WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
Вставка
- Опубліковано 28 вер 2024
- WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
Subscribe Our Clips Channel : / @kothastudioclips
Connect with us:-
Instagram :- ...
Facebook :- www.facebook.c...
UA-cam :- / @kothastudio
For business enquiries:- kathastudiobusiness@gmail.com
Don't Forget To Like, Share, And Subscribe For More Captivating Stories And Content.
#AssamesePodcast
#kothaStudio
#podcastinterview
#accessbars
Biju bissogitor gibon. Humor houk
অশেষ ধন্যবাদ 🙏 ❤❤❤
Bohut val lagil kahini to xuni. Vogobane vale rakhok aponlokok 🙏🙏🙏
অশেষ ধন্যবাদ আপোনাক ❤❤❤
খুবেই ভাল লাগিল। সুখী হৈ থৈকা তোমোলোকে আজীৱন..... ❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
খুব ভাল লাগিল। ইমান কৃত্ৰিম ভালপোৱাৰ ভিতৰত যে এনে কিছুমান মৰম লগা স্বাৰ্থহীন ভালপোৱা আছে সেইয়া চাই সঁচাই ভাল লাগিল বা। সকলোৰে এওঁলোকৰ প্ৰেৰণা লওঁক। ধন্যবাদ আপোনাক ইমান ধুনীয়া এক সফল প্ৰেম আমাক উপহাৰ দিয়াৰ কাৰণে...সদায় সুখী হৈ থাকক বিজু বা আৰু বিশ্বজিৎ দাদা...❤ ভগৱানে মংগল কৰক আপোনালোকক...কিবা এটা দুখো লাগিছে কাৰণ এই যে লেতেৰা মানুহৰ মাজত আপোনালোক ইমান ধুনীয়াকৈ পৰিস্ফূট হৈ আছে...ইমান যে স্বচ্ছ...ইমান যে মৰমলগা❤❤ ভালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ...ঔম ছাই ৰাম 🙏❤️
অশেষ ধন্যবাদ ❤❤❤
বিশ্বজিৎ আৰু বিজুৰ লাভ ষ্টৰি শুনি বহুত বহুত ভাল লাগিল। এয়া এক শ্বাশ্বত আৰু পবিত্ৰ প্ৰেম। এই প্ৰেম চিৰ যুগমীয়া হৈ ৰওক ,চিৰ দিন-চিৰকাল। দুয়ো গৰাকীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Bahut val lagil Bishwajit dada aru Biju baidew
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত সুন্দৰ নিদৰ্শন দেখুৱাইছে ধন্যবাদ থাকিল ❤❤❤❤❤🎉🎉🎉🎉🎉
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত ভাল লাগিছে ❤❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Muru vonti ejoni asy bijur nisina taiu bishojitor nisina lora etar logot biya hoisy lakhimpurot
ভাল লাগিলে
bhut bhal lagil anekuwa prem kahanito suni
অশেষ ধন্যবাদ আপোনাক ❤❤❤
What a beautiful life beyond imagine be happy god bless you this is great inspiration in the human being long life thanks B&B
Thanks so much
সদায় Ever Green হৈ থাকে যেন। God bless you
অশেষ ধন্যবাদ ❤❤❤
Hosai khub val lagil..ajir hmoyot Prem r arthoi bohute swartho kori pelaise. Tenekua dinot teuluk dujon adarsho houk..anekoi e duijon hukhore thakok.
Thanks so much ❤❤❤
ThAnk s very2 cute very nice long livè
Thank u3 all the best
বহুত বেছি ভাল লাগিল। এনেকুৱা সচা প্ৰেম সচাই বিৰল ,বিষেশকে আপোনালোকৰ দৰে । বহুত বেছি শুভেচ্ছা থাকিল।
@@thaneshwaribrahma5128 most welcome
Mur best friend jonir bayek hoi, baa bohut val❤
Bohut Bhal lagela ❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক
God bless you ❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
bahut val lagil ❤️ god bless both of you 👏👏👏
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিজু আৰু বীৎজিলৈ শুভেচ্ছা থাকিল। সদায় ভাল লেথাকক।
বিশ্বজিৎ বানামতু ভুল হৈছে, অশেষ ধন্যবাদ 🙏 ❤ ❤❤
❤❤❤ ইমান ভাল লাগিল। দুয়ো সদায় এনেকৈ থাকক।
Thanks so much ❤❤❤
Apunar dore tenekuwa bhoba manuhjon nai dada..... Moi u ajoni Biju baa dore hou..😊😊 Biju baa apanalukok bhogoban ahirbad hodai thakibo
অশেষ ধন্যবাদ আপোনাক, চিন্তা নকৰিব ভগবানে আপোনাক ভাল ৰাস্তা দেখুৱাব ।
Let God bless both of you.
