ভাগৱত উৎপত্তি, ভাগৱত কোনে লিখিলে ? ভাগৱত জ্ঞান প্ৰথমে কোনে পালে?

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • #ভাগৱত উৎপত্তি। ভাগৱত ব্যাখ্যা#অসমীয়া

КОМЕНТАРІ • 253

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 3 місяці тому +5

    কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ

    • @sriborah
      @sriborah  3 місяці тому

      আমি নৰাধম সেৱাৰ যুগ্য নহয় বাপ ঈশ্বৰ। তথাপি ধন্যবাদ জনালো বাপ 🙏
      পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে হয়তো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏

  • @pramodnath8098
    @pramodnath8098 4 дні тому

    বৰ ধুনীয়া হৈছে ৷ইমান ধিৰেধিৰে কথা বোৰ বুজাইছে ভাল লাগিল ৷ধন্যবাদ ৷

  • @BijoyPawandasBijoyPawandas
    @BijoyPawandasBijoyPawandas Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 বাপ জনাৰ তযু কমল চৰনত ভক্তি ভৰা সেৱা নিবেদিছু 🙏🌾🌷🪷

    • @sriborah
      @sriborah  Місяць тому

      ধন্যবাদ বাপ 🙏 জয় শ্ৰী কৃষ্ণ

  • @hemangakalita3273
    @hemangakalita3273 3 місяці тому +1

    ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ
    মই বহুত সৰুৰ পৰা ভাগৱত পাঠ শুনিছোঁ ভাগৱত পাঠ শুনি বহুত ভাল পাওঁ।
    এই পাঠ শুনিলে জীৱন সুখ, শান্তিৰে ভৰি পৰে ।

    • @sriborah
      @sriborah  3 місяці тому +1

      বহু ধন্যবান আপুনি। ঈশ্বৰৰ কথাত মন দিব পৰা বহু ভাগ্যৰ কথা। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

    • @hemangakalita3273
      @hemangakalita3273 3 місяці тому

      Ram Krishna, ram Krishna, ram Krishna 🙏🙏🙏

  • @KamalDas-y3x
    @KamalDas-y3x 4 місяці тому +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  4 місяці тому +1

      ধন্যবাদ। কৃষ্ণ 🙏

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 4 місяці тому +3

    কৃষ্ণ কৃষ্ণ‌ বাপ ,, আগলৈ এনেকুৱা তত্ত্বৰ গধোৰ বাখ্যা পাম বুলি আশা ৰাখিলোঁ

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏
      ঈশ্বৰৰ কৃপা হ'লে নিশ্চয় প্ৰয়াস কৰিম

  • @devinjli186
    @devinjli186 3 місяці тому +2

    অতি সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ 🙏।
      হয়তো ঈশ্বৰৰ কৃপা

  • @girishbaishya1176
    @girishbaishya1176 3 місяці тому +1

    ❤❤❤

  • @sriramjairamjaijairam4870
    @sriramjairamjaijairam4870 4 місяці тому +1

    Bhot bhal lagil Dada .
    Ja par kripa Ram hoi ta par kripa kore sab koi.
    Jai gurudev 🙏
    Jai sriram 🙏🙏🙏

    • @sriborah
      @sriborah  4 місяці тому

      বহু ধন্যবাদ 🙏
      কৃষ্ণ 🙏

  • @bharatisaikia9848
    @bharatisaikia9848 4 місяці тому +1

    আপোনাৰ পৰা ভাগৱত সম্বন্ধে বহু জ্ঞান লাভ কৰিলো , আপোনাক অশেষ ধন্যবাদ ও সেৱা জনালো 🙏 🙏🙏

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদেৰে সেৱা জনালো। কৃষ্ণ 🙏🙏

  • @sensuadilip8745
    @sensuadilip8745 11 днів тому

    ভাল লাগিল ‌।🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @ajantasharma7949
    @ajantasharma7949 3 місяці тому +1

    সুন্দৰ উপস্থাপন ।

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ 🙏

  • @dipulbordoloi1587
    @dipulbordoloi1587 5 місяців тому +2

    ভাগৱতৰ কথা বোৰ শুনি বহুত ভাল লাগিল! জয় শ্ৰী কৃষ্ণ ।

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ 🙏

  • @jatindas4577
    @jatindas4577 5 місяців тому +1

    সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

    • @sriborah
      @sriborah  5 місяців тому

      বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏

  • @jagatnath1729
    @jagatnath1729 3 місяці тому +1

    Bahut2 dhanyvad 🙏🙏🙏🙏

    • @sriborah
      @sriborah  3 місяці тому

      কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏

  • @manashipathak1810
    @manashipathak1810 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  4 місяці тому

