জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ - মুখ্যমন্ত্ৰী

Поділитися
Вставка
  • Опубліковано 22 січ 2024
  • জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ সম্পদ - মুখ্যমন্ত্ৰী
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 540

  • @bikashkakati4546
    @bikashkakati4546 5 місяців тому +27

    আপুনি ভালদৰে জীয়াই থাকোঁতে সন্মান দিব বা দিয়া কাৰনে সৰ্বশ্ৰেষ্ঠ
    মুখ্য মন্ত্ৰী ❤❤❤,, শেষত jay জুবিন দা ❤❤❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 5 місяців тому +30

    জুবিন ককাইদেউ লৈ মৰম যাচিলো❤NEWS LIVE Loi অভিনন্দন জনালোঁ❤

  • @j.swargiari1323
    @j.swargiari1323 5 місяців тому +10

    মুখ্য মন্ত্ৰী হিমন্তবিশ্ব sir আৰু news live এ আগবঢ়োৱা জুবিন গাৰ্গৰ এই উল্লেখনীয় পদক্ষেপৰ বাবে বহু ত বহুত ধন্যবাদ থাকিল। লগতে মুখ্য মন্ত্ৰী sir. ৰ বক্তব্য ই যথেষ্ট আবেগিক কৰি তুলিছে 🙏🙏🙏🙏🙏

  • @danieldefoe2179
    @danieldefoe2179 5 місяців тому +36

    জুবিন গাৰ্গে জীৱনৰ ঘাত-প্ৰতিঘাত সমুহক গুৰুত্ব নিদি সাংসাৰিক জীৱনৰ পৰা দূৰত থাকি অসমৰ সাংস্কৃতিক জগতখনক প্ৰগতিৰ হকে কাম কৰা এনে এজন মহান শিল্পী প্ৰতিজন অসমীয়াৰ বাবে চিৰস্মৰণীয়........ সচাঁকে, জ্যোতি-বিষ্ণু-ভূপেনৰ পিছতেই জুবিন গাৰ্গ ।

    • @chandanadas6658
      @chandanadas6658 2 місяці тому

      আমার দেশৰ অমূল্য সম্পদ । তেওক অতি যতনৰে ৰখা উচিত।

  • @priyakshi
    @priyakshi 5 місяців тому +59

    জুবিন দা সদাই আনতকৈ পৃথক,আৰু আগুৱাই যাওক❤

  • @dhanjitpathak5589
    @dhanjitpathak5589 5 місяців тому +95

    সেই বাবে জুবিন দা সদায় একক আৰু অনন্য ❤❤❤❤❤ জুবিন দা জিন্দাবাদ

  • @Frustratedmitu
    @Frustratedmitu 5 місяців тому +12

    স্কুল বিলাকত যেনেকৈ ভূপেন্দ্ৰ সংগীত , জ্যোতি সংগীত, ৰাভা সংগীতৰ অনুষ্ঠান পাতে তেনেদৰে এতিয়াৰ পৰা যেন "জুবিন গাৰ্গ সংগীতো" যেন পাতে ❤

  • @NabajitSaikia-le3nz
    @NabajitSaikia-le3nz 5 місяців тому +98

    জুবিন দাৰ গানেৰে মন জীপাল কৰি তোলে।❤❤❤

  • @BipulSonowal-qz5bm
    @BipulSonowal-qz5bm 5 місяців тому +5

    জুবিন গাৰ্গ জীয়াই থাকোতেই ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' প্ৰদান কৰিব বুলি সমগ্ৰ অসমবাসীৰ অধীৰ আগ্ৰহৰে অপেক্ষাত । বহোত কৰিলে জুবিন গাৰ্গে অসমীয়া জাতিটোৰ কাৰনে ..শিকাই গল কেনেকৈই একত্ৰিত থাকিব লাগে গানৰ মাধ্যমেৰে । অধীৰ অপেক্ষাত ভাৰতৰ সৰ্বোচ্চ সন্মান ' ভাৰত ৰত্ন ' । Love you জুবিন দা । From Dhemaji....❤❤❤❤❤

