সাংবাদিক এঞ্জেলা চাংমাইৰ ভাষণ শুনিলে আপুনিও তবধ মানিব || Anjela Changmai

Поділитися
Вставка
  • Опубліковано 29 вер 2024

КОМЕНТАРІ • 214

  • @prahladgogoi5414
    @prahladgogoi5414 3 місяці тому +43

    সুবক্তা, জ্ঞান পিপাসু এঞ্জেলা লৈ বহুত বহুত শুভকামনা --

  • @BitupanDeuri-oc5hz
    @BitupanDeuri-oc5hz 3 місяці тому

    Nojona khota janibo paisu baidew ..bohut vall lagil baidew ❤❤❤❤

  • @satyanathborah2216
    @satyanathborah2216 3 місяці тому

    Very Good Anjala very Good.

  • @ritamonichiring3842
    @ritamonichiring3842 3 місяці тому +21

    এঞ্জেলাৰ ভাষনে অন্তৰ চুই গল।
    সঁচাই আমিবোৰ আধুনিকতাৰ নামত বিপথেহে গৈছোঁ যেন অনুমান হয়।আচলতে নেতৃত্ব লোৱা মানুহ বিলাকেই সঁচাটো নিৰ্ভীকতাৰে কবলৈ বেয়া পায়।সেইবোৰেই আমাৰ ডাঙৰ সমস্যা হৈছে।তোমাৰ স্পষ্টবাদিতাৰ বাবে বহুত বহুত ধন্যবাদ।ভগৱানে তোমাক শক্তি দিয়ক।

  • @BirendranathMoran-m1e
    @BirendranathMoran-m1e 3 місяці тому +5

    সঁচা এঞ্জেলা, তোমাৰ জুই ফিৰিঙতিৰ দৰে ফুটি উঠা সু-স্পষ্ট শব্দৰ সুৰীয়া গাঠনিৰ বাক্যৰ ভাষণ শুনিলেই আমাৰ হৃদয়, মনৰ মাজৰ আন্ধাৰ কোঠালিও পোহৰ বিলাই, শুকান কলিজাও তেজ দিয়ে। তুমি মাথো জীৱন শিল্পীয়েই নহয় , তুমি এই পৃথিৱীত পোহৰ বিলাই থকা ফৰকাল নীলা আকাশৰ এটি পূৰ্ণিমাৰ চন্দ্ৰমা🙏

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 місяці тому +20

    সুন্দৰ ভাষণ।সচা কথা কলে কাৰোবাৰ নাকটে ধৰেগৈ।এচামে এনে চিক চিক;চাক চাক;ঈশ্বৰৰ একান্ত ভক্ত হিচাব আত্ম প্ৰকাশ কৰিব বিচাৰে যে পোনচাতে বৈকুণ্ঠই পাবগৈ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому +40

    মোৰ প্ৰিয় ব্যতিক্ৰমী স্পষ্টবাদী, সাহসী, অনন্য উপস্থাপন শৈলীৰে অন্তৰ চুই যোৱা এগৰাকী প্ৰতিভাসম্পন্ন সাঙ্ বালিকা।

  • @TaslimAliBabul
    @TaslimAliBabul 3 місяці тому +20

    তোমাৰ ভাষ্যই মন মগজু চুই গৈছে!👍👏👍

  • @bipulphukan3756
    @bipulphukan3756 3 місяці тому +6

    কৃতজ্ঞতা জ্ঞাপন কৰিলো। এনে ধৰণৰ মৰ্মস্পৰ্শী ভাষন আগলৈয়ো আশা কৰিলো 🙏

  • @jantihira9356
    @jantihira9356 3 місяці тому +17

    প্ৰথম প্ৰণাম আপোনাক হয়টো মিঠা যুক্তি সঙ্গত সঠিক নিভিক নিৰপেক্ষ উচিত মানদণ্ড ভাষন দিয়া.. প্ৰথম মহিলা এগৰাকী দেখা পোৱাৰ বাবে কোটি কোটি ধন্যবাদ আপোনাৰ নিচিনা অসমৰ জীয়ৰী বোৰক অনুৰোধ স্পষ্ট ভাবে স্পষ্টবাদী হোৱা ..অসম বহুতো আগুৱাই যাব ।

