Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বৰ ভাল হৈছে।যেন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।হে প্ৰদৰ্শন কৰিছে। কৃষ্ণ কৃষ্ণ
কৃষ্ণ। গুৰু জনাৰ মহত্ব আৰু লগতে নামৰ মহত্ব অতি সুন্দৰকৈ প্ৰকাশ পাইছে, অন্তৰ চুই গৈছে গীতৰ কথাবোৰ কিন্তু আমি গাই বা শুনি বা গীতৰ মাজতে গুৰু জনাৰ মহত্ব উপলব্ধি কৰিলে নহব বাস্তৱত গুৰুজনাই দি যোৱা উপদেশ সমূহ মানি চলাত আজিৰ সমাজ কিছু ক্ষেত্ৰত পাছ পৰি গৈছে বুলি অনুমান হৈছে। এনেদৰে গুৰুজনাৰ গুণ গৰিমা প্ৰকাশ হক। কৃষ্ণ। জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
নাম ভাগ যে এনে সুন্দৰ হৈছে।🙏 বৰ ভাল লাগিল।
বহুত বহুত সুন্দৰ ককাইদেউ।। বহুত ভাল লাগিল বিটোপন দা।।
বহুত ,বহুত সুন্দৰ হৈছে , কৃষ্ণ
সুন্দৰ ককাইদেউ,কষ্টৰ ফল মিঠা হওঁক। 😍
আপোনালোকৰ এনেকুৱা পদক্ষেপৰ কাৰণে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আজি কালি বেছি কৈ হৈছে। বহুত ভাল লাগিছে কৃষ্ণ from chhaygoan
ইমান ধুনীয়া এটা দিহানাম উপহাৰ দিয়াৰ বাবে বহু ত ধন্যবাদ ।
অতি সুন্দৰ পৰিবেশন। আটাই কেইজনৰে কণ্ঠ বৰ শুৱলা আৰু লগতে সহযোগী সকলৰো। বহুত ভাল লাগিল। প্ৰবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলোলৈকে। 🙏🌿🙏
Bor hundar hoise god bless 🙏🙏🙏🙏
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় জয় 🙏🙏🙏🙏 কথা সুৰ কণ্ঠ অপূৰ্ব
সচাকৈ সকলোৱৰে বৰ সুন্দৰ হৈছে । সকলোকে ভগৱানে মঙ্গল কৰক । অকণমান কথা এটা কওঁ বেয়া নাপাব । পাৰিলে ভগৱানৰ নামত হাতৰ ৰচি বিলাক খুলি ললে ভালহব ছাগে । বাকি সুন্দৰ হৈছে কৃষ্ণ 🙏🙏🙏
Nice Bitupan God bless you.Krishana Krishna.
Bor bhal lagil❤
Sundar
এই channel টো ভাল লগাৰ অন্য এক কাৰণ ❤❤❤❤❤❤.....কিবা এটা সুকীয়া পৰিচয়...keep growing...সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম যাছিলো ।
অতি সুন্দৰ পবিত্র ভাদ মাহৰ শুভেচ্ছা জনালু
বৰ সুন্দৰ লাগিল দেই নাম ভাগি💖🙏
বৰ ভাল লাগিল দেই 🙏 সকলোৰে মংগল হওঁক
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ সুমধুৰ কণ্ঠ । ভাল লাগিল।
Hundor ..... video bhal hoise...🙏
বহুত ধুনীয়া হৈছে দেই
ধন্যবাদ কৃষ্ণ
❤Dhunia hoise
সুন্দৰ পৰিবেশন হৈছে। কৃষ্ণ🙏🙏
সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ🙏🙏
Horibol love u all membar❤❤❤veri nic
সুন্দৰ হৈছে পবিত্ৰ ভাদ মাহৰ সকলো ভক্ত প্ৰাণ ৰাইজলৈ বহুত বহুত শুভেচ্ছা জনালো ❤❤
পবিত্ৰ ভাদ মাহৰ এই শুভক্ষণত অতি সুন্দৰ দিহা নাম।
সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ নাৰায়ন আৰু আগ বাঢ়ি যোৱা 🙏🙏🙏🙏
bhot val lagil xuni..
