Pragati Vlogs
Pragati Vlogs
  • 30
  • 670 866

Відео

ভালপোৱা মানুহ জনক হেৰুৱাৰ পিছতো কেনেকৈ নিজক ৰাখিছো/ ফটো খনৰ লগতে কথা পাতো 😭
Переглядів 6 тис.Рік тому
ভালপোৱা মানুহ জনক হেৰুৱাৰ পিছতো কেনেকৈ নিজক ৰাখিছো/ ফটো খনৰ লগতে কথা পাতো 😭
Husband নোহোৱা পিছত এতিয়া দিন বোৰ কেনেকৈ পাৰ কৰো/ হথাৎ ভাইতি তাত যাব মন গল....
Переглядів 4,5 тис.Рік тому
Husband নোহোৱা পিছত এতিয়া দিন বোৰ কেনেকৈ পাৰ কৰো/ হথাৎ ভাইতি তাত যাব মন গল....
ৰবি শৰ্মা দা ‌ক কেনেকৈ আদৰিলো / Hotel ত‌‌ থাকিলে আজি 😍😍😍
Переглядів 2,3 тис.Рік тому
ৰবি শৰ্মা দা ‌ক কেনেকৈ আদৰিলো / Hotel ত‌‌ থাকিলে আজি 😍😍😍
অকনমান সময় উলিয়াই ৰঘুপতি চালো,,😍😍
Переглядів 647Рік тому
অকনমান সময় উলিয়াই ৰঘুপতি চালো,,😍😍
আমাৰ office তো দেখালো আজি/ দিনতো ইয়াত থাকিলে কেনেকৈ পাৰ কৰো????☺️☺️
Переглядів 3,8 тис.Рік тому
আমাৰ office তো দেখালো আজি/ দিনতো ইয়াত থাকিলে কেনেকৈ পাৰ কৰো????☺️☺️
আকৌ YouTube video/এতিয়া ৰ পৰা প্ৰায় দেখা পাব মোক/ Husband ৰ ঘৰত নাজাও নেকি???
Переглядів 4,1 тис.Рік тому
আকৌ UA-cam video/এতিয়া ৰ পৰা প্ৰায় দেখা পাব মোক/ Husband ৰ ঘৰত নাজাও নেকি???
১ মাহ‌ ৰ‌ পিছত YouTube ত Video দিছো# Bridal makeup Shoot 1st Time#কিয় video দিয়া নাছিলো😍
Переглядів 3,2 тис.Рік тому
১ মাহ‌ ৰ‌ পিছত UA-cam ত Video দিছো# Bridal makeup Shoot 1st Time#কিয় video দিয়া নাছিলো😍
শাহু মায়ে বহুত মৰম কৰে # কিয় ইমান কান্দিব লগা হল# kot ahilu ma hotk eri 😭
Переглядів 10 тис.Рік тому
শাহু মায়ে বহুত মৰম কৰে # কিয় ইমান কান্দিব লগা হল# kot ahilu ma hotk eri 😭
LOVE STORY # ১০ বছৰ Relation#অকলে থৈ গ'ল 🥲
Переглядів 55 тис.Рік тому
LOVE STORY # ১০ বছৰ Relation#অকলে থৈ গ'ল 🥲
Husband ৰ মৰমৰ‌ দোকান খন/মনতো বহুত বেয়া লাগে দোকান আহিলে🙂
Переглядів 13 тис.Рік тому
Husband ৰ মৰমৰ‌ দোকান খন/মনতো বহুত বেয়া লাগে দোকান আহিলে🙂