  • @animagogoi5297
    @animagogoi5297 3 місяці тому +2

    এনজেলা আজিৰ প্ৰজন্মৰ আদৰ্শ।আগুৱাই গৈ থাকা । আশীৰ্বাদ থাকিল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому +35

    বহুত সুন্দৰ আৰু অন্তৰ স্পৰ্শী বাস্তৱবাদী বক্তৃতা। এই বক্তৃতা বা ভাষনত আজিও চলি থকা সামাজিক ব্যৱস্থাৰ কথাকেই উন্নেষ কৰিছে।এক ব্যতিক্ৰমী যথেষ্ট অধ্যয়নেৰে পুষ্ট এগৰাকী সুদক্ষ, স্পষ্টবাদী, সাহসী, ভাষাৰ শুদ্ধতাৰ উচ্ছাৰণত অতিকৈ গুৰুত্ব প্ৰদান কৰা এগৰাকী নতুন প্ৰজন্মৰ চিৰ পৰিচিত সাঙবাদিক। এক মহান চেলুট।

  • @anupkalita5527
    @anupkalita5527 3 місяці тому +3

    সুন্দৰ, সাৱলীল ভাষণ।আশা ৰাখিলোঁ আপুনি বিষ্ণু ৰাভা দেৱৰ দৰ্শনক আগুৱাই লৈ গৈ থাকিব।

  • @bimalaprasadborah
    @bimalaprasadborah 3 місяці тому +13

    সুন্দৰ ভাষা, ভবিষ্যত উন্নতি কামনা কৰিলো। আকৌ যেন এনে কৈ ভাষন শুনিবলৈ পাও আশা কৰিলোঁ।

  • @tanugogoi1305
    @tanugogoi1305 3 місяці тому +9

    সুন্দৰ সুন্দৰ , অতি সুন্দৰ ও অতি মূল্যৱান আৰু যুক্তিপূৰ্ন বক্তৃতাৰে আমাৰ বৰ্তমানৰ সমাজখনক একতাৰ দোলেৰে সমভাৱে আগুৱাই যাবলৈ আজিও কৰণীয় বহুত আছে
    তাকেই উপলব্ধি কৰোৱাৰ প্ৰয়াস কৰিছে ইমান সুন্দৰ অভিজ্ঞতাপূৰ্ন বক্তৃতাৰে 👌👌👌
    বহুত বহুত ধন্যবাদ ও আন্তৰিক শুভেচ্ছাৰ
    লগতে সুস্বাস্থ্য ও সকলো দিশতে মংগল হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏

  • @krishnankumarbora5288
    @krishnankumarbora5288 3 місяці тому +1

    ৰাভা দিৱস পাতিবলৈ ভয়, কিজানি তেওঁৰ বিপ্লবী চিন্তাধাৰাৰ অধিক অনুগামীৰ জন্ম হয়। য'ত কবিতা লিখি ছোৱালীয়ে জেলৰ ভাত খাব লাগে তাত কলাগুৰু ৰাভালৈকে ঠিক থাকিব কিন্ত ৰাভাৰ আভাৰ প্ৰকাশ হবলৈ নিদিবই।

  • @minatidas4573
    @minatidas4573 3 місяці тому +5

    তোমাৰ ভাষাই মন মগজু গৈছে ঠিক কথা কৈছে ❤❤❤

  • @deniananya826
    @deniananya826 3 місяці тому +9

    বৰ সুন্দৰ ভাষণ। বিষ্ণু প্ৰসাদ ৰাভাৰ চৰ্চা প্ৰতিজন অসমীয়াই হৃদয়েৰে গ্ৰহণ কৰা উচিত।❤

