Це відео не доступне.
Перепрошуємо.

Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭

Поділитися
Вставка
  • Опубліковано 9 гру 2022

КОМЕНТАРІ • 382

  • @brindamoniduara3667
    @brindamoniduara3667 3 місяці тому +3

    ধৈয্য ধৰক ভগবানে আপোনাক শক্তি দিয়ক ।কথাখিনি শুনি বহুত দুখ লাগিল

  • @DabojaniBaruah
    @DabojaniBaruah 3 місяці тому +2

    ইমান ধৈৰ্য আৰু সাহসেৰে কথ খিনি আগবঢ়ায় নিছা ভাল লাগিছে ভগবানে তোমাক সাহসী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শক্তি দিয়ক।হাৰি হাৰি জিকিবলৈ শিকা। ইমান সৰু ছোৱালী তুমি পাছলৈ উভতি নোচোৱাকৈ আগবাঢ়ি যোৱা ভগবান তোমাৰ সহায় হক

  • @juntichutiagogoi5459
    @juntichutiagogoi5459 Рік тому +14

    তোমাক শান্তনা দিবলৈ মোৰ ভাষা নাই, তুমি ধৈয্য আৰু সাহসেৰে জীৱন পথত আগবাঢ়ি যোৱা 🙏🙏🙏

  • @manashhazarika8617
    @manashhazarika8617 Рік тому +24

    তোমাৰ কথাখিনিৰে বহুত দুখ দিলে। ভগৱানে তোমাক মঙ্গল কৰক।

    • @manabdeka2993
      @manabdeka2993 Рік тому

      Tmi dukh nkriba bhagabane tmk help korib

  • @sagarikaborpujari6238
    @sagarikaborpujari6238 Рік тому +31

    কথা খিনি শুনি বৰ দুখ পালোঁ। তোমাক চিনি নাপাওঁ যদিও দুখ বোৰ অনুভৱ কৰিছো। ঈশ্বৰে তোমাক শক্তি দিয়ক ভাল হওক তোমাৰ

  • @kaustuvvlog3934
    @kaustuvvlog3934 Рік тому +8

    দুখ নকৰিব মানুহৰ কপালৰ লিখনি চাওকচোন আপোনাৰ মনতোক তেওঁ নাই বুলি বুজাব পাৰি মোৰ কিন্তো তেওঁ জীয়াই থাকিও কাখত নাই তথাপিও লৰাতোকে সাৱতি ধৰি জীৱনতো আগুৱাই লৈ গৈ আছো | তথাপিও আপোনাৰ মনৰ কথাবোৰ শুনি মনতো দুখ লাগিল😭😭

  • @bantimalik4209
    @bantimalik4209 Рік тому +11

    বহুত দুখ লাগিল। কবলৈ ভাষা নাই। মাত্র এটাই কঁও ভগৱান আপোনাৰ সহায় হওক। ধৈর্যেৰে আগবাঢ়ি যাওক।

  • @krishnagogoi1657
    @krishnagogoi1657 Рік тому +7

    তোমাক শান্তনা দিবলৈ মই ভাষা বিছাৰি পোৱা নাই ভন্টি | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ভন্টি |

  • @mainabarman4477
    @mainabarman4477 Рік тому +16

    ভগৱান এনেকুৱা শোক কোনো মাতৃক পতনিক নিদিবা চৰনত ধৰিছে প্রভু তোমাৰ, হৰ হৰ মহাদেৱ 🙏

  • @gitanjalideka8767
    @gitanjalideka8767 Рік тому +21

    ভণ্টি, কপালৰ লিখন-হোৱাটো হৈ গ'ল ; তুমি সাহসেৰে জীৱন যুদ্ধত চলি যোৱা।দুখ কৰি নাথাকিবা। তোমাৰ দুখত মই খুউব দুখ পালোঁ 😭

