Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত ভাল লাগিল প্ৰস্তুতি বা আৰু হিয়াৰ কথা শুনি👌😘❤️ প্ৰস্তুতি বাক আকৌ আপোনাৰ ইয়াত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।।প্ৰস্তুতি বাৰ কথাবোৰ শুনি ইমান ভাল লাগে যে তেওঁ কথাকৈ থাকিলে শুনিয়েই থাকিব মন য়ায়,আমনি নালাগে।তেওঁক চালে চাই থাকিব মন যায়। বহুত বেছি ভাল পাওঁ প্ৰস্তুতি বাক😘😘😘😘😘❤️❤️❤️❤️❤️
হিয়াই বৰ ভাল কথা এটা ক'লে।প্ৰস্তুতি বা সঁচাই অফ স্ক্ৰীণো একেই।যোৰহাটত অলপ সময় লগ পাই মই সেইটো অনুভৱ কৰিছিলোঁ।
প্ৰস্তুতি বা আপুনি সঁচাকৈ এগৰাকী বহুত ভাল মানুহ হয়।❤️
বহুত ভাল লাগিল ।দুয়োগৰাকী মোৰ favorite অভিনেত্ৰী ।তাতে যোৰহাটৰ ।মইও যোৰহাটৰ ।বুন ভালনে ❤❤
Hahokhi spostabadi prastuti bajoni morom jonaisu. 😘😘❤❤ Hiyar kothaburu bohut metuerd . Bhal lagil. 👌👌
Bohut hikilu de aji, thanks bornali pujari and prastuti parashar
Nice interview.... My favorite Assamese actress Prashtuti baa....😘
মা সদায় মা হয়.....শব্দৰে / ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি... বৰ্নালী বা.. আপোনাক "সৰু বোৱাৰী" ত প্ৰথম দেখাৰ পৰা বহুত ভাল পাওঁ... আজি বহুত বছৰৰ পিছত দেখিলো... বহুত মৰম পঠালো😘😘😘😘
Hosai bohut thank u pink city ajir program tur pora bohut encourage holu...
খুব ভাল লাগিল অনুষ্ঠানটি। হিয়া লৈ বহুত মৰম 💕
Bahut natun kotha sikilbo parilo,bhal lagil dhoinyabad.
Aji show to sai buhut Val lagil Bonali ba
Bohut vl lagil....Hiya I love u 😘😘😘😘😘😘😘😘
Interview to sai bohut val lagil 👌👍Really true and nice discussion 🥰🥰Hiya s soul and mind is soooo beautiful...Go ahead 👍🙏🙏🥰🥰
Emn hundor kotha koise...bohut bohut besi Val lagil😘😘😘
Bht besi vl lagil
Mak jiyekor bonding tu sai bohut val lagile
all time my fvrt protuti ba.....love u prostuti ba n hiya.......