      কৃষ্ণ 🙏 ☺️ ধন্যবাদ 🙏

  • @prasantabhatta3428
    @prasantabhatta3428 5 місяців тому +1

    Krishna Krishna Krishna . Om nomu Bhagowate Basudevaye nomu nomoh

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ কৃষ্ণ বাপ 🙏

  • @MohendraBora-m4g
    @MohendraBora-m4g 5 місяців тому +18

    Bap. Apunal. Dhynybaf

  • @Radhika-x6h
    @Radhika-x6h 3 місяці тому +1

    Aponar bhagbat path shrabn kari bhut val lagil

    • @sriborah
      @sriborah  3 місяці тому

      কৃতজ্ঞ হ'লো আপোনাৰ মন্তব্যৰ বাবে, ধন্যবাদ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

  • @RupaliBorah-m4w
    @RupaliBorah-m4w 3 місяці тому +1

    Bohut janilu bap
    Dhanyabaad bap

    • @sriborah
      @sriborah  3 місяці тому

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ

  • @protimaboruah682
    @protimaboruah682 3 місяці тому +1

    কৃষ্ণ

    • @sriborah
      @sriborah  3 місяці тому

      কৃষ্ণ 🙏

  • @badankalita8363
    @badankalita8363 4 місяці тому +1

    বহু ত ভাল লাগিল।। ধন্যবাদ।।

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏

  • @munindraborgohain6054
    @munindraborgohain6054 3 місяці тому +1

    Krishna. Parvu. Oti.hundor. Palu.huni.ami.murhamati.parvu..Akuma.najanu.🎉🎉

    • @sriborah
      @sriborah  3 місяці тому

      আপোনাৰ ভাষাতে আপোনাৰ ভক্তি প্ৰকাশ পালে। লগতে আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏🙏

  • @Balamurali8039
    @Balamurali8039 3 місяці тому +1

    🙏🌹🙏🏾. Krishna krishna 🎉Bap. Aaponar bhagwat katha khuni bar bhal lagil ❤Thanks ❤

    • @sriborah
      @sriborah  3 місяці тому

      বহু বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏

  • @Rupan-u3g
    @Rupan-u3g 3 місяці тому +1

    Jai shree krishna ,jai shree krishna,,,

    • @sriborah
      @sriborah  3 місяці тому +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @dipikadevi4923
    @dipikadevi4923 5 місяців тому +1

    বহুত ভাল লাগিল, আতিগুৰি মাৰি জানিবলৈ পালোঁ।

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ।
      কৃষ্ণ 🙏

  • @Tulikaartacademy912
    @Tulikaartacademy912 4 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি প্ৰনাম জনালো। প্ৰভূ নাৰায়ণে‌‌ আপোনাক আগলৈ আৰু আগুৱাই যোৱাৰ পথ দিয়ক কৃষ্ণ কৃষ্ণ।

    • @sriborah
      @sriborah  4 місяці тому

      আমি অধম প্ৰণামৰ যোগ্য নহয়। কৃষ্ণ 🙏। আৰু ঈশ্বৰৰ কথা দুটা প্ৰকাশ কৰিবলৈ পোৱাতো পূৰ্ব পূণ্যৰে ফল চাগে।আপোনালোকৰ আশীৰ্বাদ‌ৰ বাবে নতশিৰে সেৱা কৰিছোঁ।
      ধন্যবাদ, 🙏 কৃষ্ণ কৃষ্ণ।