দুখৰ মাজতো হাহিছো#জমনি খানা আজি #Volgs 😍😍
Переглядів 3,1 тис.Рік тому
দুখৰ মাজতো হাহিছো#জমনি খানা আজি #Volgs 😍😍
খুৰিৰ জমনি/Doctor ক আকৌ দেখালো/বহুত হাহিলো আজি😍😍
Переглядів 4,5 тис.Рік тому
খুৰিৰ জমনি/Doctor ক আকৌ দেখালো/বহুত হাহিলো আজি😍😍
শান্তি নোহোৱা হৈছে.. মা ঘৰ‌ আহিলো/গা বহু‌ত বেয়া 😭
Переглядів 5 тис.Рік тому
শান্তি নোহোৱা হৈছে.. মা ঘৰ‌ আহিলো/গা বহু‌ত বেয়া 😭
দুখৰ ওপৰত দুখ দিলে 😭😭/ঘৰ কিয় লৰালৰিকৈ আহিলো?
Переглядів 8 тис.Рік тому
দুখৰ ওপৰত দু দিলে 😭😭/ঘৰ কিয় লৰালৰিকৈ আহিলো?
Husband এ কি‌ কৰিছিল/মই কেনেকৈ চলি আছো,কি কৰো‌ 😍😍
Переглядів 27 тис.Рік тому
Husband এ কি‌ কৰিছিল/মই কেনেকৈ চলি আছো,কি কৰো‌ 😍😍
ডাঙৰ problem ত ভুগি আছো/ Baby আছে নে মোৰ/ বিয়া কেনেকৈ হৈছিল 🙂🙂🙂
Переглядів 24 тис.Рік тому
ডাঙৰ problem ত ভুগি আছো/ Baby আছে নে মোৰ/ বিয়া কেনেকৈ হৈছিল 🙂🙂🙂
দিনতো কি‌‌ কৰিলো/জোকে খালে/ভুল‌ চিকিৎসা ৰ পৰা সাবধান 🙂🙂
Переглядів 7 тис.Рік тому
দিনতো কি‌‌ কৰিলো/জোকে খালে/ভুল‌ চিকিৎসা ৰ পৰা সাবধান 🙂🙂
মোৰ ঘৰ কত/কোন কোন আছে/মনতো আপোনালোকৰ কাৰণে ভাল😍😍
Переглядів 14 тис.Рік тому
মোৰ ঘৰ কত/কোন কোন আছে/মনতো আপোনালোকৰ কাৰণে ভাল😍😍
Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭
Переглядів 312 тис.Рік тому
Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭
ওলাই গৈ কি কৰিলো় ....... কিছুমান মানুহ ৰ চিন্তা 😇😇😇
Переглядів 18 тис.Рік тому
ওলাই গৈ কি কৰিলো় ....... কিছুমান মানুহ ৰ চিন্তা 😇😇😇
ভাল মানুহ পৃথিবীত বেছি দিন নাথাকে 😭😭মা, দেউতা ই জিয়াই থকা ভৰষা়
Переглядів 28 тис.Рік тому
ভাল মানুহ পৃথিবীত বেছি দিন নাথাকে 😭😭মা, দেউতা ই জিয়াই থকা ভৰষা়
Dukhr majote hahibole sesta korisu😍😍
Переглядів 3,7 тис.Рік тому
Dukhr majote hahibole sesta korisu😍😍
My First Video 😌
Переглядів 8 тис.Рік тому
My First Video 😌

