বিশ্ববাসীৰ বাবে এতিয়া চিনাকি নাম হৈ পৰিব অসম!

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • বিশ্ববাসীৰ বাবে এতিয়া চিনাকি নাম হৈ পৰিব অসম! ৩০ হাজাৰ অসমীয়া যুৱক যুৱতীক অসমতেই চাকৰি দিব টাটাই৷ টাটা কোম্পানীক ভূমি হস্তান্তৰ কৰিলে মৰিগাওঁবাসীয়ে
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 588

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Місяць тому +169

    সেই গৰাকী মহান মনিষী ৰতন টাটালৈ আমাৰ তৰফৰ বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ৰতন টাটাৰ দৰে মহান মনিষী গৰাকীৰ পৰা আম্বানী,আদানী আদি পুঁজিপতি সকলে শিক্ষা লোৱা উচিত। ৰতন টাটাৰ লগত এই সকল বৃহৎ পুঁজিপতিৰ কোনো তুলনা নহয়।❤❤❤ ভগৱানে তেওঁৰ কুশল কৰক। শেষত তেওঁৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো। ❤❤❤

  • @DipenkarNath
    @DipenkarNath Місяць тому +406

    ৰতন টাটাৰ লগত মুকেশ আম্বানীৰ
    তুলনা নহয়।অসমৰ প্ৰতি ৰতন টাটাৰ অৱদান অনবদ্য।

    • @mohiruddin1328
      @mohiruddin1328 Місяць тому +8

      Right

    • @rajeshhazarika1663
      @rajeshhazarika1663 Місяць тому +27

      আম্বানি ত এটা মহা ডকাইত হয় কেলা😡

    • @BenudharBorah-ie2dn
      @BenudharBorah-ie2dn Місяць тому +8

      Aambani hol luteraj

    • @iyarmahammad6891
      @iyarmahammad6891 Місяць тому

      8: 8:51 ooo oo 9:06 o 9:11 ooo 9:o ol oooooooooooooooooooooooooooooooooooo 9:11 ooo9ooooooooooooooooooo 9:11 ooooooooo ooo oooo ooooo 8:35 ​@@mohiruddin13288:01 8:07 8:11 8:13 8:21 8:24

    • @kalpanadeka6201
      @kalpanadeka6201 Місяць тому +4

      আম্বা নিয়ে কিনে নেকি?

  • @Musicplanet369
    @Musicplanet369 Місяць тому +138

    শ্ৰদ্ধাৰে ছাৰ ৰতন টাটালৈ এটা লাইক ❤👍

  • @dipdas6045
    @dipdas6045 Місяць тому +28

    এই সুখবৰ টোৰ কাৰণে ভাৰতৰ মহানব্যক্তিজনলৈ কোটি কোটি নমন 🙏🙏🙏❤

  • @bhabengogoi4634
    @bhabengogoi4634 Місяць тому +145

    এতিয়া অসমৰ লৰা ছোৱালী বোৰে সংস্থাপন পোৱাটো কামনা কৰিলো ।

    • @user-qq5fr1fv2f
      @user-qq5fr1fv2f Місяць тому +6

      এইজনা ব্যক্তিক শতকোতি প্ৰনাম🙏 🙏 ৷

    • @mujiburhussain3294
      @mujiburhussain3294 Місяць тому +2

      পাব যানো দাদা চাকৰি

    • @bhabengogoi4634
      @bhabengogoi4634 Місяць тому

      @@mujiburhussain3294 দেখা যায় কি হয়,,,

  • @mrinalmedhi8346
    @mrinalmedhi8346 Місяць тому +56

    মহামানৱ ৰতন টাটাক ভাৰতৰত্ন প্ৰদান কৰিব লাগে, ভগৱানে এই মহান ভাৰতীয় জনক জীৱিত অৱস্থাত ভাৰত ৰত্ন দিব লাগে।

    • @BUDHU-27
      @BUDHU-27 Місяць тому +7

      হয়। এয়া প্ৰত্যেক ভাৰতীয়ই বিচাৰে। তেখেতক জীৱিতকালত ভাৰত ৰত্ন দিয়াটো দেশৰ দায়িত্ব।

