বহু পণ্ডিতৰ মতে হিন্দু ধৰ্ম বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম, যাৰ শিপা আৰু ৰীতি-নীতি ৪০০০ বছৰতকৈও অধিক পুৰণি। আজি ১ বিলিয়নতকৈও অধিক অনুগামী থকা হিন্দু ধৰ্ম খ্ৰীষ্টান আৰু ইছলামৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম। বিশ্বৰ প্ৰায় ৯৪ শতাংশ হিন্দু ভাৰতত বাস কৰে...!
Pravu aponar katha bor bahut val nalagil Bhagawat. t ai bor ase ne Jagannath Murti bhag ki haba prabhu aru bagmoy murti buli nakale j manuhak krishna conscious karak bived nakariba
শ্ৰদ্ধাৰ বহু ব্যাখ্যা কাৰে কিছু পদ ঘোষা নিজৰ স্বাৰ্থঅনুকোলে অৰ্থ আগবঢ়োৱা দেখা যায়। সন্মানীয় বাপ জনে কোৱাৰ দৰে কোনো ব্যাখ্যাকাৰে শৰণ ভজনৰ গোপনীয় কথাবিলাক মুকলিকৈ কৈগুৰুৰ প্ৰয়োজন বিহীন কৰিছ বুলি ক'লেবঢাই কোৱা নহব নেকি?
Borah prabhu, bhagawat khane kebal assam t hei manhu khinik bibhakta karile neki uponi je kale murti puja homan jnagya je ninda kare assam r baisnyab sakale, all india t too sanatan dharma mani sale, puja,haman ,bhagawat sakaloke loi sale, enekoi ammar hindu dharma too bilupti hoi jab dekhon ! Apuni alap bujai diboson
Krishna Krishna baap dujanar sanat pranam prasna aaru uttar ji aaga barale suni kitartha holo mor akmat basanta das mirza jharo boro. Dale para jai jai jai Krishna bhagaban tomar saranat coti coti pranam
অনুৰোধ বাণী 🙏🙏🙏
শ্ৰদ্ধাৰ, সুধি সমাজ, মহন্ত, জেষ্ঠ্য আৰু সমূহ শ্ৰুতাবৃন্দ। এভাগ অনুৰোধ প্ৰকাশ কৰিছোঁ। এই চেনেলত আধ্যাত্মিক ভাৱ, শাস্ত্ৰ তত্ত্ব, জ্ঞান গৰ্ভ বিষয় আলোচনা কৰাৰ প্ৰয়াস কৰা হয়।
ধৰ্ম ও ঈশ্বৰ কথাত, ব্যক্তি ও সমাজ ভেদে প্ৰত্যেকৰে মত বেলেগ বেলেগ হ'ব পাৰে। এই "সাক্ষাৎকাৰ ০১" অনুষ্ঠান ভাগতো কিছু সুধি সমাজৰ মতভেদ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত আপত্তি কৰিব লগা একো নাই, মই সুধি সমাজতকৈ ওপৰত নহয়। কিন্তু এভাগ কথাহে শ্ৰদ্ধাৰে অনুৰোধ,----
........ ঈশ্বৰ কথাত ব্যক্তি ভেদে মত বেলেগ হ'ব পাৰে, সেই অভিমত সমূহ শাস্ত্ৰ সন্মত তথ্য আৰু যুক্তিৰে পৰিপূৰ্ণ হৈ, আবেগ নিয়ন্ত্ৰণ কৰি, বাক্যত মাৰ্জিত ভাষা ও বিনয় বচনে নিজৰ মতামত আৰু ক্ষোভ সমূহ শাস্ত্ৰ সন্মত ভাবে প্ৰকাশ কৰিলে অধিক উপযুক্ত হ'ব।🙏🙏 -- এনে তথ্যসমৃদ্ধ আৰু মাৰ্জিত ভাষাৰে আলোচনা হ'লে এই আলোচনায়ে সমাজৰ সংসয় দূৰ কৰাৰ লগতে উচ্চ দৰ্শন লাভ আৰু নৱপ্ৰজন্ম উপকৃত হ'ব।🙏
লগতে কিছু লোকে ক্ষোভ প্ৰকাশ কৰোতে অবাইচ,অনাচাৰ আৰু অ-মাৰ্জিত বাক্য প্ৰয়োগ কৰিছে। একেখিনি কথাকে মাৰ্জিত ভাষাৰে প্ৰকাশ কৰিব পৰা যায়, তেনে মতামতৰ উত্তৰ দিয়া আমি প্ৰয়োজনবোধ কৰা নাই।
সেয়েহে সকলোলৈকে কৰযোৰে🙏 নিবেদন জনাইছো যে, বাক্যত মাৰ্জিত ভাষা আৰু তত্ব পূৰ্ণ কথাৰে আলোচনা হওক।
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
।
জয় শ্ৰী কৃষ্ণ
কৃষ্ণ
কৃষ্ণ বাপ 🙏
বৰ উত্তম আলোচনা বাপ কৃষ্ণ 🙏
কৃষ্ণ
বৰা দেবে মুৰ্তি পুজা বাধা দিয়া নাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে হে বাধা দিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
কৃষ্ণ কৃৃষ্ণ বাপ আপোনাৰ সূন্দৰ ব্যখ্যা শুনি আনন্দত আত্মাহাৰা হলো। এনেকৈ মাজে মাজে শুনিবৰ পাম বুলি আশাৰে সেৱা জনালো।
