গাঁৱৰ ৰাস খনৰ পৰা কিয় বঞ্চিত হয় প্ৰতিভাধৰ সকল ? গুৰু বাদ্যৰে ব্যক্তিক পদূলিৰ পৰা আদৰে নেকি?

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • মনৰ দুই এটা কথা ... চকুৰ আগত হৈ থকা বেমেজালি বোৰে কষ্ট দিয়ে । গুৰু বাদ্যৰ ব্যৱহাৰ বাটেঘাতে কিয় ? শংকৰী সংস্কৃতিৰ সাধক হ'বলৈ আমি বোৰে শিকিব লগা বহু আছে । দুলীয়াজানৰ আধ্যাত্মিক সাহিত্য সংস্কৃতি সাধনা কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক অধিবেশনত ৰাইজৰ সৈতে মনৰ কথা কেইষাৰ আলোচনা কৰিছিলো । ভুল হ'লে ক্ষমা কৰিব 🙏
    এঞ্জেলা চাংমাই
    #anjela #angela #assamese #Anjelachangmai #allfollowers #anchor

КОМЕНТАРІ • 350

  • @FatikDeka-dw3tf
    @FatikDeka-dw3tf Місяць тому +38

    এঞ্জেলা ঈশ্বৰে তোমাক শক্তি প্ৰদান কৰক তোমাৰ যুক্তি পূৰ্ণ কথাবোৰ সঁচাকৈয়ে অৰ্থপূৰ্ণ সচেতন সকলে তোমাৰ কথাবোৰ ভালকৈয়ে বুজি পায়। অশেষ ধন্যবাদ জনালো।

  • @probingogoi9774
    @probingogoi9774 Місяць тому +39

    সুন্দৰ মন্তব্য আগবঢ়োৱা মাননীয় আই (যদিও জীয়ৰী) গৰাকীলৈ ধন্যবাদ আৰু সেৱা জনালোঁ।আপোনাৰ লগত আমৰো এক মত। গুৰুজনাৰ অবদান সমুহৰ অপব্যৱহাৰ কৰা সকল গুৰু দ্ৰোহী হ'ব চাগে। ভগৱন্তই যেন কৃপা কৰি আইগৰাকীক আগবাঢ়ি যাবলৈ সৎ সাহস প্ৰদান কৰে।

    • @RatulGayon
      @RatulGayon Місяць тому +3

      আই গৰাকী আপোনাক কোটি কোটি বাৰ ধন্য বাদ জনলো ; আপুনি যি বক্তীতা ৰাখিলে তাত আমি একমত ! ঈশ্বৰে আপোনাক কৃপা কৰক তাৰ কামনাৰে প্ৰাথনা জনালো ।কৃষ্ণ ! জয় গুৰু শংকৰ ।

    • @rameshboruah4953
      @rameshboruah4953 Місяць тому +1

      Hundar

  • @jubingogoi8000
    @jubingogoi8000 Місяць тому +53

    মোৰ মনত উদয় হোৱা সকলবোৰ কথাই আপুনি আজি কলে বহুত ভাল লাগিল বাইদেউ ❤

  • @Jmahanta644
    @Jmahanta644 Місяць тому +25

    এগৰাকী যুৱতীৰ উদাত্ব তথা নিৰ্ভিক ভাষণেআমাৰ মনক ছুই যাব পাৰিছে।

  • @alimuddinahmed1335
    @alimuddinahmed1335 Місяць тому +57

    অসমৰ একমাত্ৰ সাহসী ছোৱালীজনী!
    এম এল এ বা মন্ত্ৰীৰ বিষয়ে কোনেও একো কব নোৱাৰে direct জেলত!
    কিন্তু আপুনি সচা কব সাহস কৰিছে!

