Gabhoru Bihu - Bornali Kalita ft Nilakshi Neog / Gargi / Santumoni New Assamese Bihu Video Song 2023

Поділитися
Вставка
  • Опубліковано 26 бер 2023
  • Copyright reserved by RONNEY INDIE MOVIES
    সংগীতৰ জগতখনৰ অবিস্মৰণীয় শিল্পী "ভিতালী দাস" বাইদেউক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ নামত "গাভৰু বিহু" উৎসৰ্গা কৰা হ'ল ।
    "গাভৰু বিহু"
    দুৱৰি ঐ বাটৰে বন, তোৰ বাটে বাৰু
    গ'ল নে পাৰে হৈ বিহুলৈ বুকুৰে ধন
    নেযাবি দেই বোৱঁতী নৈ, চেনেহৰ চেনাইক মোৰ
    কেনিনো আহিছোঁ ,বালিত যাওঁ খোজৰ চিন থৈ
    এ দেহি ঐ ,এ ব্ৰহ্মপুত্ৰৰে পাৰৰে বৰ্হমথুৰি এজুপি
    আমি খৰিলোৰা ঠাই
    এ উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা ঐ
    ঐ তামোল দি ৰাখোতা নাই ।।
    ঐ টকাৰ সৰু সৰু মাতে সমনীয়া ,মাতে সমনীয়া টকাৰ সৰু সৰু মাত
    ঐ টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰোঁ , ৰ'ব মই নোৱাৰোঁ
    এৰি যাওঁ পেটৰে ভাত ।।
    চেনি তগৰ ফুল ফুটুকলা এজুপি
    চেনি তগৰ ফুল ফুটুকলা দুজুপি
    ঐ চেনি তগৰ ফুল
    চেনি তগৰ ফুল ফুটুকলা ভিৰাই লৈ খাওঁ
    ঐ চেনি তগৰ ফুল ফুটুকলাৰ তলতে
    চেনি তগৰ ফুল আমিনো বিহু মাৰো
    ঐ চেনি তগৰ ফুল
    চেনি তগৰ ফুল জাতেদি জোৰা নাম গাওঁ
    ঐ গিৰিপ গিৰিপ ঐ ঢাপলিকা চৰায়ে
    গিৰিপ গিৰিপ ঐ ঢাপে ঢাপে চৰিলে
    গিৰিপ গিৰিপ ঐ বাঘলৈকো নকৰে
    গিৰিপ গিৰিপ ঐ ভয়
    এ এ ...গিৰিপ গিৰিপ ঐ আমাৰে নাচনী
    গিৰিপ গিৰিপ ঐ নাচিবলৈ ধৰিলে
    গিৰিপ গিৰিপ ঐ চাহাবলৈ নকৰে
    গিৰিপ গিৰিপ ঐ ভয়
    অ' আইদেউ লচপচী
    ৰিহা ল'লা কেঁচ বাছি
    ল'ৰা ল'লা মন বাছি
    আকৌ তোমাৰ বিহুলৈ , আকৌ তোমাৰ বিহুলৈ মন
    শালৰে ঐ কাপোৰে , অ' আইদেউ লচপচী
    ঐ তাঁতীলেহে নোজোৰে অ' আইদেউ লচপচী
    ঐ তেলিলেহে নোজোৰে তেলে আইদেউ লচপচী
    ল'ৰা ল'লা মন বাছি , আকৌ তোমাৰ বিহুলৈ
    আকৌ তোমাৰ বিহুলৈ মন
    অ' উজায়ে আহিলে , ম'হৰে গোৱালটি
    ম'হৰে কি কি নাম
    অ' বোলো ম'হৰে কি কি নাম
    অ' এজনী আই ঐ এজনী বাই ঐ
    এজনী ঐ নুমলী
    ফণি ল'লো মাই মাই মাই
    ৰুণুক জুনুককৈ তেওঁ জানো ৰংপুৰ জিলা
    জিলালৈ যায়
    ফোঁট ফোঁট কেতেকী তগৰৰ ফোঁট
    এ ক'লা চুলিতাৰি , মেঘে বৰণীয়া দেহাটি থানুৱা
    তেল পৰি পিছলা
    ফণি ল'লো মাই মাই মাই
    ৰুণুক জুনুককৈ তেওঁ জানো ৰংপুৰ জিলা
    জিলালৈ যায়
    মোৰ জান পমিলা ঔৰে গছতে
    মোৰ জান পমিলা মৌৱে বাহে ল'লে
    মোৰ জান পমিলা
    মোৰ জান পমিলা
    ককাইনো পাৰি দিয়া খাওঁ
    মোৰ জান পমিলা , এতোলা সোণেৰে
    মোৰ জান পমিলা বিড়ি গঢ়াই দিয়া
    মোৰ জান পমিলা
    মোৰ জান পমিলা বিহুনো মাৰিবলৈ যাওঁ
    অ' দৌ বেঙেনা নামেৰে অ' দৌ গুটি নপচাবা
    ঐ অ' দৌ পিৰালিত নিদিবা
    পিৰালিত নিদিবা ঠাই
    অ' দৌ ছোৱালী নামেৰে অ' দৌ জনম নধৰিবা
    অ' দৌ লোকেনো বনে কৰাই খায়ে দৌ , হ'ল নে নৌ
    বেলিনো ডুবো ডুবো, হ'ল নে দৌ , হ'ল নে নৌ
    বিহুনো সামৰিবৰ
    বিহুনো সামৰিবৰ হ'ল
    বিহুনো সামৰিবৰ
    বিহুনো সামৰি বৰ হ'ল
    এ জীয়াই থাকোঁ মানে ঐ ব'হাগৰ বিহুটি ঐ অসমীৰ থাকিব মান
    নেদেখা ঈশ্বৰে আমাকো ৰাখিলে ঐ ঐ অহা বাৰ বিহুত লগ পাম ।।
    Audio Credits :
    Singer : Bornali Kalita ft Nilakshi Neog & Gargi
    Music Arranged by Apurba Sunit
    Dhol : Pankaj, Lachit
    Pepa/Gagana/Taal : Pity Borah
    Baahi : Parmeshwar Basumatary
    Bin : Dr. Prasannalal Baruah.
    Backing vocals: Sristi, Priyanka.
    Recorded and Mix Mastered at Studio One by Late Ashim Das
    Poster design by Rituparna Bora.
    Video Credits :
    Choreography: Santumoni Sarmah
    Cinematography: Krishna Shah
    Assistant Choreography: Gayotri Boro
    Editor : Manas Kashyap
    Starring: Rose Bordoloi, Puja Dekaraja, Chaya Deka, Debika Rani, Juliian Gogoi, Austriyana Dihingiya, Farnas Bhuyan, Risika Paul.
    Photography : Dream Frames by Nilumoni Gogoi
    Makeup : Tulika (Bornali Kalita)
    Jewellery : Aparajita Jewellery (Bornali Kalita)
    Artist Makeup : Phulmoni
    Production : Rupam Kalita
    Special Thanks Soubhik, Kalpajyoti, Dhanmoni.
    #bornalikalita #gabhorubihu #nilakshineog

