NKTVৰ অনুষ্ঠানৰ পিছতেই তৎপৰ যোগান মন্ত্ৰী

Поділитися
Вставка
  • Опубліковано 7 гру 2021
  • মৰিগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল। দৰিদ্ৰ পৰিয়ালটোৰ নাই ৰেছন কাৰ্ড। ৰেছন কাৰ্ড নথকাৰ বাবেই পৰিয়ালটোৱে পোৱা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা। ভেকচিন দিবলৈ যোৱা স্বাস্থ্য কৰ্মীক ৰেছন কাৰ্ডৰ প্ৰসংগ উলিয়াই পৰিয়ালটোৰ মহিলাগৰাকীয়ে কৈছিল প্ৰথমে ৰেছন কাৰ্ড দিয়ক, তাৰ পিছত ভেকচিন ল’ম। ভিডিঅ’ হৈ পৰিছিল ভাইৰেল। NKTVত সম্প্ৰচাৰ হ’ল পৰিয়ালটোৰ বিশেষ সম্প্ৰচাৰ। তাৰ পিছতেই তৎপৰ হৈ পৰিলে মন্ত্ৰী ৰণজিৎ দাস।

КОМЕНТАРІ • 391

  • @dipakkalita7034
    @dipakkalita7034 2 роки тому +103

    এনেকুৱা বাতৰি প্ৰচাৰ কৰিলে সাধাৰণ জনতাৰ হিট হয় অতি সুন্দৰ ।

    • @rdvolg5775
      @rdvolg5775 2 роки тому +1

      Right..ankuya sob jodi vabe la hoi 🙏

  • @bijukumarmali8786
    @bijukumarmali8786 2 роки тому +204

    তিৰোতাজনীৰ মানসিকতাক ধন্যবাদ জনালো ৷

    • @anandodas3220
      @anandodas3220 2 роки тому +2

      সঙগঠনে অসম ধঙখ কৰিলে এইবোৰ ঘৰিয়ালৰ চকু পানি

  • @bibhashkonwarvlogs7594
    @bibhashkonwarvlogs7594 2 роки тому +53

    চকুপানীৰে ভৰি পৰিল অনুষ্ঠান টো চাই।বিষেশকৈ অনুপম দা ধন্যবাদ জনালো,তিৰোতাগৰাকী মনটো সহজ-সৰল!

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 2 роки тому +43

    শুই উঠি এ এটা ভাল খবৰ পালোঁ। বহুত ভাল লাগিল News তো পাই। যিয়ে নহওঁক NK TV জিন্দাবাদ।

  • @pradipsaikia2459
    @pradipsaikia2459 2 роки тому +27

    মহিলা গৰাকীক অশেষ ধন্যবাদ জনালো। তেওঁৰ বাবেই সমগ্ৰ গাওখন উপকৃত হ'ল।লগতে অনুপম চক্ৰৱৰ্ত্তীকো ধন্যবাদ জনালো। কিছুমান বগলী আৰু স্বাৰ্থপৰ লোকৰ বাবে দেশত এনেকুৱা উদাহৰণ আৰু বহুত ওলাব।

  • @archanagoswami9502
    @archanagoswami9502 2 роки тому +21

    মানুহ গৰাকীক ধন্যবাদ জনালো ।তেখেতে নিজৰ লগত আনৰ কথাও চিন্তা কৰিছে ।

  • @uttamjitkachari5725
    @uttamjitkachari5725 2 роки тому +31

    NKTV thnku.. ৰাইজৰ সৈতে থাকক

  • @dimbeswarbordoloi970
    @dimbeswarbordoloi970 2 роки тому +5

    চেলুট মহিলা গৰাকিলৈ বহুত সুন্দৰ কৈ দৃষ্টি গোচৰ কৰিলে চৰকাৰক তাতোকৈ ভাল লাগিল নিজৰ লগতে আন দহজনৰ তথা গাওখনৰ উন্নতি চিন্তা কৰিছে এনেকুৱা মানসিকতা নাৰী খুইবেই প্ৰয়োজন তেতিয়াহে এখন সভ্য সমাজ,মিলাপ্ৰীতি ,বিভিন্ন জনগোষ্টী জাতি জীয়াই থাকিব চিৰকাললৈ