  • @BeaTbabA..
    @BeaTbabA.. 5 місяців тому +17

    এই কলি যুগত আজি প্ৰথম বাৰ দেখিছো যে কোনোবাই কাৰোবাক হিয়া ভোৰা সন্মান দিছে ?!❤❤❤❤

  • @akashpatarofficial5946
    @akashpatarofficial5946 5 місяців тому +47

    সেই বাবেই আমাৰ জুবিন দা সকলোতে কৈ অ পীঠ কীয় জায় জুবিন দা 👍

  • @kajaldeb6178
    @kajaldeb6178 5 місяців тому +10

    মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ বহুমুলীয়া শব্দ বাক্য ভাষনে মোক মোৰ ক্ষুদ্ৰ শিল্পীৰ অন্তৰ চুই গল,আগলৈও এনে মূল্যবান ভাষন শুনিবলৈ পাম বুলি আশা কৰিলো ধন্যবাদ।

  • @amiokachari4375
    @amiokachari4375 5 місяців тому +62

    সঁচাই এনে চৰিত্ৰ কোনো দিনে এই দুজনৰ মনৰ কথা মুখ্যমন্ত্ৰী আৰু জুবিনৰ অসমৰ জন গনে শুনা নাই !"❤❤🙏🙏,"

  • @amarjyotitalukdar-zh7wu
    @amarjyotitalukdar-zh7wu 5 місяців тому +15

    Apuni vale thakok Zubeen da apuni bht abeg hoi amar....love you so much ❤

  • @DipankaSharma
    @DipankaSharma 5 місяців тому +15

    CM is really a good speaker. situation specific Kotha kuwar feelings., style xikibo logiya. people easily gets motivated. He is really fit for politics.

  • @runubaruah60
    @runubaruah60 5 місяців тому +23

    বৰ ভাল লগে , যেতিয়া এজন প্ৰকৃত শিল্পী,সাহিত্যিক, সংগীতজ্ঞ , কবি আদি মহান পুৰুষ-মহিলা সকলে প্ৰকৃত সময়ত পুৰস্কৃত হয় , তেখেতসকলৰ সমাজলৈ অৱদানৰ বাবে। কিন্ত অতি দুখ লাগে যেতিয়া এনে মহান ব্যক্তিসকলক জীৱনৰ অন্তিম মূহুৰ্তত স্বীকৃতি প্ৰদান কৰা হয় অথবা মৰণোত্তৰ ভাবে, যেতিয়া সেই স্বীকৃতিৰ কোনো মূল্য নাথাকে ।

  • @BikramDewri-pj4ik
    @BikramDewri-pj4ik 5 місяців тому +8

    অসমৰ চুকে কোনে সকলোতে সকলোৰে অন্তৰত জুবিন দা আছে। জয় জুবিন দা।❤❤❤❤❤

  • @SafikulIslam-mc3zj
    @SafikulIslam-mc3zj 4 місяці тому +4

    Zubeen da তেজে তেজে বৈ আছে।❤❤❤ জুবিন দা আমাৰ অসমৰ দুৰ্লভ সম্পদ আৰু গৌৰৱ।❤❤❤।

  • @basisthaacharya6590
    @basisthaacharya6590 5 місяців тому +12

    জুবিন গাৰ্গ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ ব্যক্তি যিজন সৰ্বকালৰ অসমীয়া।