    • @rumibaishya302
      @rumibaishya302 Місяць тому +1

      হয়

    • @user-xr2vz6bt5p
      @user-xr2vz6bt5p Місяць тому

      ভাৰত ৰত্ন প্ৰদান কৰিছিল ভাৰত চৰকাৰে তেখেতে গ্ৰহণ কৰা নাই।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Місяць тому +37

    ৰতন টাটা দেৱলৈ শতকোটি প্ৰণাম।এই মহান ব্যক্তিজনক ভগৱানে সু স্বাস্থ্যৰ লগতে দীঘায়ূ প্ৰদান কৰক তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @manjitman2384
    @manjitman2384 Місяць тому +22

    খুব সুন্দৰ খবৰ মৰিগাঁও বাসী , অসম বাসী হিচাপে আজি গৌৰম্বাদিত ❤❤ বহুত বহুত ধন্যবাদ জনালোঁ ৰতন টাটা ডাঙৰীয়া লগতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লৈ🙏🙏🙏

  • @himangshugayan522
    @himangshugayan522 Місяць тому +20

    ঈশ্বৰে তেওক দীৰ্ঘায়ু কৰক......🙏🙏

  • @akshaykumarphukan6612
    @akshaykumarphukan6612 Місяць тому +13

    সুন্দৰ খবৰ অসম বাখিৰ বাবে। নক্ষত্ৰ তুল্য ব্যক্তি শ্ৰদ্ধাৰ ৰতন টাটা ডাঙৰীয়ালৈ কোটি কোটি বাৰ ধন্যবাদ জনাইছো 🙏🏻 আপুনি আৰু জিলিকক ছাৰ আৰু আপুনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🏻🙏🏻😍

  • @nirupoma5935
    @nirupoma5935 Місяць тому +77

    Ratan Tata jindabad🙏One of the great man in the world.

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 Місяць тому +10

    ভাল মানুহৰ ভাল কাম....অসমীয়াই সুযোগ পালে হয়।❤❤❤

  • @himusgamingvlogs2082
    @himusgamingvlogs2082 Місяць тому +12

    মাননীয় ৰতন টাটা মহোদয়ক অশেষ ধন্যবাদ জনাইছো । পিছে যি ৩০ হাজাৰ নিবনুৱা ই সেই প্ৰকল্প ত কৰ্মসংস্হাপন পাব বুলি কৈছে সেই নিবনুৱা সকলৰ ৮০% ই অনা অসমীয়া নহলেই হল । কাৰন ইতিমধ্যে অসমত যি সমুহ ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠিছে সেই সমুহত অনা অসমীয়া কৰ্মচাৰী ৰ দপদপনি বেছি। সেই উদ্যোগ সমুহে প্ৰথম অৱস্থাত অসমীয়া যুৱক যুৱতীক কৰ্মসংস্হাপন দিম বুলি কৈছিল, কিন্তু পিছলৈ তেনে নকৰি অনা অসমীয়াক হে সংস্থাপন দিছে ।

    • @adipurush6623
      @adipurush6623 Місяць тому +6

      আপুনি যদি নিজে এটা ফেক্টৰী start কৰে আপুনি নিজেও অসমৰ মানুহক কামত নাৰাখিব । ৰাখিবনো কিয়? দুদিনমান কাম কৰি Union বনাব? কাম কৰে কম সাধা, বিড়ি খাব বেছি । কাম শিকিবৰ ইচ্ছা নাই । দক্ষতা বৃদ্ধিৰ চিন্তা নাই । কেৱল union আৰু দম দাদাগিৰী । সেয়েহে অসমীয়া সকলে নিজে industry বনালেও অসমৰ মানুহক নাৰাখে আৰু এইটো মই মোৰ নিজৰ experiance ৰ পৰা কৈ আছো ।
      আমাৰ লৰা-ছোৱালী কৰ্মসংস্কৃতি আৰু কামৰ প্ৰতি থকা দায়বদ্ধতা সচাঁকৈ বহুত কম । নহলে কোনো মালিকে নিবিচাৰে ঘৰৰ ওচৰত থকা লৰা ছোৱালী কেইটাক কাম নিদি বাহিৰৰ ৰাজ্যৰ লৰাক বেছি দৰমহা দি ৰখাৰ।

