মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত আচলতে কি হৈছিল ? কাৰ ভুলৰ বাবে বিতৰ্কত সোমাইছিল অমৃতা গগৈ ?

Поділитися
Вставка
  • Опубліковано 18 січ 2025

КОМЕНТАРІ • 200

  • @Aditya_Kuntal_Borah17
    @Aditya_Kuntal_Borah17 2 роки тому +45

    অতি শক্তিশালী ব্যক্তিত্ব অমৃতা বাৰ। সেইকাৰণে ভগৱানেও শক্তি দিছে অপ্ৰতিদ্বন্দী হৈ থাকিব পৰাকৈ✨

  • @bhagyashreerajbongshi9967
    @bhagyashreerajbongshi9967 2 роки тому +9

    মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী ,স্পষ্টবাদী নাৰী, দায়িত্বশীল মাতৃ লগতে পত্নী,,,, আপোনালৈ বাৰ্তা লাপৰ জৰিয়তে বহুত মৰম আৰু শুভেচ্ছা জনালো ভালে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়াল🙏

  • @chekonidhara4766
    @chekonidhara4766 2 роки тому +9

    প্ৰতিজনি নাৰীৰেই প্ৰেৰনা তুমি 🙏🌸সদায় অপ্ৰতিদ্বন্দি হৈ থাকা ।

  • @smritisaikia7099
    @smritisaikia7099 2 роки тому +4

    সচাঁই খুব শক্তিশালী আৰু সাহসী তুমি বা । মোৰ অতিকৈ প্ৰিয় তুমি

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 роки тому +18

    আমাৰ অসমীয়া মানুহে সমালোচনা কৰাত ভাল, কিন্তু কৰি দেখুওৱা কোবে টান। আপোনাৰ সাহসিক সিদ্ধান্তত আমি গৌৰম্বাবিত।

  • @HIRANMOYBORUAH
    @HIRANMOYBORUAH 2 роки тому

    চিনাকি বুলিয়ে নহয় কিন্তু স্পষ্টবাদি আৰু এটা শক্তিশালী ব্যক্তিত্বৰ গৰাকী বুলি যদি অসমীয়া চিনেমা জগতৰ কাৰোবাক শ্ৰদ্ধা কৰোঁ, সেয়াই হ'ল অমৃতা। আগুৱাই যোৱা..

  • @bimansaikia4305
    @bimansaikia4305 2 роки тому +2

    অমৃতা গগৈ জীৱন যুদ্ধত সত পথত থাকি যি জন স্থিৰ সেই জনেই যুদ্ধিষ্টিৰ । তুমি আগলৈয়ো এনেকৈ স্থিৰ থাকা তাকে পৰম শক্তিয়ে আৰু জ্ঞান দিয়ক ।

  • @dipakkalita9647
    @dipakkalita9647 2 роки тому +2

    এগৰাকী ভাল অভিনেত্ৰী। চন্দ্ৰাৱলী নামৰ অসমীয়া বোলছবি খনত সহঅভিনেত্ৰী হিছাপে মোৰ ছোৱালী দিক্ষিতাই অভিনয় কৰোঁতে বহুতো কথাই শিকাই লৈছিল। সেইয়া পাহৰীব নোৱাৰিম। এগৰাকী উচ্ছ মনৰ ছোৱালী।

  • @sandhyadevi9094
    @sandhyadevi9094 Рік тому +2

    অমৃতাৰ অভিনয় মই ভাল পাওঁ৷ইয়াৰ পৰা তেওঁৰ ব্যক্তিত্বৰ স্বাদ পালো৷

  • @Dipankar.45
    @Dipankar.45 2 роки тому +17

    Amrita Gogoi আৰু মই class nurseryৰ পৰা class 10th লৈকে একেলগে পঢ়া। অৰ্থাৎ তাইক বহুত সৰুৰে পৰা জানো। তাই এজনী খুব সাহসী ছোৱালী। তাই সকলো ক্ষেত্ৰতে সৰুৰে পৰাই আগবঢ়া। একেকোৱা নহয় যে তাই গুৱাহাটীলৈ গৈ হে সাংস্কৃতিক ক্ষেত্ৰখনৰ জড়িত। আজি তাই যি ঠাইত নিজকে প্ৰতিষ্ঠিত কৰিছে সেইয়া তাইৰ কষ্ট আৰু সাধনাৰ ফল। মই জানো তাই কোন আৰু কি হয়... এটা চাম আছে যি মানুহৰ বেয়াটোহে দেখে নাইবা বেয়া হোৱাটো বিছাৰে...