My all-time favourite actress prastuti parashar ❣️.. she is the pride of Assam
Hiya is so cute nd smart girl🥰🥰😘😘🤗🤗👍👍👍👍👍👍👍
My name is also Hiya
Hiya ru prastuti ba k bht vl lage.... ❤❤❤❤❤❤❤
Bohut val lagil
নমস্কাৰ গ্রহণ কৰিব🙏🙏🙏। বৰ্ণালী বা, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনে এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে। বা, আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও জানিব বিচাৰোঁ লগতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাকো এই অনুষ্ঠানটোৰ অতিথি কৰিব নোৱাৰেনে...???, আনিবচোন পাৰিলে। বৰ্ণালী বা, আপুনি এই অনুষ্ঠানটোৰ অতিথি হৈ আহিলে আৰু ভাল লাগিব, আপোনাৰ পৰা আপোনাৰ জীৱনৰ নানান কথা জানিব পাৰিলোঁ হয়। আহিবচোন। সদৌ শেষত আটাইলৈ নমস্কাৰ জনাইছোঁ... 🙏🙏🙏।
সুন্দৰ অনুষ্ঠান, ভাল লাগিল।❤️❤️❤️
really prastuti baa onscreen jnekwa offscreen o tnkwa... bht besi vl lge.. lv u baa
Video2 sai bhut vl lagil. Love you Hiya...😘😘😘
Aponalok boyokh borhar loge loge dhunia hoi goise besi ke ❤️
মই ভালপোৱা প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤
All time favorite prostuti ba ❤️❤️
Khub bhal lagil episode tu sai
Bahut val lagil
তিনি গৰাকীয়ে মোৰ খুব বেছি প্ৰিয় ।
তাই সচাঁকৈয়ে এজনী ভাল মানুহ হ'ব, বহুত মৰম হিয়া!! ❤️❤️
Bohut val lagise.....❤️
Bhut bhal lagil interview tu sai bhut nojona khotha hikibo palu aai interview tur pora my best wishes for pink city channel 🙏🙏
Hiya is a wonderful human being. Congratulations to her parents for raising her such wonderfully 😊
Val lagil. Hiya loi morom jasilu.mur suwali u hiya r logore
বা তোমাৰ আৰু ছোৱালী কথা শুনি বহুত ভাল লাগিল 🙏🏻🙏🏻🤗🤔
Hiya k bohut morom lge... kotha bur emn horol koi koise tai.. mon sui goise.. lgte prstuti baa k bohut vl pau vl lge 💝💝💝
Sosakoi vl lagil sai❣❣❣
Such a sweet bond shared amongst both... সঁচাকৈয়ে অভিভূত কৰি তোলে হেজাৰ বিজাৰ কেতুৰিৰ মাজত একোডোখৰ আদাই ,, খালি কেতুৰিৰ বিননি নিবিনালেই হল খিয়ালৰ শেলডালে বুকুত নিবিন্ধিলেই যথেষ্ট নহয়নে জনাজনি জনাজাত অঁৰিয়াঅঁৰি ফেৰিয়াফেৰি খিয়লাখিয়ালি হতাহতি
অনুষ্ঠানটো চাই ভাল লাগিল।
Bhut val lagil ❤️
সঁচাই বহুত ভাল লাগিল 😘😘
Bohut val lagile💕💕
Sooo cute maa beti...I love u soooo much my dear 💞😊
ভাল লাগিছে 😮😊
Wow Mojaaa laagil.. I love you Hiya 😍
Apunar kotha bur bor val lage o ba u r best
মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤️উৎপল দা আৰু দিবৌজ্যোতি দা ক মাতিবচোন..!! অতিথি হিচাপে
khub bhal lagil❤
সঁচাই বহুত ভাল লাগিল বা❤❤
#foodwithmood বহুত ভাল লাগিল
🙏🙏Bhaal lagil dei.. Lina aru chumkir logot 2mar kotha ulai ketiyaba.. Aamar movie lakhimi ahi ase wish koriba
Bhal onusthan ❤️ from Rangia
Val lagil sai...👍👍
Hosakoi val lgl😊
Bht vl lagil sai🥰
Nice video ba hiya love you 💞💞
My name is also hiya
Sai val lagil 👍..my one of the favourite actress prastuti ba 🤍🖤
Vl lgil.. 😚🙂
Bahut bahut val lagil❤️❤️
Prastuti ba always love you❤
Love you prastuti baa and hiya♥️♥️
বহুত ভাল লাগিল
All time favorite prostuti baa.
সুন্দৰ অনুষ্ঠান। ভাল লাগিছে।
waw both of u ❤❤❤❤❤❤
NYC video 🥰🥰😘
Val lgla
My favorite actress... Glad to see you in this show... 😍
Love you prastuti ba
Bht wait kra past finally pai golu
My fav. Actor.....😘
Hosa kotha
Such a beautiful and warm relationship ❤️❤️❤️❤️
বহুত বেছি ভাল লাগিল ।
I'm 17 and still my mom can't sleep without me 😅♥️ and me too ...