  • @adyutborpatragohain6839
    @adyutborpatragohain6839 Місяць тому +11

    অনন্যা, তুমি এঞ্জেলা! তোমাৰ সুন্দৰ যুক্তি পূৰ্ণ সাহসী ভাষণ শুনি আপ্লুত হলো।🇮🇳

    • @pankajpratim02
      @pankajpratim02 13 днів тому

      শুনিলে শুনি থাকিবৰ মন !! মহানতা দেখিছো !!

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Місяць тому +16

    অতি সচা কথাই কৈছা তুমি। তোমাৰ কথা খিনি অন্তৰস্পষী আৰু হৃদয়স্পৰ্শী। এই কথা প্ৰত্যেক গৰাকী অসমীয়াই হৃদয়ৰ পৰা হৃদয়লৈ অনুভৱ কৰিব পাৰিব লাগে।তেহে অসমীয়া নামৰ জাতিটোৰ বহুত উন্নতি হল হেঁতেন। বাস্তৱ জীৱনৰ লগত সংপৃক্ত হৈ থকা কথা খিনিয়ে আমাৰ সমাজৰ সকলোকে সুমতি দিয়ক। তাকেই আমাৰ অন্তৰৰ নিভৃত কোণৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @pachaniaxom1155
    @pachaniaxom1155 Місяць тому +21

    জননী জন্মভূমি স্বৰ্গদাপি গৰিয়হী।সুন্দৰ উপস্থাপন।

  • @angelachangmai1209
    @angelachangmai1209  Місяць тому +4

    হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো 🙏। মনৰ দুই এটা কথা আলোচনাহে কৰিছো , গতিকে গ্ৰহণ কৰা নকৰা আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব । ইমান সুন্দৰ মন্তব্য আগবঢ়াইছে সকলোৱে , ধন্যবাদ। সুস্থ সমাজৰ যুঁজ খন মোৰ নহয় আমাৰ । সহযোগিতা কাম্য, কথাৰে কামেৰে আমি কৰি দেখুৱাব লাগিব। মোক আপোনালোকৰ পৰামৰ্শ, সহযোগিতাৰ প্ৰয়োজন।
    প্ৰান্তত
    এঞ্জেলা চাংমাই

  • @kausikdeka8380
    @kausikdeka8380 Місяць тому +12

    আপোনাৰ কথাবোৰে হৃদয়ত কঁপনি তুলি যায়..আমাৰ কলাইগাঁৱৰ ৰাসত আপোনাৰ লাইভ ভাষণ শুনিছিলো।

  • @bhagyalatachowdhury3704
    @bhagyalatachowdhury3704 Місяць тому +20

    বঢ়িয়া কথা কৈছে দেই । চেলুট ।

  • @hemantaborah4168
    @hemantaborah4168 Місяць тому +9

    কথাবোৰ অতি সুন্দৰকৈ উপস্থাপন কৰিছে ভাল লাগিল শুনি ১০১ শতাংশ শুদ্ধ আৰু সঁচা কথা কৈছে।

  • @RatulGayon
    @RatulGayon Місяць тому +9

    আই গৰাকীক ঈশ্বৰে কৃপা কৰক তাৰ কমনাৰে ! কৃষ্ণ ! জয় গুৰু শংকৰ ।।

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Місяць тому +13

    শ্ৰীহৰিৰ কৃপা হওক, আৰু আগবাঢ়ি যোৱা। কৃষ্ণ 🙏

  • @parimitagogoidevi8634
    @parimitagogoidevi8634 Місяць тому +6

    সূন্দৰ মন্তব্য কৰিছে শুনিয়েই থাকিবলৈ মন যায়

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Місяць тому +13

    বৰ্তমান ৰাসত ভক্তি গুৰুত্বহীন কৰি বেপাৰ কৰি আছে।ৰাসত ভক্তি বিছাৰি পোৱা নাযায়। বাকী যি বিছাৰে সকলো উপলব্ধ।

