Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Excellent Loko Geet ! God bless you beta and beti
অতিসুনদৰ
অতি সুন্দৰ হৈছে ৷ আৰু আগবাঢ়ি যোৱা ৷ ভতৃ ভগ্নীৰ সুন্দৰ কন্ঠ ৷
যিমান শুনি থাকিলেও আমনি নালাগে ,বৰ সুন্দৰ।
সুন্দৰ কণ্ঠ আপোনালোকৰ বহু দূৰ আগুৱাই যাওক কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ! অতি সুমধুৰ লোকগীত!🙏
What fine display of Kamrupi folk song by Chayanika and Dhruva.
অতিকৈ সুন্দৰ যুগলবন্দী। মিঠা কণ্ঠ, মিঠা সুৰ। গীটটি শুনি মন জুৰ পৰি গ'ল, মন ভৰি গ'ল। শুনি থাকিবলৈ মন যায়। ভগৱানে আপোনালোকক আৰু শক্তি প্ৰদান কৰক।
D sees xxxii DC srrs ssddexgfcgv CNN km
❤😂
অতিশয় সুন্দৰ পৰিবেশন।লোকগীতটি শুনি হীয়া শাঁত পৰি গ'ল।🙏
দুয়োজনৰ অতি সুন্দৰ কণ্ঠ ।আৰু আশা কৰিছো । আগুৱাই যাওক ।
সুন্দৰ, আপোনালোকৰ কন্ঠত আগলৈও এনেকুৱা লোকগীত বিছাৰিছো
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ শেষত মই কওঁ যে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ শুনি খুবেই আনন্দ পালো ভবিষ্যত ও এনে ধৰণৰ গীত শুনিবলৈ পালে মনত খুবেই ভাল পালোঁ হেতেন
Baa ! Ki bariya khantho duo jonar val lagili geet tu sini tumalokor jorituk vale vale rakhe.
সুন্দৰ আৰু শুনিও আনন্দ পালো,,, আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল, ভগৱানে আপোনালোকক সুমতি দি সুখ দিয়ক ইয়াৰ মানসেৰেই
মোৰ অতি প্ৰিয় শিল্পী দুগৰাকী লোকগীত তোমালোকৰ কন্ঠত প্ৰাণ পাই উঠিছে।
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল কামৰূপী লোকগীতটো শুনি আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।
Kije borhiya lagise bar bar suni thakiba mon jay. Excellent
আৰু এনেকোৱা লোকবোৰ গীত বোৰ আপলোড কৰা শুনিলেই মনটো শান্ত হৈ পৰে
Bohut bohut bhal lagise ,iman dhuniyakoi gaisa excellent performance tomalokor.
Xundor. ....bor mitha laagil.....go ahead. ..best wishes thakil. ....
তোমালোক দুয়ো সাইলাখ বৈকুণ্ঠৰ পাৰিষদ হোৱা আশীৰ্বাদ কৰিছো
Iman dhunia kontho apunar full porichoi tu dile bhal asil thanks
খুবেই সুন্দৰ।Go ahead
Excellent song super performance by brother and sister.
Superb, I ,inspite of being Boro kachari , listen to kamrupi folk songs.সুন্দৰ।
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক,
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল আপোনাৰ গীতৰ সুৰ শুনি মই খুবেই আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনটো শাত পৰে আৰু শেষত কওঁ যে আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,
Bohut bhal lagilbhaibhanir snehbandhan aru sundor lokgeet ti suni. Excellent.
বহুত সুন্দৰ হৈছে। আগবাঢ়ি যোৱা।
সুন্দৰ,, পুৱা তে এনে ভক্তি মূলক বৰগীত বা লোক গীত শুনিবলৈ পালে মনতে খুব ভগৱানৰ লগতে জড়িত হৈ থকা বুলি অনুভৱ হয় তেতিয়া ই আপোনালোকৰএই গীত টোলৈ মনত পৰে,,,,,
সুন্দৰ,, আপোনাসবৰ গীতটো শুনি বৰকৈ আনন্দ পাও সেয়ে আপোনালোকে গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,
I love both of you, always heard your songs, go ahead God bless both of you.
কি মধুৰ। অমৃত যেন। পৃথিৱীৰ অমৃত
অতি সুন্দৰ ❤❤❤
Sundar 👌👌.aru gaba...