    • @BhabaniDas-ok6zh
      @BhabaniDas-ok6zh 4 місяці тому

      ​@@sriborah😅

  • @dlohor3616
    @dlohor3616 3 місяці тому +1

    Bhal lagil 🙏

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ 🙏

  • @SumitraBharali-e3m
    @SumitraBharali-e3m 3 місяці тому +2

    Ati sundor

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏

  • @asomiaasom6008
    @asomiaasom6008 5 місяців тому +4

    সুন্দৰ ।আপোনাৰ ভাগৱত ৰচনাৰ বিষয়ত আলোচনাৰ সকলো কথাত একমত নহলো সংশয় থাকিল ।সংশয় দুৰ কৰাৰ বাবে জানিব বিছাৰিছো যে--- ভাগৱত প্ৰথমে নাৰায়ণে ব্ৰহ্মাক দিলে ,ব্ৰহ্মাই নাৰদক দিলে ,নাৰদে ব্যাসক দিলে ,ব্যাসে সুকক সুতৰ পৰা ঋষি মুনি সহিতে নৰই পালে ।পিচে প্ৰশ্ন হল ব্যাসে ভাগৱত জ্ঞান পাই ভাগৱত ৰচাৰ আগত ব্যাসে ১৭খন পুৰাণ ৰচিছিল ।১৭ পুৰাণ ৰচাত ব্যাসে অজ্ঞ মুৰ্খ পাপমতি আছিল নেকি যে ১৭ খন পুৰাণ এনেই কেৱল পাপকৰ্ম হে লেখিছিল নেকি পিছত যে ব্যাসে মতিভ্ৰম হৈ অশান্তিত ভুগিছিল ?সচাকৈ ব্যাসে ১৭খন পুৰাণত ঈশ্বৰ হৰি ভক্তি ধৰ্ম কৰ্ম নিলিখি পাপকৰ্মহে লিখিছিলনে ?ব্যাসে নিজে জানি চিন্তিত হৈ অশান্তিত আছিল নে আন কাৰোবাৰ প্ৰভাবত পৰি মতিভ্ৰম হৈ চিন্তিত হৈ অশান্তিত ভুগিছিল ? দ্বাপৰ যুগৰ শেষান্তত শ্ৰীকৃষ্ণৰ প্ৰয়াণৰ পিছত নাটকীয় ভাবে হঠাৎ ব্যাস অশান্ত হল হঠাৎ নাৰদৰ আগমণ ,নাৰদৰ দ্বাৰা ব্যাসক কেৱল কৃষ্ণ নামত বেদ পুৰাণ বিহিত ভক্তি কৰ্ম আচৰণক অসাৰ কৰি কৃষ্ণ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনক সাৰ কৰি ভাগৱত লিখিবলৈ দিয়া উপদেশ কিবা ৰহস্যজনক নাটকৰ দৰে নহনে ? ব্যাসে ভাগৱত ৰচাৰ আগত ধ্যানত কৃষ্ণক বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্ম যুক্ত স্বৰূপত দেখি সেই ৰূপে ভাগৱত খন ৰচিছে গতিকে ভাগৱত খন মায়াময় আৰু ভক্তিধৰ্ম যুক্ত অৰ্থাৎ ভাগৱতত ভক্তি ধৰ্মৰ লগত মায়াও আছে ।সেজে ভাগৱত খন মায়াময় পদ উপদেশ আৰু ভক্তি ধৰ্ম যুক্ত পদ উপদেশ যুক্ত নহনে ? ভাগৱত স্ববিৰোধী বিপৰীতমুখী পদ উইদেশ সিদ্ধান্ত যুক্ত নহয়নে ?মতামত দিলে সংশয় গুচি উপকৃত হম ।কৃষ্ণ ।

    • @sriborah
      @sriborah  5 місяців тому +1

      কৃষ্ণ বাপ। প্ৰথমে আপোনাৰ মন্তব্য প্ৰকাশ কৰা হেতু প্ৰণাম কৰো।
      আপোনাসৱ মহন্তৱান। ইমান এভাগ গভীৰ বিষয় এনেকে massage আকাৰে লিখি লিখি কবলৈ অসুবিধা। আশা কৰোঁ আপুনি বুজি পাব। আমি পৰৱৰ্তী কালত video আকাৰে প্ৰকাশ কৰি আপোনাৰ কথা ভাগ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ বাপ 🙏।

