পাথৰ নিপিন্ধাকৈ গ্ৰহদোষৰ প্ৰতিকাৰ কিদৰে কৰিব ? Contact : 7363817537

Поділитися
Вставка
  • Опубліковано 31 січ 2025

КОМЕНТАРІ • 951

  • @Assamese.Update
    @Assamese.Update Рік тому +97

    youtube.com/@assamesenhkcreation?si=ur76vsiJL5P_xCIL

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Рік тому +44

    বহুত বহুত ধন্যবাদ চক্ৰপাণি পৰাশৰ এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। শ্ৰী শৰ্মা দেৱলৈ বহুত শুভকামনা জনালো।

  • @bhanita898
    @bhanita898 Рік тому +78

    অনুৰুধ কৰিছো আকৌ এদিন মাতিব বহুত উপকাৰ হব আমাৰ দৰে মানুহৰ তেওঁলৈ বহুত ধন্যবাদ আৰু তোমালৈও ধন্যবাদ থাকিল এনেকুৱা এজন মানুহ মতাৰ বাবে 🙏🙏

  • @rubirubi8599
    @rubirubi8599 Рік тому +14

    এনেকুৱা এজন মানুহৰ কথা শুনিবলৈ পালোঁ। নিজকে ধন্য মানিছোঁ। ধন্যবাদ চৰ্ৰপাণি তোমাক।

  • @sabitakalita7065
    @sabitakalita7065 11 місяців тому +14

    এনেকুৱা জ্যোতিষী দেখা নাই। ইমান সচা কথাবোৰ কৈছে। 🙏🏻🙏🏻👍👍

  • @JayaBhattacharjee-f9w
    @JayaBhattacharjee-f9w Рік тому +6

    বহুত ধন্যবাদ থাকিল আপোনালোক দুয়োজনলৈ। ইমান ধুনিয়া এটা অনুষ্ঠান,

  • @sitaRamm7591
    @sitaRamm7591 Рік тому +45

    Pravu Ram jik একান্ত মনে ভক্তি কৰক ,hunuman chalisa আৰাধনা কৰক ।।110% গেৰানতি দিছো আপোনালোকক।।life going changing definitely soon🙏🙏🙏

    • @TRBBBGohain
      @TRBBBGohain Рік тому +2

      ❤🙏100%yes🙏♥️
      Jay bojorongboli 🙏
      🌺🌺🌺

    • @vijaykumardev1345
      @vijaykumardev1345 9 місяців тому

      কেনেকুৱা পৰিৱৰ্তন হব দাদা জনাবচোন অলপ ।

    • @shyamalborah1203
      @shyamalborah1203 7 місяців тому +3

      Hoi .moi nije poman paisu.

    • @shyamalborah1203
      @shyamalborah1203 7 місяців тому +1

      Mor bahut dukh asil.arthik dikh Val nasil.etiya moi bahut Val abosta

    • @vijaykumardev1345
      @vijaykumardev1345 7 місяців тому

      @@shyamalborah1203 মোকো কোৱাচোন ।

  • @animakapathak1790
    @animakapathak1790 Рік тому +21

    বহুত ভাল ভাল কথা জানি উপকৃত হলো ধন্যবাদ চক্ৰ পানী পৰাশৰ ডাঙৰীয়া

    • @ranjanabhuyan4308
      @ranjanabhuyan4308 Рік тому

      Val palo

    • @ranjanabhuyan4308
      @ranjanabhuyan4308 Рік тому

      আপোনাক কেনেকৈ লগ পাম আৰু ফোন নম্বৰ টো পাম নেকি? জনাবচোন

  • @mamitasaikia6194
    @mamitasaikia6194 Рік тому +3

    বহুত ভাল লাগিল অনুষ্ঠান টো। শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো।

  • @minusaikia9795
    @minusaikia9795 Рік тому +3

    অশেষ ধন্যবাদ । বহুত ভাল লাগিল।

  • @AnjuKalita-t3p
    @AnjuKalita-t3p Рік тому +21

    বহুত ভাল লাগিল জ্যতিসি জনক লগ পোৱাৰ ব্যৱস্থা কৰিব পাৰিম নে জনাবচোন

  • @rupaliboruah3658
    @rupaliboruah3658 Рік тому +28

    চক্ৰপাণি পৰাশৰ ডাঙৰীয়া বহুত আপোনাক বহুত ধন্যবাদ এনেকুৱা এটা উপকাৰত অহা অনুষ্ঠান আগবঢ়োৱা বাবৈ । আগলৈ আৰু আশা কৰিলো ।

