আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা...

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা || মৃত্যু আৰু জীৱনৰ মাজত প্ৰেম এডাল সাঁকো...
    আচলতে প্ৰেম কি? পাৰ্থবিজয় দত্ত আৰু
    ড° স্বাতী কিৰণৰ এই কাহিনীয়ে আপোনাকো দি যাব প্ৰেমৰ এক ন সংজ্ঞা.....
    ড° স্বাতী কিৰণৰ যোগাযোগ নম্বৰ- +91 84730 90647
    #baartalaap #chakrapaniparashar #assam #dibrugarh #assampolice #police #writer #artiest
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 488

  • @user-bs6yd9xh9i
    @user-bs6yd9xh9i 2 місяці тому

    Bhal lagile

  • @user-gg8fn2uu7k
    @user-gg8fn2uu7k 2 місяці тому

    Hundor ❤️

  • @user-cr8rd9yt9e
    @user-cr8rd9yt9e 2 місяці тому

    বহুত ভাল লাগিল।

  • @Himadribaruah-c6z
    @Himadribaruah-c6z Місяць тому

    Ki xundor Val pwa❤

  • @mamonidevi617
    @mamonidevi617 Місяць тому

    Bhal lagil kint

  • @sanjibbaruah9803
    @sanjibbaruah9803 Місяць тому

    বৰ ভাল লাগিল

  • @raniborah8383
    @raniborah8383 4 місяці тому

    Inspired

  • @pahilawahlong4683
    @pahilawahlong4683 2 місяці тому

    Niche

  • @user-vd3zv7mt8m
    @user-vd3zv7mt8m 2 місяці тому

    Heart touching ❤❤❤

  • @Anku-Rima11
    @Anku-Rima11 4 місяці тому

  • @PujaGogoi-wv3xg
    @PujaGogoi-wv3xg 2 місяці тому

    ❤❤❤❤❤❤

  • @live-pf4ur
    @live-pf4ur 3 місяці тому

    ❤❤❤

  • @ConfusedFlamingoBirds-tg1tz
    @ConfusedFlamingoBirds-tg1tz 3 місяці тому

    Heart touching😢

  • @hemantachoudhury3672
    @hemantachoudhury3672 3 місяці тому

    Bohut dhukh lagli

  • @bikashchoudhury3109
    @bikashchoudhury3109 4 місяці тому

    Baidew salute aapunak

  • @AnilBorah-pl5bg
    @AnilBorah-pl5bg 2 місяці тому

    So cute ❤❤❤

  • @barnalipatgirigohain3993
    @barnalipatgirigohain3993 Місяць тому

    শব্দ ই নাই বা তোমাক ক'ব লৈ ❤❤❤

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b Рік тому +140

    হৃদয়ৰ একোণ বিষাই গ'ল।এয়াই প্ৰেম,যি কবিয়ে কোৱা দৰে আৱৰণ খুলি হৃদয় জুৰাই।
    এগৰাকী নাৰীৰ জীৱনৰ প্ৰিয় মানুহজন নাইকীয়া হ'ল বুলিয়েই তেওঁৰ জীৱনৰ ৰং শেষ হৈ নাযায়। ৰঙীন কাপোৰ, ৰঙা সেন্দুৰৰ আৱিৰেৰে সদায় কপালত উজ্বলাই ৰাখি তেওঁক জীয়াই ৰখা উচিত। তেওঁৰ হাঁহি, তেওঁৰ মুখৰ আভাই প্ৰমাণ কৰি দিছে যে তেওঁৰ বুকুৰ কোণত ,ঘৰৰ চুকে কোণে এতিয়াও মানুহজন সজীৱ হৈ আছে। প্ৰকৃত প্ৰেম আজীৱন সেউজীয়া হৈ থাকে।বৰ ভাল লাগিল বাইদেউ। বহুত সাহস পালোঁ জীৱনটো নতুনকৈ ভাৱিবলৈ।
    (পবিত্ৰ আৰু স্বৰ্গীয় প্ৰেমক কলংকৃত কৰা প্ৰতিজন পুৰুষ, মহিলা ই এই সাক্ষাৎকাৰ চোৱা উচিত।প্ৰেমে ধ্বংস নকৰে, সৃষ্টি হে কৰে।)

