১৫ বছৰীয়া নবীনৰ কাহিনীয়ে আপোনাকো কন্দুৱাব।

Поділитися
Вставка
  • Опубліковано 6 лют 2025
  • ১৫ বছৰীয়া নবীনৰ কাহিনীয়ে আপোনাকো কন্দুৱাব।

КОМЕНТАРІ • 848

  • @debojitdutta5652
    @debojitdutta5652 3 роки тому +348

    এয়াই জীৱন সংগ্ৰাম ভাইটি , সংগ্ৰাম কৰি যোৱা এদিন সফল হবা তুমি । স্থানিয় বিধায়ক মহোদয়ে অলপ সহায় কৰক লৰাটোক ।

  • @manuramamoran5964
    @manuramamoran5964 3 роки тому +74

    জীৱনৰ আন এটা নাম সংগ্ৰাম,ভগবানে সদায় যাতে তোমাক সুখী কৰি ৰাখে।আশীবাদ কৰিছো সদায় যাতে সুখী হৈ থাকা তুমি ভাইটি 👍👍👍❤

  • @karnadeepkalita445
    @karnadeepkalita445 3 роки тому +143

    তুমি জীৱনৰ লগত সংগ্ৰাম কৰিব সিকিছা নবীন। তুমি এদিন সফল হবা। মোৰ বিশ্বাস আছে।

  • @pinkybaruah123
    @pinkybaruah123 3 роки тому +355

    লৰাটোৰ জীৱনটো সুখৰ হওঁক, তাকেই কামনা কৰোঁ।

    • @মিছিংলৰা
      @মিছিংলৰা 3 роки тому +14

      লৰা টোৰ ঘৰ ভাল ধৰে ৱনাই দিৱলৈ মামালৈ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @priyamdoley3889
      @priyamdoley3889 3 роки тому +9

      মামা কিবা এটা‌‌ কিৰি দিব please 🙏🙏

    • @nirmalimedhi6402
      @nirmalimedhi6402 3 роки тому

      @@priyamdoley3889 ñn bnb BBC b bhb in BBC h bhb NV 7b

  • @sharifulislamaachannel7224
    @sharifulislamaachannel7224 3 роки тому +206

    এয়াই হ'ল জীৱনৰ সংগ্ৰাম । ভাইটি তুমি কষ্ট কৰি যোৱা এদিন না এদিন সফল হবা।

  • @hazarikaankur66
    @hazarikaankur66 3 роки тому +44

    তেওঁ কষ্টৰ মাজতো যে শিক্ষা ও আগুৱাই নিছে সেইটো এটা বহুত ভাল কথা। এদিন এই শিক্ষাৰ জৰিয়তে তেওঁ নিজৰ দৰিদ্ৰতাক হৰুৱাব পাৰিব । 🙏

  • @TapanDas-ph4wk
    @TapanDas-ph4wk 3 роки тому +99

    তুমি এদিন বহুত ডাঙৰ মানুহ হবা
    মই তুমাৰ ওচৰত যাম কেইবছৰমান পাছত ময়ো সফল হৈ হে যাম তুমি কুশলে থাকা বন্ধু
    জীৱনে তুমাৰ ওচৰত হাৰ মানিব এদিন 🖤

  • @rinkigogoi989
    @rinkigogoi989 3 роки тому +41

    ভগৱানে সহায় কৰক।ভাল কৈ পঢ়া শুনা কৰা বাবা ❤️ডাঙৰ মানুহ হবা তুমি জান ❤️

  • @surajgogoi1879
    @surajgogoi1879 3 роки тому +170

    গাৱৰ ওচৰে পাজৰে থকা লোক সকলে ও অলপ সহায় কৰি দিব 🙏 চোন, অলপ হ'লেও সকাহ পাব অ🙏🙏🥺

    • @nayan892
      @nayan892 2 роки тому

      Yaha koi nihe apna bacha

    • @sumanhborah7561
      @sumanhborah7561 2 роки тому

      Aapka ghr Nabin ka ghar ke pass ke ho kiya !!! Mam Nabin ka contact number dena

  • @Rekhashruti4562
    @Rekhashruti4562 3 роки тому +24

    চকু পানি ওলাই গল ভাইটি তোমাৰ কথা বোৰ শুনি ভগবান আছে নহয তোমাৰ লগত 😭😭😭❤️😭😭😭

  • @uttarabaruva1270
    @uttarabaruva1270 3 роки тому +60

    CM sir , please do something for him 🙏 Let him do study so that he will be asset in our country. I felt sad after seeing this news . Thanks to time 8 for sharing this news.

