Це відео не доступне.
Перепрошуємо.

বৰালি মাছৰে মাৰ লগত আজি দুপৰীয়াৰ আহাৰ | A day with my mother |

Поділитися
Вставка
  • Опубліковано 17 сер 2022
  • আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
    আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
    মৰমেৰে "আমাৰ গাঁও"
    Our Facebook link- / amargaon12
    Our Instagram link- ...
    Watch all our videos - / @amargaon3296
    some other videos.....
    * Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
    *The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
    *A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
    *A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
    #villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

КОМЕНТАРІ • 998

  • @travelsphere6154
    @travelsphere6154 2 роки тому +6

    বৰ ভাল লাগিলে...ইফালে আইতা নাতিনীৰ মৰম...আইতাকৰ বেগ খুচৰা..আইতাকে দিয়া বস্তুকণ অত তত থিয় দি খোৱা...বৰ ভাল লাগে...আপোনালোকৰ পৰিবেশটো বৰ ধুনীয়া..যাবলৈ মন যায় কিবা ...💚💚

  • @jorhattime6901
    @jorhattime6901 2 роки тому +15

    অসমৰ আটাইতকৈ সুন্দৰ চেনেল৷

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      Iman moromere akuwali luwa babe okhekh dhanyawad gyapon korisu

  • @antarafoodlover77
    @antarafoodlover77 2 роки тому +8

    ইমাম সুন্দৰ পৰিবেশ, ইমাম ধুনীয়াকৈ সকলোবোৰ দেখাই চালে চায় থাকিব মন জায় 💚💚

  • @sanjaysaxena9231
    @sanjaysaxena9231 2 роки тому +49

    Children are so lucky to have such a wonderful mother and grandmother

    • @amargaon3296
      @amargaon3296  2 роки тому

      💕💕🧡🧡🙏🙏thank you so much

    • @adgh346
      @adgh346 Рік тому

      ❤❤❤❤❤❤❤😂😂😂👍👍🤟🤟🙏
      ◢💙◣ ◢💖◣
      💙💙💙◣ ◢💖💖💖
      ◥💙💙💙💖💖💖◤
      ◥💙💙💖💖◤
      ◥💙💖◤
      ◥ ◤
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      🌒🌓🌔🌕🌖🌗🌘
      🌙❤❤🌙❤❤🌙
      ❤💓💓❤💓💓❤
      ❤💓💓💓💓💓❤
      🌙❤💓💓💓❤🌙
      🌙🌙❤💓❤🌙🌙
      🌙🌙🌙❤🌙🌙🌙
      🌒🌓🌔🌕🌖🌗🌘
      ⠀ 💝💝 💝💝
      💝🍡🍡💝🍡🍡💝
      💝🍡🍡🍡🍡🍡💝
      💝 Miss you! 💝
      💝🍡🍡🍡💝
      💝🍡💝
      💝

  • @deepkalita3487
    @deepkalita3487 2 роки тому +5

    বাইদেউ__জীৱনত এবাৰ কিন্ত আপোনাৰ ঘৰলৈ যামেই__আপোনাৰ পাকঘৰত পাটিত বহি ভাত এসাঁজ খাই অহাৰ বহুত হেপাঁহ আছে৷৷
    (টিকলীজনী আৰু বাবাটোলৈ বহুত বহুত মৰমৰ যাচিলোঁ)

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      Bahut bahut dhanyawad janalu apunar moram aru hahjugor babe

  • @aarhismagicmoments2840
    @aarhismagicmoments2840 2 роки тому +4

    আপোনাৰ প্ৰতিটো video এ বহুত ধুনীয়া।।সচাঁ কথা কবলৈ গলে আজিকালি ইমান ধুনীয়া পৰিবেশ গাঁওতো দেখা পোৱা নাযায়। ইমান নিভাঁজ ইমান খাটি ।।। আৰু এটা কথা মই মন কৰিছো আপোনাৰ ঘৰখনত এটাও plastic বস্তুৰ ব্যৱহাৰ নাই। ইমান আটোমটোকাৰি নিৰ্ভেজাল পৰিবেশ এটা ।।।স্বৰ্গসুখ। ।।

