প্ৰেমত কোনে কষ্ট দিলে Priyanka Bharali ক...?? সকলো খুলি ক'লে প্ৰিয়ংকা ভৰালীয়ে, চাওঁক শেষলৈ
Вставка
- Опубліковано 19 кві 2022
- অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ প্ৰেম কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো...😍😍
ভিডিঅ'টি শেষলৈ উপভোগ কৰিব আৰু আনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🤗🤗
Follow me on Facebook-
Mayur Manash
Follow me on Instagram-
Mayur Manash
Camera-
AnuRaag
#priyankabharalilovestory #priyankabharalisong - Розваги
প্ৰীয়াংকা ভৰালী ৰ কথাবোৰ ভাল লাগে,, একদম চিধাচিধি,,ভাল লাগে,, সদায় সুখী হৈ থাকে যেন যেনেকৈ বিচাৰে
মোৰ প্ৰিয় গায়িকা।। কথাবোৰ বহুত ভাল লাগিল।। শুদ্ধ চিন্তাধাৰা
বহুত ভাল লাগিল প্ৰিয়ংকা । ভালে থাকা।
প্ৰথম প্ৰেম জীৱনত কেতিয়াও পাহৰিব নোৱাৰি সঁচা কথা দেই ভাল লাগিল প্ৰিয়ংকা বাৰ কথা খিনি♥️❣️
প্ৰিয়ংকা ভৰালীৰ কথা খিনি বহুত ভাল লাগিল ময়ূৰ ।বিহুৰ শুভেচ্ছা থাকিল
True soul.. true person
Salute to Priyanka baa...
Khasa kotha kobo pora manuh bohut kom ulai ... Tat o koi kom ulai nijr decision vul hua buli kua manuh... Bohut dur r aguai jaok .. bohut bohut khubha kamona thakil baa apunaloi
ভৰালী বাইদেউৰ কথা শুনি বহুত ভাল লাগিল দেই 💓💓
প্ৰিয়ংকাৰ গুণৰ তুলনা নাই। তাই নজনা কাম কমেই আছে। যি টো দেখে তাই এবাৰ চালেই কৰিব পাৰে । মাত্ৰ তাইৰ এটাই দোষ আছিল; এতিয়া আছেনে নাই নাজানো। সেইটো হৈছে অকমান খং এটা আছিল। ঈশ্বৰে এটা ভাল কণ্ঠ দিছে। তাইৰ মনোবাঞ্চা পূৰণ হওক। ভগৱানে কূুশলে ৰাখক।
Priyanka ba lots of love❤️❤️❤️life ot Jiman beya situation ahileu xodai mind tu positive nd strong hoi thakibo lage.
নিজতকৈ আনক আপোন কৰি লোৱা কাৰণেই আজি কান্দিব লগা হৈছে ।বহুত ভাল লাগিল প্ৰণাদায়ক কথাবোৰ শুনি ।সচাকৈ ই নিজক ভাল পোৱাটো ভাল ।কাৰণ আজি প্ৰজন্মই এইটোৱেই বাস্তৱ ত বহুতক কন্দোৱাইছে ।মোৰ জীৱনত মই ও ভুগি আছোঁ ,,,,,আৰু কান্দিছোঁ প্ৰিয়ংকা
Feel really proud of Priyanka. Real love,l think like root below the earth who doesn't claim any reward for making its branches fruitful
My favorite Assamese singer. God bless you piiyanka
Only two words for her..."Honest Confession"...and love for her for being so candid.
প্ৰিয়ংকা, তোমাৰ কথাখিনি বহুত ভাল লাগিল । সাধাৰণতে বিবাহ বিচ্ছেদৰ কথা জানিব পাৰিলে আমাৰ মনত এক বেয়া ভাৱহে ওপজে । কিন্তু তোমাৰ কথাখিনিয়ে সেইটো ও দূৰ কৰিলে । তুমি এনেকৈয়ে সুন্দৰৰ পূজাৰীৰ দৰে হৈ থাকা ।তোমাৰ গীত পৰিৱেশন ও সুন্দৰ হওক , এই কামনাৰে।
ভালে থাকক সদায় প্রিয়ংকা বা।জীৱনটো বৰ জটিল।মৰম থাকিল বা।সদায় থাকিব❤❤
বৰ সুন্দৰ কৈ কথা খিনি কৈছে।।ভাল লাগিল।।সুখী হওঁক সদায়।।।
এগৰাকী অসমীয়া মৰমীয়াল হৃদয়ৰ কণ্ঠশিল্পী ❤️ প্ৰেমত বুজাবুজি প্ৰতিটো সময়তে জৰুৰী 🙏
প্ৰিয়ংকা ভৰালী বাৰ কথা সমূহ বাস্তৱবাদী । তেওঁৰ কণ্ঠত দৃঢ়তা আছে । ভাল লাগিল সঁচাই 💛
My favourite singer.... love you baa
Priyanka ji koise thikei koise ❤️Tumi BHT BHT agbahi juwa Priyanka
Dhuniya dada.. love from Sorbhog Priyanka ba ❤️
beautiful and my favorite singer. God bless u .