  • @junaramsaikia9000
    @junaramsaikia9000 2 роки тому +10

    বাইদেউ ধন্যবাদ এনেকুৱা আৰু বহু পৰিয়ালত কাদ পাবলৈ আছে সকলোৱে কাল পাওক ধন্যবাদ

  • @rakeshkashyap1941
    @rakeshkashyap1941 2 роки тому +16

    সংবাদ মাধ্যমৰলগতে বাইদেউৰ সাহসী কণ্ঠ ক ধন্যবাদ জনালো।

  • @Kangkanmusical1989
    @Kangkanmusical1989 2 роки тому +29

    প্ৰথমে মই nk টিভি ক ধন্যবাদ জনাইছোঁ । এনেকুৱা অসমত বহুত আছে অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ আৰু কিছুমান nk টিভি ত প্ৰচাৰ কৰিলে আৰু অধিক সন্তোষ পাম । অসমৰ বিভিন্ন দল সংগঠনে এইবোৰ মহান কাম চকুৰে নেদেখে নেকি সাল্লা টকাৰ ধান্দাত দল বনাই তাৰ বাহিৰে একো নহয় ।

  • @dilipkumarmech1790
    @dilipkumarmech1790 2 роки тому +2

    প্ৰথমে মহিলা গৰাকীক ধন্যবাদ জনাইছোঁ । এনে মহিলা সমাজৰ বাবে আদৰ্শ । তেওঁ নিজৰ লগতে অঞ্চলটোৰ সমস্যাবোৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ বাবে ।আনহাতে যিবোৰ ৰাইজৰ প্ৰতিনিধি থাকে তেওঁ লোক সচাঁ অৰ্থত প্ৰতিনিধি হব লাগে । যিকোনো কাৰণতে যাতে ব্যক্তি সকল বঞ্চিত হব নালাগে । তেতিয়া হে চৰকাৰৰ আঁচনি বোৰ সফল ভাবে ৰূপায়ণ হব আৰু দেশৰ উন্নতি হব । লগতে চৰকাৰে প্ৰচাৰ কৰা পৰিৱৰ্তন শব্দটো প্ৰজ্যোয্য হব ।

  • @Madhurya1985
    @Madhurya1985 2 роки тому +69

    এনেকুৱা সমাজৰ দহজনৰ উপকাৰ হোৱা বাতৰিবোৰ কৰিলে ভাল লাগে।

  • @dhanrajbonshi9201
    @dhanrajbonshi9201 2 роки тому +5

    প্রথমে মই nk টিভি কম কতা সকলক ধন্যবাদ জনাইছো । বিশেষকৈ অনুপম দাদা জনসাধাৰণ অনুষ্ঠানটিয়ে ভাল অৰিহণা যোগাইছে। যেনেকৈ এই মহিলা গৰাকীৰ সাহকীকতাই কাৰণেই তেওঁৰ লগতে গাও খনৰ বহুত দুখীয়া মানুহৰ মুখৰ হাহি ঘূৰি আহিছে। মই nk টিভি জৰিয়তে আমাৰ নগাঁও জিলা কাক মাৰি গাও পঞ্চায়তৰ অন্তগত এনেকুৱা বহুত দুখীয়া মানুহ আছে। যা কোনো ধৰনৰ চৰকাৰী সাহায্য পোৱা পৰা বঞ্চিত হৈ আছে। গতিকে চৰকাৰক বিনম্র অনুৰোধ, এই দুখীয়া মানুহ সকলক সহায় কৰে যেন। ধন্যবাদ।।

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 2 роки тому +83

    ভাল লাগিল চৰকাৰে দেখি পালে আৰু এটা অনুৰোধ কৰিছো সেই ঘৰখনলৈ যাতে চৰকাৰে ঘৰ আৰু কাৰেনটো সুবিধা কৰি দিয়ক

    • @nitaisingha7272
      @nitaisingha7272 2 роки тому +1

      Karen di ghar khank bipodt he pelabo. Ji he bill ahe....