  • @user-xi5xh7cs7x
    @user-xi5xh7cs7x Місяць тому +6

    সুন্দৰ মন্তব্য সঁচা কথা কৈছে আপুনি 🙏

  • @KartikDas-lh2hm
    @KartikDas-lh2hm 10 днів тому

    অতি সুন্দৰ কথা কৈছে । সমিতি -কমিটি , অনুষ্ঠান - প্ৰতিষ্ঠান আৰু বিশেষ ব্যক্তি বিলাকৰ মুৰত এই কথা বিলাক সুমালে ভাল আছিল । ধন্যবাদ ও নমস্কাৰ।

  • @sonmoniaxombihudhul3800
    @sonmoniaxombihudhul3800 Місяць тому +8

    বহুত সুন্দৰ কথা ওপস্থাপন কৰিছে 🙏🙏

  • @bulbulibuli1795
    @bulbulibuli1795 Місяць тому +7

    সুন্দৰ উপস্থাপন লগতে সম‌‌য়পযোগী আৰু ভাল লাগিল।

  • @user-qe8id4ro6f
    @user-qe8id4ro6f 19 днів тому

    খুব যুক্তিপূৰ্ণ আপোনাৰ কথাখিনি এঞ্জেলা বা।বহুত ভাল লাগিল শুনি।আপুনি কোৱাৰ দৰে অসমখনে এনেদৰেই গঢ় লওক।অসম অসম হৈ থাকক।আপোনাক ঈশ্বৰে শক্তি দিয়ক আগুৱাই যাবলৈ🙏🙏

  • @rajmonikonwar4095
    @rajmonikonwar4095 Місяць тому +4

    একেবাৰে সত্য কথা কৈছে আপুনি..মই আপোনাৰ কথাৰ লগত একমত

  • @kamalkachari9545
    @kamalkachari9545 Місяць тому +4

    সঁচাকৈ শুদ্ধ কথা কৈছে । মোক সঁচাই বৰ ভাল লাগিল আৰু এনেকৈ শুনিবলৈ পাম বুলি আশা থাকিল।

  • @bitumonidehingiadehingia9222
    @bitumonidehingiadehingia9222 Місяць тому +6

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লগিছে বা তুমি আগুৱাই যোৱা❤

  • @monalishabora8798
    @monalishabora8798 Місяць тому +14

    তুমি অনন্যা । অসমৰ গৌৰৱ বহুত শুভেচ্ছা জনালোঁ ❤❤🙏🏻

  • @ArupSaikia-he1tn
    @ArupSaikia-he1tn Місяць тому +5

    ১০০শতাংশ সছা আৰু বৰ্তমান সময়ত বহু মহান লোকে কবলৈ সাহস নকৰা কথা কৈছা......আমি নিজৰ কৃষ্টি সংস্কৃতি এজন ৰাজনিতী কৰিবলৈ যোৱা সংস্কৃতিৰ সামান্য জ্ঞ্যান নথকা লোকৰ ওচৰত তল মুৰ কৰি বিক্ৰী কৰো ফলত আমাক ৫ টা বছৰ ভৰিৰ তলত গছকি শাষন কৰে

  • @shivaniboruahofficial3825
    @shivaniboruahofficial3825 Місяць тому +3

    বাইদেউ আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল আৰু সকলো সচাঁ কথা ।

  • @user-hn3zo1cg6g
    @user-hn3zo1cg6g Місяць тому +2

    অতি প্ৰয়োজনীয় আৰু প্ৰাসংগিক কথা কলে। সুন্দৰ বিশ্লেষণ। ১০০ শতাংশক নোৱাৰিলেও কিছু সংখ্যক অসমীয়া লোকক নিশ্চয় সাহস দিব সঠিক দিশত আগ বাঢ়ি যাবলৈ।