  • @MadhabiDeka-kg9pn
    @MadhabiDeka-kg9pn Рік тому +15

    বহুত ভাল লাগিল অনুষ্ঠানটো চাই❤

  • @nikhilgonju8703
    @nikhilgonju8703 Рік тому +3

    শৰ্মা দেৱৰ কথাখিনি শুনি ভাল লাগিল। ধন্যবাদ

  • @kanao_shi
    @kanao_shi Рік тому +25

    বহুত ভাল লাগিল৷ ভৱিষ্যতে পাথৰৰ ব্যৱহাৰৰ প্ৰতি কোনো ইচ্ছা নোহোৱা হ'ল৷ আপোনালোকৰ বাৰ্তালাপ শুনি বহু উপকাৰ হ'ল বুলি ভাবিলো৷ অশেষ ধন্যবাদ ৷

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 Рік тому +6

    অতি সুন্দৰ আলোচনা । বহুতো উপকৃত হলো ।🙏

  • @uBorah-zr8cv
    @uBorah-zr8cv 12 днів тому

    বৰ সুন্দৰ মজা অনুষ্ঠান দেই

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 Рік тому +9

    বহুত ভাল লাগিল অনুষ্ঠান টো চাই

  • @DipanjaliDas-e9i
    @DipanjaliDas-e9i 6 місяців тому +1

    আপোনাৰ বাৰ্তালাপ অনুষ্ঠান মোৰ অতি প্ৰিয়।এই খণ্ড টিৰ পৰা বহু কথা জানিব পাৰিলো আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পুনৰ এনে আনুষ্ঠান মানে শৰ্মাৰ ডাঙৰীয়াৰ অনুষ্ঠান বাবে আশা কৰিলোঁ 🙏🙏🙏

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs Рік тому +6

    বহুত ভাল লাগিল অনুষ্ঠানটো চায় ❤❤❤❤

  • @smritirekhamahanta9473
    @smritirekhamahanta9473 5 місяців тому +2

    Thanks চক্ৰপাণি ji এনেকুৱা podkust দিয়াৰ বাবে

  • @tunumonibaruah4461
    @tunumonibaruah4461 Рік тому +6

    বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিব পাৰিলোঁ বহুত নজনা কথা জানিব পৰিলোঁ বহুত বহুত ধন্যবাদ চক্ৰপাণি ।🙏💐

  • @MonimalaBora-e4z
    @MonimalaBora-e4z Рік тому +7

    অতি সুন্দৰ আলোচনা বহুত বহুত ধন্যবাদ দাদা❤

  • @runjunphukan7082
    @runjunphukan7082 11 місяців тому

    সুন্দৰ অনুষ্ঠান । উপকৃত হ'লো ।

  • @ranibaruah7364
    @ranibaruah7364 Рік тому +3

    সুন্দৰ অনুষ্ঠান!!ভাল লাগিল। ধন্যবাদ।

  • @bihpuriawardno4ebihpuria186
    @bihpuriawardno4ebihpuria186 11 місяців тому +1

    100% right kotha koise Apuni Guruji❤❤❤🙏🙏🙏🙏
    Apunar video sai val lagil
    Apunak ebr log pabo parim niki❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Рік тому +7

    অনুষ্ঠানটো বহুত সুন্দৰ পালোঁ। উপকৃত হ'লোঁ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনালোক দুয়োগৰাকীলৈ 🙏💐

  • @dishanhazarika1318
    @dishanhazarika1318 5 місяців тому +1

    বহুত ভাল লাগিল দুয়োজনলৈ ধন্যবাদ জনালো ।

  • @kaushik-g516
    @kaushik-g516 Рік тому +19

    দুজন ব্ৰাহ্মন ৰ বাৰ্তা চালোঁ। ধন্যবাদ। অসমীয়া বছৰ আৰম্ভ হোৱাৰ আগতে এইজনক এবাৰ আকৌ মতিব।

  • @parineetapari2645
    @parineetapari2645 Рік тому +2

    দুয়োজনলৈ বহুত বহুত ধন্যবাদ থাকিল 🙏বৰ ভাল লাগিল, বহুত কথাই শিকিলো🙏🙏

  • @vijaykumardev1345
    @vijaykumardev1345 Рік тому +6

    ঈশ্বৰৰ প্ৰতিটো সৃষ্টি সুন্দৰ বুলি কোৱা হয় । ৰাহু কেতু ঈশ্বৰৰেই সৃষ্টি হয় ৷তেনেস্থলত সেই দুটা কৰ পৰা বেয়া ওলাল ৷