  • @historyhistory4204
    @historyhistory4204 2 роки тому +19

    গামোচাখন আনি থৈছোঁ! আকৌ ক'ত লগ পায়,,,,,,❤️❤️❤️❤️

  • @mridusmita9950
    @mridusmita9950 2 роки тому +4

    অতি সুন্দৰ , সত্য সাহসী মহিলা ... নিজৰ পাবলগীয়া খিনি , প্ৰয়োজনীয় খিনি পাবলৈ সদায় সত্য পথেৰে এনেকৈ মাত মাতি যাব লাগে

  • @nikharaniburagohaingogoimu740
    @nikharaniburagohaingogoimu740 2 роки тому +4

    অনুপ দা আপোনী এইঘৰ মানুহৰ বাবে এই সন্তান দুটি বাবে আপোনী ভগৱান। আপোনী খুব সুন্দৰ পদক্ষেপ ললে ।আজি মোৰ আনন্দতে চকুপানী ওলাই গল।।।

  • @kabitasharma3793
    @kabitasharma3793 2 роки тому +4

    বাইদেউ. আপোনাৰ সাহসীকতাক চেলুট জনালো 🙏🙏🙏🙏🌺🌺🌺

  • @sumitranathsn5543
    @sumitranathsn5543 2 роки тому +5

    বহু ধুনীয়া লাগিছে আজি সবৰ পাই এই দুখিয়া মানুহসিনিৰ সুবিধা লাভ কৰি দিয়া বাবে

  • @sangitakalita2612
    @sangitakalita2612 2 роки тому +13

    অনুপম দা ধন্যবাদ আপোনাক .. 🙏 হাজো ৰামদিয়ালৈ ও আহিলে এদিন বহুত ভাল পাম দাদা আমাৰ লগতে আৰু বহুকেইটা আমাৰ গাওঁৰ পৰিয়াল চৰকাৰী গৃহ বিভাগৰ পৰা বঞ্চিত, যত নেকি গাওঁ খনৰ ভিতৰত যিখিনি মানুহৰ একেবাৰে ঘৰত থাকিব উপায় নাইকিয়া... যদি আপোনি বিচাৰে আপোনাৰ এনেকুৱা সহায়ে হয়টো আমাৰ পৰিয়ালটোৰ লগতে বাকি পৰিয়াকেইটিকো সহায় কৰিব বুলি আশা কৰিলে .🙏..

  • @axomfuntv1487
    @axomfuntv1487 2 роки тому +11

    Nk tv লৈ আন্তৰিক ধন্যবাদ থাকিল।এনেকৈ ভাল কাম কৰি যাওক।

  • @dipchengassameseall936
    @dipchengassameseall936 2 роки тому +8

    Nk টিভিক বহুত বহুত ধন্যবাদ জনালোঁ ।news সদায় সমাজৰ , ৰাইজ হৈ চলিব লাগে ।

  • @basisthaacharya6590
    @basisthaacharya6590 2 роки тому +5

    এনেধৰণৰ নিউজে ৰাইজৰ মাজত বিশ্বাস গঢ়ি তুলি সামাজিক স্থিতি সবল কৰি তোলে। চৰকাৰৰ চকু মুকলি হোৱাৰ বাবে ধন্যবাদ। তেওঁলোকৰ ওচৰ চুবুৰীয়া সকলো দুখীয়া ৰাইজৰ মাজত চৰকাৰী সুবিধা পাবলৈ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিবলৈ বিভাগৰ প্ৰতি অনুৰোধ জনালো।🙏🙏🙏।

  • @rukminicreation2522
    @rukminicreation2522 2 роки тому +18

    বিশেষ ভাৱে মই অনুপম দা, আৰু ভিডিও টো ভাইৰেল কৰা সৎ মনৰ মানুহ দুই ওকে আন্তৰিক ধন্যবাদ জনাইছোঁ।

