১৪ এপ্ৰিলত আছুৰ মুকলি বিহুত অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভিতালী দাসে

Поділитися
Вставка
  • Опубліковано 20 кві 2021
  • #NewsLive #VitaliDas #VitaliDasNoMore #COVID19 #AssamNews
    কৰ'নাত আক্ৰান্ত হৈ কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যু
    মৃত্যুৰ পূৰ্বে ১৪ এপ্ৰিলত আছুৰ মুকলি বিহুত অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভিতালী দাসে
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 605

  • @niraj8221
    @niraj8221 3 роки тому +157

    ভিটালী বাইদেউৰ দৰে বিহু গাব পৰা দ্বিতীয় এগৰাকী গায়িকা হয়তো আৰু নোলাব । তেওঁৰ বিহুৰ কণ্ঠ সঁচাই God gifted... তেখেতৰ আত্মাৰ শান্তি বিছাৰিলো । 💐

  • @rkdvlogs3428
    @rkdvlogs3428 3 роки тому +103

    শৈশৱটো ভিতালী বা আৰু জুবিন দাৰ দুয়োৰে বিহু গীত জুতিৰে পাৰ কৰিলোঁ,আচৰিত আৰু মৰ্মাহত হলোঁ ভিতালী বাৰ বিয়োগৰ বাতৰি পাই।এজন গুণমুগ্ধ হিচাপে ভিতালী বাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।😥😥

    • @alauddinahmed1669
      @alauddinahmed1669 3 роки тому +1

      ভিতালি বা মতেই আছে তাতে সুখেৰে ‌থাকক। আলাউদ্দিন আহমেদ, খাৰশিঠা, মোহনবজাৰ। জিলা নলবাৰী

  • @basisthaacharya6590
    @basisthaacharya6590 3 роки тому +65

    অসমীয়া জাতিৰ প্ৰাণ উচ্ছল কৰি তোলা এই গীতটো গাই তুমি আমাৰ মাজৰ পৰা আতৰি গুছি গ'লাগৈ। বৰ দুখ লাগিছে, জনমে জনমে তুমি আহি অসমী আইৰ কোলা শুৱনি কৰি গীত গাবাহি। তোমাৰ এই সুৱদী কণ্ঠ সদায় আমাৰ সমাজত অমৰ হৈ ৰব। 🙏🙏🙏

  • @jitumonidas329
    @jitumonidas329 3 роки тому +5

    খৱৰটো পাই মৰ্মাহত হলো।ভাষা নাই কি বুলি তেখেতক বিদায় জনাও।এনেকৈ বিহুৰ বতৰত যাৰ কণ্ঠত বিহুৰ মাদকতা পাইছিলো তেও এ আজি আমাৰ মাজৰ পৰা আতৰি গল।বা তোমাৰ আাত্মাই শান্তি পাওক অশ্ৰুসিক্ত নয়নেৰে তাকেই কামনা কৰিলো।

  • @sushilsaharia5160
    @sushilsaharia5160 3 роки тому +35

    অন্তিম বাৰৰ বাবে অন্তিম গীততিৰে বৰ ভাল কন্ঠৰ গায়ীকা লগতে সুন্দৰ মাৰ্জিত আচৰনৰ ভিতালী দাসক অসমৰ ৰাইজে অকালতে হেৰুৱালো

  • @umaraninath2530
    @umaraninath2530 3 роки тому +88

    বহুত বেয়া লাগিল 😭 তেখেতৰ বিদেহি আত্মাই চিৰ শান্তি লাভ কৰে যেন🙏🙏🙏

  • @bijoybora6181
    @bijoybora6181 3 роки тому +34

    ভিতালী বাৰআত্মাই সদগতি লাভ কৰক তাৰে কামনা কৰিলো

  • @dipshikhasarma6613
    @dipshikhasarma6613 3 роки тому +10

    কেতিয়াও আশা কৰা নাছিলো এনেকুৱা এটা বাতৰি। তেখেতৰ আত্মাই শান্তি পাওক... বহুত বেছি miss কৰিম বা আপোনাক😢