  • @AxomiaPakghor
    @AxomiaPakghor Рік тому +6

    কবলে ভাষা নাই । মানুহৰ জীৱন টোৱে এনেকোৱা ।এতাই কথা কও নিজকে সাহস গোটাই জীৱন টো আগবঢ়ায় লৈ যোৱা । ভগৱান নে সহায় কৰিব ।❤️❤️❤️❤️

  • @rupamonigogoi592
    @rupamonigogoi592 Рік тому +5

    কথা খিনি শুনি বহুত দুখ লাগিল 🙏🙏

  • @nirupoma5935
    @nirupoma5935 Рік тому +4

    বৰ কষ্ট পালো। ভগৱানে তোমাৰ সকলো দুখ যেন পাহৰাই তোমাক এটি সঠিক পথেৰে চলাই নিয়ে।আমেন 🙏

  • @user-rf5gt8lz1s
    @user-rf5gt8lz1s 4 місяці тому +1

    কথা খিনি শুনি বহুত দুখ পালো ।মোৰৰো তোমাৰ দৰে একেই হৈছিল ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তোমাক যাতে সাহস দিয়ে

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +2

    ভন্টি... তোমাৰ কথা শুনি মৰ্মাহত হৈছোঁ। সম্প্ৰতি আৰু কি ক'ম। ভগৱানে তোমাক সাহস দিয়ক।

  • @tribeni.s.diary.3690
    @tribeni.s.diary.3690 Рік тому +10

    জীবন এক নাটমঞ্চ, এয়াই সত্য। সাহসী হোৱা, কাৰণ- তোমাৰ ভাওঁ বাকী আছে।

    • @thedifferentworldvlog2445
      @thedifferentworldvlog2445 Рік тому +2

      সকলো বুজি পাইছোঁ , এতিয়া ভগৱানক চিন্তা আগবহি যোৱা 🙏🙏

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj 4 місяці тому +1

    কি কম কপালৰ লিখন নহয় খন্দন ,তোমাৰ কথাখিনি শুনি চাই বৰ দুখ লাগিছে । ইমান কম বয়সতে এনে কাহিনী হ'ল।নিজৰ মানুহজনৰ কথা নিজে কেতিয়াও পাহৰিব নোৱাৰি ,তুমি ধৈয্য ধৰা। আশীৰ্বাদ কৰিছো ভগৱানে তোমাক কুশলে ৰাখক ।

  • @daywithjyotishna525
    @daywithjyotishna525 Рік тому +19

    বহুত বেয়া লাগিল একো নাই দিয়া ❤️ দুখ সকলোৰে জিৱনত থাকে হলেও অমি আমাৰ জিৱনটো আগবাঢাই নিবই লাগিব 🥰🥰

  • @preetisharaiboruah206
    @preetisharaiboruah206 Рік тому +5

    বহুত দুখ লাগিল কথা খিনি শুনি তোমাৰ ভাল হক🙏🙏

  • @r.hazarika9231
    @r.hazarika9231 4 місяці тому +4

    বহুত দুখ লাগিল,,😭
    ভগৱান বৰ নিষ্ঠুৰ সচাঁকৈয়ে, কুশলে থাকা আৰু সাহসী হোৱা।

  • @lilydas3917
    @lilydas3917 4 місяці тому +1

    বৰ দুখ পালো ।ভগৱানে কিবা এটা ৰাসতা দিয়ক ।

  • @begumnarjee5046
    @begumnarjee5046 Рік тому +1

    কথাবিলাক শুনি বহুত বেয়া লাগিল । ভগৱানে তোমাক ধৈয্য দিয়ক ।😌🥲

  • @RashmiKonwar
    @RashmiKonwar Рік тому +19

    যি হল সেইয়া নোহোৱা কৰিব নোৱাৰি । তেওঁ জীয়াই থাকিব তোমাৰ মৰমৰ মাজত । ঈশ্বৰে শক্তি দিয়ক তোমাক ।
    বৰ দুখ লাগিল 😭