ৰিতুৰাজ শৰ্মা আপুনি এজন কলি যুগৰ নাম ধৰ্ম ৰ বিৰোধী
😊লোক সেয়েহে ইমান কটু ভাষা প্ৰয়োগ কৰিব পাৰিছে, ভৱিষ্যত এই ধৰনৰ comment নিদিব বুলি সেৱা ধৰিলে 🙏🙏 বৰা বাপ এগৰাকী অতি মহৎ লোক, তেখেতৰ পৰা বহুত কথা জানিলো, বহুত উপকৃত হলো👌👌🙏🙏🙏🙏🙏🙏🕉🕉🕉🕉🕉ভৱিষ্যত আৰু বহুত দৰকাৰী কথা পাম বুলি আশা কৰিলো
beleg stateot eibor nai asomothe tohotor eibor nach gan
কৃষ্ণ কৃষ্ণ বাপ, অতি সুন্দৰ বিশ্লেষণ। পিছে " গৰুটো অধম কৃষ্ণ বদতি" পদ ফাকিত উল্লেখিত গৰুটো অধম বোলা কথাটো অলপ চিন্তনীয়। স্বয়ং পৰম ব্ৰহ্ম কৃষ্ণই গো- পালন কৰি দৃষ্টান্ত দেখুৱাই গৈছে।সনাতন ধৰ্মৰ গো মাতৃ হিচাপে জ্ঞান কৰি আহিছে। তেনে স্থলত মহাপুৰুষ গুৰুজনাই গৰুক অধমৰ লগত তুলনা কৰিব বুলি কেতিয়াও মনে নধৰে। তাৰোপৰি গীতাৰ মতে মূৰ্তি চাৰি ভাগত ভাগ কৰি দেখুৱাইছে।
@@probinbo9316 গোধনৰ বিষয়ে এনে দৰে কোৱা টো ভাল নালাগে।🙏
বাপজন, আপোনাৰ সকলো শুনিলো আৰু বুজিলো। আপুনি শিৱ, শিৱ লিংগ, কৃষ্ণ আৰু ব্ৰহ্মা অৰ্থ নাজানে। আপুনি অসমীয়া সমাজৰ এজন জধামূৰ্খ বুলি ভৱিষ্যতে পৰিচয় নিদিব।
আপোনালোকৰ দুজনৰ ভিতৰত পুত্র ভাৰ্য্যা আশা এৰি ধন টকা পইচাৰ আশা ত্যাগ কৰি কোন জনে কৃষ্ণ ভক্তি কৰিছে?তেনেকুৱা এজন এক শৰণীয়াৰ পৰিচয় দিয়ক। যি জনে লিখিছে সেই জনেও 52 বছৰৰ পিছত ঘৈণীয়েক মৰাৰ পিছত বাৰ বছৰীয়া কন্যাক বিবাহ কৰিলে। লগতে এক শৰণ নাম ধৰ্মৰ অৰ্থ কি? এক নাম কৃষ্ণ শব্দটোক কোৱা হৈছেনে নে আৰু এক নামৰ অৰ্থ অন্য আছে।সনাতন ধৰ্মক বিকৃত কৰা সকল কোন?মুল সনাতন ধৰ্মৰ ৰহস্য কি আছিল? এবাৰ মই সাক্ষাৎকাৰ কৰিব বিচাৰো আপোনা সবৰ লগত।
শ্ৰদ্ধাৰে আমন্ত্ৰণ জনালোঁ। সোনকালে সাক্ষাৎ হোৱাৰ আশা প্ৰকাশ কৰিলোঁ।
বাপ সকলো বুজিলোঁ।সকলো অসাৰ,পিছে আজিকালি চুলিত ৰং সানি তজ-বজিয়া হৈ ডেকা লৰাৰ নিচিনাকৈ ইউ টিউৱত ব্যক্তিতা দি থকা বিলাকৰ অভাৱ নাই ,নে কি কয় আপুনি?তেওলোকৰ মায়া ভাৱচোন অপৰিসিম।তেতিয়া হলে কি যুক্তিত লোকক হিতোপদেশ দিয়ে।আপোনাৰ পৰা উওৰ পাম বুলি আশা কৰিলোঁ।
বাপ লিংগ বুলি পুৰুষৰ অংগক নুবুজাই শৰীৰটোক হে বুজাই নেকি
বাপ জনালৈ নমস্কাৰ থাকিল। সদৌ শেষত মই কব বিচাৰিম যে যদি আমি সনাতনী হয় তেন্তে সনাতন ধৰ্মৰ ইতিহাস জনাটো উচিত। কাৰণ মায়াবীৰ গুৰুৰ প্ৰভাবত পৰি মহাজ্ঞানী ৰজা বেণও মতিভ্ৰম হৈ পৰিছিল। সেই সময়ত সেই মায়াবীৰ গুৰু জনা শংকৰদেৱতকৈ কম আগৰণুৱা নাছিল। সেই মায়াবীৰ গুৰুৰ প্ৰভাবত যেতিয়া তেওঁ সনাতন ধৰ্মৰ বিৰুদ্ধাচৰণ কৰিছিল তেতিয়া মুনি সকলে ক্রোধিত হৈ বেণক মন্থন কৰি পৃথুক জন্ম দিছিল। তেতিয়াহে পুনৰ সনাতন ধৰ্ম ৰক্ষা হৈছিল। গতিকে মায়াবীৰ গুৰুৱে জগতক মুহিব জানে কিন্তু যাৰ শিৱ কৃপা থাকিব তেওঁক মায়াবীৰ গুৰুৱে কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। লগতে প্ৰতিমা পুজা কৰিবলৈ স্বয়ং নাৰায়ণে ইন্দ্ৰদ্যুম্ন ৰজাক আজ্ঞা দিছিল আৰু বিশ্বকৰ্মাই প্ৰতিমা সাজি দিছিল। তেন্তে আপোনাৰ মতে হৰি, বিশ্বকৰ্মাও গৰুতকৈ অধম নহয়নে বাৰু?কীৰ্ত্তন ঘোষাত এই আখ্যান লিখা শংকৰদেৱো সেই লেখত নপৰেনে? আপোনাসবৰ তথ্য এখন শাস্ত্ৰৰ লগত আন খন নিমিলে গতিকে সামাজিক মাধ্যমত আপোনাসবে নাহিব। ভাল নালাগে।
যিবোৰ মানুহে পঢ়িব নাজানে সেইবিলাক মানুহেই Expiry tablet খাই। সেই সকলে কীৰ্তন ভাগৱত কথাবোৰ বুজিব কেনেকৈ! আপুনি কি কয় !