    • @User60here
      @User60here Місяць тому

      ​@@adipurush6623 Theek koisa tumi.. eyat kiba utsob eta holei kaam koriboloi pahori jai prai bhag manuhe. Aru eitu ami maniu lobo laage je jak ami ona oxomiya buli koi thaku teuluke bohut kaam koribo jaane

  • @satyabaruah5400
    @satyabaruah5400 Місяць тому +32

    উজ্জ্বল নক্ষত্ৰ স্বৰূপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ উন্নয়ন সম্বৃদ্ধীশালি কৰিব বিচৰা মাননীয় ৰতন টাটা মহাশয়এই দুই গৰাকী মহান মনিষীলৈ অশেষ ধন্যবাদ ,দুয়ো গৰাকীকে ভগৱানে মংগল কৰক দীৰ্ঘায়ু কৰক এয়ে মোৰ ভগৱানৰ ওপৰত প্ৰাৰ্থনা ।

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw Місяць тому +29

    তথাপিও আমাৰ ! চৰকাৰে আম্বানীৰহে গুন গাব ।ৰতন টাটাদেৱলৈ গমোছাএখনৰো অভাৱ হয়। কাৰন তেখেতৰ ওচৰত দালালবোৰে সুবিধা নাপায় ।আমি তেখেতৰ সু দীঘায়ু কামনা কৰিছো।ৰতন চাহাব জীন্দাবাদ ।

    • @dhritirekhadas2757
      @dhritirekhadas2757 Місяць тому +4

      চেমি কন্দাক্টৰ প্ৰকল্প অসম চৰকাৰৰ চেষ্টাতে ৰতন টাটাই গ্ৰহণ কৰিছে ৷

    • @Bingoooo605
      @Bingoooo605 Місяць тому +3

      Semiconductor project tu Assam govt r under te ana hoise..okol sorkar k criticise e kori thakibi aru.. congress e ki dile aji loike?

    • @TECHpost
      @TECHpost Місяць тому +4

      Ambani congress r dinotey dhoni hol ako😂😂😂 modi 2014 t hey PM hoise…. Baki 60years Congress r asil government 😂😂😂

    • @TECHpost
      @TECHpost Місяць тому +1

      @@Bingoooo605 aji kali poisa ghoti dhoni hoi hadharon ke thakile manuhe val pai…. ru jiman poisa ghotile sob dukhia k dibo lagey 😂😂 karon hei jon hey prokit manuh congresi bure koi………

    • @debashishchakraborty2401
      @debashishchakraborty2401 Місяць тому +1

      Ratan Tatak axom sarkare bohut bohut shraddha ooo kritaigyata gyapan korise.gamusa CM a nije going pindhai ahise dada.

  • @ranjitbora734
    @ranjitbora734 Місяць тому +20

    অসমৰ পৰা আমবানি/আদা নিয়ে চুচিছে, কিন্তু টাটাই অসমক দিব খুজিছে। প্ৰসংশনীয় পদক্ষেপ।

    • @KulenGogoi
      @KulenGogoi Місяць тому +2

      তোমাৰ শিক্ষা একেবাৰে কম যেন লাগিছে

    • @mainaborah6592
      @mainaborah6592 Місяць тому +1

      ​@@KulenGogoitur akw ki jolile selkhowa

    • @rupjyotisaikia1789
      @rupjyotisaikia1789 Місяць тому

      Ki susile,,,

    • @sumu1453
      @sumu1453 Місяць тому

      Ki suisise koba sn

  • @stupid-bs1ym
    @stupid-bs1ym Місяць тому +3

    অতি সুন্দৰ পদক্ষেপ সন্মানীয় টাটা লৈ সহ শ্ৰদ্ধ প্ৰণাম জনাইছো।

  • @______________Ss23
    @______________Ss23 Місяць тому +7

    TATA ji অমৰ হৈ থাকক❤

  • @user-xw2sz7hr2w
    @user-xw2sz7hr2w Місяць тому +17

    Ratan Tata is the Real businessman hero in our India. No other cruel business men can not take any steps like him. Jai ho Ratan Tata. Jai Hanuman. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Dhruvrathee_fanclubb
    @Dhruvrathee_fanclubb Місяць тому +10