    • @atulborah1665
      @atulborah1665 5 місяців тому

      ভাল লাগিল। কৃষ্ণ।

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 3 місяці тому

    কণ্ঠ অতি সুন্দৰ।

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ 🙏☺️ কৃষ্ণ

  • @RajibSonowal-c9z
    @RajibSonowal-c9z 5 місяців тому +5

    অতি সুন্দৰ

    • @sriborah
      @sriborah  2 місяці тому

      ধন্যবাদ কৃষ্ণ 🙏

  • @AnilSarmah-t7y
    @AnilSarmah-t7y 2 місяці тому

    কৃষ্ণ বৰ ভাল লাগিল আৰু শ্ৰৱন কৰিবলৈ পাম বুলি আশা ৰাখিছো

    • @sriborah
      @sriborah  2 місяці тому

      কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম

  • @RajbongshiBorah
    @RajbongshiBorah 5 місяців тому +4

    ভাল লাগিল। আকৌ কিছু কথা শিকিবলৈ পালো। ধন্যবাদ।🙏

    • @sriborah
      @sriborah  2 місяці тому

      কৃষ্ণ 🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 5 днів тому

    ❤krishna❤borgeet keitaman bujaei diboson parile ji kono borgeet holeo hobo❤❤❤❤❤

  • @monjurikagogoi1406
    @monjurikagogoi1406 4 місяці тому

    VDO টো ভাল লাগিল ধন্যবাদ জনালোঁ

    • @golapbora5353
      @golapbora5353 4 місяці тому

      18:14

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏 কৃষ্ণ

  • @cenirambora2377
    @cenirambora2377 4 місяці тому +1

    আগলৈও এনে সমীক্ষা পোৱাৰ মানসেৰে , ধন্যবাদ

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏।
      নিশ্চয় প্ৰয়াস কৰিম।

  • @jitenhazarikajitenhazari-gk6kb
    @jitenhazarikajitenhazari-gk6kb 5 місяців тому +3

    কৃষ্ণ কৃষ্ণ,🙏🙏

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ বাপ 🙏

  • @mamonidevisharma534
    @mamonidevisharma534 5 місяців тому +2

    বৰ ভাল পালো কথা খিনি শুনি জানিও শেষ কৰিব নোৱাৰি মহা ভাগৱতৰ কথা ৷

    • @sriborah
      @sriborah  5 місяців тому

      হয় হয়। কৃষ্ণ 🙏
      মন্তব্যৰ বাবে ধন্যবাদ

  • @nibirbaruahvii-b-1713
    @nibirbaruahvii-b-1713 5 місяців тому +2

    Val lagil, Krishna 🙏🙏🙏

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ

  • @lohitdas63
    @lohitdas63 5 місяців тому +2

    Best vagawat byakhya

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏

  • @hemkantaborah7434
    @hemkantaborah7434 3 місяці тому

    আপোনাৰ ব্যাখ্যাত অমৃত বৰষিছে।

    • @sriborah
      @sriborah  3 місяці тому

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏।
      আপোনালোকৰ আশীৰ্বাদত আৰু ঈশ্বৰৰ কৃপাত, আমাৰ তাত একো নাই বাপ 🙏। কৃষ্ণ 🙏

  • @DudulSaikia-ko2lf
    @DudulSaikia-ko2lf 5 місяців тому +1

    Jay guru SANKAR....bora baap sundar oviprai Krishna krishna .....

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ বাপ 🙏।
      বহু লোকৰ ইচ্ছাত অলপ আগবাঢ়িব লগা হল। আশীৰ্বাদ কৰিব।🙏

  • @arunpathak2120
    @arunpathak2120 5 місяців тому +5

    কৃষ্ণ। কথাখিনি শুনি সন্তোষ লভিলো। জয় গুৰু শঙ্কৰ।

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ বাপ।
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

    • @runubora7492
      @runubora7492 4 місяці тому

      1111111111111111111111😊 Babu😊😅😢😮​@@sriborah

  • @harakantatamuli1053
    @harakantatamuli1053 5 місяців тому +1

    Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏

    • @sriborah
      @sriborah  5 місяців тому

      আপোনাৰ মন্তব্যই আমাক আগ্ৰহ জন্মালে। ধন্যবাদ। কৃষ্ণ 🙏🙏🙏

  • @monihazarika7521
    @monihazarika7521 4 місяці тому +1

    শ্ৰী কৃষ্ণায়ে নমঃ

    • @sriborah
      @sriborah  4 місяці тому

      জয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @JaanmoniSarat
    @JaanmoniSarat 4 місяці тому +1

    Krishna bap ati sundar haise Krishna

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏।
      কৃষ্ণ কৃষ্ণ 🙏

  • @nawadowarah7737
    @nawadowarah7737 5 місяців тому +1

    Om bhagawatein Bashudevay 🙏🙏

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @Shua_098
    @Shua_098 4 місяці тому +1

    Huni Jani bahut bhal lagil, Ane ghan amar hamajar udi aha prasanmar babe khubai praujan