@@nirjurajgogoi319 সনাতন ধৰ্মৰ ইতিহাস নজনা আৰু সনাতন ধৰ্মৰ তত্ত্বক নজনা সকলেই হৈছে মায়াবীৰ গুৰুৰ আদৰ্শত মোহিত। সনাতন ধৰ্মৰ মূল গুৰুজনাৰ প্ৰসাদকেই নিন্দা কৰা বা গুৰু নভজা মনুষ্যই সনাতনী বুলি পৰিচয় দিবলৈ অধিকাৰ কেনেকৈ পালে ? সনাতন ধৰ্মৰ গুৰুকোন? শংকৰ দেৱ,মাধৱ দেৱ নে আন কোনোবা ? নিজৰ গুৰুক চিনি নোপোৱা আজিৰ শিক্ষিত লোকেই বেছিকৈ মায়া গ্ৰস্ত।
@@updeshmala2737 সামাজিক মাধ্যমত আৰু অনুস্থানত আপুনি যোগদান কৰি মানুহ বিলাকক বলিয়া কৰক ।
@@updeshmala2737 আপুনি শংকৰদেৱক মায়াবীগুৰু বুলি কব বিচাৰিছে নেকি
Ishor Krishnoko jitu aino devotaro xomo buloy adhormo murhomuti chouraxi norok bhunji papor junito xitu aboishe hoibeko utopoti🙏
Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️🙏🙏❤️🙏🙏❤️
আপোনালোকৰ কি ধন ঐশ্বৰ্য , পুত্ৰ,পৰিবাৰৰ প্ৰতি একেবাৰেই মোহ নাই নেকী?মিছা কথা ,সকলোৱে মায়া মোহত অন্ধ হৈ থাকে।সেইবাবেই ভাগৱতৰ তত্ত্ব নাজানি মানুহে এনেয়ে পণ্ডিতালি জাহিৰ কৰি ফুৰে।
বহু পণ্ডিতৰ মতে হিন্দু ধৰ্ম বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম, যাৰ শিপা আৰু ৰীতি-নীতি ৪০০০ বছৰতকৈও অধিক পুৰণি। আজি ১ বিলিয়নতকৈও অধিক অনুগামী থকা হিন্দু ধৰ্ম খ্ৰীষ্টান আৰু ইছলামৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম। বিশ্বৰ প্ৰায় ৯৪ শতাংশ হিন্দু ভাৰতত বাস কৰে...!
সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। দুয়োজনলৈকে সহস্ৰাধিক প্ৰণাম আগবঢ়ালোঁ । কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
কৃষ্ণ মহাপুৰুষ গুৰুশ্ৰীমন্ত শংকৰদেৱে প্ৰকাশ প্ৰচাৰ কৰা একশৰণ নাম ( সনাতন)ধৰম মত অৱলম্বন কৰিলে সনাতন ধৰ্ম পূৰ্বৰ দৰেই প্ৰথম হৈ থাকিব।
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
Omnamobhagabatebasudebaynama,yes,
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
Om namah Bhagawate Basudevayah.
নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় বাখ্যাই বহু ভক্তৰ সংশয় ছেদ কৰিব বুলি ভবা হৈছে, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ 🙏 ধন্যবাদ থাকিল। আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
Bar Sundar upasthapan.suni bar upakrita holo...Krishna .krishna
শিৱস্য হদয়ং বিষ্ণু বিষ্ণুস্য হদয়ং শিৱ যথা শিৱ ময়ো বিষ্ণু
বিষ্ণু ময়ো শিৱ যথান্তৰো ন পশ্যমি তথা মে চস্তি আয়সি।
শ্ৰী ৰামচন্দ্ৰই অগস্তি মুণিৰ দিক্ষা লাভ কৰি শিৱক আৰাধনা কৰিছিল। শিৱ কৃষ্ণ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আলোচনা ভাগ সুন্দৰ হৈছে 🙏🙏
কিন্তু শিৱলিংগত গাখীৰ ঢলা কাৰ্য্য বাপেকৰ লিংগত পুতেকে গাখীৰ ঢলা কাৰ্য্য বুলি কোৱাটো হাস্যকৰ। লিংগ মানে পুৰুষাংগ বুলি কোৱাটো পৰিতাপৰ কথা। এটা শব্দৰ কেইবাটাও অৰ্থ হব পাৰে।লিংগ শব্দৰ অধিক ওচৰ চপা অৰ্থ হল জ্যোতি। জগতৰ অন্ধকাৰ নাশ কৰি পোহৰ শক্তি ভক্তি মুক্তি প্ৰদান কৰিব পৰা সকলো জীৱৰ উদ্ধাৰকাৰী পতিত পাৱণকাৰী জ্যোতি স্বৰূপা শিৱলিংগ। হয় শ্ৰী ৰামচন্দ্ৰই মূৰ্ত্তি পূজা কৰা নাছিল।চাৰিমাহ অনাহাৰে থাকি লিংগপূজা কৰি বিশ্বৰূপ দৰ্শন কৰি পাশুপাত অস্ত্ৰ লাভ কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল। শংকৰদেৱৰ দেউতাক কুসুম্বৰ ভূঞা ই সপত্নী সহিতে শিৱ পূজা কৰি শিৱৰ বৰত পুত্ৰ লাভ কৰা বাবে পুত্ৰৰ নাম শংকৰ ৰাখিছিল বুলি জনা যায় । 🙏🙏🙏🙏
🙏🙏🙏
@@sriborah 🙏🙏
সেইটোৰ মুৰত মাল নাই বাবে সি বাপেকৰ মুৰত পুতেকে পানী ঢালা কথা কৈছে ।গৰুতকৈও অধম সেইটোও ।
@@asomiaasom6008 🙏🙏🙏
krishna krishna🙏🙏🙏
ভাগৱত ভাস্কৰ্য, ভাগৱত আচাৰ্য্য এই অভিধাবোৰ কোনোলোকক দিয়াটো কিমান যুক্তিসঙ্গত হৈছে ? এনে অভিধাই সমাজখনত ইতিবাচক কিমান প্ৰভাৱ পৰিব সন্দেহ জনক ।
আমাক "ভকত" হে প্ৰয়োজন ।
"মুক্তিতো নিস্পৃহ যিটো সেই ভকতক নমো " ।
মোৰ মতে- ভাস্কৰ্য আৰু আচাৰ্য্য, ব্যাস আৰু শুকমুণিৰ ওপৰত কোন আছে ?