  • @monjitlahon3963
    @monjitlahon3963 3 роки тому +14

    অসমৰ বিহু সঙ্গীত জগত খনৰ লতা মঙ্গেশকাৰ আছিল Vitali বাইদেউ 😭🌼🌼🕊️

  • @pritamroy12345
    @pritamroy12345 3 роки тому +2

    বহুত দুখ লাগিল কথাটো শুনি । আপোনাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক । তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

  • @phatiknandanrabha6679
    @phatiknandanrabha6679 3 роки тому +2

    তেখেতৰ কণ্ঠৰ চিৰসেউজীয়া গীতবোৰ শুনি থাকোতে আজি মনটো সেমেকি গল।তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।আধৰুৱা কাম বোৰ কৰি তেওঁক সদায় চিৰস্মৰণীয় কৰি তোলক অজস্ৰ গুণমুগ্ধই।

  • @padumitalukdar6621
    @padumitalukdar6621 3 місяці тому +1

    চৰণেহে জানে মৰণৰ ঠাই।তেওঁ জনা নাছিল মৰণ আহিছে বুলি।যতে আছে শান্তিত থাকক।❤🎉🎉🎉🎉🎉

  • @Musicplanet369
    @Musicplanet369 3 роки тому +4

    আকলুৱা মাতৰ গীত সমূহৰ যোগেৰে তেওঁ আমাৰ মাজত সদায় উজলি ৰ'ব!
    Miss u sooooooo much Vitali ba😥😥😭😭প্ৰতিটো ব'হাগ মূখৰিত হৈ ৰ'ব তোমাৰ কন্ঠেৰে 🙏🙏

  • @babeeboruah2088
    @babeeboruah2088 3 роки тому +23

    বিদেহী আত্মা ৰ সদগতি কামনা কৰিলোঁ লগতে পৰিয়াললৈ সমবেদনা জনালোঁ ।

  • @buliborah5758
    @buliborah5758 3 роки тому +18

    কোনো ভাষা নাই😭😭😭😭🙏🙏

  • @Harkhajit1000
    @Harkhajit1000 3 роки тому +2

    ভিটালী বাইদেউৰ আত্মতৰ শান্তি পায় যেন🙏🙏😔🙏🙏😔

  • @pragjotishpurbapan6308
    @pragjotishpurbapan6308 3 роки тому +11

    ভিতালী দাস ৰ বিহু মোৰ শৈশৱৰ আবেগ
    শ্ৰদ্ধাঞ্জলি বা
    বংগভাষী মই ভালপাওঁ বিহু ৰঙালী
    আজি হতাশ কৰোনাৰ কৰাল গ্ৰাসত বিশ্ব
    হেতালি নেখেলিৱ ৰাইজ সতৰ্ক হওঁক

  • @Bishalbaruah7889
    @Bishalbaruah7889 3 роки тому +5

    বহুত দুখ লাগিছে, অসমবাসীৰ বাবে এক অপুৰণীয় ক্ষতি l. তেখেতৰ বিহু গীতবোৰ চিৰযুগমীয়া হৈ ৰব l জুবিন গাৰ্গৰ লগত গোৱা সেই... কিনো চাৱনিৰে চালা মোক ঐ, তই নাগিনী নে নগাচাঙৰ আদি অগনন গীত আমাক উপহাৰ দি গৈছে, তেওঁৰ গীতবোৰৰ মাজতে চিৰদিন অসমবাসীৰ বুকুত জীয়াই থাকিব l

  • @chinmoywailung2418
    @chinmoywailung2418 3 роки тому +8

    So sad news, best female Bihu singer of Assam ❤️❤️RIP

  • @montusaikia9966
    @montusaikia9966 3 роки тому +23

    তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏🙏

  • @dimpiranisarma451
    @dimpiranisarma451 3 роки тому +43

    তেওঁৰ কণ্ঠত যাদু আছে।তেওঁৰ বিদেহ আত্মাই শান্তি পাওক।

  • @rupalibhuyan8075
    @rupalibhuyan8075 3 роки тому +2

    গাণটো শুনোতেই ফুপাই থকা যেন লাগিছিল। বহুত বেয়া লাগিল ।ওম শান্তি 🙏

  • @pabitratamuly8982
    @pabitratamuly8982 3 роки тому +4

    বহুত বেয়া লাগিল। সজাগ হওক ৰাইজ।

  • @santoshborah6757
    @santoshborah6757 3 роки тому +52

    বিহু বন্ধ কৰক । জীৱনৰ ঘোৰি নাহে বিহু আহিয়েই থাকিব । বহু দুঃখিত ।😭😭

    • @minakshikumaridekamorigaon1668
      @minakshikumaridekamorigaon1668 3 роки тому +5

      Thik kotha koise

    • @m..d5627
      @m..d5627 3 роки тому +3

      Right..

