উচুপি উচুপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক’লে এগৰাকী যুৱতীয়ে?

Поділитися
Вставка
  • Опубліковано 6 гру 2021
  • উচুপি উচুপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক’লে এগৰাকী যুৱতীয়ে?

КОМЕНТАРІ • 500

  • @ramanidas1542
    @ramanidas1542 2 роки тому +38

    অনুপম দা লৈ মোৰ বহুত বহুত ধন্যবাদ । যদি এইখন সমাজত আপোনালোকৰ দৰে সমাজসেৱক নাথাকিলহেতেন তেন্তে এচাম দুখীয়া নিচলা মানুহৰ বিষয়ে চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰী অৱগতেই নহলহেতেন । আপোনাৰ দীঘায়ু কামনা কৰিলো ।

  • @jitulkalita4864
    @jitulkalita4864 2 роки тому +50

    অনুপম দাদা আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏 , আপোনাৰ প্ৰচাৰৰ দ্বাৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কানত পৰে যেন , বাকী পঞ্চায়তৰ সভাপতি , মেম‌্বৰ , M A L , এই বিলাকতো ডাঙৰ মানুহৰ ,এই বিলাকৰ দুখীয়া মানুহৰ পৰা টকা পইছা খাব নেপালে ক'ত আছনি পাব , ধনী মানুহে আছনি আগতে পাই ,

  • @niraj8221
    @niraj8221 2 роки тому +184

    এইবোৰ দুখীয়া মানুহে যদি ৰেচন কাৰ্ড নেপায়, অৰুণোদয় আঁচনি নেপায়, তেন্তে কোনে পাই আছে এইবোৰ আঁচনি ??মৰিগাঁও ৰ উপায়ুক্ত মহোদয়ে এই পৰিয়ালটোক ৰেচন কাৰ্ডৰ যোগাৰ কৰি দিয়ে যেন ।

    • @earthexplorer9415
      @earthexplorer9415 2 роки тому +3

      Ai bur sob poisa thoka bilak he pai,june poisa dibo pare ai hokolehe ghar o pai. Sob expose korar homoi ahise, hosake jodi amar axom ot hosa Raja aase.

    • @ratusmoyratus1746
      @ratusmoyratus1746 2 роки тому +8

      পাই‌ তেওঁ ‌‌লোকৰ আপোন বোৰে‌‌ টকা ‌থাকিলে‌ চবেই চিনিপাই‌ আমাৰ নিচিনা ‌গৰিবক‌ চিনি‌ নাপাই‌

    • @johirahmed1297
      @johirahmed1297 2 роки тому +1

      Job kora manuh bilak rechon card pay, dukhiya manuk kiyo Nidiye ? Dhoni manu bilak k besikoi diyok.

    • @rajudeori5437
      @rajudeori5437 2 роки тому

      Moi kao mnstr koisil arunudai asani pangu and bidhaba and biya nuhuwa sibir manuhe pabo buli kintu bhal manuhe kiyo paise DR Himanta sare koisil . Dukhiya manuhe ghar napai ,asani napai ai asani bur dhani manuhar karane dise neki sir .aamar yat voter card nathaka manuhe water pump line paise aamar voter card thakiyu puwa nai.BJP sarkar saku nai neki.

    • @thaneshwaribrahma5128
      @thaneshwaribrahma5128 2 роки тому

      Himanto biswa bisas khatok

  • @bijukumarmali8786
    @bijukumarmali8786 2 роки тому +146

    অনুপম দালৈ ধন্যবাদ নজনাই নোৱাৰিলো ৷ আশাকৰো পৰিয়ালটিক মুখ্যমন্ত্ৰী মহোদয়ে চকু মেলি চাব ৷

