Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
হিমা বায়ন, আগবাঢ়ি যোৱা। ভগবান সহায় হ ওক ।
বহুত ভাল লাগিছে সঁচাকৈ মাতটো বহুত ধুনীয়া ❤️❤️❤️
😢😂bohiut vall laagil
সাজে-সজ্জায়ে , কণ্ঠয়ে , সৰলতায়ে সঁচায়ে গাম্ভীৰ্যতাপূৰ্ণ হিমা বায়ন । আগুৱাই যোৱা । হিমাৰ প্ৰশ্নত হিমাৰ উত্তৰ বোৰ যথাযথ । ভাল লাগিছে । অতিৰঞ্জিত নাই কোৱা । কথাৰ নম্ৰতা টো হিমা বায়নৰ অলংকাৰ স্বৰূপ
Morom or Himashree bhonti ata newsottumar nam lua dakisu bor dukh lagil
হিমা অতি সহজ সৰল ছোৱালী। তেওঁৰ দিহানামৰ নবপ্ৰজম্মৰ উদীয়মান প্ৰতিভাসম্পন্ন লোক সঙ্গীতৰ শিল্পী। এক সুন্দৰ আৰু সাংস্কৃতিক পৰিবেশৰ মাজত ছোৱালী হিমা। অতি সুন্দৰ কন্ঠ অধিকাৰী। ভগৱানে তেওঁৰ কুশল কৰক তাৰেই কামনাৰে।❤❤❤
বহুত ভাল লাগিছে হিমা বা তোমাৰ কন্ঠ কথা টো কবলে দৰকা এ নাই এবা শুনিলে শুনি এ থাকিব মন যায় আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিলোঁ বাকী হিমাক্ষি বা ভিদেও বোৰ চাই থাকো বহুত ভাল লাগে যিহেতু হিমা বা এ গান গাই ভাল পাওঁ কৈছে আপুনি যদি গান এফাকি উ গাব দিলে হৈ আৰু ভাল লাগিল হ ..❤❤❤
মৰিগাঁৱৰ ছোৱালী.... ❤❤ মৰিগাঁৱৰ ল'ৰা হিচাপে গৌৰৱবোধ কৰোঁ আৰু জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰী বুলি জানি ভাল লাগিছে। ময়ো পঢ়ি আহিছো জাগীৰোড মহাবিদ্যালয়ৰ পৰা। Proud of you Hima ❤❤
হীমা মাতটো বৰ শুৱলা। ভগৱানে আগুৱাই নিয়াত সহায় হওঁক আৰু উজ্বল ভবিষ্যত কামনা কৰিলোঁ ❤️
বহুত বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা , আশীৰ্বাদ থাকিল।
হিমা বায়ন তোমাৰ কণ্ঠ অতি সুন্দৰ ।তুমি সুন্দৰকৈ আগুৱাই যোৱা তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।ধন্যবাদ :::❤❤❤
বহুত সুন্দৰ পদক্ষেপ ভাল লাগিল অনুষ্ঠান ।
ভাল লাগিছে শুনি ভগৱানক প্ৰাৰ্থনা জনাইছো সদায় যেন সুখী কৰি ৰাখক আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ
সুন্দৰ কণ্ঠৰ অধিকাৰী হিমা বায়নৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
Thank you Himaতুমাৰ নাম সুনি বৰ ভাল লাগিছেআগলৈ আৰু ভাল হওক তাৰে কামনা কৰিলো
কৃষ্ণ বহুত ভাল লাগিল। ভগৱন্তই আৰু আগবঢ়াই নিয়াত সহায় কৰক ।