    • @rajibprakashboro2805
      @rajibprakashboro2805 3 роки тому +3

      সচা কথা । বন্ধ হব লাগে। সংবাদ মাধ্যমেও প্ৰচাৰ বন্ধ কৰিব লাগে।

    • @dilipbiswas6046
      @dilipbiswas6046 3 роки тому

      মোৰ মতে বিশু বন্ধ কৰিব নালাগে ।S O P মানি কৰিব লাগে

    • @santoshborah6757
      @santoshborah6757 3 роки тому +1

      @@dilipbiswas6046 আপোনাৰ গাত বিহু কি লাগিয়ে আছে যেন লাগিছে । বিহু পাতিব মন কাৰ নাযায় বিহুত কৈ আপোনাৰ জীৱন সুৰু নহয় । কৰুনা যাব দিয়ক যিমান মন যায় সকলোৱে মিলি বিহু পাতিম ।

  • @patkainews4519
    @patkainews4519 3 роки тому +59

    অতি দুখৰ খবৰ আমাৰ বাবে

  • @mintudas404
    @mintudas404 3 роки тому +2

    বহুত বেয়া লাগিল বাইদেউ খবৰটো পাই তেখেত আত্মাই চিৰ শান্তি লাভ কৰক 😭😭😭😭😭😭

  • @asen8165
    @asen8165 3 роки тому +36

    বহুত বেয়া লাগিছে। তেওঁৰ গান সদায় শুনি থাকিম। RIP

  • @jaanboruah8680
    @jaanboruah8680 3 роки тому +15

    খবৰটো পাই বহুত বেয়া লাগিছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ।
    ভিতালী বাৰ অবিহনে জানমণিৰ বিহু গীত কেইটাও আজিৰ পৰা আধৰুৱা হৈ ৰব । যাৰ কন্ঠই জানমণিক চিৰসেউজ কৰি ৰাখিছিল । জুবিন দা আৰু ভিতলী বাৰ কন্ঠত জানমণিৰ বিহু গীত কেইটাইও প্ৰাণ পাই উঠে । যাৰ উচ্চ কন্ঠত প্ৰতিটো গীতত নতুন মাদকতা দিয়ে সেইগৰাকীয়ে আছিল ভিতালী দাস বা ।

  • @farmingasjeevika763
    @farmingasjeevika763 3 роки тому +3

    বহুত দুখৰ খবৰ, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ওঁম শান্তি😭

  • @debapriyomusical.7417
    @debapriyomusical.7417 3 роки тому +9

    অসমীয়া সংগীতজগতৰ এগৰাকী বিশিষ্ট বলিষ্ঠ কণ্ঠশিল্পী আমি হেৰুৱাই দিলোঁ 😭

  • @Rupnayan135
    @Rupnayan135 3 роки тому +1

    বুকুখন কপি উঠিল তোমাৰ আকস্মিক বিয়োগৰ বাতৰি পাই।বিহুতলী কপাই তোলা ভিতালী জনী আমাক এৰি গুছি গলা।দুৰৰ পৰা তোমাক এটি সেৱা জনালো ভিতালি🙏 তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো🙏🙏🙏

  • @jaminidas1266
    @jaminidas1266 3 роки тому +2

    বাল্য কালৰ পৰাই বাইদেউৰ গীত শুনিছিলোঁ। জুবিন দা আৰু ভিতালি বাৰ সেই পুৰণি গীত বোৰ শুনি, আজিও নষ্টালজিক হৈ পৰো।
    তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰিছোঁ।।

  • @Luitporiyafoodifytraveltastic
    @Luitporiyafoodifytraveltastic 3 роки тому

    ভিতালী বা ৰ অকাল মৃত্যুত বহু মৰ্মাহত হলোঁ। অসমৰ সংস্কৃতিক জগত খ‌নৰ লগতে অসমবাসীৰ বাবে এটি অপুৰনীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰিলো।
    ॐ শান্তিঃ