Vl lgl ❣️
প্ৰস্তুতিবা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে ব্যক্তিত্বসম্পন্ন নাৰী। হিয়া বৰ মৰমলগা আৰু জ্ঞানী ছোৱালী।বৰ্ণালীবাকো বৰ ভাল লাগে।
বহুত ভাল লাগে প্ৰস্তুতি বা'ক😘
Vl lgse ba
Waow
সুন্দৰ অনুষ্ঠান বৰ্নালী বা , pink city ৰ এটা অনুষ্ঠান ত আতধৰোতা নহয় অতিথি হিচাপে আপোনাক বিচাৰো ! আপোনাৰ ব্যক্তিগত তথা বৃত্তিগত জীৱনৰ কথাবোৰ জানিব বিচাৰো ৷
Good
@@resminakhtar1952 ভাল লাগিছে
Bornali baar kotha kua style Tu bohut val lage... Bohut down to earth Jen lage Bornali baak 🥰❤️ baki val lagil Prostuti baa Ru Hiyar kothakhini xuni.
Hiya lv u
মোৰ ছোৱালীজনীও মোৰ হিয়াৰ আমঠু।
Khub vl lagile
Prastuti ba is really a good human being i have seen before.
Love this intrvew.love u hia
Hiya...lv you sistr😘😘😘
One of the best episode ❤
M...
খুব ভাল লাগিল
Hiya so beautiful ❤️❣️
Khub bhalagile❤❤
Vry nice gaytri mohanta interview lge ba
Hiya bhut smart dei
❤❤❤❤❤❤
Too cute❤️❤️
Hiya so cute ❤️❤️
বহুত ভাল লাগিল প্ৰস্তুতি বা আৰু হিয়াৰ কথা শুনি👌😘❤️ প্ৰস্তুতি বাক আকৌ আপোনাৰ ইয়াত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ ।।প্ৰস্তুতি বাৰ কথাবোৰ শুনি ইমান ভাল লাগে যে তেওঁ কথাকৈ থাকিলে শুনিয়েই থাকিব মন য়ায়,আমনি নালাগে।তেওঁক চালে চাই থাকিব মন যায়। বহুত বেছি ভাল পাওঁ প্ৰস্তুতি বাক😘😘😘😘😘❤️❤️❤️❤️❤️
হিয়াই বৰ ভাল কথা এটা ক'লে।প্ৰস্তুতি বা সঁচাই অফ স্ক্ৰীণো একেই।যোৰহাটত অলপ সময় লগ পাই মই সেইটো অনুভৱ কৰিছিলোঁ।
প্ৰস্তুতি বা আপুনি সঁচাকৈ এগৰাকী বহুত ভাল মানুহ হয়।❤️
বহুত ভাল লাগিল ।দুয়োগৰাকী মোৰ favorite অভিনেত্ৰী ।তাতে যোৰহাটৰ ।মইও যোৰহাটৰ ।বুন ভালনে ❤❤
Hahokhi spostabadi prastuti bajoni morom jonaisu. 😘😘❤❤ Hiyar kothaburu bohut metuerd . Bhal lagil. 👌👌
Bohut hikilu de aji, thanks bornali pujari and prastuti parashar
Nice interview.... My favorite Assamese actress Prashtuti baa....😘
মা সদায় মা হয়.....শব্দৰে / ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি... বৰ্নালী বা.. আপোনাক "সৰু বোৱাৰী" ত প্ৰথম দেখাৰ পৰা বহুত ভাল পাওঁ... আজি বহুত বছৰৰ পিছত দেখিলো... বহুত মৰম পঠালো😘😘😘😘
Hosai bohut thank u pink city ajir program tur pora bohut encourage holu...
খুব ভাল লাগিল অনুষ্ঠানটি। হিয়া লৈ বহুত মৰম 💕
Bahut natun kotha sikilbo parilo,bhal lagil dhoinyabad.