  • @mridulsarma9228
    @mridulsarma9228 Рік тому +2

    বহুত দুখ লাগিল, কি কম ভাষা নাই

  • @priyagogoi6416
    @priyagogoi6416 Рік тому +3

    Please ba তুমি দুখ নকৰিবা😔 আমি আছোঁ তোমাৰ লগত.... সছাকৈয়ে কেতিয়া কাৰ লগত কি হৈ যাই কোনোও নাজানে😔 ভাগি নপৰিবা তুমি

  • @malaborthakur9557
    @malaborthakur9557 4 місяці тому

    তোমাৰ কথা খিনি শুনি বৰ বেয়া লাগিল। ভগৱান ৰ ওপৰত কাৰো হাত নাই। তুমি এতিয়া আগুৱাই যোৱা।

  • @user-jx2te3bm6r
    @user-jx2te3bm6r 4 місяці тому

    এতিয়া তুমি সাহসী হ'ব লাগিব ।ভগৱানো বৰ নিষ্ঠুৰ দুখ লাগিল।

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Рік тому +2

    হৈ যোৱা ঘটনাবোৰ যিমানেই নিষ্ঠুৰ নহওঁক কিয় আমি সেয়া সলনি কৰিব নোৱাৰো। আপোনাক সান্তনা দিব পৰাকৈ একো কব নোৱাৰিম। মাত্ৰ এটা কথা কব খোজোঁ যে ইমান দুখ পোৱাৰ পিছত আপুনি নিজক যেনেদৰে আগবঢ়াই নিছে তাৰ বাবে প্ৰশংসাৰ যোগ্য। নিজক নতুনকৈ গঢ়িব পাৰিব বুলি আশা কৰিলো। ঈশ্বৰ আপোনাৰ সহায় হওঁক।

  • @banditakashyap6541
    @banditakashyap6541 Рік тому +2

    Bohut dukh lagil vedio tu saii💔vogobane apunak xahokh diyok🙏🙏🙏vale thakok apuni❤️apunjonk herowa bedona herowa jone he buji paii💔💔

  • @ritusaloikalita2230
    @ritusaloikalita2230 Рік тому +1

    Tumar kothakhini xuni nakandi nuarilu,eku nukuakoiei Tumi dukh paba buli teu gusi gol,satyatu mani loi Tumi aguai jua,ভগৱান xohai houk,teur atamai xaragat Thai pauk,Tumi jibon jujot aguai juar kamona korilu🙏🙏🙏

  • @pabitrakalita9755
    @pabitrakalita9755 Рік тому +3

    তেওঁৰ আত্মাই শান্তি লাভ কৰক তুমি ভালদৰে থাকিব লাগিব

  • @ritamoniassamesevlogs689
    @ritamoniassamesevlogs689 4 місяці тому

    বহুত বেয়া লাগিল দেই😢😢😢ভণ্টি ভাগ্যৰ লিখন নাযায় খণ্ডন,ভাগ্যত যি আছে হবই, সাহসী হোৱা, আগুৱাই যোৱা

  • @momiphukonboruah3381
    @momiphukonboruah3381 Рік тому +10

    bor dukh lagil 😭😭😭.dukh nokoriba bhonti aaguai jua bhogobane tumak kukhole rakhok🙏🙏🙏

  • @bahanitadas5494
    @bahanitadas5494 Рік тому +4

    Ba vagabane vale raxak tumi durbal nhaba ba জীয়াই থাকিব ই লাগিব কাৰণ তোমাক ভাঙি পৰাটো আত্মীয় স্বজনে নিবিচাৰে,তোমাৰ ভাল হক, anuvab karisu manuh jank khang uthile bhut beyakoi gali buji napai aakou mrmo kare atiya anuvab karisu j xasai nohowa hoi gale jatana kiman

  • @naturesnest6553
    @naturesnest6553 Рік тому +2

    তুমি সাহসৰে আগবাঢ়ি যোৱা । ভগৱান নে তুমাক সহায় কৰক ।

  • @dhunuchangmai3370
    @dhunuchangmai3370 Рік тому +3

    Bohut dukh lagil baa ji hob loga asil hoi gol ki koriba jar jiman din vogobane sage teuk eman dinoloike pothaise

  • @moupriubora741
    @moupriubora741 Рік тому +1

    Apuni aguai jaok vogowan apunar hokti houk 🙏........aji pothom saisu dei baideu apunar vidio parela biyosta hoi thakib pora kiba kam ata korok baideu .....