    • @amargaon3296
      @amargaon3296  2 роки тому

      Video bilak upobhug kori bhal puwa buli jani otikhoi hukhi hoisu . Dhanyawad apunaloi 🙏

  • @ritamonimohanboruah8094
    @ritamonimohanboruah8094 2 роки тому +2

    Hakalubur video ati sundar

  • @itspomeeyyy
    @itspomeeyyy Рік тому +4

    আজি কালি এইবোৰ সুন্দৰ গাঁৱলীয়া পৰিবেশ দেখিবলৈ বৰ কঠিন লগতে খৰিত বনুৱা খাদ্য অশেষ ধন্যবাদ এনেকুৱা এটা সুন্দৰ পৰিবেশ লগত জুতি লগা খাদ্য বনাই দেখুওৱা বাবে🙏
    😘 আইতা মৰম 🥺🥺❤️❤️❤️❤️

    • @amargaon3296
      @amargaon3296  Рік тому +1

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @rituparnasshadesoflife3983
    @rituparnasshadesoflife3983 2 роки тому +4

    ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ। দেখিয়েই মনটো ভাল লাগি গৈছে

  • @bornaliborah2793
    @bornaliborah2793 2 роки тому +5

    প্রাকৃতিক সৌন্দর্য ভৰা আপোনাৰ গাওঁখন সচাঁকৈ এক মনোমোহা পৰিৱেশ অসমীয়া খাদ্য সামগ্রী লগতে আপোনি ৰন্ধা খাদ্য বহুত ধুনীয়া পৰিৱেশৰ মাজত আপোনাক আৰু আপোনাৰ গাওঁখন চাবলৈ বৰ মন আছে। 😍🤗🙏

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে

  • @sarangabora5252
    @sarangabora5252 2 роки тому +1

    অকনমানি জনী বৰ মৰমলগা । ইমান ধুনীয়াকৈ আমাৰ অসমীয়া ৰন্ধন প্ৰকৰণ আৰু গাঁৱলীয়া পৰিবেশটো উপস্থাপন কৰিছে। খুব ভাল লাগিল চাই।

  • @dwarenraybaruah408
    @dwarenraybaruah408 2 роки тому +6

    ৰন্ধা বঢ়াৰ লগতে ঘৰৰ সুন্দৰ পৰিবেশ। আপোনাৰ মাৰ লগত আমাৰ মাৰ চেহেৰাৰ মিল একে। আপোনাৰ মাক দেখি আজি আমাৰ মা'লৈ মনত পৰিল। আমাৰ মা ঢুকোৱা বহুত বছৰ হল।

  • @rajatranjandas8442
    @rajatranjandas8442 Рік тому +4

    Pure Assamese culture lote of Love.

  • @dimpikaur8580
    @dimpikaur8580 2 роки тому +2

    Xub xundor bhal lagil poribextu apunr ghrkhn aru apuni bonuwa Khana bur dekhi khabor Mon goise

  • @Mousumi470
    @Mousumi470 2 роки тому +2

    Hundar parbekh

  • @namitapatar2478
    @namitapatar2478 2 роки тому +12

    আপুনি সদায়েই ইমান ধুনীয়াকৈ ৰান্ধে । আপোনাক আৰু আপোনাৰ গাওখন এবাৰ চাবলৈ বৰ মন আছে ।

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জনাইছোঁ

    • @meemaina8925
      @meemaina8925 2 роки тому

      Baar ghar kot nu

  • @gautamkamakhyadas4499
    @gautamkamakhyadas4499 2 роки тому +7

    অসমৰ একমাত্ৰ ব্যতিক্ৰমী চেনেল 😊
    সচাকৈয়ে হেপাঁহ নপলায় আপোনাৰ ভিডিও চাই

  • @ratneswardas9649
    @ratneswardas9649 2 роки тому +2

    ইমান ভাল লাগে ভিডিঅবোৰ চাই ।

  • @sushmitasarma9639
    @sushmitasarma9639 2 роки тому +13

    You represent our Assam so welll...