  • @radhabhuyan2593
    @radhabhuyan2593 Рік тому +2

    অতি সুন্দৰ আলোচনা, ধন্যবাদ জনাইছোঁ ❤❤

  • @barundutta6985
    @barundutta6985 Рік тому +3

    পৰাশৰ ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ থাকিল এনে এজন মহান জ্যোতিষীৰ লগতে বাৰ্তালাপ কৰিবলৈ ম'বাইলত সুবিধা লাভ কৰিলো, ধন্যবাদ শৰ্মা ডঙৰীয়া আপোনাৰ পৰা বহুত সুন্দৰ জ্ঞান লাভ কৰিলো।

  • @jyotsnachoudhury7920
    @jyotsnachoudhury7920 Рік тому +1

    অশেষ ধন্যবাদ চক্ৰপাণি ভাতৃ সুন্দৰ অনুস্থানৰ বাবে

  • @nabamallika23
    @nabamallika23 Рік тому +4

    অতি সুন্দৰ ৷ আলোচনাটো ভাল লাগিল ৷

  • @KangkanBora-o5z
    @KangkanBora-o5z 8 місяців тому +2

    সুন্দৰ অনুষ্ঠান এনেকুৱা পালেই ৰাইজে ভাল সফল লাভ কৰিবলৈ আৰম্ভ কৰিব । ধন্যবাদ

  • @Mathscafe
    @Mathscafe Рік тому +4

    তেওঁক আৰু এদিন নিমন্ত্ৰণ দিওক আপোনাৰ অনুষ্ঠান লৈ

  • @PurnimaSwargiary-t9z
    @PurnimaSwargiary-t9z 3 місяці тому

    সুন্দৰ উপস্থাপন। ভাল লাগিল।

  • @MoromiGogoi-yt9hn
    @MoromiGogoi-yt9hn Рік тому +3

    Bohut bohut Val lagil kotha bur Jani, vogobane vale rakhok spunalukok tare janona korilu

  • @prabodhs1897
    @prabodhs1897 Рік тому +2

    বাত্তালাপত সুন্দৰ কথাশুনিলো,অসমীয়া নতুন বচৰৰ আগত পুনৰ এবাৰ আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ

  • @Swapnadeka-sb5ql
    @Swapnadeka-sb5ql Рік тому +15

    বৰ উপকৃত হ'লো পৰাশৰ দাদা

  • @purnimagogoimaina1078
    @purnimagogoimaina1078 Рік тому

    সুন্দৰ অনুষ্ঠান, খুবেই ভাল লাগিল❣️🙏

  • @raktimdutta7895
    @raktimdutta7895 Рік тому +5

    Believe in yourself..
    Do your work and go ahead..
    Your future is in your hand.....
    God bless you all

  • @diptymanidevi3364
    @diptymanidevi3364 Рік тому +2

    অনুষ্ঠানটো বহুত বহুত ভাল লাগিল। ইয়াৰ পৰা বহুত সিকিব পাৰিছো। ধন্যবাদ।🙏

  • @munumunu6223
    @munumunu6223 Рік тому +11

    পৰাশৰ ডাঙৰীয়াই ইমান মহান ব্যক্তি এজনক চিনাকি কৰাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ🙏🙏

    • @JadabNath-b1k
      @JadabNath-b1k Рік тому

      পৰাশৰ ডাঙৰীয়া ,আপোনালৈ বহুত বহুত ধন্যবাদ ,কিয়নো আপুনি এনে এটা বিষয় আলোচনা মেজলৈ লৈ আহিছে ,বুজাবলৈ ভাষা নাই ....ধন্যবাদ ,চক্ৰ পানি পৰাশৰ ডাঙৰীয়া, ধন্যবাদ

  • @provatisinha6227
    @provatisinha6227 Рік тому +1

    Very good news bohut vhal lagil sir 🙏

  • @bhairabikalita407
    @bhairabikalita407 Рік тому +8

    Apunar video bur Sai bor val lge...mi ane Mur monor kotha ata kobo bisaru ...ai .je amr jibontu kormo aru paramatma r Dara he porisalito hoi...aku nkorake aku nipindhake jodi akanto mone bhogowank sinta kora jai tetiya jibn tu apuna apuni dhonatmak aru dhuniya hoi jai nhoine dada...