    • @girishphukan4335
      @girishphukan4335 9 місяців тому

      দীপাংকৰ অমৃতাাৰ দেউতাকৰ নাম কালুগাঁওৰ অমৃত গগৈ হয়নে ?

    • @Dipankar.45
      @Dipankar.45 9 місяців тому

      হয়

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 2 роки тому +10

    ভাল লাগিল

  • @pahikashyap2391
    @pahikashyap2391 2 роки тому +5

    মোৰ এটা কথা বহুত ভাল লাগিল এইযে কলে আমাৰ আহি থকা প্ৰজন্মখিনিক ঠাই এৰি দিব লাগিব । হয় একদম ঠিক কথা আহি থকা লৰা ছোৱালী খিনিক যদি ঠাই এৰি দিয়া নহয় সিহঁতৰ সপোনবোৰ জানো ভাঙি দিয়া নহব ? বহুত মানুহক দেখিছোঁ বয়সৰ লগত চৰিত্ৰটো খাপ খোৱা নাই কিন্তু জোৰকৈ হলেও কামটো কৰিছে। কাহিনী খুব ভাল হোৱা স্বত্বেও নচলিল কাৰণ অভিন়য় কৰা ব্যক্তি কেইগৰাকী চৰিত্ৰ লগত খাপ খোৱা নাই। কাৰণ যিমান নহলেও ৪০ বছৰীয়া মহিলা এগৰাকী আৰু ১৬-১৭ বছৰীয়া ছোৱালী এজনী মাজত পাৰ্থক্য থাকিবৈয়ে ।

  • @farminbegumofficial3442
    @farminbegumofficial3442 2 роки тому +10

    জীৱনৰ এনে তিতা মিঠা অভিজ্ঞতা ম‌ই ও পাৰ কৰি গৈ আছোঁ। হোজাই জিলাৰ অতি ভিতৰুৱা গাঁৱৰ পৰা ম‌ই M.A আৰু LL.B complete কৰিলোঁ আৰু বহু সামাজিক কাম কাজত জড়িত হৈ আছোঁ যাৰ বাবে হোজাই জিলাৰ বিভিন্ন এলেকাত মোক এগৰাকী সৰু আৰু বহল মনৰ ছোৱালী বুলি বহুতে জানে, সেয়াই মোৰ বাবে যথেষ্ট। সদায় দূখীয়া নিচলা হকে কাম আৰু মাত মাতি সহায় কৰি দিয়াৰ প্ৰবল হেঁপাহ মোৰ আছে ।
    (ফাৰমিন বেগম) বাৰ্তালাপৰ নিয়মীয়া দৰ্শক ম‌ই।

  • @juriray522
    @juriray522 2 роки тому +1

    বহুত শিকিব লগীয়া কথা কলে , আন্তৰিক মৰম আৰু ধন্যবাদ যাঁচিলো ❤

  • @Rubulgogoi209
    @Rubulgogoi209 2 роки тому +2

    শিৱসাগৰৰ সন্মান বঢ়াইছা অমৃতা তুমি আৰু দেৱাশীষে । শুভকামনা থাকিল ।

  • @BiswajitChutia-k7w
    @BiswajitChutia-k7w 2 роки тому +2

    Bohut bohut val lagile

  • @beautirajbongshi981
    @beautirajbongshi981 2 роки тому +2

    Bhut bhut vl lgil.ktha bor xuni bhut xahokh plo.

  • @madhurjyabhattacharyya9130
    @madhurjyabhattacharyya9130 2 роки тому

    eman dhuniya kotha bur.... hunilai huni thakibo mn jai

  • @diptiisaikia
    @diptiisaikia 2 роки тому +5

    বহুত বহুত ভাল লাগিল । বাৰ্তা লাপৰ সকলো কৰ্মী আগবাঢ়ি যাওঁক সফলতাৰে তেওঁ লোক জয়যুক্ত হওঁক ঈশ্বৰে সহায় কৰক । শুভেচ্ছা জনালোঁ 🌹💐🌹💐

  • @sonalibania231
    @sonalibania231 2 роки тому +4

    অমৃতা বা ক বহুত ভাল লাগে।সঁচাকে বহুত সাহসী তেওঁ।লগতে বাৰ্তালাপ মোৰ প্ৰিয় অনুষ্ঠান।