  • @uttamdoley9053
    @uttamdoley9053 2 роки тому +85

    অসমৰ প্ৰকৃত ৰূপ দাঙি ধৰাৰ বাবে অনুপম দালৈ ধন্যবাদ ।

  • @rebakantabori1449
    @rebakantabori1449 2 роки тому +36

    অতি আচৰিত কথা আৰু পৰিতাপৰ বিষয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰাৰ পিছতো পৰিয়ালটোক প্ৰধান মন্ত্ৰী আবাস যোজনাই আজিও ঢুকি নাপালে।এনেবোৰ জীয়াতু ভোগা নৱম শ্ৰেণীত অধ্যয়ণত এজন ছাত্ৰই অমৃত বাণী দি কৈছিল-"দৰদ্ৰতাই হৈছে জীৱনৰ ঘাই শত্ৰু।"ছোৱালী জনীৰ প্ৰতিভা আছে আৰু মেধা শক্তিও আছে।থাকিলে কিডাল হ'ব দৰিদ্ৰতাৰ ওচৰত তাইৰ প্ৰতিভাই হাৰ মানিছে আৰু তাইৰ জীৱনৰ অগ্ৰসৰ পথত দৰিদ্ৰতাই এখন প্ৰাচী হৈ থিয় দিছে।যাৰ বাবে আজি তাইৰ মনোবল ভাগি গৈছে।আজি তাইৰ লাজৰ আৱৰণ খুলি চকুলো টুকি নিজৰ দৰিদ্ৰতাৰ কথা ছ'ছ‌িয়েল মিডিয়াত প্ৰকাশ কৰিবলগীয়া হৈছে।অতি দুখলগা কথা।গতিকে আমাৰ বিলাসী গাড়ী,প্ৰাসাদৰ গৰাকী জনপ্ৰতিনিধিসকলৈ এটি অনুৰোধ যে আপোনালোকৰ সমষ্টি,ৰাজ্যখনত থকা এনেবোৰ লোকৰ প্ৰতি উন্নয়নৰ হকে কাম কৰক।কাৰণ আপোনাৰ ৰাজ্যখনত থকা প্ৰজাৰ উন্নতি হ'লেহে আপোনালোকৰ ৰজাঘৰীয়াও মংগল হ'ব।Please do something on behalf of the poor people&give your helping hands towards the helpless people of your state.Please give your attention to our three basic needs.🙏🙏🙏

  • @rajendrasaikia878
    @rajendrasaikia878 2 роки тому +76

    বহুত দুখ লাগিল । এনে লাগিল দুখীয়াৰ বাবে যেন একো আচনিয়েই নাই ।

  • @rupamsarmah9842
    @rupamsarmah9842 2 роки тому +21

    ধন্যবাদ অনুপম দা। আপোনাৰ অনুষ্ঠান সমূহত এই বৰ্গৰ লোক সকলৰ বাবে আপুনি সময় দিয়ে। এওঁলোকৰ দূখ চৰকাৰী বিভাগে দৃষ্টি নিদিলে অসমৰ উত্থান কেতিয়াও নহ'ব।

  • @saranganath7981
    @saranganath7981 2 роки тому +26

    😢🙏সহায় কৰক চৰকাৰ বুলি নহয় যাৰ যি সামৰ্থ অনুযায়ী সহায় কৰিব লাগে এনেকুৱা মানুহক।বৰ দুখ লাগিল ভিডিঅটো চাই

  • @moin793
    @moin793 2 роки тому +20

    অনুপম দা‌ আপোনাক ধন্যবাদ দিছো এনেকুৱা ভিডিওবোৰ বনোৱা বাবে

  • @moneybear7836
    @moneybear7836 2 роки тому +49

    অনুপম তোমাক ধন্যবাদ জনাইছো ।এই ছোৱালীজনীৰক এইখিনি কথা কবলৈ সুবিধা দিয়াৰ বাবে।

  • @madhabmadhabdas459
    @madhabmadhabdas459 2 роки тому +18

    অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছো ভন্টি জনিয়ে সচা কথা কৈছে ভন্টি জনি নিছিনা আমি । সকলো কথাই দুখ আমি বুজি পায়ছো । পাৰিলে ভন্টি জনিক জীৱন পথত অগ্ৰসৰ হ'বলৈ সুবিধা কৰি দিয়ে যেন ।
    ধন্যবাদ ।।