  • @socialchannel0
    @socialchannel0 Рік тому +1

    Sakropani porashar dangoria aapunqr karone bohut val positive thinking thoka ajonn manuh log palo...bohut bohut dhanyabaad

  • @heramoniburagohain3984
    @heramoniburagohain3984 Рік тому +4

    Bohut Dhoynobad chokropani porakhor Eta request kunto Rakhir ki protikar koribo Lage heiburor bikhoyor kotha jonale bohut bhal lagibo please .jonabo buli Akha thakil.

  • @namitarabha81
    @namitarabha81 Рік тому +1

    Bohut bhal lagil aponar sir Ast mintur program Sai.🙏🙏

  • @jhankaraxom350
    @jhankaraxom350 Рік тому +7

    Always Unique content🙏🏻🙏🏻thank u chakrapani da

  • @Axomiakhetiyok
    @Axomiakhetiyok Рік тому +1

    দীর্ঘ জীৱী হওঁক শৰ্মা মহাশয়।

  • @khhjjxdy
    @khhjjxdy Рік тому +18

    Chakrapani dada Ram nam jop korok aru Hanuman jik Puja korok, regularly Hanuman chalisa parhok jibonor xakalu problem naikia hoi jabo. Jai shree Ram Jai Hanuman❤🚩

    • @foodmelody967
      @foodmelody967 Рік тому

      I agree with u

    • @DiptiKhanikarAkoni
      @DiptiKhanikarAkoni Рік тому +4

      Moi 1 1/2 yrr pora Hanuman chalisha pohi ahisu ,raam nam jap kri ahisu apuni biswakh nkoribo ei vakti e mur jibontue totally change kri dile ,,mne ji bhakhare bujabo nuaru hei Anubhav moi likhiu kobo nuaru kintu ebar teor hanidhyat jaok Hokolu bisari pabo❤....
      Jai Shri Ram Jai Hanuman

  • @simalahon6136
    @simalahon6136 4 місяці тому +1

    Bohut bhal lagil 🙏🙏hahokh palu okoman eaikain pathor luwa sinta kori thakute eai video 2palu lora2okoman rahu dukh soli ase 😢iman poisa di pathor kenekoi lom tare sintat porisilu bohut bohut dhanyabad apunak🙏🙏🙏

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux Рік тому +4

    Thank you for your advice 😊

  • @dipikadutta2219
    @dipikadutta2219 11 місяців тому

    বহুত বহুত ধন্যবাদ জনায়ছো দুয়োজনকে ।

  • @pujarai6041
    @pujarai6041 Рік тому +8

    Everything is already pre- written.......so just believe in god❤

  • @anirudhaparasar7430
    @anirudhaparasar7430 Рік тому

    সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল

  • @madhurigogoi9170
    @madhurigogoi9170 Рік тому +4

    অতি সুন্দৰ আলোচনা, চক্ৰপাণি পৰাশৰ ধন্যবাদ জনাইছোঁ, জ্যোতিষী জনক ফোন কৰি আমাৰ ভৱিষ্যত জানিব পাৰিম নে?

  • @debojaniozah5450
    @debojaniozah5450 Рік тому +5

    বহুত ভাল লাগিল অনুষ্ঠান উপভোগ কৰি

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +2

    মোৰ মতেও আপোনাৰ কথাত এক মত মানুহে অন্ধ বিশ্বাসত তললৈ গৈ আছেজে গমে পোৱা নাই goodevining 🙏🙏🙏🙏❤❤❤❤❤❤❤

  • @ramanidas1542
    @ramanidas1542 Рік тому +8

    A lot of thanks for your most valuable advice

  • @binadas5619
    @binadas5619 8 місяців тому +1

    বৰ ভাল লাগিল

  • @chitrineeborah2241
    @chitrineeborah2241 Рік тому +6

    বহুত ভাল লাগিল 🙏

  • @JkTree-xl9dw
    @JkTree-xl9dw 3 місяці тому

    বহুত বহুত ধন্যবাদ যাছিলো।

  • @parashjyotibarman4715
    @parashjyotibarman4715 Рік тому +4

    Nalbari ❤

  • @charulatakalita1905
    @charulatakalita1905 11 місяців тому

    বহুত ধন্যবাদ দুয়োজনকে।

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Рік тому +15

    পাথৰ বা আন কিবা কিবিৰ ওপৰত ভৰষা নকৰি শৃষ্টিকৰ্তা ঈশ্বৰৰ পৰমেশ্বৰ ওপৰত ভৰষা কৰক। পৰাশৰ দা এইবোৰ video বনাই আপোনাৰ ইজ্জত বৰবাদ নকৰিব please 🙏