  • @kovitas2173
    @kovitas2173 3 роки тому +22

    ঈশ্বৰে নবিনক শান্তি দিওক তাকেই কামনা কৰিলোঁ নবীন ভাইটি লৈ মোৰ হিয়া ভৰা মৰম আৰু আশীৰ্বাদ থাকিল ।

  • @barsing2305
    @barsing2305 3 роки тому +6

    ভাইটি, তোমাৰ জীৱনত যেনেকৈ দুখ কষ্ট আহিছে ঠিক তেনেকৈ সুখ সমৃদ্ধি ও আহক তাকেই কামনা কৰিলোঁ !

  • @sanjibdas15040
    @sanjibdas15040 3 роки тому +3

    বহুত দুখ লাগিল এনেকুৱা কাৰো যাতে নহয় ভগৱানৰ ওচৰত তাৰে প্রাৰ্থনা জনালো । তেও হে জানে অকলশৰীয়া জীৱন কেনেকুৱা লাগে

  • @anupnathanupnath1273
    @anupnathanupnath1273 3 роки тому +3

    তুমি এনেদৰে সংগ্ৰাম আৰু নিজৰ ওপৰত অদম্য বিশ্বাস ৰাখি আগুৱাই যোৱা ভাইতি । তোমাৰ বহুত বহুত ভাল হ'ব প্ৰাৰ্থনা কৰিছো

  • @asinayang6189
    @asinayang6189 3 роки тому +22

    সেয়া তোমাৰ জীৱনৰ অগ্নি পৰীক্ষা বুলি ভাবি লোৱা আৰু তুমি আগুৱাই যোৱা ভাইতি সকলো ভাল হব।

  • @mohendrpatiri9793
    @mohendrpatiri9793 2 роки тому +4

    সেয়াই প্ৰকৃত পিতৃ মাতৃ ৰ পুত্ৰ সকলোৱেই ওচৰে পাজৰে থকাবোৰে সহায় কৰে যেন

  • @kamalchandradeka1474
    @kamalchandradeka1474 3 роки тому +2

    সংগ্ৰামৰ আন এটা নাম জীৱন। একো লাভ নাই। চৰকাৰে যে তোমাক সহায় কৰিব তাৰ আশা ক্ষীণ। সৎ আৰু নিষ্ঠাৱান হোৱা,সফল হবাই। সকলোৰে আশীষ থাকিব ভাইটি। God bless him.

  • @babulseikh7591
    @babulseikh7591 3 роки тому +26

    তোমাৰ বাবে ভগৱান আছে ভাইটি ,God bless you, ⛪🏯🕌✝️☪️

  • @goswamielectricalelectroni8324
    @goswamielectricalelectroni8324 3 роки тому +16

    অত্যন্ত দুঃখ লাগিল।সকলো আগবাঢ়ি আহক এই সৰু লৰাতোক সহায় কৰিবলৈ।।।

  • @MridulRay-lf5ch
    @MridulRay-lf5ch Місяць тому +1

    Bohut dukh loga history bohut bohut xukhor val hok bohute hate xohay kore jen sarkare kiba ata nirapotta diye jen bhogowa or usorot take pradhona koru ❤❤❤❤❤❤

  • @KaSiYali
    @KaSiYali 3 роки тому +6

    তুমি জীৱনত সফল হ'বাই হ'বা।আচলতে তুমি এতিয়াও সফল মানুহ।অন্তৰৰ সমস্ত শুভেচ্ছা তোমালৈ দিছোঁ।

  • @kritishreesarma
    @kritishreesarma 3 роки тому +2

    ভাইটি তোমাৰ জীৱনতো সুখ আৰু শান্তিৰ হ‌ওক তাৰে প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত 🙏🏻🙏🏻🙏🏻

  • @runubaruah60
    @runubaruah60 3 роки тому +18

    জীৱন সংগ্ৰামত এদিন তুমি জয়ী হ'বাই পোনা। আশীৰ্বাদ কৰিছো ঈশ্বৰে তোমাক চকু মেলি চাওক 🙏

  • @neki200k8
    @neki200k8 3 роки тому +14

    হে আল্লাহ লৰাটোৰ জীৱন সুন্দর কৰি দিয়া

  • @sumitrarawani9462
    @sumitrarawani9462 3 роки тому +43

    God bless u boy..we r proud of you.