  • @surajrabha1331
    @surajrabha1331 3 місяці тому +6

    বহুত সুন্দৰ ভাষণ দিছে ভাল লাগি।💯💯💯

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 3 місяці тому +6

    অতি সুন্দৰ ভাষ্য প্ৰকাশঢ কৰিছে

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 3 місяці тому +8

    সুন্দৰ লাগিল, সত্য কথা।

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika 3 місяці тому +3

    মন মগজু চুই যোৱা ভাষণ ।আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

  • @shriarchana8844
    @shriarchana8844 3 місяці тому +7

    সমুদ্ৰ মন্থনৰ কাহিনীটো দৰে লাগি।

  • @nabajyotibora124
    @nabajyotibora124 3 місяці тому +1

    এবাৰ গুৱাহাটী পৰা উজনি ফালে গৈ আছিল জীপ গাৰিত। পুলিচ এ খবৰ পাই নগাঁৱত ধৰিব ৰৈ আছিল কেনেবাকৈ এই কথা ৰাভা দেৱে গম পালে তেওঁৰ জীপ খনত পুলিচ ৰ ইউনিফৰ্ম আছিল । নগাঁও পাওঁতে তেওঁৰ তেল শেষ হল আগত ৰৈ থকা পুলিচ কেইজন আগবাঢ়ি আহিছিল আৰু পুলিচ অফিচাৰ দেখি চিপাহী কেইজনে তেল যোগাৰ কৰি দিছিল আৰু তেওঁ উজনিৰ ফালে আগবহি গল 😂, উপস্থিত বুদ্ধি ত তেওঁ প্ৰবল আছিল

  • @ProbalKhataniar
    @ProbalKhataniar 3 місяці тому +5

    সকলো দিশ সামৰি এটি সুন্দৰ বক্তব্য।🙏🙏

  • @diptidevi4055
    @diptidevi4055 3 місяці тому +3

    সত্য কথাবোৰ অতি সবল ভাৱে উপস্থাপন কৰাৰ বাবে ধন্যবাদ।

  • @HemontaKumar-k9n
    @HemontaKumar-k9n 3 місяці тому +3

    অতি সুন্দৰ ভাষন আপোনাৰ নতু প্ৰজন্মৰ আপোনাৰ কথা বোৰ সুনিবনে।।। ধন্যবাদ আপোনাক 🎉🎉

  • @bimalboruah9507
    @bimalboruah9507 3 місяці тому +8

    Anjela I am very much appreciated of your valuable speech regarding kolaaguru Bishnu Prasad Ravaa .

  • @rajotphukon3403
    @rajotphukon3403 3 місяці тому +4

    সুন্দৰ ভাযণ আগুৱাই ষোৱা।

  • @PurnaBaruah
    @PurnaBaruah 3 місяці тому +3

    বাইদেৱে মুৰো যেন মনৰ কথা খিনিকে স্পষ্টভাবে উপস্থাপন কৰিলে । আপোনাৰ নিৰ্ভিক সাংবাদিকতাক সেল্যওত জনালোঁ ।

  • @bilahkonwar5865
    @bilahkonwar5865 3 місяці тому +6

    ইমান সুন্দৰ ভাষণ দিলে মোৰ ফালৰপৰা ধন্যবাদ কাৰণ আজিলৈকে এছামে অসমীয়া বুলি কয় অসমীয়াই কেনেকৈ আগবাঢ়ে সেই কথা নিজেই নাজানে এইবিলাক কৈ নিজেই পদত অধিষ্ঠিত হয় পিছত অসমীয়া কথা পাহৰিবলৈ ধৰে ধন্যবাদ বাইদেউ সছা সমান ধৰ্ম নাই মিছা সমান পাপ নাই

  • @MohanGogoi-gx3hm
    @MohanGogoi-gx3hm 3 місяці тому +5

    বহুত ভাল লাগিল।

  • @bipulsaikia7387
    @bipulsaikia7387 3 місяці тому +6

    আপুনি সত্য কথা কৈছে সুন্দৰ

  • @ProsantaDas-e1t
    @ProsantaDas-e1t 3 місяці тому +1

    সুন্দৰ মন্তব্য বাইদেউ আপোনাৰ ওচৰত আমি কৃতজ্ঞ তাজনাইছো।

  • @GobindaSharma-re7qx
    @GobindaSharma-re7qx 3 місяці тому +1

    Hridoi parasa monograhi vasan, may you long live, congratulation,

  • @harihardeka5750
    @harihardeka5750 3 місяці тому +1

    সচাকৈ সুন্দৰ ভাষণ তথা বাৰ্তা ৷নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি ভাবো ৷

  • @mr.nabarun
    @mr.nabarun 3 місяці тому +2

    বিনন্দ আৰু কুঞ্জৰ সুযোগ্যা কন্যা এঞ্জেলা চাংমাই লৈ অশেষ ধন্যবাদ ও আৰ্শীবাদ থাকিল।

