ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে সেইটোৱেই জনা নাছিলোঁ প্ৰথমতে

Поділитися
Вставка
  • Опубліковано 9 січ 2025

КОМЕНТАРІ • 502

  • @jumonshreesonowal2383
    @jumonshreesonowal2383 Рік тому +48

    ভাল পোৱা মানুহ গৰাকী আজি তোমাৰ অনুষ্ঠান দেখি বৰ ভাল লাগিল ।

  • @bitumoniborah4401
    @bitumoniborah4401 Рік тому +4

    ইমান সহজ সৰল কথা বতৰা বোৰ দাদা আৰু মানুহ গৰাকী ৰ।❤❤❤

  • @Parikhit-d2i
    @Parikhit-d2i Рік тому +22

    দাদা জনৰ কথা বোৰ শুনি বুজি পাইছোঁ তেওঁ বৰ গভীৰ ভাবে চিন্তা কৰি কাম বিলাক নিখুঁত ভাবে কৰে । এনে ধৰণৰ channel বিলাকত সৰু ভুল হলেও ডাঙৰ controversy হব পাৰে , ডাঙৰ ভুলতটো কবেই নালাগে । ইমান সুন্দৰকৈ পৰিচালনা কৰি তেওঁ লৈ গৈ আছে মানিব লাগিব । editing ও বৰ সুন্দৰকৈ কৰে আপুনি , আপোনালোকৰ উন্নতি কামনা কৰিছো।

  • @HasibRahim07
    @HasibRahim07 Рік тому +21

    প্ৰথমে দম্পতি হাললৈ মোৰ হৃদয়ৰ পৰা আন্তৰিক শুভেচ্ছা জনালো।দুয়োয়ে ছচিয়াল মিডিয়াত বিডিঅ বনাই গানৰ বাস্তৱ চিত্ৰ দাঙি ধৰাত অভিনন্দন যাচিছো।আশীৰ্বাদ থাকিল,নিত্য নৈমিত্তিক বিডিঅ বনাই শিক্ষনীয় দিশ আগবঢ়াই লৈ যাওক।

  • @chandanabezofficial7331
    @chandanabezofficial7331 Рік тому +5

    Bhtt val lage amar gaon.. Video and yat bht belg dekha goise baideuk

  • @Unique..onetwothree
    @Unique..onetwothree Рік тому +6

    দাদাজনৰ কথাবোৰত এক ৰসালতা আছে । আগুৱাই যাঁওক দুয়ো

  • @sushmitalakhi6536
    @sushmitalakhi6536 Рік тому +2

    দাদায়ে বহুত ভাৱি কাম কৰে ..ভাল লাগে এনেকৈ। আমাৰ গাঁওৰ প্ৰতিটো ভিডিঅ' প্ৰিয় । আগবাঢ়ি যাওঁক আপোনালোক ।

  • @lokeswarkon341
    @lokeswarkon341 Рік тому +8

    বহুত ভাল লাগিছে,তেওঁলোক আমাৰ টিংখং সমষ্টিৰ ,আৰু vidio bonua জেগা dokhor mur পুৰণা ঘৰ

    • @prabalgoswami2427
      @prabalgoswami2427 6 місяців тому

      Khuri maa aponeloke Video banai thakibo . Karan aponelokor Video Sai khub Val lage

  • @jinadasdeori5895
    @jinadasdeori5895 Рік тому

    বহুত বহুত ভাল লাগিল দাদা বাইদেউ বৰ ভাল লাগিল কথা বোৰ শুনি। ইমান সুন্দৰকৈ কলে।

  • @rashmihandique4799
    @rashmihandique4799 Рік тому +10

    আপোনালোকৰ ভিদিও সদায় চাও। বহু ত ভাল লাগে। কিন্তু আজি কথা বতৰা শুনি ভাল লাগিল।

  • @hariprasannachutia1578
    @hariprasannachutia1578 Рік тому +1

    ভাল লাগিল।সদায় ভিডিঅ চোৱা হয়

  • @swapnaborah8511
    @swapnaborah8511 Рік тому +1

    আপোনালোকৰ সাক্ষাৎকাৰৰ বাবে সুখী হলো । "আমাৰ গাওঁ" মই নিয়মীয়া দৰ্শক । আমাৰ অসমীয়া খাটি গাওঁৰ পৰিবেশৰ লগতে আমাৰ থলুৱা খাদ্য সম্ভাৰ বিশ্ববাসীৰ আগত দাঙি ধৰিছে । খুৱ এটা সুন্দৰ পদক্ষেপ । আগুৱাই যাওঁক সদায় ভালে থাকক শুভ কামনা থাকিল । 🙏🙏

