কম সময়ত।
❤❤
Tqq❤
Mojja hoise xokolure abhinoy❤❤❤ superb
বহুত ধুনীয়া লাগিল🥰আশা কৰাতকৈ বেছি ভাল লাগিল❤সকলোলৈকে বহুত বহুত শুভকামনা, আগুৱাই যোৱা🥰 সকলোৱে আকুৱালি লব বুলি আশা থাকিল❤❤❤
সম্পৰ্ক শেষ হলেও, সঁচা ভাল পোৱাৰ শেষ জানো হয়, ভাল লগা কাহিনীবোৰ সদায় আধৰুৱা......😌🖤🥀
Val lagil sai
অপেক্ষা কৰা 2য় খণ্ড আহি আছে।
@@ShauravVlogs নিশ্চয় 💓
Line t ahise de alp, dhuniya ❤
সকলোৰে অভিনয় সুন্দৰ হৈছে😊
সঁচা কাহিনী 😊 very good story 🎉
ইয়াতে খাতি দৰঙীয়া কিমান জন আছে like কৰা☺
Dhuniya 💗
বহুত ভাল লাগিল চাই | দ্বিতীয় খণ্ড পাম বুলি আশা থাকিল 🎉❤
কাহিনী কিন্তু অপূৰ্ব , সোৱাদৰ সীমা নাই কেমেৰা মেন আৰু এডিট কৰা ভাল হৈছে শুভেচ্ছা থাকিল সকলোলৈকে শিৱসাগৰৰ নামটিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম ❤
ধন্যবাদ ❤️
Puja baar first short flim hisape acting bohut dhunia hoise🥺
Bohut dhunia lagil raju bhai ❤❤❤
ধুনীয়া 🎉
Mojjaa Raju vii❤❤
Bhut val lagise Puja aru aguwai jowa 😍😍
Short film khn sai bohot bohot vl lagise❤❤
ধুনীয়া হৈছে ছুটি ছবি খন...❤❤
My cute baa joni 😘❤
ভাল লাগিল🥰
Khub val hoise
Dhunia hoise mama hat...sai bahut val lagil❤❤❤
Puja bak kune kune val pua ata like🥰😍
𝐗𝐚𝐬𝐢 𝐩𝐮𝐣𝐚𝐫 𝐯𝐢𝐝𝐞𝐨 𝐛𝐨𝐫 𝐬𝐚𝐢 𝐛𝐡𝐭 𝐯𝐥 𝐥𝐠𝐞...🥰
Moi like nkru biya he koram Puja deka k
Nice short film 📽️
আস্থা সদায় আছে আৰু থাকিব আমাৰ. আৰু বহুদুৰ আগবাঢ়ি যাওক আস্থা প্ৰডাকচন.🥰❤️
😍❤️
next part pam buli আশাবাদী ❤
Raju dada acting dhunia💗
বহুত hard❤ হৈছে দে 😂😂😂 ভাল লাগীল চাই আকৌ এনেকুৱা flim বনাব মইনা আগুই জাই থাক❤❤❤❤❤❤❤❤❤❤
Dhunia lagile sai❤️❤️
Dhuniya lagile❤️💐
Puja bak bahut val lge..love you puja ba ❤
Bhal lagil sai Aru aguwi juwa Amr locel Eriya support koribo lage ❤
Dhuniya lagise.....☺️❤️🎉
Wordless❤❤.. Bhut besi dhuniya... Besi wishes🎉
মানস দাৰ কাহিনী মানেই এক নতুন সোৱাদ❤
কিন্তু Short film খনত মানস দা থকা হ'লে বেছি ভাল লাগিল হয়😢❤
👍
Mjh all artist Congrasaletion 🎉🎉😊
Bhut dhuniya hoise ❤️
পাত ২ নৱৰ খন বনাবলে হ ই বেছি ভাল লাগিল হয় দেই দাদা বহুত ভাল লাগিল দেই😊❤🎉
Puja ba main ❤️🔥
ভাল লাগিছে মজা শুভেচ্ছা থাকিল❤❤
Bhut val lagile sai . Agle aru val val video pam buli akaha krilo. 2nd part lage .