  • @nayandey5023
    @nayandey5023 2 роки тому +1

    অসম অসমীয়াৰ গৌৰব,
    মোৰ প্ৰিয় অভিনেত্ৰী
    🙏🙏🙏🙏🙏🙏মই
    আগতে Bollywood, hollywod, tollywood
    চাই ভাল পাইছিলো,কিন্তুু সনাতন ধৰ্ম
    তলত পেলাব কাৰনে বনাই, মই fill কৰিলো
    সকলো অসমবাষিলো অনুৰোধ অসমীয়া বোলছবি যেন আগুৱাই লৈ যায় এয়াই মোৰ অনুৰোধ ,কলে নহব মই অসমীয়া যেনেকৈ জয় আই অসম থিক এনেদৰে 🙏🙏🙏🙏🙏🙏

  • @ranjugogoibhuyan7337
    @ranjugogoibhuyan7337 2 роки тому

    Xosai bohut val lagil

  • @deepanjaligoswami9712
    @deepanjaligoswami9712 2 роки тому +1

    বৰ ভাল অমৃতা জনী ।সকলোৱে তাই দৰে চেষ্টা কৰিবা।

  • @trishnadas1943
    @trishnadas1943 2 роки тому +2

    Baa💞💞💞💞💞💞

  • @sushilkonwar7012
    @sushilkonwar7012 2 роки тому +5

    অমৃতা, তুমি যথেষ্ট সংগ্ৰাম কৰিছা । জীৱনটো এটা সংগ্ৰাম বুলি ধৰি লব লাগিব । জীৱনৰ বাতত ঘাত প্ততিঘাত থাকিবই; লাজ,ভয় নকৰাকৈ আগ বাঢ়ি যোৱা । তুমি একেবাৰে গাওঁৰ পৰিবেশত ডাঙৰ হৈ এখন এনেকুৱা মঞ্চত খূপনি পুতিবলৈ সক্ষম হৈছা আমাৰ গৌৰৱ । বাৰ্তালাপত অভিমত দাঙি ধৰা অনুষ্ঠানটি চাই বৰ ভাল লাগিল। ধন্যবাদ । সু নাম কঢ়িয়াই সমাজত প্ৰতিষ্ঠা লাভ কৰা । তাৰ বাবে আৰ্শীবাদ থাকিল ।

  • @asomigohain1686
    @asomigohain1686 2 роки тому

    Khub dhunia anusthan vl lgil sai

  • @bongaonacademyphysicalguwa3973
    @bongaonacademyphysicalguwa3973 2 роки тому +1

    Amrita Baa xosake bohut Hahokhi aru ajoni khula ontoror Manuh apuni xsake great baa ❤️❤️❤️

  • @bejumonimala6029
    @bejumonimala6029 2 роки тому +1

    Bahut besi bhal lagil

  • @MinakshidevinathMinakshidevina
    @MinakshidevinathMinakshidevina 6 місяців тому

    Val Pau..favorite actress ❤❤

  • @aparnabarman99
    @aparnabarman99 2 роки тому +1

    Amrita ba sdai aneke hahi hahi agbhari jai thkok...bht bht mrm....

  • @trishnasaikia2014
    @trishnasaikia2014 2 роки тому +1

    Bohut dhunia programme

  • @rupasaikia2311
    @rupasaikia2311 2 роки тому

    baa. tume bhut xundar ktha koisa..gd bless u....

  • @majanikalita6025
    @majanikalita6025 2 роки тому +1

    Bahut vl lagisil .

  • @sagarikadeka4549
    @sagarikadeka4549 2 роки тому +1

    Ba apuni iman dhoniak katha bor bojai. Manisu apunak, apunar pora bhut motivation pab pari. God bless you ba🙏

  • @MousumiDoley-f4w
    @MousumiDoley-f4w 7 місяців тому

    Very good

  • @chimpikborah9982
    @chimpikborah9982 2 роки тому

    Bhal lgil sai

  • @anjubezbaruah9999
    @anjubezbaruah9999 Рік тому

    ভাল লাগিল অমৃতা ।তোমাৰ অভিনয় সাবলীল ।আৰু আগুৱাই যোৱা ।

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому

    শুনি বহুত শিকিলোঁ ধন্যবাদ

  • @bubulgogoi3220
    @bubulgogoi3220 2 роки тому

    ভাল লাগিল।

  • @jerifagogoi7670
    @jerifagogoi7670 2 роки тому +2

    বহুত বহুত ভাল লাগিল বা আপোনাৰ কথাবোৰ শুনি 🥰বহুত সাহস পালো 🙏

  • @Binavlogs6663
    @Binavlogs6663 2 роки тому

    Osake bhut vl lagile baa bhut hahoki apuni...

