এঞ্জেলা আপোনাৰ মন্তব্যৰ উত্তৰ দিবলৈ সক্ষম নহয় যদিও আপোনাক কোৱাৰ বাবে সাহস কৰিব খোজো যে মোৰ ঠালত খাই বুকুত কামুৰি দিয়া পৃথিৱীৰ বুকুত অনেক জীৱৰ। মুখ্য পিন্ধা জয় হৈছে সেই সকলে নিজৰ নিজৰ আদৰ্শ আমালৈ কলংকিত কৰি। এতিয়া চুৰৰ মুখত ৰাম নাম বুলি এশাৰী কথা উল্লেখ আছে অসমীয়া ভাষাত নহয়নে।।।
Da RSS RSS RSS FFS Essa da da da Essa da da RSS da da RSS da da da da da da da do da da da da da da da FFS da da da Essa da da da da do da da Essa da Essa da do da da Essa Essa Essa dad D da Essa Essa d Essa Essa fed dad was da Essa da Essa raw d da dad essa ear saw Raw Essa a
এঞ্জেলা তুমি জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে আৰু মানৱ কল্যাণৰ বাবে সমূহ মানৱ জাতিক লৈ অতি সুন্দৰ গঠন মূলক বক্তৃতা মানুহৰ মাজত প্ৰদান কৰিছা। সুন্দৰ কথা। কিন্তু আমি পুৰণি পাপী। ভাগৰী গলো জীৱ শ্ৰেষ্ঠ মানৱক দেৱত্বৰ প্ৰদান কৰি ও অসুৰত্ব ৰজ তম গুণ বিশিষ্ট হৈয়ে ই ৰল। যিবিলাক মানুহৰ মাজত আত্ম দৰ্শন আত্ম বোধ গভীৰ আত্ম উপলব্ধি নাই সেই বিলাক মানুহক হাজাৰ বাৰ উপদেশ দিও লাভ নাই। বাজি গায় পোহাৰ দৰেই হয়। comments বোৰৰ পৰা ই বুজি পায়। তোমাক ভাল পালে তুমি কোৱা বক্তৃতা বোৰ ভাল শুনিলে নহ'ব। তোমাৰ উপদেশ বোৰৰ মতে কাম বোৰ কৰি যাব লাগিব মানি যাব লাগিব। উপদেশত কৈ আহি শ্ৰেষ্ঠ। শুনাতকৈ কৰা ভাল। তেনে ধৰণৰ হ'লে ভাল আছিল। নহয় যে এতিয়া। কথা সেই তোৱেই বিশম ।
আপোনাৰ কাৰ্যক্ষমতাৰ সীমাবদ্ধতা কোনো দিনে নাই। আপোনাক কি বুলি ধন্যবাদ জ্ঞাপন কৰিম ভাবি পোৱা নাই তাৰ বাবে আপোনাক এটা কথাই প্ৰমাণ কৰিবলৈ জনাও যে আপুনি সঁচাই মহান ।
আপোনাৰ কথাই মোৰ দৰে অসমীয়াক সদায় জাগ্ৰত কৰি ৰাখিব।মোৰ তাৰেই কামনা।।।
জয় গুৰু শংকৰ❤❤❤❤❤❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ও শ্ৰীমন্ত মাধৱদেৱ ৰ শ্ৰী চৰনত প্ৰাৰ্থনা জনায় এটি সেৱাৰে প্ৰণাম প্ৰভু প্ৰনাম।।
জয় শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো 🙏🙏🙏🙏🙏
জিলাই জিলাই এটা কৈ1/ বেংক শাখা হব লাগে 2/প্ৰাথমিক ত একো খন কৈ স্কুল হব লাগে 3/teachers বোৰ আমাৰ শিক্ষিত এক শৰণ ভকতৰ যুৱক যুৱতী বোৰ হব লাগে4/শিক্ষা ৰ খৰছ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ই বহন কৰিব লাগে 5/শিক্ষাৰ লগতে ভাওনা আৰু খোল তাল নাম প্ৰসংগ শিকাব লাগে।