КОМЕНТАРІ • 957

  • @BORNALIKALITA
    @BORNALIKALITA  Рік тому +119

    "গাভৰু বিহু"য়ে মাত্ৰ কেইটামান দিনতেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদত one million views লাভ কৰিছে। বিহুনামক লোকবাদ্যসহ যথাযথভাবে আগুৱাই নিয়াৰ মোৰ প্ৰচেষ্টাক আপোনালোকে আকোঁৱালি লোৱাত মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ 🙏
    "গাভৰু বিহু"ৰ সৈতে জড়িত সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ 💝

  • @chayanikaborah863
    @chayanikaborah863 Рік тому +6

    Dhuniya lagise barnali baa gaantu xuni agor din buro loi monot pori goise
    Love from Tezpur ♥️❤️💞💞

  • @alimuliassam6405
    @alimuliassam6405 Рік тому +19

    সঁচাকৈ বৰ্ণালী বা আৰু নীলাক্ষী বা ইমান ধুনীয়া হৈছে, বহুত ভাল লাগিল, অন্যতম "গাভৰু বিহু",বিহুৰ সুন্দৰ উপহাৰ পালোঁ । প্ৰতিভাগ নামেই বৰ ভাল লাগিছে ।। আগলৈ আৰু নতুন আশাৰে,সকলোকে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ ।। 🎉❤🌼🙏