বৰাদেৱে একেশ্বৰবাদৰ কথা কলে। মুৰ্তি পূজা নিষেধ কৰিলে কলিযুগত
কৃষ্ণ কৃষ্ণ 🙏
ভগৱান শ্ৰী কৃষ্ণই যেতিয়া ইন্দ্ৰৰ সভাৰ পৰা পাৰি জাত আনিব গৈছিল তেতিয়া ইন্দ্ৰৰ লগত যুদ্ধ হৈছিল প্ৰথম দিনা যুদ্ধৰ অন্তত শ্ৰীকৃষ্ণই মহাদেৱক পুজা কৰিছিল কাৰণ সেইদিনা আছিল শিৱ ৰাত্ৰী তেখেতেও তেতিয়া লিঙ্গ পূজা কৰিছিল! বৰ্তমান অসমত এক শৰণ ধৰ্মই মানুহক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰে বুলি মই ভাবো
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
কৃষ্ণ বাপ সেৱা জনালোঁ ।কথাবোৰ সত্য ।কিন্তু মায়াৰ কবলত সত্য বোৰ দেখা পোৱা নহয়।সেয়ে শংকৰ গুৰুৱে নিজকে ভগৱান বুলি পৰিচয় নিদিলে ।
অতি সুন্দৰ
ভাল লাগিল আলোচনা ভাগ শুনি কৃষ্ণ ক পাইবাৰ ভকতেহে পন্থ এহি মানে কয় গীতা ভাগৱত গ্ৰন্থ।
দিনত লোকৰ আগতহৃ ভকত ৰাতি হলে ঘৰত আৰু মানুহৰ অগোচৰত ভকতৰ বিপৰীত
কলি যুগ ! কলি যুগ! কলি যুগ!
আমাৰ গুৰু শ্ৰীমৎ স্বামী কৃষ্ণপুৰী গোস্বামীয়ে কৈছে -------
" সত্য যুগো কলি যুগ যি জন দুৰ্মতি ।
কলি যুগো সত্য যুগ যি জন সুমতি ।"
কলি ক'ত থাকে সকলোৱে জানে । কলি যদি কোনো স্থানত বা বস্ততে আছে , তেন্তে কলি কেনেকৈ যুগ হ'ল ----প্ৰভু অলপ বুজাই দিবাচোন ।
সুন্দৰ
😊
বাপ জন ক্ষমা কৰিব🙏লিংগ শব্দভাগৰ অৰ্থটো আমি প্ৰতিক/চিহ্ন বুলিহে জানি ছিলো। পাৰিলে সংশয় ভাগ ভাঙি দিবচোন। কৃষ্ণ 🙏🙏
Krishna2 seva dharilu.aparadh binasan tajuname narayan janiname pasilu saran. Jai guru sankar sabbgunakar.
বৰাদেৱৰ উত্তৰত আমি সন্তুষ্ট হ'ব নোৱাৰিলোঁ। কিয়নো সময়ৰ ব্যৱধানত শাস্ত্ৰৰো টিকা ভাষ্য সলনি হয়। সময়ৰ ব্যৱধানত পৰম্পৰাও সলনি হয়।
কৃষ্ণদেৱৰেকম ব্যপ্তং চৈতন্য ৰূপম্ ।
অন্যে সৰ্বা দেৱা: সম্ভূতাশ্চ মনসা।।
বাপ দুজনাক দূৰৰ পৰাই সেৱা জনালো । কৃষ্ণ। এই অনুষ্ঠানটো দিঘলীয়া কৰিব নোৱাৰিনে! বৰ ভাল লাগিল।
আপোনালৈকো সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
Krishna Krishna Krishna Bap. ভাল লাগিল।
Bor sunder kotha kaita srobon korilu.Bap dujonaloi bohut bohut dhanyabad jonalu .krishna.