  • @baduliparasivamandirgolagh9288

    অনুপম দা আপোনাক এই কাৰণেই ভাল লাগে যে আপুনি বহুতৰ মাজত ব্যক্তিক্ৰম ।

  • @jituassamboy9557
    @jituassamboy9557 2 роки тому +18

    বহুত দুখ লাগিল ৰাতিপুৱা চালো ছোৱালী জনিয় দোখৰ কথা কোৱা ভিদো তো চাই।

  • @beautykonwar427
    @beautykonwar427 2 роки тому +75

    তুমি চৰকাৰলৈ আশা নকৰিবা নিজে বল দিয়া ঈশ্বৰে তোমাক সহায় কৰিব আগলৈকে আনক তুমি সহায় কৰিব পাৰিবা

  • @harekrishnadeka4616
    @harekrishnadeka4616 2 роки тому +22

    অতি দোষ লগা কথা আমাৰ মুখ্য মন্ত্ৰীৰ ডাঙৰীয়াই অলপ মন কাণ দিয়ে অতি দৰিদ্ৰতাৰ পৰিয়ালৰ এয়া অনুভব

  • @pranitakonwar1413
    @pranitakonwar1413 2 роки тому +23

    চৰকাৰী আঁচনি সমূহ প্ৰকৃত দুখীয়া ই পাইছেনে ......

  • @arupbaruah399
    @arupbaruah399 2 роки тому +17

    অনুপম দাস বহুত বহুত ধন্যবাদ জনালোঁ

  • @priyabordoloi7125
    @priyabordoloi7125 2 роки тому +16

    পুৱাই এই বাতৰি বোৰে চকু পানী উলিয়াই দিয়ে। বেয়া লাগিল । কি কৰিব বিধায়ক মহোদয়, আপুনি লাইটটো বিনামূলীয়া কৰি দিয়ক । কাৰণ আমাৰ পৰাই চৰকাৰ খন চলি আছে চোন । ঘৰ এটা দিয়ক চোন । যদি নোৱাৰে এই ছোৱালীজনীক দিবলৈ বুলি চোন এদিনৰ কাৰণে কিবা এটা বস্তুৰ দাম বঢ়াই দিলেও পৰিব । এটা কথা মনত ৰাখিব চৰকাৰ ও এজন বিধায়কৰ আসন খনৰ মূলতে সাধাৰণ জনতা ।
    মোৰ ছোৱালী জনীয়েও বৃত্তি পাইছিল কিন্তু আজিলৈকে একো পুৱাই নাই । কি কৰিব লাগে তাকো নাজানু । কি কৰিব উপায় নাই ঔ । আমাৰ নিচিনা মানুহবোৰ খাই বৈ জীয়াই থাকিবলৈকে চিন্তা । ভন্টি জনী , ধৈৰ্য সাহস মনোবল হেৰুৱাই নেপেলাবা , এষাৰ কথাই কওঁ -- " চেষ্টাৰ অসাধ্য শেষ ক'ত .......

  • @joonjyotigohain1938
    @joonjyotigohain1938 2 роки тому +9

    অনুপম চক্ৰৱতীক এনে বাতৰি পৰিবেশনৰ বাবে ধন্যৱাদ ।

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 роки тому +36

    Our beloved CM Himanta mama pls, pls,pls, look after the needs of such deprived families who are crying for government benefits. Let's hope and pray that the problem and difficulties of such poor families will be over soon.

  • @PankajGogoi-jw1dd
    @PankajGogoi-jw1dd 5 місяців тому

    অনুপম দা আপোনাক এই দুখীয়া পৰিয়ালতো দুখৰ কথাবো ৰাইজৰ আগলৈ অনা বাবে আপোনাক বহুত বহুত ধন্যবাদ। মইয়ো এজন দৰিদ্ৰ ‌পৰিয়াল ল'ৰা ‌ আমাকো ‌চৰকাৰে ‌কোনো ধৰনৰ আঁচনি ‌ দিয়া নাই। আপোনাৰলৈ বহুত বহুত ধন্যবাদ থাকিলে।

  • @earthexplorer9415
    @earthexplorer9415 2 роки тому +36

    This journalist has a very serious and sincere mood.