    • @alpanagogoi463
      @alpanagogoi463 Рік тому +2

      বহুত ভাল লাগিল 'বুকুত সেয়াই যোৱা বিষাদ বোৰ কঢ়িয়াই লৈ ফুৰাৰ সাহস বহুত আপোনাৰ জেতুকা ৰংঙী হৈ সমাজত থকাটো বহুত দাঙৰ ।

    • @nirudevi4046
      @nirudevi4046 Місяць тому +1

      বহুত বহুত ভাল লাগিল বাইদেউ বহুত সাহস পালোঁ পালোঁ বাইদেউ কিন্তু আমাৰ সমাজে আমক জিয়াই থাকিবলৈ নিদিয়ে স্বামী ধুকোৱাৰ পিছত আমি বোৰে ঘৰৰ চুকত সোমাই থাকিব লাগে আপুনি মিদিয়াৰ যোগেৰে আহি বজালী জিলাত এখন সভা অনুষ্ঠিত কৰিলে হয় আপোনাৰ দৰে আমিও ৰঙীন হৈ থাকিব পাৰিলো হয় বহুত মন যায় আপোনাৰ নিচিনা সাহসী হৈ থাকিবলৈ কিন্তু সমাজ খনে আমাক চেপি চেপি মাৰিছে আপোনাক মই বহুত ভাল পাইছোঁ বাইদেউ প্ৰেমৰে আমি মানু্হ জনক সদায় জিয়াই ৰাখিব লাগে বহুত বহুত শুভেচ্ছা জনালোঁ বাইদেউ সদায় এনেকৈ জিলিকি থাকক।

  • @sandhyadevi9094
    @sandhyadevi9094 2 місяці тому +1

    এনে প্ৰেমক শ্ৰদ্ধা কৰো ৷এটি শক্তিশালী আত্মা স্বাতী কিৰণ ৷

  • @manasrimoumun8432
    @manasrimoumun8432 Рік тому +39

    আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা ❤️...

  • @simantadas8441
    @simantadas8441 Рік тому +19

    অহা জন্মত আপোনালোক দুয়ো জনেলগ হোৱাৰ কামনা কৰিছো।কি লিখিম এক বুজাব নোৱাৰা ভাষা।

  • @tilukakati1541
    @tilukakati1541 Місяць тому

    আপোনাৰ ভবাতো ভুল বা কাৰন আপূনি যিমানেই নকৰক পাথ এই পৃথিবীত নাই আৰৃ আপৃনি কোনোদিনেই পাথক দেখা নাপাই আৰু পাথযো দেখানপাই

  • @nayanjyotibarman5841
    @nayanjyotibarman5841 Рік тому +6

    স্বাতী-পাৰ্থ সদায় ৰঙীন হৈ থাকক।ধন্যবাদ বাৰ্তালাপ

  • @user-je5nx1nw9k
    @user-je5nx1nw9k 4 місяці тому

    Dhunia V D O bokukhan bikhaise

  • @karabiboruah2662
    @karabiboruah2662 Рік тому +16

    স্বাতী বাইদেউ দৰে অকলশৰীয়া জীৱন ম ইও আজি তিনিটা বছৰ অতিবাহিত কৰিছো , কিন্তু তেখেতৰ দৰে সজাব পৰা নাই বৰ্তমান লৈকে আশা কৰো মনৰ ভাব বোৰ প্ৰকাশ কৰিবলৈ । আজিৰ বাৰ্তালাপ অনুষ্ঠানলৈ বহুত ধন্যবাদ ।

    • @dibyabora3753
      @dibyabora3753 Рік тому

      Likhibosun baideu apuni....... Nijok bisaribo jotno koroksun.....dadar atma sodai thakibo apunar logot jodihe apuni hukhi hoi thakibo

