স্বামীয়ে বিক্ৰী কৰি দিয়াৰ পাছতো কেনেকৈ হ'ল সফল ? June Sadiya

Поділитися
Вставка
  • Опубліковано 7 січ 2025

КОМЕНТАРІ • 395

  • @rashmiborah587
    @rashmiborah587 Місяць тому +44

    কথাবোৰ যেনেকৈ কৈছে যেন তাই খুব ভাল হয়, ইমান শিক্ষা বেলেগক দি কি লাভ, নিজৰেই যদি চৰিত্ৰ বেয়া,লোকৰ সংসাৰ ভাঙি ডাঙৰ ডাঙৰ ভাষণ দিলে শোভা নাপাই ।হিমাশ্ৰী বা অলপ ভাল ভাল মানুহক নিমন্ত্ৰণ কৰিবচোন কিবা এটা শিকিব পাৰিব মানুহে এইবোৰক কিয় মাতে কিনো কৰিছে এইজনীয়ে উৎসাহ দিব পৰা একো কামেই কৰা নাই।এইজনীৰ পৰা লোকৰ সংসাৰ কেনেকৈ ভাঙিব পাৰি সেইবোৰহে শিকিব পাৰিব। চুমিৰ হঁতৰ দৰে মানুহ চিনি পোৱাত আকৌ ভুল নকৰিব। এইবোৰ মানুহ সাপতকৈও বেছি বিষাক্ত

    • @jyotichoudhury8784
      @jyotichoudhury8784 Місяць тому +4

      Moi Huna mote 4 khon man honghar borbad korise

    • @rashmigogoi974
      @rashmigogoi974 Місяць тому +3

      এই ফাল্টুজনী, চৰিত্ৰহীন তিৰুতাকনো সাক্ষাৎকাৰ লয়নে বাৰু? আমি তাইতকৈ বেছিহে কষ্ট কৰিছো, কিন্ত কাৰো অপকাৰ কৰা নাই

    • @mrinalidas4213
      @mrinalidas4213 26 днів тому +1

      Eijoni kio matibo laage hojom nohoi

  • @saratdas1685
    @saratdas1685 20 днів тому +1

    অতি সুন্দৰ বাৰ্তা, আগুৱাই যোৱা বাবু মাইনা হতৰ সুন্দৰ ভবিষ্যত কামনাৰে। শুভেচ্ছা জনালোঁ।
    জীৱন পথত খোজ কাঢ়োতে ধুলি মাকতি পৰে।
    সেইবোৰ পৰিস্কাৰ কৰি নিজৰ কৰ্ম কৰি যোৱা। যিটো তোমাৰ মানসিকতাৰে শুদ্ধ। তোমাৰ দৰে অকলশৰীয়া নাৰীৰ লগত আমি পুৰুষে অলপ ভাল বেয়া কথা পাতিলে আজিৰ সময়ত সামাজিক অপ্ৰিয় গোন্ধ নিশ্চয়। তেনে গোন্ধৰ অভিজ্ঞ ।

  • @BabuKashyap-f1h
    @BabuKashyap-f1h Місяць тому +17

    বহুত ভাল লাগিল।।বহুতে মহিলা ৰ দুখ খুচৰি ভাল পায়,মন্তব্য দেখিলেই গম পোৱা যায়।।আগুৱাই যাওক,মদাহিক বুজোৱা বহুত কঠিন।।যাৰ ঘৰত থাকে তেওঁ হে গম পায়।।

  • @ramanibordoloi5304
    @ramanibordoloi5304 12 днів тому

    তোমাৰ সাক্ষাৎকাৰ টো বহুত ধুনীয়া লাগিছে । তোমাৰ চিন্তাধাৰা বহুত ভাল লাগিছে। ল'ৰা ছোৱালী কেইটাক পঢ়া শুনা প্ৰতি যত্ন লবা ।

  • @PinkuDevi-n7m
    @PinkuDevi-n7m Місяць тому +25

    কথাবোৰ যথেষ্ট জ্ঞান যুৱক ভাল লাগিল। আপোনাৰ নিচিনা মহিলা যদি অসমত বহু সংখ্যক থাকিলে
    কাৰো জীৱনত অখান্তি সৃষ্টি নহয়।
    সুখী হৈ থাকক ধন্যবাদ