    আম্বানি এ কামাখ্যা মন্দিৰ ত kg kg gold দান কৰে আৰু
    ৰতন টাটা ই 5 খন cencer hospital..........this is the difference between great tata and Ambani ❤❤❤

    • @User60here
      @User60here Місяць тому

      Ambani e jaane Tak manuhe hate aru troll koribo buli xei karone dhormor naam loi baasi ase

  • @gunakantabaruah6243
    @gunakantabaruah6243 Місяць тому +9

    এই পদক্ষেপ এক নতুন প্ৰচেষ্টা। ইমান দিনে জাগীৰোডৰ এই ধৰণৰ প্ৰকল্প উত্তৰ পূবত নাই। আনুসংগিক ভাবে ইয়াৰ গইনা লৈ যি বিলাক উদযয়োগ গঢ়ি উঠিব তাৰ বাবে সমুহ জাগীৰোড বাসীৰ পৰুক্ষভাবে লাভবান হ'ব। বেয়াকৈ দুৰ্নীতি ও শোষণৰ কৱলত স্বাধীনতাৰ পাছত হৈ উঠা ৩ টাকৈ উদয়োগে মানুহৰ আশা চুৰমাৰ কৰিলে।ই বিগত চৰকাৰে আওকাণ কৰা ফলত উদ্ভৱ হ'ল। একেবাৰে বিয়তিগত ক্ষেত্ৰত নিৰ্মাণ হ'ব লগা কোম্পানীত পাৱতগজা চৰকাৰী দালালৰ জবনিকা হ'ল।

  • @debajanikalita1461
    @debajanikalita1461 Місяць тому +1

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু অভিনন্দন জনালো

  • @dipikakhound7805
    @dipikakhound7805 Місяць тому +2

    ৰতন টাটা দেবলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লগতে অসমত ইমান ডাঙৰ এটা প্ৰকল্প গঢ়ি তোলাৰ সংকল্প লোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏💖

  • @nandeswartaye805
    @nandeswartaye805 Місяць тому

    অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰতন টাটা ছাৰ আপুনি অসমৰ বাবে প্ৰণাম কৰিছোঁ যুগ যুগ জীয়াই থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🙏🏼🙏🏼🙏🏼👍🏼

  • @kalpanadeka6201
    @kalpanadeka6201 Місяць тому +7

    এনেকুৱা সোণৰ দৰে মানুহ পৃথিবীয়ে বিচাৰে

  • @gautamnarayangoswami4812
    @gautamnarayangoswami4812 Місяць тому +1

    মহান ব্যক্তি টাটা দেবলৈ কোটি কোটি প্ৰণাম

  • @putumoniburagohain871
    @putumoniburagohain871 Місяць тому +2

    মহান ব্যক্তি জনক নমন জনাইছো।

  • @shymantajyotidas4929
    @shymantajyotidas4929 Місяць тому +14

    Protijon Assambasi aru Bharityar hredoyot jiyai thankibo apuni🙏🙏🙏

  • @pranjalgogoi1297
    @pranjalgogoi1297 Місяць тому

    Good sir আপোনি ভালে থাকক আপোনা দৰে মানুহক বহুত প্ৰয়োজন

  • @pranabchowdhury941
    @pranabchowdhury941 Місяць тому +5

    অকল অসমীয়া যুৱক যুৱতীয়ে পোৱাতো বিচাৰোঁ....

    • @kuldeepsarania8599
      @kuldeepsarania8599 Місяць тому

      Amar axomia manuh bilakor janu aikhini knowledge ase.. china aru America..r engineer he anibo lagibo jen paisu dei.