  • @bulbulbaruah1747
    @bulbulbaruah1747 2 роки тому +5

    Nktv লৈ ধন্যবাদ জনাই আৰু আমাৰ নিচিনা দুখীয়া মানুহে যদি ৰেচন কাত নাপাই তেনেহলে বন্ধৰ কৰি দিব লাগে

  • @mithugamer507
    @mithugamer507 2 роки тому +5

    ধন্যবাদ বাইদেউ আপুনি নিজৰ লগতে গোটেই গাঁৱখনৰ দৰিদ্ৰতাৰ কথা খিনি অৱগত কৰিলে

  • @ranjudeka4818
    @ranjudeka4818 2 роки тому +7

    এনে বোৰ খবৰ চাই মন টো সঁচা বহুত ভাল লাগে ,কিছুমান নিউজত যি বোৰ দেখা সঁচা বৰ খং উঠে

  • @dayanandanath4683
    @dayanandanath4683 2 роки тому +5

    শুনি বহুত ভাল লাগি

  • @dhanjyotiborah2058
    @dhanjyotiborah2058 2 роки тому +6

    বহুত ধন্যবাদ অনুপমলৈ আপোনী মহান

    • @nilakhisonowal5032
      @nilakhisonowal5032 2 роки тому +2

      Hosai Anupom da bohut mohan ..Issore bhale rakhok 🙏🙏

  • @ratuldutta2207
    @ratuldutta2207 2 роки тому +10

    বহুত ধন্যবাদ অনুপমলৈ।

  • @bishaldas3719
    @bishaldas3719 2 роки тому +2

    Tekhte nijor khta okl vba ni teor nisina dukhiya mnuhr khta o vbise ❣️❣️❣️

  • @dilipdas8112
    @dilipdas8112 2 роки тому +7

    বাইদেউ গৰাকী মহান আনৰ কথাও চিন্তা কৰিছে 😍🙏

  • @pinkyborabonia6239
    @pinkyborabonia6239 2 роки тому +4

    এনেকুৱা বাতৰি বোৰ দিব লাগে তেতিয়াহে চৰকাৰৰ গা লৰিব, ধন্যবাদ অনুপম দাদা

  • @crazypjn3566
    @crazypjn3566 2 роки тому +39

    ধন্যবাদ বাইদেউ ৷ সকলোৱে সৎসাহসী হব লাগে ৷ কিন্তু অনুপম তেনেকুৱা বহুত পৰিয়াল আছে কেইজনৰ ঘৰত গৈছিল ৷

  • @goswamielectricalelectroni8324
    @goswamielectricalelectroni8324 2 роки тому +1

    অতি মহান কাম কৰিছে অনুপম চক্ৰৱতী আৰু এন কে টিভিয়ে।বৰ দুখ লাগে এনেকুৱা দৃশ্য দেখিলে।সকলো ওলাই আহিব লাগে এনেকুৱা দুখীয়া পৰিয়ালক সহায় কৰিবলে।।

  • @ankursaikia8071
    @ankursaikia8071 2 роки тому +16

    Thanks NK TV for helping This family

  • @bishwajitkonwar8899
    @bishwajitkonwar8899 2 роки тому +2

    Nk সংবাদ দাতা লৈ অশেষ ধন্যবাদ জনাইছো,কাৰণ তেওঁ লোকৰ পৰাই মহিলা গৰাকীয়ে এক সহানুভূতি লভাৱানক হৈছে ।

  • @sangrambangthai2938
    @sangrambangthai2938 2 роки тому +2

    ভাল হৈছে,অন্য দহজনৰু হিত হয় যেন, মহিলাগৰাকীলৈ ধন্যবাদ....