  • @sangitadas7392
    @sangitadas7392 2 роки тому +4

    অপেক্ষাৰ অন্তত 😍😍😍🤗🤗🤗🤗

  • @jinjiribordoloi9409
    @jinjiribordoloi9409 2 роки тому +16

    সঁচাকৈ বহু সাহসী আপুনি

  • @Tonmoy10008
    @Tonmoy10008 2 роки тому +1

    Bohut bhl lgil

  • @namitapriyamsaharianamitap549
    @namitapriyamsaharianamitap549 2 роки тому +2

    Amrita baa r kotha bilak bohut val lage

  • @Flowerslover4733
    @Flowerslover4733 2 роки тому +1

    Bhut vl lagile 😘

  • @anupamdas6710
    @anupamdas6710 2 роки тому +1

    Sai Bohut val lagil ❤️

  • @lobibawangru7672
    @lobibawangru7672 2 роки тому +1

    Bht vl lgil

  • @himadrihazarika5949
    @himadrihazarika5949 2 роки тому

    Khub vl lagil anusthan tu sai

  • @priyankagogoi5159
    @priyankagogoi5159 2 роки тому

    bohut bhal lagil baa,baa r kotha burot bohut hahokh palu,hosai bohut bhal lagil❤❤🥰🥰

  • @kandarpanath1533
    @kandarpanath1533 2 роки тому

    Val lage aponar programe bor sai..

  • @kabitatalukdar667
    @kabitatalukdar667 2 роки тому +2

    Selute baa 🙏🙏 khub spostobaadi🙏🙏

  • @rijukakati6094
    @rijukakati6094 2 роки тому

    সুন্দৰ

  • @trishna-colourful-kitchen-vlog
    @trishna-colourful-kitchen-vlog 2 роки тому +1

    Val lagil video tu sai 🥰🥰

  • @jimpineog7431
    @jimpineog7431 2 роки тому

    বা সদায় সাহসী আৰু সাহসী হৈ থাকক Bartalap program2 আগবাঢ়ি যাওক

  • @najbinaahmed7563
    @najbinaahmed7563 2 роки тому

    Bht val lge baa jni ..

  • @gitanjalisarmah1.5k19
    @gitanjalisarmah1.5k19 2 роки тому +1

    Bht vl lgil..

  • @kalpanaburagohairipon6055
    @kalpanaburagohairipon6055 2 роки тому +1

    মোৰ ভাল লগা অভিনেত্ৰী❤️😘🥰

  • @sibanigogoisibanigogoi1912
    @sibanigogoisibanigogoi1912 2 роки тому +1

    All time favourite Amrita ba....lv u ba❤️❤️❤️lv from duliajan ❤️😘

  • @lipikamedhi6114
    @lipikamedhi6114 2 роки тому +2

    Your voice and attitude is just amazing ❤️

  • @shayaranigogoi9786
    @shayaranigogoi9786 2 роки тому

    বহত ভাল লাগিল

  • @ilabora7943
    @ilabora7943 2 роки тому

    অমৃতা মোৰ বৰ পৃয় । বৰ শক্তিশালী আৰু নিৰ্ভীক ।

  • @ajitboruah349
    @ajitboruah349 2 роки тому

    very fine .I salute you.