    • @SurekhaGogoi
      @SurekhaGogoi Місяць тому +9

      মতা চুৰ এইজনি

    • @onkasir
      @onkasir Місяць тому +1

      বি‌য়া আকৌ হ'ব নেকি‌

    • @chanakyagogoi2500
      @chanakyagogoi2500 Місяць тому +2

      Eijoniea 4 taloi gol lukor mota kahi kahi

  • @dharamabarbarua
    @dharamabarbarua Місяць тому +70

    সীমা শ্ৰী , অসমত বহুত ভাল কৃষক , ভাল সমাজ কৰ্মী , ভাল সঙ্গীতজ্ঞ , ভাল ছাত্ৰ , এনেকুৱা ভাল ভাল মানুহৰ সাক্ষাৎ কাৰ লব লাগে , কি এনেকুৱা মানুহৰ video কৰিছাঁ

  • @Jonali-l1z
    @Jonali-l1z Місяць тому +14

    ইমান ধুনীয়াকৈ সাহিত্য চৰ্চা কৰে। সাহিত্যৰ বিষয়ে নুশুধিলাই । From maligaon

  • @padmadutta3158
    @padmadutta3158 Місяць тому +18

    তুমি সাহসী মহিলা
    আগুৱাই যোৱা ❤❤

  • @Kuki_shorts123
    @Kuki_shorts123 Місяць тому +52

    খেতিয়ক ধনীৰাম চেতিয়াক মাতিবা ৰাইজে কিবা১টা সিকিব পাৰিব। 🙏

    • @ChandanaChandana-x5h
      @ChandanaChandana-x5h Місяць тому

      Thike koise apuni...anekuwa faltu manuhor pora hikib logia aku nai ...lukor akhn hongkhar hekh kori dise tai...kotha bur mitha mitha kintu bhut tengor maiki june hodiya ...anekuwa maiki pitib lage

    • @ajchetia7435
      @ajchetia7435 29 днів тому

      Right 👍

  • @ManjuBorah-p8i
    @ManjuBorah-p8i Місяць тому +24

    সীমাক্ষী এজনীতকৈ মোৰ জীৱনটো বহুত সংঘাতপূৰ্ণ আৰু বৰ্তমান মই নিজকে বহুগুণে সফল বুলি ভাবোঁ। এনে কোৱা চৰিত্ৰহীন মানুহক মাতি অনুষ্ঠানটোৰ মৰ্য্যদা হানি নকৰিবা।কাৰন তোমাৰ এই অনুষ্ঠানটো অসমৰ বহুত লোকে চায়। আৰু বহুলোকে চচিয়েল মিডিয়াত কোন কেনেকুৱা গম পায়।আগলৈ কথাটো মনত ৰাখিবা বুলি আশা কৰিলো।

  • @bhupenkalita7289
    @bhupenkalita7289 Місяць тому +9

    মানুহ কিছুমান বেয়া commen দিছে..কিন্তু বেয়া বুলি বেয়া commen দিৱ নালাগে. কাৰণ তেওঁ লোক মানুহ..ভাল কৰিলে যে ভাল কব লাগিৱ এইটো নহয়.....বেয়া কৰিলে বেয়া কব লাগিব এইটো নহয়...কোনো মানুহৰ ওপৰত ভাল বেয়া বিচাৰ কৰা kheymota অমাৰ নাই...সকলোৱে নিজৰ গাঁত চিকুটি চালে হব..

  • @muktadevi7939
    @muktadevi7939 29 днів тому

    ভাল লাগিল । বাইদেউ কথাখিনি শুনি দুখো লাগিল ধন্যবাদ জ্ঞাপন কৰিলো 🙏😂❤

  • @najrinsultana6195
    @najrinsultana6195 Місяць тому

    কাৰো বিষয়ে সম্পূৰ্ণকৈ নজনাকে সমালোচনা কৰাটো ভুল,কিছুমানে এনেকে সমালোচনা কৰে যে সিহঁতৰ নিজৰ যেন কোনো ভুলেই নাই৷যিয়েই নহওঁক দুয়োজনীৰে কথাবোৰ সম্পূৰ্ণকৈ শুনিলো আৰু বহুত ভাল লাগিল৷