অলপ দিঘল কে গোৱা ,ইমান মজা লাগিচে টুপনি ধৰি গৈইছে অ হিমা মৌ ও লগট নেগেৰা বজাৱ মন গৈইছে❤❤❤❤❤
মাতষাৰ ইমান মৰম লগা। তুমি আৰু আগবাঢ়ি যোৱা হিমা আশাকৰোঁ তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক। কৃষ্ণ।
এয়াহে আচল শিল্পী 🙏 নিজৰ গুণেৰে উজলিছে, শ্ৰদ্ধা নিবেদন কৰিলো উঠি অহা মৰম লগা শিল্পী গৰাকীক লগতে দলৰ আটাইকেইগৰাকী সদস্য লৈ
Bohut dhuniya lagise ❤❤🎉🎉😊😊 অতি সুৱলা কণ্ঠ...❤❤🎉🎉😊😊
Eman dhuniya eman val lagil tumi aguwai juwa vogoban ase tumar logot 🙏🙏🙏🥰🥰
বহুত ধুনীয়া লাগিছে সঁচাকৈ মাতটো আগুৱাই যায় কামনা কৰিলো
হিমাৰ সুন্দৰ সুললিত কণ্ঠেৰে পৰিবেশিত দিহা নামে মানুহক সচাকৈয়ে আপ্লুত কৰিছে। এবাৰ শুনিলে বাৰে বাৰে শুনি থাকিব মন যায়।
ভাল লাগিল হিমা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ❤❤🎉🎉
বহুত সুন্দৰ কণ্ঠ । আগুৱাই যোৱা শুভকামনা থাকিল ।
সুন্দৰ কন্ঠ আশীৰ্বাদ কৰিলোঁ।
সুন্দৰ কন্ঠ। বহুত মৰমিয়াল। উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤
বহুত ভাল লাগিল।আৰু আগুৱাই যোৱাৰ।
Hima bayan ahisila amr namghrr t Bamunijan raha..bht dhuniya swali hoi dei
হিমা বহু দুৰ আগুৱাই যোৱা।মোৰ ছাত্ৰী হিচাপে সদায় গৌৰৱ কৰো তোমাক লৈ।
বহুত বহুত ভাল লাগিছে হিমা। আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ 💗👍👌
বহুত সহজ সৰল, আগবাঢ়ি যোৱা
সঁচাকৈ আকৰ্ষণীয় ইমান সুন্দৰ কণ্ঠ আগুৱাই যোৱা বেতি
সঁচাকৈয়ে ভাল লাগিল লগতে হিমাজনীক আশীৰ্বাদ কৰিছো তেওঁ আগলৈ যাতে আগুৱাই যাওক।
হিমা বায়নৰ অনুষ্ঠান টি ভাল লাগিল। তোমাৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো।
বহুত সুন্দৰ মাইনা তোমাৰ কথা বোৰ বহুত মৰমিয়াল তুমি আৰু বহুত আগবাঢ়ি জনাব পাৰিবা।
সুন্দৰ কণ্ঠ তোমাৰ। আগবাঢ়ি যোৱা। মৰম আৰু শুভেচ্ছা থাকিল
হিমা বায়নৰ কণ্ঠ সুন্দৰ।লগতে যিমানবোৰ শুনিছো দেখিছো হিমা বায়নৰ সাজ পুচাক মাৰ্জিত।এওঁলোকেই আমাৰ সংস্কৃতি জীয়াই ৰাখিৱ যেন ভাৱো।
সুন্দৰ কণ্ঠ।বহত ভাল লাগিল।
বৰ ভাল ছোৱালি অ কথাটে গম পায়❤❤❤
ভণ্টিলৈ মৰম আৰু আৰ্শীবাদ থাকিল। তোমালোকৰ ঘৰলৈ যাওঁতে গম পাইছোঁ। যিয়েই নহওঁক ব্যৱহাৰ - পাতি বৰ ভাল পালোঁ।বাইদেউ আপোনাৰ অনুষ্ঠান চাই থাকো কিন্তু প্ৰায়বিলাক skip কৰি কৰি চাওঁ। কিছুমান অনুষ্ঠান একেৰাহে চাওঁ, আজিৰ অনুষ্ঠানভাগ যিদৰে একেৰাহে চাইছোঁ।