  • @lh_fsh
    @lh_fsh 2 місяці тому +2

    Always Zubeen daa❤❤....imane bhal paun, jitu hobdore prokas koribo nuaru 💕💕💕

  • @sankarjyoti1267
    @sankarjyoti1267 5 місяців тому +8

    সদায় হৰিনাম শুনক জুবিন দাৰ বহত ভাল‌ লাগে । জয়‌ জুবিন দা 😊❤❤🎉

  • @biswaborah2219
    @biswaborah2219 5 місяців тому +14

    100%hosa ....amar life ❤ zubeen da❤

  • @rashmiborah1103
    @rashmiborah1103 2 місяці тому +1

    অভিনন্দন শ্ৰদ্ধাৰ প্রিয় শিল্পীজনালৈ ভগৱানে ভালে ৰাখক🙏♥️💐♥️🙏

  • @babitadas3621
    @babitadas3621 5 місяців тому +12

    খুউব ভাল পালোঁ,,,,

  • @robinkvlogs5178
    @robinkvlogs5178 5 місяців тому +7

    আজীৱন লইকি ভাল পাই থাকিম জুবিন দা 🙏😘🥰💚🪔🇳🇪

  • @ritamdeka9246
    @ritamdeka9246 5 місяців тому +3

    মামাই জুবিন দাক সন্মুখত বহুৱাই বহুত গুণ সলাগিছে,ভাল লাগিল । এটা কথা থিক , জুবিন দাৰ গান অসমত আৰু ১০০-১৫০ বছৰ চলিব । আশা কৰো মামাৰ ৰাজনৈতিক কালৰ সময়তো যাতে জিলিকক। কথা খিনি এইকাৰণে কলো , মামাক নিজৰ মানুহে ভিতৰে ভিতৰে তেখেতে গম নোপোৱাকৈ থগি থকা যেন অনুভৱ কৰিছো ।

  • @pranjyotisarmah3484
    @pranjyotisarmah3484 5 місяців тому +9

    Bhal lagil mama zubin k diar babe.... 👌

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 5 місяців тому +5

    জয় জুবিন দা❤❤❤

  • @KangkonaMahanta-uz4mq
    @KangkonaMahanta-uz4mq Місяць тому +1

    সঁচাকৈ , জুবিন দাৰ প্ৰতিভা আমাৰ অতিকৈ প্ৰিয় ❤❤❤
    ভগৱানে সদায় কুশলে ৰাখক 🙏

  • @dhrubakonch4498
    @dhrubakonch4498 5 місяців тому +8

    Wonderful program for our legend zg ❤🙏

  • @stargamingchannel4526
    @stargamingchannel4526 5 місяців тому +19

    Zubeen da❤❤❤❤

  • @ratulmitra2306
    @ratulmitra2306 5 місяців тому +16

    Long live Zubeen Da❤️Stay Blessed.Proud of you Dada

  • @jollywoodworld7395
    @jollywoodworld7395 5 місяців тому +5

    Jiyai thakute emn morom diya karone bhut dhonyabad .parile padmashree teuk diok❤

  • @manashvlogs2003
    @manashvlogs2003 5 місяців тому +4

    Thank you news live ......zubin amar hosake hompod......jai aai axom

  • @dipengogoi5076
    @dipengogoi5076 5 місяців тому +6

    জুবিন দা অসমীয়া
    সকলোতে অসমীয়া আশাবাদী মৰম ১নং

  • @user-ic1ld3jo3l
    @user-ic1ld3jo3l 5 місяців тому +7

    জুবিন দা। ❤❤❤❤❤😊

  • @konwarmili3401
    @konwarmili3401 5 місяців тому +7

    Mama thank you,,Jay zubeen da

  • @user-os1os6uk4d
    @user-os1os6uk4d 4 місяці тому +4

    ❤❤❤ জুবিন ❤❤❤cm himont sir

  • @taznurdhaq8689
    @taznurdhaq8689 5 місяців тому +6

    জুবিন পৃথীৱীৰ পৰা পৃথক

  • @nayakinfo4613
    @nayakinfo4613 5 місяців тому +5

    সেইটো কথা আমি হাড়ে হিমজুৱে অনুভৱ কৰো যে জুবিন গাৰ্গ অসমীয়া ৰ জাতিয় জীৱনৰ সম্পদ।