    • @paragdas7692
      @paragdas7692 Місяць тому

      Aru cina usa. Ama akhomia manuh bahute ​ai kamot nijukti hoi ase...@@kuldeepsarania8599

  • @JayPegu321
    @JayPegu321 Місяць тому +1

    তেখেতক ধন্যবাদ।।।❤❤❤

  • @sarmahrupali
    @sarmahrupali Місяць тому

    মহান ৰতন টাটা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালো।

  • @GiriDas-o4r
    @GiriDas-o4r Місяць тому

    Sir apunak bahut bahut Dhanyabad

  • @bhadreswardeka1695
    @bhadreswardeka1695 Місяць тому

    God bless you. Sir. অসমতো এনেকুৱা বহুত কৰৰ প্ৰতি আছে। কিন্তু ______
    .

  • @BabluAcharjee-yq4rx
    @BabluAcharjee-yq4rx Місяць тому

    Hearty salute to the great Sir Ratan Tata Sir, we are proud that Ratan Tata, all the people of Assam support him and our country is shining the new Assam. Thank you very much, great sir, Ratan Tata, thank you very much🙏🫡🫡🫡🫡🇮🇳🇮🇳🇮🇳🇮🇳👍👍👍👍❤️❤️❤️🤗🤗✊✊✊✊ JAI HIND JAI AAI ASOM

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 Місяць тому +15

    Congratulations MR Ratan Tata ji

  • @krishnakantanath4699
    @krishnakantanath4699 29 днів тому

    prosperious Development &Bright Future for NATION

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Місяць тому +6

    অনুগ্ৰহ কৰি অসমৰ যুৱক যুৱতী চাকৰি দিব বুলি আশা কৰিলো তেতিয়া হে ৰটন টাটা ক অসমৰ বাবে ভাল কৰিলে বুলি কোৱা হব

    • @KulenGogoi
      @KulenGogoi Місяць тому +1

      তোমাক ঘোৰ কংগ্ৰেছী যেন লাগিছে😅😅😂😂

    • @manjitman2384
      @manjitman2384 Місяць тому

      Already অসমৰ বহু লৰা ছোৱালী এতিয়া ট্ৰেইনিং লৈ আছে বাংগালোৰত ইয়াৰ কাৰণে

    • @ridhima2417
      @ridhima2417 Місяць тому +2

      Skill লাগিব চাকৰিৰ কাৰণে আবেগ নহয়। ইয়াত charity ৰ কাৰণে খোলা নাই উদ্যোগৰ কাৰণে খুলিব,, উদ্যোগ আবেগত নচলে

  • @adityakalita5560
    @adityakalita5560 Місяць тому +2

    অসমৰ অদক্ষ ল'ৰা ছোৱালতকৈ বহিঃৰাজ্যৰ দক্ষ মানুহেহে চাকৰি লাভ কৰিব।

    • @Bingoooo605
      @Bingoooo605 Місяць тому

      Thik koise..asomiya hupak di lav nai..hihoti akou congress ke vote dibo.khai pat fola

  • @Danirojasfc6
    @Danirojasfc6 Місяць тому

    সচাঁই অতি সুন্দৰ পদক্ষেপ। 🙏

  • @kumudbaruah2001
    @kumudbaruah2001 Місяць тому +29

    হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ৰতন টাটা জিন্দাবাদ। ছেমিকন্ডাকটৰ উদোগৰ ভবিষ্যৎ উজ্জ্বল হওক।

    • @dipjyotidas2039
      @dipjyotidas2039 Місяць тому +4

      Himantar naamtu lola j kio

    • @PankajJyotiBora25
      @PankajJyotiBora25 Місяць тому +4

      ​@@dipjyotidas2039tata company axomoloi ahiboloi himanta biswaye jur korute ahise