  • @explorewithkhyatishmaan
    @explorewithkhyatishmaan 2 роки тому +34

    মানুহ গৰাকী সচাঁকৈ বৰ সৰল মনৰ মানুহ । নিজৰ লগতে গাওঁখনৰো মানুহৰ ভাল হোৱাটো চিন্তা কৰিছে ।ধন্যবাদ NKTV ধন্যবাদ video টো ভাইৰেল কৰা ব্যক্তি গৰাকীক । বেচি ভাল লাগিল চৰকাৰৰ মানুহবোৰেও যে দেখিছে ।
    জয়তু NKTV
    জয় আই অসম

  • @babulsonowal8905
    @babulsonowal8905 2 роки тому +1

    অনুপম দালৈ ধন্যবাদ।এনেকোৱা‌ বাতৰিহে প্ৰচাৰ কৰিব লাগে।

  • @gitanjalinath5492
    @gitanjalinath5492 2 роки тому +2

    সুন্দৰ , ধন্যবাদ বাইদেউ আপুনি বৰ ভাল কাম কৰিছে।

  • @azizulhoque3872
    @azizulhoque3872 2 роки тому +16

    তিৰোতা জনী ৰ মানসিকতা ক সেৱা জনাইছোঁ ।দল সংগঠন বোৰ ৰ এই বোৰ প্ৰাথমিক কাম বুলি মই ভাবো।পিছে কাম নাই

  • @sanjibhandique6021
    @sanjibhandique6021 2 роки тому +2

    আবেগিক হলো মানুহগৰাকীৰ কথাখিনি শুনি,, কেৱল নিজৰেই নহয় গাওঁখনৰ বাকীসকলৰ কথাও তেওঁ অৱগত কৰিছে ।এইখিনি তেওঁৰ নিস্বাৰ্থ মহানতা ।এফালে নিজৰ দৰিদ্ৰতাৰ লগত যুজিঁ ভাগৰিপৰাৰ চকুপানী আনফালে নিজৰ লগতে আনকো সাঙুৰি লব পৰা এখন বিশাল অন্তৰৰ মানুহ।কিন্তু এচাম চকুমুদা কুলিয়ে ইমান দিনে বঞ্চিত কৰি আহিলে।প্ৰচাৰ মাধ্যমৰ চকু নপৰা হলে আৰু কিমান দিন যে এনেকৈ কটাবলগীয়া হলহেতেন কব নোৱাৰি।

  • @ridipbora3182
    @ridipbora3182 2 роки тому +2

    অনুপম দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ।

  • @kankan_daisyroy..8172
    @kankan_daisyroy..8172 2 роки тому +2

    Etiya he bhut val lagil।🙏🙏🙏🙏🙏🙏🙏🙏

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 роки тому +6

    NKTV and sri Anupam sir deserve thanks for highlighting the plight of the poor family and drawing the attention of the concerned supply department to meet the basic requirements of the deprived families of the area.

  • @piyusvloger3547
    @piyusvloger3547 2 роки тому +3

    Xundor..amr bhrt ankua dukhiya mnh ase jar axaj vlke khbole nai bt haikhol xovapoti bidhaiokr bikhye kole APus kore koba bya pbo kole kijani bya pbo bt atia xai xmoi nai xokolu udonai diar xmy hl..

  • @udaykrishnahandique1193
    @udaykrishnahandique1193 2 роки тому +2

    Good job. ..bahut vl kotha koise

  • @jaganathlalung7272
    @jaganathlalung7272 2 роки тому +2

    মই আগৰ ভিডিয়ত লিখিছিলো যে পণচা য়তত বহি আৰু সমবায়ত বহি থকা কণামচূৰি কেইটা ৰঙা পানি নহ'লে মূৰ নাথাকে বুলি কিন্তু এতিয়া ঘুৰি চাইচে ধন্যবাদ 👍👍👍👍

  • @mithunsaikia857
    @mithunsaikia857 2 роки тому +1

    অনুপম দালৈ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ থাকিল I এনেকুৱা ধৰণৰ আৰু বাতৰি পৰিবেশন কৰিব I বহুত ভাল লাগিল I