  • @Pallabidevi-ge5ju
    @Pallabidevi-ge5ju Рік тому +13

    বহুত ভাল লাগিল চাই। আমাৰ গাঁও ৰ কথা বোৰ জানিবলৈ বহুত মন আছিল আজি জনিলো । thank-you ❤❤❤❤❤❤

  • @itscute8339
    @itscute8339 Рік тому +240

    Ata kotha kou bea npaba.. parile manuh k eman details nuxudhiba( ki business kore ?..apuni ki business kore? ...) Jdi koi je business koru... Oh buli respect kori thoba.. because eitu olp personal details soboye koboloi vl npabo u pare... Question bur anykoi koriba jate answer dia jon nor olp comfortable hoi .. thank you ba

    • @JSSUnsscripted
      @JSSUnsscripted  Рік тому +8

      Ok

    • @Mwinecraft
      @Mwinecraft Рік тому

      Interview lua suali goraki bohot unprofessional hoi , guest r kotha tu finish koribole nidiye majote maati dye enke interview noloi sai u val nalage .
      Parile olop professionally knke interview loi blg podcast bur sai lobo , hodai guest k kotha tu complete koribole chance dibo lage . aru eta suggestion dim microphone hodai jdi duta guest thka duitake dibo lge aru nuare jdi normal mic loi lobo krn manuh jone kotha bur koi ase manuh joni e kiba kobo bisaruteu kobo para nai microphone tu usrt nai babe
      so eybur olop khyaal koribo tetia aru sai val lgb as a audience koisu bea vabe nolobo aru pare jdi interviewer joni change koribo bht video sau apunalukor teu bht unprofessional hoi kotha kobo aru questions hudhibo njne

    • @RJRVlogs
      @RJRVlogs Рік тому +8

      Ri8
      Iman details hudhibo nalage belegor buisness details.

    • @NAMASTEINDIA824
      @NAMASTEINDIA824 Рік тому +4

      Right words

    • @Smriti547
      @Smriti547 Рік тому +7

      Moi vabu nije ji kore hai2 koble kunu lajr kotha nhoi.jharu walar pora Ambani loike.jodi prokito antore njr kam2 k vl pai.

  • @gayatrymaladevikhound8801
    @gayatrymaladevikhound8801 Рік тому +9

    বৰ সুন্দৰ আপোনালোকৰ ভিডিঅ'বোৰ । নিখুঁত অভিনয় ।

  • @joshna7524
    @joshna7524 Рік тому +6

    ইমান সহজ সৰল দুয়োজন, আৰু আগুৱাই যাওঁক।।শুভকামনা থাকিল💕

  • @aaisu_1657
    @aaisu_1657 Рік тому +9

    আমাৰ গাঁও ইউটিউব চেনেলটি মোৰ খুউব প্ৰিয় ।চেনেল বুলি ক'লে আচলতে ভুল হ'ব ।এখন গাঁও ,এটি ধুনীয়া পৰিবেশ, এখন গাঁৱত থকাৰ দৰেই লাগে ।খুউব সুখী হ'লো দুয়োকে এই অনুষ্ঠানত দেখা পাই ।ভালেৰে থাকক সদায় ❤️

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому +13

    এফালে যাবলৈ কাপোৰ কানি পিন্ধি ৰেদি হৈ ম'বাইল টো খুলি ভিডিঅ'টো দেখি নোচোৱাকৈ থাকিব নোৱাৰিলো, ইমান দিনৰ পৰা চাই অহা চেনেল এটাৰ সাক্ষাৎকাৰ ,মোৰ দৰে বহুতৰেই তেওঁলোকৰ ভিতৰৰ কথাবোৰ জানিবলৈ ইচ্ছা আছিল,আজি জানিব পাৰি খুব লাগিল, ভিডিঅ'বোৰ চাই ইমান ভাল লাগে এখন চিনেমা চাই থকা যেন লাগে, তেওঁ লোকৰ লগত জৰিত সকলো লৈকে মৰম আৰু শ্ৰদ্ধা জনালোঁ, বাইদেউক আজি খুব ধুনীয়া লাগিছে 🥰🥰🥰🥰👌🥰👏🙏

  • @deka0038
    @deka0038 Рік тому +1

    লি জিকি য়ে সকলো খিনি কাম নিজে কৰে। তেওঁ সকলো নাৰীৰ বাবে এক সাহসৰ প্রতিক। তেওঁ ৰ কথা বাৰ বাৰ কৈছে। বহুত ভাল লাগিছে। ❤❤❤

  • @rajibkakati9203
    @rajibkakati9203 Рік тому +1

    Bhut vl lage Sai Amar gaon...r video bilak...kt Ghar Apunalukr..janabsn.....