  • @bhanita898
    @bhanita898 Рік тому +23

    সছাই নাৰী দুৰ্বল হব নালাগে তাৰে এটা প্ৰামান বাইদেউ দিছে ৱাহ ভাল লাগিল 🙏🙏🙏

  • @parishmitasarmah1307
    @parishmitasarmah1307 Рік тому +7

    তোমাক কি দিলোঁ মই।।।। এটা জীয়া কবিতা।।।।আচলতে কবিতা আকাৰে যেন তেওঁৰ মনৰ অনুভৱ খিনি।।। তেওঁ যেন সকলো জানিছিল মৃত্যুৰ আগত।।।। হৃদয় খনে যেন অলপ বিষ অনুভৱ কৰিছে।।।।বাইদেউ ক এবাৰ দেখা হৈছিল।।দেউতাকৰ আদ্য শ্ৰাদ্ধত।।কথা পতাৰ সুযোগ নাপালোঁ।।। আপোনাৰ সত্বাক সন্মান কৰো।।।আপোনাক বৰ ধুনীয়া লাগে এনেকৈ।।।।প্ৰেম আচলতে এনেকুৱাই যি মানুহক আবৰি ধৰে।।।।কেতিয়াও হেৰাই যাব নিদিয়ে।।।।।মনৰ অনুভৱ বোৰ আৰু অধিক শক্তিশালী হবলৈ অনুপ্ৰেৰণা দিলে আপুনি।।।।।।বহুত ধন্যবাদ আপোনাক।।।।।💓💓

  • @pratibhabaruah7780
    @pratibhabaruah7780 Рік тому +7

    দুখৰ মাজতো ,সুখ বিচাৰি পাইছোঁ। ভগৱানে আপোনাক শক্তি আৰু সাহসী কৰি তোলক । মাতৃৰ হৃদয়ৰ পৰা আৰ্শীবাদ কৰিছোঁ।

  • @monmayuriboruah9914
    @monmayuriboruah9914 Рік тому +5

    অতিকৈ হৃদয়স্পৃৰ্শী..চক্ৰপাণী দা....বৰ সুন্দৰ এক অনুষ্ঠানৰ লগত আমাক চিনাকি কৰি দিলে...বৰ্তমানৰ কংক্ৰিতৰ পৃথিৱীৰ বাবে অতিকৈ প্ৰয়োজনীয় অনুষ্ঠান...

  • @nabanitarabha5271
    @nabanitarabha5271 Рік тому +1

    বহুত ভাল লাগিল বেষ্ট apisot

  • @nabanitadutta3428
    @nabanitadutta3428 3 місяці тому

    😢😢😢😢

  • @user-qg9dt9zb1c
    @user-qg9dt9zb1c 4 місяці тому +1

    অমৰ প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ ।

  • @nirupamasaloi4578
    @nirupamasaloi4578 Рік тому +7

    বাইদেউ...আপোনাৰ চাৰৰ প্ৰেমৰ অমৰ সৃষ্টি চিৰসেউজ হৈ ৰওঁক 🙏♥️ আপোনাৰ সাহসী মন হাজাৰ হাজাৰ মহিলাৰ শক্তি হওঁক 🙏🙏🙏

  • @labanyaborah5191
    @labanyaborah5191 2 місяці тому

    অপূৰ্ব , ভালপোৱা আৰু প্ৰেমৰ এনে ৰূপ বিৰল।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Рік тому +19

    জীয়াই থাকিবলৈ সাহসী মন ,সুন্দৰ মানসিকতাই অনুপ্ৰেৰনা যোগায় ,সমাজৰ প্ৰচলিত ৰীতিক অতিক্ৰম কৰিবলে

  • @renusaikia2749
    @renusaikia2749 2 місяці тому +1

    Bor xahosi nari, salute tomak

  • @minotichetia9972
    @minotichetia9972 Рік тому +15

    বাৰ্তালাপ সদায় প্ৰিয়, আজিৰ অনুষ্ঠান টো উফ্ হৃদয় চুই গল। এই প্ৰেম স্বৰ্গীয় 🙏🙏❤❤