  • @balendas4259
    @balendas4259 3 місяці тому +11

    সুন্দৰ বক্তব্য সুন্দৰ কণ্ঠ । খোকোজা নলগাকৈ বিশাল ব্যক্তিত্বৰ অধিকাৰী গণ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিষয়ে ভাষণ ৰখা এঞ্জেলা চাংমালৈ অভিনন্দন জ্ঞাপন কৰিছো ।

  • @gunakantabaruah1988
    @gunakantabaruah1988 3 місяці тому +1

    তোমাৰ স্পষ্টবাদিতা ভাল লাগিল।

  • @dr.ranjitnarzary3070
    @dr.ranjitnarzary3070 3 місяці тому +1

    Hosa kotabor udongai diyar karone bohut bohut dhonyabad.

  • @nirumahantadutta4701
    @nirumahantadutta4701 3 місяці тому +1

    বৰ সুন্দৰ আৰু সাৱলীল বক্তৃতা

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia5631 3 місяці тому +1

    ❤মাজনী বৰ ভাল পালোঁ শুনি , ধুনীয়া ভাষাৰে তোমাক ভাল লগাব নোৱাৰোঁ । সুন্দৰ আগবাঢ়ি যোৱা, ভগৱানে সহায় কৰিব ।

  • @dilapboruah8802
    @dilapboruah8802 3 місяці тому +1

    সুন্দৰ আলোকপাত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 3 місяці тому +6

    বাইদেউ বৰ সুন্দৰ 🙏🙏🙏

  • @michaelrava8666
    @michaelrava8666 3 місяці тому +1

    Appreciate your speech and plea our Rabha people to awaken up with unity.

  • @shyhandiq
    @shyhandiq 3 місяці тому +3

    জ্যোতিপ্ৰসাদ আগৰৱালা, বিশ্ব বিজয়ী নৱ জোৱান জ্যোতি সংগীত

  • @bhanidoley4497
    @bhanidoley4497 3 місяці тому +1

    ৰাভা ৰ দৰেই যদি ধাৰণাটো হোৱা হ'লেহেতেন তেন্তে, অসমত কোনো ধৰণৰ ভেদাভেদ নাছিলেহেতেন

  • @tarachangmai757
    @tarachangmai757 3 місяці тому +2

    এঞ্জেলা তোমাৰ কথা খিনিয়ে সকলোকে চেতনা জগাই তুলিব, কথাখিনি সময় উপযোগী হৈছে,তোমালৈ ধন্যবাদ থাকিল।

  • @UddipanGuitars
    @UddipanGuitars 3 місяці тому +1

    ❤❤❤❤👌👌👌👌👌🙏

  • @jitendrasaikia9508
    @jitendrasaikia9508 3 місяці тому +1

    বহুত ভাল লাগিল 🙏🏽🙏🏽🙏🏽🙏🏽

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 3 місяці тому +1

    খুব সঁচা কথাখিনি সুন্দৰ ভাবে ব্যক্ত কৰা বাবে বহুত বহুত ধন্যবাদ।

  • @promudborgohain7920
    @promudborgohain7920 3 місяці тому +1

    মধ্য আৰু উওৰ অসমত এতিয়াও উচ্চ নীচৰ প্ৰভেদ কমা নাই।এচামে এই কথা টুহেৰে জুই ঢ়াকি ৰাখিবলৈ বিচাৰে।

  • @mahendradas1610
    @mahendradas1610 3 місяці тому +3

    ধন্যবাদ madam . বহুত ভাল লাগিল ।

  • @danieldefoe2179
    @danieldefoe2179 3 місяці тому

    অসমৰ বৰ্ণিল জগতখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই গোটেই অসমখনক এখন বেলেগ স্বৰ্গৰাজ্য লৈ ৰূপান্তৰ কৰিছিল তেওঁৰ স্বৰচিত গীত সমূহৰ দ্বাৰা,....... এগৰাকী বিশ্ববিখ্যাত দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল ।