  • @axomakashgaming3384
    @axomakashgaming3384 2 роки тому +3

    বৰ ভাল লাগিল.... 😊

  • @suru6540
    @suru6540 2 роки тому +2

    বহুত ভাল লাগিছে আপোনাৰ কথা। বাইদেউ 👍🏽

  • @hemantohandique3048
    @hemantohandique3048 2 роки тому +2

    Manuh joni bhut horol, apuni but agole jab❤️❤️🙏🙏

  • @jonalicreation301
    @jonalicreation301 2 роки тому +3

    ধন্যবাদ🙏

  • @tribalvlog6854
    @tribalvlog6854 2 роки тому +7

    এইটো social media ৰ power 🔥🔥🔥। ❤️❤️❤️

  • @freefiregaming-xz7kc
    @freefiregaming-xz7kc 2 роки тому +2

    অনুপম দাক বহুত বহুত ধন্যবাদ

  • @parthagohain981
    @parthagohain981 2 роки тому +12

    আমাৰ অসমত কিয় বাতৰি সম্পচাৰ হোৱাৰ পাছত হে যে চৰকাৰে দেখি পাই

  • @paranbora9745
    @paranbora9745 2 роки тому +2

    Deori sir a sage time puwa nay karubar gharot shakam aase sage porsat vagabo lagibo nahoy.shakam vagile aahibo sage.BULE AAO HORI AAO RAM😊😊😊

  • @nasirahmed4050
    @nasirahmed4050 2 роки тому +11

    Thanks to NK tv ❤️❤️

    • @ghf4910
      @ghf4910 2 роки тому

      আমি আজিলৈ পোৱা নাই।

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 роки тому +14

    ধন্যবাদ চাৰ ।আপোনাক ভগৱানে মঙ্গল কৰক।

  • @monumb4659
    @monumb4659 2 роки тому +4

    অনুপম দা আপোনাকো ধন্যবাদ দিব লাগিব

  • @bornaliarandhara4843
    @bornaliarandhara4843 2 роки тому +5

    ৰেছন কাড নোপোৱা এনেকোৱা দুখীয়া মানুহ আৰু বহুত আছে গাঁৱত

  • @hirensaikia3810
    @hirensaikia3810 2 роки тому +4

    ভাল লাগিল ❤❤👍👍

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 2 роки тому +2

    Bohut bohut bhal lagil Anupom da🌷🌷🙏🙏

  • @JSBMCreativeAngel
    @JSBMCreativeAngel 2 роки тому +1

    Baido apunak Dhanyabad jonaisu logote jubo porikhdr hokolu hadashyak Dhanyabad jonaisu... Isware kripa korok 🙏💝

  • @bijoychetia6942
    @bijoychetia6942 2 роки тому +1

    Bohut bohut vl lagil eman kon hohai kori diya baby tq nktv

  • @powerofeducation1779
    @powerofeducation1779 2 роки тому +2

    Moi okole pale ki hobo baki jikhini a powa ny ihotoro power bebosta kori diyok🙏...Great thought🙏🙏🙏...

  • @mrdrajuvlogsmajuli8113
    @mrdrajuvlogsmajuli8113 2 роки тому +2

    Nk tv very thank you 🥰, Mr d Raju vlogs majuli # from Hyderabad

  • @ujjalnandi4157
    @ujjalnandi4157 2 роки тому +11

    Baideo 👏👏👏👍

  • @riyaboruah5682
    @riyaboruah5682 2 роки тому +4

    বহু ত ভাল লাগিল ।। অনুপম দালৈ ধন্যবাদ ❤️❤️🙏

  • @sunitaboroboro4138
    @sunitaboroboro4138 2 роки тому +1

    Moi himonto sir k vote diye thakim anekoi jate manuhbork xhohai kori jai jen Assam or dhuxhiya aru dhukh bor xhekh hoi jen takei prathona koru🙏🙏🙏🙏

