জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক | pig farming in assam
Вставка
- Опубліковано 14 гру 2021
- জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক | pig farming in assam
এখন সৰু গাহৰি ফাৰ্মে পদে পদে তৰাইছে এজন যুৱকৰ অৰ্থনৈতিক বিপৰ্যয়ৰ দিনবোৰত ৷
এই ফাৰ্মৰ গাহৰি বিক্ৰী কৰিয়েই তেওঁ মাতৃৰ চিকিৎসাৰ বাবে লগা ধাৰ পৰিশোধ কৰিছে ৷
এই গাহৰি ফাৰ্মৰ গাহৰি বিক্ৰীৰ ধনেৰেই সাজিছে পকী ঘৰ ৷ কিনিছে বাইক আৰু গাড়ী ৷
হয় তীব্ৰজ্যোতি ফুকন নামৰ নাওবৈচাৰ আহোম গাঁৱৰ এজন যুৱকৰ কাহিনী এয়া ৷
কলেজত পঢ়ি থকা অৱস্থাতে দেউতাকে অন্য এগৰাকী মহিলাক বিয়া কৰাই ঘৰৰ পৰা আঁতৰি যোৱাৰ পাছতে তীব্ৰজ্যোতি জীৱন হৈ পৰে অন্ধকাৰচন্ন ৷
ইয়াৰ গেৰেজত কাম কৰি আনৰ অধীনত শ্ৰমিকৰ কাম কৰি ভাগৰি পৰে তেওঁ ৷ কিন্তু এদিন ইুটিউবত গাহৰি ফাৰ্ম দেখাৰ পাছৰে পৰা তেওঁ এক আশাৰ ৰেঙনি দেখা পায় আৰু আৰম্ভ কৰে এখন ক্ষুদ্ৰ গাহৰি ফাৰ্ম৷
এতিয়া জীৱন যুঁজৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰি ফাৰ্মখনে সকাহ আৰু সাহস দিছে তীব্ৰজ্যোতিক৷ আহকচোন তেওঁৰ মুখেৰেই জানো সকলো কথা ৷
uparjan.in
মইও সৰুকৈ গাহৰি ফাৰ্ম এখন আৰম্ভ কৰিছো।সকলোৱে আশীৰ্বাদ কৰিব।
।। গাহৰি পালক সকলৰ জয় হওঁক।।
Best of luck brother
ua-cam.com/channels/e4r8_zO0aDrXO1j7i8c0iQ.html
Gahori pragnent koribo hole Beji die ne motar logt korai.
Best of luck bro
আগলৈ লৈ আগবাঢ়ি যাওক মোৰ ফালৰ পৰা বহুত খুৱেচা থাকিল 👍👍
জীৱনৰ আন এটি নাম হ'ল সংগ্ৰাম। ধন্যবাদ।
Bht bht aguwai juwa bholanath ajibon tmr lgt asa.
সচাঁই দুখ লগা কাহিনী মোৰ চকুৰ পানী ওলাই গৈচে, আপুনি আগুৱাই যাওক আপুনি আমাৰ দৰে মানুহৰ প্ৰেৰণা ।
ভাল লাগিল আপোনাৰ কাহিনী শুনি🙏🙏🙏
সুন্দৰ পদক্ষেপ দাদা । মোৰ মনত আশা আছে গাহৰি ফ্ৰাম এখন কৰিবলৈ।
বৰ ভাল কাম কৰিছে ককাইদেউ ৷নাওবৈচা গ’লে লগ কৰিম ৷
বহুত ভাল লাগিল আপোনাৰ পৰামৰ্শবোৰ, লগতে আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ
Apunar kothabilak huni aplut holu, Bhogowane apunak hodai akhirbaad korok, moyu bhabu gahori farm korim buli kintu thair obhab. Apunar video sai bhal palu.
Val lagil apuni aru aguai jaok
Val lagile aneke apuni aguai jouk
Nice 👍👍
ধুনীয়া
God bless you
Dada aponer kahini xuni abegote sokur Pani olal. Apuni sage Biswas nokoribo .aponer jubin kahinir logot mor mil ase .dhanyabad thakil.
শুভেচ্ছা থাকিল
Val lagil video2 sai.
Inspirational 👍👍👍
সুন্দৰ পদক্ষেপ
You're right fighter
good job...
Bohut val lagile kotha bilak Xosa kotha koise Monor kotha vogobane apunak xohai kore jen
Aaguwai jauk 🙏🙏🙏
Keep on.
Good job 👍👍
Val bohut besi val anekoi agbahigaok amiyu sesta korim
Good job 👌👌👌👌👌
gd job
Moja dada aru aguayai jawok moiu fram korim buli vabisu aitya poisa pati naikiya hoi ass
Dada jon bohut vl... Bohut hohoj horol
Aru aguai jog apuni huvesaa thakil....
Nice
Honest person 🤗🤗
👌👌
দাদা আপুনি আগুৱাই যাক
Good decision
We need something else other than "Gahori farm". Everyone is doing the same thing.So, other ideas are much more appreciated.
Arunachal hoi hoi hoi.
Tq Dada🤗🤗
bohut hundor , kintu youtub 2005 he ahixil .
Aisha goat farm টো চাব । আপোনাৰ videoটো ভাল লাগিছে
Ma mein. Aru tumi mohan .moiu ahum👍
aguyai jauk triboo daa
Xarol mono dada jon aru agbahi jawak tare kamona korilu
Gavene hua keman den pesot pulai dea
Lokel murgir farm keneki bonwa hoi abr jonai dibo dada
বন্ধন বেংকৰ ভাল দিশ এইবোৰ ৷
Moiu akhn khulim vabisu kokaidew mul dhon kimn lagibo
Dada, মোক Yorkshire puwali লাগিছিল। আপোনাৰ নম্বৰ টো দিব
Dana. Kom. Kom. Khale. Ki. Dibo. Lage
Dana ki diye Dada jonabo nissoy akha rakilu..Karon muru ata hopun pig pram kular
এখেতৰ ঘৰ কোন ঠাইত কৱ নেকি।
দাদা গাহৰি এজনি service দিয়া পাছতো গাভিনি নোহোৱা কাৰণ টো কি বাৰু জানে যদি জনাব চোন
Correct location kun jugat ase
Moiu gahari frame akhan hulim buli vabisu apunaloka akhibad kariba
10 by 10 room to keita gahori rokha jay kobasun. Please replay
Fattening korile.. max 6ta rakhibo paribo
Apuni hofol hok
Aapuni Upadhi Ki Likhe Janabosun
থানা অলপ কমকৈ দিছে চাগে আপুনি গাহৰিবোৰ সকত হোৱা নাই!অলপ বেছিকৈ দিব চোন।
Sorry দানাতো থানা হৈ গ'ল।
Puali Pam neki dada
Dada no t lge
Contect no pam ni puwali lagisil
Number tu diyok dada
Aapuni Bahut Kosto Korile Uporali Saku.meli Sale
Dada number tu dibo sun
Phone number to dib parile
God bless you
aguyai jauk triboo daa