  • @bhargabdas6848
    @bhargabdas6848 3 роки тому +5

    ভিতালী বা আত্মাৰ সদগতি কামনা কৰিলো নেদেখা জনৰ ওচৰত।

  • @manalishadas2421
    @manalishadas2421 3 роки тому +14

    খবৰটো শুনি বহুত দুখ পাইছো 😢 তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো 😢😢🙏🙏 .. we miss you mam❤

  • @rekhadsarmah4287
    @rekhadsarmah4287 3 роки тому

    ভিতালী তোমাৰ গান তোমাৰ দৰদী কন্ঠ সদায় সোঁৱৰণী হৈ আমাৰ মাজত থাকি যাব। নিষ্ঠুৰ নিয়তি য়ে তোমাক অকালতে আমাৰ মাজৰ পৰা
    লৈ গলেও তুমি আকাশৰ এটি উজ্জ্বল তৰা হৈ ‌ চিৰদিন জিলিকি থাকিবা।

  • @parthapratimdas8426
    @parthapratimdas8426 3 роки тому

    আজি মনত পৰিছে তুমি বিহু গোৱা মঞ্চত, আমি জপিয়াই জপিয়াই নাচো তলত ! কি যে এক অনাবিল আনন্দ ! আজি তুমি আমাক কন্দুৱাই গুচি গ'লা ভিটুবা !কবলে ভাষা নাই 😭😭😭😭 ! এগৰাকী শিল্পীৰ মৃত্যুুৱে জাতিটোৰেই এক অপুৰনিয় ক্ষতি কৰে ! তোমাৰ আত্মাই সৰগত বাঁহ লওঁক !

  • @krishnahazarika6391
    @krishnahazarika6391 Рік тому

    Bahut dukh lagil.... Vitali ba ni bisakh nahoi...eman hundor kantho nulabo ketiao 🙏

  • @rabingogoi4636
    @rabingogoi4636 3 роки тому +5

    অকল কৰ'না কৰ'না বুলি মিছাকে বাতৰি পৰিবেশন নকৰিব প্লীজ । ভিতালী বা বৰআত্মাই সদগতি লাক কৰক যেন তাকে কামনা কৰিলো ।

    • @mashemunda2745
      @mashemunda2745 3 роки тому

      Aapuni ki bujabo bisarise..apunar murt rajniti etiyao aku loga nai n..mori jaok apunar nisina manuh..

  • @pranjitdeka7452
    @pranjitdeka7452 3 роки тому

    Eman dhunia mat 2 aji kot herai gol ....miss u ba

  • @purabidas7130
    @purabidas7130 3 роки тому

    গানটো শুনি মনটোত বেচি দুখ পালো ভিতালী বা...R.I.P. বা

  • @manjulpathak4182
    @manjulpathak4182 3 роки тому +1

    আমাৰ ৰাজনৈতিক নেতা বোৰ কেতিয়া মৰিব? ইহঁত বোৰ মৰিলেহে ভিতালী বাক শ্ৰদ্ধাঞ্জলি জনাম

  • @rulizxz9901
    @rulizxz9901 3 роки тому

    Xosake bohut dukh lagise kotha 2 gom pai😭😭😭Teur aatmai siro xanti pauk🙏🙏

  • @hemantasensuwa4435
    @hemantasensuwa4435 3 роки тому +32

    ভিতালী বা ৰ বিদেশী আত্মা ই যেন সদগতি লাভ কৰে 😥

    • @roypallabkumar
      @roypallabkumar 3 роки тому +1

      বিদেশী নে বিদেহী কোনটো?

    • @hemantasensuwa4435
      @hemantasensuwa4435 3 роки тому +1

      @@roypallabkumar sorry... Spelling Tu vul hoi gol.... Bidehi hobo lagisil....