অসমৰ এগৰাকী প্ৰিয় গায়িকা......
প্ৰিয়ংকা ভৰালীয়ে কোৱা কথাবোৰ সচাকৈয়ে বহুমূলীয়া। জীৱনৰ অভিজ্ঞতাৰ পৰা শিকা কথাৰ মূল্য কোনো কাৰণতে কম নহয়। ঈশ্বৰে মঙ্গল কৰক।
i like this singer i love you priyanka bharali because you are kind hearted and simple and you have a lots of knowledge of life
Bohut val lgil 😍😍priyongka Baideu tumi hodai apun amr bbe
ভাল লাগিল কথাবোৰ শুনি প্ৰিয়ংকা বা ৰ❤
বহুত ভাল পাও বা ❤️
কথাবোৰ ধুনীয়াকৈ কব পৰাটো সহজ ,কিন্তু বাস্তৱ সদায় বেলেগ।ভিন্ন পূৰুষৰ প্ৰতি আসক্তিক প্ৰেম বূলি নকয়।ইজনক এৰি সিজনলৈ যোৱাটো,বা ইজনক এৰি সিজনৰ লগত প্ৰেম কৰাটো আসক্তি আৰু শাৰিৰীক আকৰ্ষণ ৰ বাহিৰে একো নহয়।প্ৰেম শব্দ টো কলুষিত নকৰিব।অকলে থাকিব শিকিছে বহুত ভাল কথা।
ভাল লাগিল প্ৰিয়ংকা বা, ইমান ধুনীয়াকৈ কথা কয় আপুনি।
তোমাৰ কথাখিনি শুনি ভাল লাগিল,কোনো লোক ঢাক নকৰাকৈ কৈছা,ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলো।
Very nice presentation.. salute to her
Mayur daa bohut bohut dhonyobaad Priyanka baar interview luar babe, bohut bisari asilu teur notun interview aji palu bhl lgil
God bless you prinkiya ba Take care.
All tym fvrt priyanka baa😍
Priyanka bar kthakhini bohut val lagil huni... God bless u Ba❤
Priyanka baa tumk bohut val lage... tumi hodai aguwai juwa. Tumi bohut simple ru straight
বৰ ভাল লাগিল দুয়োজনৰ কথোপকথন।শুভেচ্ছা জনালোঁ।
Mr all-time fvrt singer ❤️..
Good ma'am God bless you n stay happy stay safe.
Love you Priyanka Baa, Tumar gaan bohut base val pau moi , Tume eman dhunea love you too much
In the Entire conversation she said everything so confidently ,she is so adorable and Mayur da big fan ♥️thanks for making such a beautiful videos🤘
What a word Priyanka baa...Love=respect..❤️👍
1st time I saw her interview.. Bhal lagile kothabur...Respect Tu important 🙏🙏Hosa kotha
Every word she had said.. Really inspiring lady...So meaningful words ba..God bless u❤️
সচাঁ কথা। বহুত সাহস পালো বাৰ কথা শুনি
Love you Priyanka baa❤️❤️❤️❤️
respect to Priyanka
Heart touching speech & words. On ❤
I want to stand with Priyanka Bharali.
Don't worry life is a very hard game please try to play it.
Never give up.
Keep play.
❤️❤️ovly spece i always love her👌👌
Bohut moromor singer hoi baa apuni amar .❤😍💕
My crush💕
After seeing this video I became more and more attracted towards her. Her smile, her eyes, the way she talks and not to forget about her singing🥰..
Everything about her is just so perfect...
Wish u a lot of success in the coming years my lady crush.. God bless you and always keeps u healthy♥️
God bless you
বহুত ভাল লাগিল কথা বোৰ শুনি ❤️
ভাল লাগিল শুনি কথাবোৰ
IAM EXCITED 😊😆
LOVE FROM BAKSA, KARNACHARA
Always my favorite singer...