Thanks so much ❤❤❤
Khub val lagile
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিশ্ব তুমি মানুহ আজি কালিৰ মানুহ বিলাকে তোমালোকৰ আদৰ্শ লোৱাটো মই বিচাৰো কাৰন ওখ চাপৰ শব্দ নাথাকিলেহৈ ৰুপে কি কৰে গুণেবে সংসাৰ তৰে তোমালোক ভালে ভালে থকাটো বিচাৰো ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Bishwajit+Biju God bless you
অশেষ ধন্যবাদ আপোনাক ❤❤❤
God bless you
অশেষ ধন্যবাদ আপোনাক ❤❤❤
দুইটা Alphabet একে❤❤ Biju Biswajit 😊😊🙏👍
হয় । অশেষ ধন্যবাদ আপোনাক ❤❤❤
Vl lagil diyok nohut morm dilu❤❤❤❤
অশেষ ধন্যবাদ
Lg paisu teulukok G.m.c mediclt ❤ bhut mormt lgt thake teuluk duyu❤
Thanks so much ❤❤❤ sage mur Maa admit hoi thokar xamayat paisile.
Aneku bissjit lage
Good 👍👍❤❤
Thanks so much ❤❤❤
Hundar
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Very good 👍 kapol
Thanks so much
Happy family, God bless you 🙌🙌❤
Thanks so much ❤❤❤
Biswajit tumak nomokar
Duyujon hoday hukhot thakok
অশেষ ধন্যবাদ আপোনাক ❤❤❤
টোৰ মুখখন দেখিলেই গম পাই বোচ খন কিমান ডাঙৰ পল্লবিক কৈছোঁ
😍🙏❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক
2jon hukhra thaakok.
অনুস্থানটো চাই বহুত ভাল লাগিল। সঁচাকৈ এনেকোৱা মিলন বৰ বিৰল ❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Bhut Val lagil sai
অশেষ ধন্যবাদ ❤❤❤
বিশ্বজিৎ ৰ দৰে ভাল, সৎ আৰু সাহসী মানুহ আছে বাবেই পৃথিৱী খন সুন্দৰ ।আপোনালোক সদায় সুখী হৈ থাকক এইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিজু আৰু বিশ্বজিতৰ মৰমক সদায়
ভগৱানে আশীৰ্বাদ দিয়ক । মোৰ পৰাও আশীৰ্বাদ থাকিল দুয়ো জনৰ
মৰম সদায় এনেকৈয়ে থাকক ।❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহু ত ভাল লাগিল আগতেও ছাইছো লগ পাবলৈ বহু ত মন জায় বিজু আৰু বিশ্বজিত ময়ো বিশ্ব নাথৰ চাৰিআলিৰ ছোৱালী। নিশ্চয় এদিন। লগ পাম❤❤❤❤🙏🌹
বিশ্বজিৎ দা সঁচাই দেৱতাৰ সমতুল্য ❤❤
অশেষ ধন্যবাদ আপোনাক কিন্তু ভগৱানৰ লগত মোৰ তুলনা নকৰিব, মানৱ ধৰ্ম হে কৰিছোঁ ।।
Bohut bohut hubhesya thakil
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত সুন্দৰ কাহিনী ❤❤❤ বিশ্বজিৎ আৰু বিজুৰ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। মনৰ হেঁপাহেৰে দুয়ো সুখী হৈ থাকক আজীৱন। ❤❤❤
Thanks so much ❤❤❤
তোমালোক সুখী হৈ থাকিবা।
Ll
@@padumiboruah9956 অশেষ ধন্যবাদ আপোনাক ❤❤❤
দুয়ো সদাই ভালকৈ থাকক আশীৰ্বাদ কৰিছো বহত ভাল লাগিল
অশেষ ধন্যবাদ ❤❤❤
Good
@@mgy6583thank you ❤❤❤
ভাল লাগিলে তোমালোকৰ জীৱন মধুৰ হক আশীৰ্বাদ কৰিছো
@@mgy6583Thanks so much ❤❤❤
বিজু আৰু বিশ্বজিৎ সদায় প্ৰেমৰ আদৰ্শ হৈ থাকিব।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
তোমালোকৰ প্ৰেম অমৰ হওঁক
