স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড।

Поділитися
Вставка
  • Опубліковано 23 гру 2024

КОМЕНТАРІ • 691

  • @manabkonwar423
    @manabkonwar423 Рік тому +100

    সাংবাদিক বন্ধু ধন্যবাদ

  • @ShreeRamMarg
    @ShreeRamMarg Рік тому +32

    সাংবাদিক সকলক ধন্যবাদ

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 Рік тому +148

    টকা খোৱা পুলিচ সন্মান নাই ইহঁতৰ।
    😆🤣
    সেই কাৰণে মানুহে পুলিচক সন্মান নকৰে।
    খাকী পোচাকধাৰী ডকাইত সন্মান নাই ইহঁতৰ। 😆🤣

  • @nmh8571
    @nmh8571 Рік тому +3

    Waaooo.... grateful reporter....❤

  • @moreeducationalpoints6943
    @moreeducationalpoints6943 Рік тому +55

    সাংবাদিকক অশেষ ধন্যবাদ

  • @ChildhoodMemories2022
    @ChildhoodMemories2022 Рік тому +10

    সাংবাদিকক অশেষ ধন্যবাদ । আগলৈ যাতে আমার মাজত এনে নজনা নেদেখা কথাবোর আমার অসম সরকার জনাত সহায় করে।

  • @mohankachari8796
    @mohankachari8796 Рік тому +60

    ৰক্ষকে ভক্ষক,,,অসম পুলিচ ধন্যবাদ,জয় আই অসম

  • @basantahira8645
    @basantahira8645 Рік тому +55

    চোৰ ইহতেই
    খেদক এইকেইটাক

  • @Jobloveassam3005
    @Jobloveassam3005 Рік тому +31

    হʼবই দিয়কচোন , কাৰণ Assam police Physical test ত 40 Number ভিতৰত 33 পাইছোঁ কোনো বাহিৰা নম্বৰ নোহোৱাকৈ ( 13 + 20 = 33 ) । 26 Km খোজ কাঢ়িলোঁ , Exam written ও Pass কৰিলোঁ , Viva voce দিলোঁ Questions শুধে 4 টা শুদ্ধ হৈছিল 4টা অতি দূষত কৈছোঁ শেষত নাম নাহিল ।

    • @Joydepkalita
      @Joydepkalita Рік тому +1

      মোৰ একেই ADRE দুটাত লিখিত পৰীক্ষা দিলোঁ পাছ ও কৰিলোঁ দুটাত skils test দিলোঁ ভাল হৈছিল নাম নাহিল heathr এটাত লিখিত পৰীক্ষা দিলোঁ পাছ কৰিলে skis test দিলোঁ নাম নাহিল এতিয়ালৈকে 8 লিখিত পৰীক্ষাত পাছ কৰিলোঁ কিন্তু চাকৰি হোৱা নাই বয়স 29 হল বহুত depression t আছোঁ ,

  • @babajan6873
    @babajan6873 Рік тому +56

    পুলিচে কৰিলে অপৰাধ নহয় আমি কৰিলে অপৰাধ

  • @jaynalabdin3098
    @jaynalabdin3098 Рік тому +33

    উচিত শাস্তি দিব লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      কি নো হ'ব দুটামান গালী ধমকি দিব তাৰ পিছত চব চেতেপ 🤣

    • @prahladchuitia7038
      @prahladchuitia7038 Рік тому

      সকলো মিলি ভকত নেকি ?

  • @axomgaming3572
    @axomgaming3572 Рік тому +44

    লাভ নাই বহুত দেখিলোঁ এইবোৰ নিউজ। নিউজ ওলাইছে বুলি দুদিন মান বন্ধ হ'ব তাৰ পাছত আকৈ আৰম্ভ । আমাৰ অসমৰ উন্নতি নাই ।💐🙏