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ । সকলো অসমবাসী ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা তথা সেৱা ভাগি নিবেদিলো। জয় গুৰু শঙ্কৰ
সুন্দৰ হৈছে
মই বাপুজী কোঁৱৰ ককাইদেউৰ এজন আন্তৰিক অনুৰাগী, তেওঁৰ প্ৰতিটো দিহানাম মোৰ অন্তৰত আছে, কিন্তু মনোজ হালৈ ককাইদেউ জনে গীতবোৰ ইমান ওপৰত কিয় গায় বাৰু,,
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ শুনি বহুতো ভাল লাগিল।
অতি সুন্দৰ হৈছে 🙏🙏🙏
বৰ সুন্দৰ হৈছে নাম ভাগ । ❤ কৃষ্ণ 🪔👏
পবিত্ৰ ভাদ মাহত এটি সুন্দৰ হৰিনাম শুনি আপ্লুত হ'লো।
অতি সুন্দৰ ❤️ পবিত্ৰ ভাধ মাহৰ শুভেচ্ছা থাকিল ❤️
Dhunia lagil huni,, aakha koru ahi thota dinburot apunalukor pora aru jate anekoi naam huni thakiboloi pau
কৃষ্ণ❤❤
অতি সুন্দৰ । নাম খাৰ শুনি মনটো ভাল লাগি গ'ল 🙏
বৰ সুন্দৰ ❤
বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে ।তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
ভাল লাগিল দেই আৰু সকলো লৈকে পবিত্র ভাদ মাহৰ শুভেচ্ছা জনালো
বহুত সুন্দৰ। জয় গুৰু শংকৰ 🙏🙏
বহুত সুন্দৰ হৈছে 🥰🥰 💖
কৃষ্ণ ❤ ভাল হৈছে 🙏
ইমান যে ভাল লাগিছে,গা মন শাত পৰি যায় 🙏🙏
বহুত সুন্দৰ হৈছে ❤❤❤❤
কৃষ্ণ কৃষ্ণ 🙏🏻 জয় গুৰু শংকৰ । সকলোকে বহুত বহুত আম্তৰিক শুভেচ্ছা ।
অতি মধুৰ। এই মায়াৰ সংসাৰত আকৈ গুৰু তুমি আহা। ৰাম ৰাম🙏
ধুনীয়া হৈছে ❤❤❤❤
আতি সুন্দৰ দিহানাম ❤️❤️❤️
Gurujonar babe Eman hundor horinamr vdo upohar diyar karne dhanyabad🙏🙏
অতি সুন্দৰ🙏🏻 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ🙏🏻🕉️
Bhal lagil ❤❤❤❤❤❤❤
Ati sundar hoise 👍 krishna krishna 🙏🙏❤️❤️
সকলো অসম বাসী ৰাইজলৈ পৱিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা থাকিল। কৃষ্ণ🙏🙏🙏
অতি সুন্দৰ😍 কৃষ্ণ🕉️🙏
Bor hundor bor hundor Krishna Krishna
কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শ্ৰীমন্ত শংকৰ 🙏❤️
Pp। llzllLlll। l ll Ll L L L। L। L / । । zL Llz। zlX। \,XZXZl।
Bohut dhunia hoise
বহুত ভাল লাগিল ককাইদেউ হত❤
বহুত বহুত ভাল লাগিল ৷ শুনি থাকিলে হে পাঁহ নপলায় ৷
Krishna krishna ram ram
অতি সুন্দৰ,, কৃষ্ণ ❤
Hundor hoise....❤....krishno...
বহুত ধুনীয়া হৈছে একেবাৰে সোণত সুৱগা চৰা।
কৃষ্ণ🙏জয় গুৰ শংকৰ🙏🙏🙏
কৃষ্ণ 🙏🙏জয় গুৰু শ্রীমন্ত শংকৰদেৱ। ভাল লাগিল....