বিশ্বাসে মিলয হৰি কৃষ্ণ।
Jayramboljaynarayanaboljaynkrishnaboljayharibol,yes,
কৃষ্ণ ,বাপ জনাৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ । আপোনাৰ মুখ পদ্মৰ দ্বাৰা নিগৰিত বাক্যৰ আঁত ধৰি কব পাৰি নামাচাৰ্যই অ হৰি বুলিলে ভকতে অ ৰাম বুলি কোৱাত কোনো ভূল হব নোৱাৰে নহয় জানো বাপ।
নামাচাৰ্য বুলিলে আমি নামৰ আচাৰ্য বা গুৰু বুলি জানো । গুৰুৱে যেতিয়া ক, খ আদি শিকায় সেই সময়ত আমি গুৰুতকৈ আগবাঢ়ি যাওঁ অৰ্থাৎ গুৰুৱে যদি "ক" বুলি উচ্চাৰণ কৰে আমিও " ক" বুলি উচ্চাৰণ কৰো । আমি কেতিয়াও পিছৰ বৰ্ণটো উচ্চাৰণ নকৰোঁ । যিজন ছাত্ৰয় গুৰুতকৈ আগবাঢ়ি "খ" বৰ্ণটো উচ্চাৰণ কৰে তেতিয়া গুৰুৰ গুৰুত্ব থাকিল জানো! আমি এনেদৰেই ভাবোঁ। কৃষ্ণ। উত্তৰ দিয়াৰ যোগ্য়তা নাই যদিও মনৰ ভাৱটোহে প্ৰকাশ কৰাৰ চেষ্টা কৰা হ'ল । কৃষ্ণ।
@@nirjurajgogoi319এক উত্তম উত্তৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ দুয়ো জনাবলৈ সেৱা নিবেদন কৰিছো কৃষ্ণ
কৃষ্ণ কৃষ্ণ,, আমি চান্দা লিনিয়েও আপোনাৰ লগত আলোচনাৰ প্ৰয়োজন আছে বুলি ভাবোঁ
কৃষ্ণ কৃষ্ণ শূনিবলৈ আৰু মন থাকিল🙏🙏🙏
😊😊😊😊😊
নতুন খণ্ড প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম কৃষ্ণ 🙏☺️
krishna krishna krishna Prabhu songs ❤
বৰ ভাল লাগিল
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিলো।🙏🙏
Shiv ninda Val nalagil .krishna Shiv ek kolewor gotikeBhulanathok heyo Gyan koratu bor dhukloga kotha.🙏🙏
@@asharanidutta7176 হয় কি কৰিব ? একাংশ লোকৰ শিৱ নিন্দা দেৱ দেৱী নিন্দা কৰিলৈয়ে জন্ম হৈছে সিহতে শিৱ নিন্দা আন দেৱ দেৱী নিন্দা বেদ শাস্ত্ৰ নিন্দা আকৰি থাকে কেনেকৈ ?
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল
ধন্যবাদ বাপ কৃষ্ণ
অতি উত্তম আৰু যুক্তিপূৰ্ণ ব্যাখ্যা । বাপ সেৱাহে
ধন্যবাদ কৃষ্ণ 🙏☺️
কৃষ্ণ কৃষ্ণ। বাপ জনাই সুন্দৰ ভাবে উপস্থাপন কৰাৰ বাবে সেৱা নিবেদিলো।কৃষ্ণ কৃষ্ণ কৃষ্ণ।প্ৰহ্লাদ হাজৰিকা।উপদেষ্টাৰ।
Krishna Krishna bhal bhal
উপদেশ মালাৰ গুৰুজনাৰু এতি প্ৰগাম আপোনাৰ ছেনেলটোৰ জৰিয়তে পাম বোলি বহুত বহুত আশা কৰিলো
Krishna Prabhu hewa janalu. Agoloiu aene prabhur Mahan bani huniboloi Pam 🙏🙏🙏
ভগৱান শ্ৰীকৃষ্ণৰ আধ্যাত্মিক গুৰু হল দুৰ্বাসা, ভগৱান শ্ৰীৰামৰ আধ্যাত্মিক গুৰু হল বশিষ্ঠ কিন্তু পৰম পূজ্য অসমৰ শ্ৰী শ্ৰী শঙ্কৰদেৱৰ আধ্যাত্মিক গুৰু কোন? যদি পাইছে জনাবচোন।
অতি সুন্দৰ প্ৰশ্ন এভাগ কৰিলে। তাৰ বাবে কিছু কথা কব লগা আছে। পৰবৰ্তী সময়ত video মাধ্যমেৰে দিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ 🙏
শ্ৰীবৰাদেৱ, ভাগৱত আচাৰ্য বটা কি, আৰু কোনে প্ৰদান কৰে জনাবচোন।
ভাপ জনাৰ গামোচা ভাগ আদৰনিয় নহয় যেন লাগিছে
কৃষ্ণ কৃষ্ণ সুন্দৰ অনুষ্ঠান 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ
Krishna xundar prayas bahut najana katha janilu sewa he janalu krishna
চমুকৈ