  • @pranabjyotiborah2905
    @pranabjyotiborah2905 23 дні тому

    বৰ সুন্দৰ বিৱৰণ ৷ আগবাঢ়া এন্জেলা আমি আছো তোমাৰ লগত ৷ তোমাৰ যুক্তিবাদী বলিষ্ঠ কণ্ঠ ৰুধিবলৈ কাৰো শক্তি নাই কাৰণ আমি প্ৰতিৰোধ কৰিম সেই শক্তিক ৷

  • @abhijitraj7523
    @abhijitraj7523 18 днів тому

    আপোনাৰ যুক্তি সংগত কথাবোৰ শুনি সঁচাকৈ আপ্লুত হলো
    আৰু এবাৰ শুনিলে শুনি থাকিবলৈ মন যায়
    ধন্যবাদ 😊🙏🙏🙏🙏🙏😊

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Місяць тому +2

    এনেকুৱা হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰিবলৈ প্ৰভূ ভগৱন্তই তোমাৰ শিৰত আশীষ নিৰ্মালি প্ৰদান কৰক। তোমাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো ❤❤❤

  • @sanjibborah1286
    @sanjibborah1286 Місяць тому +4

    Your speech carries a good message to our society.What you say in your speech is absolutely necessary to be accepted.You encourage our new generation to justify a matter.I shall anxiously be waiting for your next speech.

  • @santoshborah6757
    @santoshborah6757 Місяць тому +18

    আপোনাৰ কথা এক মত ।
    মন্ত্ৰী, বিধায়ক কোনো শিক্ষা গুৰু নে ধৰ্মীয় পুথি ?
    বায়ন-গায়ন ৰাজনীতি নে ধৰ্মীয় বাদ্য-যন্ত্ৰ ।
    কিমান জন শিক্ষা গুৰুক গায়ন- বায়ন কৰি আদৰি আনিছে, নে বিদাই দিছে ?
    কি চিন্তা কৰে আমাৰ সমাজ খনে কব নোৱাৰোঁ ,
    এই লুতি খোৱা বান্দৰ কেইটা আহিলে কিয় ধৰ্মীয় বাদ্য- যন্ত্ৰ ব্যৱহাৰ কৰে ।
    আৰু বেলেগ উপাই নাই নি ?😂

  • @byleesharma8107
    @byleesharma8107 Місяць тому +4

    amar monot khodai kobo bisara kothabur apuni iman khahokhore koise sobore agot bohut val lagise...dhainyabad apunak..ai2 kotha khosai beya lage dekhi j amar guru baidyo jontro bojai adoribo kio lage..kio amar guru khajjur pindhi mur duai aag borhai baru....khosai bohut dukh lage...

  • @abanideka9836
    @abanideka9836 19 днів тому

    ।।জয় কৃষ্ণ 🙏।। আপোনাৰ কথাবোৰ যুক্তিসংগতেই নহয় একেবাৰে ১০০% য়েই বাস্তৱ সত্য🙏।

  • @Runjun137
    @Runjun137 23 дні тому

    সঁচা কথা কৈছে যে গাৰ নোম শিয়ৰি গৈছে ভিদিয়টো চায়। বহুত ভাল লাগে কথাবোৰ শুনি।

  • @kaushikdeka5917
    @kaushikdeka5917 19 днів тому

    সুন্দৰ ব্ক্তব্য এন্জেলা । আৰু আগুৱাই যোৱা ।ভগবানে কৃপা কৰক

  • @sabinasonowal2962
    @sabinasonowal2962 Місяць тому +1

    অতি সুন্দৰ ভগৱানে আপোনাক 😊আগলৈকে এনেদৰেশক্তি দিয়ক।

  • @user-rj4si1bl3j
    @user-rj4si1bl3j Місяць тому +4

    বহুত শুনিছো এনেকুৱা ভাসন।সস্তীয়া জনপ্ৰিয়তা কাৰো ভাল নালাগে।

  • @user-tx5xl4jc2u
    @user-tx5xl4jc2u Місяць тому +4

    বহুত ধুনীয়া ধুনীয়া কথাৰে মোৰ মণটো মুহিত কৰিলা। সঁচা কথা।🎉❤🎉❤🎉

  • @UttamUttam-u2z
    @UttamUttam-u2z Місяць тому +2

    মন ছুই গল, সুন্দৰ ভাষণ.

