বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’

Поділитися
Вставка
  • Опубліковано 16 вер 2024
  • আজি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি
    হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ প্ৰতিটো নামঘৰ আৰু সত্রানুষ্ঠান
    বৰগীত, কীৰ্তন আৰু টোকাৰী গীতেৰে ষ্টুডিঅ’ত আজি ‘গুৰু বন্দনা’
    বিদ্যাসাগৰ আৰু ৰিজুমণি গোস্বামীৰ সহশিল্পীসকলৰ বিশেষ অনুষ্ঠান
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘গুৰু বন্দনা’
    #PratidinTime #TirobhavaTithiofMahapurushSrimantaSankardeva #assam #show #GuruBondona

КОМЕНТАРІ • 61

  • @commandolovers2.036
    @commandolovers2.036 11 днів тому +24

    অতি সুন্দৰ অনুষ্ঠান আগলৈকো এনেকুৱা অনুষ্ঠান লৈ আহিব। ভাল লাগিল নিতুমণি দা

  • @thunugogoi4801
    @thunugogoi4801 9 днів тому +2

    অনুষ্ঠান টি চাই বহুত বহুত ভাল লাগিল ।নিতুমণি শইকীয়া ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জনালোঁ

  • @mridulasaikia7431
    @mridulasaikia7431 10 днів тому +4

    গুৰুজনক হৃদয়ৰ পৰা অজস্ৰ সেৱা জনাইছো । সুন্দৰ অনুভৱ সুন্দৰ অনুষ্ঠান। কৃষ্ণ কৃষ্ণ

  • @dilipsaikia2179
    @dilipsaikia2179 9 днів тому +2

    এই ভাগ ---জয় হৰি গোবিন্দ -কি বুলি গালে বুজি নাপালো। কীৰ্তন নে,দিহা নে--আন কিবা ভাগ😊

  • @hiteshdas7174
    @hiteshdas7174 10 днів тому +1

    নিতুমনি দাঙৰীয়া আপোনাক ধন্যবাদ। এনেকুৱা এক সুন্দৰ অনুস্থান পৰিবেশন কৰা বাবে। সঁচাকৈয়ে বহুত ভাল লাগিছে ।

  • @jyotikamalamchi938
    @jyotikamalamchi938 10 днів тому +1

    সঁচাকৈ সুবেই সুন্দৰ অনুষ্ঠান, কৃষ্ণ কৃষ্ণ ৰাম ৰাম।

  • @satyajitnath7616
    @satyajitnath7616 12 днів тому +4

    বিদ্যা সাগৰ দা বহুত বহুত ভাল লাগিল 🙏🙏🙏

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 12 днів тому +2

    অতি সুন্দৰ লাগিল অনুষ্ঠান টি

  • @nilimadas9435
    @nilimadas9435 9 днів тому +1

    😮ভাল লাগিল।।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 12 днів тому +2

    বৰ সুন্দৰ অনুস্থান ভাল লাগিল।

  • @rakhihandique1701
    @rakhihandique1701 2 дні тому

    Krishna 🙏 🙏 🙏 🙏

  • @jodumonidewri7144
    @jodumonidewri7144 9 днів тому

    জয় গুৰু শংকৰ🙏

  • @hndekari8011
    @hndekari8011 12 днів тому +4

    সামাজিক বিভেদ-বৈষম্য; অস্পৃশ্যতা আদি শংকৰ-মাধৱৰ দৰ্শনবিৰোধী মানসিকতা আমাৰ সত্ৰ-নামঘৰৰ পৰাই নিৰ্মূল কৰাৰ অভিযান চলিব লাগিব ৷৷

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 9 днів тому

    সুন্দৰ অনুষ্ঠান কৰিছে ,🙏🙏👏

  • @dilipsaikia2179
    @dilipsaikia2179 9 днів тому

    জয় গুৰু শঙ্কৰ! কৃষ্ণ!!