    • @bhaitygaming8578
      @bhaitygaming8578 Місяць тому +2

      Ball nki

    • @tarundeka8847
      @tarundeka8847 Місяць тому

      @@dipjyotidas2039 Jua 2006 -2016 TARUN GOGOI GOVERNMENT

    • @tarundeka8847
      @tarundeka8847 Місяць тому +2

      @@dipjyotidas2039 Jua 2006 - 2016 loi TARUN GOGOI Government r eta dangar project r kaam karisil ? SIR RATAN TATA sir a DIBRUGARH ke dhori 5 khan koi CANCER HOSPITAL udbudhan kari gol . 1962 r para Ji Congress a SARAIGHAT BRIDGE para ditiya khan bridge banab nuarile , GUWAHATI , DIBRUGARH UNIVERSITY pasat aru kunu university nahol , GUWAHATI, DIBRUGARH aru SILCHAR r pasat akhanu MEDICAL COLLEGE banab nuarile bah re bah ??? 2006 -2016 t pratidine CONGRESS a 5000 BANGLADESHI Asomat anile .

  • @adritagogoi2088
    @adritagogoi2088 Місяць тому

    ৰটনটাটাক অশেষ ধন্যবাদ তেখেতৰ মহানুভৱতাক আদৰনি জনাইছো

  • @nirensaikia7017
    @nirensaikia7017 Місяць тому +1

    Heartwarming news. Heartfelt thanks to philanthropist industrialist Mr. Ratan Ji and wishing his good health and long life. 🙏

  • @pabinsarma2989
    @pabinsarma2989 Місяць тому +1

    মাননীয় ৰতন টাটা মহোদয় লৈ বহুত ‌বহুত‌‌ ধন্যবাদ জনালো

  • @Shm995
    @Shm995 Місяць тому

    Good step... thank you so much Ratan sir....atiya bohuto lora suwaliye nijukti pabo.... really you are one of the great man in the world...

  • @ranjitawary5293
    @ranjitawary5293 Місяць тому +2

    A man with a Big Heart...❤

  • @raihanalam2019
    @raihanalam2019 Місяць тому +31

    অসমৰ লৰাছোৱালী নাপাই চাকৰি। বাহিৰৰ পৰা আনিব।

    • @tarundeka8847
      @tarundeka8847 Місяць тому +9

      1000 assamese girls ALREADY BANGALORE t trainig loi ase .

    • @rajeshhazarika1663
      @rajeshhazarika1663 Місяць тому +11

      হয় তহঁত গেদাৰ তাত পাৰমিশন নাই😂

    • @axomcinematic2606
      @axomcinematic2606 Місяць тому

      ​@@tarundeka8847 aapunar usrt sn bht Vitoruwa tathiya jugut hoi aase😂

    • @raihanalam2019
      @raihanalam2019 Місяць тому

      @@tarundeka8847 100 ta sakori olale tare 20 ta pabo, Val post bilak Bahirr lorak Dibo

    • @hindusigma
      @hindusigma Місяць тому +4

      ​@@rajeshhazarika1663 geda bhagwao desh bachao....

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp Місяць тому +3

    Mr ratan tata ji great person alllah always bless you❤

  • @rupapegu123
    @rupapegu123 Місяць тому

    Thanks for yr great initiative for Assam and Assamese people 👏

  • @gogonamusic6986
    @gogonamusic6986 Місяць тому +2

    ৰতন টাটা great

  • @mintumonidaskonwar2609
    @mintumonidaskonwar2609 Місяць тому

    Bohut bohut dhoniybad jonaisu 🙏 Sir .akhomor lora suwali bilake subidha pab

  • @Assamfffgemaer
    @Assamfffgemaer Місяць тому

    Love from Assam ❤

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee Місяць тому

    মামাই টাটাৰ লগত মিলি এটা উল্লেখযোগ্য প্ৰতিষ্ঠান অসমক উপহাৰ দিলে।আগৰ মামা বিলাকে এনেকুৱা মহৎ কাম কৰা নজিৰ নাই। কথা হল বেছি ভাগ চাকৰি যাতে অসমীয়া ডেকা গাভৰুৱে পায়।

  • @tribenigogoi7273
    @tribenigogoi7273 Місяць тому +2

    Salute Tata sir

  • @IkbalAhmed-om4fd
    @IkbalAhmed-om4fd Місяць тому

    When i heard for first time this song i felt very nice that time , this so beautiful song❤❤❤❤😊😊😊