  • @nikhitagogoi6795
    @nikhitagogoi6795 Рік тому +2

    Riju vindeu aru muna baa congratulations 👏 আগ বাহি যাওক আপোনা লোক........

  • @ranubarman857
    @ranubarman857 Рік тому +1

    এনেদৰে সদায় আগ বাৰহি গই থাকা ভিডিঅ টু ছাই বহুত ভাল লাগিল। ভগৱানে তোমালোকক মঙ্গল কৰক ❤❤❤❤❤🎉🎉🎉🎉🎉

  • @PurabiandRiyanVlogs
    @PurabiandRiyanVlogs Рік тому +14

    এগৰাকী বাইদেউৰ video বোৰ চাও বহুত ভাল লাগে।

  • @bitopigogoi1034
    @bitopigogoi1034 Рік тому

    খুব ভাল লাগে ভিডিঅ'বোৰ , দাদাক চিনি পাওঁ যেন লাগিছে

  • @banditapathak5617
    @banditapathak5617 Рік тому

    Aji baideuk bhut dhuniya lgise dei.apunar video bhut Val pau.Aamar gaou l lv U.

  • @phukonsir910
    @phukonsir910 Рік тому +1

    অতি সুন্দৰ, ভিডিঅ' বিলাক ভাল লাগে, সময় সুবিধা হ'লে এসাঁজ খামগে।
    আৰু আশা ৰাখিলোঁ

  • @anamikaray7936
    @anamikaray7936 Рік тому +33

    Khub vl lge dada aru baidor video bur sai akdom gaot thoka feel tu ahe logote akhon hundor Assamese film sowa nisina lge.

    • @kalpanahazarika311
      @kalpanahazarika311 Рік тому

      টুমালোকলৈ অষেখ ধন্যবাদ । আগবাঢ়ি জোৱা আক্ষিৰবাদ থাকিল ; থলগিৰি জিনদাবাদ ।

  • @beautigogoi2929
    @beautigogoi2929 Рік тому +15

    তোমাৰ গাৱলিয়া গাৱলিয়া ভাবটোৱে আটাতকৈ ভাল লাগে এনেকৈ কেমেৰাৰ আগত আহিলেও সই গাৱলিয়া হৈ আহিবা বুলি আশা থাকিল

  • @bindasananya6361
    @bindasananya6361 Рік тому +6

    এওঁলোকৰ বাবে বৰ আশাৰে বাট চাই আছিলোঁ, খুব ভাল কৰিলা এওঁলোকক মাতি, বৰ ভাল লাগিল জানিব পাৰি

  • @mdmadhurjay8144
    @mdmadhurjay8144 Рік тому +1

    Baidew aji apunak birat dhuniya lagise.aru videobur sai val lage aguwai jauk

  • @purnimakonwar8023
    @purnimakonwar8023 Рік тому +4

    আগুৱাই যাওক, আশীৰ্বাদ থাকিল।

  • @MousumiGogoi-x1i
    @MousumiGogoi-x1i Рік тому +1

    Mur priyo video bonuwa baa joni...bht vl lage aphbalukor gaon khon...nd bht vl lage 2mk
    ...

  • @parbinaborpatragohain6476
    @parbinaborpatragohain6476 Рік тому

    Hoisa aji bohut val lagil..dujon loght dakhai pai.