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত ভাল লাগিল আপোনাৰ নিছিনা কে যদি সকলোৱে বূজি পোৱা হ'লে ছাই কিন্তু বহুত দূখ লাগিল
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত মৰম দিলো ❤ ভগৱান তোমালোকৰ সহায় হওঁক।♥️♥️♥️
অশেষ ধন্যবাদ 🙏 ❤
প্ৰথম ৰ পৰা শেষ লৈকে চালো। বহুত কান্দিলো। বহুত অনুপ্ৰেৰণা পালো। ভাল মানুহ পৃথিৱীত আছে, বিশ্বাস হ'ল।।।
এই যান্ত্ৰিকতাৰ যোগত এনে সুন্দৰ মনৰ মানু্হ ভাগ্যৰ বলতহে পোৱা যায়।।।
সদায় সুখী হৈ থাকা তাৰে কামনা
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিজু আৰু বিশ্বজিৎ দুয়োৰে জীৱন টো চিৰ যুগমীয়া হওঁক তাৰে শুভ কামনা থাকিল, ধন্যবাদ।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
khosai bhut bhut baa dada tumarluk bhut agurai juwa manuh sehatu dang kotha nhoi biju baa ajoni bhut bhal suwali bhut morom loga sehara dhunya aji ase kali ni kintu onta dhunya khodai jiai thakib baa khosa tumi bhut dhuya moi bhagabak kom j tumi khosa bhut vl baaaa bijur baa love you jodiu dadai apunk bea korile hoi moi apunak nijo korilu hoi baaa apuni vl thak khodai❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সদাই এনেকৈ থাকিব
অশেষ ধন্যবাদ আপোনাক ❤❤❤
দুয়োজনৰ সাক্ষাৎকাৰ শুনি বহুতো ভাল লাগিল, কিন্তু ল'ৰা ছোৱালী কিমান , জানিবলৈ পোৱা হ'লে ভাল লাগিলে হয়।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত ভাল লাগিল বিজু আৰু বিশ্বজিৎ
কাহিনী শুনি । ❤❤❤
Bhut bhal lagil program tu hukhi thaka hoday🩷🩷🩷🩷🩷🩷
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিশ্বজীত আৰু বিজু আশীৰ্বাদত কৰিছোঁ তোমালোকৰ প্ৰেম সদায় এনেদৰে সজীৱ হৈ থাকক।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Apunalukor videotu hekhor loike aalu ,,,bohut val lagil apunaluk hukhot thakok ,,,,
অশেষ ধন্যবাদ আপোনাক❤❤❤
পবিত্ৰ প্ৰেমত শাৰীৰিক বাধা অন্তৰায় হব নোৱাৰে,,আৰু নালাগে,,বহুত সুভেইছা জনালোঁ,,দুয়োৰে যুগ্ম জীৱনলৈ
Thanks so much ❤❤❤
মনৰ সুখতকৈঊজীৱনত একো হ'ব নোৱাৰে, ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিলো।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিশ্ব জিত তুমি সছাকৈ বহুত পৱিত্ৰ অন্তৰৰ মানুহ তুমাক ধন্যবাদ জ্ঞাপন কৰিলো❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
এওঁলোক দুয়ো মোৰ ফেচবুকৰ খুব ভাল বন্ধু ❤
হয়, ধন্যবাদ আপোনাক ❤❤❤
Biju aru biswajit loi bohu xuvokamana jonalo
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Bishwajit bhaiti namere nohoi,hasa Prem bhal puware hajar janor Jai korila. Jai Shree Krishna.🚩🚩🚩🙏🙏🙏
অশেষ ধন্যবাদ আপোনাক ❤❤❤
You are always welcome. God May Bless your life 👍👍👍❤️❤️❤️
Thanks so much ❤❤❤
Long live Biju& biswajit.