মহা মহা পাপী সকলে এদিন গৈ গঙ্গা জলত গৈ স্নান কৰিলে যদি পাপ নাশ হয় গঙ্গাৰ তীৰত বস বাস কৰা সকলে সদায় স্নান কৰাৰৰ ফলত স্বয়ং ভগৱানৰ লেখিয়া হব লাগিছিল, প্ৰতিমাত প্ৰাণ প্ৰতিস্থাপন কৰাৰ পিছত বাচা তোমাক কি লাগে বুলি আজি কালি নকয় (যিহেতু আগতে কৈছিল) গতিকে বাস্তৱ যুক্তিৰ আধাৰতেই স্বীকাৰ্য যে এইবোৰ অবাস্তৱ ভ্ৰান্ত ধাৰণা যি সকলে কৰে বা কৰি আছে তেওঁ লোক গৰুত কৈয়ো অধম( গৰু শব্দটো গো পদত বা বেদ আদি মান্যতাৰ আৰ্থত ব্যৱহাৰ হোৱা নাই সৰ্ব সাধাৰণতে কৰি অহা তুচ্য বচনত হৈছে ) । গৰু এটিয়ে প্ৰাকৃতিক ধৰ্ম অনুসৰি জন্তু হৈয়ো যিকন ধৰ্ম জ্ঞান আছে এওঁলোকৰ নাই । জন্তুৰ লগটো এওঁলোক তুল্য নহয় । বৈষ্ণৱ সকলে সেইবাবেই জল তীৰ্থ মূৰ্তিৰ প্ৰ্তি মতি গতি নিদিয়ে সেয়া কৃষক আৰাধনা কৰা পদ্ধতি নহয় ।
"বৈষ্ণৱত নাই ই সৱ মতি" আপোনাৰ অনুভৱৰ লগত আমি একমত হব নোৱাৰিলোঁ । আপুনি কৈছে বৈষ্ণৱ সকলক গুৰুত্ব নিদিয়ে বুলি । "মতি" শব্দৰ দ্বাৰা মন বুদ্ধি মনৰ প্ৰবৃত্তি ইচ্ছা বুজায় গতিকে ভগৱৎ সাধনাৰ মাধ্যমটোকেহে নিদিষ্ট কৰি কৈছে । কাৰণ শেহৰ শব্দটো "কৃষ্ণ বদতি" স্পষ্টকৈ কৈছ কৃষক মতা বা আহ্বান জনোৱা পদ্ধতি। সাধকক মুঠেই বুজোৱা নাই ।
সুন্দৰ হৈছে কৃষ্ণ 😅😢
মই সন্তুস নহলো ।
Om namah shivay
কৃষ্ণ 🙏
Pravu aponar katha bor bahut val nalagil Bhagawat. t ai bor ase ne Jagannath Murti bhag ki haba prabhu aru bagmoy murti buli nakale j manuhak krishna conscious karak bived nakariba
কৃষ্ণ বাপ🙏 সশ্ৰদ্ধ সেৱা সমম্বিতে আপোনাক অভিনন্দন জনালোঁ🙏🙏
মনোগ্ৰাহি আৰু সাৱলিল হৈছে । কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল প্ৰভূ।
কৃষ্ণ বাপ 🙏
নাজানিলে বা অধ্যয়ন নেথাকিলে যি কোনো বিষয়ৰ উপৰত মাত নমতাই ভাল ।
আপুনি যদি কোনোবাজন ঈশ্বৰক একান্তভাৱে উপাসনা কৰিছে তেন্তে কৰক আপোনাৰ নিজস্ব কথা সেইবুলি আনক উপলুঙা কৰাটো কি ভকতৰ লক্ষণ???
গীতা ভাগৱতৰ গইনা লৈ আনক এনেকৈ উপহাস নকৰিবলৈ সকিয়াই দিলোঁ ।
মই নিজেয়ো এক কৃষ্ণৰ বাদে আনক আৰধনা নকৰোঁ সেইবুলি মই আনৰ ধৰ্মক বেয়া বুলি ক'বলৈ বা যুক্তি দেখাবলৈ যোৱাটো ভুল হ'ব এনে কাম দুনাই নকৰিব লাগে আপুনি বাপেই হ'ক বা সাপেই হওঁক ok?
যাৰ মুৰত মাল মগজু নাই তেনে প্ৰাণীয়ে শিৱক ,দেৱ দেৱীক ,বেদক,আন লোকৰ উপাশ্য ভজনীয় দেৱক আন লোকৰ ভক্তি ধৰ্মক নিন্দা বিৰোধ কটুসমালোচনা কৰিবই সেয়াই স্বাভাবিক ।তাহাতৰ মন মগজু সিমানেই নিম্ন খাপৰ ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ দুয়ো জনা বাপক ভক্তি ভৰা সেৱা নিবেদন কৰিছো কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
কৃষ্ণ, প্ৰশ্নমতে কিচু উত্তৰ বাকী ৰ'ল
আপোনাৰ লগত মই টিভি চেনেলত বহি অকণমান আধ্যাত্মিক দিশৰ বিষয়ত আলোচনা কৰিব বিচাৰিছো। আহিবনে?
নিশ্চয় বাপ জনা, আপোনাৰ contact নাম্বাৰ ভাগ দিব
হিন্দু ধৰ্মৰ প্ৰসাৰ
পবিত্ৰ গ্ৰন্থ, আচাৰ-ব্যৱহাৰ, দৃশ্য আৰু পৰিবেশন কলাৰ জৰিয়তে হিন্দু ধৰ্মই পৃথিৱীৰ আন আন ঠাইলৈ বিয়পি পৰে। হিন্দু ৰাজ্যসমূহে থাইলেণ্ড, নেপাল, বাৰ্মা, মালয়েছিয়া, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ফিলিপাইনছ আৰু বৰ্তমানৰ মধ্য ভিয়েটনামকে ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এই ধৰ্ম আৰু পৰম্পৰা বৰ্তি আছে...!
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
কৃষ্ণ কৃষ্ণ, দুয়োৰো চৰণত সেৱা নাছিলো।বৰ সুন্দৰ আলোচনা ভাল লাগিল। কৃষ্ণ
ভাগৱতৰ মাহাত্ম্যৰ বিষয়ে সকলোৱে ৰহস্য জানিব নোৱাৰে
কৃষ্ণ ই নিজ মুখেৰে উধবৱক কৈ গৈছে কৃষ্ণ
কৃষ্ণ
Krishna. 🙏. Krishna
ধৰ্ম কাক বোলে নো ?এক শৰণ টো আছলতে এটা ধৰ্ম নে এটা পন্থ হে ?