  • @silpisikhasaikia359
    @silpisikhasaikia359 Рік тому +12

    এওঁ লোকক মাতি অনাৰ বাবে JSS লৈ ধন্যবাদ

  • @saralarabha9972
    @saralarabha9972 Рік тому

    Hosakoi bhut val lagil bhut dinor pora apunalukor bikhy a janibo mon asil finely aji everything detailsot janibole pai bhut happy

  • @shikhigohain4851
    @shikhigohain4851 Рік тому

    Bht val lge video bur sai mi sdai sau amar gaon

  • @rupalichutiapriyanka4266
    @rupalichutiapriyanka4266 Рік тому

    চাও দে ভিদিঅ আজি ব হুত ধুনীয়া লাগিছে।

  • @dulalbez9175
    @dulalbez9175 Рік тому

    বাইদেউ আজি বুহুত ধুনীয়া লাগিছে

  • @H....Mahanta
    @H....Mahanta Рік тому +4

    এখেত সকলৰ ভিডিঅত কৈ ও চিন্তা ধাৰা খিনি আৰু বেছি ভাল লাগিল ❤❤

  • @preetirajkhowa3728
    @preetirajkhowa3728 Рік тому

    Bohut vaal lagil "amar gaon"or dampotihalok log pai.Apunaluk enedore agbahi jaok.....axesh xuvakamona jasisu❤

  • @madhavranjanassam9470
    @madhavranjanassam9470 Рік тому +3

    আমাৰ গাঁওৰ উপস্থাপন খুবেই ভাল লগা। আমাৰ একেবাৰে ওচৰতে। ইয়াতে ৰিজু দাৰ কষ্টৰ সলাগ লবলগীয়া।

  • @Tssfhuuuytfd
    @Tssfhuuuytfd Рік тому

    Bohu dinor opekhat aji dekhiboli pai bohu bhal lagil....
    Aru aguwai jaok ,amar gao...

  • @geetuboro7716
    @geetuboro7716 Рік тому +1

    Amar gaor dada aru bou duyu jonore interview dekhi bohut val lagil. Buhute apunalok duyure porisoi janiboloi opekha kori asil aji opekhar onto poril. 🎉❤🎉❤🎉

  • @BornaliGogoi
    @BornaliGogoi Рік тому +10

    মই ঠিকেই অনুমান কৰিছিলো এই নৈখন দিচাঙেই হব।ময়ো বৰহাটৰ ওচৰৰ, বিমলাপুৰৰ। বৰ ভাল লাগে ভিডিঅবোৰ।

  • @geetashreesaikia9729
    @geetashreesaikia9729 Рік тому +4

    এনেদৰেই থাকিব দেই সদায়। আগবাঢ়ি যাওঁক, বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।

  • @JoyshreeBora-zt1kq
    @JoyshreeBora-zt1kq Рік тому

    Dada Baidu Apunar lukor video sai bohut val laga

  • @namitabegum7811
    @namitabegum7811 Рік тому +3

    মইও চাও সকলো ভিডিও কিন্তু গাহৰি মাংস বনোৱা টো চাবলৈ ওলপ বেয়া লাগে বাৰু, ভাল লাগিল কথা খিনি শুনি।

  • @rinadeka2756
    @rinadeka2756 Рік тому

    ইমান সুন্দৰ চিন্তা ধাৰা দুয়ো গৰাকীৰ ভাল লাগিল।

  • @munmunhatimuria3940
    @munmunhatimuria3940 Рік тому +4

    বহুত ভাল লাগে বাইদেউগৰাকীক ৷ নামৰূপৰ বুলি জানি ৷ ময়ো নামৰূপৰে ৷ সদায় আগুৱাই যাওক

  • @mantunath6103
    @mantunath6103 Рік тому +1

    Bhut vall lage Apunalukr video sai

  • @rimonborah2890
    @rimonborah2890 Рік тому

    Bow k je khub val lage. Mon tu bea lagile eu lukor video saw. Thankyou so much eulukor interview lua babe ❤

  • @nitulgogoi962
    @nitulgogoi962 Рік тому

    Anuthantu sai bhal lagil duyujonoloi hubhesya thakil

  • @dipaligogoi553
    @dipaligogoi553 Рік тому +15

    আমাৰ গাওঁ সঁচাই হিয়াৰ আমঠু।অকল ভাল লাগে বুলি ক'লে ভুল হ'ব !! বহুত বেছি ভাল লাগে ❣️❣️

  • @PurabiandRiyanVlogs
    @PurabiandRiyanVlogs Рік тому +7

    এওঁলোকৰ বিষয়ে জানিব পাৰি বহুত ভাল লাগিল।।

  • @angitarajbongshi6006
    @angitarajbongshi6006 Рік тому +2

    Wait kri thoka video 2 finally aji pai glu❤bohut vl lagil Video r jogedi kothabur jani❤

  • @renuborah8910
    @renuborah8910 Рік тому

    Aguai jua asomor hokolu jiori buari jodi tumar dore hoi ami bohut gaurobanito holu hoi bohut bohut dhanyabad