  • @sunilphukan1287
    @sunilphukan1287 Місяць тому +5

    1oo% Right

  • @profullasaikia4020
    @profullasaikia4020 Місяць тому +5

    Best...advice..

  • @Kaushik632
    @Kaushik632 Місяць тому +1

    বা, আপুনি একডম শুদ্ধ কথা কৈছে।❤💯

  • @HemantaBorah6988
    @HemantaBorah6988 Місяць тому +3

    Right ❤❤

  • @simpleboy7738
    @simpleboy7738 Місяць тому +3

    একেবাৰেই সঁচা কথা 💯

  • @DharjyaChoudhury
    @DharjyaChoudhury Місяць тому +1

    Apuni khomajor karone otikoi val kori ase...Dhanyabad apunak...

  • @narenborah8344
    @narenborah8344 Місяць тому

    বহুত ‌ ভাল। কথা। কৈছে। গায়ন বাযন দেৱ বাদ্য আমি মন্ত্ৰী ‌আদৰা কথা নেথাকে

  • @user-uk8ug7xk5o
    @user-uk8ug7xk5o Місяць тому +2

    Kotha khuni suni bahut Val lagil ...paronam aponak...

  • @Dipankarshivam
    @Dipankarshivam Місяць тому +1

    সূন্দৰ আপোনাৰ কথা ইমান‌ বহুত ভাল‌লাগে

  • @iamlaxmanbarman
    @iamlaxmanbarman Місяць тому

    আপোনাৰ কথাখিনি বহুত মন চুই গ'ল । আপুনি ৰেস্তোৰাঁ ৰ কথা কৈছে.. ম‍ইতো ভাবোঁ কেতিয়াবা... Wineshop ৰ opening ceremony ত ব্যৱহাৰ কৰা হ'ব।
    @*কথাষাৰ ভূল নাভাবি মনৰ কথাহে কৈছোঁ।

  • @MadanBorah-u7c
    @MadanBorah-u7c 28 днів тому

    আই এঞ্জেলাক ভগৱন্তৰ ‌কৃপা মিলক। আগলৈ অসমীয়া সমাজখনক ভূল পথেৰে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ। ধন্যবাদ।

  • @HareswarBarman-xg9dz
    @HareswarBarman-xg9dz 26 днів тому

    Many thanks u go ahead Angela , we r with u

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 Місяць тому +2

    চাংমাই ভনীজনীৰ কথাই heart touce কৰি গ,ল.

  • @myway3433
    @myway3433 Місяць тому +1

    সুন্দৰ উপস্থাপন বাইদেউ শুনি ভাল লাগিল ।

  • @mramdhenu5770
    @mramdhenu5770 Місяць тому +1

    সছাকৈ বৰ সময় উপযোগী ভাষণ। মজা লাগিছে।

  • @user-mj5fr4ku1o
    @user-mj5fr4ku1o 10 днів тому

    আপোনাৰ দৃষ্টিভংগীয়ে নৱ প্ৰজন্মক উৎসা প্ৰেৰণা যোগাওঁক ৷

  • @pallabidevi7275
    @pallabidevi7275 21 день тому

    Apunak kouti kouti pranam baidu.bortoman xomaj khont eai kothaboror bohut proyjon hoise

  • @monjeetadutta9021
    @monjeetadutta9021 Місяць тому +1

    Sundar katha koisa .val lage tumar kathakhini huni .ru agabarhi jua

  • @NabanitaDutta-v1e
    @NabanitaDutta-v1e Місяць тому +1

    Bahut hundar kotha khini mon sui gol

  • @user-uf5xn7ku8w
    @user-uf5xn7ku8w Місяць тому +1

    Good news

  • @EmoniBorah
    @EmoniBorah Місяць тому

    সঁচা কথা আমি আগতে নিজে অভিনয় কৰিছিলোঁ,এতিয়াহে দেখিছোঁ ভাল নালাগে কিন্তু তোমাৰ প্ৰতিটো কথাত মই একমত, আগুৱাই যোৱা তুমি বহুত আশীৰ্বাদ আছে, সদায় সত্যত থাকিবা🙏🙏