  • @mitaligogoi175
    @mitaligogoi175 Місяць тому +23

    তোমাৰ কথা-বতৰাবোৰ শুনিলে কম পঢ়া-শুনা ছোৱালী বুলি বিশ্বাস কৰিবলৈ টান। বহুত উচ্চ শিক্ষিত লোকেও এনে ধৰণৰ কথা-বতৰা ক'ব নোৱাৰিব। বৰ ভাল লাগিল ❤️ সাহসেৰে আগবাঢ়ি যোৱা 👍👍

    • @ManjuBorah-p8i
      @ManjuBorah-p8i Місяць тому +2

      অৰূপ শইকীয়াৰ পত্নীৰ লগত কথা পাতকছোন গম পাব। আপোনাৰ নাক কোচ খাই যাব।

    • @Trisha-ym5dk
      @Trisha-ym5dk Місяць тому

      ​@@ManjuBorah-p8i kon hoi Arup saikia?

    • @rupateronpi
      @rupateronpi Місяць тому

      জোন শদিয়াৰ প্ৰেমিক

    • @malobikadutta2235
      @malobikadutta2235 Місяць тому

      বেলেগ ৰ স্বামীক ও কাঢ়ি নিব পাৰে কিন্তু তাই

    • @AnuChutia-o9w
      @AnuChutia-o9w Місяць тому +1

      ​@@Trisha-ym5dk aegorakir 4th number husband...jar ajoni potni thaka pist ari ahi aejoni lgt oboidha prem korisil..

  • @indumoni891
    @indumoni891 Місяць тому +25

    আজি সমাজৰ মানসিকতা বোলা অনুভৱ টো নাইকীয়া হৈ গৈছে। যাৰ লগত হয় তেওঁহে গম পাই।আজিৰ মানুহে যিকোনো কথা কৈ দিব পাৰে।আছল কথা নেজানি সমালোচনা কৰি‌য়ে ভাল পাই।

  • @Ranju-t7j
    @Ranju-t7j 25 днів тому +2

    Bohut bhal lagil kothabur jani agbahi jua ❤❤❤❤

  • @lukumoniborah4057
    @lukumoniborah4057 Місяць тому

    মনৰ সাহস আৰু ধৈয্যৰ বাবে বহু বহু ধন্যবাদ ।

  • @pranitaphukon8735
    @pranitaphukon8735 Місяць тому +42

    আগতে এওঁৰ ভিদিউ চাই ভাল পাইছিলো, কিন্তু এদিন তেওঁৰ বিষয়ে এগৰাকীয়ে এটা ভিদীও দিছিলে সেইটো চোৱাৰ পৰা এওঁক বেয়া পাওঁ। কাৰণ কোনো নাৰীয়ে নিজৰ স্বামী জনক আনৰ লগত ভগাব নোৱাৰে আৰু সেই দুৰ্ভগীয়া নাৰী গৰাকী আৰু তেওঁৰ সন্তানে কিমান কষ্ট সহ্য কৰিব লগা হৈছে সেইটো তেওঁলোকে জানে। তেওঁ এখন ঘৰ ভাঙিছে তাতকৈ আৰু কি উন্নতি লাগিছে

    • @suranath4149
      @suranath4149 Місяць тому

      Val lagil tumerkthabur xuni aguaizua

    • @bantideka823
      @bantideka823 Місяць тому +1

      Moiu seibabe nasau

    • @Ratandaa-yj3pt
      @Ratandaa-yj3pt Місяць тому

      Tomar kothakhini sochakoi borbhal lagil tumi bohut ovigota dila ; tumi kom sikhito howa buli kolio tumi bohut gin dila aee preithibi khonr lora sawalik❤❤❤❤❤❤❤

    • @DhanmayaLama-bc7qv
      @DhanmayaLama-bc7qv Місяць тому

      Bahut bhal lagil june baidewr kothabur huni

    • @Udit796
      @Udit796 Місяць тому

      moitu unsubscribe kori dilu eaigorakik

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Місяць тому +3

    "জীৱনৰ সংগ্ৰাম আমাৰ অন্যতম ডাঙৰ আশীৰ্বাদ। ই আমাক ধৈৰ্য্যশীল, সংবেদনশীল আৰু ঈশ্বৰসদৃশ কৰি তোলে। ই আমাক শিকাই যে যদিও পৃথিৱীখন দুখ-কষ্টৰে ভৰি আছে, তথাপিও ইয়াক অতিক্ৰম কৰিও ভৰি আছে।" - হেলেন কেলাৰ
    "The struggle of life is one of our greatest blessings. It makes us patient, sensitive, and Godlike. It teaches us that although the world is full of suffering, it is also full of the overcoming of it." - Helen Keller