  • @priyankagogoi5306
    @priyankagogoi5306 Рік тому +4

    Lot's of love from my side.... they present real Assam and promot local food.❤

  • @junalisaikia9163
    @junalisaikia9163 Рік тому +1

    আমাৰ গাঁওৰ বিষয়ে জানি ভাল লাগিল । মই আমাৰ গাঁওৰ ভিডিও চাওঁ বহুত ভাল লাগে ।

  • @ashimphukanassam1358
    @ashimphukanassam1358 Рік тому +30

    এইটো অনুস্থানলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ, সুখী হলো তোমালোকৰ সাক্ষাকাৰত, আগুৱাই যোৱা বহুত বহুত শুভেচ্ছা জনালোঁ। মই তোমাৰ মা ঘৰৰ ওচৰৰে স্বানীয় এখন গাঁৱৰে হয়।😊

  • @trideepchutiastatusvideo994
    @trideepchutiastatusvideo994 Рік тому +1

    আপোনাৰ লোকক এই অনুষ্ঠানটো বহুত আগ্ৰহৰে চালো

  • @DipenNath-hr8bp
    @DipenNath-hr8bp Рік тому +1

    My favorite thanks from andharpradesh Nellore distric

  • @ankurbaruah6380
    @ankurbaruah6380 Рік тому

    Khub Val lagile...ekebare khati axomiya.....😊😊

  • @sagorikadas6145
    @sagorikadas6145 Рік тому

    Bohut val paw ba apunalokor amar gawor chenel tu

  • @uddiptababusmakeovervlog4582

    বহুত ভাল লাগে আপোনালোকৰ video চাই ,মই পাঠশালাৰ পৰা চাও কেতিয়াবা খাবলৈ যাম

  • @dibyakshicomputerservices
    @dibyakshicomputerservices Рік тому +6

    চিনাকি ঘৰুৱা vibes love it🎉🎉 wow ❤❤

  • @polashchetia9099
    @polashchetia9099 Рік тому +1

    ata mone jani thakibo bisora interview tu palu manuh keijonor khub val lagil❤️

  • @khagenborah384
    @khagenborah384 Рік тому

    bohut val lage baidew r video bur

  • @namitahazarika8204
    @namitahazarika8204 Рік тому

    Bohut val lagil. Hodai sao aolukur video. Thank you so much. ❤

  • @abharanisonowal3099
    @abharanisonowal3099 Рік тому +1

    Bohut bhal lagil dei Namrupor buli jani..
    Amar gaon Sai. Bhal pau.

  • @gariyoshigogoi8648
    @gariyoshigogoi8648 Рік тому

    Bht vl lge video sai amar gaon r

  • @gayatreegogoi3212
    @gayatreegogoi3212 Рік тому

    Amar gaon channel tu bohut val lage sai...❤thank you so much❤val lagil video tu sai.

  • @nituboruah2647
    @nituboruah2647 Рік тому +1

    Apunaluke bht unique channel khulise... 👌👌👌👌

  • @nabamichellengmousumichell5980

    Amar gaon chenneltur video bur sai . Love from charaideo sonari bhojo

  • @JayaDas-ix3oi
    @JayaDas-ix3oi Рік тому

    2jonk khub val lagise dadak aji he dekhilo

  • @upasna3097
    @upasna3097 Рік тому

    Moi baidor pra bohut khana bonabole hikilu khb bhl lge amr gaon chnl tu sai khub bhl lgil teolukor monor kotha huni

  • @nilakhidevi3313
    @nilakhidevi3313 Рік тому

    Video jiman dhunia manuh dujanu ximanei dhunia.

  • @munmeesvlogkitchen8712
    @munmeesvlogkitchen8712 Рік тому

    Apunalukor vedio jidina moi prothom saisilu haidinai koisilu j apunaluk bhut agbarhi jabo... Hyai aji bastobot porinot hol... Val lagil sai...

