This was inspiring❤️ Can you please invite more people from literature and academic fields of Assam? Especially, Kanchan Baruah of 'Oximot jaar heral xima'
Mam as we know our nature and enviroments forms universe and we are just dots in this universe but just we have capacity to know these is our specielity
Madam hosakoi bishal hredoyor manoh... Moi madamor ghort goisilu mok emam morom aru apbayan korile moi eman uploto hoi prisu bakhare bujaribo nowarim & moi kiba ata kamot goisilu hai kamor muillor pra bhut basi poisa mok di dile... Aru moi all guwahatit jiman manoh log palo kintu madamor nisina manoh lg napalo...
মানুহগৰাকীৰ কথা কোৱাৰ ধৰণ সুন্দৰ,দেখাত সুন্দৰ,লিখনি সমূহ সৃষ্টি বিশাল,প্ৰকৃতি প্ৰেমী আৰু কি লাগে ! ভগৱানে আমাৰ দৰে মানুহৰ কাৰণে পঠিওৱা আপুনি অন্যতম উপহাৰ হয় বাইদেউ ৷৷ কাৰণ আপোনাৰ লিখনিৰ দ্বাৰা বহু মানুহে জীৱন পাইছে,জীয়াই থকাৰ অনুপ্ৰেৰণা লাভ কৰিছে ৷❤❤
চাহেবপুৰাৰ বৰষুন,নাহৰৰ নিৰিবিলি ছাঁ,সোণ হৰিণৰ চেঁকুৰ,হৃদয় এক বিজ্ঞাপন,কাঞ্চন,বৰাগী নদীৰ ঘাট,নীল প্ৰজাপতি সকলো প্ৰিয় ❤️
খুব প্ৰিয় মানুহগৰাকীক দেখি ভাল লাগিল। তেওঁলৈ বহুত শ্ৰদ্ধা থাকিল 🙏🙏
অনুৰাধা বাইদেউ, বৰ্ণালী বৰ ভাল লাগিল কথোপকথনখিনি । বহুত বহুত শুভেচ্ছা।
অতি সুক্ষ্ম অনুভুতিৰে হৃদয়ঙ্গম কৰা আৰু বয়সে গৰকিলেও গতিশীল চিন্তাধাৰাৰে জীৱনক আকোৱালি লোৱা মহৎ গুণৰ কাৰণেই আপোনাৰ আপোনাৰ লিখনিয়ে জীৱন্ত ৰূপ পাই আহিছে ৷ অতি সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আপুনি ৷ কথোপকথন বৰ ভাল লাগিল ৷
বহুত বছৰৰ মূৰত অনুৰাধা বাইদেউক দেখা পাই খুব ভাল লাগিল। তেওঁলোকৰ ঘৰত দুবছৰ ধৰি ভাড়াত আছিলো। যেতিয়াই লগ পাইছিলো খুবেই ভাল লাগিছিল। বাইদেউৰ হাতৰ কেকৰ সোৱাদ এতিয়াও লাগি আছে জিভাত।অনন্য নাৰী তেওঁ। 🙏🙏💓🌹
প্ৰকৃতিপ্ৰেমী অনুৰাধাৰ সৈতে কথোপকথন ভাল লাগিল বৰ্ণালী। অনুৰাধাৰ ঘৰখন প্ৰকৃতিৰ সৈতে সুন্দৰ সহাৱস্থানৰ অপূৰ্ব নিদৰ্শন।
আচলতে আপোনাক বহুত বহুত ধৈনবাদ যে 🙏 আপোনাৰ কাৰণে আজি মোৰ অতিকৈ প্ৰিয় লিখিকাগৰাকি বহুত ওচৰৰ পৰা পালোঁ l বাইদেউৰ লিখনিত পঢ়ি বৰ ভাল পাওঁ l আপোনাৰ এই show টো আগুৱাই যাওক 👍👍👍👍l
মোৰ সকলোতকৈ বেছি ভাল লগা সাহিত্যিক গৰাকী অনুৰাধা শৰ্মা পূজাৰী ❤️❤️❤️❤️
বহুত ভাল লাগিছে অনুস্থান পৰিবেশন।ধন্যবাদ
প্ৰিয় লেখিকা💕 নাহৰৰ নিৰিবিলি ছা
মোৰ প্ৰিয় লেখিকা।
দুয়ো প্ৰিয় দেই মোৰ ❤️❤️
বৰ ভাল লাগিল।
আপোনালোক দুয়ো গৰাকী মোৰ প্ৰিয়। বৰ্ষা ৰাণী বিষয়া বাক চাবলৈ মন আছে এই অনুষ্ঠানত ।
প্ৰকৃতিৰ ওপৰত সুন্দৰ উপস্থাপন ।মানব সভ্যতাৰ সকলো আবিস্কাৰ প্ৰকৃতিযে তাৰ বুকুত লুকাই থকা সত্য প্ৰকৃতিক ভাল পোৱা মানুহক উপহাৰ দি আমাক বিন্দদীযা প্ৰকৃতিৰ সুন্দৰতা উপভোগ কৰিবলৈ সুযোগ দিযে।
Mor fevrt writer Anuradha mem...vl lagil🙏
Mur fevaret righter.Aapuni Anuradha ma'am.Bahut bhut bhut Val Pau aapunak
বৰ ভাল লাগিল।বহুত কথা শিকিলোঁ।
❤
বাইদেউ আপোনাৰ উপন্যাসবোৰ পঢ়ি বৰ ভাল লাগে।তাৰ ভিতৰত 'সোণ হৰিণৰ চেঁকুৰ' খন মোৰ অতি প্ৰিয়।
Bohut besi bhal lagil ❤️...thank you Barnali Baa for inviting Anuradha Sharma Pujari baideu😊
Bowek aru nanand r major ai dhunia anusthan tu sai bhal lagil
Anusthantu aru olop dighol koribo nuwarine....apunar ai anusthantu sai bohut bhal lage...