  • @EmoniBorah
    @EmoniBorah Місяць тому +2

    এওঁৰ বিষয়ে বহুত বেয়াকৈ শুনিছোঁ এটা video ট ,কোন সঁচা কোন মিছা নাজানো,ই গৰাকীও সঁচা কোৱা যেন লাগিল,কেইবাবাৰু বিয়া হোৱা বুলে এই গৰাকী।

  • @MondiraDowarah
    @MondiraDowarah Місяць тому +12

    সচাঁকৈয়ে কথাখিনিৰ পৰা বহুত সাহস পালো। ভাল লাগিল❤❤❤

    • @rupateronpi
      @rupateronpi Місяць тому +2

      Interview ত ইমান ভাল ভাল ইমান ডাঙৰ ডাঙৰ কথা আনৰ সংসাৰ ধ্বংস কৰা মানুহ তাই

    • @ManjuBorah-p8i
      @ManjuBorah-p8i Місяць тому

      এইজনীৰ মুখখন হে মিঠা। চৰিত্ৰ বা আৰ্দশ বুলিবলৈ একো নাই। দুটা ল'ৰাৰ বাপেকক কাঢ়ি নি ঘৰ পাতিলে।

  • @kanaktalukdar2847
    @kanaktalukdar2847 Місяць тому +6

    সুন্দৰ অনুষ্ঠান ,ভাল লাগিল ।

  • @ritasaikia3441
    @ritasaikia3441 Місяць тому +11

    জোন শদিয়া কেনেকুৱা কব নাযাও কিন্তু মাক হিচাপে তাইৰ কৰ্তব্যসমূহ ধুনীয়াকৈ পালন কৰিছে। নেইনা আৰু ল'ৰাটোক ধুনীয়াকৈ ডাঙৰ-দীঘল কৰিছে।

  • @minumahanta8317
    @minumahanta8317 Місяць тому +21

    মানুহ গৰাকীৰ। বৰ সাহসী.,ভাল লাগিল 🎉

  • @AnjaliBora-z5r
    @AnjaliBora-z5r Місяць тому +14

    আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল,দুখো লাগিল, দুখৰ কথাবোৰ শুনি, আপুনি বহুত সাহসী , আপোনাৰ ভাল হ'ব

  • @monikablog3498
    @monikablog3498 Місяць тому +25

    ❤❤ ভাল লাগিল ❤️❤️ কিছুমানে বেয়া কমেন্ত কৰিছে হয়তো ওচৰৰ চকু চৰহাবোৰ হয় চাগে

    • @rupateronpi
      @rupateronpi Місяць тому

      তাইৰ আচল চৰিত্ৰ তো আপুনি জনা নাই বাবেহে ভাল লাগিছে তাই আনৰ সংসাৰ ধ্বংস কৰা মানুহ ! newsত পাইছিললো প্ৰথমে ফেক বুলি ভাবিছিলো কিন্তু নহয় চৰিত্ৰহীন তাই

  • @BarkhaTumung-dn7pu
    @BarkhaTumung-dn7pu Місяць тому

    আপোনাৰ কাহিনী বহুত ভাল লাগিল

  • @lakhimaideurilakhimaideuri1096
    @lakhimaideurilakhimaideuri1096 Місяць тому +4

    জোন তুমি বহুত সুন্দৰ মন্তব্য আগুৱাই যোৱা ভাল লাগিল তোমাৰ কথা শুনি ্

  • @nazmihamid6067
    @nazmihamid6067 Місяць тому +1

    Bahut val lagil...beya manuhkhiniye beyake konoi...kintu jiman dur jano Jun Sadiya agoragi Sahokhi aru vodro Mahila hoi....Be yourself....love from Barpeta Town....