  • @gayatrigogoimunu525
    @gayatrigogoimunu525 Рік тому +3

    আইতা গৰাকী লৈ সেৱা জনালোঁ । ভাল লাগিল আগুৱাই যোৱা।❤️❤️❤️

    • @amargaon3296
      @amargaon3296  Рік тому

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @tridipraja_vlogs2432
    @tridipraja_vlogs2432 Рік тому +3

    ইমান ধুনীয়া পৰিৱেশ আৰু ইমান সুন্দৰকৈ আমাৰ অসমীয়া খাদ্যবোৰ বনাইছে লগতে লৰা-ছোৱালী দুটা বৰ মৰম লগা আপোনাৰ পৰিয়ালটো সদায় ভালে থাকক তাকে কামনা কৰিছোঁ আৰু নগাঁও পৰা আপোনাৰ পৰিয়ালটোলৈ বহুত বহুত মৰম যাচিলোঁ

  • @sansumasunday2959
    @sansumasunday2959 Рік тому +2

    Ki kom mukhere vakha nai bornona koriboloi ,, khantir prithibit jiyai asa baideu apuni aru apunar poriyal towe❤❤

  • @mrbboruah7946
    @mrbboruah7946 2 роки тому +2

    Vl lagil sai

  • @boxerdp7747
    @boxerdp7747 2 роки тому +2

    Oti hundar hoise

  • @upasanadevi2561
    @upasanadevi2561 2 роки тому +4

    ইমান ধুনীয়া পৰিবেশ🥰✌✌

  • @Sanjay-oj9hs
    @Sanjay-oj9hs 2 роки тому +4

    সুন্দৰ

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 2 роки тому +2

    Video composition is good.I like oh my village

  • @SankariRDVlogs
    @SankariRDVlogs 2 роки тому +2

    Bohut Bohut dhuniya lagile aaponar video tu chai 💕👌👌👌💕🥰

  • @mandipdas5774
    @mandipdas5774 Рік тому +4

    Pure assamese culture , love It🙏🙏🙏

  • @anantadhunsaikia
    @anantadhunsaikia 2 роки тому +4

    সুন্দৰ ৰেছিপি ভাল লাগিল
    এটা গাওঁ পৰিবেশ লগতে আমাৰ গাওঁ ৰেছিপি বোৰ আগবঢ়াই দিয়া বাবে বহুত ধন্যৱাদ ❤👌

    • @amargaon3296
      @amargaon3296  2 роки тому

      Video bilak upobhug kori bhal puwa buli jani hukhi hoisu

  • @kakusonowal2876
    @kakusonowal2876 Рік тому +1

    Bohut val lage video bur sai

  • @debikadas5255
    @debikadas5255 2 роки тому +1

    Xundar poribekh prokitri logot mili jai bht vl lage

  • @pabitrigogoi5229
    @pabitrigogoi5229 2 роки тому +3

    সতেজ শাক -পাচলি স্বাস্থ্য বাবে বৰ উপকাৰী,, আজি কালি প্ৰায় এই বোৰ থলুৱা শাক-পাচলি বিচাৰি পোৱা নাযায়,, পালেও কিছুমান medicine দিয়া হয়., সেইবোৰ আমাৰ শৰীৰৰ বাবে বৰ অপকাৰী.. বাকি ভাল লাগিল চাই সুন্দৰ মনোমোহা পৰিৱেশ😍 সঁচাকৈ আকৰ্ষণীয় কৰিছে,, background music টোৰ সুব সুন্দৰ কৰি তুলিছে .. আপোনাৰ blog টোৰ চালেই মোৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খাই পৰো 🥰🥰 আৰু আগলৈও এনেকৈয়ে সুন্দৰ সুন্দৰ মনোমোহা দৃশ্যৰে আমাক মোহিত কৰে যেন ধন্যবাদ🙏 গোলাঘাটৰ পৰা আন্তৰিক মৰম যাছিলো ❤️❤️👍

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ ইমান সুন্দৰ অনুভৱ আগবঢ়োৱা বাবে।

  • @bhaimonda
    @bhaimonda 2 роки тому +3

    Iman hundor video,gaonr poribekh Tate juit bonua tasty masor recepe .