КОМЕНТАРІ

  • @sahalam2034
    @sahalam2034 22 дні тому

    Video Tu korisa bujisu....but ki dekhabo bisari asa

  • @NitaleKhushi
    @NitaleKhushi 2 місяці тому

    Bohut dukh lagil

  • @BulRabha-e9s
    @BulRabha-e9s 2 місяці тому

    Hii

  • @RinkuSaikia-qw9ko
    @RinkuSaikia-qw9ko 3 місяці тому

    ❤❤❤

  • @priyaboruah1579
    @priyaboruah1579 4 місяці тому

    Teu ges hy thakute ki ki problm hysl ..

  • @jaykrishnasarma1333
    @jaykrishnasarma1333 4 місяці тому

    Bor.bukh.lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому

    মাকে হে বুজি পায়। যিয়ে নিজৰ সন্তানক অকালতে হেৰুৱাইছে তেওলোকেহে বুজিব পাৰে হেৰুওৱাৰ বেদনা কিমান। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 4 місяці тому

    তোমাৰ ঘৰ মাজুলীৰ কোন ঠাইত হয়। বৰ্তমান তোমাৰ মা দেউতা ভালে আছেনে। ভাইতিয়ে কোনখন বাগানত চাকৰি কৰে। তুমি কোন খন কলেজত পঢ়িছিলানো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ভগৱানে তোমাক কুশলে ৰাখক তাকেই কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    সদায় ভালে কুশলে থাকা। কি‌ কৰিবা, ভাগ্যৰ লিখন নাযায় খন্দন। তুমি কোন খন কলেজত পঢ়িছিলা। তোমাৰ হাছবেন্ডৰ ঘৰ ক'ত আছিলে।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    অতি হৃদয়স্পৰ্শী কাহিনী। কি কৰিবা আৰু। সকলো ভাগ্যৰ লিখন।জম্ম, মৃত্যু, বিবাহৰ কথা কোনেও কব নোৱাৰে। দুখ খিনিক তুমি নিজৰ কৰ্মৰ জড়িয়তে সুখ, সমৃদ্ধিলৈ পৰিবৰ্তন কৰিবা। ভগৱানে তোমাৰ কুশল কৰিব।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    মনেৰে সাহসী হোৱা আৰু অন্তৰেৰে শক্তিশালী হৈ থাকা আজীৱন। মনৰ পবিত্ৰ হোৱা। তোমাৰ কথা খিনি অতি হৃদয়স্পৰ্শী। অন্তৰ চুই গ'ল। দুখ নকৰিবা। মইও বহুত বছৰৰ আগতেই মা দেউতাক হেৰুৱালো। মই সম্পূৰ্ণ অকলশৰীয়া হৈয়েই আজিৰ পৰা ২৩/২৪ বছৰ ধৰি বহুত বাধা বিঘিনিৰ মাজেদি পাৰ হৈ আজিও জীয়াই আছো। যেন দুখ মোৰ আজম্ম সহচৰ। তুমি সুখী হৈ থাকা।❤❤❤

  • @pranativlogs741
    @pranativlogs741 5 місяців тому

    😭😭😭😭😭😭

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তুমি সদায় সুখী হৈ থাকা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা। তোমাৰ মা দেউতাৰ ঘৰ মাজুলীতে আছিল নেকি। তোমাৰ মানুহ জনৰ ঘৰ মাজুলীৰ কত হয়।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তুমি কোন অফিচত চাকৰি কৰা।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তোমাৰ ভাইতি ক'ত থাকে আৰু ভাইতিয়ে কি চাকৰি কৰে। তুমি ক'ত চাকৰি কৰি আছা। সদায় কুশলে থাকা। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে। ধন্যবাদ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    অতি সুন্দৰ পৰিবেশ। মানুহ জনৰ ঘৰ কোন গাঁৱত হয়। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তোমাৰ মানুহ জনৰ ঘৰ ক'ত আছিল। মানুহ জনৰ ঘৰত ল'ৰা কেইজন আছিল। মা দেউতাৰ স্বাস্থ্য ভালে আছেনে।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তোমাৰ মিষ্টাৰৰ ঘৰ মাজুলীৰ কোন গাঁৱত। বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    তোমাৰ মাৰ ঘৰ ক'ত হয়। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    ❤❤❤❤❤ মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।কি কৰিবা সকলো ভগৱানৰে দান বুলি গ্ৰহণ কৰিবা। কোনে জানে কাৰ ভাগ্যত কি লিখা আছে। সকলোবোৰ ভাগ্যৰে লিখন আছিল বুলি মানি লৈ বৰ্তমান আৰু ভৱিষ্যতক লৈ আগুৱাই যোৱা। সুখ আৰু দুখৰ সমষ্টিয়েই হ'ল জীৱন। জীৱন যাপন নহয় উদযাপন কৰা। ভাল লগা সময়বোৰৰ ভাল লগা মূহুৰ্ত বোৰে কাহানিবা আমনি কৰিবই। সেই ভাল লগা মূহুৰ্ত খিনিয়েই তোমাক জীৱন যুদ্ধত জয়ী হ'বলৈ শক্তি আৰু সাহস দিব। তোমাৰ পতিদেৱতাৰ স্বৰ্গগত আত্মাৰ শান্তি আৰু সদগতি কামনা কৰিলো।❤❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 5 місяців тому

    So sad news. God bless you and your family.

  • @MaramiGogoi-om2kk
    @MaramiGogoi-om2kk 5 місяців тому

    Tumar dare mur akei kahini amar kapalate likha ase

  • @gitasreesarma4547
    @gitasreesarma4547 5 місяців тому

    Tumak santona diar bhakha bisari pua nai tumi Jen bhagi nopora majoni

  • @ruhinichetia4190
    @ruhinichetia4190 5 місяців тому

    Aada Rosun khundi khusi dibo lagisil jodi ges hoisile

  • @anamikabora8330
    @anamikabora8330 5 місяців тому

    Bohut bey laga tumar ktha bor

  • @RinkumaniDeka-ge4sd
    @RinkumaniDeka-ge4sd 5 місяців тому

    Tomi dhuk nakariba ji hab laga asil hoi gol

  • @anamikabora8330
    @anamikabora8330 5 місяців тому

    Bohut bay lagal

  • @DabojaniBaruah
    @DabojaniBaruah 5 місяців тому

    ইমান ধৈৰ্য আৰু সাহসেৰে কথ খিনি আগবঢ়ায় নিছা ভাল লাগিছে ভগবানে তোমাক সাহসী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শক্তি দিয়ক।হাৰি হাৰি জিকিবলৈ শিকা। ইমান সৰু ছোৱালী তুমি পাছলৈ উভতি নোচোৱাকৈ আগবাঢ়ি যোৱা ভগবান তোমাৰ সহায় হক