য় খুব সুন্দৰ হৈছে। মই ভাবো তোমালোক দুয়ো জুনিয়ৰ ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক। আগ বাঢ়ি যোৱা।
Dhuniya amar sompod aeibur . Amar asomiya pormpora enekoi rakhya kori jabo . Aru aguwai jua 👍🙏
Bohut dhuniya hoise __dhonor mattu xosakoi bohut dhuniya val lagil xuni ___Golaghatr pora____
সুন্দৰ কণ্ঠ ভাল লাগিল❤❤❤❤
তোমালকৰ গান শুনিলে (বিশেষকৈ লোকগীত) মনটো শান্ত হৈ যায়। বহুদিন আগতেই ফেচবুকৰ ভিডিঅ' এটাটো কৈছিলো এই কথাটো।
Ideal brother and sister.God bless you both.
অতিকৈ সুন্দৰ | ককায়েক ভনীয়েকৰ যুগল বন্দী |
সুন্দৰ আৰু শুনিও ভাল লাগিল যে আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যতেও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক ইমানেই,,,,,,,
Heart tuchig, nice voice, God bless you❤
অতি সুন্দৰ 👌👌
Moja ❤ song dhoniya hoi se
Bahut dhuniya hoise dai
গানটো অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো
বহু বছৰৰ মূৰত দুয়োৰে কণ্ঠত এটা সুন্দৰ কামৰুপীয়া লোকগীত শুনিলো । আজিকালি এইবোৰ গীত কোনে গাই ?বৰ ভাল লাগিল শুনি । ভৱিষ্যতেও গাই থাকিব ।
Wa Fine Voice both the brother & sister . Long live .
My Dearest Brother and Both are exceptional other's company,Go with original quality and Evergreen..❤❤❤❤
বৰ ভাল লাগিল , গীতটি শুনি সুখি হলোঁ ।
বৰ ভাল লাগিল ৷ ঈশ্বৰে মংগল কৰক ৷
बहु उत्तमम् अस्ति
Congratulation My Dearest Sister', You are original assmise....
Ultimate voice....dual❤
bor dhunia adhibeson korise sosai..peaceful and heartless song keep it up boths.
❤ nice....montu xat pori gol
Bar dhunia hoise, anekoi agg bahri jaok, agaloi nischay val haba, takey kamana karilo.
অপূৰ্ব 🥰 🙏
May god bless u . Agbarhi jua
Bor sundar lagil de khuni geet to ,nice voice
নমস্কাৰ, পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে বহু কথাই মনলৈ আহে,, আপোনালোকে গাই যাওক চোন খুবেই ভাল পাও এই গীতটো শুনি, আৰু ভৱিষ্যতে ও এনে গীত ুন
Bar bhal gaishe
অতি সুন্দৰ হৈছে
অপূৰ্ব
Best among best God bless you both
বহুত ভাল লাগিল ❤❤🎉🎉
Bohut bhal lagise dei
Excellent 👌👌....mon vori gol 🙏🙏
উঃহ ভগবান কিমান সুন্দৰ কন্ঠ ৷
So nice tune n voice❤
সুন্দৰ হৈছে
সুন্দৰ❤
Bahut val Lagise Aag Barijowa
Outstanding performance and Singing , both of you.many many congratulations to both of you. Go ahead way to your journey.all the best wishes to you
Very go9d
Dhunia hoise
সুন্দৰ পদক্ষেপ
Bahut dhuniya lagise.
Iman bhal lagil
moja val lagil
সুন্দৰ কণ্ঠ
অতি সুন্নৰ ।
Beautiful singing and chreography is amazing......
Ati sundar. Bahito logot lagisil
Baidow Dada Apunar Lokogot tu berat Val Lagile 🙏🙏🙏
Git tu jiman val lagile, Aapona kokor jor to ximane Val lagise, Krishna 🙏
সুন্দৰ
Val hoise dhruba👌
The biggest secret of singing bhakti mulak geet is to be have good feeling in pure inner heart Singing mindfulness being able to stay calm to live peacefully
অতি সুন্দৰ ৷
BOR SUNDOR LAGIL MUREI BHAGYA DUYOLOIKE MUR ASHIS ROL.....
সুন্দৰ কন্ঠ নিগৰাইছে
Bohut val lagil.
Oti hundor
Ati shundar kantha.dhanybad.
কৃষ্ণ প্ৰভূ 🙏
সুন্দৰ পৰিবেশণ
Sunday Aaji Funday Hoi GolJAI SHREE RAM JAI SHREE KRISHNA
Superkhn Manuhk dakhuaise .Val buli Unoto hoi de thtr.