  • @bidyutgogoi7471
    @bidyutgogoi7471 2 роки тому +2

    লৰা ছোৱালী কেইটা আৰু পৰিয়ালৰ সকলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো লগতে এনাইৰ দীৰ্ঘায়ু কামনা কৰিলো, বৰ ধুনীয়া উপস্থাপন, শিৱসাগৰ জিলাৰ পৰা মৰম যাচিছো

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      বহুত বহুত ধন্যবাদ ইমান মৰম আৰু সহযোগৰ বাবে

  • @manashibora8098
    @manashibora8098 2 роки тому +2

    বৰ ভাল লাগিল চাই

  • @manalishadas2421
    @manalishadas2421 2 роки тому +6

    আইতা ইমান মৰম লগা ❤ বা আপুনি সকলোখিনি ইমান ধুনীয়াকৈ ৰান্ধিছে ❤😍😍😍

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ তুমালৈ

  • @lizasworld2388
    @lizasworld2388 2 роки тому +20

    Ba apunar vidiobor salei mon2 bahut val lagi Jai. Love from changsari

    • @amargaon3296
      @amargaon3296  2 роки тому +3

      Thankyou so much 💕🙏🙏

    • @sriganeshdas746
      @sriganeshdas746 Рік тому

      ওম ইয়াকে কয় অসমীয়া নাৰী
      নিয়ম নীতিৰে. ৰূপ সুন্দৰে আৰু ৰন্ধা বঢ়াৰে পাকৰিত।
      🤩🤩🤩🤩🤩

  • @neprimitive7755
    @neprimitive7755 2 роки тому +1

    hundor gaonliya poribekhor uposthapon 🙏👍👍

  • @llnm4891
    @llnm4891 Рік тому +1

    Bahut. Val. Lagil. Video. To. Sai. Apuni. Eman. Jalda. Jaldi. Kabur. Kare. Nice

  • @gopalbaruah3983
    @gopalbaruah3983 Рік тому +5

    বহুত ভাল লাগিছে। কিমান দিন যে হ'ল এনেকৈ এসাজ খাবলৈ পোৱা নাই,ঘৰ খনলৈ মনত পৰি গ'ল 🥺

  • @munindradss2506
    @munindradss2506 2 роки тому +4

    Dhuniya

  • @jeetusonowal4095
    @jeetusonowal4095 2 роки тому +2

    Waaa iman dhuniya
    Ooo bou Joni koute he gom palu
    Khub hundor
    Special item

  • @Sinaiboro1234
    @Sinaiboro1234 2 роки тому +1

    Bhut dhuniya boneise khabor mon jaei

  • @hemantaphukan5933
    @hemantaphukan5933 2 роки тому +3

    Ki buli j kom ....kebol dhoinnobaad he jonaisu iman dhunia recipes bur share kora karone🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      Bahut bahut dhanyawad gyapon korisu

  • @jyotibora8504
    @jyotibora8504 2 роки тому +3

    ভাল লাগিল

  • @jyotirupadevi2543
    @jyotirupadevi2543 2 роки тому +2

    Bohut vall lagil . Poribak to j eman dhunia .

  • @Assam-ki-Rasoi
    @Assam-ki-Rasoi 2 роки тому +2

    মানুহকেজন চায় আপোনালোক এই ঘৰটোত নাথাকে যেন লাগে কেৱল ভিডিঅ বনাবহে আহে ন।ভাল লাগিছে গাৱলীয়া পৰিৱেশৰ আভাস এটা দি অসমীয়া ব্যঞ্জন বিলাক দেখুৱা বাবে।খুব সুন্দৰ উপস্থাপন।