  • @abedali-bj8ri
    @abedali-bj8ri Місяць тому +48

    Apunar kothta bur xuni iman val lage xuni thakibor a mon jai thake

  • @phatiksaikia9340
    @phatiksaikia9340 25 днів тому

    ❤❤❤Love U Ba...apunak ki buli dhonyabad dim..akhirbad korisu apunak bhogbane bht din jiyai rakhok🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 4 дні тому +1

    কথা যিহেতু মুখেৰে কয় গতিকে কথা কোৱা অতি সহজ। কাম মন প্ৰাণ হ্নদয় আৰু বিবেকেৰে কৰে। গতিকে কৰাটো টান। অসমীয়া জাতিৰ পিতূপুৰুষ স্বৰ্গদেউ চাওলুং ছ্যুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আগত অসম বুলি কোনো ঠাই বা দেশ নাছিল। সেই দৰে অসমীয়া বুলি ও কোনো ভাষা বা জাতি নাছিল। কিন্তু সাম্প্ৰতিক সময়ত অসমত মহাপুৰুষ কাল পুৰুষ দেশভক্ত আদি মহৎ লোকৰ অন্ত নাই। স্বৰ্গদেউ চাওলুং ছ্যুকাফাই মুখেৰে বৰগীত গোৱা নাছিল। মনে প্ৰাণে হ্নদয়েৰে হাতে কামে অসমীয়া ভাষা ও জাতিৰ কাৰণে কাম কৰিছিল। যাৰ নাম বহুতো অসমীয়া মানুহৰ মনত নপৰে মুখত নুফূতে। 1228খূষ্টাব্দৰ পিছৰে পৰা অৰণ্য ময় অজ্ঞানতা আন্ধাৰত ডুব যোৱা মুলূকক নিৰাময়ৰ আৰম্ভ কৰি আহে চাওলুং ছ্যুকাফাই। আজি যি বৰ অসমত অসমীয়া ভাষা বুকুত বান্ধি বুকু ফিন্দাই আছোঁ সেইয়া মাএ স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ অসম বুলি ইমান বহল দেশ এখন বিভিন্ন জনগোষ্ঠীয় লোকৰ ভকত বনাবলৈ সুবিধা নাপায়। কাৰণ অসম এখন মুছলমান খূষ্টান ৰাজ্য হ'ল হেতেন। ‌ কিমান বাৰ‌ বুজায় হে চৰকাৰ বিলাক চাওলুং ছ্যুকাফাক প্ৰথম অসমীয়া কৰা হৈছিল। চাওলুং ছ্যুকাফা যেন অকল আহোম সকলৰ হে ৰজা আছিল। শ্ৰীমন্ত শংকৰদেৱৰ তুলনাত চাওলুং ছ্যুকাফাই অসমীয়া ভাষা ও জাতিৰ কাৰণে বহু কৰিছিল। এখন বিহৎ জনগোষ্ঠীয় জন জাতি অমিল জাতি বিলাকৰ ভিতৰত হাই কাজিয়া লাগি থকাৰ সময়ত সৈন্য ও হেঙদাঙৰ কাম বীৰত্বৰ কাম। শাস্ত্ৰ সমূহ পঢ়ি একশৰণ নামধৰ্ম প্ৰচাৰ কৰিবলৈ গৈ ফলপ্ৰসূ নহ'ব। গতিকে চাওলুং ছ্যুকাফাই গোটেই বৰ অসমৰ সকলো সুবিধা কৰি ৰখাৰ দৰে হ'ল শ্ৰীমন্ত শংকৰদেৱৰ বাবে। নাম ঘৰো আহোম সকলৰ অষ্টম কোণৰ ঘৰৰ আদৰ্শ ল'লে শ্ৰীমন্ত শঙ্কৰদেৱে। চাওলুং ছ্যুকাফাই অসম মুলুকত বিহৎ ঐক্য সঙহতিৰ পথাৰ খন move নকৰা হ'লে আজি শ্ৰীমন্ত শংকৰদেৱৰ নামেই নাথাকিলে হয়। 600বছৰীয়া আহোম ৰাজত্বৰ চাওলুং ছ্যুকাফাই আছিল বীজৰ অঙ্কুৰ। শৰীৰ থকা সকলো একেই। জীৱ শ্ৰেষ্ঠ মানৱ। কোনো ঈশ্বৰ নহয়।। দেহত জীৱ থকা টো জীৱিত আৰু নথকা টো মূত। গতিকে ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্মৰ ওপৰত কোনো নাই ভগৱান ও নহয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ মানুহ চাওলুং ছ্যুকাফাৰ দৰেই। চাওলুং ছ্যুকাফাই অসম মুলুকত যিমান খিনি সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৌগোলিক ঐতিহাসিক দেশৰ প্ৰজাৰ হকে অনাদি কালৰ বা বাবে শ্ৰীমন্ত শঙ্কৰদেৱৰ তুলনাত কম নহয়। বিশ্লেষণ কৰি চালে ই গম পোৱা যাব। ধন্যবাদ। প্ৰদীপ গগৈ। গুৱাহাটী।