Outstanding 😍😍😍😍
বহুত ধুনিয়া
ভাতৃ ভগ্নী terrific
Excellent Loko Geet ! God bless you beta and beti
অতিসুনদৰ
অতি সুন্দৰ হৈছে ৷ আৰু আগবাঢ়ি যোৱা ৷ ভতৃ ভগ্নীৰ সুন্দৰ কন্ঠ ৷
যিমান শুনি থাকিলেও আমনি নালাগে ,বৰ সুন্দৰ।
সুন্দৰ কণ্ঠ আপোনালোকৰ বহু দূৰ আগুৱাই যাওক কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ! অতি সুমধুৰ লোকগীত!🙏
What fine display of Kamrupi folk song by Chayanika and Dhruva.
অতিকৈ সুন্দৰ যুগলবন্দী। মিঠা কণ্ঠ, মিঠা সুৰ। গীটটি শুনি মন জুৰ পৰি গ'ল, মন ভৰি গ'ল। শুনি থাকিবলৈ মন যায়। ভগৱানে আপোনালোকক আৰু শক্তি প্ৰদান কৰক।
D sees xxxii DC srrs ssddexgfcgv CNN km
❤😂
অতিশয় সুন্দৰ পৰিবেশন।লোকগীতটি শুনি হীয়া শাঁত পৰি গ'ল।🙏
দুয়োজনৰ অতি সুন্দৰ কণ্ঠ ।আৰু আশা কৰিছো । আগুৱাই যাওক ।
সুন্দৰ, আপোনালোকৰ কন্ঠত আগলৈও এনেকুৱা লোকগীত বিছাৰিছো
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ শেষত মই কওঁ যে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ শুনি খুবেই আনন্দ পালো ভবিষ্যত ও এনে ধৰণৰ গীত শুনিবলৈ পালে মনত খুবেই ভাল পালোঁ হেতেন
Baa ! Ki bariya khantho duo jonar val lagili geet tu sini tumalokor jorituk vale vale rakhe.
সুন্দৰ আৰু শুনিও আনন্দ পালো,,, আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল, ভগৱানে আপোনালোকক সুমতি দি সুখ দিয়ক ইয়াৰ মানসেৰেই
মোৰ অতি প্ৰিয় শিল্পী দুগৰাকী লোকগীত তোমালোকৰ কন্ঠত প্ৰাণ পাই উঠিছে।
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল কামৰূপী লোকগীতটো শুনি আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।
Kije borhiya lagise bar bar suni thakiba mon jay. Excellent
আৰু এনেকোৱা লোকবোৰ গীত বোৰ আপলোড কৰা শুনিলেই মনটো শান্ত হৈ পৰে
Bohut bohut bhal lagise ,iman dhuniyakoi gaisa excellent performance tomalokor.
Xundor. ....bor mitha laagil.....go ahead. ..best wishes thakil. ....
তোমালোক দুয়ো সাইলাখ বৈকুণ্ঠৰ পাৰিষদ হোৱা আশীৰ্বাদ কৰিছো
Iman dhunia kontho apunar full porichoi tu dile bhal asil thanks
খুবেই সুন্দৰ।Go ahead
Excellent song super performance by brother and sister.
Superb, I ,inspite of being Boro kachari , listen to kamrupi folk songs.সুন্দৰ।
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে ধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক,
সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল আপোনাৰ গীতৰ সুৰ শুনি মই খুবেই আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনটো শাত পৰে আৰু শেষত কওঁ যে আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,
Bohut bhal lagilbhaibhanir snehbandhan aru sundor lokgeet ti suni. Excellent.
বহুত সুন্দৰ হৈছে। আগবাঢ়ি যোৱা।
সুন্দৰ,, পুৱা তে এনে ভক্তি মূলক বৰগীত বা লোক গীত শুনিবলৈ পালে মনতে খুব ভগৱানৰ লগতে জড়িত হৈ থকা বুলি অনুভৱ হয় তেতিয়া ই আপোনালোকৰএই গীত টোলৈ মনত পৰে,,,,,
সুন্দৰ,, আপোনাসবৰ গীতটো শুনি বৰকৈ আনন্দ পাও সেয়ে আপোনালোকে গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,
I love both of you, always heard your songs, go ahead God bless both of you.
কি মধুৰ। অমৃত যেন। পৃথিৱীৰ অমৃত
অতি সুন্দৰ ❤❤❤
Sundar 👌👌.aru gaba...