  • @raktimbora370
    @raktimbora370 Рік тому +27

    মই নিজেও কষ্ট কৰি আছোঁ ভৱিষ্যতে এজন আৰক্ষী বিষয়া হোৱাৰ চেষ্টাত আজিৰ দৰে এনেবোৰ কাণ্ড চাই সহ্য কৰিব নোৱাৰা এক নিলজ্য কাণ্ড বেয়া লাগে। এনেবোৰ কাণ্ড দেখি । আচৰিত কথা যে চিলংৰ পথেৰে আহি পোনপ্ৰথমে আপোনালোকে লগ পাই আৰু আপোনালোকক লগ পাই এনেদৰে এনেহলে অসমখনো বেলেকে কাহি নিলে ৰখাব নোৱাৰিব 🙏অনুগ্ৰহ কৰি পোৱাকেইটতে সন্তুষ্ট হওঁক..🤌
    ...কথাষাৰ কোনো গাত পাতি নলব...😊
    ..🫳🫴

  • @purnadeka1449
    @purnadeka1449 Рік тому +10

    উচ্চ ক্ষমতাসম্পন্ন ব্যক্তিৰ হাত নাথাকিলে এনেকৈ পুলিচে পইচা লব নোৱাৰে । সন্দেহ উপজিচে মোৰ । শ্ৰীৰাম পুৰ হৈছে আলাউদ্দিনৰ চাকি । বৃহৎ কেলেংকাৰী এইবোৰ

  • @simantaburagohain9202
    @simantaburagohain9202 Рік тому +2

    Bimol da dhunia news korixe akhekh dhanyabad apunak

  • @Nareshkumar-bk2ki
    @Nareshkumar-bk2ki Рік тому +5

    Your PD....TIME NEWS TV CHANNELS 📺 GREAT

  • @sjhazarika5437
    @sjhazarika5437 Рік тому +11

    খকুৱা কেইটাই name plate লগাবলৈ পাহৰিলে অ ,ইমান কাম

  • @B.C204
    @B.C204 Рік тому +13

    তলৰ পৰা ওপৰলৈ সকলো মিলি আছে।। চাল্লা এদিন সকলো হিচাপ দিব লাগিব✊🏼😡😡🚩🚩

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    এওঁলোকৰ দৰে আৰক্ষীৰ বাবে ভাল সকলৰ ও বদনাম হয়। আৰক্ষীৰ সাজ জোৰত চেকা ।

  • @dipankarboro1109
    @dipankarboro1109 Рік тому +15

    Smart sorkar Smart police.

  • @rajudoley1756
    @rajudoley1756 Рік тому

    Very good potidin time👍🙏🙏🙏❤️❤️❤️❤️

  • @_NE_07
    @_NE_07 Рік тому

    Thank you news tu dea bbe.

  • @sadanandaborah5578
    @sadanandaborah5578 Рік тому +1

    শ্ৰীৰামপুগেট এওঁলোকৰ বাবে সোণৰ কণী পৰা হাহঁ । অসমলৈ সোমাৱা বয় বস্তুৰ দাম এই শ্ৰীৰামপুৰ গেটৰ বাবেই নিয়ন্তৰ বাহিৰলৈ । প্ৰতেক গেটতেই এনেকৈ ট্ৰাক চালকৰ পৰা টকা ললে সেই টকা বস্তুৰ দাম বঢ়াই সাধাৰণ জনতাৰ জেপৰ পৰাই লব। কোনোও লোকচানত বেপাৰ নকৰে । সমগ্ৰ টিমটোৱে টকা ঘটাৰ বাবে উনিফৰ্মৰ নাম প্লেট খুলি লৈছে । যুগ যুগ ধৰি এনেকৈয়ে চলি আহিছে ।

  • @saddamhussain-tt2nv
    @saddamhussain-tt2nv Рік тому

    Very Good jarnalist

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ Рік тому +11

    উচিত শাষ্টি বিহিব লাগে এইসকলক 😠

  • @kapish6934
    @kapish6934 Рік тому +15

    সাংবাদিক কে নেজানে নেকি ? যে তাত transfer হবলৈ কিমান টকা দিয়ে সেইটো উলিয়া । মোৰ কমেন্ত যদি কোনোবা পুলিচৰ মানুহে পৰিছে তেওঁ বুজি পাইছে।