  • @sumitradeb8538
    @sumitradeb8538 Рік тому +2

    আপোনাৰ কথাখিনিয়ে মনত বহুত সাহস দিছে সদায় সুখী হৈ থাকিব ❤️❤️

  • @user-iu7pf9rr1u
    @user-iu7pf9rr1u 4 місяці тому +1

    Bohut bhal lagil

  • @jonalikalita9212
    @jonalikalita9212 Рік тому

    বাইদেউ কান্দিলো

  • @arunbani
    @arunbani Рік тому +5

    এই আৰ্ট গেলেৰী আৰু ইয়াক ন ন চিন্তাৰে সজাই তোলা অতিকৈ প্ৰিয় স্বাতী বাইদেউৰ কৰ্ম আৰু কথা সকলোবোৰ বিশেষ। ইয়াৰ দেৱালৰ প্ৰতিখন ছবি, কোঠাৰ ভাস্কৰ্যসমূহ প্ৰত্যেকেই নিজৰ ধৰণেৰে কথা কয়। #পাৰ্থবিজয়দত্তআৰ্টগেলেৰী জিলিকি থাকক।💙🌸

  • @user-uz8im6ry2x
    @user-uz8im6ry2x 4 місяці тому

    বাইদেউ আপুনি ৰঙা কাপোৰ জোৰ পৰিধান কৰি ভাল কৰিছে।

  • @bababhai9817
    @bababhai9817 Рік тому +12

    বাৰ্তালাপৰ সকলোতকৈ ভাল লগা Episode ❤️❤️❤️❤️❤️❤️

  • @pallabbora8682
    @pallabbora8682 Рік тому +6

    হৃদয়ৰ একুনত চুই গল 💗💗💗

  • @manjulaborah1351
    @manjulaborah1351 Рік тому +9

    আজিৰ বাৰ্তালাপৰ অনুষ্ঠান চাই বহুত ভাল লাগিল প্ৰেৰণা দায়ক, সচাকৈয় নাৰী সাহসী হোৱা দৰকাৰ ❤❤❤

  • @DibakarJAB
    @DibakarJAB 2 місяці тому

    ভাল লাগিল কথাবোৰ শুনি, বাইদেউৰ কথাবোৰে অন্তত চুই গৈছে,,

  • @pujaranibordoloi9783
    @pujaranibordoloi9783 Рік тому +4

    বাইদেউৰ কথাবোৰ সদায় ভাল লাগে কিন্তু আজি কথা বোৰে হৃদয় চুই গ'ল

  • @runaligogoi3034
    @runaligogoi3034 Рік тому +3

    আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা...♥️

  • @rinjugogoi5969
    @rinjugogoi5969 Рік тому +3

    আপোনালোক দুয়োৰে প্ৰেম কিমান গভীৰ আৰু অমৰ হ'ব পাৰে বাৰুকৈয়ে অনুভৱ কৰিলো। বহুত শুভেচ্ছা জনালো বাইদেউ, সুন্দৰ সাধনাৰে এনেকৈয়ে হাঁহি হাঁহি জীৱনটো উদযাপন কৰক।

  • @husnabegum132
    @husnabegum132 Рік тому +1

    প্ৰেম স্বৰ্গীয়। তাৰেই এটি উদাহৰণ। এগৰাকী সাহসী আৰু শক্তিশালী নাৰীৰ লগত সান্নিধ্য পালোঁ। ধন্যবাদ চক্ৰ পানী পৰাশৰ। ভগৱান তেওঁৰ লগত সদায থাকক।

  • @pallabikaboruah5879
    @pallabikaboruah5879 Рік тому +26

    বৰ্তমান সমাজৰ এগৰাকী সাহসী নাৰী যিয়ে নিজৰ লগতে ঘৰখনৰ প্ৰতিটো কোণত স্বামীক জীয়াই ৰাখিছে।তেখেতৰ কথাখিনিৰে মন চুই গ'ল।

  • @rimasaikia4068
    @rimasaikia4068 Рік тому +6

    সকলো মহিলা এনে দৰে। হব পৰা হলে আপোনাক মোৰ ফালৰ পৰা🙏🙏🙏🙏🙏

  • @moromipayengmedok3257
    @moromipayengmedok3257 Рік тому

    😢❤❤❤❤❤❤❤

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Рік тому

    বাইদেউ আপোনাক ‌ বহুত বহুত ধন্যবাদ পৃথিৱীৰ সকলো সকলো নাৰীয়ে যদি আপোনাৰ নিচিনা হল হেতেন পৃথিৱী খন কিমান ধুনীয়া হল হেতেন ।