Aji show to sai buhut Val lagil Bonali ba
Bohut vl lagil....Hiya I love u 😘😘😘😘😘😘😘😘
Interview to sai bohut val lagil 👌👍
Really true and nice discussion 🥰🥰Hiya s soul and mind is soooo beautiful...Go ahead 👍🙏🙏🥰🥰
Emn hundor kotha koise...bohut bohut besi Val lagil😘😘😘
Bht besi vl lagil
Mak jiyekor bonding tu sai bohut val lagile
all time my fvrt protuti ba.....love u prostuti ba n hiya.......
My all-time favourite actress prastuti parashar ❣️.. she is the pride of Assam
Hiya is so cute nd smart girl🥰🥰😘😘🤗🤗👍👍👍👍👍👍👍
My name is also Hiya
Hiya ru prastuti ba k bht vl lage.... ❤❤❤❤❤❤❤
Bohut val lagil
নমস্কাৰ গ্রহণ কৰিব🙏🙏🙏। বৰ্ণালী বা, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনে এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে। বা, আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও জানিব বিচাৰোঁ লগতে বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাকো এই অনুষ্ঠানটোৰ অতিথি কৰিব নোৱাৰেনে...???, আনিবচোন পাৰিলে। বৰ্ণালী বা, আপুনি এই অনুষ্ঠানটোৰ অতিথি হৈ আহিলে আৰু ভাল লাগিব, আপোনাৰ পৰা আপোনাৰ জীৱনৰ নানান কথা জানিব পাৰিলোঁ হয়। আহিবচোন। সদৌ শেষত আটাইলৈ নমস্কাৰ জনাইছোঁ... 🙏🙏🙏।
সুন্দৰ অনুষ্ঠান, ভাল লাগিল।❤️❤️❤️
really prastuti baa onscreen jnekwa offscreen o tnkwa... bht besi vl lge.. lv u baa
Video2 sai bhut vl lagil. Love you Hiya...😘😘😘
Aponalok boyokh borhar loge loge dhunia hoi goise besi ke ❤️
মই ভালপোৱা প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤
All time favorite prostuti ba ❤️❤️
Khub bhal lagil episode tu sai
Bahut val lagil
তিনি গৰাকীয়ে মোৰ খুব বেছি প্ৰিয় ।
তাই সচাঁকৈয়ে এজনী ভাল মানুহ হ'ব, বহুত মৰম হিয়া!! ❤️❤️
Bohut val lagise.....❤️
Bhut bhal lagil interview tu sai bhut nojona khotha hikibo palu aai interview tur pora my best wishes for pink city channel 🙏🙏
Hiya is a wonderful human being. Congratulations to her parents for raising her such wonderfully 😊
Val lagil. Hiya loi morom jasilu.mur suwali u hiya r logore
বা তোমাৰ আৰু ছোৱালী কথা শুনি বহুত ভাল লাগিল 🙏🏻🙏🏻🤗🤔
Hiya k bohut morom lge... kotha bur emn horol koi koise tai.. mon sui goise.. lgte prstuti baa k bohut vl pau vl lge 💝💝💝
Sosakoi vl lagil sai❣❣❣
Such a sweet bond shared amongst both... সঁচাকৈয়ে অভিভূত কৰি তোলে হেজাৰ বিজাৰ কেতুৰিৰ মাজত একোডোখৰ আদাই ,, খালি কেতুৰিৰ বিননি নিবিনালেই হল খিয়ালৰ শেলডালে বুকুত নিবিন্ধিলেই যথেষ্ট নহয়নে জনাজনি জনাজাত অঁৰিয়াঅঁৰি ফেৰিয়াফেৰি খিয়লাখিয়ালি হতাহতি
অনুষ্ঠানটো চাই ভাল লাগিল।
Bhut val lagil ❤️
সঁচাই বহুত ভাল লাগিল 😘😘
Bohut val lagile💕💕
Sooo cute maa beti...I love u soooo much my dear 💞😊
ভাল লাগিছে 😮😊
Wow Mojaaa laagil.. I love you Hiya 😍
Apunar kotha bur bor val lage o ba u r best
মোৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি বা❤️
উৎপল দা আৰু দিবৌজ্যোতি দা ক মাতিবচোন..!! অতিথি হিচাপে