  • @rijumoninathneog7065
    @rijumoninathneog7065 Рік тому +6

    কথা খিনি জানিবলৈ সদায় মন গৈ থাকে ,সদায় ভিডিঅ চাও তেওলোকৰ ,আজি জানি বহুত ভাল লাগিল । সকলোকে বহুত বহুত ধন্যবাদ ।🙏

  • @rimaborkakoty3918
    @rimaborkakoty3918 Рік тому +1

    সুন্দৰ

  • @pranjalsarma8752
    @pranjalsarma8752 Рік тому

    বৰ ভাল লাগিল । মই গুৱাহাটিত থাকো । আপোনালোকৰ লোকেচনত এসাজ ভত খাবলৈ যাম ।

  • @soniyasonowal5803
    @soniyasonowal5803 Рік тому

    Apunalukor video hodai saw....bohut bohut vl lage .....gawr nivaj sobi bur hei poribekh bur nod nodi ai hokolu bure monot haj bohuai dia...apunalukoloi antorik ovinondon thakil agbahi jawk hodai......

  • @SaitendraKalita-zj5xv
    @SaitendraKalita-zj5xv Рік тому

    Aolukr interview sabole bat Sai asilu..bahut Val lagil ❤️❤️❤️❤️🥰🥰🥰🥰

  • @debajitnath4101
    @debajitnath4101 Рік тому +4

    Eolokar interview sabo roi asilo.Bahut besi Val lagil❤️❤️❤️❤️❤️❤️eolokr video dayli Sao❤️

  • @souravgogoi225
    @souravgogoi225 Рік тому

    Bohut val lagile o ba.bohut dinor pora Sai acilu apunar videot bak pam buli.

  • @pratimahazarika6534
    @pratimahazarika6534 Рік тому

    Finally aaji baideur interview saboloi Palu .Tq

  • @chayanikagogoi7726
    @chayanikagogoi7726 Рік тому +31

    লিজিকী সকলোৰে বাবে আদৰ্শ আকৌ বিচাৰিছো ছাইনাৰ মৰম লগা ছোৱালী জনীক❤@liziqi miss you ❤❤

  • @mousumigogoi9188
    @mousumigogoi9188 Рік тому

    Baa vindow ❤️ আগুৱাই যাওঁক 👍

  • @barashasaikia572
    @barashasaikia572 Рік тому +1

    Khub val paw baideu gorakir Vedio sai ❤🥰.. ruh kiba ata vl lgy ❤

  • @progatigogoi6963
    @progatigogoi6963 Рік тому +31

    বহুত দিন বিচাৰি আছিলোঁ।এই গাঁওখন কʼৰ? মানুহগৰাকীৰ পৰিচয়! আজি দেখি,জানি খুবেই ভাল লাগিল ❤

  • @kangkanabaruah7322
    @kangkanabaruah7322 Рік тому +1

    Bor hundor channel

  • @kabitabordoloi7917
    @kabitabordoloi7917 Рік тому +1

    Aamar gaon a sau blg nsaleu ..khub vl lge❤

  • @MohendraChutia-j9h
    @MohendraChutia-j9h Рік тому +2

    Bahut val lagil amar gau mur priyo chanel.tumaloiu bohut dhanyobad thakil tumar pora teulukor bikhoye janibo pari❤

  • @juridas4043
    @juridas4043 Рік тому +1

    বহুত ভাল লাগে ❤বা vedio বোৰ চাই ❤

  • @gitashreesaikia8990
    @gitashreesaikia8990 Рік тому

    Khub val lage aeulukor channel tu khub simple .. recipe bur tholuwa babei val lage

  • @nabajyotisaikia242
    @nabajyotisaikia242 Рік тому +16

    আপোনালোকৰ ভিডিঅবোৰ একেবাৰে খাটি❤️

  • @monmonibharaliborah3275
    @monmonibharaliborah3275 Рік тому

    Amar gaon r potitu video sau....eman khini najana kotha janilu bhal lgil...

  • @polibora2358
    @polibora2358 Рік тому

    BHT dhunia lgise bowk

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +9

    আমাৰ গাঁও চেনেলটি অত্যন্ত প্ৰিয় আমাৰ। দুয়োগৰাকীকে দেখি, তেওঁলোকৰ বিষয়ে জানি বহুত ভাল লাগিল। তেওঁলোকৰ পৰিয়ালটিৰ সৰলতা আমাৰ বহুত ভাল লাগে। আছলতে সৰলতাই মানুহৰ ভূষণ। তেওঁলোকৰ উন্নতি হওক তাকেই কামনা কৰিলোঁ।

  • @hemalatahazarika6769
    @hemalatahazarika6769 Рік тому +1

    বৰ ভাল লাগিল।

  • @neelimdas7746
    @neelimdas7746 Рік тому +4

    তেওঁ ভিদেও বোৰ বহুত ভাল লাগে