উত্তৰ। ধৰ্ম শব্দৰ অৰ্থ হৈছে ধাৰন কৰা বা ধৰি ৰখা। ই ধূ ধাতুৰ পৰা উৎপত্তি। মানৱৰ অথ হ'ল শেষ ও শ্ৰেষ্ঠ জনম। মানৱ হৈ জন্ম ল'বলৈ দেৱতাই ও বাঞ্ছা কৰে। মানৱ জীৱনতে মহাপুৰুষ সকলে পুৰুষাথ সাধন কৰি গতি লাভ কৰে। উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ ই জীৱ শ্ৰেষ্ঠ মানৱৰ ওপৰত নিৰ্ভৰ কৰে। মানুহেই নিজৰ মানৱীয় দায়িত্ব আৰু কত্তব্য বুলি গণ্য কৰি চাৰি মুঠি জীৱ কেই আত্ম সম জ্ঞান কৰি আগ্ৰহ শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাসেৰে মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰিবলৈ সক্ষম হ'ব লাগে। মানৱীয় বোধগম্য মানৱীয় তাৎপৰ্যপূৰ্ণ উপলব্ধি থাকিব লাগে। মানৱ ধৰ্মৰ মূল তত্ত্ব হ'ল ত্যাগ আৰু প্ৰয়োগকাৰ পৱিত্ৰ প্ৰেম আৰু বিশ্বাস সমতা অনুভৱশীলতা। সকলো জীৱকে সম দূষ্টি ভঙ্গিৰে শ্ৰদ্ধা ভক্তি প্ৰেম অতি আৱশ্যকীয় কথা। শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ কোনো জীৱৰ পক্ষে কৰিব নালাগে। য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া। কায়া মানে চেহেৰা। গতিকে সকলো জীৱকে সন্মান সুবিধা চিকিৎসা আৰু বৈষমতাহীন হ'ব লাগিব। মাটি পানী বায়ু আকাশ শব্দ আদি প্ৰদুষন সকলো জীৱৰ বাবে বেয়া। সদাচাৰী সৎমানসীকতা সৎমনন পৱিত্ৰ শুদ্ধ নিত্য বুদ্ধ মন ও হ্নদয় যাৰ ওপৰোক্ত সন্নিবিষ্ট গুণ বোৰ নিগুন নিখুঁত হবলাগিব তাৰ মানৱ ধৰ্ম পালন কৰা হৈছে বুলিব পাৰি। ধন্যবাদ।
সকলো জীৱৰ ভিতৰত মানুহকেই জীৱ শ্ৰেষ্ঠ বুলি কোৱা হয়। কিন্তু কথা টো সম্পূৰ্ণ শুদ্ধ নহয। মানুহ বুলিবলৈ হ'লে মণিস্বতা থাকিব লাগিব। মানৱতা বিহীন হ'লে নহ'ব। মন বুদ্ধি হ্নদয়ত মানৱীয় প্ৰমূল্যবোধ থাকিব লাগিব। সকলো জীৱৰ প্ৰতি সম দূষ্টি সমভাৱনা থাকিব লাগিব। সকলো জীৱকে জগতৰ সৰ্বকালৰ সুমঙ্গল ও কল্যাণৰ হকে চিন্তা চৰ্চা কৰিব লাগিব। মাটি পানী বায়ু আকাশ জুই পঞ্চ ভৌতিক জগতত আৰু শব্দ ব্ৰহ্ম প্ৰদূষণ বিহীন হ'ব লাগিব। মানুহ নামৰ কিছুমান দুষ্ট দৈত্য দানৱ অসুৰ আছে। সিহঁত দেখাত মানুহ স্বভাৱত মানৱীয় স্বভাৱ চৰিত্ৰ খলন অৰণ্য দঙখন কাৰী। গুৰু গোসাঁই নামানে অসদাচাৰী চৰিত্ৰ হীন সম্পদ তামসিক অসূৰ। জীৱ জগতৰ কলঙ্গ দেখাত হে মানুহৰ খায় কম্মত পিশাচ। গতিকে মানুহ কাক বোলে। দেখাত মানুহ হ'লে নহ'ব সঁচা মানৱতা বিহীন দেখাত মানুহ কম্ম যজ্ঞ অসূৰৰ। সকলো জীৱকে সম ও পৰোপকাৰ আৰু তিয়াগ নাই যি মানুহৰ আত্ম কেন্দ্ৰীক বুলি কোৱা হয় তেনে বিধ দানৱক। মানুহ কাক বোলে আৰু কাক মানুহ নোবোলে ভাবি চোৱা এতিয়া ই। ধন্যবাদ।