  • @dhiresharrabha1076
    @dhiresharrabha1076 2 місяці тому

    বৰ সুন্দৰ ভাষণ ।বাইডেও আপুনি যিখিনি কথা কৈছে অসমৰ বহুত শিল্পিসকলে এইখিনি কথা নাজানে দুখৰ বিষয় ।বাইডেও আপুনি আগলৈ ৰাইজক জনাই দিয়ক ৰাভা দেবৰ প্ৰতিভা কিমান বৰ অসমত ।আপুনালৈ বহু বহু ধন্যবাদ ।

  • @surenboruah3241
    @surenboruah3241 3 місяці тому +1

    বহুত সুন্দৰ বক্তব্য👌👌👌

  • @arunnarzary5955
    @arunnarzary5955 3 місяці тому +3

    Asomor tribels bilake kio nijoke asomiya buli sinaki diboloi nibisare????
    Usso nich monobhav.
    Gahori, khamuk, kekera, polu puk khua kochari buli ghin korisil.
    Aaji bohu asomiya hokole koi gahori henu asomiyar priyo khaidyo, Kekera khale henu bohu calcium pai, Khamuk khale henu sokur babe bhal, polu puk henu proteinore bhorpur. 😂😂😂😂😂
    Ki kom asomiyar mindset.

    • @pinkugoswami7448
      @pinkugoswami7448 3 місяці тому

      Ekdm right kotha koise ..ai bhed bhav bur especially bamun aru kalita bure besikoi solai nisile ,,agote kunoba general e tribal swali biya patile hahisil ,matha nai buli koisil ,,agi kali koi tribal swali biya patile val reservation t sakori pabo lora Jon r ghoroloi poisa ahibo ,izat bahribo ,,,,

    • @AssameseReelcontaintshorts
      @AssameseReelcontaintshorts 3 місяці тому

      @@arunnarzary5955 asomiyya buli porisoi diboloi akhomiyai laj napai, nijoke akhomiya buli porisoi diboloi gourob anubhob hoi......aru jar ji traditional t ji khadyo khai heitu byoktigoto tat kunu akhomiyar proshono nahe.jetiya loike tumar dore rinatmok mogoju loi khua buwar pora dhori prithok bhag kori uliyai thakiba tetiya loi akhomkhonor kunu porisoi nai....agote anok thatta muskil morar agot nijoke manuh hisape porisoi dia.....aru jitu traditional soli ahise heitu soliyei jabo tar bikhoye jodi gyan nai murkhor porisoi nidiba nijoke comment kori.....tumi jodi ejon prokitto akhomiya hola hoi akhomiya jatitur atijor pora soli oha traditional bur r uporot question nokorila hoi .tumalukor dore bangla dekhi bure akhom khon mari mari khaise.iyate khabo iyate hagibo gan gabo bangladekhor.......so next time jatik loi question nokoriba.....sri manta shankardev, beer lachit borphukon tumar momaire nohoi respect koribo hika...jodihe maa deutak ketiyaba respect kori paisila....

  • @BirendranathMoran-m1e
    @BirendranathMoran-m1e 3 місяці тому

    সঁচা এঞ্জেলা, তোমাৰ জুই ফিৰিঙতিৰ দৰে ফুটি উঠা সু-স্পষ্ট শব্দৰ সুৰীয়া গাঠনিৰ বাক্যৰ ভাষণ শুনিলেই আমাৰ হৃদয়, মনৰ মাজৰ আন্ধাৰ কোঠালিও পোহৰ বিলাই, শুকান কলিজাও তেজ দিয়ে। তুমি মাথো জীৱন শিল্পীয়েই নহয় , তুমি এই পৃথিৱীত পোহৰ বিলাই থকা ফৰকাল নীলা আকাশৰ এটি পূৰ্ণিমাৰ চন্দ্ৰমা🙏

  • @upendutta2371
    @upendutta2371 3 місяці тому +1

    Bor sundor hoise di

  • @oscarregon9160
    @oscarregon9160 3 місяці тому +2

    সুন্ধৰ বক্তব্য প্ৰমাণ জনাইছোঁ আপোনাক ।।

  • @satyajitkhound350
    @satyajitkhound350 3 місяці тому +1

    অতি মনপৰশা সাৱলীল গতিৰ তত্ব গধুৰ এক ভাষণ ,প্ৰথম বাৰলৈ শুনিলো।সৰস্বতী দেৱীৰ আশীষ প্ৰাপ্ত যেন বোধ হ'ল।স্বামী বিবেকানন্দৰ ভাষণৰ ক'থা অলপ হ'লেও মনত পেলাই দিলে সকলোকে।ঈশ্বৰ প্ৰদত্ত বাগ্মিতা,তাকো ৰাতি দুটা বজাত।

  • @bijoychangmai1472
    @bijoychangmai1472 3 місяці тому +2

    সুন্দৰ ভাষণ ...