  • @pronoyradheradhekonwar9154
    @pronoyradheradhekonwar9154 Місяць тому +1

    বহুত ভাল লাগিছে

  • @MonjutsnaBora
    @MonjutsnaBora Місяць тому +4

    Bahut bhal lagil da ❤❤❤🙏🏻🙏🏻🙏🏻

  • @khirojsvlog7180
    @khirojsvlog7180 Місяць тому +3

    আগুৱাই যোৱা বাইদেউ তাকে কামনা কৰিলোঁ,👏🌏😘

  • @binugogoi3881
    @binugogoi3881 17 днів тому

    Be strong sister go ahead,god bless you 🙏😊

  • @DimbanathDoley
    @DimbanathDoley Місяць тому +11

    জোনে শদিয়া তোমাৰ কথা বোৰ শুনি ভাল পালো। তোমাৰ মংগল কামনাৰে
    মাজুলীৰ ঠেকেৰা গুৰি

  • @JinkuBasumatary-m3h
    @JinkuBasumatary-m3h 23 дні тому

    Val lagil ❤❤❤❤❤

  • @navanitallll
    @navanitallll Місяць тому +1

    Ba joni kotha bur huni bht bsia bea lgil mur jibont ghoti thoka kahini tua ru 🙂❤️vle thka ba

  • @BabulBora-hl4ez
    @BabulBora-hl4ez Місяць тому +6

    ভাল কথা মানু্হক জীয়াই থাকিবলৈ dibolage মৰিবলৈ দিবলে কাৰো আধিকাৰ নাই

  • @purabiboruah7967
    @purabiboruah7967 Місяць тому +11

    ইতিমধ্যে তুমি দ্বিতীয় বিবাহ কৰালাইচোন

  • @ManjuBorah-p8i
    @ManjuBorah-p8i Місяць тому +53

    তুমি সমাজৰ বাবে কি কৰিবা।কিবা আৰ্দশ আছেনে নিজৰ?নিজৰ সংসাৰ খনো ৰাখিব নোৱাৰিলা আনৰখনো ভাঙি শেষ কৰিলা।

    • @abhilekhamorang4217
      @abhilekhamorang4217 Місяць тому +5

      Akdom thik koise

    • @labonyabora1896
      @labonyabora1896 Місяць тому +2

      মগাহিক অকল মদ হে লাগে। মদাহিৰ লগত যি বিয়া হৈচে তাইহে গম পাই পাই।

    • @Assamcreator8289
      @Assamcreator8289 Місяць тому

      Tumi sokure hklu dekhisa ne....ek poikhyo bhabe Karu kotha anekoi nokobo

  • @ranjitgogoi3354
    @ranjitgogoi3354 Місяць тому

    You are the great woman empowerment.

  • @journeytogether6449
    @journeytogether6449 Місяць тому +1

    Bohut bhal lagil kotha khini xuni....xosai dei beya manuh r lgt thaki xodai Ashanti pai thokat koi akole thakai Shanti...

  • @DipshikhaDevi-ih6en
    @DipshikhaDevi-ih6en Місяць тому +10

    বেয়া comments দিয়া অভদ্ৰ কেইটা জোন বাৰ দৰে কৰ্মী নহয়
    অকামিলা

  • @ashwinidasi8439
    @ashwinidasi8439 Місяць тому

    তুমি খুব সাহসি আগবাঢ়ি যোৱা

  • @96noborpatragaurisagar82
    @96noborpatragaurisagar82 24 дні тому

    Val lgil ❤❤

  • @MomandMaineevlogs
    @MomandMaineevlogs Місяць тому +7

    এখেতৰ পৰা জানিবলগীয়া কি আছে?? কিযে মানুহ বোৰক মাতে দেই। এখেতৰ ভনীয়েক গৰাকীকো মাতক এদিন বহুত ভিউজ পাব। শদিয়াৰ এজন খেতিয়ক আছে ধনীৰাম চেতিয়া তেখেতক মাতকচোন বহুত মানুহ উপকৃত হ'ব।

  • @sunitapegu1481
    @sunitapegu1481 Місяць тому

    জুন বা আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।

  • @mamubaruah7390
    @mamubaruah7390 18 днів тому

    Bohut hahokhi mohila 👍👍☺️

  • @riturajkalita2767
    @riturajkalita2767 Місяць тому +1

    বহুত ভাল লাগিল ভিডিঅ'টো চায়। হয়,আবেগত লোৱা সিদ্ধান্ত‌ই জীৱনটো আউল লগাই দিয়ে। সেয়া ভুক্তভোগী নিজে। আপোনাৰ কথা খিনিয়ে আন বহুতক সাহস দিব,প্ৰেৰণা যোগাব।