বহুত ভাল লাগিল।ঈশ্বৰে কৃপা কৰক।
তোমাৰ কণ্ঠ অতি সুন্দৰ, আগুৱাই যোৱা শুভেচ্ছা থাকিল।
বহুত ভাল লাগিল ধেমাজী পৰা হিমালৈ মৰম দিলো
হিমা বায়নৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ থাকিল।❤
অতি সুন্দৰ অনুষ্ঠান। ভন্তী জনীৰ সৰলতা খিনি ভাল লাগিলে। পৰিৱেশন শৈলীও সুৰীয়া আৰু সুন্দৰ। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক হিমা। ভগৱানে তেওঁৰ কুশল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤
Eman dhuniya hima... Val lagil tumi aguwai juwa vogoban ase tumar logot🙏hundor voice
বৰ ভাল লাগিল তোমাৰ মনতো আৰু আগুৱাই জোৱা
Bahut bahute val lagile aguwayai juwa duyu goraki 🎉
নাম বৰ ভাল লাগিল বাযন আপোনি হৰি নাম গাব আৰো গাঁই থাকিব সমাজ কল্যাণ হব জয় জয় জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
কণ্ঠ সচাই মোহনীয়। নাম পৰিবেশন ভাল হয়। আৰু আগবাঢ়ি যোৱা।ভাল নাম সকলোৰে কাম্য।
গীতটোত উল্লেখ বনমালি শ্ৰীকৃষ্ণক বুজোয়া হৈছে, তেখেত আছিল ভাৰত উপমহাদেশৰ এজন অৱতাৰ। প্ৰত্যেক জাতিত শ্ৰীকৃষ্ণৰ নিচিনা অসংখ্য অৱতাৰ আহি যুগৰ চাহিদা অনুসাৰি মানু্হ ও সমাজক সুপথে পৰিচালনা কৰাৰ দায়িত্ব পালন কৰি আহিছে। এই সকল অৱতাৰ অৰ্থাৎ মহাপুৰুষ সকলে তেওঁলোকৰ মধুৰ বাণীৰ দ্বাৰা মানুহক আকৰ্ষিত কৰিছিল, তেওঁলোকৰ মধুৰ বাণীসমূহক বাঁহীৰ সুৰৰ লগত তুলনা কৰিছে; যেনেকৈ বাঁহীৰ সুৰটো অতি মধুৰ হয় যাৰ বাবে মানুহে বাঁহীৰ সুৰটো পচন্দ কৰে। শ্ৰীকৃষ্ণই কেতিয়াও বাঁহী লৈ ফুৰা নাছিল, তেখেতৰ কথা বা বাণীসমূহে আছিল বাঁহীৰ দৰে সুমধুৰ। কৃষ্ণৰ আৱিৰ্ভাৱ হোৱাৰ সময় চোৱাত লিখিত কোনো মাধ্যম নাছিল হেতুকে সেই সময়ত কথা সমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা নোহোৱাৰ বাবে বহুতো ক্ষেত্ৰত বিকৃত ৰূপ দিয়া হৈছিল।মুঠতে আজি কালি শ্ৰীকৃষ্ণৰ হাতত বাঁহী দি যি চিত্ৰ অংকন কৰি জন সমাজত দেখুওৱা হৈছে এয়া মোৰ কাল্পনিক ৰূপহে দিয়া হৈছে।মোৰ বিশ্বাস নৰ ৰূপী ভগৱান কেতিয়াও বাঁহী লৈ ফুৰিব নোৱাৰে।
তোমাৰ প্ৰগাম বহ্নত চায়ছো সুন্দৰ কণ্ঠ 🙏🙏🙏🙏
Hima bayan bhanti. Tumi diha naam t aguwai jowa. God bless help you.