  • @susilmahato6276
    @susilmahato6276 3 місяці тому +1

    বাইদেউ আৰ নকব আমি অতিকে লাজ পাইছো।

  • @gunakantabaruah6243
    @gunakantabaruah6243 3 місяці тому +1

    ভাষন অতি সময়োপযোগী হৈছে। ইয়াৰ ভাষনৰ বাণিবদধ ৰুপ পঢ়াশালিত শুনাব লাগে। দৰকাৰ হৈছে ।

    • @gunakantabaruah6243
      @gunakantabaruah6243 3 місяці тому

      পঢ়াশালিত পুথিভঁৰাল জানো সকলোতে আছে। আমি এই সকল লোকক এই পুথিভঁৰালৰ

    • @gunakantabaruah6243
      @gunakantabaruah6243 3 місяці тому

      পৰাই পঢ়ি অলপ গিয়ান পাইছিলো । এতিয়াৰ নেতাই বিধানসভাতো ভুলকৈ কৈ পেলায় লাজ পায়। দেশভিত্ত প্ৰকট হ'বলৈ অধ্যয়ন অনিবাৰ্য। এনে ভাষনৰ ওজন সদায় থাকিব।

  • @anamikadas-tk9jf
    @anamikadas-tk9jf 3 місяці тому +1

    Bor dhuniya ke koise ma'am Val lagil ❤❤❤

  • @DeepkonwarDeepkonwar
    @DeepkonwarDeepkonwar 2 місяці тому

    Anjela Baidew apuni jibor Dhuniekoi kotha koi thaka Baidew apuni Best Of Best apuni anikoi thakok Baidew apuni Bhobanor avatar

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 3 місяці тому +2

    অতি সুন্দৰ বক্তব্য।

  • @Deep.vlogs_05
    @Deep.vlogs_05 3 місяці тому +1

    বৰ্তমান সময়ত উপযোগী উপস্থাপন

  • @rajatgogoi1241
    @rajatgogoi1241 3 місяці тому +1

    তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিছো ।

  • @UpalTaid
    @UpalTaid 3 місяці тому +3

    Mojja video 📷❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @kalpanaborah5701
    @kalpanaborah5701 3 місяці тому +2

    বৰ সুন্দৰ ভাষণ।

  • @MinuBania-s8x
    @MinuBania-s8x 3 місяці тому

    christmas jodi patibo paare durga puja bihu kiyo patibo nuware

  • @dipokmoram3159
    @dipokmoram3159 3 місяці тому +1

    আপোনাৰ কথাখিনিয়ে মন চুই গ'ল বা.... 🎉😅

  • @bileswarborah4730
    @bileswarborah4730 3 місяці тому +1

    ভাল লাগিল যাতে তেওঁৰ এই সুমধুৰ কথা আকৌ শুনিবলৈ আগ্ৰহী মই বাইদেউ ।

    • @sitarabha2503
      @sitarabha2503 3 місяці тому +1

      Biswa

    • @sitarabha2503
      @sitarabha2503 3 місяці тому

      Biswa bijoy nojuwan Rabha sangit nohoi .jyuti sangit he. Thanks

  • @bhabendeka3039
    @bhabendeka3039 3 місяці тому

    এক বুজাব নোৱাৰা অন্ত স্পৰ্শ কৰা ভাষন, বহুত বহুত ধন্যবাদ

  • @prodipbora2752
    @prodipbora2752 3 місяці тому +2

    চেলুট।

  • @ajitsarma8237
    @ajitsarma8237 3 місяці тому +1

    সুন্দৰ

  • @किरण2021
    @किरण2021 3 місяці тому

    ❤बहोत बहोत धन्यबाद आप को एंजेला चांमा

  • @manjuroy3151
    @manjuroy3151 9 днів тому +1

    ❤❤❤

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাক ভগৱানে কৃপা কৰক কৃষ্ণ

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 3 місяці тому +2

    Right koisi👍👍👍

  • @ProkashKalita-r4j
    @ProkashKalita-r4j 3 місяці тому +2

    সুন্দৰ মন সুই গল

  • @nababarman5324
    @nababarman5324 3 місяці тому +1

    Apuni bor gomvir kotha kotha koise... Baideu

  • @DibakorKaman-q6s
    @DibakorKaman-q6s 3 місяці тому

    Kolaguru Vishnu Prosad Rabha devor chinta dhara oti roxal aru oti gobhir asil. __Dibakor Kaman