  • @digantamedhi6777
    @digantamedhi6777 Рік тому +2

    Reporter ❤❤❤❤❤

  • @VijaySharma-xy3ez
    @VijaySharma-xy3ez Рік тому

    Aaji bht din or Pasot vl news ata dile dy
    Apunaluk sabo logai..
    Good job 👍

  • @jituassam4279
    @jituassam4279 Рік тому +13

    অসমৰ মূল্য বৃদ্ধি 50 শতাংশ অসম আৰক্ষীৰ কিছুমান লুভিয়া মানুহৰ কাৰণে হয় । এই বিলাক আৰক্ষীৰ ওপৰত চৰকাৰে উচিত দায়িত্ব লৱ লাগে।

  • @biswajitbarman4960
    @biswajitbarman4960 Рік тому +6

    God job Assam police real hero 😅😅😅 jai hind

  • @padmeswarttdas2236
    @padmeswarttdas2236 Рік тому +2

    পুলিচ আৰু দেশৰ নেতা মন্ত্রীয়ে আমাৰ দেশ খন শেষ কৰিলে ।

  • @manashpratimnath8247
    @manashpratimnath8247 Рік тому +5

    অসমৰ পুলিচৰ দৰে আন ৰাজ্যত টকা নলয়। মই গোটেই ভাৰতবৰ্ষতে ঘূৰি থাকো কিন্তু অসম পুলিচ কেনেকুৱা হয় অসমৰ বাহিৰত যি ধৰণে কয় নিজকেই লাজ লাগে, নিজকেই অসমত কিয়নো জন্ম লৈছোঁ ক'ব লৈ লাজ লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому +1

      গতিকে ইয়াত নথকাটোৱে ভাল।

  • @rahmanhafizur5682
    @rahmanhafizur5682 Рік тому +6

    এইসকল আৰক্ষীক চাকরির পৰা বাদ দিয়ক।

  • @bokuldas3541
    @bokuldas3541 Рік тому +1

    Thank you

  • @ritumonigogoi6853
    @ritumonigogoi6853 Рік тому

    Mjh vl lgila aru aguai jak 🎉

  • @Funny_Factory805
    @Funny_Factory805 Рік тому +4

    Vl lgil news tu ✊❤️

  • @BidyutBaro-g7r
    @BidyutBaro-g7r Рік тому

    Time 8 thank u

  • @JintuGogoi-us9yy
    @JintuGogoi-us9yy Рік тому

    Mozza dise .Val lagil. Paise axom policoli angoli nuthaboloi kuwa mukhyo montri dangoriai eiburok todonto kore ne nokore heituhe dangor kotha.

  • @ddas5086
    @ddas5086 Рік тому +10

    সাংবাদিক সকলো কম নহয় দিয়ক

  • @Foolshorts39
    @Foolshorts39 Рік тому +2

    Good Reporting❤

  • @popysaikia8109
    @popysaikia8109 Рік тому +1

    News dea Jonr xahoh k selut 🙏🇮🇳

  • @dhondeep3377
    @dhondeep3377 Рік тому +5

    Mojahh...

  • @SM-cc2bk
    @SM-cc2bk Рік тому +10

    Same issue in Bhalukpong ( Arunachal Border) Assam police gate.. Pl sting operation

  • @Karma_is_Life.
    @Karma_is_Life. Рік тому

    সুন্দৰ

  • @hiranmoydas2730
    @hiranmoydas2730 5 місяців тому

    এহ মজা।

  • @pabitrabora4513
    @pabitrabora4513 Рік тому +3

    আজি লৈকে পইচা নিদিলে মাটিৰ কামো মণ্ডল কৰী নিদিয়ে মই নিজে ভুক্তভোগী

  • @Boruah_Education_
    @Boruah_Education_ Рік тому +1

    Love u assam police,👏👏👏😇😇🤯🤯🤯🤯🤯🤯

  • @NazimUddin-uk3sg
    @NazimUddin-uk3sg Рік тому +1

    Thank you so much

  • @shamimhussainpro5267
    @shamimhussainpro5267 Рік тому +1

    সাংবাদিক সকলোক বিষেশ ধন্যবাদ । এনেকৈয়ে ইহতৰ কাম চলায় 😅😮

  • @OnlyCricketfansworld
    @OnlyCricketfansworld Рік тому

    Well done Proti din Time👌👌

  • @kamalmajhi8119
    @kamalmajhi8119 Рік тому

    mojja🙏🙏

  • @satelliteshankar9403
    @satelliteshankar9403 Рік тому +2

    Good question...