  • @SmritiboraVlog
    @SmritiboraVlog 3 роки тому +17

    "ৰাইজে নখ জোকাৰিলে নৈ বয় ।" ৰাইজৰ নখত লাগি থকা সামান্য পানীখিনি জোকাৰি লগ কৰিলে বহুত পানী হ'ব । অর্থাৎ এটোপ দুটোপ পানী পাহাৰৰ পৰা নিগৰি আহিয়েই জান - জুৰি , নৈ আদিৰ সৃষ্টি কৰে । সেইদৰে ৰাইজে দুই এটকাকৈ দান-বৰঙণি আগ বঢ়ালেই সি বৃহৎ পৰিমাণৰ ধন হ'ব আৰু তাৰ দ্বাৰাই একোটা ডাঙৰ কাম কৰিব পৰা যাব ।...... কত আজি গাঁওৰ ৰাইজ ? এজনীৰ মানুহৰ বাদে আৰু কোনো ওলাই নাহিল কেমেৰা আগলৈ,!!
    ভোজ পাতিলে লৰাই ছোৱালীয়ে টোপোলা বান্ধি উঠি আহিব, দুপৰীয়া হাজটো তাতে খাওঁগে বুলি....

  • @jintuarandhara6724
    @jintuarandhara6724 3 роки тому +7

    চৰকাৰক অনুৰোধ জনাইছোঁ লৰাটোক সহায় কৰক 🙏ভাইটি তুমি অকলশৰীয়া বুলি ভাগি নপৰিবা এদিন নহয় এদিন তোমাৰ জীৱনটো সুখৰ হব।

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 2 роки тому +2

    ভগৱানে তুমাক মঙ্গল কৰক।🙏🙏🙏কাৰো জীৱনত এনে দখা নহয় যেন তাৰ কামনা কৰো😭😭😭😭😭😭

  • @GracecovenantChurchdhemaji123
    @GracecovenantChurchdhemaji123 3 роки тому +14

    ঈশ্বৰৰ আশীৰ্বাদ তোমাৰ লগত সদাই থাকিব । মা দেউতা এদিন এৰি যায় কিন্তু ঈশ্বৰৰ সদায় লগত থাকে।

  • @monjitlahon3963
    @monjitlahon3963 3 роки тому +18

    Time 8তে বহুত ভাল কাম কৰিছে, অশেষ ধন্যবাদ থাকিল।🙏

  • @krishnagogoi1657
    @krishnagogoi1657 3 роки тому +111

    নবীনৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰ টো পাম নেকি?

  • @sanjibpegu5834
    @sanjibpegu5834 3 роки тому +1

    বহু বহু ধন্যবাদ নিবিন বেতা। আশা কৰিছো তোমাৰ সুন্দৰ জীৱন হওক কামনা কৰিলোঁ। তোমাৰ য়োগা যোগৰ নাম্বাৰটো পাৰিলে দিবাচোন।

  • @JuriChamua
    @JuriChamua 6 місяців тому

    তোমাৰ জীৱন টো সুন্দৰ হক। আশীর্বাদ কৰিছো।

  • @Saath_Chale_toh_Jeetenge
    @Saath_Chale_toh_Jeetenge 3 роки тому +16

    It is really important to help him. I request our honourable chief minister sir, please give a chance him to study otherwise, making schools/colleges will be useless.

  • @probinrongpi3449
    @probinrongpi3449 3 роки тому +10

    He is legend 😊😊😊😊❤️❤️❤️ proud of you bro never give up and God bless you 💓💓💓💓💓😥😥😥😥😥😥😥😥😥