This was inspiring❤️ Can you please invite more people from literature and academic fields of Assam? Especially, Kanchan Baruah of 'Oximot jaar heral xima'
Bohutei val lagil...baidor kothabilak
Khubei val lagil 👌
প্ৰিয়..♥️
Sai bohut val lagil 🥰
লগ পাবলৈ এবাৰ প্ৰতিখন কিতাপৰ বাবে শুভেচ্ছা দিবলৈ বহুত মন❤️
প্রিয় নাৰী।প্রিয় সাহিত্যিক
Baaa apuner likhoni bhutttt vl lge pohri ..god bless u baaa
Aan bahutore nisina mur oti priya Xahittyk....bor vaal lagil.
Val lagil barnali ba...
Bohut bhal lagil😍
দুয়োগৰাকীয়েই মোৰ খুবেই প্ৰিয় কথাৰ ইমান গভীৰতা আছে বহুত ভাল লাগিলে 🙏🙏
বাইদেউ লৈ নমস্কাৰ জনাইছোঁ।বৰ ভাল লাগিল অনুষ্ঠান চাই। তেখেতলৈ শ্ৰদ্ধা থাকিল।🙏
She's amazing ♥️ mur priyo lekhika❣️💯
khub hundor anusthan.
Khub inspiring... তেওঁৰ ৮০ দশকৰ অভিজ্ঞতাৰ কথা খিনি
বাইদেই আপোনাৰ কথা বোৰ শুনি খুব ভাল লাগিল
Val lagil. ...
প্ৰিয় সাহিত্যিক ❤️❤️❤️
Bohut val lagil 🥰
Bhut Val lagil baidew
প্ৰিয় ❤
খুব ভাল লাগিল ৷ মোৰ অন্যতম প্ৰিয় লেখিকা বাইদেউ ৷
প্ৰথমে দুই গৰাকীলৈ মোৰ নমস্কাৰ জনালোঁ।
মোৰ খুব প্ৰিয় অনুৰাধা বাইদেউ।
সদায় সু-স্বাস্থ্য , সুন্দৰ হৈ থকাৰ কামনা কৰিলো।
খুব ভাল লাগিল। ❤❤❤
👏👏👏 সুন্দৰ মেম প্ৰনাম জনাইছো
Favourite writer💕💕💕💕
প্ৰিয় লেখিকা❤
Baideu apunak bohut Val lage❤️❤️❤️
সুন্দৰ অনুষ্ঠান
আপোনাৰ লিখনি পঢ়ি বহুত ভাল লাগে।
Legends😍🙏
আটাইতকৈ বেছি ভাল লগা এগৰাকী লেখিকা। যিমান বাৰেই তেওঁৰ লিখনি পঢ়ো সিমান বাৰেই তেওঁক ওচৰৰ পৰা এবাৰ লগ পাবৰ মন যায়।
Baideo mur emanei favorite je high school.t thakure school library.t jimaan novels asil sob porhi pelaisilu. Aji prothom baror babe teor interview dekhilu. 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽
Xodai xukhi thakok teo. 💜
Bohute val lagil.
Khub bhal lagil baideu r kotha bur
vhal lagil kothakhini huni
Great interview
Mur priya lekhika goraki loi..namaskar.🙏🙏🌷
My favourite writer 💚
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Mam as we know our nature and enviroments forms universe and we are just dots in this universe but just we have capacity to know these is our specielity
বহুত ভাল লাগিল ❤মোৰ বহুত ভাল লগা বাইদেউ গৰাকীক দেখা পাই। ।বহুত কথা জানিব পাৰিলো ।🙂
❤️❤️❤️
One of my fbrt writter ❤️.....baido r kiba channel ase nki kbo sn plzz 🥺 my fbrt always
👍🙏
বাইদেউ মোৰ অতি প্রিয় ❤❤
😍😍😍
Val lagile.Writer hokol k matibosun bohut kotha janibo paru
খুব অন্তৰপৰশা কথা
বৌয়েক নন্দেক নেকি দুয়ো
মোৰ আটাইতকৈ ভাল লগা লেখিকা গৰাকী কিতাপৰ দোকানত আজিৰ সময়ৰ যিমান ভাল ভাল লেখক লেখিকা নাথাকক কিয় মোৰ কিন্ত কাকো ভাল নালাগে
Anuradha baak kimn val pau nijei najau .. apunar pratyek khon kitap a pohisu .. gotei burei priyo .. aami vagyaban j apunar dore manuh egoraki amar majot paisu
Madam hosakoi bishal hredoyor manoh... Moi madamor ghort goisilu mok emam morom aru apbayan korile moi eman uploto hoi prisu bakhare bujaribo nowarim & moi kiba ata kamot goisilu hai kamor muillor pra bhut basi poisa mok di dile... Aru moi all guwahatit jiman manoh log palo kintu madamor nisina manoh lg napalo...
Anuradha baidew r likhani parhi bar bhal lage. Bar man jai lag pabale
মোৰ প্ৰিয় লেখিকা গৰাকী
bujabo nwarka vl pao apnk