  • @sikhamonichetia3028
    @sikhamonichetia3028 2 роки тому +3

    Baa loi bohut morom sivasagar pora

  • @karanpator2207
    @karanpator2207 2 роки тому +1

    Val lagil baa

  • @GitanjaliNathDeka
    @GitanjaliNathDeka Рік тому

    ❤❤❤you Amita

  • @mitaligogoi5537
    @mitaligogoi5537 2 роки тому

    Bohut Morom Amrita loi 💗

  • @ankitagogoi7637
    @ankitagogoi7637 2 роки тому

    বহুত বেছি ভাল লাগিল অমৃতা বা

  • @nabanitavlogs5277
    @nabanitavlogs5277 2 роки тому

    সঁচাকৈ বহুত সাহসী তুমি অম্ৰিতা বা ❤️

  • @mnopvlog916
    @mnopvlog916 2 роки тому

    Bohut dhuniya kotha koise apuni 👍🙏

  • @seujiaprithibe6709
    @seujiaprithibe6709 2 роки тому

    Aijoni lebel ..goya

  • @bibhagogoibibhagogoi4148
    @bibhagogoibibhagogoi4148 2 роки тому +2

    Love you amita ❤❤❤❤❤🥰🥰🥰🥰

  • @rimonjumon3018
    @rimonjumon3018 2 роки тому +2

    Amrita ba is a brave artist I love Amrita ba and Namrata I love you

  • @arundhatideka3950
    @arundhatideka3950 2 роки тому

    Khub sundor programme

  • @rajanideori5519
    @rajanideori5519 2 роки тому +1

    অমৃতা তোমাৰ বাৰ্তালাপ বহুত বহুত ভাল লাগীল কিয়নো , তুমি বৰ স্পষ্টবাদিতা বোলি ভাবিছো ।

  • @nabanitahaloi9857
    @nabanitahaloi9857 2 роки тому

    Vl lgil

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 роки тому

    ভালেই লাগিল দিয়া

  • @mahidharchoudhray8061
    @mahidharchoudhray8061 2 роки тому

    বহুত ভাল লাগিল ।

  • @bantyroy626
    @bantyroy626 2 роки тому

    Bor val lagise 👍

  • @pangkitadeka4153
    @pangkitadeka4153 2 роки тому

    Hsakoi bhut vll lage amrita baa aponak

  • @simpigogoivlogs6644
    @simpigogoivlogs6644 2 роки тому

    ভাল লাগিল ..

  • @Ritu12848
    @Ritu12848 2 роки тому +1

    প্ৰিয় বা জনী😍😍

  • @pallabiborah3409
    @pallabiborah3409 2 роки тому

    Bohut besi val pao hahohikota spostobadita xotota xosa manuh agoraki apuni aguyai jaok

  • @pallabilahon2547
    @pallabilahon2547 2 роки тому

    Bohut val lagil

  • @ratulalii8696
    @ratulalii8696 2 роки тому +1

    Val lagil dai ba 💟💟💟💟 💟

  • @lachitphukan1578
    @lachitphukan1578 2 роки тому +12

    আহোম জীয়ৰী 💪💪

  • @bornalikalita177
    @bornalikalita177 2 роки тому

    Bht morom Baa...💕💕

  • @bhanitadevi2058
    @bhanitadevi2058 2 роки тому

    Amrita bar ktha khinit bhut motivation palo

  • @tarulatahazarika6418
    @tarulatahazarika6418 2 роки тому +1

    Love you A lot Baaa

  • @deliciousrecipecooking7085
    @deliciousrecipecooking7085 2 роки тому

    অমৃতা গগৈৰ প্ৰতিটো কথাই মোৰ বহুত ভাল লাগে । তেওঁৰ অনুষ্ঠান চালে বহুত কথা শিকিব পাৰি । বাৰ্তালাপ অনুষ্ঠানটো মই প্ৰায়েই চাওঁ , ভাল লাগে ।

  • @aparajitaphukan1371
    @aparajitaphukan1371 2 роки тому

    Amrita God bless you .

  • @jupisharma310
    @jupisharma310 2 роки тому

    আপনাৰ পৰা বহুত অনুপ্ৰেণিত হওঁ বা

  • @dishadeka5307
    @dishadeka5307 2 роки тому +7

    ভাষা নাই,,, কিমান ভাল পাওঁ বা ক❤️

  • @noobmall8548
    @noobmall8548 2 роки тому +1

    Bohut val lage ba apunak

  • @pompibarman6127
    @pompibarman6127 2 роки тому +1

    Ba love u much...

  • @lukumonigogoi6169
    @lukumonigogoi6169 2 роки тому +3

    Roi aslu da

  • @priyulifes3959
    @priyulifes3959 2 роки тому +4

    চক্ৰ দা বহুত প্ৰিয়

  • @sewalisaikia3065
    @sewalisaikia3065 2 роки тому +1

    Khub val lage bak.thank you amrita bak invite krar babe.next priyam pallabe bak invite kribo sun.

  • @simpykalita8992
    @simpykalita8992 2 роки тому +1

    Bht Val lage amrita gogoik ..

  • @dibyajyotibhagawati5857
    @dibyajyotibhagawati5857 2 роки тому

    Very good