❤প্ৰেমৰ সংজ্ঞা বহু আছে ৷
Artistic thought......My respect to you
Bohut val lagil priyanka bhorali bar kotha xuni ...🥰🥰
Bohut val lagel priyanka bar kotha huni logte bohut hahok palu jibonot agbahi jboloi
Really, first love is true love, liked the video and priyanka's opinion on love and respect. It's true
প্ৰিয়ংকা বাৰ কথা - বতৰাবোৰ খুব ভাল লাগে ।💝💝
Val lagile, Kotha bur khundr koi kua babe.
Prem bur tenekoi hoi.
Prem ahi thake, prem rastai rastai goi thake...premr khex nai. Prem nokori Okole thokai besi val hoi...🙏🙏🙏🙏
Tumar pora bahut kotha sikilu...muru life tu tumar logot milise...khub carefully decisions bilak loba..take care....God bless you
খুব সুন্দৰ কথা কৈছে ভাল লাগিল কিছু নজনা কথা জানিব পাৰিলোঁ।
ভাল লাগিল প্ৰংকা বা কথাবোৰ শুনি ।
Bohut vl ktha koise Priyanka ba 😘
My all time favorite singer Priyanka baa ❣️ lot's of love u to and this channel also 🥰
God bless you, সদায় আগবাঢ়ি যোৱা ।
bahut ভাল লাগিলে Priyanka বা interview টো। আপুনি বোৰ clearly কথা বোৰ কৈ গৈছে।
Favorite singer ♥
One of My favorite singer
Thinking of Priyanka Bharali is very good. I like her life style. She is very experience holder in love life.
Eman moram loga Priyanka ba
Love from bokakhat
ধুনীয়া লাগিল. বা ময়ুৰ দা
বহুত ভাল লাগিল তোমাৰ কথা শুনি ।
Priyanka ba r kotha khini suni val lagil gotai khini iman val kori koisa
Hosakoi priyanka ba kothabur pora bhut kotha hikibo parilu ..love you ba 🥰🥰🥰🥰
Priyanka baa apuni mor ataikoi val loga singer . Ketiyaba log pab bhut mon jai . I am a defence person and speaking from Ladakh.
Respect priyanka bharali ba ur big fan ❤
ইমান ধুনীয়াকৈ কৈছে কথাবোৰ , ভাল লাগিল বহুত ।
কথাবোৰ শুনি বহুতেই ভাল লাগিল❤️ সকলো সময়তে জনা হোৱাৰ পৰাই অন্তৰত স্হান পোৱা প্ৰিয় গায়িকা প্ৰিয়ংকা বা❤️ বহুত বহুত মৰম বা 🥀💝 সদায় নিজৰ লগত সূখী হোৱা বা 🥰 হৈ যোৱা বেয়া পৰিস্থিতিৰ বোৰ আৰু দূখ বোৰ যেন সদায় তোমাৰ অতীত হয়❤️
Baa apunr kotha tu bhal lagil ❤️❤️❤️ and Mayur da apunak bohut vl logil ❤️❤️❤️❤️♥️♥️♥️🙏
100%=Right Kole dai👍👍👍❤️
বৰ সুন্দৰ কথা কৈছে ❤️
priyanka baa r mon khon hosai bohut val ☺
Nice..be happy...may u long live...
প্ৰিয়াংকা তোমাৰ কথা খিনি বহুত ভাল লাগিল
Kotha bur xuni bhut val lgil❤️
বহুত বেছি ভাল লাগে বা জনীক ,,❤️
ভাল লাগিল বহুত❤️😍🔥✨
VL lgil.. Priyanka baa r kothabur khuni..
My favourite singer 💘
বহু ত ভাল লাগিল, ভালকৈ বুজাই দিলে।
My crush priyanka ...❤❤❤ i love u
Bhut val lagil bar kotha suni
একদম সঁচা কথা । সহজ সৰল হ'লে বহু সময়ত মনুকষ্ট পোৱা যায়।
সচাকে বাৰ কথাখিনি বহুত ভাল লাগিল ❤️❤️❤️❤️
Love you baa,,u are my crush 🌹❣️❤️❣️🌹😘❣️❣️❣️😘😘❣️❤️😘I really love you
বৰ ধুনীয়া কথা koisa প্ৰিয়ংকা।কথা খিনি শুনি বৰ ভাল লাগিল
ভাল লাগিল কথা বোৰ ,, বা কণ্ঠ খুব সুন্দৰ
Really experience give us lesson what is bad and what a right and that is real knowledge,