  • @Partha-zx9xy
    @Partha-zx9xy 3 місяці тому +2

    Excellent speech. We need this for present situation.

  • @mamanidutta2937
    @mamanidutta2937 2 місяці тому

    Bohut val lagil bhogobana log diyok tumak hi

  • @dhananjaydas5934
    @dhananjaydas5934 3 місяці тому

    Ati hundar ..mat tu bor dhunia

  • @urstatus2637
    @urstatus2637 3 місяці тому +1

    অতি সুন্দৰ 🙏🙏🙏

  • @arabindamalakar1269
    @arabindamalakar1269 3 місяці тому

    আপোনাৰ কথা বোৰ ভাল পালো
    আপোনাৰ কথাই মোক উৎসাহিত কৰিছে। কামৰ মাজেৰে আগুৱাই নিলে ভাল পাম। মই আপোনাৰ কথাৰ মাজেৰে সংকঅলপ ললো👍🏻

  • @ramnathborah7356
    @ramnathborah7356 3 місяці тому

    এঞ্জেলা ভোতাতৰাহৈ থাকক

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 3 місяці тому

    বহুত ভাষন শুনিছোঁ, কিন্তু ভাল লগা, সাৱলীলভাৱে,মনোগ্ৰাহীকৈ কথা কব পৰা, বহু সময় ধৰি শুনিবলৈ মন যোৱা এটা ভাষন। ভাল লাগিল।

  • @amulyasarma4057
    @amulyasarma4057 3 місяці тому +9

    An exceptional speech presented by Anjela Changmai

  • @anjansarma9791
    @anjansarma9791 3 місяці тому

    Fine hoise baidew

  • @kamalsarma417
    @kamalsarma417 3 місяці тому

    Bahaut Val lagil ,,,,best jarnelist😢

  • @ChabinThakuria
    @ChabinThakuria 3 місяці тому

    Thanking,anjala

  • @badiuzzaman3759
    @badiuzzaman3759 2 місяці тому

    Thank u .dont stop go befor .wel come assamia ramoni.

  • @PrashantaGogoi-ju9dk
    @PrashantaGogoi-ju9dk 3 місяці тому +1

    Natok kora janha lagil karon.....

  • @purnima9905
    @purnima9905 3 місяці тому +1

    ❤❤❤❤❤

  • @rabindeka9290
    @rabindeka9290 3 місяці тому

    সজা কথা।কি ক'ব? কোনে শুনিব।

  • @pradipkhoud4665
    @pradipkhoud4665 3 місяці тому

    সন্মানীয় বাইদেউ , আপুনি কোৱাৰ দৰে " বিশ্ব বিজয় ন জোৱান" গীত টি "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা" দেৱৰ গীত , কলা গুৰু জনাৰ নহয়! আপুনি পৰৱৰ্তী সভাত এনে বিষয়ত কব লগা হলে এই কথাটো কোৱাৰ বাবে দুখ প্ৰকাশ কৰি উঠাই ললে অতি সৎ কৰ্ম কৰা হব , আৰু ভাষণ শৈলী কিছু সলনি কৰি ধীৰ গতিৰ কৰিব ! " ৰাভা সঙ্গীত"নহয় , শুদ্ধ কৰিবলৈ পৰামৰ্শ দিলোঁ !. ভাষণ শৈলী কিছু সলনি কৰি ধীৰ গতিৰ কৰিব ! অকণমান বাম পন্থী বুলি আপুনি কত পালে ? বাম পণ্ঠীত অকণমান, সম্পূৰ্ণ বুলি থাকিব পাৰে বুলি আপোনাৰ ভাষণত প্ৰথম শোনা পালোঁ !!!