  • @umakantpegu9408
    @umakantpegu9408 Місяць тому

    সুন্দৰ মন্তব্য ভাল লাগিল

  • @Bikashboruah-hg9rn
    @Bikashboruah-hg9rn Місяць тому +2

    Hundor Houk ❤❤❤

  • @subhagyanrock3297
    @subhagyanrock3297 Місяць тому +1

    Jun sadiya maam,jibonor hokolutkoi dangor bostu tu hol nijor caractar ,nijor caractar jdi lgt rakhibo nuware tenehole jiyai thokaru ortho kot ,abar herai gole ghurai nupuwa bostu tu hol jibon ,haikaronei kuwa hoi jibon manei caractar caractar manei jibon jitu abar herai gole ghurai puwa najai.aru ata kotha aitu kenekuwa formula jitu nijor family happy koribole anok dolonit Puna melibole karubak baidhya kora..jodi vul Kora nai kunu kotha nai jdi korise to vogobane apunar suwali jonir lgt tenekuwa hole kene lagibo.apunar jibontu dukhor hoi buliye anor jibonor lgt hetali khelatu kenekuwa kotha.

  • @Shortsbypriyakshi
    @Shortsbypriyakshi Місяць тому +3

    মনটো বহুত সুন্দৰ ।ভাল লাগিল ।

  • @SurekhaGogoi
    @SurekhaGogoi Місяць тому +17

    শদিয়া বাসী ৰাইজে তোক ভালকৈ জানে যে তই কিমান ডাঙৰ মতা চুৰ 🙂

  • @BenudhorGogoi-y7y
    @BenudhorGogoi-y7y Місяць тому +9

    Himashree bhal lagel.your thanks.

  • @NilimaSaharia-mc7je
    @NilimaSaharia-mc7je Місяць тому

    বহুত সুন্দৰ নিদৰ্শন জুন হাজৰীকা জীৱনটো দুসৰ

  • @suranath4149
    @suranath4149 Місяць тому +2

    Jun tumer kathàbur xunival lagil sahasere agui jua

  • @manohararun3299
    @manohararun3299 25 днів тому

    Real hero youare

  • @junuborgohain
    @junuborgohain Місяць тому

    Sasoche lokhmi agbahi jua june

  • @anjalidevi9664
    @anjalidevi9664 Місяць тому

    Val lagil Jun sadiar kothabur 👍👍👍

  • @kalpanarai77M
    @kalpanarai77M Місяць тому +2

    strong lady 👌god bless you ❤

  • @PingyaKhamhoo
    @PingyaKhamhoo Місяць тому

    Bhal lagise kahini tu moi chowkham pora

  • @LakhimaiBorah-f3v
    @LakhimaiBorah-f3v Місяць тому

    Val lagile

  • @RinkuGogoiRinku-o8c
    @RinkuGogoiRinku-o8c Місяць тому +1

    আমাৰ আইসকলে আজিকালি easy money বিচাৰি youtube channel খুলি নিজৰ সংসাৰৰ লগতে আনৰ সংসাৰ ভাঙিব শিকিছে।
    কিন্তু সেইবোৰ টকাৰে সুখী হব পাৰিনে, লৰা ছোৱালী ভাল মানু্হ কৰিব পাৰি? জনাব লাগে