  • @SanjayKumar-hw4wf
    @SanjayKumar-hw4wf Рік тому +4

    পাবত গজা মখা ,বৰবাদ কৰি দিছা, ভাইহত, এটা মামাই কিমান কৰবো,

  • @pd5182
    @pd5182 Рік тому +2

    আজিকালি কোনে কাক এনে টকা দিব অ। দৰমহা টকাৰে নুজুৰে নি , নাপাই এনেকুৱা কষ্ট কৰি খোৱা মানুহৰ পৰা টকা লব।

  • @Villageforlive
    @Villageforlive Рік тому +15

    Police r kaam heitue hoi... That's it

  • @otpgamer5548
    @otpgamer5548 Рік тому +3

    Good job

  • @digbijoyvlogs2991
    @digbijoyvlogs2991 Рік тому +3

    Moja
    news

  • @nilamphangsho3515
    @nilamphangsho3515 Рік тому

    Moja dise sir I selut

  • @axomboy9807
    @axomboy9807 Рік тому +6

    Srirampur gate daily collection more than 1 crore. Question is money goes to .........?

  • @Pursuitofhapiness5823
    @Pursuitofhapiness5823 Рік тому +7

    Assam police ka immage tik nahi, sudharneki jorurat.... Strongly action hona chahiye Sare corrupt police pe... Sare check post pe CC Tv se nigrani hona chahiye😡

  • @dilipdas3025
    @dilipdas3025 Рік тому +10

    মানি মানি 😂😂😂😂

  • @seujsaikia6565
    @seujsaikia6565 Рік тому

    নিলজ্জ হয় অসম আৰক্ষী, বাৰে বাৰে সংশোধন হ'বলৈ কৈ থকাৰ পাছতো এই সকল আৰক্ষীয়ে ভিক্ষা খুজিবলৈ লাজ নকৰে । আৰক্ষীৰ খাকি পোচাকত দাগ লগাবলৈ যোৱাতকৈ পোচাকযোৰ খুলি থৈ গেৰুৱা কাপোৰ পাৰি পথৰ কাষত বহি গলেই এটকা দুটকা দি যোৱা মানুহ এতিয়াও অসমত জীয়াই আছে । অসমীয়াত এষাৰ কথা আছে কুকুৰৰ নেজ বুলে বাঁহৰ চুঙাত গোটেই জীৱন ভৰাই থলেও বুলে চিধা নহয় । গাড়ীখন লৈ ওলাই যাবলৈকে ভয় লাগে কিজানি এনেবোৰ ভিক্ষাৰীক দহ টকাৰ পৰা আমম্ভ কৰি ক'ত কাক কিমান দিব লগা হয় তাৰ ঠিক নাই । খাকি পোচাক পিন্ধিলেই আইন হাতত তুলি লোৱাটো ভাল কথা নহয় । আমিবোৰ সৰু মানুহ ঋণ লৈ কোনোমতে পৰিয়াল পোহপাল দি আছোঁ, অলপ ভাবি চাব লাগে । এই খাকি পোচাকযোৰ দেশৰ সন্মান হয়, যাক আমি সন্মান জনাওঁ । এনেকৈ ভিক্ষা খুজাতকৈ নঙঠা ফকীৰ হৈ তীৰ্থস্থান ভ্ৰমন কৰিলে বহুত মানুহে খুচুৰা প‌ইচা দলিয়াই থৈ যাব মাথোঁ বুটলি দলেই হ'ল । ৰক্ষক নহয় যেন ভক্ষকহে । লাজ নকৰে এইবোৰ নিজক আৰক্ষীয়ে । গোটেই চাকৰি জীৱনটো এনেকৈ ভিক্ষা কৰি,কৰি অৱসৰৰ পাছত চোতালৰ মূৰত নামঘৰ সাজি পুৱা গধূলি তাল বজাই পাপ মোচন কৰি গোটেইটো ভকতিয়া হৈ যায় । যি সকল নিকা মনৰ আৰক্ষী সৎ মানসিকতা থাকে সেইসকলৰো যে বদনাম হয় তাক এবাৰলৈও ভাবি নাচাই । আমিবোৰ সাধাৰণ মানুহ হয়,কিন্তু এনেকুৱা ভিক্ষাৰী আৰক্ষী দেখিলে শতিনীৰ যাত্ৰা ভঙ্গ হোৱাৰ নিচিনা কথাটোলৈ ঘপহকৈ মনত পৰে । ম‌ই নিকা আৰক্ষীসকলক মনত আঘাত দিব খুজা নায় । তাৰ বাবে ক্ষমাপ্ৰাৰ্থী ।