  • @pranabkathar359
    @pranabkathar359 Рік тому +2

    Puja baa ❤❤

  • @anjanabaruah6268
    @anjanabaruah6268 Рік тому +1

    Bihu tu khub hundor lagil sai... Austriyana fav💓❤

  • @mridusmitadevisingha7751
    @mridusmitadevisingha7751 Рік тому +3

    Enedhoronor bihu video bonabosun baa bhal lagil

  • @kumaramritjyotigohain-ou2jk
    @kumaramritjyotigohain-ou2jk Рік тому +47

    আপোনাৰ এই গীতটোৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছিলো,উপভোগ কৰি ভাল লাগিল বহুত৷লগতে ভিটালী বাইদেউৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে আপোনাক ধন্যবাদ জনালো৷

  • @pranjitdeka3461
    @pranjitdeka3461 Рік тому +2

    Dhuniya

  • @taralisingha6604
    @taralisingha6604 Рік тому +2

    Rose baa♥️

  • @maitrayee_patar
    @maitrayee_patar Рік тому +14

    'গাভৰু বিহু' বৰ ভাল লাগিল বৰ্ণালী বা ❤️

  • @triptidas9835
    @triptidas9835 Рік тому +39

    বহুদিনৰ পাছত ভাল বিহুনাম এটিৰ সোৱাদ পালোঁ । সকলো নাচনীলৈ শুভেচ্ছা আৰু মৰম থাকিল ।

  • @kalpanaborah3192
    @kalpanaborah3192 Рік тому +2

    Love uhh debika baa 😘🥰 love from tezpur 💕💕

  • @saurasmitadas5733
    @saurasmitadas5733 Рік тому +1

    Bht dhuniya ❤

  • @timashreesonowal114
    @timashreesonowal114 Рік тому +14

    বহুত দিন ৰৈ ৰৈ আজি চাব পালোঁ শুনিব পালোঁ মৰম লগা বা জনি গানটো,,,,বহুত মৰম মৰমৰ বা জনি ❤️❤️🥰😘😍ইমান শুৱলা কণ্ঠ ❤️❤️🥰😍😘 শুনি থাকিলে শুনি থাকিব মন যায়,,,,4 , 5 বাৰ শুনিছোঁ 🥰🥰😘😘❤️

  • @purnimacreation6471
    @purnimacreation6471 Рік тому +11

    ধুনীয়া এটি বিহু গীত সকলোকে বহুত ধুনীয়া লাগিছে❤️😊 অপেক্ষা কৰি কৰি আজি দেখা পালো☺️

  • @dimpygogoi7702
    @dimpygogoi7702 Рік тому +1

    Bht bht vl lgil.❤️❤️😍😍

  • @Arhasvlog789
    @Arhasvlog789 Рік тому +1

    বৰ ধুনীয়া হৈছে👌👌

  • @nipenbora4630
    @nipenbora4630 Рік тому +7

    কি যে ধুনীয়া লাগিছে, বৰ্ণালী বা' আপোনাৰ কণ্ঠ শুনি শুনি ডাঙৰ হৈছো, স্বকীয়তা অটুত ৰাখি শান্তুমণি শৰ্মা ককাইদেউ এ সুন্দৰ পৰিচালনা কৰিছে। আগলৈও অপেক্ষাৰত...

  • @bulbulkonch182
    @bulbulkonch182 Рік тому +4

    Bohut dinor opekyat mjja lagise dai 🥰💝

  • @hemantabd5994
    @hemantabd5994 Рік тому +1

    Dhuniya bihu , bihu bihu lagi goise ❣️🥰🥰

  • @debika_diya6657
    @debika_diya6657 Рік тому +1

    Dhunia❤❤

  • @lakhimonigogoi2486
    @lakhimonigogoi2486 Рік тому +9

    বহুত ভাল হৈছে, বৰ সোন্দৰ‌ এটি বিহু গীত,গাভৰু বিহু চাবলৈ অপেক্ষা কৰি আছিলোঁ দেই বৰ্ণালী বা।

  • @sunitaraniamsong4759
    @sunitaraniamsong4759 Рік тому +3

    Bhut dhuniya bonaise gntu baa vl lgil sai ❤🎉

  • @toralimoran8456
    @toralimoran8456 Рік тому +1

    Bohut vall lgil mon tu kiba jur pori gol ❤️❤️ aru Vitali baa r atmai siro hanti lav korok🙏❤️