  • @JunumaniDeka-h5v
    @JunumaniDeka-h5v Місяць тому

    Sir you are great.🎉

  • @user-uq8wx7ve8t
    @user-uq8wx7ve8t Місяць тому +1

    ধন্যবাদ. টাটা.মহাশয়

  • @RinkuMonikolita
    @RinkuMonikolita Місяць тому

    Thank you so much God bless you 🙏🏻🙏🏻🙏🏻

  • @Dhruvrathee_fanclubb
    @Dhruvrathee_fanclubb Місяць тому +1

    The backbone of India sir Tata

    • @Bingoooo605
      @Bingoooo605 Місяць тому

      Assam govt. Aru bharat govt.❤
      AAP(ajad Abdullah party), khangress e ajiloike enekua kam kori paise??

  • @rupaborah7988
    @rupaborah7988 Місяць тому

    You Are Great man🎉

  • @user-vg9zn3tc7z
    @user-vg9zn3tc7z Місяць тому

    Ratan Tata is really a great Indian, great hearted man . Salute to him

  • @mihinathgogoi1810
    @mihinathgogoi1810 Місяць тому +1

    লিখা আছে ‌৫১৭.২৭ বিঘা ভুমি, আৰু বাতৰি পঢ়োতে প্ৰথমতে কোৱা হৈছে "পাচঁশ সাটাইছ দশমিক দুই সাত বিঘা ভুমি । বাতৰি পঢ়োতে অলপ‌মান শুদ্ধকৈ ‌পঢ়িবলৈ যত্ন কৰিবা ।‌ অৱশ্যে অসমৰ‌ বাবে, আৰু অসমীয়া ‌নৱ‌ প্ৰজন্মৰ বাবে এটা ভাল খবৰ ।‌ শুনি ভাল পালোঁ ।

  • @bhairabmedhi9399
    @bhairabmedhi9399 Місяць тому +1

    One of the great man I the world

  • @utpoldas5513
    @utpoldas5513 Місяць тому

    Mohan bekti teo...amar mont voghawan sorup...selut Sir... always God belesing,

  • @sunishakalita53
    @sunishakalita53 Місяць тому +2

    All time favorite person Ratan Sir. ❤❤

  • @user-oo7bb8td8w
    @user-oo7bb8td8w Місяць тому

    Bohut dhuniya kotha, aaponar news sai vaal lagil

  • @krishnasaikia8555
    @krishnasaikia8555 Місяць тому +12

    Ratan tata good bless you

  • @MoinamunBhuyan
    @MoinamunBhuyan Місяць тому

    Great man.. ❤.. hodai kuxole thakok...

  • @chayanikabhagabati7555
    @chayanikabhagabati7555 Місяць тому

    মহান ব্যক্তি গৰাকী লৈ প্ৰনাম জনালোঁ।

  • @milankumarhazarika725
    @milankumarhazarika725 Місяць тому +3

    Great news...

  • @gauravgogoi5240
    @gauravgogoi5240 Місяць тому

    Lots of love and respect for Ratan Tata 💌, when everyone looks at Assam as a lower priority place for investment in industries, Ratan Tata gonna bring Assam's name in the limelight

  • @probinsaikia2641
    @probinsaikia2641 Місяць тому +1

    চৰকাৰে বা নিযুক্তিত কি ব্যৱস্থা লয়।মাটি দিয়া সকল কৰবাতে থাকি নগলে হয়।

  • @UshaChoudhury-zg5cy
    @UshaChoudhury-zg5cy Місяць тому

    Really He is a good n great Person for human being.

  • @An_Android_editor
    @An_Android_editor Місяць тому +1

    ৰতন টাটা এজন মহান ব্যক্তি।

  • @rajibchamua8490
    @rajibchamua8490 Місяць тому +3

    এতিয়া তাত কাম পোৱা টোহে মেইন কথা।

    • @KulenGogoi
      @KulenGogoi Місяць тому

      তোমাক হিমন্ত বিশ্বৰ বিৰুধী যেন পাওঁ😅😅

    • @ridhima2417
      @ridhima2417 Місяць тому

      অসমৰ বহুত ল'ৰা ছোৱালীক ইয়াৰ বাবে বেংগালুৰুত টাটাই ট্ৰেনিং দি আছে,, আৰু skill থাকিলে চাকৰি পাব। এনেই মোৰ মাটি মোৰ চিনাকিত চাকৰি নিদিয়ে

    • @rajibchamua8490
      @rajibchamua8490 Місяць тому

      @@ridhima2417 সেইটোটো সচা কথা

  • @shivamsarmah6174
    @shivamsarmah6174 Місяць тому +5

    Long live ratan Tata sir.and hemanta sir.