  • @bantineog6722
    @bantineog6722 3 роки тому +3

    সচাকৈ দুখৰ কাহিনী।ধৈয্য আছে যেতিয়া ভৱিষ্যতে ভাল হ'ব।

  • @mayna_officiall
    @mayna_officiall 3 роки тому +2

    জীৱনটো যেন হাঁহি ৰে ভৰি পৰে তাৰেই কামনা কৰিলোঁ

  • @divyajyotibora778
    @divyajyotibora778 3 роки тому +2

    মানুহে মানুহক সহায় নকৰে সেইয়া প্ৰমাণ হৈছে এই দৃশ্যৰ যোগেদি।কোনো কথা নাই, সকলো পৰিচালনা কৰা এজন আছে তু,তেওঁ চাব,মাত্ৰ ধৈৰ্য্য ধৰা,জীৱনতো বৰ মূল্যবান,মাথো পৰিচালনা কৰোঁতে অকনমান কষ্ট হয়।

  • @jurimonideka9763
    @jurimonideka9763 3 роки тому

    ভাষা নাই কৱ। বহুত দূখ লাগিছে। নবীনৰ ভাল হওঁক

  • @rupalibhuyan8075
    @rupalibhuyan8075 3 роки тому

    তোমাৰ জীৱনটো খুবেই সুন্দৰ হ ওক। স্থানীয় লোকে সহায় কৰক।

  • @jyotiprasad6792
    @jyotiprasad6792 3 роки тому +69

    সকলোৱে আগবাহি আহক,লৰাজনক সহায় কৰক🙏🏻🙏🏻

  • @ayotriphukonmohan9170
    @ayotriphukonmohan9170 3 роки тому

    বৰ দুখ লাগে ৷ তুমাৰ জীৱন যুদ্ধত সাহসেৰে আগবাঢ়ি যোৱা৷ ভগৱান সদায় তোমাৰ কাষত৷

  • @lutfurkhan1357
    @lutfurkhan1357 3 роки тому

    Nabin, tumi bahut morom loga lora kosto Kora Bhagwane sab. Duwa korisu tumale God bless you Nabin

  • @rinibegum8766
    @rinibegum8766 3 роки тому +25

    Bhaity Monatdukh nokoriba,tumar logat Bhogaban aru ma deutar Akhirbad ase.tumi kebol aguai jua.tumar logat thakiboi porialor ajon manuh logat rakha.

  • @riyankashyapkamrupiyanboy147
    @riyankashyapkamrupiyanboy147 3 роки тому +24

    তোমাৰ ভাল দিন আহিছে বুলি ভাবি লোৱা ।।ভগবান এ চাইছে মোৰ দাঙি

  • @paragjyotix02
    @paragjyotix02 3 роки тому +1

    ❤️❤️ ভৱিষ্যতে সফল নাগৰিক হক 😘

  • @mampichannel730
    @mampichannel730 3 роки тому +9

    ইমান দুখ লাগিল

  • @biswajitbhattacharjya4002
    @biswajitbhattacharjya4002 3 роки тому +5

    Adin tumi success hoba e....Baba Mahakal bless you

  • @deepmonisaikia2366
    @deepmonisaikia2366 3 роки тому +23

    God bless you my child,

    • @ajubajultd.3484
      @ajubajultd.3484 3 роки тому +5

      যাৰ একো নাই তাৰ আল্লাহ সহায় আছে। সৎ পথত থাকিবা।

  • @tinkuboruah6553
    @tinkuboruah6553 3 роки тому +3

    ল'ৰা জীৱনটো সুখৰ হক

  • @mrinalvlogs5009
    @mrinalvlogs5009 3 роки тому +4

    বহুত দুখ লাগিল

  • @abhijitboro811
    @abhijitboro811 3 роки тому +2

    দাদা টোৰ জীৱনটো সুখৰ হ‌ওক।❤️

  • @nurulislamlaskar8688
    @nurulislamlaskar8688 2 роки тому

    Good right thanks you student Allaho tumi hafajot korio subahanalla alhumdulilla allahuakbar amin

  • @spoilerB
    @spoilerB 3 роки тому +17

    One man army. God bless brother.