  • @tarundas2054
    @tarundas2054 Рік тому +1

    Dhuniya lagise bihu dol to👌👌👌🔥🔥

  • @dibyojyotibordoloi.amritak7301

    Enekua eta bihu geet aru video pabole bohut tan ❤️❤️morom baa ❤️❤️❤️

  • @Mr_Saikia_Update
    @Mr_Saikia_Update Рік тому +6

    বহুত ধুনীয়া লাগিল❤নহয় নে ৰাইজ 🥰

  • @kukigogoi9322
    @kukigogoi9322 Рік тому +1

    Hkluk a bhut dhunia lgise... Video song2 vll lgile sai... Ru dhunia dhunia kam kri aguai jua.... Debika baa lvu.. Dhunia nasisa#

  • @ONSISANGKO1
    @ONSISANGKO1 Рік тому +2

    Wow bohut duniyah dei 👏👏♥️🥰
    So super new song 🎵🎵

  • @kalpanapatowaryAssamese
    @kalpanapatowaryAssamese Рік тому +5

    ধুনীয়া হৈছে ❤

  • @BIKASHvlog1733
    @BIKASHvlog1733 Рік тому +11

    Bornali kalita বয়স বাঢ়ি গলেও
    কিন্তু
    মাতটো একেই হই থাকিব সদায় 😍❤️

  • @smitadeka2147
    @smitadeka2147 Рік тому +2

    Ufff..imn dhunia bihu...❤️❤️❤️

  • @ayushganewala1340
    @ayushganewala1340 Рік тому +1

    Baat Sai asilu...aru aji xhuni khub vaal lagil.... super hoisey

  • @pallabigogoi2562
    @pallabigogoi2562 Рік тому +5

    Bohot duniya hoisa baa.❤️❤️

  • @beautybaro6349
    @beautybaro6349 Рік тому +3

    Rose ba ❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥💯💯💯💯💯💯

  • @jitenboro5115
    @jitenboro5115 Рік тому +1

    Vaal laagil dhuniya gavoru keijonik saai☺️❤️🔥

  • @simichandi4784
    @simichandi4784 Рік тому

    Bohut dinor Murat bhal bihu geet eta hunibo palo...ajikali enekua bihu hunibo puai najai...hakalo bur chng hoi goisa time r logot kn2 ako ebar purani bihu geetr huad eta lobo palo...bohut dhonyobad Barnali ba eman dhunia bihu geet eti agbohai dia karone....❤❤❤❤

  • @sankardassankardas486
    @sankardassankardas486 Рік тому +16

    বৰ্ণালী বা গীত বোৰ বহুত প্ৰীয় । বা গীত বাবে এটা like দিব 🙏

  • @putulrabha4086
    @putulrabha4086 Рік тому +21

    🤩 ,বহুত বহুত ধুনীয়া লাগিছে বা,, আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা লগতে শুভকামনা থাকিল সমূহ ৰাইজলৈ ।😍😍🤩🤩

  • @axomorbuwarimonika9712
    @axomorbuwarimonika9712 Рік тому +1

    Khub hundor baa , bht besi val lagil 💓💓💓🥰🥰🥰🥰👌👌👌👌👌👌

  • @naturalstream4371
    @naturalstream4371 Рік тому +2

    Moi buhut Assamese song hunisu kinthu atu bsi vl lagise
    Greatttt baaa💓😉😍

  • @dipankarbora5024
    @dipankarbora5024 Рік тому +3

    All in one ❤️❤️

  • @rupabora2769
    @rupabora2769 Рік тому +6

    বৰ ভাল লাগিল ❤

  • @rajashreedas3912
    @rajashreedas3912 Рік тому +1

    Dhuniya ❤

  • @himakhigogoi4723
    @himakhigogoi4723 Рік тому +1

    Khuub hundor...huni amoni nologa ,sai hepah nopolua ati bihugeet❤️

  • @karimunnasha5311
    @karimunnasha5311 Рік тому +8

    Rose ba puja ba chaya ba bornali ba ❤❤❤❤❤❤❤❤❤❤❤love from Sipajhar

  • @hiy60
    @hiy60 Рік тому +3

    Bhut vl lagil❤❤❤❤

  • @karabichoudhurynath3698
    @karabichoudhurynath3698 Рік тому +1

    Sabole roi asilu bhut besi Val lagil❤❤

  • @gporiaikia3540
    @gporiaikia3540 Рік тому +2

    Bohut vl lagil❤️

  • @nayantaratalukdarvlogs5164
    @nayantaratalukdarvlogs5164 Рік тому +8

    বহুত ধুনীয়া ❤

  • @himangshuankur9198
    @himangshuankur9198 Рік тому +7

    Mja next level from (lakhimpur)💐 সকলোলৈকে‌ আগন্তুক ৰঙালী বিহু শুভকামনা জনালো ভালে থাকক সকলো‌ 😘🥰🥰🥰