বহুত বেছি ধুনীয়া ❤❤❤❤
বহুত বহুত শুভেচ্ছা থাকিল আগুৱাই যোৱা ❤❤❤
সুন্দৰ বা তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ
বৰ সুন্দৰ কণ্ঠ ❤❤ আগবাঢ়ি যোৱা ❤
বহুত সুন্দৰ 🙏🙏❤
ধুনীয়া আগুৱাই যোৱা।
First time tumi juria teliagaon t program korisila neki ?moi tomalukor program saisilo aro bohut bhal lagisil. Tomar konthou bohut dhunia. Ashirbad thakil tomaloi 🙏🙏
Amar morigaon... Bima bayan baa... Bohut val lage saii. Naam bur... Apunar video bur saii bor val lage.. Baa❤🎉
বহুত বহুত ভাল লাগিছে হিমা ৰ কথা বোৰ 🎉🎉🎉❤আগলৈই আগুৱা যোৱা 😊😊 ধন্যবাদ
Val lagil tumi aguwai juwa nice voice ❤❤❤❤❤
Bohut val lagil dei herai juwa diha namor hur bur khuni .anekuwa namoti khokolok aguai nib lage .🙏
ভগৱানে আৰু আগুৱাই লৈ যাওক 🙏🙏❤❤
আমাৰ গাঁৱৰ গৌৰৱ হিমা বা❤
Beseri e troll kore buli imn voi krse o...bhut dhuniya gaisa voni ❤❤
অতি সুন্দৰ কণ্ঠ ❤❤
তোমাৰ সুমধুৰ কণ্ঠ কিমান যে মধুৰ। যি কি নহওঁক এই অনুষ্ঠানৰ জৰিয়তে এটা কথা কওঁ কৰিষ্মা কাউৰীক নাগাৰা নামৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰি নেকি ? তাইক বহিস্কাৰ কৰিলে বহুত বহুত ভাল লাগিল হয় ।
Moja❤
হয় ভন্তী , তুমি বহুত ভাল কথাইকৈছা । যিহেতু ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ যাওঁতেসদায় অকণমান সাৱধানহোৱা উচিত । যাতে বেছিৰস সানিবলৈ গৈ দিহা নামকবিকৃত নকৰিবা । তাৰ বাবেবিজ্ঞজনৰ পৰামৰ্শ লবা বুলিআশা ৰাখিলোঁ । কৃষ্ণ কৃষ্ণ, 🙏
সুন্দৰ হৈছে হিমা , ,🙏
Bohut bhal lagil God bless you
❤ ইমান সুন্দৰ কন্ঠ ❤
Bahut duniya. Keep it up. Tumi ag bahi jua ami ishwarak prarthana karisu tumi jate kamiabi hab para.
ইমান সুন্দৰ কণ্ঠ
Tumi aru aguwai juwa hima bohut vl lage tumar mat tu khuni❤😊
বহুত ভাল লাগিছে।
khub hundor, korishma bula ai pgol jonik jen ketyau namate
Diha nam, nagara nam duyuta ekei, thai loihe nam beleg hoise, anusthan tu val lagil❤
Diha nam nagra nam eki nohoi moina
Krisna.....vogobanr dan.bohute val lagil
বহুত ধুনীয়া❤❤❤❤❤
Tumar dihanam huni bohut vl lage ❤❤❤
Iman dhuniya lagise ❤
মনটো ভাল লাগিল মাতটো বৰ ধুনিয়া
বহোত ভাল লাগিল ❤❤❤❤❤
Bohut dhuniya lagise.eman dhuniya mat ❤❤❤
Tumi hochakoi ajoni akhomia chuali bahuut bhal lagil .aguai juwa