Shree kisno ❤❤
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ l আই আপোনাৰ সুন্দৰ বৰ্ণনা শুনি বহুত ভাল লাগিছে l শ্ৰৱনে সৰ্ব হৃদয়লৈ নতুনত্ব ও পৰিবৰ্তন আনিব কৃষ্ণ
Thanktou
কৃষ্ণ জয় গুৰু শঙ্কৰ আই গৰাকী আপোনাৰ শ্ৰী চৰণত সেৱা আগবঢ়াইছো ।
Val lagil 🙏
কৃষ্ণ কৃষ্ণ আই ,অতি সুন্দৰ, আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে।
আমি কথা খিনি শুনি ভাবিব লগা হ'ল।কিয় আমাৰ ল'ৰা-ছোৱালীৰ মন নামঘৰ ফলীয়া কৰাব অসমৰ্থ হৈছোঁ। কাৰণ এতিয়া এনে সামাজিক ঘটনাৰ তেওঁ লোকে বিচাৰে আমি দিব নোৱাৰোঁ। যেনে এঘৰীয়া কৰা খেলৰ পৰা বাদ দিয়া ।ধনদিলে খেল পোৱা।সমাজিক বৰ্জন। সামান্য দুখত যদি দুখীয়া লোকক অকথয় সামাজিক মানসিক শাস্তি দিয়া হয়।তাত কোনো সেৱা দ'ল দেখা নাপাওঁ।ধনী জনৰ সাত দুখ মাফ কিয়? গুৰুজনাৰ বিৰচিত কোনো পুঠিত এই বিধান আছিল নে? এক শৰন বৈষ্ণৱ ধৰ্ম বহু দলীয় বহু গুৰু বহু পনঠা হ'ল কিয়?চুলি খুৰুৱা নুখুৰুৱা অচুত চুত মেলেচ আদি কোনে আনিলে? এই বোৰৰ উওৰ আমাৰ এতিয়া লৰা ছোৱালীৰ প্ৰশ্নৰ বানৰ সমিধান ৰহিত। সেয়ে আজি লৰা ছোৱালী নামঘৰ মুখী হ'ব নিবিচাৰে। আমাক গুৰুজনাৰ সকলো ধৰ্ম গ্ৰন্থৰ চৰ্চা থকা এক কেন্দ্ৰ সকলো ঠাইত হওক যাতে ল'ৰা-ছোৱালীৰ আছঠা জন্ম হয়। নহ'লে বৃথা হ'ব সকলো চেষ্টা।ই অনাগত দিনত নতুন চামে আৰু নিৰাশ ভাবাপনন অৱলম্বন কৰিব।
শঙ্কৰ মাধৱৰ দেশ অসম ,, গুৰু জনাৰ আদৰ্শ নীতি মানি চলিলে হে অসমীয়া জাতি জীয়াই থাকিব ,, আপোনাৰ কথা খিনি ভাল লাগিল বাইদেউ,,,🙏
❤❤❤❤❤
কৃষ্ণ কৃষ্ণ আই আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ
❤ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ ❤🎉❤🎉❤🎉
🙏🙏🙏 কৃষ্ণ কৃষ্ণ অতি, সুন্দৰ
Angela ba Krishna Krishna probhu 🌹🌹🙏🙏bohut val lagesa
Krishna Krishna 🌹🌹🙏🙏ba very nice
কিবা অঠণতৰ গুৰুৰ ওচৰত শৰণ-ভজন গ্ৰহণ কৰাৰ উদ্দেশ্যে পুনৰ গুৰু গৃহলৈ গৈ আছোঁ ANJELA বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ঈশ্বৰে মঙ্গল কাৰক।। কৃষ্ণ কৃষ্ণ কৃষ্ণ