কৃষ্ণ কৃষ্ণ ।। জয় গুৰু শংকৰ ।।
আপোনালোকৰ লগতে সমূহ অসম বাসী ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤❤
অতি সুন্দৰ ব্যৱস্থা কৃষ্ণ 🪔🪔🪔জয় গুৰু শংকৰ কৃষ্ণ অমৃত মই কৃষ্ণ কথা ৰাম ৰাম ৰাম 🙏🙏🙏
বহুত সুন্দৰ হৈছে।
মুখত একো শব্দ নাই আৰু কবলৈ মূৰ। জয় গুৰু শঙ্কৰ 🙏🏻
@@Podumi-fw9du hoi bohut dhunia hoise
Krishna 🙏🙏🙏 dhunia hoise
,🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সুন্দৰ পুৱাই বৰ ভাল লাগিল।🙏🙏🙏
Bapuji u r grate .....Amazing voice. God bless you 🙏 ❤️
বহুত সুন্দৰ লাগিছে দেই।
দাদা আগলৈও এনেবোৰ গাই যোবাৰ
Bor sundor hoisa bapuji da
কৃষ্ণ 🙏🙏 অতি সুন্দৰ
Bohut dhuniya hoise 🙏🙏🥰🥰
বহুত সুন্দৰ কণ্ঠ সকলোৰে 🙏 কৃষ্ণ
Hundor hoiseh Kokaideu
Bohut hundar hoise....❤❤❤❤❤❤❤
jaan Daa... Biswa Daa... krishna Krishna 🙏🙏🙏
Dhuniya hoise ...krishno.
Krishna❤❤❤❤Val lagil
বহুত সুন্দৰ হৈছে ।
Birat val lagil dei🙏🙏🙏🙏
Dhuniya hoise 🙏🙏
ভিডিঅটো চুটিং কৰাৰ পৰা বহুত আগ্ৰহেৰে ৰৈ আছিলো🎉 ৷যোৱা কালিৰ পৰাই কিমান বাৰযে শুনিছোঁ ৷কথা সুৰ শুনিলে শুনি থাকিব মন যোৱা ৷হেঁপাহ নপলায় ৷সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ ৷
সুন্দৰ 🙏🙏 বহুত ভাল লাগিল 👌😊
Thanks for coming our naamghar ❤
কৃষ্ণ কৃষ্ণ, বহুত ভাল লাগিল।
krishna krishna puai Uthi dihanam huni bohut bhal lage 🙏🙏👏👏
Bohut bohut dhunia. .
Hundot hoise dai
বহুত ভাল লাগিল দেই
বৰ ভাল হৈছে।যেন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।হে প্ৰদৰ্শন কৰিছে। কৃষ্ণ কৃষ্ণ
কৃষ্ণ। গুৰু জনাৰ মহত্ব আৰু লগতে নামৰ মহত্ব অতি সুন্দৰকৈ প্ৰকাশ পাইছে, অন্তৰ চুই গৈছে গীতৰ কথাবোৰ কিন্তু আমি গাই বা শুনি বা গীতৰ মাজতে গুৰু জনাৰ মহত্ব উপলব্ধি কৰিলে নহব বাস্তৱত গুৰুজনাই দি যোৱা উপদেশ সমূহ মানি চলাত আজিৰ সমাজ কিছু ক্ষেত্ৰত পাছ পৰি গৈছে বুলি অনুমান হৈছে। এনেদৰে গুৰুজনাৰ গুণ গৰিমা প্ৰকাশ হক। কৃষ্ণ। জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