  • @dipaborah8139
    @dipaborah8139 2 роки тому +4

    আপোনালোকৰ ভাত _চবজি দেখি মোৰ য়ে খাও২ লাগিছে,😍😍

  • @juliraniroy5491
    @juliraniroy5491 2 роки тому +5

    ইমান ধুনীয়া কৈ বোনাইছে ,,, খাবলৈ মন গল,,, জিভাৰ পানী পৰি আছে🤤🤤🤤

    • @LipikaGogoi
      @LipikaGogoi Рік тому

      Hi friend, please muru video bur sai alop support koribasun

  • @rock.....
    @rock..... 2 роки тому +2

    একেবাৰে হচা সুন্দৰ ইমান ধুনীয়া হৈছে

  • @jyotishnabaruah9350
    @jyotishnabaruah9350 2 роки тому +2

    Eman val lgla apunar video bur sai...aru khua bur dakhila khabo mon jai

  • @manojpegu4065
    @manojpegu4065 2 роки тому +4

    বৰ লোভ লগা খাদ্য সম্ভাৰ 🤤🤤😋 ভাল লাগিল।

  • @purabisaikiya5193
    @purabisaikiya5193 2 роки тому +5

    Apunar video bur sai bohut val lage..parile home tour r video ati dibsun

  • @lotifurislam802
    @lotifurislam802 Рік тому +1

    বহুত ভাল লাগিল চাই video 2

  • @junmoniskitchen324
    @junmoniskitchen324 2 роки тому +2

    বৰ ভাল লাগিল ভিডিওটো চাই

  • @bitupansarmah1860
    @bitupansarmah1860 2 роки тому +5

    After watching this, i became so imotional. Aaita loi monot pori gol 😭.

  • @jayantatalukdar9164
    @jayantatalukdar9164 Рік тому +4

    Camera person deserves full marks.

  • @himankhubasumatari1828
    @himankhubasumatari1828 2 роки тому +2

    Baideo apuni shoot r krone aietu set up bonai loise nae...nae hosa ke apunar ghr hoi.....okhomia culture dhori rokha ata hundor proyakh... Really feel proudfull to be a Assamese people ✨🕊️🤍

    • @amargaon3296
      @amargaon3296  2 роки тому

      Thankyou 🙏, iyat mathu shooting kora hoi,nijor ghor nohoi

  • @rahulgogoi2674
    @rahulgogoi2674 2 роки тому +2

    A moja ❤️❤️😘😘😘😘💓😘😘😘😘💓💓💓💓😘💓😘😘

  • @prasenteron2330
    @prasenteron2330 2 роки тому +3

    Val lagil recipe tu sai

  • @nilakshiborahkalita1901
    @nilakshiborahkalita1901 2 роки тому +7

    আইতাক দেখি বৰ ভাল লাগিল। আজিও মাছৰ আঞ্জাখন আৰু কনমানি জনীয়ে ভিদিঅ টো আৰু মনোমোহা কৰি তুলিছে 🥰😍

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ জনাইছোঁ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে

  • @asthamanashpihusaikia4372
    @asthamanashpihusaikia4372 2 роки тому +1

    Emn dhuniya lge apunalukr video sai....ru emn dhuniyakoi bonai dekhi khau khau lge....

  • @moon...632
    @moon...632 2 роки тому +2

    Mur ghoroloi monot pori goisa video to dekha pai ghr jau jau lage goisa ooooo . Bohut duniya video vl lagel

  • @tanayadas2720
    @tanayadas2720 2 роки тому +3

    Bor bhal lage apunarlukor video sai ♥️♥️ lots of love 🌸🌸

    • @amargaon3296
      @amargaon3296  2 роки тому

      Thankyou 🧡 so much 💕🙏 heartity

  • @joongogoi2999
    @joongogoi2999 2 роки тому +3

    Val lagil video to sai 😍😍

  • @lipidas5926
    @lipidas5926 Рік тому +2

    Video tu sai bohut bohut val lagil.