বহুত ধুনীয়া ।
বৰ ভাল লাগিল ভিডিঅ টো চাই
Eman dhuniya o moja 👌👌👌
বহুত ধুনীয়া
মোৰ শিষ্য লৈ কৃপা কৰক ভগৱানে 😊
Mur morom loga hima bayan Ba ❤❤❤Love From Morigaon ❤
ছোৱালী জনী বৰ মৰম লগা ❤❤❤
Dhuniya kontho ,,,aru aguai jua tare kamona korisu
Bohut val lagil❤❤
Bahut Xundar
Really bohut hundar lagishe ❤❤❤❤
Bhut val lagil. Vabi sinti kathabor koi val lagil. Aguway jowa ❤
বহুত ভাল লাগিল কৃষ্ণ।
Aru aguwai juwa dosti hima 🥰🥰
Bohut dhunia hima ba❤
বহুত ভাল লাগিল
হিমা বায়ন, আগবাঢ়ি যোৱা। ভগবান সহায় হ ওক ।
বহুত ভাল লাগিছে সঁচাকৈ মাতটো বহুত ধুনীয়া ❤️❤️❤️
😢😂bohiut vall laagil
সাজে-সজ্জায়ে , কণ্ঠয়ে , সৰলতায়ে সঁচায়ে গাম্ভীৰ্যতাপূৰ্ণ হিমা বায়ন । আগুৱাই যোৱা । হিমাৰ প্ৰশ্নত হিমাৰ উত্তৰ বোৰ যথাযথ । ভাল লাগিছে । অতিৰঞ্জিত নাই কোৱা । কথাৰ নম্ৰতা টো হিমা বায়নৰ অলংকাৰ স্বৰূপ
Morom or Himashree bhonti ata newsottumar nam lua dakisu bor dukh lagil
হিমা অতি সহজ সৰল ছোৱালী। তেওঁৰ দিহানামৰ নবপ্ৰজম্মৰ উদীয়মান প্ৰতিভাসম্পন্ন লোক সঙ্গীতৰ শিল্পী। এক সুন্দৰ আৰু সাংস্কৃতিক পৰিবেশৰ মাজত ছোৱালী হিমা। অতি সুন্দৰ কন্ঠ অধিকাৰী। ভগৱানে তেওঁৰ কুশল কৰক তাৰেই কামনাৰে।❤❤❤
বহুত ভাল লাগিছে হিমা বা তোমাৰ কন্ঠ কথা টো কবলে দৰকা এ নাই এবা শুনিলে শুনি এ থাকিব মন যায় আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিলোঁ বাকী হিমাক্ষি বা ভিদেও বোৰ চাই থাকো বহুত ভাল লাগে যিহেতু হিমা বা এ গান গাই ভাল পাওঁ কৈছে আপুনি যদি গান এফাকি উ গাব দিলে হৈ আৰু ভাল লাগিল হ ..❤❤❤
মৰিগাঁৱৰ ছোৱালী.... ❤❤ মৰিগাঁৱৰ ল'ৰা হিচাপে গৌৰৱবোধ কৰোঁ আৰু জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰী বুলি জানি ভাল লাগিছে। ময়ো পঢ়ি আহিছো জাগীৰোড মহাবিদ্যালয়ৰ পৰা। Proud of you Hima ❤❤
হীমা মাতটো বৰ শুৱলা। ভগৱানে আগুৱাই নিয়াত সহায় হওঁক আৰু উজ্বল ভবিষ্যত কামনা কৰিলোঁ ❤️
বহুত বহুত ধুনীয়া হৈছে। আগুৱাই যোৱা , আশীৰ্বাদ থাকিল।
হিমা বায়ন তোমাৰ কণ্ঠ অতি সুন্দৰ ।তুমি সুন্দৰকৈ আগুৱাই যোৱা তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।ধন্যবাদ :::❤❤❤
বহুত সুন্দৰ পদক্ষেপ ভাল লাগিল অনুষ্ঠান ।
ভাল লাগিছে শুনি ভগৱানক প্ৰাৰ্থনা জনাইছো সদায় যেন সুখী কৰি ৰাখক আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ
সুন্দৰ কণ্ঠৰ অধিকাৰী হিমা বায়নৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
Thank you Hima
তুমাৰ নাম সুনি বৰ ভাল লাগিছে
আগলৈ আৰু ভাল হওক তাৰে কামনা কৰিলো
কৃষ্ণ বহুত ভাল লাগিল। ভগৱন্তই আৰু আগবঢ়াই নিয়াত সহায় কৰক ।
অলপ দিঘল কে গোৱা ,ইমান মজা লাগিচে টুপনি ধৰি গৈইছে অ হিমা মৌ ও লগট নেগেৰা বজাৱ মন গৈইছে❤❤❤❤❤
মাতষাৰ ইমান মৰম লগা। তুমি আৰু আগবাঢ়ি যোৱা হিমা আশাকৰোঁ তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক। কৃষ্ণ।
এয়াহে আচল শিল্পী 🙏 নিজৰ গুণেৰে উজলিছে, শ্ৰদ্ধা নিবেদন কৰিলো উঠি অহা মৰম লগা শিল্পী গৰাকীক লগতে দলৰ আটাইকেইগৰাকী সদস্য লৈ
Bohut dhuniya lagise ❤❤🎉🎉😊😊 অতি সুৱলা কণ্ঠ...❤❤🎉🎉😊😊
Eman dhuniya eman val lagil tumi aguwai juwa vogoban ase tumar logot 🙏🙏🙏🥰🥰
বহুত ধুনীয়া লাগিছে সঁচাকৈ মাতটো আগুৱাই যায় কামনা কৰিলো
হিমাৰ সুন্দৰ সুললিত কণ্ঠেৰে পৰিবেশিত দিহা নামে মানুহক সচাকৈয়ে আপ্লুত কৰিছে। এবাৰ শুনিলে বাৰে বাৰে শুনি থাকিব মন যায়।
ভাল লাগিল হিমা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ❤❤🎉🎉
বহুত সুন্দৰ কণ্ঠ । আগুৱাই যোৱা শুভকামনা থাকিল ।
সুন্দৰ কন্ঠ আশীৰ্বাদ কৰিলোঁ।
সুন্দৰ কন্ঠ। বহুত মৰমিয়াল। উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤
বহুত ভাল লাগিল।আৰু আগুৱাই যোৱাৰ।
Hima bayan ahisila amr namghrr t Bamunijan raha..bht dhuniya swali hoi dei
হিমা বহু দুৰ আগুৱাই যোৱা।মোৰ ছাত্ৰী হিচাপে সদায় গৌৰৱ কৰো তোমাক লৈ।
বহুত বহুত ভাল লাগিছে হিমা। আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ 💗👍👌
বহুত সহজ সৰল, আগবাঢ়ি যোৱা
সঁচাকৈ আকৰ্ষণীয় ইমান সুন্দৰ কণ্ঠ আগুৱাই যোৱা বেতি
সঁচাকৈয়ে ভাল লাগিল লগতে হিমাজনীক আশীৰ্বাদ কৰিছো তেওঁ আগলৈ যাতে আগুৱাই যাওক।
হিমা বায়নৰ অনুষ্ঠান টি ভাল লাগিল। তোমাৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো।
বহুত সুন্দৰ মাইনা তোমাৰ কথা বোৰ বহুত
মৰমিয়াল তুমি আৰু বহুত আগবাঢ়ি জনাব পাৰিবা।
সুন্দৰ কণ্ঠ তোমাৰ। আগবাঢ়ি যোৱা। মৰম আৰু শুভেচ্ছা থাকিল
হিমা বায়নৰ কণ্ঠ সুন্দৰ।লগতে যিমানবোৰ শুনিছো দেখিছো হিমা বায়নৰ সাজ পুচাক মাৰ্জিত।এওঁলোকেই আমাৰ সংস্কৃতি জীয়াই ৰাখিৱ যেন ভাৱো।
সুন্দৰ কণ্ঠ।বহত ভাল লাগিল।
বৰ ভাল ছোৱালি অ কথাটে গম পায়❤❤❤
