Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
Professional student
বহুত ধুনীয়া কণ্ঠ। তোমালৈ বহুত বহুত শুভেচ্ছা তথা আশীৰ্বাদ থাকিল।
অতি মহত্বপূৰ্ণ কথা কৈছে।
সুন্দৰ কথনশৈলী ভাল লাগিল ধন্যবাদ
Komolika eman dhunia matured khata val lagise keep it up
God bless you beta ❤❤❤
Komolika maina mor sowalir dore tumiaag barhi goi thaka tumar actuate tumar ma Lukas aase thank you
may god long live
Bahut bhal lagil
তুমি আগুৱাই যোৱা ৷ভগৱানে তোমাক আৰু দেউতাক সাহস ৷তোমাৰ কথাবোৰে অন্তৰ চুই যাই ৷
❤❤❤❤❤
Bhut val lagise kotha but suni
Komalikar kithakhini khub sundar..
Val lagise
iman soru suali jodiu kotha bur u kontha bohut dhunia tumar porao hikibo loga ase.
Bohut vallagil kothakhinisuni valethaka xusthothaka😊😊
Vall lagil tumar kotha khuni
Bohut bhal lagil
Tomalokr video sai bhut bhut val lagil❤❤❤❤❤❤
আতি সুন্দৰ কথোপকথন ❤❤❤ God bless You.
কম বয়সৰ ছোৱালী জনীৰ গুৰুগম্ভীৰ কথা বতৰা ।আশীৰ্বাদ কৰিছো তুমি আগুৱাই যোৱা মাজনী
ভিটালী দাসৰ পিছত তেওঁৰ ছোৱালী হ'ব অন্য এক নিদৰ্শন। অন্য এক জ্যোতি হ'ব তেওঁ।
Bht val lagil ..... Miss you maa
ইমান সুন্দৰ কথাবোৰ সচাঁই বহুত ভাল লাগিল শিকিব লগীয়া কথাবোৰ
Very nice episode. She is sooo matured. Lots of love and blessings to you Komolika and I wish you have a bright future and can add more values towards the growth and development of Assam and the entire country and Ithink India needs people like you. Love you dear❤
তোমাৰ মনৰ আশা পূৰণ হৈ ওঠক।হয় মাজনী পঢ়াটো গানৰ মাধ্যমে আগবাঢ়ি যোৱা শতকুতি আশীৰ্বাদ।
Bhal sanskar pale manuh bhal hoi..
Bohut bhal lagil..
Vitali dasoloi monat poril😢....Tumi aguwai juwa
Komolikar gaan hunile j eman val lage .Mon sui jai❤❤❤❤❤❤❤
Dhunyake kthabilak uposthapon krese
আমাৰ শক্তি নাই ।ঈশ্বৰে তোমাক আগবঢ়াই নিয়ক,সুন্দৰ কণ্ঠ ,সুন্দৰ সৃষ্টি,সুন্দৰ ক'মৰে
Mur majoni kothabur bohut bhol Kom aged.Ma aagbahi juwa.
very nice komalika.bhut bhal lagil tumar kathabur huni.tumi aaru aaguay juaa.aarshbad thakil tumaloi bahut bahut.❤❤❤
Education uporot interview... Ata prastuti parashar baa suwali uporot lobo.
Kidore sikisa ma eman Sundar babe kotha. Kb ?
বৰ সুন্দৰ চিন্তা ধাৰা❤❤ সদায় কুখলে থাকা❤❤👍👍👍
,🙏🙏🙏
Aru agbahi juwa 🤎♥️ love from lokhimpur 🥰♥️
Bohut bhal lagil. Eman mature kotha botora. Teur ujjal bhobissat kamona korilu❤
Koboloi baki nai, bhogawane tomar bhaivshyat Ujjal korok maina❤
ভিতালী বা'ৰ পৰা তাই কি সংস্কাৰ পাইছে বেলেগ কৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই, তাইৰ কথা বতৰাৰ পৰাই সকলো গম পোৱা গৈছে। তাই সদায় এনেকুৱা এটা সুন্দৰ মন লৈ আগুৱাই গৈ থাকক তাকে কামনা কৰিছো।
মাকৰ নিচিনা কন্ঠ সচাকৈ বহুত ভাল লাগিছে
হয়, তোমাৰ মাতৃ আজি অমৰ। চিৰ দিনলৈ। তোমাৰ কথাখিনি বহুত সুন্দৰ
কমলিকাৰ পৰা বহুত ভাল কথা শিকিলোঁ তেওঁৰ উজ্বল কামনা কৰিলো ❤❤❤
তুমাৰ উপস্থাপন বিৰাত ভাল লাগিল
ভিতালি বা নাই -- কিন্তু তেওঁ জীয়ৰী কমলিকা দেখিলে --- ভিতালি বা দেখা যেন লাগে । ভিতালি বা ৰ গান বিলাক ধৰি ৰাখিলেই হব ।
Like mother like daughter
Beautiful
Bhitali jethaikbohuuuut miss koru. aru Kamalika baak bohuuuut val pau aru teur kothabure bohu kotha xikai❤
Apunar utjal vobishot kamona korilu baa aru aguwai jwa tare kamona korilu ❤😘
সচায়ে কথাবোৰ শুনি বৰ ভাল লাগিল ।
Love uoy