নাম ভাগ যে এনে সুন্দৰ হৈছে।🙏 বৰ ভাল লাগিল।
বহুত বহুত সুন্দৰ ককাইদেউ।। বহুত ভাল লাগিল বিটোপন দা।।
বহুত ,বহুত সুন্দৰ হৈছে , কৃষ্ণ
সুন্দৰ ককাইদেউ,কষ্টৰ ফল মিঠা হওঁক। 😍
আপোনালোকৰ এনেকুৱা পদক্ষেপৰ কাৰণে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আজি কালি বেছি কৈ হৈছে। বহুত ভাল লাগিছে কৃষ্ণ from chhaygoan
ইমান ধুনীয়া এটা দিহানাম উপহাৰ দিয়াৰ বাবে বহু ত ধন্যবাদ ।
অতি সুন্দৰ পৰিবেশন। আটাই কেইজনৰে কণ্ঠ বৰ শুৱলা আৰু লগতে সহযোগী সকলৰো। বহুত ভাল লাগিল। প্ৰবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলো সকলোলৈকে। 🙏🌿🙏
Bor hundar hoise god bless 🙏🙏🙏🙏
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় জয় 🙏🙏🙏🙏 কথা সুৰ কণ্ঠ অপূৰ্ব
সচাকৈ সকলোৱৰে বৰ সুন্দৰ হৈছে । সকলোকে ভগৱানে মঙ্গল কৰক ।
অকণমান কথা এটা কওঁ বেয়া নাপাব । পাৰিলে ভগৱানৰ নামত হাতৰ ৰচি বিলাক খুলি ললে ভালহব
ছাগে । বাকি সুন্দৰ হৈছে কৃষ্ণ 🙏🙏🙏
Nice Bitupan God bless you.Krishana Krishna.
Bor bhal lagil❤
Sundar
এই channel টো ভাল লগাৰ অন্য এক কাৰণ ❤❤❤❤❤❤.....কিবা এটা সুকীয়া পৰিচয়...keep growing...সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু মৰম যাছিলো ।
অতি সুন্দৰ পবিত্র ভাদ মাহৰ শুভেচ্ছা জনালু
বৰ সুন্দৰ লাগিল দেই নাম ভাগি💖🙏
বৰ ভাল লাগিল দেই 🙏 সকলোৰে মংগল হওঁক
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ সুমধুৰ কণ্ঠ । ভাল লাগিল।
Hundor ..... video bhal hoise...🙏
বহুত ধুনীয়া হৈছে দেই
ধন্যবাদ কৃষ্ণ
❤Dhunia hoise
সুন্দৰ পৰিবেশন হৈছে। কৃষ্ণ🙏🙏
সুন্দৰ হৈছে। কৃষ্ণ কৃষ্ণ🙏🙏
Horibol love u all membar❤❤❤veri nic
সুন্দৰ হৈছে পবিত্ৰ ভাদ মাহৰ সকলো ভক্ত প্ৰাণ ৰাইজলৈ বহুত বহুত শুভেচ্ছা জনালো ❤❤
পবিত্ৰ ভাদ মাহৰ এই শুভক্ষণত অতি সুন্দৰ দিহা নাম।
সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ নাৰায়ন আৰু আগ বাঢ়ি যোৱা 🙏🙏🙏🙏
bhot val lagil xuni..