  • @sandipdhar5802
    @sandipdhar5802 Місяць тому

    Bohut
    Vall,lagil

  • @AnjaliGogoi-p9e
    @AnjaliGogoi-p9e Місяць тому

    God always help you go ahead.thanks

  • @musichub3129
    @musichub3129 Місяць тому

    বহুত ভাল লাগিল ❤❤❤❤

  • @parthaprotimdas3884
    @parthaprotimdas3884 Місяць тому +3

    শদিয়াৰ মহা ফকটীয়া, ফালটো জেনীৰ লগত পদকাচট্ট

  • @JAYANTADHADUMIA-l4f
    @JAYANTADHADUMIA-l4f Місяць тому

    Ohh ohh my god very nice talk, so keep it

  • @MuhindaTamuli-i6n
    @MuhindaTamuli-i6n 19 днів тому

    Nice baa❤❤❤

  • @AnjanTayeKumar
    @AnjanTayeKumar 17 днів тому

    এইজনীটো লোকৰ মতা চুৰ কৰি জীৱন উপভোগ কৰা মাইকীয়ে বুলি শুনিছো ৷

  • @AnupamTalukdar-bp5ev
    @AnupamTalukdar-bp5ev Місяць тому

    Salute to you

  • @JyotiNarzary-r5o
    @JyotiNarzary-r5o Місяць тому

    Hosakoi ekdom hasa kotha junba bor dhunia koi koise👍💯🙏

  • @urbashimoran8779
    @urbashimoran8779 Місяць тому +1

    ভাল লাগিল

  • @MinakshiRabha-cs3wp
    @MinakshiRabha-cs3wp Місяць тому +3

    Ba upunaloi bohut besi❤❤🎉❤❤🎉

  • @ankitaborah2978
    @ankitaborah2978 Місяць тому +1

    জোন তুমি আগুৱাই যোৱা ভগৱান তোমাৰ লগত আছে

  • @rimpidancevideos2399
    @rimpidancevideos2399 Місяць тому +2

    বা বহুত দুখ লগা কাহীনি😢

  • @ParashmoniBora-m7h
    @ParashmoniBora-m7h Місяць тому +9

    Kiba kotha burot misaa misa ha lagise sn njnuu bru kotha bur kb njne karone lagise ne kou buli koise naa....😊

  • @eunasworld
    @eunasworld Місяць тому +6

    Kthabur bor hundorkoi koise...bohu ktha janilu...vl lgil sai.

  • @bhabenborah6730
    @bhabenborah6730 День тому

    চৰিত্র আচল কথা বাইদেউ

  • @BinodKumarDas-x6s
    @BinodKumarDas-x6s Місяць тому

    বহুত ভাল লাগিল।

  • @basantiboro4314
    @basantiboro4314 Місяць тому +4

    ইমান ডীঘল কথোপকথন মানুহৰ শুনিবলৈ সময় নাই। মাজে মাজে এজন পুৰুষৰ পোস্ট দেখিবলৈ পাও, কোন সেই জন ?

  • @ainubaruah5119
    @ainubaruah5119 Місяць тому +1

    হয় কথাটো ভাল লাগিল মানুহ সদায় পজিতিভ হব লাগে

  • @kusumgogoi8139
    @kusumgogoi8139 Місяць тому

    Vhal lagile

  • @Makabata1234
    @Makabata1234 Місяць тому

    ভাল লাগিল দেই

  • @biruchetryanewillbehelpgod7104
    @biruchetryanewillbehelpgod7104 Місяць тому

    God Bless You

  • @Aditya_payeng
    @Aditya_payeng Місяць тому

    Bhut bhal lagil♥️♥️

  • @gobindas2019
    @gobindas2019 28 днів тому

    Best girl

  • @KiranchutiaKalita
    @KiranchutiaKalita Місяць тому

    বহুত ভাল লাগিল

  • @jadabBharali
    @jadabBharali Місяць тому +9

    Baa jonir kotha bilak bhut Val lagise ...

  • @MainaJan-t7b
    @MainaJan-t7b Місяць тому +1

    আপুনি সাহসী মহিলা ভাল লাগিল

  • @biswabornilBoruah
    @biswabornilBoruah Місяць тому +1

    Val lagil

  • @BandanaDas-lk5si
    @BandanaDas-lk5si Місяць тому +1

    God bless you .

  • @manakshiboruah
    @manakshiboruah Місяць тому

    Hasai bor val lagile moiu teane dare vabu❤❤❤

  • @ankurboruah3865
    @ankurboruah3865 Місяць тому +5

    চাই জানি ভাল লাগিছে

  • @gitsstudio288
    @gitsstudio288 25 днів тому

    জোনক আনি ভালেই কৰিছা । ইমান সংগ্ৰামী ছোৱালীজনীক মানুহবোৰে কিয় বেয়াকৈ ভাবিছে নাজানো দেই। জোনৰ কথা বাৰ্তাই মোক আকৰ্ষিত কৰে ।

  • @AjitMahato-k6o
    @AjitMahato-k6o Місяць тому

    Bohut bhal lagil

  • @rinachoudhury7417
    @rinachoudhury7417 Місяць тому

    Bohut Bhal lagil .

  • @purnimadeka9795
    @purnimadeka9795 Місяць тому +12

    ধোৱা তুলসীৰ পাতা দে

  • @MomiBoruah-k4t
    @MomiBoruah-k4t 11 днів тому

    Bestvallagil

  • @JunGogoi-ww5lo
    @JunGogoi-ww5lo Місяць тому +10

    ভাল নালাগিলে কাৰন সচা কথা নাই