  • @HemantaBorah-u7h
    @HemantaBorah-u7h 12 днів тому +3

    গুৰু জনাৰ প্ৰতি সন্মান জনাই প্ৰতিদিন টাইমে আগবঢ়োৱা এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰাৰ লগতে প্ৰতিদিন টাইমৰ সম্পাদক নিতুমনি ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷

  • @r.ctalukdar1659
    @r.ctalukdar1659 10 днів тому +2

    মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো যিহেতু আমাৰ মাতৃভাষা অসমীয়া ৰোমান লিপি ৰে লিখা টো অশোভনীয়।

  • @kanchonbori5520
    @kanchonbori5520 10 днів тому +4

    আমি ভাবু বৰগীত ভাগি গোৱাৰ আগতে ৰাগ ভাগি গোৱাৰ প্ৰয়োজন কাৰণ মহাপুৰুষে ৰাগ ভাগি প্ৰতিতো বৰগীতত বান্ধি থোৱা হৈছে। কৃষ্ণ অপৰাধ বিধান।

    • @AnitaMaut
      @AnitaMaut 10 днів тому +1

      Krishna kothakhar hoi daru rag bhagi guwa usit

  • @bivusaikia5909
    @bivusaikia5909 12 днів тому +2

    চম্পক বহুত ভাল বাঁহী বজাইছ আগুৱাই যা

  • @dilipsaikia2179
    @dilipsaikia2179 9 днів тому

    নিতুমনি দেৱৰ প্ৰচেষ্টাক শলাগ ললো

  • @DIBYAJYOTISIL-xd8xk
    @DIBYAJYOTISIL-xd8xk 9 днів тому

    ❤❤❤❤❤❤❤❤❤❤

  • @minik1ng969
    @minik1ng969 8 днів тому

    Dhunia poribason

  • @protimaboruah682
    @protimaboruah682 10 днів тому

    Joy guru sankar

  • @nripendeka9800
    @nripendeka9800 9 днів тому

    sunddar kantha 🌷👌🌷

  • @ArunaBorah
    @ArunaBorah 10 днів тому

    Dhaynabad. Nitumani.

  • @AjitavChoudhury
    @AjitavChoudhury 10 днів тому +1

    🙏.... Khub dhuniya......

  • @jeetborgohain1302
    @jeetborgohain1302 11 днів тому +2

    তালযোৰ এনেদেৰ থোৱা আমি সত্ৰ, নামঘৰত দেখা নাই।

  • @ajitborgohain9085
    @ajitborgohain9085 9 днів тому

    😊

  • @bitupandas2114
    @bitupandas2114 11 днів тому +2

    চেলেং খন লোৱা হোৱা নাই। কৃষ্ণ। অপৰাধ নধৰে যেন।

  • @chintudas3751
    @chintudas3751 12 днів тому +1

    🙏🙏🙏🙏🙏

  • @amiyaborah9305
    @amiyaborah9305 10 днів тому

    কৃষ্ণ।প্ৰ তিদিন টাইমক বহু ত বহু তধন্যবাদ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 10 днів тому

    সুন্দৰ অনুষ্ঠান

  • @anjugogoi2390
    @anjugogoi2390 11 днів тому

    Nomosker..khub.val.lagil

  • @chandraprasadsaikia8399
    @chandraprasadsaikia8399 9 днів тому

    নাম গাবলৈ বহি যেতিয়া কীৰ্তন চৰ্চা কৰা হয় তেতিয়া বৰতাল ব্যৱহাৰ কৰা হয় আৰু ইয়াক বিশেষ শ্ৰদ্ধাৰে স্থাপন আৰু ব্যৱহাৰ কৰা হয়, এটা চেনেলত নাম গাবলৈ বহি নিজৰ বহা আসনতে দুয়ো ফালে তাল যোৰ লুটিয়াই অবগ্যাৰে থোৱা দেখি মনোকষ্ট পাইছোঁ, গুৰুজনাৰ অবদান ভাগীকে অপমান কৰা যেন লাগিল ।