ভণ্টিলৈ মৰম আৰু আৰ্শীবাদ থাকিল। তোমালোকৰ ঘৰলৈ যাওঁতে গম পাইছোঁ। যিয়েই নহওঁক ব্যৱহাৰ - পাতি বৰ ভাল পালোঁ।
বাইদেউ আপোনাৰ অনুষ্ঠান চাই থাকো কিন্তু প্ৰায়বিলাক skip কৰি কৰি চাওঁ। কিছুমান অনুষ্ঠান একেৰাহে চাওঁ, আজিৰ অনুষ্ঠানভাগ যিদৰে একেৰাহে চাইছোঁ।
বহুত ভাল লাগিল।ঈশ্বৰে কৃপা কৰক।
তোমাৰ কণ্ঠ অতি সুন্দৰ, আগুৱাই যোৱা শুভেচ্ছা থাকিল।
বহুত ভাল লাগিল ধেমাজী পৰা হিমালৈ মৰম দিলো
হিমা বায়নৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ থাকিল।❤
অতি সুন্দৰ অনুষ্ঠান। ভন্তী জনীৰ সৰলতা খিনি ভাল লাগিলে। পৰিৱেশন শৈলীও সুৰীয়া আৰু সুন্দৰ। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক হিমা। ভগৱানে তেওঁৰ কুশল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤
Eman dhuniya hima... Val lagil tumi aguwai juwa vogoban ase tumar logot🙏hundor voice
বৰ ভাল লাগিল তোমাৰ মনতো আৰু আগুৱাই জোৱা
Bahut bahute val lagile aguwayai juwa duyu goraki 🎉
নাম বৰ ভাল লাগিল বাযন আপোনি হৰি নাম গাব আৰো গাঁই থাকিব সমাজ কল্যাণ হব জয় জয় জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
কণ্ঠ সচাই মোহনীয়। নাম পৰিবেশন ভাল হয়। আৰু আগবাঢ়ি যোৱা।ভাল নাম সকলোৰে কাম্য।
গীতটোত উল্লেখ বনমালি শ্ৰীকৃষ্ণক বুজোয়া হৈছে, তেখেত আছিল ভাৰত উপমহাদেশৰ এজন অৱতাৰ। প্ৰত্যেক জাতিত শ্ৰীকৃষ্ণৰ নিচিনা অসংখ্য অৱতাৰ আহি যুগৰ চাহিদা অনুসাৰি মানু্হ ও সমাজক সুপথে পৰিচালনা কৰাৰ দায়িত্ব পালন কৰি আহিছে। এই সকল অৱতাৰ অৰ্থাৎ মহাপুৰুষ সকলে তেওঁলোকৰ মধুৰ বাণীৰ দ্বাৰা মানুহক আকৰ্ষিত কৰিছিল, তেওঁলোকৰ মধুৰ বাণীসমূহক বাঁহীৰ সুৰৰ লগত তুলনা কৰিছে; যেনেকৈ বাঁহীৰ সুৰটো অতি মধুৰ হয় যাৰ বাবে মানুহে বাঁহীৰ সুৰটো পচন্দ কৰে। শ্ৰীকৃষ্ণই কেতিয়াও বাঁহী লৈ ফুৰা নাছিল, তেখেতৰ কথা বা বাণীসমূহে আছিল বাঁহীৰ দৰে সুমধুৰ। কৃষ্ণৰ আৱিৰ্ভাৱ হোৱাৰ সময় চোৱাত লিখিত কোনো মাধ্যম নাছিল হেতুকে সেই সময়ত কথা সমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা নোহোৱাৰ বাবে বহুতো ক্ষেত্ৰত বিকৃত ৰূপ দিয়া হৈছিল।মুঠতে আজি কালি শ্ৰীকৃষ্ণৰ হাতত বাঁহী দি যি চিত্ৰ অংকন কৰি জন সমাজত দেখুওৱা হৈছে এয়া মোৰ কাল্পনিক ৰূপহে দিয়া হৈছে।মোৰ বিশ্বাস নৰ ৰূপী ভগৱান কেতিয়াও বাঁহী লৈ ফুৰিব নোৱাৰে।
তোমাৰ প্ৰগাম বহ্নত চায়ছো সুন্দৰ কণ্ঠ 🙏🙏🙏🙏
Hima bayan bhanti. Tumi diha naam t aguwai jowa. God bless help you.