তুমি সদায় মানসিক ভাৱে সবল হৈ থাকা , তোমাৰ লগতে মা ও আমাৰ মাজত সজীৱ হৈ আছে
তোমাৰ উচ্ছাৰণ তোমাৰ কথনশৈলিলী অতি সুন্দৰ । তোমালৈ বহুত বহুত আশীৰ্বাদ থাকিল মাজনী ।
ভিতালী বায়ে এটা ডাঙৰ সম্পদ দি গৈছে
তেওঁৰ স্বামীক ।
সচাঁকৈ কথা কোৱাৰ শৈলী যিহে শুনিলে শুনি থাকিবৰ মন যায় থাকে
কমলিকা তুমি বহুত কথা জানা এইটো ভগৱানৰ দান সকলোকে ভগৱানে জন্ম দিছে কিন্তু সকলোকে ভাল শব্দটো দিয়া নাই সেই কাৰনে আমাৰ দেশ খন দিনৰ বেয়া বাতৰিটোহে T Vত দেখিবলৈ পাও আৰু শুনো মই এটা কম ভগৱানক সকলোকে সুমতি সুগতি দিয়া প্ৰভু krishna krishna 🙏🙏🙏❤❤❤❤
Maturity..👏👏
কথাবোৰ বৰ ধুনীয়া কৈ কৈছে❤️
Eman val loga katha koisa komolika vonti. ❤❤❤❤❤❤❤
কথাবোৰ বৰ মৰম লগা ভন্টি। আগুৱাই যোৱা তুমি।❤ মাত কথা হুবহু ভিতালী বাইদেউৰ দৰেই।
Matured Kotha bilak khub Dhunia ❤️ Best Wishes Thakil ❤️tumaloi Aaguai jua 👍
বহুত মৰম লাগিছে সহজ সৰল মনৰ ছোৱালী , আগন্তুক দিন বোৰ আৰু বহুত আগুৱাই যোৱা আশীৰ্বাদ থাকিল
মৰম লগা কথা বতৰাৰ গৰাকী মৰম লগা ভন্টি জনী তুমি আগুৱাই যোৱা ❤❤
তোমাৰ ভৱিষ্যত উজ্জ্বল হওক❤
Dhunu bati
কি বুলি ক'ম ভাষা নাই।
আজি তোমাক ধুনীয়া লাগিছে লগতে কমলিকা আমাৰ সদায় মৰমৰ 😘
Very good
Kamalika tmr kothabur khuni thaki bht vl lgil...bht dhunia kotha koisa...
বৰ ধুনীয়া
Nice
বৰ ভাল লাগিল
Boyokhotke teo xoru hoi kintu tor kotha khiniye ekdom mon sui goise ...God bless you
👍 aru UA-camr Ponkhi Bordoloi Interview lok
Bhut vll lgil baa jnir kotha xuni 🙂🙂
Junior vitali🥰❤️🙏
ভনি তুমি আগুৱাই যোৱা মাৰ অবিহনেথকাটো কিমান যটিল মোৰ চকুপানি ওলাল
কথাবোৰ বৰ ধুনীয়া ♥️ আগুৱাই যোৱা । মাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত ।
বৰ মৰমলগা ভনতি তুমি আগুৱাই যোৱা।
Kotha bhur hosakoi bhout dhuniya hoi dei bhitali baa jenekoi val asil manuhe jenekoi val paisil taiku bhout val pai miss korisu bhitali baak
যি মূলা বাঢ়ে তাৰ দুপাততে চিন : শুভেচ্ছা থাকিল।
Kotha bur bht dhunia❤️Val lagil video tuh❤️😍
বহুত ভাল লাগিল। বহুত অভিজ্ঞ তাই।
Lots of learnings is avaliable in this Kamalika,s discussion.
Moi vitali das or geet khubei val pau.etia tekhetor jiorir konthot geet bur suni khubei val lagi se .
Khub val lagil..kotha bur khub machiort
বহুত বহুত ভাল লাগিল ।মই আপোনাৰ প্ৰগ্ৰেম চাই থাকো । আপোনাক আজি বহুত ভাল দেখিছে ।। ❤
Kothabur bor Dhunia 😍
Bohut besi val lagill❤✨
Hundar kotha koisa kumolika imn xoru suwali hoi bohut dhunia kotha koisa tumar age r suwali bohutei imn hundar k Kobo najane God bless you
Val lagy bohut gan bur hune... Apunar...
ইমান সুন্দৰ মন্তব্য ❤❤❤❤❤
এটি সুন্দৰ অৱস্থান উপভোগ কৰিলো❤❤ ভাষাৰে বুজাব নোৱাৰা এক অনুভূতি ।ভন্তিজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤❤🙏🙏🙏
Bohut val lagil ❤️🙏🙏🙏
Iman besi matured khub besi val lagil....😘...best wishes thakil tumaloi....bohut duroloi aag bahi jua ...
Val lagil sai.khub dhuniya kotha koise❤
ÈMÀN VAL SÙR ARU JAN BUKU
KKHONII
SUROR LOGA LOGA
DUP LOI LÒI KOBITA
❤ DUPIAU Ì JUKARI
TAL MÌLAI HÀ AASÀ..
BOŔ MARJIT KOĹP0ÑA .
চিন্তা ধাৰা আমাৰো গভীৰ🤧কিন্তু আমি গায়ক গায়িকা অথবা অভিনেতা অভিনেত্ৰী ৰ সন্তান নহয় যে সেইবাবে মানুহে বুজি নাপাই🤧
Birat bhal lagil Sai. Thanks.
Khub dhudiya❤ kamolika❤❤❤
Himashri mukhor maat nulua hoi goise voiote.
🙏❤️❤️❤️ protito kothai mor karone heart touching
Akoman hamoi r babe ane lagil vitali baa a gai ase..