  • @manashsharma7382
    @manashsharma7382 5 місяців тому +6

    Many many congratulations 👏🎉 hrarthruub legend singer Zubben Garg da 🙏❤️❤️😍 love you zubeen da Jai zubben da 💪👌😊❤️❤️ all time' favorite and always best for ever everyone 👋🌞❤️💖💙

  • @BontiDutta-dp6mh
    @BontiDutta-dp6mh 2 місяці тому

    অসমৰ হৃদয় স্বৰূপ হৈছে জুবিন গাৰ্গ. . .নৱপ্ৰজন্মৰ বাবে এক বিশেষ আদৰ্শ তেওঁ... তেওঁৰ গান শুনিয়েই ডাঙৰ দীঘল হৈছো আমি
    তেওঁক কিছুমানে মদাহী বুলি কয়..সমালোচনা কৰে..তেনে কুকুৰবোৰক কৈছো নিজৰ স্হান চাই লবি কেলা... জুবিনে সমাজৰ বাবে যি কৰিছে .... তহঁতৰ 14 গোষ্ঠীয়ে সেইবোৰ কৰিব নোৱাৰে..
    জুবিন গাৰ্গ আমাৰ জীৱন স্বৰূপ
    জয় জুবিন দা ❤

  • @jumandeep
    @jumandeep 5 місяців тому +6

    Bohut dhunia speech dise cm sir a 🙏

  • @lakshyaojha4274
    @lakshyaojha4274 5 місяців тому +7

    Zubeen da Zindabad...I love you........u r My love... Kunu kotayi karu Najanu apunak janu...joy Aai Axom.........

  • @sangitadas8022
    @sangitadas8022 5 місяців тому +12

    Bharat ratna award dibo lage❤❤❤❤

  • @user-hm9wi9cd5n
    @user-hm9wi9cd5n 5 місяців тому +7

    Wahh🙏🙏🙏🙏🙏zubeen da

  • @apurbakonwarandsaorovkonwa9469
    @apurbakonwarandsaorovkonwa9469 5 місяців тому +4

    Mama jinda bat..... Love you zg

  • @sanjaychetri9754
    @sanjaychetri9754 5 місяців тому +5

    Love u heart beat of Assam❤

  • @user-qf1ci1es4h
    @user-qf1ci1es4h 5 місяців тому +11

    Jai zubeen da

  • @pritamdas7877
    @pritamdas7877 5 місяців тому +6

    জয় জুবিন দা ❤❤

  • @Mithieducational
    @Mithieducational 5 місяців тому +5

    Zubeen da is a real Hero ❤

  • @kartikkeot108
    @kartikkeot108 5 місяців тому +4

    জয় জুবিন দা❤❤❤❤❤

  • @user-xe7dd4uu1t
    @user-xe7dd4uu1t 5 місяців тому +4

    Duiojonei val pua manuh❤❤❤❤

  • @Bidbeast
    @Bidbeast 5 місяців тому +8

    মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ আপোনাৰ ন্যায় মানৱ দৰদি দিন দুখীয়াৰ প্ৰতি মৰম ।দুৰৰ পৰাই আপোনাক ভৰি চুই প্ৰণাম ।সদাই জিকি থাকক জন সাধাৰণ তথা ৰাইজৰ কল্যাণ কৰক।ধন্যবাদ।

  • @lostvibeee
    @lostvibeee 5 місяців тому +2

    Zubeen daa amar "ABEG _(EMOTION)_ "