  • @mixvideo3630
    @mixvideo3630 Рік тому

    অকল অসম পুলিচ এ নহৈ মণ্ডল বোৰে মাটিৰ কামত টকা নিদিলে নকৰে হেই বোৰ উদঙাই দিব

  • @rajulaskar2964
    @rajulaskar2964 3 місяці тому

    This is smart Assam and these are our smart police.

  • @hemlotaray8262
    @hemlotaray8262 Рік тому +1

    মুঠতে অসম খন বৰ্বাদ ।

  • @Nibir700
    @Nibir700 Рік тому +5

    মই কৈছো সকলো নদীত ড়ুব মাৰি পানী খোৱা মানুহ

  • @divineray7951
    @divineray7951 Рік тому +6

    I do believe that government of Assam will take necessary action against them....

  • @pareshkalita3672
    @pareshkalita3672 Рік тому +2

    Himanta মামায় এনেকৈয়ে টকা লবই দিচে চাগে

  • @nayanvlogs2228
    @nayanvlogs2228 Рік тому +4

    আগৰবোৰে যদি এনেকোৱা ভুল কাম কৰি দেখুৱাই নতুন নতুন আৰক্ষী সকলক কি শিক্ষা দিব এনেকোৱা স্বাৰ্থপৰ মানুহৰ কাৰণে গোতেই আৰক্ষী বেয়া কথা শুনিব লগা হয়। ৰক্ষক হৈ যদি ভক্ষকৰ কথা ভাৱে তেনে হলে ভৱিষ্যত কি আশা কৰিব জনতাই

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      এতিয়ায়ে আশা নকৰে কোনোৱে ভৱিষ্যতৰ কথা ভাবিও একো লাভ নাই😏

  • @kisnadas373
    @kisnadas373 Рік тому

    Moza dise deda

  • @AjitDas-n9x
    @AjitDas-n9x 4 місяці тому

    Good job repoter

  • @amitmukharjee6907
    @amitmukharjee6907 Рік тому +6

    Tamam corruption.mukuli bajarat xhaibilak ansalat harina aru banya pranir mangkho nokri hai.ban bihag are police nischup

  • @Sbsty123
    @Sbsty123 Рік тому

    Congratulation Assam police aru juni training kora very good

  • @lohitbora374
    @lohitbora374 Рік тому +1

    Protidin mane bor beleg dai belegkoi lagise

  • @dhrubajyotichakravarty5617
    @dhrubajyotichakravarty5617 Рік тому +1

    Name plate নলগাৱলৈ ইহতে সাহস ক'ত পালে????????

  • @amritwithall7517
    @amritwithall7517 Рік тому +12

    এওঁলোকক চাকৰি পৰা ওলিয়াই দিব লাগে।আমি নিবনুৱা সকল আছো। আমাক চাকৰি দিয়ক।

    • @manashkumar613
      @manashkumar613 Рік тому +2

      সচা কঠা কৈচা তুমি।।আমি এতিয়া লৈকে সফল হোবা ণাই😭

    • @rimadeka9994
      @rimadeka9994 Рік тому

      @@manashkumar613 agote kotha word 2 xuddha ke likhi lo xun

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      @@rimadeka9994 🤣

  • @rajkumarpegu1942
    @rajkumarpegu1942 Рік тому +4

    এফালে স্বচ্ছ ,নিকা আৰু দূৰ্নীতিৰ বন্ধৰ কথা কয় আনফালে আকৌ মামাৰ ডকাইতী পুলিচবোৰৰ টকা লোৱাৰ দক্ষতা চোৱা, ইয়াকে কয় ছাগে ৰক্ষকেই ভক্ষক বুলি ।