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ । সকলো অসমবাসী ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা তথা সেৱা ভাগি নিবেদিলো। জয় গুৰু শঙ্কৰ
সুন্দৰ হৈছে
মই বাপুজী কোঁৱৰ ককাইদেউৰ এজন আন্তৰিক অনুৰাগী, তেওঁৰ প্ৰতিটো দিহানাম মোৰ অন্তৰত আছে, কিন্তু মনোজ হালৈ ককাইদেউ জনে গীতবোৰ ইমান ওপৰত কিয় গায় বাৰু,,
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ শুনি বহুতো ভাল লাগিল।
অতি সুন্দৰ হৈছে 🙏🙏🙏
বৰ সুন্দৰ হৈছে নাম ভাগ । ❤ কৃষ্ণ 🪔👏
পবিত্ৰ ভাদ মাহত এটি সুন্দৰ হৰিনাম শুনি আপ্লুত হ'লো।
অতি সুন্দৰ ❤️ পবিত্ৰ ভাধ মাহৰ শুভেচ্ছা থাকিল ❤️
Dhunia lagil huni,, aakha koru ahi thota dinburot apunalukor pora aru jate anekoi naam huni thakiboloi pau
কৃষ্ণ❤❤
অতি সুন্দৰ । নাম খাৰ শুনি মনটো ভাল লাগি গ'ল 🙏
বৰ সুন্দৰ ❤
বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে ।তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
ভাল লাগিল দেই
আৰু সকলো লৈকে পবিত্র ভাদ মাহৰ শুভেচ্ছা জনালো
বহুত সুন্দৰ। জয় গুৰু শংকৰ 🙏🙏
বহুত সুন্দৰ হৈছে 🥰🥰 💖
কৃষ্ণ ❤ ভাল হৈছে 🙏
ইমান যে ভাল লাগিছে,গা মন শাত পৰি যায় 🙏🙏
বহুত সুন্দৰ হৈছে ❤❤❤❤
কৃষ্ণ কৃষ্ণ 🙏🏻 জয় গুৰু শংকৰ । সকলোকে বহুত বহুত আম্তৰিক শুভেচ্ছা ।
অতি মধুৰ। এই মায়াৰ সংসাৰত আকৈ গুৰু তুমি আহা। ৰাম ৰাম🙏
ধুনীয়া হৈছে ❤❤❤❤
আতি সুন্দৰ দিহানাম ❤️❤️❤️
Gurujonar babe Eman hundor horinamr vdo upohar diyar karne dhanyabad🙏🙏
অতি সুন্দৰ🙏🏻 জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ🙏🏻🕉️
Bhal lagil ❤❤❤❤❤❤❤
Ati sundar hoise 👍 krishna krishna 🙏🙏❤️❤️
সকলো অসম বাসী ৰাইজলৈ পৱিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা থাকিল। কৃষ্ণ🙏🙏🙏
অতি সুন্দৰ😍 কৃষ্ণ🕉️🙏
Bor hundor bor hundor Krishna Krishna
কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শ্ৰীমন্ত শংকৰ 🙏❤️
Pp। llzllLlll।
l
ll
Ll
L
L
L। L।
L
/ ।
। zL
Llz।
zlX।
\
,
XZXZl।
Bohut dhunia hoise
বহুত ভাল লাগিল ককাইদেউ হত❤
বহুত বহুত ভাল লাগিল ৷ শুনি থাকিলে হে পাঁহ নপলায় ৷
Krishna krishna ram ram
অতি সুন্দৰ,, কৃষ্ণ ❤
Hundor hoise....❤....krishno...
বহুত ধুনীয়া হৈছে একেবাৰে সোণত সুৱগা চৰা।
কৃষ্ণ🙏জয় গুৰ শংকৰ🙏🙏🙏
কৃষ্ণ 🙏🙏জয় গুৰু শ্রীমন্ত শংকৰদেৱ। ভাল লাগিল....
কৃষ্ণ কৃষ্ণ ।। জয় গুৰু শংকৰ ।।
আপোনালোকৰ লগতে সমূহ অসম বাসী ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ ❤❤
অতি সুন্দৰ ব্যৱস্থা কৃষ্ণ 🪔🪔🪔
জয় গুৰু শংকৰ কৃষ্ণ অমৃত মই কৃষ্ণ কথা ৰাম ৰাম ৰাম 🙏🙏🙏
বহুত সুন্দৰ হৈছে।
মুখত একো শব্দ নাই আৰু কবলৈ মূৰ। জয় গুৰু শঙ্কৰ 🙏🏻
Bohut dhunia hoise
@@Podumi-fw9du hoi bohut dhunia hoise
Krishna 🙏🙏🙏 dhunia hoise
,🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 সুন্দৰ পুৱাই বৰ ভাল লাগিল।🙏🙏🙏
Bapuji u r grate .....
Amazing voice. God bless you 🙏 ❤️