    • @roypallabkumar
      @roypallabkumar 3 роки тому

      একো নাই এডিট কৰি দিয়ক ডাঙৰীয়া ।

  • @NirmolRay118
    @NirmolRay118 3 роки тому

    বহুত দূখ লাগিল।

  • @sanjibkashyap5646
    @sanjibkashyap5646 3 роки тому +9

    ভিটালী বা আৰু নাই। অপূৰণীয় ক্ষতি অসমীয়া সংগীত জগতৰ । ঔম শান্তি🙏🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 3 роки тому

    কিযে মনোৰম গীত ‌বাঃ সুন্দৰ 💕 বা আপোনাৰ ‌আত্মাই চিৰশান্তি ‌লাভ কৰক ❤️

  • @ankitaborah3072
    @ankitaborah3072 3 роки тому +1

    তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক🙏। আজি তোমাৰ বিদাই বেলাত ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা। তোমাৰ গীতৰ লগতে তোমাৰ শেষ বাক্য কেইটা আজিও কাণত বাজি আছে,😭😭😭। ওম শান্তি🙏

  • @bananisarma1636
    @bananisarma1636 3 роки тому +8

    তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো

  • @purabidas2186
    @purabidas2186 3 роки тому +1

    তেখেতৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিছো...🙏🙏🙏....ওম শান্তি...

  • @sehnazahmed4923
    @sehnazahmed4923 3 роки тому

    বহল মনর দরদি কন্ঠর গাযিকা গরকীক হেরুবাই বর মর্মাহত হলো । তেখেতর বিদেহী আত্মার শান্তি কামনা করি ভগবানর ওচরত প্রার্থ্না করিলো ।

  • @sewaligohain5043
    @sewaligohain5043 3 роки тому +26

    বিদেহী আত্মাৰ সদগতিৰ কামনা কৰিলো🙏🙏🙏

  • @bituldowarah6336
    @bituldowarah6336 3 роки тому

    প্ৰথম গীত শুনিবলৈ লোৱা দিনৰ পৰাই মই ভিতালি বাৰ গীত শুনি আহিছোঁ।।।তেওঁৰ কণ্ঠ এতিয়াও মোৰ কাণত ।।যিমানবোৰ বিহু গান মই ইতিমধ্যে শুনিছোঁ তাৰ সৰহ সংখ্যক গীতত কণ্ঠদান নিগৰাইছে ভিতালি বায়ে।।বিহু যেন তেওঁৰ মাততহে প্ৰাণ পাই উঠে।।।তেওঁৰ বিদায়ত আজি মৰ্মাহত।।।তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।।।তাৰেই কামনাৰে।।।।।

  • @monujhazrika4189
    @monujhazrika4189 3 роки тому

    বহুত দুখ লাগিছে আপোনাৰ চিৰ শান্তি কামনা কৰিলো

  • @TheMadhujya
    @TheMadhujya 3 роки тому

    চিৰ যুগমীয়া কৰি ৰাখিম, আপোনাৰ এই সৃষ্টি।

  • @janmonidutta9276
    @janmonidutta9276 3 роки тому

    Ati dukhor khbor amar babe bhut hundor kontho herai gol amar major pora 😭😭😭😭😭😭

  • @kbhassam4066
    @kbhassam4066 3 роки тому +1

    Bhagawanok xewa jonaisu . Vitali baideu Jen akow Janam loi . Vitali baideur jadukori kanthoi aru Jen jonom loi .apunar atmai xanti lav korok. Apunar smriti Amar xomajot jiai thaki amar projonmo apunar dore ejon Xu nagorik hoi .

  • @manuarahazarika3510
    @manuarahazarika3510 3 роки тому +1

    মৃত্যু এনেকৈয়ে আহে। তেখেতৰ বিদেহী আত্মা সদগতি কামনা করিলো।

  • @rupakhazarika9010
    @rupakhazarika9010 3 роки тому +1

    যাদুকৰী কণ্ঠৰ গৰাকী ভিতালী বাৰ আত্মাই সদগতি লাভ কৰক।🙏🙏

  • @smritiboruah7138
    @smritiboruah7138 3 роки тому +9

    তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ

  • @navarunmusical9830
    @navarunmusical9830 3 роки тому +25

    প্ৰিয়ংকা ভৰালীয়ে চাই আছেনে নিউজটো?? তেওঁৰ এইবাৰ ৰাতিপুৱালৈকে অনুষ্ঠান কৰাৰ বৰ মন আছিল। কিয় ১১বজাতে সামৰিব লাগে মেডিয়াৰ আগত প্ৰশ্ন কৰিছিল।।