  • @sanjaybharaliofficial7163
    @sanjaybharaliofficial7163 16 днів тому

    Student of Sankardev Vidya Niketan + Asylum of Sankar Sangha = Next Gen's Powerfull Spirituality .. 🙏🏻

  • @LakheswarBordoloi-c4o
    @LakheswarBordoloi-c4o Місяць тому +1

    বাইদেউ ভাল লাগিল

  • @Runjunborah-un5zk
    @Runjunborah-un5zk Місяць тому +1

    ঠিকেই কৈছে ।এইবোৰ মূৰত নধৰে।

  • @reenadihingia4312
    @reenadihingia4312 Місяць тому +1

    খুব ভাল লাগে তোমাৰ কথাবোৰ।

  • @khagenassam5778
    @khagenassam5778 Місяць тому +1

    খুব ভাল কথা কৈছে বাইদেউ।

  • @bantimalik4209
    @bantimalik4209 Місяць тому +1

    সুন্দৰ। ঠিক কথা কৈছে।

  • @dekatechnology5403
    @dekatechnology5403 Місяць тому +2

    Dhanyabad

  • @NITUNath-zm7qd
    @NITUNath-zm7qd Місяць тому +1

    অতি সুন্দৰ ❤❤❤

  • @NINJABISWA
    @NINJABISWA 28 днів тому

    Apunak tulona koribo laa aku bostu ai bhabi puwa nai unstoppable ❤ufff voice tu ultimate 🥏...

  • @jyotsnaborah1846
    @jyotsnaborah1846 23 дні тому

    বৰ ধুনীয়া কথা কৈছে ।

  • @ranjanborah8190
    @ranjanborah8190 Місяць тому +1

    কৃষ্ণ 👏 আই,, খুবেই লাগতীয়াল কথা কলে

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Місяць тому +4

    নামঘৰৰ কামতহে গায়ন বায়ন খোল তাল ব্যৱহাৰ কৰিব লাগে

  • @munindeka3213
    @munindeka3213 6 днів тому +1

    এইজনীৰ কথা আৰু কামৰ আকাশ পাতাল পাৰ্থক্য। মস্ত অহংকাৰী নিজৰে সংস্কাৰ নাই আনক নীতি শিক্ষা দিব যায়,,,

  • @pushkarmahanta5737
    @pushkarmahanta5737 15 днів тому

    গায়ন বায়ন যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰাটোৰ মই সদায় বিৰোধী।

  • @KushalDas-k3h
    @KushalDas-k3h 17 днів тому

    Krishna 2.
    Axomiya jatir babe perona dayak.
    Dhanya 2 ❤ bahut bhal lagil.
    Bhupen Hazarika debe geet gai koi hoise aaj or Axomiya ai nijak nechinele Axom Rakhatale jabo.