  • @pranjalsaikia5875
    @pranjalsaikia5875 Рік тому +1

    Bohut dhuniya hoise bornali baa 👌❤🌹

  • @dreamboydehamonipatar3972
    @dreamboydehamonipatar3972 Рік тому +1

    Finally roi roi aji pai golu... Outstanding 😍 😍 😍 😍 😍 😍 😍 😍 😍

  • @merapyarabharat1385
    @merapyarabharat1385 Рік тому +7

    Eman khundor lagise bornali ba .... thank you so much ❤❤❤

  • @mainagogoi1547
    @mainagogoi1547 Рік тому +3

    বহুত বহুত ধুনীয়া হৈছে ❤️❤️❤️

  • @happychetia9097
    @happychetia9097 Рік тому +1

    Hundor gan hundor bornali ba..bohu dinor pasot dekha paisu.

  • @banditadeka3037
    @banditadeka3037 Рік тому +3

    সকলোৰে বহুত বেছি ধুনীয়া হৈছে ❤️🥰

  • @cultureofassammix
    @cultureofassammix Рік тому +5

    Val lagil dei debika rani ❤️❤️❤️❤️

  • @bandanadeka1555
    @bandanadeka1555 Рік тому +1

    Val lagise 🎉🎉bhut...sbk dhunia lagise

  • @julivlogs6355
    @julivlogs6355 Рік тому +1

    Suwali keijne dekhibole akei dekhi❤bhut bsi vl lagise 🎉🎉

  • @apurbasaikia9758
    @apurbasaikia9758 Рік тому +4

    অতি সুন্দৰ হৈছে বা👌👌👌

  • @khanjanadeka9609
    @khanjanadeka9609 Рік тому +3

    Chaya ba dhunia lagise❤❤
    Bornali ba ❤

  • @anuradhabora6919
    @anuradhabora6919 Рік тому +1

    Gaan2 sabole roi asilu aji he palu..bht bht val lagil 😘🥰

  • @jumideka6219
    @jumideka6219 Рік тому +2

    Bohut vl lagil ❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Рік тому +7

    বহাগ বিহুৰ উপহাৰ হিচাপে পালোঁ ।গীত ❤ভিডিয় টি বাইদেউ🙏🙏🙏

  • @manalishadas2421
    @manalishadas2421 Рік тому +19

    ইমানেই ধুনীয়া লাগিছে গীতটো ❤ বিহু বিহু লাগিছে গৈছে❤❤❤⭐ বৰ্ণালী বা তোমাক ইমান মৰম লাগিছে❤❤❤

  • @NabaDekaraja-zm7kp
    @NabaDekaraja-zm7kp Рік тому +2

    Favorite Puja 🤩

  • @bobydas6776
    @bobydas6776 Рік тому +1

    Bhut dhuniya hoise gaan2 ba bihu2 lagi gaise👌❤bhut mrm❤

  • @nihanvloger
    @nihanvloger Рік тому +4

    বৰ সুন্দৰ হৈছে😘

  • @NeharayNeharay-mk3pc
    @NeharayNeharay-mk3pc Рік тому +3

    Bohut bohut dhunia lgise😍
    Debika baa ❤️

  • @nikitadeka3875
    @nikitadeka3875 Рік тому +1

    Bornali baaa ❤❤❤

  • @barashaboruah2137
    @barashaboruah2137 Рік тому +1

    Emn dhuniya upohar ata dya babe thanks🥰🥰🥰

  • @dipshikhadas9655
    @dipshikhadas9655 Рік тому +8

    অপেক্ষাৰ অন্ত পৰিল ❤❤ গানতো শুনি বিহুবিহু লাগি গ'ল বা ❤

  • @KasturiSaikia
    @KasturiSaikia Рік тому +5

    Debika baa tumi jui🔥🔥❤

  • @jesminsultana3608
    @jesminsultana3608 Рік тому +2

    Bohut val lagi gan tu huni aru video tu sai ❤❤❤

  • @simantachangmai9625
    @simantachangmai9625 Рік тому +1

    অৱশেষত Video tu palu, eman Hundor hoise Bakha nai, Apunar konthor tulona nai, Video Bohut Dhunia ❤️❤️❤️