  • @birendranathhazarika5422
    @birendranathhazarika5422 Рік тому +4

    ইমান ধুনীয়া কথা খিনি মন ভৰি গল সাহস দিলে নাৰী সমাজক ❤

  • @adriburagohain8156
    @adriburagohain8156 3 місяці тому

    তোমাক কি দিলো মই
    তোমাক কি দিলোঁ মই
    গৈ গৈ অন্তৰীক্ষত হেৰাই যোৱাৰ হাজাৰ যাতনা
    তুমি আটি আটি বান্ধি থৈছা মোক
    এই বান্ধ খোলাৰ মৰসাহ নো কাৰ?
    মই ওভতি যে আহিছো
    তাত তোমাৰ হাজাৰ মিনতি
    ৰাতিৰ আকাশত ত'ৰা চাকি হৈ
    তোমাৰ প্ৰাৰ্থনাবোৰ ওলমি আছে
    এনেদৰে ওভতি অহাটো ফূৰ্তি আছে
    নকৈ চোৱাৰ ,যাপন কৰাৰ
    বন্ধ চকুযুৰি খুলি ঈশ্বৰ নামৰ অস্তিত্বক খেদি চোৱাৰ
    বহুত কিবা কিবি দি থৈ আহিলো
    হেৰুৱালো কত কি তাৰ উমানে নাই
    তুমি সেইবোৰ হিচাপ ৰাখিবলৈ মোক নিদিয়া
    মই হেৰুৱাৰ শোকত বিহ্বল হৈ গ'লে তুমি হৈ পৰা মোৰ বাবে এক সম্ভাৱনা
    যদি সোধো তোমাক কি দিলোঁ মই
    তুমি ক'বা মোৰ হাজাৰ প্ৰাৰ্থনাৰ অন্তত তুমি
    যদি সোধো তোমাক কি দিলো মই
    তুমি ক'বা মোৰ হাজাৰ প্ৰাৰ্থনাৰ অন্তত তুমি ।

  • @sumongogoi2617
    @sumongogoi2617 Рік тому +4

    স্বাতী বাইদেউ 😘ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিয়া অন্য এক উপহাৰ ❤❤

  • @dr.rupshikhadutta2873
    @dr.rupshikhadutta2873 Рік тому +10

    এগৰাকী মানুহক জীয়াই ৰখাৰ এক অভিনৱ উদাহৰণ 💞" ভালপোৱা এক অজয় অমৰ অনুভৱ " । বাইদেউক লগ পাই বৰ ভাল লাগিল 🙏

  • @ashisdutta8076
    @ashisdutta8076 Рік тому +1

    ধুনীয়া মনৰ বাইদেউ গৰাকীক বহুত মৰম দিলো।ভালে থাকক সদাই।

  • @assameseculture4759
    @assameseculture4759 4 місяці тому

    প্ৰেম অপৰাজেয়...ভালে থাকক বাইদেউ সদায়

  • @alankitakhanikor2686
    @alankitakhanikor2686 Рік тому +9

    মন চুই গ’ল তেখেতৰ কথা খিনিয়ে❤
    তেখেত সদায় ভালে থাকক

  • @shayanikakalita4960
    @shayanikakalita4960 Рік тому +5

    অন্তৰ চুই গৈছে❤️

  • @dipsikhachetia111
    @dipsikhachetia111 Рік тому +3

    স্বাতী কিৰণ বাইদেউ মোৰ আদৰ্শ ❤ তেওঁ প্ৰিয় ।

  • @pranjalbhuyan3210
    @pranjalbhuyan3210 Рік тому +6

    পাৰ্থ দাক মই খুব close ভাৱে পাইছিলোঁ। নামৰূপৰ dsp হৈ থাকোতে। তেওঁৰ সৃষ্টি কৰ্ম বা আদৰ্শৰ বিষয়ে কবলৈ নাযাওঁ, কিন্তু তেওঁৱেই হয়তো একমাত্ৰ আৰক্ষী বিষয়া যি চাকৰি জীৱনত এটকাও খোৱাৰ অভিযোগ নাই। তেওঁক লৈ নীলিম কুমাৰে লিখা এটা কবিতা মই আবৃত্তি কৰিছিলোঁ। স্বাতী কিৰণৰ হাতত আছে কবিতাটো চাগে।