  • @jitunath9729
    @jitunath9729 Рік тому +1

    Tumar kotha khini xuni bht Baya lgisa ... Nisthur vogaban...

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 Рік тому +7

    খুউৱ দুখ লাগিল উপায় নাই ধয্য ধৰি জীৱনত আগবাঢ়ি যাব লাগিব

  • @beautisivsagar2354
    @beautisivsagar2354 Рік тому +2

    Kothakhini xuni bohut dukh lagil....vogovane tumak kukhale rakhak voni 🙏

  • @geetaboraha1585
    @geetaboraha1585 Рік тому +8

    Pragati baideo aru jyostina baideo apunar kahani akai apunaluk Bhalai thakok takai kamona korilu parile new biyah houk jodiu nhoi apunak bhale thakok takai kamona korilu

  • @harichetry592
    @harichetry592 Рік тому

    তোমাৰ কাহিনী গম পাই বৰ বেজাৰ লাগিল, কি কৰিবা বিধিৰ লিখন, যি হব লগা আছে সেয়া হব‌ই। সাহস গোটাই ভবিষ্যত জীবন চক্ৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। ভগবানে তোমাৰ মঙ্গল কৰক।

  • @alakahaloi7212
    @alakahaloi7212 Рік тому +5

    মুনু ও কি কম তোমাক। তুমি ধৈৰ্য্য ধৰা। বুজি পাইছো আপোনজনক হেৰুৱাৰ দুখ। তুমি ব্যস্ত হৈ থাকা।এইবাৰ গ'লে তোমাক লগ কৰিম❤️❤️

  • @nimasrandhanihal
    @nimasrandhanihal Рік тому +5

    Kbo loi bhakha nai dear 😭😭😭😭 bor dukh lgil bukhu khon bikhai gol. dukh nkriba agbahi jua hdai lgot asu 🙏🙏🙏🙏🙏

  • @gawalialoradiganta969
    @gawalialoradiganta969 Рік тому +4

    আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিল. Apunar frnd holo akha koru muro vdo sai frnd hobo

  • @priyankaborborah6390
    @priyankaborborah6390 Рік тому +10

    Dukh nkriba ba...hodai happy hoi thkiba♥️♥️♥️

  • @dipamonibezbaruah9557
    @dipamonibezbaruah9557 Рік тому +1

    ভগৱান আপোনাৰ সহায় হ‌ওক। ধৈৰ্য ধৰক। উপায় নাই।

  • @gayatreemazumdar5951
    @gayatreemazumdar5951 Рік тому +4

    Ami matro bhagabanor itcha aru ashirvad bisaru,,,tumi bhale thakiba

  • @DitimoniBoruah-cv7jc
    @DitimoniBoruah-cv7jc 3 місяці тому

    বৰ দুখ লাগিল তোমাৰ কথাবোৰ শুনি ভাষা নাই বুজাবলৈ তোমাক চিনি নাপাওঁ

  • @boruah8390
    @boruah8390 4 місяці тому

    কথাটো শুনি বৰ দুখ লাগিল।।। তোমাৰ ঘৰ ক'ত হয়।।

  • @user-uz3cq2vx6t
    @user-uz3cq2vx6t Рік тому +4

    aku naii jibon mne hukh dukh duita thka aku naii sinta Kori nathkiba adin xukh ahibo tumii dukh kori thkila taw kosto pabo nhoii Tumi strong hoii thaka

  • @karunalifestyleassamesevlo7575

    Bhut dukh lagisy mur 😭😭manuhor jibon tu kob nuwari please hokolu mili juli thakiba ❤️❤️ tumi durbol nohoba hahokhi huwa vogobany tumk hokti diyok 🙏🙏🙏