  • @sabitaborobhuyan8987
    @sabitaborobhuyan8987 Рік тому +1

    Bohut Bohut dhanyabad Parashor sir 🙏

  • @bhaskarbaruah5368
    @bhaskarbaruah5368 Рік тому +6

    ভাল লাগিল পিছে শৰ্মা ডাঙৰিয়া দৰে শব্দৰ উচিত ব্যবহাৰ নজনা কিজনে কি প্ৰ্তিকাৰ কৰিব লাগিব।

  • @AnjanSarmah-i7y
    @AnjanSarmah-i7y 3 місяці тому

    আপোনাৰ ৰ পৰা বহুত জ্ঞান পালোঁ।অষেশ ধন্যবাদ 🙏🙏🙏

  • @tulsidev5996
    @tulsidev5996 Рік тому +11

    নলবাৰীত কত থাকে ঠিকনাটো দিব

  • @premodasarma6289
    @premodasarma6289 Рік тому

    চক্ৰপাণি পৰাশৰ - বহুত ভাল লাগিল। ধন্যবাদ।

  • @CC.nabadipnath
    @CC.nabadipnath Рік тому +7

    Nalbari t ki naai!! ❤

  • @aborkotokey9191
    @aborkotokey9191 Рік тому

    বৰ ভাল লাগিল। বহুত ধন্যবাদ।

  • @rupaboruah8757
    @rupaboruah8757 Рік тому +3

    🙏🙏🙏

  • @MomiSarmah-r3k
    @MomiSarmah-r3k Місяць тому

    Very good comments about the stone.mostly welcome

  • @Manalishadas-cp2bg
    @Manalishadas-cp2bg 7 місяців тому +13

    Aji ami goisilu dada saboloi kintu ekdom val nahai aru val nalagil xali poisa dhanda kari thake... Amak dui eta kotha koi pothai dile val koi prediction to nidile... Kunuba tekhtor usoror jam buli vabise jodiu ekdom najabo ekebare fatua mur experience or pora koisu

    • @kangkanadas2575
      @kangkanadas2575 6 місяців тому

      Xsakay naki moi jam vbislu

    • @PrabinSarma-p7l
      @PrabinSarma-p7l 3 місяці тому +1

      আমাৰ ও সেই একেই দশা।বহুত আশা কৰি গৈছিলো ।কেৱল টকাৰ লূভীযা।কোনো মানুহ তেওঁৰ ওচৰত নাযাব। একোৱেই নাজানে,এইবোৰ মানুহৰ বেছি দিন নাই..
      ❤❤❤❤❤❤

    • @SimaDas-o6v
      @SimaDas-o6v 2 місяці тому

      Mukh khon dekhi e gom pai

    • @jurirajbongshi5560
      @jurirajbongshi5560 2 місяці тому

      Hosa kotha

    • @lakhimpurstuti
      @lakhimpurstuti 2 місяці тому

      Bohut bea k thogile kintu,etia poisa pua pisot horu kotha ata hudhiboleu phn korile dhei ojuhat dekhai phn kati die

  • @Sarvesh-s4d
    @Sarvesh-s4d 5 місяців тому +2

    Krishna 🙏🙏

  • @dipangshubharadwaj9160
    @dipangshubharadwaj9160 Рік тому +4

    এখেতক চিনি পোৱা জনে হে জানে এখেত কি, কেনে, বা তেখেতৰ সকলো কথা সেই সকলেহে জানে যিয়ে এখেতক ভালদৰে চিনি পায়।

  • @maikanchoudhury9289
    @maikanchoudhury9289 Рік тому +1

    Bahut bahut daynayabad Mr M Sarma. Bahut bhal lagil.