  • @Per_referGet500
    @Per_referGet500 Рік тому +22

    Original বিহু instrument ❤️❤️❤️

  • @nibeer_kharia3890
    @nibeer_kharia3890 Рік тому +5

    সঁচাই বহুত ভাল লাগিল বিহু গীতটো শুনি , এবাৰত হেপাই নপলাল কমেও 5বাৰ মান শুনিছোঁ । So nice voice bornali ba❤️

  • @luckydevi123
    @luckydevi123 Рік тому +1

    Dhuniaa bornali baa💝💝💝love from nagaon

  • @bornaliboruah9584
    @bornaliboruah9584 Рік тому +3

    বঢ়িয়া হৈছে ❤

  • @assamese1075
    @assamese1075 Рік тому +5

    সুন্দৰ বাইদেউ 🙏🙏🙏

  • @jonardanmedhi4477
    @jonardanmedhi4477 Рік тому +1

    Dhuniya lagise baa ❤

  • @ruhitdr8826
    @ruhitdr8826 Рік тому +2

    Moja puja da ❤

  • @Bhagyashree__077
    @Bhagyashree__077 Рік тому +3

    অপেক্ষাৰ মূৰত😍❤

  • @harekrishnadas7465
    @harekrishnadas7465 Рік тому +5

    Bhut bhut dhuniya hoise baa.❤❤❤ happy rongali bihu

  • @pankajbora4453
    @pankajbora4453 Рік тому +2

    বহুত সুন্দৰ হৈছে বৰ্ণালী বা❤❤বহুত বহুত মৰম

  • @alponaneogvlogs2972
    @alponaneogvlogs2972 Рік тому +2

    ❤nice veideo❤ ba

  • @munmithakuria9810
    @munmithakuria9810 Рік тому +3

    Gan2 xosakoi bht dhuniya....aru xokolue dhuniya nasise❤❤kintu rose baa tumi🔥🔥🔥

  • @dristysaikia1110
    @dristysaikia1110 Рік тому +4

    🔥🔥🔥🔥🔥🥰

  • @tikutalukdar2282
    @tikutalukdar2282 Рік тому +1

    Baa bhut dhuniya lagise bihu vidio2 Sai 🥰

  • @missdeep12
    @missdeep12 Рік тому +2

    Ufffff dhunia

  • @rajeshchoudhury259
    @rajeshchoudhury259 Рік тому +3

    ❤❤❤❤ বহুত ধুনীয়া ❤❤

  • @tonmoyeesonowal6183
    @tonmoyeesonowal6183 Рік тому +10

    ইমান ধুনীয়া choreography.. ধুনীয়া নাচনী.. বৰ্ণালী বা তোমাৰ ধুনীয়া মাত.. ধুনীয়া বিহুনাম.. কি কম আৰু নাচিবলে হে মন গৈছে দেখি ❤❤

  • @lanasmitarabha230
    @lanasmitarabha230 Рік тому +2

    🥰♥️♥️♥️♥️♥️ love you so much ba 💗🥰😘 love from tamulpur 🧡

  • @AxomiaBuwariMoina
    @AxomiaBuwariMoina Рік тому

    Val lagil❤️❤️❤️❤️❤️

  • @pritam9468
    @pritam9468 Рік тому +10

    ৰঙালী বিহু উপলক্ষে বহুত শুভেচ্ছা থাকিব

  • @rajibfulmoni7159
    @rajibfulmoni7159 Рік тому +4

    Bohut besi dhuniya lagile barnali ba ❤️😘

  • @hemantadas6320
    @hemantadas6320 Рік тому +1

    Mozahh

  • @meghnasarma-hm3pp
    @meghnasarma-hm3pp Рік тому +1

    Mzaaaa hoise deii ❤️😘

  • @violinadeka8179
    @violinadeka8179 Рік тому +8

    অপেক্ষাৰ অন্তত চাবলৈ পালোঁ ভাল লাগিল।। অপূৰ্ব।।💖❤️