  • @gitanjalisvlog771
    @gitanjalisvlog771 Рік тому +2

    বৰ দুখ লাগিল ইমান হথাৎ কেনেকৈ বাৰু হল ।কি হৈছিল গম পালা নে? প্রথম ভিডিঅ চাই দুখৰ কথা শুনিলো ।কিনো কওঁ কপালৰ লিখন কিজানি ।হব লগাবোৰ হৈ গ'ল তুমি আগুৱাই যোৱা শুভেচ্ছা থাকিল ।

  • @sangitaborah5007
    @sangitaborah5007 Рік тому

    ভগৱানে আপোনাক বহুত শক্তি দিয়ক বা

  • @rambhalahan
    @rambhalahan Рік тому +1

    কি বুলি সান্তনা দিম তোমাক। মাথোঁ কম ধৰ্য্য ধৰা মাজনী 😭
    তেওঁ যতে আছে শান্তিয়ে থাকক তাৰে কামনা কৰিলোঁ 🙏

  • @pinikshadas696
    @pinikshadas696 Рік тому +4

    Baa bohut dukh palu huni nije sokupani ulai ahil ...vgbane tmak vle rakhok

  • @jyotismitagogoimoon
    @jyotismitagogoimoon Рік тому +4

    New frnd holu. Agbahi jauk. Bohut morom আৰু hubhokamona ❤️🙏কথাবোৰ গম পাই দুখ লাগিল. Vogwan hohai হওক hodai🙏😘

  • @kuldeephandique8527
    @kuldeephandique8527 4 місяці тому +1

    হাৰ্ট অট্টেক হল , কাৰণ গেচ গেচ বুলি ভাবি থাকোঁতে , আচলতে গেচ ফম নহয় গতিকে তুমি ভগবানৰ উপৰত বিশ্বাস ৰখা সময়ত তেখেতে সকলো hamoisya দুৰ কৰিব

    • @deepanjalidevi2667
      @deepanjalidevi2667 4 місяці тому

      Bhgabank apuni emn bisakh kore jodi bhgaban thakil hoi manuhr majot emn dukh kri sonkale kari ninile hoi

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 3 місяці тому

    তোমাৰ জীৱনত ঘটি যোৱা ঘটনাটো শুনি বহুত দুখ পালো 😂 ঈশ্বৰে তোমাক সাহস দিয়ক😂 পৰিয়ালৰ আটায়েক ভালে থাকক🙏🙏

  • @bhagyajyotiaxomdergaon4383
    @bhagyajyotiaxomdergaon4383 Рік тому +2

    Bohut besi beya lagile baa tumar kotha bur huni . Atiya dukh kori nathakiba tumak vogobane mongol koribo baa 🙏❤️❤️❤️

  • @Bidbeast
    @Bidbeast Рік тому +1

    কথা বোৰ শুনি বুকু খন ভৰি চকু পানীৰে ।তুমি সৰু বোৱাৰী কিছু অভিগতাৰ পৰা লিখিলোঁ ।গেছ হোৱাটো মাথো এটা বেমাৰ নহয় ।ঘৰুৱা চিকিৎসা অলপ কৰি লে ভাল হল হেঁতেন ।অতি মাত্ৰা মানসিক চাপত ভুগি ছিল । তোমাৰ কথা খিনিৰ পৰা বুজিলো ।টকা পইছাৰ দিশৰ পৰা সমস্যাত পাৰিছিল নিশ্চয়। জীৱনটো ইয়তে শেষ নহয় ।কিবা এটা চাকৰী বা কৰ্ম সংস্থান বিচাৰি জীৱনটো চোৱাচিতা কৰা।ভগবানৰ ওচৰত মিনতি কৰিলোঁ।