36:59
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মানৱতাৰ বজাত সাম্প্ৰতিক কালত পৌৰাণিক ঐতিহ্য সামাজিক সাংস্কৃতিক ৰাজনৈতিক বৌদ্ধিক আৰ্থিক ঐশ্বৰিক আধ্যাত্মিক দাৰ্শনিক বৈজ্ঞানিক শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ প্ৰমূখে সকলো বিষয়তে পনীয়া আৰু আত্ম কেন্দ্ৰীক হৈছে। ধৰ্ম অথ কাম মুক্ষ ত্যাগ পৰোপকাৰ মানৱীয় বোধ আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিয় চেতনা প্ৰেম ভাল পোৱা সৎভাৱনা সদাচাৰ সচিদানন্দ মনোজগত ব্ৰহ্ম তত্ব আদি সকলো দিশতে এটা কমিছে। মানুহ বিলাক দুমুখীয়া সাপ ও মিছা বেশ্যা মিছলীয়া হ'ল। আজি তোমাৰ মোৰ নিচিনা জীৱ শ্ৰেষ্ঠ মানুহবোৰে লক্ষ্য বেদি অৰ্জুন সখাৰ শৰ নিক্ষেপ কৰিব লাগিব। ধন্যবাদ।
হে কৃষ্ণ কৃষ্ণ প্ৰভু ভকত বৎসল। সাধিয়ো মাধৱ ভকতৰ কুতূহল।। তোমাৰেসে অংশ ব্ৰক্ষ্মা আদি দেৱগন।জগত ৰক্ষন সব জগত পালন।।
Jay Guru Shankar Dev Jay Guru Madhab Dev 🙏
Very nice leaksir " long live * Krishna Krishna*
❤❤❤❤❤❤❤❤❤❤❤
আই গৰাকী গুৰুজনাৰ যি ভাওনাৰ নিৰ্দেশনা বৰ্তমানে সেই ৰূপ সলনি হৈছে নেকি? এই বিষয়ে আপুনি কিবা কব নেকি?
এঞ্জেলা আপোনাৰ মন্তব্যৰ উত্তৰ দিবলৈ সক্ষম নহয় যদিও আপোনাক কোৱাৰ বাবে সাহস কৰিব খোজো যে মোৰ ঠালত খাই বুকুত কামুৰি দিয়া পৃথিৱীৰ বুকুত অনেক জীৱৰ। মুখ্য পিন্ধা জয় হৈছে সেই সকলে নিজৰ নিজৰ আদৰ্শ আমালৈ কলংকিত কৰি। এতিয়া চুৰৰ মুখত ৰাম নাম বুলি এশাৰী কথা উল্লেখ আছে অসমীয়া ভাষাত নহয়নে।।।
Krishna 🙏 joy জগত গুৰু শংকৰ আগুৱাই যাওঁক
ঈশ্বৰে আপোনাক কৃপা কৰক আগলৈ আপোনাৰ পৰা এনেকৈ ঈশ্বৰৰ কথা শুনিব পাম
কৃষ্ণ কৃষ্ণ ,কথাখিনি জানি শুনি বৰ ভাল লাগিল ।
Khub xundar Jay Guru shankar 🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏🙏🙏
আপোনাৰ ভাষণ শুনি বহুত ভাল লাগিল
❤
Bahutvalkotha🙏🙏🙏🙏
Ram Ram Krishna Krishna AAi dhyono dhyono dhyono aai aponer aadhyatmik gyanor pora bohut upokrit hoicho dhyono dhyono Aai
sunddar 🌷
আৰু আগূৱাই যাওক কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
❤❤❤ মজা 🙏
কৃষ্ণ 🙏
Jisur namot apunak dhonyabad disu moi Moina mili from Dhemaji,