    • @pallabkalita3153
      @pallabkalita3153 3 роки тому

      Priyanka ajoni faltu hoi....aji Bhitali ba amar majot nai....aya bohu dukhor kotha....bohut dukh paisu...priyankai aibur ki bujibo....tai kak ketia kenekoi Suma dibo lage seitu kintu bhal dore Jane...moi bhoi nokoru...karon sotyat thakile bhogobanoku bhoi nokoru...aru kun Priyanka....tair dusto soritror kotha amar bhal Dore jona ase....Bhitali baar bidehi atmai siroshanti paok...Om Shanti...

    • @rashukantadas9183
      @rashukantadas9183 3 роки тому +1

      যিকোনো উৎসৱ অনুষ্ঠান আহি থাকিব: ::::কিন্তু :এটা অমূল্য জীৱন আমাৰ মাজৰ পৰা গুচি মাজৰ পৰা গুচি গ'ল ::::::সেয়া আমি কেতিয়াও ঘূৰাই নাপাম:::ভিতালী দাসৰ অকাল বিয়োগত অতিকে মৰ্মাহত হৈছো:::তেওৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 3 роки тому

    বাইদেউ আত্মাই চির শান্তি লাভ করক

  • @digantasaikia394
    @digantasaikia394 3 роки тому +10

    তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো।

  • @niranjanaraj5300
    @niranjanaraj5300 3 роки тому

    খবৰটো শুনি মনটো ভাগৰি পৰিছে ।
    ভিটালী বা আপুনি আমাৰ পৰা আঁতৰি গ'লেও আপুনি আমাৰ মনৰ মাজত সদায়ে
    জিলিকি থাকিব । আপোনাৰ আত্মাই যেন শান্তি পায় তাৰেই কামনা কৰিলো ।

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 3 роки тому +3

    বহুত দুখ প্ৰকাশ কৰিছোঁ । তেখেতৰ বিদেশী আত্মাৰ শান্তিৰ কামনা কৰিলো।🙏🙏🙏

  • @monalishadutta5860
    @monalishadutta5860 3 роки тому +1

    So sad Rip Bor dukh lagila NEWS 2 pai. Bidahi atmai hanti pauk 😭😭😭🙏🙏🙏

  • @rihansaikia6243
    @rihansaikia6243 3 роки тому +2

    Today we all Assamese people had lost an idle of Assamese culture ...So sad ...May God bless Bhitali baa...in Heaven ...

  • @funnycomedyvideos4558
    @funnycomedyvideos4558 3 роки тому

    বহুত দুখ লাগিছে,তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 3 роки тому

    জানমণি বুলি ক'লে ভিতালী বা ৰ কন্ঠলৈ বৰকৈ মনত পৰিব

  • @barnalidebi2897
    @barnalidebi2897 3 роки тому

    আপোনাৰ বিহু গান ময় খুব ভাল পাও আজি আপোনাৰ বিয়োগৰ খবৰ পায় দুখ পালো

  • @dimpideka5660
    @dimpideka5660 3 роки тому +1

    Bhut dukh palu xuni....😥😥😥RIP...😭😭😭

  • @panalatakalita5031
    @panalatakalita5031 Рік тому

    সঁচাকৈ বৰ দুখ লাগে

  • @dipabharali1115
    @dipabharali1115 3 роки тому

    ভিতালী বাৰ গান শুনিলে শুনি থাকিবলৈ মন যায়

  • @fankeygohain9740
    @fankeygohain9740 3 роки тому

    😭😭bohut dhukh paisu....

  • @AbdulJalil-hf5od
    @AbdulJalil-hf5od 3 роки тому

    Bht beya lige la... khbr to pai...😭😭
    Rip 🙏 🙏🙏 best singer of the Assam miss u mam