  • @rashmirekhabaruah3128
    @rashmirekhabaruah3128 Рік тому +3

    প্রিয় নাৰী গৰাকী❤ ধন্যবাদ বার্তালাপ।আৰু 1ঘন্টা মানৰ হব লাগিছিল।

  • @travelzindagiblogs8328
    @travelzindagiblogs8328 2 місяці тому

    Ahal prem jugalar pratisabi tatiaha anaka prakash pai jatia hai prem amar hai

  • @bandanakonwar664
    @bandanakonwar664 4 місяці тому

    ভাল লাগিল বহু ত
    ❤❤❤

  • @tinashriborah6841
    @tinashriborah6841 Рік тому +6

    প্ৰেম মানে ধ্বংস নহয় ,ই এক সৃষ্টি। মানুহৰ মন গহ্বৰত কোনোবা বিশেষ জনৰ প্ৰতি বৈ থকা এটা অজৰ -অমৰ শক্তি।
    আটাইতকৈ ভাল লগা‌ এটা ব্যতিক্ৰমী খণ্ড । সেয়ে বাৰ্তালাপ সদায় বিশেষ।
    পাৰ্থ- স্বাতিৰ সপোন বোৰ ,মৰম বোৰ এনেদৰেই সদায় ফুলি থাকক।❤❤❤❤🌺🌺

  • @mondirabaruah5414
    @mondirabaruah5414 4 місяці тому

    বহুত বেছি ভাল লাগিল।প্ৰেম আৰু কিতাপৰ মন্দিৰৰ ঘৰ যেন লাগিছে। আপোনাকো ধন্যবাদ।

  • @bornalikonwar2700
    @bornalikonwar2700 Рік тому +1

    বহুত কান্দিলোঁ - " তোমাক কি দিলো " 💝

  • @sitasmixvideos9786
    @sitasmixvideos9786 Рік тому

    Dhuniya share korila 👍

  • @bulbulgohain9649
    @bulbulgohain9649 Рік тому

    বহুত ভাল লাগিল ।জীৱন যুদ্ধত আগুৱাই যাবলৈবহুত সাহস পালো

  • @rekharanidevi1165
    @rekharanidevi1165 Рік тому +13

    ভাষাহীন❤. . . কবিতাটো শুনি চকুলো ওলাই গ'ল😥

  • @sumitailoring4669
    @sumitailoring4669 3 місяці тому

    Bhut val lagil👍👍👍

  • @prona_mi
    @prona_mi Рік тому +6

    "তোমাক কি দিলো ম‌ই" ।‌এটি প্ৰিয় কবিতা ।
    ভিডিঅ'টো চাই সচাঁই ভাল লাগিল ।❤

  • @junalidas3795
    @junalidas3795 Рік тому +5

    খুব ভাল লাগিল আপোনালোক দীর্ঘদিন আজীবন জীয়াই থাকক আৰু ভগৱানে সদায় ভালে ৰাখে যেন..., আৰু সাংবাদিক দাদা গৰাকীৰ ও ভালে থাকা সদায় পৰম পিতাই যেন ৰাখকক

  • @kanikathakuria4613
    @kanikathakuria4613 Рік тому +1

    আপোনাক আন্তৰিক ধন্যবাদ ।আপোনাৰ আদৰ্শ অনুকৰনীয়

  • @abhishekdevnath9959
    @abhishekdevnath9959 4 місяці тому

    বৰ দুখ লাগিল

  • @gitimabazbaruha1957
    @gitimabazbaruha1957 Рік тому

    মন চুই গল

  • @digitalindia7191
    @digitalindia7191 4 місяці тому

    মন চুই যোৱা অনুস্থান। বহুত সাহস পালো

  • @nirmaligogoi6959
    @nirmaligogoi6959 Рік тому

    এক স্বৰ্গীয় অনুভৱ---অনন্য অপূৰ্ব

  • @rimjimdas8333
    @rimjimdas8333 Рік тому

    Khub Val lagil

  • @bhanitakalita190
    @bhanitakalita190 Рік тому

    Katha khini bohot val lagil

  • @shashiburagohain4558
    @shashiburagohain4558 Рік тому +10

    পাৰ্থ বিজয় দত্ত ছাৰৰ লেখনিসমূহ পঢ়িছোঁ। পঢ়ি বৰ ভাল লাগে। আপোনাৰ দৰে নাৰী সমাজত অতি দুৰ্লভ। আপোনাৰ মহানুভৱতাক নমস্কাৰ 🙏🙏