  • @birenpdas5347
    @birenpdas5347 Місяць тому

    আপোনাৰ কথাবোৰ শুনি খুব ভাল লাগিল । আপোনালৈ ধন্যবাদ জনালো। যোৰহাট।

  • @nibransonowal9182
    @nibransonowal9182 Місяць тому +1

    কথাখিনি শুনি বহুত ভাল লাগিল

  • @DipankarDeka-vv6tc
    @DipankarDeka-vv6tc Місяць тому +1

    সুন্দৰ

  • @RupalDutta-zm5dx
    @RupalDutta-zm5dx 16 днів тому

    Apunak vogobany kuholy rakhokok.apunar kotha bur huni eman val lagisy

  • @sarbanandasaikia702
    @sarbanandasaikia702 Місяць тому +7

    কৃষ্ণ গুৰুত্বপূৰ্ণ দিশৰ কথাবোৰ কোবা ভাল হৈছে সত্য কথাত ভয় নাই কৃষ্ণৰ কৃপা হব মোৰ আশাবাদ আছে কৃষ্ণ

  • @DulenDas
    @DulenDas 29 днів тому

    ভন্টি তোমাৰ কথাবোৰ শুনি থাকিবৰ মই যায় ।

  • @kakolikalita5574
    @kakolikalita5574 29 днів тому

    Apunar ktha huni thakile hunie thakibr mn jai eman mrm lage eman val lage huni eman val ktha koi apuni apunar dre hbo mn jai❤❤❤❤❤❤❤❤

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 Місяць тому

    Khube khundar kotha kole. Thank you so much. God bless you baideo.

  • @mohanbora2256
    @mohanbora2256 Місяць тому +1

    সুন্দৰ কথা

  • @user-yo3ke7ds3p
    @user-yo3ke7ds3p 11 днів тому

    Aponak matri rupot dekhisu ❤vll lagise aguwai jauk 😊

  • @PallabiBorah7
    @PallabiBorah7 Місяць тому

    Apunar nisina Sangbadik xokolu hole Asomkhon bohut aguwai golhoi bohut val pao apunar personality ❤❤

  • @TilamaBhuyan
    @TilamaBhuyan 24 дні тому

    Bahut dhunia xuni e thakibo mon jai

  • @devajitsaikia9902
    @devajitsaikia9902 24 дні тому

    Aapunar kothakhin mur bohut val lage..

  • @amlansarmah1283
    @amlansarmah1283 Місяць тому

    তোমাৰ কথাবোৰ শুনি থাকিলে শুনি থাকিব মন যায়

  • @pradipkumardas7938
    @pradipkumardas7938 Місяць тому

    Borhiya. Bahut val koise. Ek mot.

  • @padminisaikia-dd5ys
    @padminisaikia-dd5ys Місяць тому +1

    Bahut Val lagil ❤

  • @r.d.creator8235
    @r.d.creator8235 Місяць тому

    Kothabur xuni thakibo moi jai, juktipurna kothabur👌👌

  • @BintuSonowal-d3m
    @BintuSonowal-d3m Місяць тому

    Hosa kotha 👍

  • @NipenGogoi-rw9lm
    @NipenGogoi-rw9lm Місяць тому +1

    আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক আৰু আগুৱাই যাবলৈ

  • @LiladharSaikia-j5o
    @LiladharSaikia-j5o Місяць тому

    Ati hundar koise........