  • @aditymoran7447
    @aditymoran7447 5 місяців тому +1

    Good 👍 information news that I like that from tinsukia Assam India,

  • @lakhiburagohain9649
    @lakhiburagohain9649 5 місяців тому +13

    যাৰ লগত যুঁজিবলৈ ক্ষমতা নাথাকে তাৰ আগত সৰু হৈ থকাই ভাল 🎉🎉🎉🎉🎉

  • @srimantazg602
    @srimantazg602 5 місяців тому +7

    Zubeen da💓💓

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 5 місяців тому +7

    Joi zubeen da ❤️❤️

  • @lachitpatra4194
    @lachitpatra4194 2 місяці тому

    Voice of Jubin is the voice of heart of everyone

  • @gunajitbarman2066
    @gunajitbarman2066 5 місяців тому +6

    Joi Zubeen da ❤❤❤

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 5 місяців тому +34

    জয় জুবিন ! জয় হিমন্ত বিশ্ব শৰ্মা ৷

  • @Zubeen_Garg_IndianFan.
    @Zubeen_Garg_IndianFan. 5 місяців тому +24

    Zubeen dak vaal powa xokole like korok👍👍❤️

  • @indianjourney5049
    @indianjourney5049 5 місяців тому +4

    Think ❤Jubin or nisinaaaa ❤❤hoooobo nowareibooo C. M feels

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 Місяць тому

    অভিনন্দন জ্ঞাপন কৰিছোঁ, দুয়েজনালৈ ।

  • @hemenkalita6125
    @hemenkalita6125 5 місяців тому +8

    ❤❤❤❤❤

  • @mamoninath4639
    @mamoninath4639 5 місяців тому +3

    I love you zubeen ❤❤❤❤

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq 2 місяці тому +1

    জয় জুবিন দা।

  • @user-sl6gi2nh4m
    @user-sl6gi2nh4m 5 місяців тому +5

    Oiling.....

  • @bikinathbiki1336
    @bikinathbiki1336 5 місяців тому +5

    Jai zubeen da 💝

  • @parulnath7884
    @parulnath7884 2 місяці тому

    Love you Zubeen Da , God bless you ❤️❤️❤️

  • @prakashnirola9779
    @prakashnirola9779 5 місяців тому +4

    Baat toh sahi hai ❤💕🌝

  • @bhabanigogoi3278
    @bhabanigogoi3278 4 місяці тому +1

    Very.good

  • @bhashyajyoti7894
    @bhashyajyoti7894 5 місяців тому +11

    জুবিন গাৰ্গক কিয় পদ্মশ্রী দিয়া নহল?
    ভূপেন হাজৰিকাৰ পিছতে অসমীয়া সংগীত জগতত তেখেতৰ অৱদান বহুখিনি আছে , লগতে অসমীয়া বোলছবি জগততো তেখেতৰ অৱদান অতুলনীয় । প্ৰায় 35 হাজাৰ অসমীয়া গীত গোৱাৰ উপৰিও তেখেতে বড়ো,মিছি , কাৰ্বি উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবিলাক ভাষাতে গীত গাইছে ।
    বিখ্যাত হিন্দগান Ya ali ত তেখেতে দুটাকৈ ডাঙৰ বটা আনিৱলৈ সক্ষম হৈছিল । বলিউডৰ বহুকৈইখন ছবি ত তেখেতে কন্ঠ নিগৰাইছিল । ২০০৭ চনত তেখেতে ৰজত কমল বটা পাইছিল ।
    ‌গতিকে ইমানখিনি সফলতা লাভ কৰাৰ পিছতো জুবিন গাৰ্গক পদ্মশ্রী নিদিয়াটো কিন্তু সচাকৈ দুৰ্ভাগ্যজনক ।

    • @Shunxhao
      @Shunxhao 2 місяці тому

      Padmashree mon golei di dia bostu nhoi baba..