  • @kalpanaborah4697
    @kalpanaborah4697 3 місяці тому

    বাইদেও আপোনাৰ অনুভব ভাল লাগিল া

  • @tikusvlog
    @tikusvlog Рік тому

    Tekhet bor bhaigyaban apunar dore agoraki jibonhongi pale

  • @jagadishdawar
    @jagadishdawar Рік тому +2

    *নাৰী তুমি অনন্যা,
    মহয়সী* ।
    *****
    অন্তৰ চুই যোৱা বাৰ্তালাপ ।

  • @melodytunerecords658
    @melodytunerecords658 10 місяців тому +1

    সাহসী নাৰীগৰাকীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত৷৷৷তেওঁ কুশলে থাকক৷৷পাৰ্থবিজয় দত্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে৷৷

  • @rudrahandique81
    @rudrahandique81 4 місяці тому

    স্বাতী কিৰণ তোমাক শতকোতি প্ৰণাম 🙏🙏🙏🙏

  • @SujaliSonowal
    @SujaliSonowal 8 місяців тому +2

    জীয়াই থাকিবলৈ গোটেই জীৱন কাষত থাকি মৰম দিব লাগিব বুলি প্ৰয়োজন নাথাকে।থকা কেইদিনত যদি সঁচা মৰম আন্তৰিকতা যাঁচে গোটেই জীৱন স্মৃতিবোৰ লৈ জীয়াই থাকিব পাৰি।

  • @pranamee7260
    @pranamee7260 Рік тому

    ইমান সাহসী নাৰী।ভগৱানে সেই সাহস ৰ এটা চুক দিয়ক। তাতকৈ বেছি একো নালাগে। সদায় হাঁহি থাকক বাইদেউ ❤

  • @user-sv6xw7nn6i
    @user-sv6xw7nn6i Рік тому

    Sundor ba appunar loi , 🙏 janaisu moi o bibhoba Buji pau moi phut lou kintu o manuhe bohut questions kore

  • @bkp9774
    @bkp9774 4 місяці тому

    কামাখ্যাত ৫০০ টকা লাগে, কি আচৰিত, পাণ্ডাৰ উৎপাতত সোমাব নোৱাৰা, তংগনিয়াই তংগনিয়াই মাৰিব লাগে ইহঁতক।

  • @niralakalita5163
    @niralakalita5163 4 місяці тому

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ❤❤❤

  • @monjuphukan6643
    @monjuphukan6643 Рік тому

    Val lagil kothakhini

  • @premadasahariah4447
    @premadasahariah4447 Рік тому +1

    বহুত ভাল লাগিল। ।❤❤

  • @ranjitagogoi5839
    @ranjitagogoi5839 Рік тому +1

    বৰ হেঁপাহ তেওঁৰ, ইমান বেছি মৰমেৰে দেখুৱাইছে সকলোখিনি

  • @pratyashi4914
    @pratyashi4914 Рік тому +1

    কি ধুনীয়া, কি স্বাস্বত, কি হেঁপাহ।
    প্ৰেম আবেগ, কিন্তু প্ৰেমে আবেগক নিয়ন্ত্ৰণো কৰে। প্ৰেমে জীৱনক জীয়ন দিয়ে, জীৱনে প্ৰেমক। আচলতে প্ৰেম আৰু জীৱন পৰিপূৰক, যেনেকৈ পাৰ্থ-স্বাতী।
    ভবিষ্যত জীৱনলৈ শুভকামনা আপোনালোকলৈ।

  • @malabikaborasaikiaboby8504
    @malabikaborasaikiaboby8504 Рік тому

    বৰ সুন্দৰ জীৱন

  • @anitabora2768
    @anitabora2768 Рік тому

    বহুত সাহসী বাইদেউ বৰ ভাল লাগিল ভগৱানে সহায় কৰিব। ❤❤