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
আজিৰ টিকট কেঞ্ছেল হ'ল খবৰ যোৱা কালি সন্ধিয়াই ল'ৰাই পায় পুনৰ টিকটৰ বাবে যোগাযোগ কৰি আজি পুৱা নিশা3/ মান বজাত সম্পূৰ্ণ হৈ উঠাতহে ওথিআহিকলে সোমবাৰেটিকট ফাইনেল হৈছে কিন্তু এক ৰাতি আকৌ বাটত বাঞ্ছিৱ লাগিব বুধবাৰে গৈ অসমৰ মাটিত ভঢ়ি দিবলৈ সক্ষম হ'ম।। জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰু শঙ্কৰদেৱে,, মাধৱদেৱে গুৰুদুজনলৈ ইয়াৰ পৰাই এটি সেৱা প্ৰাৰ্থনা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ মোক ভাত খোৱাৰ বাবে অন্য ঠাইলৈ নিবলৈ ল'ৰা আহিল।। শুভ সন্ধ্যা।।
Very nice🎉🎉
জয় গুৰু শঙ্কৰ
Krishna 🙏🙏
মানৱ ধৰ্ম মানে কি। তাৰ আগতে মানুহ মানে কি। মানৱতা মানে কি। মানৱীয় প্ৰমূল্যবোধ মানে কি। আত্ম বোধ আৰু আত্ম উপলব্ধি কি বস্তু। উত্তৰ পিছত দি আছো।
কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏 কৃষ্ণ ❤🪔🌹🙏
Krishna 🙏
Your speak is very sweet for me i think I will be meet you in name of Jesus Christ,
KRISHNA KRISHNA KRISHNA
মই আপোনাৰ বাবে যোৱা কালি পঠিওৱা ফুলনিয়ে আমাক অক্সিজেন দিৱ আৰু নাইট্ৰজেন ৰাতি এৰি দিয়ে এটা টোকা লিখি থৈ সেই মতে কাম কৰিবলৈ লৱ ইয়াৰ অৰ্থ কাকো নিদিব বুলি আপোনাৰ ওচৰত বিশ্বাস কৰা হ'ল।।
কৃষ্ণ
কৃষ্ণ কৃষ্ণ আই।
কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏
Da RSS RSS RSS FFS Essa da da da Essa da da RSS da da RSS da da da da da da da do da da da da da da da FFS da da da Essa da da da da do da da Essa da Essa da do da da Essa Essa Essa dad D da Essa Essa d Essa Essa fed dad was da Essa da Essa raw d da dad essa ear saw Raw Essa a
❤
❤❤❤🌺🌺🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏
Jay guruhankr😢😂🙏🙏
Krishna Krishna
1449r agar alap kobasun
পূথিৱীৰ যত মহাপুৰুষ মহা মানৱ মহিষী আছিল তেওঁ লোকক ঈশ্বৰৰ দূত বা পুএ পয়গম্বৰ আদি আখ্যা দিছিল। কিন্তু অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱক ঈশ্বৰ বুলি কোৱা হয়। শ্ৰী চৈতন্য দেৱক ও ঈশ্বৰ তুলনা কৰে কিজানি। কিন্তু ঈশ্বৰ ভগৱান সকলো বিলাক ব্ৰহ্ম ৰ ওপৰত নহয। অনন্ত কোটি ব্ৰহ্মাণ্ডত একমাত্ৰ ব্ৰহ্ম ই সত্য জগৎ মিথ্যা। মিথ্যা মানে অৰ্থহীন অসাৰ মূল্য হীন বিনাশ শীল। জগৎ হ'ল ব্ৰহ্মৰ শক্তিৰ মায়াৰ ভ্ৰম। একমাত্ৰ ব্ৰহ্মতকৈ এই অনন্ত কোটি ব্ৰহ্মাণ্ডত একো সত্য নহয়। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। জীৱৰ ক্ষেত্ৰত দেহ বিলাক আৰু ব্ৰহ্মৰ ক্ষেত্ৰত অনন্ত কোটি ব্ৰহ্মাণ্ড অৰ্থহীন অসাৰ মূল্য হীন বিনাশ শীল। সকলো ব্ৰহ্মৰেই মায়াৰ ভ্ৰম মাএ। ৰামায়ণ মহাভাৰত মহাকাব্য দুখনৰ ৰচনা কৰে মহিষী বাল্মিকীৰ আৰু বেদ ব্যাস। সেই দৰে যত ধৰ্ম গ্ৰন্থ শাস্ত্ৰ সমূহ মহাপুৰুষ আৰু মহিষী মহামানৱ সকলে ৰচনা কৰা। ঈশ্বৰৰ সূষ্টি হৈছিল মহা মানৱৰ ৰচনাত ৰামায়ণ মহাভাৰত মহাকাব্য দুখনৰ কাল্পনিক মহাকাব্য হে কাহিনীৰ ঈশ্বৰ ঈশ্বৰী কল্পনা হে। জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে আৰু মানৱ কল্যাণৰ বাবে ৰচনা কৰা হৈছিল। ব্ৰহ্ম এই বিলাক সকলোৰ উদ্ধত। অদ্বৈত বাদ এক পৰম ব্ৰহ্ম হৈ সত্য বাকী সকলো মিথ্যা। ব্ৰহ্ম সৰ্ব্বোচ্চ সত্য। কোনো কাৰণতে যাৰ অজনমা অমৰন অভগন অসীম অদূশ্য অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন কল্পনাতীত অদাহ্য অদ্ৰৱনীয় অভেদ্য অপৰিমান অকম্মা অকত্তা আদি। আমাৰ বহু লোকে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱক স্বয়ং ভগৱান বিষ্ণু আৰু জগত গুৰু বুলি কয়। কিন্তু তেওঁ proper time অত বিদ্যালয়ত গৈছিল নিজৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰি তুলিছিল। তেওঁ এজন সুদক্ষ সাহিত্যিক শিল্পী নাট্য কাৰ জ্ঞানী দাৰ্শনিক চিন্তাশীল মনোবিজ্ঞানী আধ্যাত্মিকতাবাদী। আত্ম দেশী সকলো বিলাক দিশত সম্পূৰ্ণ হোৱাৰ বাবে মানুহে তেওঁক জগত গুৰু ঈশ্বৰ আদি সন্মান দিছিল। ব্ৰহ্ম নিগূন ব্ৰহ্মৰ জন্ম ৰহিত। জন্ম মৃত্যু মানৱ মহাপুৰুষ সকলৰহে হয়। মানুহৰ লিখা শাস্ত্ৰ সমূহ বিভিন্ন ধৰণৰ মতৰ হ'ব পাৰে। অনন্ত কোটি ব্ৰহ্মাণ্ডত একো নাই মহা শূন্য মাএ এক ব্ৰহ্ম এক সত্য এক ধৰ্ম এক কম্মৰ বাদে। ধন্যবাদ।
ইশ
যতেক অনথ আছে সঙ সাৰত তাতে তিনি বিধ সাৰ। কাম ক্ৰোধ লোভ আপুন নাশন জানি কৰা পৰিহাৰ।।
সচা কঠা ভাওনা চাওতেওকথা পাতি ৰকে একো শুনা নাপাও
Khng gh to kor pora ahil
1449r agar allap kobasun
Thankyou
❤ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