  • @mamonscreator9939
    @mamonscreator9939 3 роки тому +1

    বৰ দুখ লাগিল। গানটো শুনি চকুপানী ৰাখিব নোৱাৰিলো।

  • @i.simon0
    @i.simon0 3 роки тому

    😭😭he bhogoban apuni teok jote rakhe bhal dore khukhere rahkibo please 🙏🙏🙏🙏😭😭

  • @mondirabezborah9457
    @mondirabezborah9457 3 роки тому

    Veetali Ba ! biddehi aatmai jen hodgoti pawk .🙏🙏🙏

  • @axonkowshikgamer613
    @axonkowshikgamer613 3 роки тому

    ভিতালী বা তুমি সদায় আমাৰ মাজত জিয়াই থাকিবা । তুমাৰ গীত বোৰ আমাৰ মাজত সদায় অমৰ হৈ ৰব । তুমি যতে আছা আমাৰ প্ৰতি সু দৃষ্টি দিবা । তোমাৰ আত্মাই চিৰ শান্তি পাওক

  • @billalmixton570
    @billalmixton570 3 роки тому

    Bohut Dukh lagil khobor to huni

  • @mamatakhanam5320
    @mamatakhanam5320 3 роки тому

    Ufffff... Bor dhukh palo o kbr tu paai!! RIP vitali baa... Jotai thaka hukhot thka

  • @Hazarika-oe7fp
    @Hazarika-oe7fp 3 роки тому

    আপোনাৰ পৰম আত্মাই চিৰশান্তি লাভ কৰক বাইদেউ 🙏🏻❤️

  • @purnimaboroo3583
    @purnimaboroo3583 3 роки тому

    Khoborto pai bohut duk paisu 😭😭😭 tekhetor atmai sirohanti lave korok 🙏🙏🙏🙏

  • @probinbora3830
    @probinbora3830 3 роки тому

    Good beles you thank s

  • @cricketupdatestoday7964
    @cricketupdatestoday7964 3 роки тому

    God bless you Vitali baido.

  • @mrinalkalita1487
    @mrinalkalita1487 3 роки тому

    Rip😭😭...jot ase vale thakok...apuni xadai amor hoi rbo apunar xhristire..

  • @kishorbiswakarma2464
    @kishorbiswakarma2464 3 роки тому

    love you vitali ba ❤️❤️❤️❤️❤️❤️❤️❤️ ,

  • @pkbhai9665
    @pkbhai9665 3 роки тому

    RIP BA amer axomr aigoraki bikhisto khilpi loi ami amar mont khodai thakibo 🥺❤️❤️

  • @rekhasaikia7336
    @rekhasaikia7336 3 роки тому

    বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক এইয়াই ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা 🙏🙏🙏🙏🙏🙏🙏

  • @itsmedipon8370
    @itsmedipon8370 3 роки тому +1

    তেওঁৰ আত্মাই শান্তি পাওঁক💞💞💞💞😢😢😢😢

  • @angeltasmin3297
    @angeltasmin3297 3 роки тому

    ai.....hei...... axom bakhir babe bohut dukhor khobor gutei axom bakhi a agoraki hu prokhiddho mohan jonopriyo kontho hilpik heruai bor dukh paisu tekhetor atmai jate siro hanti lav korok tarei kamona korilu 🙏🙏🙏

  • @bhargobikalita4209
    @bhargobikalita4209 3 роки тому +1

    Bhoot bea lagise

  • @dhrubachoudhury8030
    @dhrubachoudhury8030 3 роки тому +1

    🙏🙏🙏Om shanti.

  • @tariftahar4120
    @tariftahar4120 3 роки тому

    Bohut dux lagise

  • @taralikeot7017
    @taralikeot7017 3 роки тому +1

    Bohut bea lagisil baideu apuner atmai santi pauk RIP

  • @moxofficial2697
    @moxofficial2697 3 роки тому

    You will be among all of us for ever and ever.... RIP.

  • @dilipkumarchakma4667
    @dilipkumarchakma4667 3 роки тому

    Very sad news, condolences to departed soul.

  • @neetaspirant-cb2xy
    @neetaspirant-cb2xy 3 роки тому

    ❤️may Your soul rest in peace ❤️Apuni axomiya jogotot ji di goise xodai roi jabo🙏

  • @pritambezbaruah9842
    @pritambezbaruah9842 3 роки тому

    Vagabane mangal korok baa Rip bahut miss korim tumak baa

  • @bibakdas4563
    @bibakdas4563 3 роки тому

    Bohut dukh lagise.biswakh koribo pora nai teu je amar majot nai 😢.teur aatmai hodgoti laav korok 🙏🙏