  • @user-xv6vd9jk4r
    @user-xv6vd9jk4r 5 місяців тому +2

    Joy zubeen da aji bhut vl lgisa love you zubeen da

  • @Samarjyoti440
    @Samarjyoti440 5 місяців тому +16

    মামাই সিংহ কোন ভালদৰে চিনি পায়।।।❤

  • @user-dv6xp2wb4d
    @user-dv6xp2wb4d 5 місяців тому +6

    🙏🙏🙏

  • @anantanath6453
    @anantanath6453 5 місяців тому +6

    ❤❤❤❤❤❤❤❤

  • @pankajbaruah4220
    @pankajbaruah4220 5 місяців тому +1

    Congratulations to our dear jubin daa

  • @abjitgogoi3366
    @abjitgogoi3366 3 місяці тому

    Love. You. Jubin❤da

  • @assamgyanhub1796
    @assamgyanhub1796 5 місяців тому +1

    জুবিন দা ❤

  • @deepokronjondarshit8448
    @deepokronjondarshit8448 4 місяці тому

    অনুস্থানত টো উপভোগ কৰিলোঁ
    বহুত ভাল লাগিল

  • @SK_Status-pd7zc
    @SK_Status-pd7zc 5 місяців тому +1

    Akadosi ratiya is a golden song. One love , one life ❤❤

  • @archanakhanikar-bj4lj
    @archanakhanikar-bj4lj 5 місяців тому +6

    👍👍🙏🙏

  • @lalitabora912
    @lalitabora912 5 місяців тому +1

    We are Congralution Ours Ours News Life if Oxomiya Jatir Xobo Kalor Xorbw Srethy Dr King of Song Zubeen Garg 2024 to 2025 to 2030

    • @lalitabora912
      @lalitabora912 4 місяці тому +1

      Ours ours 1st Best of Year Bota Dr Best Actor Best Eco Silence bota and self Help Cook Women Best Walk Men

  • @rajdeepdoley7644
    @rajdeepdoley7644 5 місяців тому +1

    Congratulations zubeen Da ❤🎉

  • @dipankarmainamaina2434
    @dipankarmainamaina2434 5 місяців тому +1

    I love Zubeen daa ❤❤👍👍

  • @r2z190
    @r2z190 5 місяців тому +1

    Joi Zubeen da ❤

  • @blackspidergaming3425
    @blackspidergaming3425 2 місяці тому

    King is assam Zubeen Garg ❤❤❤❤

  • @enushkulalung8138
    @enushkulalung8138 5 місяців тому +3

    Moja

  • @robinkvlogs5178
    @robinkvlogs5178 5 місяців тому +2

    Zubeen da axomor hompot, zubeen da axomiar hompot....🙏🥰😘💝💚🇳🇪🪔

  • @styledreamsk9886
    @styledreamsk9886 5 місяців тому +1

    মোৰ প্ৰিয় মানুহ কেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , জুবিন গাৰ্গ, আৰু দিম্পু কিয় জানো এওঁলোকৰ কথা বিলাক শুনিলে মনত বৰ আনন্দ লাগে আৰু বহুত হাঁহি উঠে মনতো ভাল লাগি যায়

  • @heutimarak9137
    @heutimarak9137 2 місяці тому

    We love you Zubeenda.❤

  • @Hiren859
    @Hiren859 5 місяців тому +2

    Zubeen Daa❤

  • @PankajDas-ic1jz
    @PankajDas-ic1jz 5 місяців тому +2

    Joy Zubeen da❤❤❤

  • @AnitaDevi-yr5jv
    @AnitaDevi-yr5jv Місяць тому

    জয় জুবিন দা‌🙏🏻🙏🏻❤️❤️❤️❤️❤️❤️❤️❤️

  • @kamalpayeng5456
    @kamalpayeng5456 2 місяці тому

    🎉🎉🎉joi jubin da

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s 4 місяці тому

    nice ,bhout moromor zubeen da

  • @pataprabha6659
    @pataprabha6659 5 місяців тому +2

    Jai Zubeen da ❤

  • @kalitajyoti09
    @kalitajyoti09 5 місяців тому

    Love you zubinda... আপোনাৰ কাৰণে গান গাবলৈ শিকিছো। You are the heart of Assam. ❤❤❤