ভাল নালাগিল
মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱ গুৰুজনাই ভাগৱত আচাৰ্য উপাধি পোৱা নাই এইজনে কেনেকৈ পালে সেই উপাধি
আপুনি বিষ্ণু ভগৱানক ভগৱান নহৈ বুলি কলে, মই কথাটো বুজি নাপালোঁ, যিহেতু শ্ৰী কৃষ্ণ বিষ্ণু ভগবানৰ এটা অৱতাৰ, তেনে স্থলত আপুনি কেনেকৈ বিষ্ণুক ভগৱান নহৈ বুলি কলে ?
বিষ্ণুৱে, কৃষ্ণ তেওঁৱে ৰাম... এই বোৰ ইশ্বৰ উপাসক কিদৰে নুবুজি ইশ্বৰ উপাসকে ইশ্বৰকে বিভেদ কৰিছে.. ইমান কথাবোৰ সহজ...
এই বান্দৰতোক আচাৰ্য্য উপাধী কোনে দিলে-১৪ শাস্ত্ৰ ১৮ পুৰাণ গছকি ভাগৱতৰ বিকৃত বিখ্যাক মানি নলওঁ দেই । শ্ৰীকৃষ্ণই অৰ্জুনক পৰম ব্ৰহ্মৰ বিষয়ে কি কৈছিল --সেইবিলাক কিয় লুকুৱাইছে --কৃষ্ণই যদি শ্ৰেষ্ট আছিল পৰম পৰম ব্ৰহ্ম বুলি কাৰ কথা কলে উত্তৰ আছেনে এই মায়াবী জনৰ । লিংগ মানে জ্যোতিলিংগ বুজায় --এই জনে বাপেৰৰ মূৰতো বুজনি দিছে । বেছি দিন নাই তহঁতৰ --মুক্তিতো নাপাৱই জাহান্নামে যাবি তহঁত । এই বান্দৰতো বাপ নহয় সাপহে দেই।এজন শিৱভক্ত হিচাবে বহুত দুখ লাগিল 🤔
দুখ লাগে প্ৰভু কি কৰিব একাংশ কলুষিত মন মগজুৰ কলংক আবৰ্জনাৰে ভৰা অসমত আজি অসমীয়াই শিৱ নিন্দা বিষ্ণু দুৰ্গা দেৱ দেৱী নিন্দা অপমান শুনিব লগা হৈছে সেয়া দুৰ্ভাগ্য ।ঔঁ শিৱায় নমঃ ঔঁ বিষ্ণুৱে নমঃ ।
লোকক বান্দৰ তুলনা দিয়া জন নিজে গৰু হ'ব লাগিব
@@dhrubadutta8728সেইটো কি ৰুদ্যকান্ত বৰা নে কি সি বান্দৰেই নহয় সেইটোৱেই গৰুটো অধম প্ৰাণী । বুজিছা ?
Krishna krishna krishna
উত্তৰ বোৰ চালে বেৰে কোবাই দিছে।
Om namah shivay 🌺🌹🌹🌺🌻
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
@@kalpanarabha4424 ওঁম শিৱায় নমঃ,ওঁম বিষ্ণুৱে নমঃ ,ওঁম দুৰ্গায় নমঃ ।ঔঁ তৎ সৎ ।
বৰ ভাল লাগিল বাপ যনালৈ সেৱা জনালো তেজপুৰৰ পৰা চালো কৃষ্ণ কৃষ্ণ
Duija🎉
Krishna Krishna
এৰিলে আচাৰ ধৰ্ম নভইলা কিছু জাত কৰ্ম।হৈবে সু দ্ৰ সব ৰজা সমস্ত প্ৰজাৰ।শ্ৰাদ্ধ হো ম বেদ মন্ত্ৰ গুচি ব আচাৰ।তেবে কলি যুগ অন্টে প্ৰভু ভগ্ বন্তে কল্কি ৰূপ ধৰি জ গ তকে শিক্ষাই বন্ট।।দেৱ দত্ত ঘূতকত উঠীয়া মূ্ ৰাৰী অধৰ্ম্মিক কাটি বন্ত বিছাৰি বচাৰি।। 2য় স্কন্ধ।। কলিৰ শেষত হৈ ব কল্কি অৱতাৰ।কাটি মাৰি মে ল চক কৰিব বুণ্ডামাৰ।। বিষ্ণু পুৰাণ চাব লাগিব। কেশৱ শিৱ শিৱ ঘোঁ সি ও স দা য়।।শঙ্কৰদেৱ কৃ ত্ত ন।। ঈশ্বৰ এজনেই বিভিন্ন নাম।প্ৰকৃতি এগৰাকী। নাজানি বোলে নিন্দা বাণী।।ব্ৰহ্মা হৰ হলায়োধ লক্ষ্মী প্ৰীয় জাযা পৰম সুন্দৰ দেখা ইটো মোৰ কাযা।। মিচলিযা ভক্তি ঘোঁৰাৰ সিং গা ৰ। চিংগা ৰত্ত ক টি ফাঁ তে তত নাই তাৰ।।কোটি সূৰ্য্য সম জ্যোতি আছিলা বিদ্যমান হৰি শৰীৰৰ ক্ৰা নতী ভৈলন্ত বিস্তাৰ।।দক্ষিণে পঞ্চাছ কোটি যোজন অন্তৰ।পঞ্চনন ত্ৰিনেত্ৰ ধাৰী দেখিতে অনুপম।।যাৰ জন্ম মৃত্যু না ই তা ক অজ বোলে।।গোবিন্দ ।
নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏🙏
হৰ হৰ মহাদেৱ ।ব্ৰহ্মাণ্ডৰ অধিকাৰী শিৱ সনাতন ।ওঁম নমঃ শিৱায় ।ঔঁ।
শ্ৰদ্ধাৰ বহু ব্যাখ্যা কাৰে কিছু পদ ঘোষা নিজৰ স্বাৰ্থঅনুকোলে অৰ্থ আগবঢ়োৱা দেখা যায়। সন্মানীয় বাপ জনে কোৱাৰ দৰে কোনো ব্যাখ্যাকাৰে শৰণ ভজনৰ গোপনীয় কথাবিলাক মুকলিকৈ কৈগুৰুৰ প্ৰয়োজন বিহীন কৰিছ বুলি ক'লেবঢাই কোৱা নহব নেকি?