  • @theindiancartoon465
    @theindiancartoon465 2 роки тому +18

    সচাকৈ চকুৰ পানী ওলাই গল্😭🙏

  • @ghanakantamech6178
    @ghanakantamech6178 2 роки тому +25

    ঈশ্বৰে আশীৰ্বাদ কৰক সেই পৰিয়ালটোক।

  • @bijitbaruah3715
    @bijitbaruah3715 2 роки тому +6

    এনেকুৱা অঞ্চলৰ চৰকাৰি গাঁওবুঢ়া জনক নিলম্বিৎ কৰিব লাগে

  • @madhurisaikia3477
    @madhurisaikia3477 2 роки тому +10

    অনুপমদা অসমত কিমান দৰিদ্ৰ পৰিয়াল আছে আপোনালোকৰ চেনেলে অনুসন্ধান কৰক দেখিব কিমান গাভৰুৱে উচুপিব লগিয়া হৈ আছে আমি বুজিপাও কিন্তু চৰকাৰে নুবুজে নেদেখে কি কৰিব

  • @Assamesebyblood
    @Assamesebyblood 2 роки тому +30

    Everyone cant be the same like you TRUE JOURNALISM

    • @anandodas3220
      @anandodas3220 2 роки тому

      কান্দি লাভ নাই এইখন তেজ খুৱা চৰকাৰ

    • @sanjivroy7214
      @sanjivroy7214 2 роки тому

      Jiye pare Ai suwali janir account poisa diya plz

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 роки тому +4

    অসমীয়া জাতিৰ স্বাভিমান ৰক্তে ৰক্তে প্ৰবাহিত ।। উপায়ন্তৰ হ'লে হে আনৰ ওচৰত আবেদন জনায় ।।এই মাইনা জনীৰ আকুল আৰু চকুলো ভৰা আহ্বানক আমাৰ মৰমৰ আৰু আশীষপুষ্ট মুখ্যমন্ত্ৰী মহোদয়ে সহায়ৰ কোমল হাতখন আগবঢ়াব বুলি আশাৰে বাট চালোঁ ।।ভাতৃ অনুপমৰ এই পৱিত্ৰ প্ৰচেষ্টাক হিয়া ভৰা সন্মান জনাইছোঁ ।।

  • @kisku7107
    @kisku7107 2 роки тому +9

    আমাৰ মুখ্যমন্ত্ৰী কিয় নাছাই এনেকোৱা মানুহক কনা নেকি

  • @ebhabasumatary908
    @ebhabasumatary908 2 роки тому +14

    God help those who help themselves.we must help the poor people. Helping to the poor is lending to the Lord's.we can't help everyone but everyone can help someone.

  • @pobitralearner8969
    @pobitralearner8969 2 роки тому +7

    Nice .this is real reporter.

  • @sonaliassam3.o503
    @sonaliassam3.o503 2 роки тому +2

    সকলো বিধায়কে নিজৰ নিজৰ সমছতিত প্লিছ ভালকৈ এবাৰ ছাওক কুনে কি পালে কুনে নাপালে বিজেপি জীন্দাবাদ

  • @pranjalaxom7696
    @pranjalaxom7696 2 роки тому +3

    অনুপম দাদাক মই এই কাৰণে বহুত বেছি ভাল পাওঁ।❤️❤️❤️❤️❤️

  • @ranjankalita905
    @ranjankalita905 2 роки тому +6

    ভেকচিন দিবলৈ যাই ঘৰে ঘৰে। আঁচনি দিবলৈ নাজাই kele । ভেকচিন দিবলৈ যোৱা মানুহক সুতা বাহনিৰে কুবাবো লাগে

  • @happyboy4579
    @happyboy4579 2 роки тому +4

    Anupom da apuni bhut val kam koresa 🙏🏾

  • @dilipgogoi3009
    @dilipgogoi3009 2 роки тому +1

    চক্ৰৱৰ্তী ডাঙৰীয়াক ধন্যবাদ জনালোঁ ৷ মহোদয় অসমছৰকাৰে নিদিয়ে নাই আমাৰ অসমৰ ৰাইজ বহুতো দয়ালু লোক ৷ তেওঁলোকৰ এটা একাউণ্ট নম্বৰ মুকলি কৰি দিয়ক ৰাইজে তেওঁলোকৰ কাৰণে নিশ্চয় সহায়ৰ হাত আগবঢ়াব ৷

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 роки тому +11

    Thanks Anupam Da for bringing this real video. What is the actual condition of these people are coming out now gradually. There are many families in every area like this. I don't want to say anything about any political parties. Because all are same. Before today's BJP government our state was under congress government for 15 years, for 3 terms. So whom we will blame? But if our present government will do something for these people than they will get some happiness in their lives. Where they are staying, that we can not say house. They have no even the primary necessity. Now the actual picture is coming out. Who is enjoying government schemes. All the MLAS of these constituency's should not get tickets in the next election.