  • @khirojsvlog7180
    @khirojsvlog7180 Рік тому +1

    অসমত বোলে এতিয়া দালাল নাই,নেতা মন্ত্ৰীসকলে টেটুফালি কৈ থাকে,এয়া কি.?

  • @assamrhino1
    @assamrhino1 Рік тому

    Gd job

  • @suklojyotimosorong4602
    @suklojyotimosorong4602 Рік тому +5

    CM Mama Apunar smart Assam police keita dekhi bor val lagil ...Joy asom police... proud asom police..puraaaa luti lo..😂😂😂mamar asirbad tohotor logot ase...😂😂

  • @abhijitdeka5478
    @abhijitdeka5478 Рік тому +1

    পুলিচ বোৰ টকা খোবা

  • @UjjalTamuli-fn4oq
    @UjjalTamuli-fn4oq Рік тому

    Aeiiiyaiii Kisuman Assam police..... Krishna ha....

  • @sofikulislam7533
    @sofikulislam7533 Рік тому

    ঠিক দাদা,

  • @dilipdas3025
    @dilipdas3025 Рік тому +15

    মামা এই বোৰ কি 😂😂😂

  • @GamerNipon09
    @GamerNipon09 Рік тому +1

    Shabash Assam police ,🤨

  • @autovive4605
    @autovive4605 Рік тому

    Val dise

  • @omarfaroquiauniversityofsc2128

    Congratulations 🎉

  • @prodipbora2752
    @prodipbora2752 Рік тому +2

    Name plate নালাগে এইসকলক।লাগে money plate.

  • @মহাকাল-ৰুদ্ৰ

    সেইকাৰণে পেট নকমে কেলা এই খকুৱাহঁতৰ 😁😁

  • @dipankar7105
    @dipankar7105 Рік тому +2

    Hagrama Mohilary ane Syndicate or khota bur koanai. Uporor mal order nedile hihotor dom nai collection koribo.
    100% Proman pai gol atea.

  • @gautamgogoi6598
    @gautamgogoi6598 Рік тому +1

    আৰু লাজ দিব লাগে লাজ লাগে

  • @Himakshriboraa
    @Himakshriboraa Рік тому

    Good news

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 23 дні тому

    সাংবাদিক গৰাকীলৈ নমস্কাৰ জনালো,গেলা-পচা বোৰ উদঙাই দিয়াৰ বাবে।অসম আৰক্ষীৰ এই ঘৃণনীয় কায্যৰ বাবে সমগ্ৰ ভাৰততেই অসমীয়া মানুহ পুতৌপাত্ৰ হৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল সকলকো সকলো অন্যৰাজ্যত খোজে-খোজে অপমানীত,"য়ে বেছাৰা আসাম কি হে" মানে পুতৌ আৰু হীন ভাৱ ধাৰা।

  • @nipenborah0075
    @nipenborah0075 Рік тому

    Good 👍

  • @trishnamonideka2653
    @trishnamonideka2653 Рік тому

    Moja

  • @bishwajeetaind3732
    @bishwajeetaind3732 Рік тому +4

    Joy assam

  • @amulyaroy1600
    @amulyaroy1600 4 місяці тому

    100%True

  • @dhrubajyotichakravarty5617
    @dhrubajyotichakravarty5617 Рік тому

    This video shd be sent to district & state Police authority.

  • @ashishsahusahu7790
    @ashishsahusahu7790 Рік тому

    বিশেষ একো নহলেও আৰক্ষী সঞ্চালক জন বনি গল

  • @sudiptapurkayastha5524
    @sudiptapurkayastha5524 Рік тому +1

    The cut goes to higher level.😢