বহুত বেছি ধুনীয়া ❤❤❤❤
বহুত বহুত শুভেচ্ছা থাকিল আগুৱাই যোৱা ❤❤❤
সুন্দৰ বা তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ
বৰ সুন্দৰ কণ্ঠ ❤❤ আগবাঢ়ি যোৱা ❤
বহুত সুন্দৰ 🙏🙏❤
ধুনীয়া আগুৱাই যোৱা।
First time tumi juria teliagaon t program korisila neki ?moi tomalukor program saisilo aro bohut bhal lagisil. Tomar konthou bohut dhunia. Ashirbad thakil tomaloi 🙏🙏
Amar morigaon... Bima bayan baa... Bohut val lage saii. Naam bur... Apunar video bur saii bor val lage.. Baa❤🎉
বহুত বহুত ভাল লাগিছে হিমা ৰ কথা বোৰ 🎉🎉🎉❤আগলৈই আগুৱা যোৱা 😊😊 ধন্যবাদ
Val lagil tumi aguwai juwa nice voice ❤❤❤❤❤
Bohut val lagil dei herai juwa diha namor hur bur khuni .anekuwa namoti khokolok aguai nib lage .🙏
ভগৱানে আৰু আগুৱাই লৈ যাওক 🙏🙏❤❤
আমাৰ গাঁৱৰ গৌৰৱ হিমা বা❤
Beseri e troll kore buli imn voi krse o...bhut dhuniya gaisa voni ❤❤
অতি সুন্দৰ কণ্ঠ ❤❤
তোমাৰ সুমধুৰ কণ্ঠ কিমান যে মধুৰ। যি কি নহওঁক এই অনুষ্ঠানৰ জৰিয়তে এটা কথা কওঁ কৰিষ্মা কাউৰীক নাগাৰা নামৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰি নেকি ? তাইক বহিস্কাৰ কৰিলে বহুত বহুত ভাল লাগিল হয় ।
Moja❤
হয় ভন্তী , তুমি বহুত ভাল কথাই
কৈছা । যিহেতু ভগৱানৰ গুণানুকীৰ্তন কৰিবলৈ যাওঁতে
সদায় অকণমান সাৱধান
হোৱা উচিত । যাতে বেছি
ৰস সানিবলৈ গৈ দিহা নামক
বিকৃত নকৰিবা । তাৰ বাবে
বিজ্ঞজনৰ পৰামৰ্শ লবা বুলি
আশা ৰাখিলোঁ । কৃষ্ণ কৃষ্ণ, 🙏
সুন্দৰ হৈছে হিমা , ,🙏
Bohut bhal lagil God bless you
❤ ইমান সুন্দৰ কন্ঠ ❤
Bahut duniya. Keep it up. Tumi ag bahi jua ami ishwarak prarthana karisu tumi jate kamiabi hab para.
ইমান সুন্দৰ কণ্ঠ
Tumi aru aguwai juwa hima bohut vl lage tumar mat tu khuni❤😊
বহুত ভাল লাগিছে।
khub hundor, korishma bula ai pgol jonik jen ketyau namate
Diha nam, nagara nam duyuta ekei, thai loihe nam beleg hoise, anusthan tu val lagil❤
Diha nam nagra nam eki nohoi moina
Krisna.....vogobanr dan.bohute val lagil
বহুত ধুনীয়া❤❤❤❤❤
Tumar dihanam huni bohut vl lage ❤❤❤
Iman dhuniya lagise ❤
মনটো ভাল লাগিল মাতটো বৰ ধুনিয়া
বহোত ভাল লাগিল ❤❤❤❤❤
Bohut dhuniya lagise.eman dhuniya mat ❤❤❤
Tumi hochakoi ajoni akhomia chuali bahuut bhal lagil .aguai juwa
বহুত ধুনীয়া ।
বৰ ভাল লাগিল ভিডিঅ টো চাই
Eman dhuniya o moja 👌👌👌
বহুত ধুনীয়া
মোৰ শিষ্য লৈ কৃপা কৰক ভগৱানে 😊
Mur morom loga hima bayan Ba ❤❤❤
Love From Morigaon ❤