  • @sabitakalita7096
    @sabitakalita7096 2 роки тому +3

    আমাৰো একেই গতি আমিও কোনো ধৰনৰ একো আচনি পোৱা নাই।এখন ৰেচন কাড নাই থাকিবলৈ ঘৰ এটা নাই।গিৰিয়েক হল মোৰ পাগল ঘৰ এৰি গুছি গল।দুটা লৰা আছে ডাঙৰ লৰাটো মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছে।সৰু লৰাটোক পঢ়াব নোৱাৰিলো সি বহুত সৰু ১৭ বছৰ সিয়ে দিন হাজিৰা কৰি ঘৰটো চলাই আছে।গাওত আমাৰ একো নাই থাকিবলৈ ঘৰ নাই খাবলৈ ভাত নাই ৰেচন কাড এখন নাই কি কৰিম উপাই নাই।গুৱাহাটিত এটা ঘৰ ভাৰা লৈ দিন হাজিৰা কৰি খাই আছো।আজিৰ লৈকে চৰকাৰৰ পৰা এটা সুবিধা নাপালো।এয়াই হৈছে আমাৰ জীৱন😭😭😭

  • @junugogoi85
    @junugogoi85 2 роки тому +1

    Please help korok Hemanta sir Eai ghor khonok

  • @tapagmodernst1810
    @tapagmodernst1810 2 роки тому +1

    দুখীয়া মানুহৰ দুখৰ সময়ত সং নাই,মাৰি খোৱা,ঠগি খোৱা মানুহৰ হিচাপ অগণন। যিহে নওক পৰৱৰ্তী সময়ত ভগৱাৰ কৃপা দৃষ্টিত শান্তি, অৰ্থনৈতিক বাবে টনকিয়াল হোৱা কামনা কৰিছো। আৰু ৰাজঘৰীয়াও যেন চকু মেলি চায়।

  • @tinkuboro8327
    @tinkuboro8327 2 роки тому

    Aapunak bohut dhonyobad....🙏🙏🙏🙏xosa sobikhn dekhuwar babe🙏🙏🙏🙏🙏

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 2 роки тому +4

    Aabekik huwa kotha. Sinta nakariba bhani Respected CM Himanta Biswa Sarma sir help karib.

  • @asrafulcreation4241
    @asrafulcreation4241 2 роки тому +2

    Help korok hokoloye

  • @jebinsultana9063
    @jebinsultana9063 2 роки тому +1

    সকলো গাঁৱতে এনেকুৱা মানুহ বহুত আছে।আগবাঢ়ি আহক সকলোৱে।

  • @sanjaybaro7458
    @sanjaybaro7458 2 роки тому +4

    Video টো চাই মনত বহুত আবেগ আহিছে ।

  • @Krishnanature5818
    @Krishnanature5818 2 роки тому +2

    Anupam daa loi bohute dhanyawad 🙏🙏🙏apuni atleast akhon ghrarar dukh bur dekhuwai dile... eya ak example..aru bohute ase sir🙏🙏🙏

  • @Damanadadas3084
    @Damanadadas3084 2 роки тому +1

    Good luck

  • @lohitrabha3290
    @lohitrabha3290 2 роки тому

    Anupam sir aponak bahut dhainybad aponar Katha hunile sakurpani ulay

  • @shyamaltalukdar8885
    @shyamaltalukdar8885 2 роки тому

    হে হৰি

  • @biswajyotigohain7230
    @biswajyotigohain7230 2 роки тому +1

    Asoni pboloi abedon koribo lgibo bhonti bpl card apply koribo lgibo

  • @dbyt7581
    @dbyt7581 2 роки тому +5

    সকলো ঠাইতে আছে..কি কৰিব উপায় নাই.চেপি ৰস খোৱা দালাল সকলো গাৱতে আছে ?