  • @hirakjyotikalita6051
    @hirakjyotikalita6051 2 роки тому +3

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে

  • @latikarabba4072
    @latikarabba4072 2 роки тому +1

    Thank you Anupam sir lui, bohut val korisa

  • @monigayan8135
    @monigayan8135 2 роки тому +1

    ধন্যৱাদ অনুপম দা

  • @junbora6243
    @junbora6243 2 роки тому +1

    মহিলাগৰাকীক ধন্যবাদ।

  • @momisaikia8468
    @momisaikia8468 2 роки тому +5

    Nktv ধন্যবাদ

  • @RojitaDas
    @RojitaDas 2 роки тому +2

    Thanks 2..Anupaam daaaa 🙏🙏🙏

  • @jindaginamilgengidubara1217
    @jindaginamilgengidubara1217 2 роки тому +2

    বাতৰিবোৰ এনেকৈ প্ৰচাৰ কৰিলে মানুহৰ মগজু বোৰ যেন সুস্থ হৈ উঠিছে যেন পাইছোঁ। কিন্তু আমাৰ সংগথন বোৰ যেন আগৰ দৰে সুস্থ মনেৰে কামবোৰ কৰে যেন তাৰে কামনা কৰিলো

  • @ranasharma5720
    @ranasharma5720 2 роки тому +5

    Anupam da Best 👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌

  • @soonmoni6746
    @soonmoni6746 2 роки тому

    Nktv bhut bhut dhanobad.hodai raijor majot thakibo

  • @anamikadas121
    @anamikadas121 2 роки тому +2

    🙏🏻🙏🏻🙏🏻👌👌

  • @kbblogs7536
    @kbblogs7536 2 роки тому +3

    Very good news love from morigaon

  • @monoranjanbora7308
    @monoranjanbora7308 2 роки тому +1

    News anekuai hbo lage..... Great news

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w 2 роки тому +1

    সুন্দৰ । আৰু আছে এনেকুৱা পৰিয়াল । সংবাদ মাধ্যমক অনুৰোধ কৰিছো যাতে আৰু এনেকুৱা পৰিয়াল সংবাদ মাধ্যম লৈ আনে ।

  • @mukulbhuyan8609
    @mukulbhuyan8609 2 роки тому +2

    বাতৰি এনেকুৱা হ'ব লাগে ।।

  • @purnimamamun9928
    @purnimamamun9928 2 роки тому +2

    উচ্চ মানসিকতা।

  • @assamallcategories
    @assamallcategories 2 роки тому +1

    Bhal lagil nk tv dhannyabad

  • @tulandoley3921
    @tulandoley3921 2 роки тому +7

    আৰু কিমান ঠাইত এনেকুৱা মানুহৰ আছে, এই বোৰক নিউজ কৰক।

  • @bokulgogoi966
    @bokulgogoi966 2 роки тому +5

    Good job anupam sir

  • @biswag9281
    @biswag9281 2 роки тому +7

    অ..... ৰমাকান্ত ক'ত আছনো। আহ ওলাই অহা অ.......

  • @RakibulIslam-bx8ss
    @RakibulIslam-bx8ss 2 роки тому +1

    বহুত ভাল লাগিল।

  • @iqassam6753
    @iqassam6753 2 роки тому +1

    Bhut dhoinobad anupom da loi🙏🏼

  • @pradipchangmai8154
    @pradipchangmai8154 2 роки тому +1

    Bor val lagil teulukor atia hahi vora mukh khn dekhi.thanks anupom da.

  • @Binayvlogs6
    @Binayvlogs6 2 роки тому +1

    Bohut val lagil ❤️ khohai kora babe 😊

  • @nikunjabordoloi2363
    @nikunjabordoloi2363 2 роки тому +5

    অকি সুন্দৰ👏👏👏

  • @kirankurmi128
    @kirankurmi128 2 роки тому

    Power of media.. Thank you NK Tv

  • @tennysonsaikia2738
    @tennysonsaikia2738 2 роки тому +2

    Keep doing the good works. Poor people must get help. God bless.

  • @jadumoniborah8575
    @jadumoniborah8575 2 роки тому +1

    এনেকুৱা নিউজ বোৰ আহিলে ভাল লাগে

  • @hemenkalita2102
    @hemenkalita2102 2 роки тому

    Dhoinnobad Anupam Daaa apuni bht khini Help krile.