য়
খুব সুন্দৰ হৈছে। মই ভাবো তোমালোক দুয়ো জুনিয়ৰ ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক। আগ বাঢ়ি যোৱা।
Dhuniya amar sompod aeibur . Amar asomiya pormpora enekoi rakhya kori jabo . Aru aguwai jua 👍🙏
Bohut dhuniya hoise __dhonor mattu xosakoi bohut dhuniya val lagil xuni ___Golaghatr pora____
সুন্দৰ কণ্ঠ ভাল লাগিল❤❤❤❤
তোমালকৰ গান শুনিলে (বিশেষকৈ লোকগীত) মনটো শান্ত হৈ যায়। বহুদিন আগতেই ফেচবুকৰ ভিডিঅ' এটাটো কৈছিলো এই কথাটো।
Ideal brother and sister.God bless you both.
অতিকৈ সুন্দৰ | ককায়েক ভনীয়েকৰ যুগল বন্দী |
সুন্দৰ আৰু শুনিও ভাল লাগিল যে আপোনালোকৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যতেও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক ইমানেই,,,,,,,
Heart tuchig, nice voice, God bless you❤
অতি সুন্দৰ 👌👌
Moja ❤ song dhoniya hoi se
Bahut dhuniya hoise dai
গানটো অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো
বহু বছৰৰ মূৰত দুয়োৰে কণ্ঠত এটা সুন্দৰ কামৰুপীয়া লোকগীত শুনিলো ।
আজিকালি এইবোৰ গীত কোনে গাই ?
বৰ ভাল লাগিল শুনি । ভৱিষ্যতেও গাই থাকিব ।
Wa Fine Voice both the brother & sister . Long live .
My Dearest Brother and Both are exceptional other's company,Go with original quality and Evergreen..❤❤❤❤
বৰ ভাল লাগিল , গীতটি শুনি সুখি হলোঁ ।
বৰ ভাল লাগিল ৷ ঈশ্বৰে মংগল কৰক ৷
बहु उत्तमम् अस्ति
Congratulation My Dearest Sister', You are original assmise....
Ultimate voice....dual❤
bor dhunia adhibeson korise sosai..peaceful and heartless song keep it up boths.
❤ nice....montu xat pori gol
Bar dhunia hoise, anekoi agg bahri jaok, agaloi nischay val haba, takey kamana karilo.
অপূৰ্ব 🥰 🙏
May god bless u . Agbarhi jua
Bor sundar lagil de khuni geet to ,nice voice
নমস্কাৰ, পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে বহু কথাই মনলৈ আহে,, আপোনালোকে গাই যাওক চোন খুবেই ভাল পাও এই গীতটো শুনি, আৰু ভৱিষ্যতে ও এনে গীত ুন
Bar bhal gaishe
অতি সুন্দৰ হৈছে
অপূৰ্ব
Best among best God bless you both
বহুত ভাল লাগিল ❤❤🎉🎉
Bohut bhal lagise dei
Excellent 👌👌....mon vori gol 🙏🙏
উঃহ ভগবান কিমান সুন্দৰ কন্ঠ ৷
So nice tune n voice❤
সুন্দৰ হৈছে
সুন্দৰ❤
Bahut val Lagise Aag Barijowa
Outstanding performance and Singing , both of you.many many congratulations to both of you. Go ahead way to your journey.all the best wishes to you
Very go9d
Dhunia hoise
সুন্দৰ পদক্ষেপ
Bahut dhuniya lagise.
Iman bhal lagil
moja val lagil
সুন্দৰ কণ্ঠ
অতি সুন্নৰ ।
Beautiful singing and chreography is amazing......
Ati sundar. Bahito logot lagisil
Baidow Dada Apunar Lokogot tu berat Val Lagile 🙏🙏🙏
Git tu jiman val lagile, Aapona kokor jor to ximane Val lagise, Krishna 🙏
সুন্দৰ
Val hoise dhruba👌
The biggest secret of singing bhakti mulak geet is to be have good feeling in pure inner heart Singing mindfulness being able to stay calm to live peacefully
অতি সুন্দৰ ৷
BOR SUNDOR LAGIL MUREI BHAGYA DUYOLOIKE MUR ASHIS ROL.....
সুন্দৰ কন্ঠ নিগৰাইছে
Bohut val lagil.
Oti hundor
Ati shundar kantha.dhanybad
.
কৃষ্ণ প্ৰভূ 🙏
সুন্দৰ পৰিবেশণ
Sunday Aaji Funday Hoi Gol
JAI SHREE RAM JAI SHREE KRISHNA