  • @rimjimdas8333
    @rimjimdas8333 2 роки тому

    khub hundor kotha koise anupom da

  • @moheswarbora5751
    @moheswarbora5751 2 роки тому +4

    সচাকৈয়ে বৰ দুখৰ বিষয়

  • @manashpratim2713
    @manashpratim2713 2 роки тому +1

    অনুপম দা বহুত ভাল কৰিছে নিউজটো বনাই। জয় হিন্দ

  • @uttambaro9976
    @uttambaro9976 2 роки тому +2

    Bahut bahut dhanyawad Anupam Chakrabarti da

  • @montu7091
    @montu7091 2 роки тому +5

    Good news .tenekua news dile kiba ata val lage .

  • @balenbarman1375
    @balenbarman1375 2 роки тому +1

    এনেকুৱা দৰিদ্ৰ পৰিয়ালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু সকলো আঁচনি পাব লাগে এয়ে অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী মহাশয় 🙏

  • @hasinabegum222
    @hasinabegum222 2 роки тому

    Anupam da aponak bohut bohut dhanyabad jonalo.

  • @uttamborah3929
    @uttamborah3929 2 роки тому +1

    অনুপম ডাঙৰীয়া , আপুনি পৰিয়াল তোৰ পৰা অলেশ আৰ্শীবাদ পাব বুলি কামনা কৰিলো, ধন্যবাদ ।

  • @bikihazarika4591
    @bikihazarika4591 2 роки тому +2

    Gd news nd gd job

  • @anantanath9232
    @anantanath9232 2 роки тому +4

    Bahut dukh lage 😭😭

  • @punyahandique1204
    @punyahandique1204 2 роки тому +1

    এই দুভ'গীযা পৰিয়াল টোক সহায় কৰক ছাৰ ।

  • @bulbulhussain2728
    @bulbulhussain2728 2 роки тому +5

    আমাৰ বিধায়ক ডাঙৰীয়াৰ কথাই বেলেগ।

  • @malabikarabha5086
    @malabikarabha5086 2 роки тому

    Anupam dda apnak bht bht dhanyabad,

  • @subhajitmoran2016
    @subhajitmoran2016 2 роки тому

    Anupam da dhanyabad anekuwa batori dekhwr babe. cm sir re nishoi hohai koribo

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому

    ধন্যবাদ চক্ৰৱৰ্তী দা । আমাৰ সমাজ খনো চকু মেলি চাব লাগে । যাৰ পৰা ৰাজনৈতিক লাভা লাভ হয় তেওঁলোকৰ ওপৰতেহে চকু । আমাক সংখ্যা লঘূ কৰি এৰি দিলে নহব ।

  • @aabirgogoi1694
    @aabirgogoi1694 2 роки тому

    অনুপম দা খুব ভাল কৰিছে আপুনি

  • @jibontaye6714
    @jibontaye6714 2 роки тому +2

    Very good NKtv

  • @krishnakakaty2624
    @krishnakakaty2624 2 роки тому +1

    Sir. Apunaly. Dhoinobad. Logote. Votni. Jonir. Poriyal. Tuk. Deki. Dukho. Lagil

  • @rrcvlogs1469
    @rrcvlogs1469 2 роки тому +3

    Emn kostot pohesa tie vonti hokol olop aebur video sabi reel instagram aebur sie aku nepaw kimn kostot pohesa tie maa kosm dukh lage gol

  • @Baanislifestyle1111
    @Baanislifestyle1111 2 роки тому +5

    Amak dekhi napai kunu.dekhio nedekhe.BJP Sarkare😭😭😭

  • @ranjitnarzary7532
    @ranjitnarzary7532 2 роки тому

    Once upon a time you were reporting ''Bidesar upon Manuh"! Now-a-days it seems befitting to report the local and indigenous grievances!Move ahead Bravo!

  • @guninmili6714
    @guninmili6714 2 роки тому +1

    সাবাদিকজনক ধন্যবাদজনালো।

  • @Ketreena320
    @Ketreena320 2 роки тому

    NK tv Zindabad.