  • @অসমীয়ালৰাপৰশমণি

    তেওঁ সমষ্টিৰ বিধায়ক জনে অলপ সহায় কৰক তেওঁক ৷ মোৰ অসম চৰকাৰৰ ওপৰত আশা থাকিল সহায় কৰিব বুলি ৷

  • @rmboroofficial9042
    @rmboroofficial9042 3 роки тому +1

    Sorkare ki bebostha loi atia.
    Sorkare sabo lagw ai koratu.
    God bless you Nobin Gogoi

  • @BadshahMominur
    @BadshahMominur 3 роки тому

    Allah teor mongol korok ...adin teo dangor manuh hbo ....I love you Nobin ..Salute you brother

  • @himadreborah1720
    @himadreborah1720 3 роки тому

    Nabin valdore aguai jauk....takei vogowanor usorot parthona karisu

  • @har-tk4xl
    @har-tk4xl 3 роки тому

    Vall lagil nobin r xahokh deki

  • @bijitsaikia1491
    @bijitsaikia1491 3 роки тому

    মৰমৰ ভাইটি নবীনৰ কৰুণ জীৱন সংগ্ৰামৰ ছবিখন দেখি দুচকু সেমেকি উঠিল।তুমি এদিন অসমৰ নাম উজলাই তুলিবা।তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

  • @monalishadutta5860
    @monalishadutta5860 3 роки тому

    Krishno krishno🙏🙏. Tumi aguai jua hokolu badha nausi. Bhogobana tumak soku mali sabo. Matro monot bol rakhiba. 😭😭😭😭

  • @porismitabora9055
    @porismitabora9055 3 роки тому +1

    Tumi hodai anekoie xahoxere agbahi jua vogoban ase tumar val hbo .

  • @AbdulHakim-lh8mu
    @AbdulHakim-lh8mu 2 роки тому

    হতাশ নহ'বা ।সংগ্ৰাম চলাই যোৱা ।এদিন তুমি সফল ব্যক্তিত পৰিণত হ'বা ।

  • @indukhanikar5457
    @indukhanikar5457 3 роки тому

    ভগবান তোমাৰ সহায় হওক নবীন তুমি বহুত সাহসী য়াল লৰা তুমি পাৰিবা আশীৰ্বাদ কৰিছো ।

  • @prafullabarua3747
    @prafullabarua3747 3 роки тому

    নবীন তোমি হাৰি নাজাবা । ভগৱানে তোমাক সহায় কৰিৱয় ।

  • @mriduladeka7465
    @mriduladeka7465 3 роки тому +1

    তোমাৰ জিৱনটো সুখৰ হয়ওক এয়াই মোৰ ভগৱান ওচৰত প্ৰাৰ্থনা।

  • @gitamonihazarika5059
    @gitamonihazarika5059 3 роки тому

    ভগবানৰ ওচৰত মিনতি কৰিছো যেন ভগৱানে তোমাক বহুত সাহস দিয়ে উন্নতিৰ পথত আগুৱাই যোৱাত

  • @momichangmai1764
    @momichangmai1764 3 роки тому

    তুমি আগবাঢ়ি যোৱা ভাইটি এদিন সফল সবা তুমি ভাইতি

  • @assamgames6432
    @assamgames6432 3 роки тому +6

    Tumi adin bhut dagor manu hoi joya take kamona korilu vaii ❤️❤️❤️❤️🙏🙏🙏

  • @arpanabaishya6781
    @arpanabaishya6781 2 роки тому +1

    Tumar kthabor gm pai dhukh lagil vaiti tumi adin val manuh hba so mr akha thakil

  • @manamikadas6010
    @manamikadas6010 2 роки тому

    বহুত দুখ লগা কাহিনী

  • @pulinjitdas9567
    @pulinjitdas9567 3 роки тому +1

    Bohut val hbo

  • @jishnukashyap1885
    @jishnukashyap1885 3 роки тому +2

    May God Bless You Always Brother, Aguwai Juwa Tumi Brother Xdai Take Kamona krisu

  • @swarnajyotirabha3057
    @swarnajyotirabha3057 2 роки тому +1

    😭😭xosakoi video tu sai soku pani ulal ....🙏🙏vogobanloi parthona Korisu ... Vaitir gibontu agole ati xundor xuxor Kori tulok ...😘😘😘 Tumi xodai valeii thaka take kamona korilu vaiti 😘😘😘

  • @rahulaxom1.068
    @rahulaxom1.068 3 роки тому +4

    এয়াই আমাৰ মানৱ জীৱনৰ সংগ্ৰাম। বন্ধু তুমি নিজৰ সংগ্ৰাম কৰি যোৱা তোমাৰ সংগ্ৰামৰ ফলাফল তুমি অতি সোনকালেই ভগৱানে প্ৰদান কৰিব।।।

  • @akpegu6801
    @akpegu6801 2 роки тому

    Oh god bless sokur pani ulai gol issore mrm krb takei kamona korilu

  • @simpinath798
    @simpinath798 3 роки тому

    ল'ৰা। জনৰ জীবন টো সুখৰ হওঁক। চৰকাৰে ল'ৰা জনক সহায় কৰক।

  • @jintupathak1593
    @jintupathak1593 2 роки тому

    তুমি এদিন জয় হবা.ভগৱানে তুমাক কুশলে ৰাখক....

