LIVE : Assam Assembly | অসম বিধানসভাৰ অন্তিমটো দিনটোতো 'মিঞা' প্ৰসংগক লৈ উত্তাল সদন | N18L

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • LIVE : Assam Assembly | অসম বিধানসভাৰ অন্তিমটো দিনটোতো 'মিঞা' প্ৰসংগক লৈ উত্তাল সদন | N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
    #assembly #himantabiswasarma #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 28

  • @PranabPhukan-o5o
    @PranabPhukan-o5o 16 днів тому +11

    আৰু ১০ বছৰ পাছত যেতিয়া মিঞাৰ জনসংখ্যা ৪৫%ৰ পৰা ৬০% হʼব, তেতিয়া নিজকে অসমীয়া বুলি চিকৃতি দিবলৈ ভয় লগা হ'ব । সময় থাকোতেই বাংলা ভাষী মীঞাক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে । ✊জই আই অসম✊

  • @jibongogoi6940
    @jibongogoi6940 16 днів тому +16

    মিয়া শিতান বাদ্ দিয়া l
    মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈধ অবৈধ সম্পতিৰ বিষয়ে আলোচনা কৰক l

  • @AbdulRowf690
    @AbdulRowf690 12 днів тому +1

    অধ্যক্ষ জন সদায় নিৰপেক্ষ হ'ব লাগে । ধৰ্ম, বৰ্ণ, ভাষাক লৈ জাতিৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰিব নালাগে । অধ্যক্ষ জন সঠিক ন্যায় ( justice ) প্ৰদান কৰা উচিত ।

  • @prabinsutradhar5692
    @prabinsutradhar5692 16 днів тому +1

    বিধান সভাৰ মজিয়াৰ পৰা লৰালি দিনৰে কবিতা শুনি ভাল্ লাগিল লগতে কৃষক সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হল সেয়েহে বিধায়িকা শইকিয়া নী বাই দে উ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ!

  • @safiruddinahmed.8274
    @safiruddinahmed.8274 16 днів тому +3

    আগতে আপোনালোকৰ সম্পত্তি তদন্ত কৰক।চাব সব ওলাই পৰিব

  • @debenhandique9958
    @debenhandique9958 16 днів тому

    একেবাৰে সত্য কথা, ভাল প্ৰশ্নৰ কৰিছে প্ৰকৃত ৰাইজৰ প্ৰতিনিধি।

  • @debenhandique9958
    @debenhandique9958 16 днів тому +2

    এওঁ সকলো ফালটো হিচাব দি আছে, দুই এমাহৰ পাছত সকলো ধৰা পৰিব।

  • @youtubetv9392
    @youtubetv9392 16 днів тому

    চুমনক বহুত ভাল লাগিছে অসমীয়া খিলঞ্জীয়া কথা কোৱা কাৰণে ধন্যবাদ

    • @HiteshPadi
      @HiteshPadi 16 днів тому

      English besi bhal lage

  • @M.G.615
    @M.G.615 16 днів тому +1

    যিমান বোৰ চৰকাৰী আচনি ভাৰত আৰু অসম চৰকাৰে মিঞা সকলহে লাভবান হৈছে, বিশেষকৈ অসমত 60% অৱৈধ মিঞা মুছলিম বাংলাদেশীয়ে স্বাৱলম্বী হৈছে, বাকী 40% খিলঞ্জীয়া অসমীয়া হিন্দু/মূছলমানে বিভিন্ন চৰকাৰী সা-সুবিধা পাইছে।

  • @arabindachutia3948
    @arabindachutia3948 16 днів тому +1

    Road making speech Right

  • @bijoydey9117
    @bijoydey9117 16 днів тому

    Give research project to young scholars

  • @user-jq3vu6jx2n
    @user-jq3vu6jx2n 16 днів тому +1

    পি এম কিচানৰ ধন বহু অ খেতিয়কে পায় আছে।

  • @putulnath1715
    @putulnath1715 16 днів тому

    Agriculture minister মহোদয় লৈ অনুৰোধ,কিশান নিধিৰ পৰা কৃষিৰ নামত ধন লৈ কি কৰিছে অলপ নজৰ দিলে ভাল হয়।কৃষি আগ বঢ়াই নিবলৈহে সহায় কৰা হয়।খেতি কৰি যাতে দেখুৱায় আৰু সেই উৎপাদন যাতে বজাৰলৈ আহে।

  • @ujjalkonwar2859
    @ujjalkonwar2859 16 днів тому

    কেৱল মুখৰ কথাত জয় ।

  • @bimalmali4104
    @bimalmali4104 16 днів тому

    Ac bondho hobo lage

  • @purnabordoloi5992
    @purnabordoloi5992 13 днів тому

    Joi Shree Ram. Joi hindu rashtra

  • @barbhuiyaabdul78
    @barbhuiyaabdul78 16 днів тому

    CACHAR PAPER MILL TEVIVE AS EARLY PLEASE

  • @user-re5qb1nd8l
    @user-re5qb1nd8l 16 днів тому

    126 no MLA sir bolin Kai ny ni nedekhu j .

  • @arabindanath3813
    @arabindanath3813 16 днів тому

    All package goes to mmiya

  • @user-vh1oq1ew5j
    @user-vh1oq1ew5j 16 днів тому

    অস আরু মিয়া লাগি অসমত অসমিয়া হ,ল

    • @Shotgun.Commenter
      @Shotgun.Commenter 13 днів тому

      মিয়া নহয়, মিঞাহে । আনহাতে অমিয়া নহয়, অসমীয়াহে ।যা-তা ক'লে অশুদ্ধ কথা বিলাক শুদ্ধ হৈ নাযায়।

  • @highlighteditin
    @highlighteditin 16 днів тому

    গোৱালপাৰা জিলাৰ38নং পশ্চিম গোৱালপাৰা সমষ্টিৰ বামুনডাঙা প্ৰথম খণ্ডৰ পৰা আলক জাৰ ও ৰেনদু পেনধু হাচুলৈকমেও12 কি মি P W D পথ কোনো বিধায়ক মন্ত্ৰীয়ে এখন পথ দলং কৰলভদ আদি মেৰামতিও নকৰে জন সংখ্যা ফালৰ পৰা দুখ দুৰ অৱস্থা কোবায় ভাষা নাই কেতিয়া মেৰামতি কৰিব ?

  • @rofiqulislam1080
    @rofiqulislam1080 16 днів тому

    Pranab Phukan dangoriya, বাঙলাভাষী হিন্দু বঙালীক অসমলৈ আনিলে অসমীয়া হিচাপে স্বীকৃতি দিবলৈ ভয় লগা নহ'ব নেকি ??অথচ তথাকথিত মিঞা কাহানিবাই নিজৰ মাতৃভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰিছিল বাবেই আজি অসমীয়া ৰাজ্যিক ভাষা হিচাপে মান্যতা পালে!! নহ'লে অবিভক্ত কাছাৰৰ দৰে বাঙলাভাষাৰ আধিপত্য হ'লহেতেন!! অতীত বুৰঞ্জী ভালকৈ অধ্যয়ন কৰক,তেহে আচল কথা জানিব পাৰিব!