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 12 днів тому +2

    বামুণ নহয় বামন হে। কৃষ্ণ অপৰাধ নধৰে যেন

    • @AnitaMaut
      @AnitaMaut 10 днів тому

      Krishna amar manuhbure heituy bhul kore

  • @koushikdas5140
    @koushikdas5140 11 днів тому

    🙏🙏🙏

  • @dipuboruah7300
    @dipuboruah7300 10 днів тому

    ❤❤

  • @ABINASHAk47
    @ABINASHAk47 10 днів тому

    Kishno kishno 😊

  • @purabichetiapurabichetia7703
    @purabichetiapurabichetia7703 10 днів тому

    Hundar

  • @BhaskarBoruah-e7c
    @BhaskarBoruah-e7c 12 днів тому

    Bar bhallagieal Ritu bhakatlai namaskar ❤❤

  • @70nochetiagaongaurisagar47
    @70nochetiagaongaurisagar47 10 днів тому

    Val lagil

  • @dipuboruah7300
    @dipuboruah7300 10 днів тому

    আমাৰ নেগেৰা নামৰ গুৰি ধৰোতা কৰিশ্মা নাথ'ক নিমন্ত্ৰণ নজনালে নেকি 😄

  • @anjugogoi2390
    @anjugogoi2390 11 днів тому +1

    Khub.val.lagil

  • @UmakantaDihingia
    @UmakantaDihingia 12 днів тому

    Bor val lagil

  • @gajendranathsaloi5362
    @gajendranathsaloi5362 10 днів тому

    নিতুমনি ডাঙৰীয়া আপোনাৰ কামবিলাক অলপ unique ।গতিকে এনেধৰণৰ অনুষ্ঠান বিলাক অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক জ্ঞান দিয়াৰ চেষ্টা অব্যহত ৰাখিব।

  • @manjirachowdhury667
    @manjirachowdhury667 9 днів тому

    বৰগীত ভাগ, বৰগীত টো নহয়।😪🤔

  • @ramenchpatowary5693
    @ramenchpatowary5693 10 днів тому

    বেকাকৈ কিয় ভাৱে ??

  • @pritomsaikia729
    @pritomsaikia729 9 днів тому

    দেৱ বাদ্য তাল ভাগ তেনে দৰে নথয়

  • @tarungogoi
    @tarungogoi 9 днів тому

    Nitumoni saikia amoni lagile... mukha pindha jen lage

  • @manikborahmor7850
    @manikborahmor7850 10 днів тому

    প্ৰতিদনৰ মুখ্য সম্পাদক নিতুমণি শ ইকীয়া প্ৰমুখ্যে প্ৰিয় গায়ক বিদ্যাসাগৰ লৈ নমস্কাৰ! এটা হ'ল যে আপোনাৰ সবে নিশ্বয় জানে কৃষ্ণৰ জন্মাষ্টমী তীথীৰ আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মাষ্টমী তীথী পটা হয় কিন্তু বহুতো ধৰ্মীয় সমাজত কৃষ্ণ কৃষ্ণ আৰু মহাপুৰুষ শংকৰদেৱৰ তীৰু ভাৱ তিথী নাপাতে কিয় ইয়াৰ কাৰণ কি? কীৰ্তন দশম ঘোষা ৰত্নাৱলী বড়গীত আৰু ভাগৱতে মহাপুৰুষ শংকৰদেৱৰ তীৰুৱাভাৱ তিথি পাতিবলৈ নিৰ্দেশ দিছেনে ? মৃত্যু কাৰ হয়? আপোনাসৱে নিশ্বয় জানে সেয়েহে কৃষ্ণৰ তিৰুভাৱ তিথি কিয় পতা নহয় কষ্ণয় ও দেহ ধাৰণ কৰিছিল দশ'ক সকলক জনালে কৃতাৰ্থ হ'ম ।

    • @akhildeka9431
      @akhildeka9431 9 днів тому

      আমি মাধৱদেৱ শঙ্কৰ দেৱৰ তিৰুভাব তিথি নাপাতো,,

  • @AnitaMaut
    @AnitaMaut 10 днів тому

    Krishna nitumoni da hosakoi gurujona moril janu gurujona amar hidoyr majot thoka nai janu mur mote morar dintu patib nalage

  • @DipuBora-d1c
    @DipuBora-d1c 10 днів тому

    নিতুমনি দা আপুনি তাল বজাব জানে

  • @jetukimech3484
    @jetukimech3484 10 днів тому

    বামুণ নহয় বাপ। বামণ হয় নেকি

  • @user-to6tl3lq4b
    @user-to6tl3lq4b 11 днів тому

    বৰ গীতটোত তালটো কিয় ভুল কৈ বুজাইছে

  • @anjugogoi2390
    @anjugogoi2390 11 днів тому

    Nomosker..khub.val.lagil