❤❤
Kahini to mor lgt same 😢 ane lagil kahini to mor a hoi
ধুনীয়া হৈছে❤
ভাল লাগিলে ❤️❤️❤️🔥🔥
Puja baa apuni kandile vl nalage ❤
কাহিনীৰ যোৰ আছে কিন্তু ,, আগলৈ আৰু কিবা নতুন পাম বুলি আশা থাকিল ,, কিন্তু এটা ভয় লাগিছে মোৰ জনী দুভাগ ৰাতি কাক বা দুৱাৰ খুলি দি আছে ,, ঃ
নিশ্চয় 🙏
dhuniya lagil....
ধুনীয়া❤
Puja bah Bohut duniya lagil video tu sai ❤❤😢
Abhinay dhuniya hoise dei sai val lagile
কাহিনী এনেকুৱা হে হব লাগে। তাতে আকৌ গোটেই কেইটা অভিজ্ঞ অভিনেতা যেন লাগিছে। ইমান ভাল লাগিছে। Background music humming বাঁহ কলিজা চুই গল। ৰাজু দা বৰ ধুনীয়া অভিনয়। আশা ৰাখিলোঁ আৰু এনেকুৱা video পাই থাকিম। সঁচাই বৰ ধুনীয়া লাগিল চাই থাকোতে চকু পানী ওলাই গল
Dhunia nohobo kio, Manash dai likhise❤🎉
ধন্যবাদ ❤️
এয়া হয়তো এটা কাহিনী কিন্তু বাস্তৱ জীৱনটো আজিকালি এইবোৰ ঘটনাই ঘটি থাকে । সকলোৰে জীৱনত এনেকুৱা এটা সময় সকলোৰে আহে, মোৰো আহিছিল । মোৰো প্ৰেম হৈছিল কাৰোবাৰ লগত । আজি চাগৈ মোৰ জনিও আন কাৰোবাৰ ধুনু হৈ আছে 💔
❤️
ধুনিয়া হৈছে❤
সুন্দৰ কাহিনি আৰু অভিনয় 😊 ভাল লাগিল 😊 আগুৱাই যোৱা 👍
ধন্যবাদ ❤️
Dhuniyaa rajuu❤
Gutei keitar acting dhunia hoise....❤.val lgil story tu ..❤ specially Raju, Puja , Purabi.. finishing is very sad... 😢😢kandi dilo😢😢
ধন্যবাদ ❤️
ধুনীয়া হৈছে ❤❤❤🎉
Emn dhuniya lagil o sai...so emotional 😢😢😢😢
Raju da nice
😊❤
ধুনীয়া ❤
ধুনীয়া 🥺🥺🙂❣
Dhuniya hoise raju da ❤aguwai juwa tumi ❤
Mr vashu pora Kune Kune ahise like kori diya
বহুত ভাল লাগিল।
ভাল লগা কাহিনী বোৰ সদায় আধৰুৱা,,,,,
Vasu R Acting Bhut Val Hoise
😁
Rajuuu tumi joiiii❤
Dhunia hoise 🎉
Val lagil sai ❤
একে একে দুই ৰাজু দা জুই 🔥
🥰🥰
Next part.......>>>>>>>✅
Well done team Astha 🎉🎉🎉🥰.......story, music, acting n location sob dhunia hoise ......
Bohut val lagil ❤ xundar uposthapon ❤️
Raju Da Acting mind blowing ❤
Dali batir hopot😂😂😂😂😂😂very funny 🤣
2 bar salu❤
Puja baai j konduai he akha ere 😭😭,Kiyo kanda anekoi.. tumi kandile buku khon bikhai mur 😭.. bht dhuniya lagile tumak ❤
Dhuniya bahut vl lagil sai.anedare aguwai jowa tomalok... ❤❤❤
ধন্যবাদ ❤️
Dhunia hoise ,,❤
Puja baa tumi 🔥🔥🔥🔥