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq Місяць тому +2

    Long live Ratan Tata Sir. May God bless you.

  • @miranshvlogs922
    @miranshvlogs922 Місяць тому

    বহুত বহুত ধুনীয়া লাগিছে 🥰🥰🥰🥰🥰

  • @ranjitborah1647
    @ranjitborah1647 Місяць тому +1

    Ai jon mahan purukhak karu lgt tulna nakoribo . ❤❤❤❤❤

  • @manjit.sarania
    @manjit.sarania Місяць тому

    Great work Tata industry

  • @prodeepdas9024
    @prodeepdas9024 Місяць тому +3

    Mama zindabad,Modi zindabad, Ratan Tata ji ❤❤❤❤

    • @KulenGogoi
      @KulenGogoi Місяць тому

      I love you Pradeep Das❤

  • @pranjalpradipnath6355
    @pranjalpradipnath6355 Місяць тому +1

    Great sir 🙏🏼🙏🏼🙏🏼🙏🏼

  • @mohiruddin1328
    @mohiruddin1328 Місяць тому +5

    Good news

  • @dhirenkumarbora6200
    @dhirenkumarbora6200 Місяць тому

    Long live Ratan Tata !...
    Long live his aspirations !!

  • @bikrambiswah
    @bikrambiswah Місяць тому

    ঈশ্বৰে ৰতন টাটা জীক সুস্হ আৰু দীৰ্ঘায়ু কামনা কৰিলো ।

  • @user-xb3ww7dk3n
    @user-xb3ww7dk3n Місяць тому

    Most welcome Tata group..... thanks you Sri.....

  • @monjilmusic9534
    @monjilmusic9534 Місяць тому

    শ্ৰদ্ধা জনাইছো ৰতন টাটা ছাৰক।অসমৰ পৰা।

  • @parthapratimgogoi5045
    @parthapratimgogoi5045 Місяць тому +1

    My ideal ❤❤

  • @dilipsaha180
    @dilipsaha180 Місяць тому

    Very good news for us

  • @binapanichetia582
    @binapanichetia582 Місяць тому

    বহুত ভাল খবৰ,❤❤❤

  • @tonu1237
    @tonu1237 Місяць тому

    Tq Sir🙏

  • @poragjyotidutta5734
    @poragjyotidutta5734 Місяць тому +1

    সুন্দৰ

  • @surabhiboro7490
    @surabhiboro7490 Місяць тому +1

    বহুত ভাল কথা লৰা ছোৱালীৰ কাৰনে

  • @dineshsarania4834
    @dineshsarania4834 Місяць тому +1

    উৎপাদিত সামগ্ৰী বিশ্ব মানদণ্ডৰ হ'ক লগতে বিশ্ববজাৰত অসমৰ নাম জিলিকী থাকক বুলি আশা থাকিল।

  • @editerking878
    @editerking878 Місяць тому

    Proud of a indian

  • @sushantanath7822
    @sushantanath7822 Місяць тому +1

    Himanto Sir jindabad. You are great.

  • @ramayaprasadbordoloi1379
    @ramayaprasadbordoloi1379 Місяць тому

    0m,Namah ,for such great noble man in our countary.

  • @Famt-sd8di
    @Famt-sd8di Місяць тому

    ❤ সুন্দৰ প্ৰয়াস❤

  • @achyutbora8873
    @achyutbora8873 Місяць тому

    বহুত প্ৰসংশনীয় আৰু আদৰণীয় কাম

  • @bikulborah2100
    @bikulborah2100 Місяць тому

    Grand Salute to Ratan Tata ji ❤❤❤