ভাগৱত বৰ্ননা কৰি মানুহক ব্যৱহাৰিক জ্ঞানৰ পৰা আতৰ কৰি নৱ প্ৰজন্মক দুৰ্বল নকৰিব ৷
কৃষ্ণ প্ৰভু সমালোচনা কৰা মূৰুখ মতি কেইজনক ক্ষমা কৰিবা।।
সংস্কৃত ভাষাৰ সম্পূৰ্ণ জ্ঞান নোহোৱাকৈ ভগৱান মহাদেৱ শিৱৰ অপমান কৰিছে আপোনালোকে।
দয়াকৰি হিন্দু সমাজখন বিভাজিত নকৰিব।
ধন্যবাদ ।সুন্দৰ মন্তব্য ।এই ধৰণৰ লোক অসমৰ কলংক আবৰ্জনা বিষাক্ত ।এইধৰণৰ অধম নিকৃষ্ট প্ৰাণীয়ে নিজকে পণ্ডিতালী দেখাই অসমৰ ধৰ্মীয় সমাজ অসমৰ পৰিবেশ দুষিত বিষময় কৰিছে কৃষ্ণ শংকৰ মাধৰ নামত ।
বাপ সাজ পোচাকত নতশিৰ কৰা নাই তেখেত ৰ ব্যাখ্যা ত হে নতশিৰ কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏 ☺️ বুজিছো বাপ 🙏
তেখেতক অবগত কৰিম 🙏
Borah prabhu, bhagawat khane kebal assam t hei manhu khinik bibhakta karile neki uponi je kale murti puja homan jnagya je ninda kare assam r baisnyab sakale, all india t too sanatan dharma mani sale, puja,haman ,bhagawat sakaloke loi sale, enekoi ammar hindu dharma too bilupti hoi jab dekhon ! Apuni alap bujai diboson
একো নাই ,আজি কালি ধৰ্ম যিমান প্ৰচাৰ হৈছে ,তেনেকৈ পাপবোৰো বেছিকৈ হব ধৰিছে ৷সকলোতে কিবা এটা স্বাৰ্থ ৰাখি হে কামত আগবাঢ়ি যায় ৷বৰ্তমান যুগত মানৱ প্ৰেম শ্ৰেয় ধৰ্ম ৷ধৰ্মৰ নামত আনক ইতিকিং কৰা কিমান জানো ধৰ্মৰ ফালৰ পৰা গ্ৰহণ যোগ্য ৷নে ধৰ্মৰ নামত আন পন্থাক ভগৱান শ্ৰীকৃষ্ণ বিৰূপ মন্তব্য দি ইতিকিং কৰিব কৈছে আপোনালোক ৷
কৃষ্ণ কৃষ্ণ , 🙏🙏🙏🙏
কৃষ্ণ
Good job
Krishna Krishna baap dujanar sanat pranam prasna aaru uttar ji aaga barale suni kitartha holo mor akmat basanta das mirza jharo boro. Dale para jai jai jai Krishna bhagaban tomar saranat coti coti pranam
সাক্ষাৎকাৰ লোৱা জনে সুধী সমাজক উদ্দেশ্যি কিবা এটা কোৱাটো বুজিলো,পিছে মহন্ত সমাজক ইয়াৰ মাজলৈ কিয় টানিছে নুবজিলো।
বাপ, 🙏 মহন্ত বুলি , মহৎ গুনৰ অধিকাৰি সকলক হে কোৱা হৈছে, যি মহন্তয়ে পঞ্চ "ম" ত্যাগ কৰিব পাৰে। ই এক তত্ত্ব পূৰ্ণ কথা। ইয়াত আপুনি উল্লেখ কৰা উপাধি ধাৰি মহন্তৰ কথা প্ৰকাশ কৰা নাই। কৃষ্ণ কৃষ্ণ 🙏🙏
@@sriborah সুধী সমাজ বুলি ক'লে আমি ধাৰণা কৰো সকলো মহৎ গুণৰ অধিকাৰী ক অন্তৰ্গত কৰা হয়। গতিকে পিছৰ সম্বোধন টো ইমান প্ৰয়োজন বুলি ধাৰণা নকৰো। কৃষ্ণ 🙏
@@manujkrhazarika102 আপুনি জানেই, গতিকে আকৌ নো কিয় ক'ব লাগে,,,? এজন ব্যক্তিক দুটা সম্বোধনেৰে মতাত আপত্তি কি আছেনো,,,,, ? কৃষ্ণ 🙏 অপৰাধ ক্ষমিব বাপ 🙏🙏
Krishna
কৃষ্ণ
কিন্তু এখেত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ অনুগামী এতেকে ক'ম এই শংকৰদেৱ সংঘৰ অনুগামী আৰু সংঘই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক নতুনকৈ সৃষ্টি কৰা এটা দল
হয় ।তাহাতৰ দল শংঘত শংকৰদেৱৰ আদৰ্শ নাই কেৱল শংকৰদেৱ আৰু কৃষ্ণ নাম দুটাঘে আছে ।কৃষ্ণ শংকৰ নাম দুটা সিঁহতৰ ঢাল ।