    • @amargaon3296
      @amargaon3296  Рік тому +1

      🙏🙏👍👍💞💞💕💕❤️❤️

  • @delhiblogs1272
    @delhiblogs1272 Рік тому +2

    ভাল লাগে বহুত আপোনালোকৰ ভিদিওবোৰ ।গাওলৈ মনত পৰি যায় ।নিজৰ আপোন ঘৰখন কিমান দিন যে হল দেখাই নাই ।
    পাৰিলে আপোনালোকৰ চেনেল তোৰ নামতো অসমীয়াত লিখিবো ছোন ।
    আমাৰ গাওঁ❤️❤️❤️

  • @pujagogoi2021
    @pujagogoi2021 2 роки тому +3

    Bor val lage video bur sai❤️❤️❤️

  • @pujahazarika5439
    @pujahazarika5439 2 роки тому +2

    Gaan tu val lagil,hur tu

  • @riyahazarika6993
    @riyahazarika6993 2 роки тому +2

    Val hoisa

  • @rimuboro5104
    @rimuboro5104 2 роки тому +4

    Very Nice Recipes and Awesome . Bhaiti aru Mainak Bohut Val Lage .

    • @amargaon3296
      @amargaon3296  2 роки тому

      Thankyou so much 💕🙏 heartity

  • @pranjalborah5425
    @pranjalborah5425 2 роки тому +8

    Bor val lgil..hokolu loike Shree Krishna Janmastami,,r subhetsa jonalu..May God Bless u all 🙏🙏🙏🙏

    • @amargaon3296
      @amargaon3296  2 роки тому

      Apunaloio hubhesya janalu, thanks for your comment

    • @adgh346
      @adgh346 2 роки тому

      😍😍😍😍🥰🥰
      ⠀ 🌷 🌷
      🌷 🌷🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷🌷 🌷
      🌷 🌷 🌷 🍃
      🍃🍃 🌵 🍃🍃
      🍃🌵🍃🍃
      ______🌵______
      [🅾🅾🅾🅾🅾🅾]
      ✴✴✴✴✴/
      ✴✴✴✴/
      _____🌵_____
      ⠀ 🌷 🌷
      🌷 🌷🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷 🌷
      🌷 ✨🌷🌷 🌷
      🌷 🌷 🌷 🍃
      🍃🍃 🌵 🍃🍃
      🍃🌵🍃🍃
      ______🌵______
      [🅾🅾🅾🅾🅾🅾]
      ✴✴✴✴✴/
      ✴✴✴✴/
      _____🌵_____
      ☁☁☁☁☁☁☁
      ☁❤❤☁❤❤☁
      ❤❤❤❤❤❤❤
      ❤❤❤❤❤❤❤
      ❤❤❤❤❤❤❤
      ☁❤❤❤❤❤☁
      ☁☁❤❤❤☁☁
      ☁☁☁❤☁☁☁
      。 /
      🌟。/
      / ☁
      /
      ( +🌟
      \ ☁☁。

      ☁ )
      /
      🌟。 / ☁
      /
      ( +🌟

      \😄/
      👗
      | | 🐑🐑
      🍃🍃🍃🍃🍃🍃🍃🍃

  • @dipankardeka7350
    @dipankardeka7350 2 роки тому +2

    ❤️আইতা❤️

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      ☺️☺️☺️☺️💕💕

  • @pallabivlogs426
    @pallabivlogs426 Рік тому +2

    Bohut dhuniya poribakh de bor Val lagise sai....eman dhuniya ke khna bonise....

  • @rrbtime2815
    @rrbtime2815 2 роки тому +2

    Bahut moja❤️❤️❤️👍👍

  • @shajalray4777
    @shajalray4777 2 роки тому +3

    Du aru mainajoni bor mrm lga dei 👍👍👍❤❤😋😋😋

  • @goodnathchetia6587
    @goodnathchetia6587 2 роки тому +1

    Thanks for the exlent videos and pictures

  • @sanjaygogoi2228
    @sanjaygogoi2228 2 роки тому +2

    ❤️❤️❤️❤️❤️❤️❤️

  • @atanugogoi1772
    @atanugogoi1772 Рік тому +7

    A big salute to the cameramen 🔥❤️

  • @simisaikia
    @simisaikia 2 роки тому +3

    Eman bhal lage apunalukor video sai ❤

  • @sunaligogoi4874
    @sunaligogoi4874 2 роки тому +2

    Hundor upopthapon aita aha furty kon bor hukiya. Vl lgil dekhi. Aguwai jauk apuni