  • @babitadas2630
    @babitadas2630 Рік тому +1

    কি বুলি কম ভাষা নাই । চকুপানী ওলাই গৈছে। ভালে থাকক আপুনি ।

  • @DIPAKDAS-yq4vb
    @DIPAKDAS-yq4vb 4 місяці тому

    😮চকু পানী ওলাই গৈছে বাইদেউ মোৰো,বিহুত দুখ লাগিল

  • @nirmalikakatisharmah8417
    @nirmalikakatisharmah8417 4 місяці тому

    ভগৱানে সকলো ভাল কৰক।

  • @Happyisbesthabit
    @Happyisbesthabit Рік тому +1

    Mon dukh nokoribo baa.. Bhogobane apunak mongol koribo.. Vogobanor usorot parthona jonaisu😭🙏

  • @misssumivlogging5331
    @misssumivlogging5331 Рік тому +1

    Bht bya lgl ktha khini xuni.. Vgwane apunak sahkh dyk vl a thakk

  • @drpranamisharma2382
    @drpranamisharma2382 Рік тому +1

    Bhut bhut xahokhi hua Jen tumi vonti ...tumak mur xahokh dibole aku nai ..vogoban ase tumak xodai vale rakhok

  • @user-ks1kf9cl6f
    @user-ks1kf9cl6f 4 місяці тому

    Bhut dukh lgil ba vogobne apunk khokti diok jiyai thakibo vl manuh burk vogobne khunkle teu kakholoi loi jai 😢

  • @bijoylakhisaikia9768
    @bijoylakhisaikia9768 Рік тому

    Manas mur major mate asile...bohut val lora asile,kotha2 huni bohut beya lagile....🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻jote thakok hantire thakok.

  • @nirmaliboruah5669
    @nirmaliboruah5669 Рік тому +1

    Ei abostha moiu par korisu tumar dukhor moi homobhagi ki koriba dhoijya dhori jibon tu aguai niboloi sestha Kora majoni .hantona nohoi hahokh he disu. Kom boyokhote enekua abostha Huard babe bohut bejar paisu tothapiu tumak ejoni matri hisabe koisu eitu eta jibon jura monor kosta kintu jiyai tu thakiboi lagibo gotike hahokh aru dhoijyore agbarhi jabloi sestha Kora mur hubheisha aru ashirwad tumar babe
    hodai thakibo.

  • @pinkuboruah2245
    @pinkuboruah2245 4 місяці тому

    Dukh nkriba nijk loi aguwai jua,tumar nisina moiu aklxoriya ki korim upaito nai,ami nijk loi val kam kori aguwai jab lagib,jote nathaka tumi hahi mati furti kori thakiba,god help you,

  • @rinagogoi7156
    @rinagogoi7156 Рік тому

    বহুত দুখ লাগিল ।যদিউ তুমি অচিনাকি।

  • @bijuranideka1898
    @bijuranideka1898 Рік тому +3

    Kathabor huni hasakai bohut dukh lagise .. hua2 hy gl apuni hari najab

  • @krishnashobby7877
    @krishnashobby7877 Рік тому +3

    Bohut beya lagil .aguai jaboloi bhagabane xakti diok

  • @hemchandrakaman3593
    @hemchandrakaman3593 Рік тому +6

    বা'আপোনাৰ কথাটো শুনি মোৰ চকুৰ পানী ৰখাব নোৱাৰিলোঁ😭😭😭😭

  • @MituMoni-hz2ly
    @MituMoni-hz2ly Рік тому

    Bhut beya lagise ba.koboloi vakhany.apuni aaguai jauk ba.vgbane mongol korok apunar

  • @chandramaneog1160
    @chandramaneog1160 Рік тому

    Suni soku pani ulai gol. Vogobane val Korok tumar jibon. Sahosi hua.

  • @harjisrajkhowa5725
    @harjisrajkhowa5725 Рік тому

    Hosakoi ki kom nijr apunjnk heruar bedona kiman heia bujb nuwari.teuk tmr antorot hodai rakhi tmi tmr jibon jatrat agbarhi jua .teu gusi gl tmitu jiai thkb lgb teur smritibr jiai rkhiboli .tmi durbol nhoba tmi strong hoi hahi furti kri nijr krma kri punor jibontu puhor kora

  • @jitakalita128
    @jitakalita128 4 місяці тому

    বহুত দুখ লাগিল।

  • @prodipbora2752
    @prodipbora2752 Рік тому +3

    May God bless you Bhonti.