    • @sriborah
      @sriborah  4 місяці тому

      আপোনাৰ মন্তব্যত সহমত প্ৰকাশ কৰিলোঁ।
      ধন্যবাদ 🙏

  • @dibakarbarkakaty8158
    @dibakarbarkakaty8158 Місяць тому

    Joy sri krishna

    • @sriborah
      @sriborah  Місяць тому

      কৃষ্ণ কৃষ্ণ 🙏

  • @JintuNeog-ld2so
    @JintuNeog-ld2so 4 місяці тому +1

    Bohut val lagil dada

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ

  • @ranjandas1158
    @ranjandas1158 5 місяців тому +1

    ভাল ।লাভাম্বিত হ'লো ।

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏

  • @chanchurimasaikia9133
    @chanchurimasaikia9133 5 місяців тому +2

    Dhunia sir...waiting for next video

  • @rampagelynx
    @rampagelynx 5 місяців тому +2

    Bap aapuni continue prosar kori pathiaai thakibo dei, krishna

    • @sriborah
      @sriborah  5 місяців тому

      আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগত চেষ্টা কৰিম,
      কৃষ্ণ 🙏

  • @SunilChutia-t5y
    @SunilChutia-t5y 4 місяці тому

    Krishna Krishna, very nice.

    • @sriborah
      @sriborah  4 місяці тому

      Thanks for liking কৃষ্ণ 🙏

  • @modanborah2333
    @modanborah2333 4 місяці тому +1

    কৃষ্ণ, আপোনাৰ ভাগৱত সন্দৰ্ভত শুনাৰ আগতেই কৃষ্ণ বুলিছো।

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏 কৃষ্ণ 🙏

  • @ArabindaBorah-i5b
    @ArabindaBorah-i5b 5 місяців тому +1

    অতি সুন্দৰ, নজনা কিছুকথা শিকিবলৈ পালো ৷ ধন্যবাদ

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ বাপ। সহযোগ কৰিব।🙏

  • @piju4327
    @piju4327 5 місяців тому +1

    সন্তোষ লভিলো। আগলৈ আশা ৰাখিলো। কৃষ্ণ। 🙏

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏
      আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম।
      কৃষ্ণ 🙏

  • @NPNjal
    @NPNjal 4 місяці тому +1

    কৃষ্ণ বহুত বহুত ভাল ল লাগিল

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ বাপ 🙏

  • @ilimasaikia1908
    @ilimasaikia1908 5 місяців тому +1

    Bap pronam jonalu, bohut najona kotha janilu bhal lagil

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ, প্ৰণাম 🙏

  • @karabisarma3597
    @karabisarma3597 5 місяців тому +2

    মূল হ'ল গীতা শ্ৰীমত ভগবদ গীতা বাকীবোৰ হ'ল কাহিনী,প্ৰথম ব্ৰহ্মাই জ্ঞান পাইছিল নাৰায়ণৰ পৰা,এই নাৰায়ণ হ'ল, সকলো জীৱৰ পিতৃ পৰম পিতা পৰমাত্মা শিব , ব্ৰহ্মাই‌ হ'ল সত্তযুগত শিশু কৃষ্ণ ৰূপে জম্ম গ্ৰহণ কৰিব ৰাজপাটত বহাৰ পিছত ‌বিশ্ব মহাৰাজন হৈ পুৰা‌ বিশ্ব শাসন কৰিব , গোটেই সৃষ্টিৰ বৰ্তমান ৰচনা চলি আছে এক পৰমাত্মাৰ দ্বাৰা ....

  • @hemkantaborah7434
    @hemkantaborah7434 5 місяців тому +4

    সকলো ধৰ্মৰ মাতৃ ধৰ্ম হ'ল হিন্দুধৰ্ম বা সনাতন ধৰ্ম। এই ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম।

    • @sriborah
      @sriborah  5 місяців тому

      সকলোৰে জ্ঞাত কথাভাগ স্মৰণ কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো বাপ।🙏

  • @phuleswarrabha6142
    @phuleswarrabha6142 3 місяці тому +2

    ভাগৱত হেনো মৰাসাপৰ আৰম্ভ কৰি জীয়া সাপৰ কাহিনীৰে সামৰণি পৰা বুলি কোৱা হয়৷ কাহিনী আৰু তত্ত্ব ভাগৱতৰ দুখানি চৰণ ৷ তত্ত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে আমি আৰু উপকৃত হলোঁহেঁতেন ৷কৃষ্ণ৷

    • @sriborah
      @sriborah  3 місяці тому

      ঠিক আছে বাপ জনা। অতি সোনকালেই ব্যাখ্যাৰ বাবে প্ৰয়াস কৰিম।
      কৃষ্ণ 🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 5 місяців тому +1

    কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ 🙏

  • @jurisaikia7456
    @jurisaikia7456 4 місяці тому +1

    Val lagil

    • @sriborah
      @sriborah  4 місяці тому

      বহু ধন্যবাদ 🙏

  • @mridulkumarsarma1679
    @mridulkumarsarma1679 3 місяці тому

    Really nice explanations. wish to have much more knowledge from you.God bless you.