  • @jatinboruah18
    @jatinboruah18 2 роки тому +5

    শৈশবলৈ মনত পৰি গল অ। আকৌ উভতি যাবলৈ বহুত মন গৈছে....😢😢😢😢

    • @amargaon3296
      @amargaon3296  2 роки тому

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @anusmitaburagohain3443
    @anusmitaburagohain3443 2 роки тому +4

    এনাইলৈ মনত পৰি গ'ল

    • @amargaon3296
      @amargaon3296  2 роки тому

      ☺️☺️☺️🙏🙏🙏🙏

  • @debayanibhuyan3456
    @debayanibhuyan3456 Рік тому +2

    বহুত আশীৰ্বাদ থাকিল ল'ৰা ছোৱালী দুয়োটা লৈ আৰু আগুৱাই যায় যেন আপোনাৰ চেনেলটো ধন্যবাদ বাইদেউ ❤️

  • @ashinrajbaglary3880
    @ashinrajbaglary3880 2 роки тому +2

    Love & like always....

  • @pallabchoudhury4408
    @pallabchoudhury4408 2 роки тому +5

    ভাষাহীন একেবাৰে ❤️

  • @gourangakakati3801
    @gourangakakati3801 2 роки тому +4

    Eman dhunia poribekh ❤️❤️BGM 🔥

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @pradioborborah9144
    @pradioborborah9144 2 роки тому +2

    Bahut val lagil... Mon vori gol.. Biyonjon bur u khub hundor...

  • @haragobindadas7781
    @haragobindadas7781 Рік тому +1

    Bahut bahut maja lagisa o

  • @momibaruah3493
    @momibaruah3493 2 роки тому +4

    Apunar maa aru mur xahu dekhiboloi ekei...Val lagile video tu ❤️

    • @amargaon3296
      @amargaon3296  2 роки тому

      Dhanyawad tumaloi 🧡, muru xahu aai hoi ,

  • @tridipvlog9131
    @tridipvlog9131 2 роки тому +5

    সুন্দৰ লাগিল চাই আগুৱাই যোৱা

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @vlogsofdev1827
    @vlogsofdev1827 2 роки тому +2

    সুন্দৰকৈ সজাইছে প্ৰথম দেখিলো এনেকৈ বাহ বাহ

    • @amargaon3296
      @amargaon3296  2 роки тому

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @pompidas4698
    @pompidas4698 2 роки тому +1

    Aapuna bonua বোৰ দেখিলে bohut val lage

  • @akb1975
    @akb1975 2 роки тому +3

    Bor dhunia video 👍 axomor durot thakilay u ghorot asu Jen lagay..

  • @susangitaDevichetia
    @susangitaDevichetia 2 роки тому +12

    Just wow... Such a cute 🥰 little girl ❤️. So sweet. Amazing

    • @amargaon3296
      @amargaon3296  2 роки тому +1

      Thankyou so much 🧡🙏🙏 heartity

  • @aradhyahazarika953
    @aradhyahazarika953 2 роки тому +2

    ইমান ভাল লাগিলে ভিডিঅ'টো চাই ।

  • @debabrata9864
    @debabrata9864 Рік тому +1

    Sundar VDO

  • @panchimoni7373
    @panchimoni7373 2 роки тому +2

    Hundor video 👍

  • @pahariborah3434
    @pahariborah3434 2 роки тому +3

    আপোনাৰ video বোৰ চাই বহুত ভাল লাগে।। আপুনি plz সুকতি কেনেকৈ বনাই এবাৰ দেখাব নি কাৰণ মই সুকতী খাই বহুত ভাল পাওঁ কিন্তু বনাব নেজনো।।। Plz দিব দেই

    • @amargaon3296
      @amargaon3296  2 роки тому

      Dhanyawad, next video ত hukoti চুঙাত ভৰোৱা দেখুওৱা হৈছে,তাৰ পাছৰ video ত hukoti আঞ্জা বনোৱা দেখুওৱা হব । Video complete হৈছে , editing ৰ কাম চলি আছে, অতি সোনকালে আপলোড কৰা হব ।