  • @pobitradoley7327
    @pobitradoley7327 Рік тому

    Apunar kothatu huni bohut dukh lagil, vogobane tumak hohai korok take kamona korilu

  • @nibransonowal9182
    @nibransonowal9182 3 місяці тому

    কিবা ৰহস্য আছিল নেকি এই ঘটনাৰ আপুনি পৰিক্ষা কৰিব দেই বাইদেউ

  • @prokhenchutia7836
    @prokhenchutia7836 Рік тому +3

    দুখ নকৰিবা জীৱনতো এনেকুৱাই ।

  • @chanakyagogoi2500
    @chanakyagogoi2500 4 місяці тому

    He. Vogoban kaku enekwa nokoriba vogoban bor kosto hoi😢😢😢

  • @jayantaboro6309
    @jayantaboro6309 Рік тому +1

    দাদাৰ আত্মাই শান্তি হওক,,কৃষ্ণ

  • @barnalibaruah3981
    @barnalibaruah3981 Рік тому +2

    Selain emanke dibo lage ney baru . Kothabur huni bohut dukh lagil.

  • @Kalyani_Kalita.
    @Kalyani_Kalita. Рік тому +3

    বৰ বেয়া লাগিল.... কবলৈ ভাষা নাই😢

  • @monujborahassam7697
    @monujborahassam7697 Рік тому

    বহুত বেয়া লাগিল । কি কৰিবা জীৱনটো সচাই একো নাই । ।তেও যতে আছে ভালে থাকক ।

  • @sabitatalukdar9756
    @sabitatalukdar9756 Рік тому +1

    জীৱন যুঁজত সাহসেৰে আগুৱাই যোৱা

  • @junalivlogs
    @junalivlogs Рік тому +2

    Bohut dukh lagil montu .dukh nkorib hokolu vgbnr uporot

  • @nilimabaruah9320
    @nilimabaruah9320 Рік тому

    Bht dukh lagil.😭😭😭😭. Bhogobane shakti.diok tumak.

  • @rafijabegum3891
    @rafijabegum3891 Рік тому +1

    Bohut dukh lagil huni😭🙏

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs Рік тому +3

    Bohut dukh lagil o kandi golu.asolote tewr ki hoisil nu iman ghopke 😭

  • @ritupawanbaruah2390
    @ritupawanbaruah2390 Рік тому

    Hosa koi kotha kheni huni bohut dukh lagil .. soku Pani aullai gol.. tumr Instagram t channel tur link tu pai sabo aahilu .. 🥺🥺 vogobane kio kore baru ene kuwa.. tumak hokti diyok .. jibonot aag barhi jua 🙏🙏😞

  • @RitumoniKalita-pp8vb
    @RitumoniKalita-pp8vb Рік тому

    Ayo deha val hobo tumar...dhoijyo dhriba ,❤️

  • @naninath233
    @naninath233 Рік тому +3

    Bhutttt beya lgil baa... Tumi bsi sinta kri nthkiba... Vogowan xdai aae tumr lgt.. Amii aso

  • @rahanakitchen4049
    @rahanakitchen4049 Рік тому +4

    Dukh legel,,God bless you 💓💓

  • @tanushreeborah2921
    @tanushreeborah2921 Рік тому

    বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি । ভগৱানে তোমাক শক্তি দিয়ক ।😭😭😭

  • @user-bx4yf6rm2b
    @user-bx4yf6rm2b 4 місяці тому

    বহুত মৰ্মান্তিক 😂😂

  • @mainaborgohain2451
    @mainaborgohain2451 Рік тому

    Apunar video aji pothom saisu ba bohut dukh lagile kotha bur huni soku pani ulai goise apun jonok june.heruaise teo he buji pai...