  • @rekhakalita9211
    @rekhakalita9211 2 роки тому +1

    চৰকাৰে যদি এই পৰিয়ালটো দুখ খিনি দেখিছে তেনেহলে সহায় কৰক হাতযোৰ কৰিছো ।

  • @jitenmunda9951
    @jitenmunda9951 2 роки тому

    Anupam da loi bohut bohut dhoynabaad thakil

  • @bimolrongpi2553
    @bimolrongpi2553 2 роки тому +2

    Bahut dhainobat sir, hosake dukhia de dhormo bhagavan sabo.

  • @sukumarray823
    @sukumarray823 2 роки тому

    Thank You Anupom da

  • @balenbarman1375
    @balenbarman1375 2 роки тому +2

    Anupam da you are great 🙏

  • @MGK358
    @MGK358 2 роки тому

    Thanks Sir You're Very nice

  • @mriduldeka4495
    @mriduldeka4495 2 роки тому

    Plizz help this family ....himanta mama

  • @kolponayoutubechannel6014
    @kolponayoutubechannel6014 2 роки тому +2

    Anupam da apunak eikarone Val lage apuni bhut mohan

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 роки тому +2

    ৰমাকান্ত দেউৰী কাম নাই

  • @sangitapatar8337
    @sangitapatar8337 2 роки тому

    Bor dukh lagil ..sokupani ulai gol o. .plzz take action cm sir.

  • @kishordas2840
    @kishordas2840 2 роки тому

    ৰাধাকান্ত আপুনি অলপ চকুমেলি চাওক

  • @bitusaikia135
    @bitusaikia135 2 роки тому

    Bahut dukh lagil dei plz help cm sir

  • @jogendihingia6876
    @jogendihingia6876 2 роки тому

    Anupamdada. Joaiaham. 👍

  • @jawancartoon9042
    @jawancartoon9042 2 роки тому +2

    Thnq

  • @surenthakuri2780
    @surenthakuri2780 2 роки тому

    Thanku anupamda

  • @ashokdas645
    @ashokdas645 2 роки тому +1

    আৰু নতুন নতুন আঁচনি উলিয়াবলৈ দিয়ক। দুখীয়া বোৰে এই চৰকাৰ ৰ আঁচনি নাপায়। ধনী বোৰে হে পায়।

  • @pankajkalita5138
    @pankajkalita5138 2 роки тому

    This is our change development

  • @nituhazarika5899
    @nituhazarika5899 2 роки тому

    Dada apunaloi dhoinobad

  • @pritamdoley7343
    @pritamdoley7343 2 роки тому

    Anupam da apuni great....

  • @pompisaikia9982
    @pompisaikia9982 2 роки тому

    বহুত দূখৰ কথা ।আমাৰ নিচিনা মানুহৰ কথা ডাঙৰ মানুহ বোৰে কত বুজি পাব।

  • @sibajitbordoloi6276
    @sibajitbordoloi6276 2 роки тому

    Anupomda apunak dhoinnobad

  • @asrafulcreation4241
    @asrafulcreation4241 2 роки тому +1

    7077 toka ostom manor

  • @porashjyotineog5984
    @porashjyotineog5984 2 роки тому +1

    অনুপম দা নিউজ টো কৰিলে ভাল লাগিছে। কিন্তু নিউজ টো কৰাৰ পাছত সুবিধা সমূহ পাইছে নাই খবৰটো ৰাখিব। আৰু বহুতো মানুহ এনেকুৱা আছে। ঘৰৰ ওচৰৰ নেতা কেইজনৰ এইবিলাক চকুত নপৰে। সঁচাই বহুত দুখ, লাগে কিছুমান মানুহ বহুত কষ্টত দিন পাৰ কৰিব লগা হৈছে।

  • @hiteswarboro6011
    @hiteswarboro6011 2 роки тому

    Anupam da bohot val news dise aponi*** aneka nws aro bisari bisari dekhuabo lage****

  • @utpaldeka7901
    @utpaldeka7901 2 роки тому +5

    ওৱাদ মেমবাৰতুক ধৰি খুপ পিতিব লাগে।