  • @monalishasaiki7842
    @monalishasaiki7842 5 місяців тому

    Hypotension heart' problem r sandeh thake

  • @nalinimalakar-xb3cr
    @nalinimalakar-xb3cr 5 місяців тому

    God bless you.

  • @Adnant732
    @Adnant732 5 місяців тому

    Ji hol.hol.ru -- 2nd marriage r kotha vaba--jebon buwati nodi

  • @JanmoniGogoi-ds5jh
    @JanmoniGogoi-ds5jh 5 місяців тому

    Tumk ki hantona dim aku vakha nai tumi aguai jua bohut dukh lagil

  • @Disha-d4p
    @Disha-d4p 5 місяців тому

    😢😢😢😢😢

  • @himakhibmunu1258
    @himakhibmunu1258 5 місяців тому

    karu logot nhouk anekua...vle thakok apuni

  • @SewaliGogoi-kt5kj
    @SewaliGogoi-kt5kj 5 місяців тому

    Hsa koisa Moi o bhut beya din par kri goisu😢😢

  • @Pankajbaro-h6x
    @Pankajbaro-h6x 5 місяців тому

    Biya 2mar phone nambar pam neki

  • @brindamoniduara3667
    @brindamoniduara3667 6 місяців тому

    ধৈয্য ধৰক ভগবানে আপোনাক শক্তি দিয়ক ।কথাখিনি শুনি বহুত দুখ লাগিল

  • @DitimoniBoruah-cv7jc
    @DitimoniBoruah-cv7jc 6 місяців тому

    বৰ দুখ লাগিল তোমাৰ কথাবোৰ শুনি ভাষা নাই বুজাবলৈ তোমাক চিনি নাপাওঁ

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 6 місяців тому

    তোমাৰ কথা কব নাজানা নেকি তোমাক ভগৱানে সাহস দিয়ক মুঠতে তুমি টিভিৰ আগত কথা কব নাজা না

  • @pranitakumar3156
    @pranitakumar3156 6 місяців тому

    😭😭😭

  • @mamonidevi617
    @mamonidevi617 6 місяців тому

    Xochakoi bor dukhloga kahini photobilak bohut dhunnia lagil ki koriba jar bhagyat ji likha aache kunekhondabo

  • @srk.rj.favorite1061
    @srk.rj.favorite1061 6 місяців тому

    Sorry aru nowaru xunibo😢😢

  • @mollikasaikiavlogs867
    @mollikasaikiavlogs867 6 місяців тому

    Follow me

  • @BhupenKalita-ee9hn
    @BhupenKalita-ee9hn 6 місяців тому

    God bless your family. Om namah shivaya

  • @nibransonowal9182
    @nibransonowal9182 6 місяців тому

    কিবা ৰহস্য আছিল নেকি এই ঘটনাৰ আপুনি পৰিক্ষা কৰিব দেই বাইদেউ

  • @SaratGogoiPutukon-bb7zq
    @SaratGogoiPutukon-bb7zq 6 місяців тому

    So beautiful 😊😊

  • @RunuBora-s2x
    @RunuBora-s2x 6 місяців тому

    তোমাৰ জীৱনত ঘটি যোৱা ঘটনাটো শুনি বহুত দুখ পালো 😂 ঈশ্বৰে তোমাক সাহস দিয়ক😂 পৰিয়ালৰ আটায়েক ভালে থাকক🙏🙏

  • @BidyaDas-i5f
    @BidyaDas-i5f 6 місяців тому

    Bhut Beyl Laahise Ki Kom Monto Bujabo Pora Nei

  • @roushanwaraahmed8433
    @roushanwaraahmed8433 6 місяців тому

    😭😭🙏❤️

  • @boruah8390
    @boruah8390 6 місяців тому

    কথাটো শুনি বৰ দুখ লাগিল।।। তোমাৰ ঘৰ ক'ত হয়।।