  • @lukumailekharu1022
    @lukumailekharu1022 4 місяці тому +1

    Bohut bhal lagil.

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏

  • @ProdipBora-i3g
    @ProdipBora-i3g 5 місяців тому +1

    Bap pranam জনাইছোঁ

    • @sriborah
      @sriborah  5 місяців тому

      কৃপা কৰিলে আমাক। কৃষ্ণ 🙏

  • @BipulBaruah-y8s
    @BipulBaruah-y8s 4 місяці тому +1

    Krishna Krishna

    • @sriborah
      @sriborah  4 місяці тому

      কৃষ্ণ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 5 місяців тому +1

    Jai shree krishna

    • @deboborah5858
      @deboborah5858 5 місяців тому

      আকৌ কৃষ্ণবোলে মানুহ । হয়, বিষ্ণুৰ অৱতাৰ কৃষ্ণ।আছলতে মাছ ,কাছ খাৱ নালাগে।

    • @sriborah
      @sriborah  2 місяці тому

      কৃষ্ণ কৃষ্ণ 🙏

  • @afreenahmed222
    @afreenahmed222 5 місяців тому +1

    Excellent 🙏🙏🙏🙏

    • @sriborah
      @sriborah  5 місяців тому

      Thanks a lot

  • @jagannathsaikia7139
    @jagannathsaikia7139 5 місяців тому +1

    Bohut dhoinbad bap...
    Apunar kotha bujai dia method2 xosake bhut dhunia...
    Next video xunkale Akon Pam buli axa rakhilu...
    Krishna

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ কৃষ্ণ বাপ 🙏।
      হয় হয়। সকলোৰে তাগিদাৰত চেষ্টা এটা কৰিছোঁ।

    • @aratigogoi918
      @aratigogoi918 5 місяців тому

      y​@@sriborah

  • @KamalSaikia-j6u
    @KamalSaikia-j6u 5 місяців тому +2

    🙏

  • @rulisaikia
    @rulisaikia 5 місяців тому +1

    Val lagile bhut, vogobanor kotha, Tate ako apunar mukhot.... Ami bhut dinor agore pora apunak koi asilu, apunar protiva bur alop prokax korok buli.... Eibar xokolure monor vab pur hol... Dhoinabad Bap..
    Next video sabole opekha korilu... 🙏

    • @sriborah
      @sriborah  5 місяців тому

      বহু বহু ধন্যবাদ। কৃষ্ণ 🙏

  • @GautamGogoi-h2k
    @GautamGogoi-h2k 4 місяці тому +1

    Thankyou please aru adhik jonar axare

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম

  • @bhadreswardeka1695
    @bhadreswardeka1695 5 місяців тому +1

    Krishna Krishna. Right thanks.

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ বাপ 🙏।

  • @binadas5619
    @binadas5619 5 місяців тому +1

    বৰ ভাল লাগিল

    • @sriborah
      @sriborah  3 місяці тому

      ধন্যবাদ

  • @BhubonDutta-d5w
    @BhubonDutta-d5w 4 місяці тому +1

    Bhal palu krishna bap

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ বাপ 🙏 কৃষ্ণ 🙏

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 5 місяців тому +1

    Bahut bahut dhanyawad

  • @birendutta6306
    @birendutta6306 5 місяців тому +1

    Hundor vl lagil In future aru vl bakhya pam buli wait korilu .God bless uu😊

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 5 місяців тому +1

    Krishna Krishna krishna

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 5 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপজন

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ 🙏

  • @nimnitamahanta7390
    @nimnitamahanta7390 5 місяців тому +2

    Krishna Ram

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ

  • @junemonidohutia3792
    @junemonidohutia3792 5 місяців тому +1

    Krishno🎉

    • @sriborah
      @sriborah  3 місяці тому

      কৃষ্ণ

  • @mamoniboruah2986
    @mamoniboruah2986 5 місяців тому +1

    🙏 🙏

  • @gupalgogoi4988
    @gupalgogoi4988 4 місяці тому +1

    Bapjona hunibhal lagil kisno kisno

    • @sriborah
      @sriborah  4 місяці тому

      ধন্যবাদ 🙏 বাপ

  • @dayamaydas2492
    @dayamaydas2492 Місяць тому

    Krishna krishna Ram

  • @DevakantaSaikia-in4do
    @DevakantaSaikia-in4do 5 місяців тому +1

    Bhal lagil

    • @sriborah
      @sriborah  5 місяців тому

      কৃষ্ণ 🙏

  • @RambhaDeka-v5c
    @RambhaDeka-v5c 5 місяців тому +1

    ভাল লাগিল

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏

  • @ProbalKhataniar
    @ProbalKhataniar 3 місяці тому +1

    ডেকা বনধু বাপ অতি মনোৰম

    • @sriborah
      @sriborah  3 місяці тому

      কৃষ্ণ 🙏 ধন্যবাদ 🙏

  • @SikhaBorah-if1kh
    @SikhaBorah-if1kh 5 місяців тому +2

    Anekoi likhi thakib,

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏। চেষ্টা কৰিম

    • @PradipBora-g1q
      @PradipBora-g1q Місяць тому

      @@sriborah zoom lens

  • @Lipibora
    @Lipibora 5 місяців тому +5

    Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ 🙏☺️

  • @phanindragogoi7306
    @phanindragogoi7306 5 місяців тому +1

    Krishna

    • @sriborah
      @sriborah  5 місяців тому +1

      কৃষ্ণ 🙏

  • @rupadutta5939
    @rupadutta5939 5 місяців тому +1

    নমস্কাৰ

  • @ganeshtalukdar721
    @ganeshtalukdar721 Місяць тому

    Krishnakrishnakrishnaramramram,yes,

    • @sriborah
      @sriborah  Місяць тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏🙏

  • @Lipibora
    @Lipibora 5 місяців тому +1

    Waiting for your next video

  • @jagatborah8174
    @jagatborah8174 5 місяців тому +1

    চতুৰ্থ : #সূত আৰু #শুক ==
    ভগৱান শ্ৰীকৃষ্ণৰ কোলাত মহৰ্ষি ৰোমহৰ্ষণ সূতৰ মূৰ তুলি লৈ কৃষ্ণই ৰোমহৰ্ষণক সুধিলে কি বৰ লাগে সূতে কলে ৭ দিন ভাগৱত শুনিব বিছাৰোঁ প্ৰভু । তেতিয়া মহৰ্ষি ব্যাসদেৱে সৌতিক ভগৱতৰ মূল আসনলৈ আমন্ত্ৰণ জনালত পিতৃৰ মৃত্যুত অশুচি হৈ থাকি শাস্ত্ৰ আদি পাঠ কৰিব নাপায় বুলি কলত ব্যাস দেৱে কয়. এনেদৰে ...
    ""কৃষ্ণ নিগদতি শুনিওক সৌতিবৰ
    তোমাৰ পিতৃ জানা মৰিও অমৰ।
    ভাগৱত যত দিন ভুমিত থাকিবে
    তব পিতৃ ভাগৱত সঙ্গত ৰহিবে।
    এহি শাস্ত্ৰ যি লোকে কৰায় পঠন
    সূতৰ আসন আগে কৰিব থাপন।
    মূল আসনত সূত থাপিবন্ত জানি
    মোৰ সঙ্গে থাকিবন্ত সূত মহামানী।
    এহি সময়ত যত হৈব শাস্ত্ৰগণ
    ৰঙ্গা বস্ত্ৰ আভৰণ সূতৰ চিহ্নন।
    যোহি আসনত নাথাকিলে ৰক্ত চিন
    সেহি সবে কৰিবেক মোৰ বাক্য হীন। "
    (সূত সংহিতা আদি ভাগৱত)
    মহামুনি ব্যাসৰ আমন্ত্ৰণ পাই ৰোমহৰ্ষণৰ পুত্ৰ সৌতিয়ে আচাৰ্য্য আসনৰ ওচৰ পাই পিতৃৰ মুখলৈ চাই কান্দিবলৈ ধৰে। পুত্ৰৰ কান্দোন শুনি পুত্ৰক গুৰু ব্যাসক মাতি দিবলৈ কলে আৰু কলে গুৰু ব্যাসদেৱে যি গুৰুভাৰ দিছিল শেষ সময়ত সেই দায়িত্ব গুৰুক অৰ্পণ কৰি যাওঁ। তেতিয়া নাৰায়ণে কলে ৰোমহৰ্ষণ সূতক কলে এনেদৰে .....
    " কৃষ্ণে বুলিলন্ত সূত শুনা মোৰ বাক
    তুমি মোৰ কোলাত আছা ভয় কৰা কাক।
    যত দিন দুগ্ধ মাৱে পোৱালিক দিব
    যত দিন পৃথিৱীত ৰসক থাকিব।
    কহিলো তোমাক মই লৱ বিবৰণ
    চাৰি যুগে থাকিবন্ত তোমাৰ কীৰ্তন।
    থাকিবন্ত আকাশত মণ্ডল যত দিন
    যত দিন বেদ মন্ত পঢ়িব ব্ৰাহ্মণ।
    যত দিন আকাশত চন্দ্ৰ দেৱ ৰৱ
    যত দিন সূৰ্য্য বায়ুআকাশে ৰহিব।
    সেহি সময়তো থাকিব তোৰ গুণচয়
    ভাগৱত যৈতে থাকে থাকিবি তথায়।
    মইয়ো থাকিবাহা আসনৰ দুৱাৰে
    তুমি থাকিবাহা সূত আসনৰ ওপৰে। ""
    (আদি ভাগৱত সূত সংহিতা)
    তাৰ পিছত লোমহৰ্ষণ সূত গোস্বামী দেৱৰ গুৰু ব্যাস দেৱে কলে....
    "ৰক্ত বৰ্ণ বস্ত্ৰ লৈব কৰি আস্বাদন
    মুণ্ড গোট হৈব ভাগৱত খান।
    নাক গোট হৈব তোৰ প্ৰসাদৰ ঘ্ৰাণ
    জিহ্বাখান হৈব তোৰ পাঠৰ শ্ৰৱণ।
    ভাগৱত বন্ধা ৰচী তোৰ কেশ হৈব
    চক্ষু দুটি ভাগৱতৰ আখৰে থাকিব।
    সৰ্ব দেহ থাকিবন্ত ভাগৱতে বহি
    যৈতে থাকে ভাগৱত তৈতে থাকিবিহি। "
    (আদি ভাগৱত, সূত সংহিতা)
    এই দৰে প্ৰভু শ্ৰীকৃষ্ণ আৰু মহৰ্ষি বেদব্যাসদেৱে মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীক বৰ দিলে ৭ দিন পুত্ৰ সৌতিকৰ ভাগৱত পুৰাণ পাঠ সফল সমাপ্তিৰ লগে লগে নিশ্বাস ব্ৰহ্মত শ্ৰীকৃষ্ণৰ শৰীৰত ৰোমহৰ্ষণ দেৱৰ আত্ম লীন হৈ গল। ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ এগৰাকী আৰ্য মহৰ্ষি নৈমিষাৰণ্যত ধৰ্মৰ প্ৰথম ছহিদ হ'ল।
    মহৰ্ষি ৰোমহৰ্ষণ সূত গোস্বামীৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ উগ্ৰশ্ৰবা সূত ব্যাস আসনত অধিস্থিত হয়, যি জনক সকলোৱে শ্ৰীসূত গোস্বামী বুলি জনাজাত হয়। তেওৰ পিছত মনোহৰ সূত, শ্ৰুতি জনমালি সূত, মহাভাগৱত পাঠৰ ব্যাস আসনত অধিস্থিত হৈ এক ঈশ্বৰ মতবাদ, বৈষ্ণৱ ধৰ্মৰ ধ্বজা আগুৱাই নিয়ে।
    ক্ৰমশঃ

    • @sriborah
      @sriborah  5 місяців тому

      বহু ধন্যবাদ জনালো বাপ 🙏
      এনেদৰে আগলৈকো লিখি জনাব বুলি আশা প্ৰকাশ কৰিলোঁ।

  • @mrinmoybora5520
    @mrinmoybora5520 5 місяців тому +1

    Notun kotha jani val lagil.. Deka lora

    • @sriborah
      @sriborah  5 місяців тому

      ধন্যবাদ ডেকা বন্ধু😊

  • @himangshuborah5865
    @himangshuborah5865 5 місяців тому +1

    Moja DOST.

  • @jiyashribora7697
    @jiyashribora7697 5 місяців тому +1

    কৃষ্ণ

    • @sriborah
      @sriborah  2 місяці тому

      কৃষ্ণ 🙏