  • @Nabinrip
    @Nabinrip Рік тому +4

    কেতিয়াবা ভাবো গেদা বিলাকৰ গ্ৰহ দোষ নালাগে নেকি

  • @kukildutta5467
    @kukildutta5467 Рік тому +2

    বহুত ভাল লাগিল আৰু জানিব লগা বহু কথা আছে।

  • @jyotikakati1253
    @jyotikakati1253 Рік тому +4

    Very important information...But what about destruction of nature?... What is the solution about destruction of trees n ground water level lowering for the future generation?... If there is no oxygen n pure water in this earth planet then what is the solution for future generation?... Om Shanti

  • @kubidsongogoi2463
    @kubidsongogoi2463 5 місяців тому +1

    বহুত ভাল লাগিল।

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +8

    Kar kiman kotha hunim . Huni huni mor jibon. Potikar karibo nuara holu . Kasr kotha hunim. -- atiyahe moi asol upalobdih korisu ---

    • @PriyamjitSaikia
      @PriyamjitSaikia Рік тому

      Honumanji soranot gole vl hb

    • @dalimikonwar3968
      @dalimikonwar3968 Рік тому +1

      Video tu sai bhut vl lagil aakha koru Sharma devak contact log pam buli aakha thakil

    • @latadas3953
      @latadas3953 Рік тому

      Phon number tu dibson

  • @tulshigogoi7019
    @tulshigogoi7019 11 місяців тому +1

    Thanks❤🌹🙏 for Astrology advisory.

  • @indumoni891
    @indumoni891 Рік тому +4

    আপুনি সছা কথা কৈছে দাদা।

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 Рік тому

    সুন্দৰ অনুষ্ঠান

  • @mitalidasvlogs4995
    @mitalidasvlogs4995 Рік тому +4

    মানুহ জন প্ৰকৃততে ভাল হয় লুভ নাই

    • @PrabinSarma-p7l
      @PrabinSarma-p7l 3 місяці тому

      সেই কাৰণে 2 মিনিট ত 500/লুটিলে।কিমান ভাল গলে জানিব।

  • @sudhirbarman3338
    @sudhirbarman3338 Рік тому +1

    Porashor da, & Mintu da aponalokok bohut bohut thanks...

  • @Penutpepitowasabi
    @Penutpepitowasabi Рік тому +4

    চক্রপানী দা, এই জোতিষী জনৰ ফোন নম্বৰ দিব পাৰিব নেকি। কাৰণ মোৰ বহুত সমস্যা হৈ আছে 🙏🏻🙏🏻🙏🏻🙏🏻

  • @kanakdeka512
    @kanakdeka512 Рік тому

    বৰ ভাল লাগিল ৷ আপোনালোক দুয়োজনকে ধন্যবাদ জনালোঁ ৷

  • @andhamukha2309
    @andhamukha2309 Рік тому +84

    9 ta graho ase buli janu kin2 rahu ketu graho ase janu

    • @kksvlogsentertainment9839
      @kksvlogsentertainment9839 Рік тому +27

      জোতিৰ বিদ্যাত গ্ৰহ বুলি ধৰে

    • @parthajitable
      @parthajitable Рік тому +15

      rahu ketu saya graha buli koi. Physical existence nai kintu affect manuhor jibanat ase.

    • @BSC-Viz
      @BSC-Viz Рік тому +4

      Duta point hoi.youtube t sale buji pabo.earth aru moon r cross point duta

    • @nivaborah4487
      @nivaborah4487 Рік тому

      ​@@kksvlogsentertainment9839kl

    • @user-lg8ob3lx7o
      @user-lg8ob3lx7o Рік тому +2

      If you're talking about the solar system, we've 8 planets right now. Pluto is a dwarf planet as once it entered Neptune's orbit. 😫

  • @CROSS_SLASH
    @CROSS_SLASH Рік тому +2

    Bhal lagile🕉️🕉️🕉️

  • @bhaskarkrdas
    @bhaskarkrdas 11 місяців тому

    বহুত বহুত ধন্যবাদ দাদা, আজি বহুত কথাই জানিব পৰিলোঁ

  • @DilipDas-ot1kb
    @DilipDas-ot1kb 7 місяців тому

    বহু ভাল কথা জানিব পাৰিলো ধন্যবাদ ।

  • @pragbn.2652
    @pragbn.2652 Рік тому +1

    Chakrapani da bohut bohut dhoinyobaad apunak apuni ata val interview dila thanks

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому

    সচাঁ কৈয়ে আজিৰ অনুস্থানটো বৰ ভাল লাগিল। বাৰ্তালাপ বৰ ভাল লাগে। চক্ৰপাণি পৰাশৰ আপুনি সদায় ভালে কুশলে থাকক আৰু শৰ্মা ডাঙৰীয়া। সুন্দৰ অনুস্থান। 😍😍

  • @JunuSaikia-x2b
    @JunuSaikia-x2b 10 місяців тому +1

    বৰ ভাল লাগিল । আকৌ এবাৰ মাতিব