অশেষ ধন্যবাদ আপোনাক ❤❤❤
সকলোলৈ আমাৰ হিয়াভৰা ধন্যবাদ ইমান আর্শীবাদ আৰু মৰম দিয়াৰ বাবে 🎉🎉🎉
❤❤❤ishware hodai apunlukok bhal a rakhok..
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Sehera nohoi jibonor morom hobo lage apuni bohut vhal Kam korise
অশেষ ধন্যবাদ আপোনাক ❤❤❤
ইমান ভাল মানুহ কবলৈ ভাষা নাই|সুখী হৈ থাকক সদায়ে,,❤❤❤
Thanks so much ❤❤❤
Prem bhalpua asolote anekuai HBO lage ji neki jibon hongi HBO pare thanks♥️
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বহুত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 🎉❤👏👏👏🙌🙌🙌🥰💕😘
অশেষ ধন্যবাদ ❤❤❤
Very nice 👍👍 God bless you ❤❤😂🎉🎉😢😢😮😮
Thanks so much ❤❤❤
অনুস্থানতো বিৰাত ভাল লাগিল ❤❤❤❤❤❤তেওঁ লোক দুৰোজনৰ ভাল পোবা বোৰ ৰঙা গোলাপৰ দৰে ৰঙিল হৈ জিলিকি থাকক চিৰ দিন ❤❤❤❤❤❤❤
অশেষ ধন্যবাদ ❤❤❤
Bht vall lgil .apunaluk duyujone khodai kukhole thakok❤❤❤🙏🙏
Teoluk hodai hukhi hoi thakok
অশেষ ধন্যবাদ ❤❤❤
Dompati jura Isware sukhe santukhe jeeyai thokar ashirbad kare ye.
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিছজীভালাগিল
Buhot val lagil Biju aru bisajit kahani khuni vobisotoloi aguyai jag
অশেষ ধন্যবাদ আপোনাক ❤❤❤
এতিয়া দৰে মৰম স্নেহৰ ভবিষ্যতৰ থকা কে কামনা কৰো
অশেষ ধন্যবাদ আপোনাক ❤❤❤
I am also a blind person
Kgmt hospitalot job kori asu
Ase
Bahut sukhi thaka aanandt bhapur Hoya mor subha bhana thakil❤❤❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
Very nice biju and biswajit love meres.❤❤❤❤❤❤
অশেষ ধন্যবাদ আপোনাক
Sehtr sontan hoya naineki janibr. Mon goise.
Bisajit ajan prakrit men Jake bujai kobnowari bhut bhut thanks
অশেষ ধন্যবাদ আপোনাক ❤❤❤
I Like you bisow.
Dada apuni bohut mohan.doyujon hodai happy thakok vogoban e apunak ekhon beleg ontore gorhile biswajit da apunak Dil se salute.
অশেষ ধন্যবাদ আপোনাক কিন্তু মহান মই নহয় আৰু কল্পনা নকৰু কাৰণ মানৱ ধৰ্ম হে পালন কৰিছোঁ ।।
Bht vall lgil .apunaluk duyujone khodai kukhole thakok❤❤❤🙏🙏
অশেষ ধন্যবাদ আপোনাক ❤❤❤
আমি বিশ্ব দিয়ক ধন্যবাদ দিছো।জীৱন সুখী হ ওক।লগতে বিজুকো।
অশেষ ধন্যবাদ আপোনাক ❤❤❤
সচাকে বৰ ভাল প্ৰেম
Thanks so much ❤❤❤
Biswajit and Biju couple is the Best Couple Really Admirable. Thanks allot to All 💥👍
অশেষ ধন্যবাদ আপোনাক ❤❤❤
ভাল লাগিল
অশেষ ধন্যবাদ আপোনাক ❤❤❤
বিজু আৰু বিশ্বজিতৰ সাংসাৰিক জীৱনৰ উজ্বল কামনা কৰিলোঁ
Thanks so much ❤❤❤
🎉🎉🎉🎉🎉
❤❤❤
So Good ❤beautiful Husband & wife, Many More God bless Biju and your Lovely❤ Husband.
Thanks so much ❤❤❤
Val lagil deya
অশেষ ধন্যবাদ আপোনাক ❤❤❤
তোমালোকৰ যুগ্ম জীৱন সুখৰ হ ওক ❤❤
অশেষ ধন্যবাদ আপোনাক ❤❤❤
❤❤❤❤
❤❤❤