  • @nrchanelnr1966
    @nrchanelnr1966 3 роки тому

    ঈশ্বরে আশির্বাদ করক নবীনক👍👍👍

  • @jurikarmakar4111
    @jurikarmakar4111 3 роки тому

    Aguai jua Nobeen gd blzz u

  • @rdmotors6964
    @rdmotors6964 3 роки тому

    God blessd u beta...kostoo hoise gm pisoo but adn vll fol paba.....

  • @RajuAli-vw9ww
    @RajuAli-vw9ww 3 роки тому

    বহুত দুখৰ বতৰা, নবীন তুমাৰ মংগল হ ওক

    • @RajuAli-vw9ww
      @RajuAli-vw9ww 3 роки тому

      ঈশ্বৰে সদায় তুমাক সহায় কৰে যেন, এইয়াই মোৰ ঈশ্বৰৰ ওচৰত কামনা কৰিলো 🙏

  • @jogatdutta7331
    @jogatdutta7331 3 роки тому +2

    নবীন তুমি ভাল মানুহ হোৱা

  • @AssameseMixEntertainment
    @AssameseMixEntertainment 3 роки тому

    সাহস ৰাখা ভাইটি জীৱন মানেই সংগ্ৰাম আশা কৰো ভগবানে নিশ্চয় এদিন ভাল কৰিব

  • @mbvlog8614
    @mbvlog8614 3 роки тому +4

    Adin tumar hokolu dixote val hbo vaiti voi nokoriba xahoxere thaka, vgobanor uporot hodai biswas rakhiba.

  • @karbipo6326
    @karbipo6326 3 роки тому +9

    God bless you beta

  • @thehappyhours8322
    @thehappyhours8322 3 роки тому

    Brave. Vogobane ashirbad koribo. Edin nohoi edin val hobo future

  • @juridas6012
    @juridas6012 3 роки тому +4

    জীৱন মানেই যুদ্ধ. ✊✊

  • @rumidasrumi1258
    @rumidasrumi1258 3 роки тому

    তুমি আগবাঢ়ি যোৱা ভাইটি

  • @bindasdharitri482
    @bindasdharitri482 3 роки тому +1

    ভগৱানে তোমাক ভালে কুশলে ৰাখক ভাইতি

  • @dwimalifestyle1781
    @dwimalifestyle1781 3 роки тому +1

    ভগৱাণে ণিচছয় এদিন ভাল মুহূৰ্ত আণিব তোমালে 🙏🙏🙏🙏🙏

  • @2.0940
    @2.0940 3 роки тому +1

    Bhite bhogoban asa tumar logor sinta nokoriba aguaii jua🙏🙏🙏🙏

  • @ridipbora3182
    @ridipbora3182 3 роки тому

    ভগৱান তোমাক আৰু শক্তি দিয়ক ।তাকে কামনা কৰো ।

  • @blackfanny5356
    @blackfanny5356 3 роки тому

    God bless you son .asha karisu sarkar ae hohoi koribo

  • @sprihasharma2025
    @sprihasharma2025 3 роки тому +2

    ভগৱানে তোমাৰ হাতত ধৰি থাকক ।

  • @nipandas4080
    @nipandas4080 3 роки тому

    কবলৈ ভাষা নাই ।জীৱনত আগুৱাই যোৱা।🙏🙏🙏

  • @pranjitbhagawatipranjitbha3334
    @pranjitbhagawatipranjitbha3334 2 роки тому +1

    বহুত বেয়া লাগিল

  • @letsready222
    @letsready222 3 роки тому

    ধন্যবাদ টাইম ৮ ,, এনে বাতৰি প্ৰচাৰ কৰা বাবে,,

  • @nipunsaikia6069
    @nipunsaikia6069 3 роки тому

    সফল হোৱা,,ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