ৰাজনৈতিক দলত বিক্ৰী গ’ল নেকি দিম্পু?

Поділитися
Вставка
  • Опубліковано 28 лют 2021
  • ৰাজনৈতিক দলত বিক্ৰী গ’ল নেকি দিম্পু?
    #UA-camr #DimpuBaruah #ChakrapaniParasar #Assam #DY365
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh

КОМЕНТАРІ • 1,1 тис.

  • @arpidas4028
    @arpidas4028 3 роки тому +242

    দিম্পু দা বহুত বিশেষ, দিম্পু দাৰ সৰলতাক ৰাজনীতি বা টকা পইচাই স্পৰ্শ কৰাটো সিমান সহজ নহয় । দিম্পু দা সদায় একক হৈ থাকক

  • @jayantadas8242
    @jayantadas8242 3 роки тому +489

    মানুহক মনোৰঞ্জন দিয়াটো এটা কলা ৷দিম্পুৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামোনা কৰিলোঁ ৷

  • @dilnap2759
    @dilnap2759 3 роки тому +1

    ৰাজনিতিবিদৰ ঘৰত ইউতোবাৰৰ সোঁত কিয় এইটো ভিডিও কিয় নবনালে।

  • @ayangprince1
    @ayangprince1 3 роки тому

    Dimpu dar karone hokoluye like korib

  • @sarmaji92
    @sarmaji92 3 роки тому +186

    চাকৰি কিয় লাগে ভাই ? ইউটিউব zindabaad দিম্পুৰ বাবে 👍

  • @Theutpalworld
    @Theutpalworld 3 роки тому +131

    দিম্পু দা পান্স লাইন ..সহজ সৰলৰ লগত চেন্ডেলৰ কানেক্সন নাই ✌️

  • @anamikabora4586
    @anamikabora4586 3 роки тому +40

    চক্ৰপানি দা আপোনাক সাংবাদিক হিচাপে বহ্নত সন্মান কৰো কিন্তু আপোনি news canel সলনি কৰি থকাৰ কাৰনে ভাল নলগা হল ।। দিম্পু সলনি হোৱা নাই ৰাজহ্নৱা video t সকলো প্ৰশ্ন ভাল নালাগে ।

  • @axomialora4099
    @axomialora4099 3 роки тому +32

    ডিমপু দা এনেকুৱা প্ৰশ্ন সুধিলে উত্তৰে নিদিব

  • @fizawakil9625
    @fizawakil9625 3 роки тому +7

    চক্ৰ দাৰ মিঠা মিঠা প্ৰশ্নবিলাক ভালে লাগে। কিন্তু দিম্পু দা স্পিচিয়েল।

  • @rejjakali6437
    @rejjakali6437 3 роки тому +59

    দিম্পু (ইউটিউবাৰ) ৰ হাঁহি মূখীয়া কথাবোৰ সঁচাকৈয়ে শলাগবলগীয়া/ প্রশংসনীয় .......

  • @OmarFaruk-gp4tt
    @OmarFaruk-gp4tt 3 роки тому +66

    যিটো কাম কৰি ভাল লাগে সেইটো কামত কষ্ট নহ‌য🌷় (heart touching)👍👍👍

  • @phulmaidutta9865
    @phulmaidutta9865 3 роки тому +49

    ডিম্পু দা আপুনি সঁচাকৈ সহজ-সৰল। বহুত ভাল লাগে।

  • @rabiramswargiary8807
    @rabiramswargiary8807 3 роки тому +12

    ডিমপু ভাই, তোমাৰ জৰিয়তে অসমৰ ৰাজনীতি মানৱধৰমী হওক, আশা কৰিছো।

  • @rabiyalchand5920
    @rabiyalchand5920 3 роки тому +42

    Dimpu Baruah really kind hearted person 😍

  • @UnHappy69
    @UnHappy69 3 роки тому +43

    মানুহক অনুপ্ৰেৰণা দিয়ক । কাকো হতাশ হবলৈ নিদিব ।।।❤️dimpu da ৰ লগতে চক্ৰপাণি sir ক ও ধন্যবাদ জনাইছো।।।

  • @AziborRahman
    @AziborRahman 3 роки тому +105

    Dimpu da mor Best UA-cam r like❤️

  • @xyzeaxom7032
    @xyzeaxom7032 3 роки тому +10

    দিম্পুক respect দিয়ক।

  • @bondanadas7407
    @bondanadas7407 3 роки тому +10

    দিম্পু তোমাৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো।।🙏🙏

  • @tstboy2884
    @tstboy2884 3 роки тому +427

    দিম্পুদাৰ বাবে মস্ত লাইক এটা দিলো

  • @manujgogoi8102
    @manujgogoi8102 3 роки тому +51

    Dimpuৰ লগত আছোমাথো UA-cam ৰ কাৰণে ৰাজনৈতিক কাৰোবাৰ নেতাৰ লগত নহয । Dimpu congratulations কাৰণ UA-cam বাবে । bye..